কেন্সাৰ বেমাৰ ভাল হল - Remember SilpiSikha and her cancer story

Поділитися
Вставка
  • Опубліковано 20 лип 2022
  • old video
    • শিল্পী শিখা ৰ সাহসৰ কা...
    #cancer

КОМЕНТАРІ • 1,5 тис.

  • @batoruaofficial1612
    @batoruaofficial1612 Рік тому +70

    ।।কেঞ্চাৰ মানে মৃত্যু নহয়।।
    কলিজা ত চুই গৈছে। ❣️ শাহু মাকক মই ইয়াৰ পৰাই চৰণ চুই প্ৰণাম জনালোঁ।

  • @milanchetri5336
    @milanchetri5336 Рік тому +292

    শিল্পী বাৰ শাহু মাকক চেলুট জনাইছো🙏❤সুন্দৰ মন্তব্য👏

  • @jyotirmoytalukdar2421
    @jyotirmoytalukdar2421 Рік тому +50

    শিল্পী শিখা বাৰ ইমান ডাঙৰ বেমাৰ হোৱাৰ ফলত ও অবিনাশ দাদাই বাৰ হাত খন কেতিয়াও এৰি দিয়া নাছিল এয়াই সঁচা মৰম এনেকুৱা সমস্যাত যাতে কোনেও নিজৰ প্রেয়সীৰ হাত এৰি নিদিয়ে তাৰ বাবে অনুৰোধ কৰিলো আৰু বা আৰু দাদাৰ মৰম যেন স্বিৰ যুগমীয়া হৈ থাকে তাৰে কামনা কৰিলো

  • @bidishakalita7167
    @bidishakalita7167 Рік тому +23

    প্ৰকৃত যুঁজাৰু শিল্পী বা❤️সচা প্ৰেমৰ নিদৰ্শন হয়তো এয়াই যিয়ে হেজাৰ ধুমুহা পিছত ও লগ এৰি নিদিলে।।শাহুমা গৰাকীক ও মানিছো🙏🙏ভালে থাকক সকলো❤️

  • @dhouentertainment
    @dhouentertainment Рік тому +115

    শাহু মাক জনীক salute... চকু পানী ওলাই গৈছে।

  • @pallabivlogs426
    @pallabivlogs426 Рік тому +38

    জীৱন যুদ্ধত তুমি জিকিলা,,, বা তোমাক কিবা এটা ভাল লাগে সদাই ভালে থাকা ❤️❤️❤️❤️❤️ তোমাৰ Husband আৰু family টোক 🙏🙏🙏 আজি video টো চাই ভাল লাগিলে,,,,,

  • @chayanikabora802
    @chayanikabora802 Рік тому +13

    সচাঁ ভালপোৱা এতিয়া ও আছে আৰু শাহু গৰাকী ইমান ভাল বোৱাৰীৰ কাৰনে চকুৰ পানী ওলাই গৈছে মানুহ বোৰে বেমাৰী বুলি কোৱাৰ কাৰনে । আপোনাক ধন্যবাদ জনাইছো ইমান মৰমেৰে আকোঁৱালি লোৱাৰ বাবে 🙏

  • @anantamoranvloge7255
    @anantamoranvloge7255 Рік тому +192

    শিল্পীশিখালৈ যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ

  • @anantagogoi1493
    @anantagogoi1493 Рік тому +160

    Dimpu তোমাৰ video topic বিলাক কিছু বহুত উন্নত সেইকাৰণে নুচুৱাকে থাকিব নোৱাৰোঁ।ভাল লাগে চাই আৰু এনেকুৱা আগবাঢ়ি যোৱা। আনতকে বহুত ভাল দিভেও দিয়া তুমি।।।

  • @ankurjyotibarua7294
    @ankurjyotibarua7294 Рік тому +13

    শিল্পীশিখা আমাৰ সকলোৰে বাবে আদৰ্শ,সাহসী নাৰী।কেন্সাৰৰ সৈতে যুদ্ধ কৰি জয়ী হোৱা ছোৱালী..... সদায় কুশলে থাকা শিল্পী 😍💐🌺
    #ডিম্পু ভাই ধন্যবাদ😍আগুৱাই যোৱা❤🌺💐

  • @kalpanakataky9092
    @kalpanakataky9092 Рік тому +6

    শিল্পীশিখা আৰু অবিনাশ লৈ যুগ্ম জীৱনৰ শুভ কামনা জনালোঁ। দিম্পো তোমাৰ ভীদিও বোৰ বহুত উন্নত মানৰ আনৰ লগত বিষয় বোৰ তুলনা নহয়।আগুৱাই যোৱা ভাল ভাল ভিদিও ৰ মাজেদি। নগাঁও আহিব

  • @dhrubajyotikalita3078
    @dhrubajyotikalita3078 Рік тому +95

    খবৰ টো শুনি সঁচাই ভাল লাগিলে, জীৱন যুদ্ধত তুমি জিকিলা, তুমি বহুতো বৰ্তমান সময়ত কেন্সাৰ হৈ থকা মানুহৰ অনুপ্ৰেৰণা হবা, তোমাৰ পৰা কেন্সাৰৰ যুদ্ধ খন ত জিকাৰ সাহস হব

  • @buragohain3176
    @buragohain3176 Рік тому +4

    পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰে চিন্তা বিলাক ইমান ইতিবাচক ভাল লাগিলে। বিশেষকৈ শাহুয়েক আৰু তেওঁৰ মানুহজনক চেল্যুট জনাইছো।

  • @JIBONOREITUHITU-MADHURIMA
    @JIBONOREITUHITU-MADHURIMA Рік тому +4

    শিল্পী আৰু তেওঁলোকৰ পৰিয়ালটো বহুতৰ বাবে অনুপ্ৰেৰণা আৰু আদৰ্শস্বৰূপ।

  • @dhanjitdas6694
    @dhanjitdas6694 Рік тому +2

    মৰমে মৰমক সহাৰি দিলে সকলো সম্ভৱ ।
    ভাল লাগিল বহুত ❤️

  • @sashankasarma92
    @sashankasarma92 Рік тому +1

    ডিম্পু ছাই ভাল লাগিল,আৰু শিল্পীশিখা , অবিনাশ,লগতে মাঁ‌ আৰু শাহু মাঁ‌ তেখেত
    সকলৰ বিস্ৱাস মৰম আৰু আপ্ৰানচেস্তাক মৈ অশেখ ধন্যবাদ জনাইছু ।এই মৰম ভাল পোৱা অতুট হৈ থাকক❤️❤️❤️

  • @parashcreation9492
    @parashcreation9492 Рік тому +19

    শিল্পী শিখা বা স্বামীক শেলুট 🙏🏻

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 роки тому +106

    জুবিন দা সোনকালেই ভাল হ'লে হ'ল🙂🙂🙂 সকলোৱে প্ৰাৰ্থনা কৰা যেন 🛐
    #জুবিনপাগলাআমি
    #মোৰবসন্ত

    • @Million34
      @Million34 2 роки тому +2

      Ki hoisee tar

    • @monjai0.28
      @monjai0.28 2 роки тому +5

      একো নহয় দাদা ৰ
      নিশ্চয় ভাল হব 🥰
      জয় জুবিন দা 🥰

    • @Kaushikeditzshorts
      @Kaushikeditzshorts 2 роки тому +3

      @@Million34 অসমৰ যদি নিজে গম পাবা☹️

    • @Kaushikeditzshorts
      @Kaushikeditzshorts 2 роки тому

      @@monjai0.28 ও

    • @kangkanabaruah560
      @kangkanabaruah560 Рік тому +2

      আমাৰ জুবিন দাৰ‌ একো নহয়

  • @RashmiKonwar
    @RashmiKonwar Рік тому +1

    অবিনাশ আৰু শিল্পীলৈ অলেখ মৰম দিলোঁ ।

  • @AbdulAli-qi9td
    @AbdulAli-qi9td Рік тому +52

    O my God আগতে জনা হলে আমাৰ (ভাবি ) ভাল হলে হয় ।আমাৰ (ভাবি) ও blood cancer হৈছিল 7 month পোৱালি থৈ আমাক এৰি গুছি গল ।😭😭😭😭😭😭

  • @huntudiary4500
    @huntudiary4500 2 роки тому +99

    কি বুলি ধন্যবাদ জনাম কবই ভাষা নাই বহুত বহুত ধন্যবাদ জনালোঁ আৰু বহুত বহুত মৰম যাচিলোঁ লখিমপুৰৰ পৰা😘👍

    • @Vlog_R
      @Vlog_R Рік тому +1

      মোৰ video বোৰ sab দে.. ভাল লাগিলে subscribe কৰিব

    • @huntudiary4500
      @huntudiary4500 Рік тому

      muru saba

  • @_Real_FlexX_
    @_Real_FlexX_ Рік тому +34

    Respect to this brave young lady💪 wishes for her and her family🌈

  • @dibyaachannel1149
    @dibyaachannel1149 Рік тому +5

    ইমান ধুনীয়া উৎসাহ মূলক ভিডিঅ এটা আগবঢ়োৱাৰ বাবে ডিম্পু তোমাক বহুত বহুত ধন্যবাদ, লগতে তেওঁলোকৰ যি মৰম ভালপোৱা সদায়ে এনেদৰেই থাকক তাৰেই কামনা..🥰😍👌

  • @frommyplate
    @frommyplate Рік тому +28

    Silpa baa and Aunty is so humble and helpful in person. Aunty has always encouraged me whenever i feel kind of low when my mother was undergoing her Cancer journey. It’s really necessary for each and everyone of us to stay strong, no matter what it is. And it is really great when you have such supportive family around us. I have been with my mother through her cancer journey and i know Cancer doesn’t mean Death. All my prayers to the Cancer fighters.

  • @user-gb9xh1fh3h
    @user-gb9xh1fh3h Рік тому +38

    অবশেষত ভাল হল মৰমৰ শিল্পী শিখা বা জনি ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @taraligohain7103
    @taraligohain7103 Рік тому +5

    Taai bht lucky hoi taai hahu maa nhoi egoraki bhogowan swarup hahu aru husband paise...hosake asorit lage taaik loi🕉️♥️🙏 hodai bhlke rakhok bhogowane apunalukok

  • @Nilotpal14
    @Nilotpal14 Рік тому

    বৰ্মায়ে ভকতজনক ভালকে ধুলে। বহুতে সহি থাকে, এওঁ ছেগ বুজি ধুই দিলে।ধন্যবাদ।

  • @sarbanandarabha3208
    @sarbanandarabha3208 Рік тому +1

    দিম্পু দা!!!! সচাকৈ ভিদিঅটোৰ পৰা বহুখিনি শিকিব পাৰিছো । শিল্পী বা আৰু গোটেই পৰিয়ালটোৰে সুখ শান্তি কামনা কৰিলো । এতিয়া সুস্থ বুলি ভাবি থকা দেহাটোত অ ক'ৰবাত যেন কিবা ভুল কৰি আছোঁ আজি ধৰিব পাৰিছো ।

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 Рік тому +2

    কি কম ভাষা নাই ৷ দুয়ো সুখী হওক লগতে শিল্পীশিখা সুস্বাস্থ্য অধিকাৰি হওক

  • @assameseallsong7777
    @assameseallsong7777 Рік тому +13

    💓💓ডিম্পু দা তোমাৰ ভিডিও চাই বহুত ভাল লাগে😊 আৰু নজনা কথা জানিব পাৰি
    Love you from mirza 💓💓

  • @plabislittleworld
    @plabislittleworld Рік тому +5

    Kiman mohan ontoror ghr ekhon paise bht lucky cuali dei....imn dangor bemar r lgt juji jibon xongi hisape niatu ejon mohan mnuhe he krb pare...salute to all her supporters and her family members

  • @pragyapriyasaikia04
    @pragyapriyasaikia04 Рік тому +1

    Baa jonir kotha maje maje monot pore...khobor tu pai bor bhal lagil..god bless them❤️❤️🙏

  • @_dipjyoti_gogoi
    @_dipjyoti_gogoi Рік тому +24

    God bless shilpisikha....inspiration and humanity💗❤️🙂

  • @pariscookbookvlogs6964
    @pariscookbookvlogs6964 Рік тому +6

    দিম্পু বহুত এটা সুন্দৰ ভিডিঅ' দিলা ।
    আৰু শিল্পী বাৰ শাহু মাৰ কথাৰে চকুপানীক ৰখাব নোৱাৰিলো।
    ভালে থাকা শিল্পী বা..❤

  • @travelsphere6154
    @travelsphere6154 Рік тому +1

    কেন্সাৰ ৰোগ মানে জীৱন শেষ নহয়...অলপতে কেন্সাৰ ৰোগী এজনীৰ লগত চেন্নাই গৈছিলো...এপ'লোৰ ডাক্তৰজনীয়ে মাত্ৰ দুটা কথা কৈছিলে.. যে কেন্সাৰ ৰোগৰ বাবে প্ৰথমে ৰোগীজনৰ মানসিক শক্তি উচ্চ হ'ব লাগে আৰু ৰোগীজনৰ পৰিয়ালৰ সহযোগ বহুত গুৰুত্বপূৰ্ণ...এই দুটা নহ'লে কেন্সাৰ ৰোগী এজন ৰোগমু্ক্ত হোৱাটো বহুত কঠিন হৈ পৰে....এয়াই সচা কথা...
    সিদিনা এইখিনি শুনি এখেতলৈও মনত আহিছিল...যানহওক এখেতৰ এনে অৱস্থা দেখি মনটো ভাল লাগি গ'ল...ভাল হওক আগলৈ....💚💚

  • @Minakshi.25
    @Minakshi.25 Рік тому

    বহুত বহুত ভাল লাগিল ইমান চাপত কৰিছে শাহু মাক লগতে ঘৰৰ মানুহ খেনি আৰু হাজবেন্ড ধন্যবাদ জনালো🙏🙏

  • @najimislam4140
    @najimislam4140 Рік тому +8

    She is the greatest girl .... I salute her braveness..

  • @lovetipswithsewali4743
    @lovetipswithsewali4743 2 роки тому +6

    আপোনাৰ Video বোৰ চাই বহুত ভাল লাগে। ❤

  • @hrisikeshhazarika2982
    @hrisikeshhazarika2982 Рік тому

    দাদা জনৰ ঘৰৰ মানুহ সকল বহুত ভাল। তেওঁ লোকে যে বেলেগ কথা নুসুনিলে। আৰু দাদা জনে যে আকৌ বা গৰাকীৰ অসুস্থ বুলি গম পাইয়ো লগ নেৰিলে সেই বাবে বহুত ধন্যবাদ। কাৰণ আজিৰ দিনত এনেকুৱা মানুহ পালে বহুত টান।
    আপোনালোক দুয়ো সুখত থাকক।😊
    ক'ৰবাত যদি কিবা লিখাত ভূল হৈছে, ভাইতি বুলি ক্ষমা কৰি দিব।

  • @juri5713
    @juri5713 Рік тому +2

    শিল্পী শিখা সচাকৈ সাহসৰ প্ৰতীক।সদায় ভালে থাকক।

  • @tinkurabha4735
    @tinkurabha4735 2 роки тому +295

    Oo bht donor pra janibo etsa asle tai val paise ne nai janibo pari bht val lagise Thanks to God🙏🙏🙏

    • @NLxMacZ
      @NLxMacZ Рік тому +2

      Meanwhile doctors crying in the corner 🗿

    • @Fairydreamofficial
      @Fairydreamofficial Рік тому

      @Hothku y lu

    • @rabha13619
      @rabha13619 Рік тому

      ​@Hoth ki soboke gaali di ase ane ane 🤣🤣

  • @user-Bray46
    @user-Bray46 Рік тому +9

    এয়াই হল মানৱতা❤️🙏🙏

  • @saziabegum4689
    @saziabegum4689 Рік тому +1

    Shilpi sikhar husband and sasu maa salute 🙏🏻🙏🏻😍😍 dimpu aitu video Facebook ot upload korok kesuman mahuhe olp geyan lv koribo paribo XosA k bohout val lagisa

  • @dipikaphukanofficialxopuna7961

    ভাল লাগিল সচাঁকৈ ভিডিঅ'টি, বহুত বহুত মৰম দিলো শিল্পীশিখালৈ❤️❤️❤️

  • @dhrubakalita553
    @dhrubakalita553 Рік тому +50

    "কেন্সাৰ মানে মৃত্যু নহয়" 🔥👏

  • @dutta22
    @dutta22 Рік тому +6

    *সঁচাকৈ যিমানেই ডাঙৰ বেমাৰ নহওঁক কিয় মানুহৰ ভাগ্যও মিলাব লাগিব* ❤️

  • @sumitailoring4669
    @sumitailoring4669 Рік тому

    বহুত ভাল লাগিল ঘৰৰ মানুহ এনেকুৱা হব লাগে🙏🙏🙏

  • @lifeagainstcancer2280
    @lifeagainstcancer2280 Рік тому

    ধন্যবাদ দিম্পু,ভাল লাগিল তুমি অহাৰ বাবে।আকৌ আহিবা। কমেণ্ট কৰা সকলোকে বহুত বহুত ধন্যবাদ জনালো 🙏🙏

  • @minakshirajsaharia427
    @minakshirajsaharia427 Рік тому +7

    Supportive mnuh ejn thkile hklo Kam possible hoi, salute Avinash da🙏

    • @Vlog_R
      @Vlog_R Рік тому

      মোৰ video বোৰ sab দে.. ভাল লাগিলে subscribe কৰিব

  • @nirmalithakurthakur9417
    @nirmalithakurthakur9417 Рік тому +4

    শাহুমালৈ সেৱা জনালো।🙏 ভাল হৈ থাকক সদায়

  • @dikuentertainment7768
    @dikuentertainment7768 Рік тому

    মনৰ সাহসটো আচল কথা৷ভাল লাগিল #dkdipakkumar

  • @nandeswarborahnandeswarbor3896

    তোমাৰ video topic বোৰ বহুত ভাল লাগে

  • @assameseallsong7777
    @assameseallsong7777 Рік тому +44

    ডিম্পু দাক যোনে যোনে ভাল পোৱা এটা লাইক কৰক,,,,,, like me 💞

  • @CreativeTechAssam
    @CreativeTechAssam Рік тому +7

    Dimpuu Da Tumar Content hodai belegetkoi beleg #knowledge_inspiration_motivation_vlog👍

  • @user-fc1si5mb7t
    @user-fc1si5mb7t Рік тому

    Teok বাখি ৰাইজৰ হৈ আপোনালৈ মৰম জাচিলো Dimpu দা❤। আৰু Silpisikha বা ৰ ভবিষ্যত সুন্দৰ হবৰ বাবে কামনা কৰিছো।

  • @mayurrajofficial2779
    @mayurrajofficial2779 Рік тому +1

    Silpisikha baa tumi cancer bemar ror pora val hoi gola takei bohut.... Tumi bohut strong hoi baa...Mur maru cancer hoisile stomach t... Kintu mur maa camo loi u nabasile...... Silpisikha baa tumi hodai husto thaka... Mur mar bemar ror homoyot kunu family support nai... Tumar family support bohut Val.

  • @udaysaikia2930
    @udaysaikia2930 2 роки тому +29

    This is why we love and support
    Dimpu daa ❣️❣️
    Information library ❤️

    • @KitchenSewali
      @KitchenSewali 2 роки тому +3

      Good morning Uday

    • @udaysaikia2930
      @udaysaikia2930 Рік тому +1

      @@KitchenSewali good morning 😀

    • @Vlog_R
      @Vlog_R Рік тому +1

      মোৰ video বোৰ sab দে.. ভাল লাগিলে subscribe কৰিব

    • @Bhargab_Saikia
      @Bhargab_Saikia Рік тому +1

      @AXOM gaming 🤣🤣🤣👍🏻

    • @udaysaikia2930
      @udaysaikia2930 Рік тому

      @@Vlog_R ohk brooh 😊

  • @KitchenSewali
    @KitchenSewali 2 роки тому +41

    What a huge scale.. What an excellent Review.. Having goosebumps. ❤❤

  • @subhratasarma1114
    @subhratasarma1114 Рік тому

    খবৰ টো শুনি বহুত ভাল লাগিল। লগতে দিম্পু দাৰ শেষৰ কথা খিনি শুনি বহুত ভাল লাগিল।
    এই video tur Dara bahut mnhu upkrita hbo

  • @jubairahmed123
    @jubairahmed123 Рік тому

    বদর উদ্দিন আজমল শিল্পী শিখাকে অনেক সাহায্য করেছেন টাকা দিয়ে। উনার এই মহানুভবতাকে স্যালুট জানাই।

  • @MyLittleAxom
    @MyLittleAxom Рік тому +3

    ভূক্ষণ‌ পাঠকৰ দৰে আপুনিও এবাৰ বাংলাদেশত গৈ ভিডিঅ'বনোৱা ভাল লাগিব আপোনাৰ Explain বিলাক ভাল লাগে ।

  • @jyotigogoivlogs63
    @jyotigogoivlogs63 Рік тому +8

    Congratulations silpi ২টা নতুন জীবন তোমাৰ। বহুত বহুত মৰম যাচিলো দিল্লীৰ পৰা।তোমালোক সদায় সুখেৰে থাকা❤️❤️❤️❤️

    • @dhunurumurlife6151
      @dhunurumurlife6151 Рік тому +1

      Hello Tumi muru frd hba ni moiu back krim

    • @jyotigogoivlogs63
      @jyotigogoivlogs63 Рік тому

      @Hiyartha (Hp)vlog আপুনি মোৰ frnd হব আৰু comment ১টা লিখিব মই back korim

    • @jyotigogoivlogs63
      @jyotigogoivlogs63 Рік тому

      @@dhunurumurlife6151 নিশ্চয়

  • @dwijendas359
    @dwijendas359 Рік тому

    Silpisikhak val hoa dekhi bahut val lagil ..... silpisikha aru dimpu bhaitiko Kashmir or pora bahut bahut morom jasisu

  • @chayanikaslifenvlog529
    @chayanikaslifenvlog529 Рік тому

    কথা খিনি ভাল লাগিল,, বা জনীক ভালে ৰাখক ভগৱানে, মদ ভাং এইবোৰ খালে কেন্সাৰ নহয় সেতু 100 %সঁচা।। মোৰ মা কেন্সাৰ ৰোগত আক্ৰান্ত হৈ ঢুকাল 5 মাহ হৈ গল, মায়ে তামোল ও খোৱা নাই আৰু normel খানা খাইছিল। কেনেকৈ blv কৰোঁ অকল বেয়া বস্তু খালে কেন্সাৰ হয়।।বেমাৰত ভুগিছিল5 মাহ।।
    মানে কি হল মাৰ কোনো চিকিৎসা নাই last ষ্টেজ পাইছিল । চেন্নাইৰ পৰা ঘূৰাই দিছিল। মাৰ কেন্সাৰ টো হল advance cancer,, so কোনো ধৰণৰ চিকিৎসা নাছিল 5 মাহ ৰাখিলোঁ চেলাইন দি দি ।😭

  • @LizaDutta840
    @LizaDutta840 Рік тому +13

    The last line about no second option is epic Dimpu Da ✨❤and much love to ba she is a real warrior,may she remain an inspiration to thousand other people and much respect to her in laws for thier constant support,it's so rare to see such an unjudgemental and supportive family...Stay blessed all🙌🙌

  • @tanmoychoudhury4893
    @tanmoychoudhury4893 Рік тому +3

    Xosa a bhut val lagil video tu sai❤️🥺

  • @JIBONOREITUHITU-MADHURIMA
    @JIBONOREITUHITU-MADHURIMA Рік тому

    আমাৰ ইমান ওচৰৰপৰা আহি গ'লা কি ক'ম ডিম্পু, বেয়া লাগিছে। লগ কৰিব পাৰিলোহেতেন। একদম ওচৰৰপৰা গ'লাহি।😭😭😭😭

  • @thevanvichannel7717
    @thevanvichannel7717 Рік тому

    Xokolu bur manuh anekua hoi... Morom e sb kribo pare.... Bht val lagil...

  • @kobitakalita8308
    @kobitakalita8308 2 роки тому +5

    Vl lagil vl howa buli huni silpishikha . Thank you so much Dimpu for uploading this video. ❤️❤️❤️

    • @Vlog_R
      @Vlog_R Рік тому

      মোৰ video বোৰ sab দে.. ভাল লাগিলে subscribe কৰিব

  • @KANDARPAMUSIC
    @KANDARPAMUSIC 2 роки тому +17

    Love you Dimpu da..❤️🤗

  • @pakhiboruah6846
    @pakhiboruah6846 Рік тому +1

    God bless u... Shilpi baa hodai hukhi huwaa... Best wishes thakil.. New journey Tu hukhi huwaa... N thanx dimpu daa eman dhuniaa video ata share korela

  • @manojchamuahvlog4948
    @manojchamuahvlog4948 Рік тому +2

    সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে মোক ইমানখিনি মৰম দিছে 🥰

  • @bikashkumarnath1405
    @bikashkumarnath1405 2 роки тому +58

    Really....you are a educational part for us (your fans 💝)..... 💞💞
    Lots of love from Darrang... Dimpu Da... 💞💞

  • @dasbsf178
    @dasbsf178 Рік тому +3

    Very very thankful to you Dimpu for giving us information about Cancer

  • @anamikars8118
    @anamikars8118 Рік тому

    অবিনাশ আৰু শিল্পীশিখা আমাৰ বাবে সাহস.. প্ৰেৰণা..

  • @catchknowledge7197
    @catchknowledge7197 Рік тому +2

    Thanks god and thanks ajmal foundation.....

  • @himanisarania633
    @himanisarania633 Рік тому +15

    কিশোৰ দা ও যদি সুস্থ হৈ আমাৰ মাজত থাকিলে হৈ এতিয়া😔

  • @iammrinmoy2064
    @iammrinmoy2064 Рік тому +35

    Never give up Old is Gold 🙏🙏🔥❤️❤️

  • @kachariofficial8934
    @kachariofficial8934 Рік тому +1

    দিম্পু দা ভিডিওবোৰ সদায় ব্যতিক্ৰম। তাৰ কাৰণে বহুত ভাল লাগে।।।❤️❤️

    • @sangitadas7391
      @sangitadas7391 Рік тому

      চিকিৎসা কত কৰিছিল জনাব

  • @zamanashik
    @zamanashik Рік тому

    Aji kotha kom dost baa bhaity,,you are pride of Axom,be like that always,bhale thaka hoday,love from Bongaigaon Bhai

  • @cheery3469
    @cheery3469 Рік тому +10

    Inspiration....and humanity 🥰

  • @supriyasaikia2864
    @supriyasaikia2864 Рік тому +26

    শিল্পীৰ শাহু মালৈ 🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @Vlog_R
      @Vlog_R Рік тому +1

      মোৰ video বোৰ sab দে.. ভাল লাগিলে subscribe কৰিব

  • @SineBStudio
    @SineBStudio Рік тому

    bohut bohut huvessha thakil SilpiSikha aru tekhetor family loi...Vogowane mongol korok..

  • @monjulagogoi6480
    @monjulagogoi6480 Рік тому

    শিল্পা তুমাৰ শাহষক লৈ লেখিছিলো।বশুদিনতে এতিয়াতুমাক দেখি বশুত ভাল লাগিল ঈশ্বৰক ধন্যবাদ জনাইছোঁ।

  • @dikshitasarma9138
    @dikshitasarma9138 Рік тому +5

    This is the best video of yours❤️made me cry🥺

  • @popysaikia9196
    @popysaikia9196 Рік тому +4

    Love from jorhat ❤️ love you Dimpu da❤️

  • @user-bs1dp3cy8n
    @user-bs1dp3cy8n Рік тому

    বা পৰিয়ালৰ পৰিৱেশ খুবেই সুন্দৰ আৰু লগতে তেওঁলোকৰ মন বিলাক 👌👌👌🙏🏾🙏🏾🙏🏾

  • @ratulkumarbrahma9046
    @ratulkumarbrahma9046 Рік тому

    Bhaiti bahut2 dhanyabad for your moral and social booster video. *Really a respectful family.* This is called the TRUE LOVE

  • @kanakbarmanlifestyle
    @kanakbarmanlifestyle 2 роки тому +4

    Nice video Dimpu..
    That's Good news...

  • @nuclearkim4678
    @nuclearkim4678 Рік тому +3

    I salute this kind of people true sense of dedication love and support for someone suffering a major disease. She finally came out from the odds. Society is always toxic it's sad though. But there mind is pure and strong and that's why God will definitely help people like them in the end. A smile for a life worth living. God bless!!

  • @bashtabgogoi3759
    @bashtabgogoi3759 Рік тому

    Thanks dimpu for this video।। Silpi bar aikhon luck j tew emn ajon val partner paise।।tewr Dore ajon জীৱনত থাকিলে সকলো ভাল হব

  • @dlocalboy4892
    @dlocalboy4892 Рік тому

    হিমান এটা ডাঙৰ বেমাৰ হোৱা মানুহৰ মৰ্মবেদনা তুমি নুবুজিবা দিম্পু। তুমি মাজে মাজে উপহাস কৰাৰ নিচিনা লাগিল। anyway তোমাৰ নিচিনা GREAT youTuber ক লগ পাই তেওঁলোকে নিশ্চয় ভাল পালে।

  • @janatulhaque5684
    @janatulhaque5684 2 роки тому +25

    Dimpu daa proud of uh💗✨

    • @KitchenSewali
      @KitchenSewali 2 роки тому +1

      Hi Janatul

    • @Vlog_R
      @Vlog_R Рік тому

      মোৰ video বোৰ sab দে.. ভাল লাগিলে subscribe কৰিব

  • @chandrakamaldihingia4540
    @chandrakamaldihingia4540 Рік тому +7

    কেঞ্চাৰ মানেই মৃত্যু নহয়, যুঁজিব লাগিব আৰু জিকিবই লাগিব, শিল্পীশিখা জয়ী হ'ল, ত্যাগ আৰু ধৈৰ্যৰ অন্য নাম তেখেতৰ পতি (Husband) অৱিনাশ দা 🙏 কেঞ্চাৰক জয়ী কৰা আমি ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ উদাহৰণো ল'ব পাৰোঁ, তেখেতে গাত বেমাৰলৈ দেশক প্ৰতিনিধিত্ব কৰি World Cup উপহাৰ দিলে, আজি তেওঁ সুস্থ, সকলো ভালে থাকক কুশলে থাকক, ফাষ্টফুড কেতিয়াও নাখাব, কেঞ্চাৰ নহ'লেও ফাষ্টফুডে গাত অন্য বেমাৰ যে আনি দিব সেইয়া নিশ্চিত থাকক....

  • @homensaraniavlogs4875
    @homensaraniavlogs4875 Рік тому

    কথা টো সুনি বহুত ভাল লাগিল দে।dimpu

  • @RashmiKonwar
    @RashmiKonwar Рік тому +2

    এনেকুৱা শাহু মাক হলে জীৱনত আৰু কি লাগে ❤️❤️❤️❤️

  • @deepshikhadas9140
    @deepshikhadas9140 Рік тому +12

    Bohut val lagil sai.... Bhogoban'e val'e rakhok Shilpisikhak n family'k😊 Really Shilpishikhar husband'e bohut kosto korise....teuluk xodai happy thakok...God bless them both...😊

  • @Bivu35
    @Bivu35 2 роки тому +9

    Dimpu Bhai I Love you brother 😘😘

  • @seemashree7812
    @seemashree7812 Рік тому

    এনেকুৱা শাশু পাবলে ভাগ্য লাগিব । আমাৰ আৰু অকমান জ্বৰ হলেই যিমান কথা শুনাই নহয় ।।। বেমাৰ বেমাৰ কে থাক বেমাৰী জাত সেইবোৰ ।।।

  • @barnali816mahanta
    @barnali816mahanta Рік тому

    কেন্সাৰ নামটো শুনিলে তাইলৈ মনত পৰে।।।ভালে থাকক।