জেৰাৰ অন্তত লতাশিল থানাৰ পৰা ওলাল ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা ।

Поділитися
Вставка
  • Опубліковано 6 вер 2024
  • জেৰাৰ অন্তত লতাশিল থানাৰ পৰা ওলাল ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা । বৰ্ণিকাৰ লগত উপস্থিত ব্ৰজেন বৰুৱাৰ কন্যা । সাংবাদিকৰ প্ৰশ্নত খঙত টিঙিৰি তুলা হ'ল ব্ৰজেন বৰুৱাৰ কন্যা ।

КОМЕНТАРІ • 152

  • @anilgoswami2238
    @anilgoswami2238 Місяць тому +48

    শীঘ্ৰে শিক্ষয়িত্ৰী বৰ্ণিকা বৰুৱাক আৰক্ষীয়ে জোৰদাৰ জেৰা কৰক। প্ৰয়োজন হ'লে গ্ৰেপ্তাৰ কৰক।

    • @pritambhargav0301
      @pritambhargav0301 Місяць тому +1

      kio, maror lagat kajiya kori puwa nai neki?

    • @ReemaTNA
      @ReemaTNA Місяць тому

      ❤​@@pritambhargav0301

  • @ASarmy748
    @ASarmy748 Місяць тому +6

    এইগৰাকী বেলেগ দেই অ বাইদেউ আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় নাপায় নাপায় ঔ এনে কথা কবলৈ, আঔ হৰি আঔ ৰাম

  • @manikchandradas7057
    @manikchandradas7057 Місяць тому +27

    ইমান অহংকাৰী এই বোৰ অ, হেৰী মেডাম আপোনালোকে ছচিয়েল মেডিয়াত জানিবলৈ দিব নালাগিছিল ৰমেন দা হেৰোৱাৰ কথা, মনে মনে থাকিব লাগিছিল,অসমীয়া মানুহে আপোনালোকক বহুত সনমান কৰে কাৰণেহে এনে হৈছে, নহলে বহুত দাঙৰ মনিষীৰ খবৰলবলৈকো আজি কালি সময় নাই মানুহৰ, কত আহিছে কত গৈছে এই পৃথিবীৰ পৰা,ইমান গালি কিয় দিছে মানুহক। 😵

    • @pritambhargav0301
      @pritambhargav0301 Місяць тому

      kiba janile koboi, jane janu aikhan gharaor kotha?

  • @JayantaHazarika-jd7ck
    @JayantaHazarika-jd7ck Місяць тому +34

    এই বাইদেউ গৰাকীক এখন সঙ্কৃতিবান পৰিয়ালৰ লোক যেন অনুভৱ নহয়।কিবা অসভ্য যেন ..... .

  • @jadumoniborah1392
    @jadumoniborah1392 Місяць тому +27

    এইগৰাকী দেখোন দেউতাকৰ প্ৰতি অকনো দুখ নাই

  • @chakradharsaikia7392
    @chakradharsaikia7392 Місяць тому +24

    খুট খাট ইমানেই বেছি এই পৰিস্থিতি হল গৈ। আপোনাৰ কথা কোৱা ধৰণ কৃষ্ণ

  • @Emerz_official
    @Emerz_official Місяць тому +13

    বাইদেউ আপুনি ভাল উত্তৰ দিছে কিয়নো দুখৰ সময়ত মানুহক ইমান সানসিক অশান্তি দিব নাপায় যেন জ্বলা জ্বইত ঘী দালি সমস্যাটো বৃদ্ধিহে কৰিছে। এতিয়া দায়িত্ব হ'ব লাগিছিল ৰমেন দাক কেনেকৈ অনুসন্ধান কৰি সঠিক সমাধান কৰা, তাকে নকৰি সাংবাদিক সকলে নানান বেবেৰি বাং প্ৰশ্ন কৰি অশান্তি বৃদ্ধি কৰা পৰলক্ষিত হৈছে। মই বুজিছো খঙৰ ভমকত কথাখিন কৈছে। এনেকুৱা পৰিবেশত ঘৰখন তথা বাকী সদস্য সকলৰ অৱস্থাটো তেতিয়াহে বুজিব যেতিয়া তেওঁৰ ঘৰত এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব ।

  • @deepdekamix5180
    @deepdekamix5180 Місяць тому +21

    এইজনী আৰু ওপৰত দেখোন

  • @bhabaniborah2779
    @bhabaniborah2779 Місяць тому +8

    আপানাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়া |

  • @padmadhartalukdar8047
    @padmadhartalukdar8047 Місяць тому +8

    আপোনালোকক কোনে জানে। আমি ৰমেন বৰুৱা, দ্বীপেন বৰুৱাকহে জানো।

  • @prarinitasaikia4380
    @prarinitasaikia4380 Місяць тому +36

    এইগৰাকী দেখোন আৰু বেছি।

  • @pronitagohain5987
    @pronitagohain5987 Місяць тому +1

    ৰমেন বৰুৱাদেৱ আৰু দ্বিপেন বৰুৱাদেৱে অতিবাহিত কৰা দিনবোৰৰ কথা জানিব পাৰি অত্যন্ত দুখ পাইছোঁ।

  • @AnnadaDevi-dq9qw
    @AnnadaDevi-dq9qw Місяць тому +4

    বৰজেন বৰুৱৰ নাম ভুবাই দিছে অহমকাৰী জীয়েকে। মানুজন নাই দুখ নই। দপদপনিহে বেছি। 😊

  • @JiaurRahman-yj1dg
    @JiaurRahman-yj1dg Місяць тому +16

    এও জৰিত থাকিব পাৰে'

  • @litulgogoi5889
    @litulgogoi5889 Місяць тому +8

    এওঁৰ ওপৰতো সন্দেহ আছে৷ককালত কোব খোৱা সাপৰ দৰে ফেপেৰি পাতি ধৰিছে যে?দেউতাকহতঁৰ গুন গৰীমাত এওঁলোক পথচ্যুত৷মাত্ৰ এটা লেবেল ইহঁতৰ৷তাৰ বাদে মূৰত একো নাই৷কথাতেই বুজা যায়৷

    • @boonsaikia8526
      @boonsaikia8526 Місяць тому +1

      Aijoniro bapekor bhag ase taire bhayek ketiyabai moril ,aru biya bahut agote sotialoi hoisil Guwahatit thake buli janu.

  • @debajanibaruah3105
    @debajanibaruah3105 Місяць тому +13

    বাপৰে এইজনি চোন আৰু ওপৰত ।সাংবাদিকক অপমান কৰাতো সহ্য কৰিব নোৱাৰো ।বা আপুনি বেচি দেখাইচে নেকি ।অসমীয়াক গালি দিচে সকলোকে গালি দিচে কিন্তু নিজৰ ভূলতো স্বীকাৰ নকৰে ।আপোনাক ৰাইজে চাই আছে অলপ সন্মান ৰাখী কথা কওক ।বৰুৱা চাৰ নোহোৱা হোৱাতো আমাৰ কাৰনে অতি দুখৰ হৈ পৰিচে তেখেত ভালে থাকক

  • @pratuldas6125
    @pratuldas6125 Місяць тому +7

    The two sisters made conspiracy to occupy the property . Her uncle missing, but she is answering with smile .

    • @boonsaikia8526
      @boonsaikia8526 Місяць тому +1

      Ramendak dui jonie manosik kosto diya jen pao.

  • @minakshiborgohain7378
    @minakshiborgohain7378 Місяць тому +21

    মানুহে আত্মজাহ ‌ কৰিব লগীয়া কৈ খুট- খাট থাকে....!!!! আচৰিত ‌ atitude..😮

    • @minakshiborgohain7378
      @minakshiborgohain7378 Місяць тому +4

      এখন ঘৰৰ খুট-খাট ‌হা মদাহী মাইকীৰ অত্যাচাৰ আৰু আত্মজাহ..!!! এয়া কি খুট -খাট...????!!!!পৃথিৱীয়ে জানিছে ‌ এতিয়াও লাজ লগা নাই... আৰু কি ঢাকিবলৈ বাকী...!!অভ্যভ্য আচৰণ ঘৰত মানুহ যাব নিবিচাৰে মানুহে ঘিন কৰো বুলি কৈছে সেইবিলাক উত্তৰ কোনে দিব মেদাম....!! মিডিয়াৰ ওপৰত ফায়াৰ হৈ কি পাব সেই মদাহী জনীক প্ৰশ্ন কৰিব লাগিব আপুনি চেষ্টা কৰিও সত্য ঢাকি ৰাখিব নোৱাৰে কিন্তু...!!

    • @anilgoswami2238
      @anilgoswami2238 Місяць тому

      @@minakshiborgohain7378 মদেই (সোমৰস) কাল হ'ল !!!!!!!!!!!

  • @bharatibarkataki7592
    @bharatibarkataki7592 Місяць тому +6

    বাঃ খুট খাটত মানুহ ঘৰৰ পৰা নোহোৱা হৈ গ’ল ৷ ইমান নাম থকা পৰিয়ালৰ এইগৰাকী হেনো ভদ্ৰ মহিলা , চিঃ চিঃ লাজ লাগিব লাগে কেনেকুৱা ব্যৱহাৰ ৷ দুয়োগৰাকীয়েই পৰিয়ালৰ কলঙ্ক যেন লাগিছে ৷

  • @anukulrabha5766
    @anukulrabha5766 Місяць тому +4

    আই ঐ , এই জনীৰ যিহে গৰম । পৰিয়ালত গৰমা গৰম থকাটো এইজনীৰ কথা- বতৰাই প্ৰমান দিয়ে ।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Місяць тому +15

    বাইদেউ, যদিহে বেছ নাই অতনো ভূঞাৰ ওপৰত কেছ দিয়া নাই কিয়।। আপুনি ব্ৰজেন বৰুৱাৰ জী ।। আজিৰ দিনটোত এনেকৈ কথা কয় নেকি,,,

  • @juriphukan7311
    @juriphukan7311 Місяць тому +3

    Atanu Bhuyan is a good reporter.I think he has sufficient evidence to prepare a report.Khut khat laage ,kintu manuh ejon khut khat laagi ulai najai ghoror pora.Like Brojen Barua ,Dipen Barua also a respectable person and he has great contribution to the Assamese culture.

  • @user-jt3gc1dl1q
    @user-jt3gc1dl1q Місяць тому +5

    আপোনাৰ ভন্টি মদাহী সেইটোৱে সঁচা। তাই মানসিক ভাবে দেউতাক ক নিৰ্যাতন চলাই ছিল ।

  • @anjanborah-5069
    @anjanborah-5069 Місяць тому +24

    এই কেইগৰাকীৰ ব্যৱহাৰ চাই গীতিকাৰ সুৰকাৰ গায়ক কেইজনৰ অৱস্থা অনুমেয় 😂

  • @reemaborthakur1490
    @reemaborthakur1490 Місяць тому +3

    বুজি লো দুয়ো গৰাকী প্ৰতিভাবান

  • @balindutta-ol5gf
    @balindutta-ol5gf Місяць тому +8

    Apunar beybohare apunar porisoi

  • @rameshdeka6603
    @rameshdeka6603 Місяць тому +7

    Taio lag ase

  • @nikunjasaikiasaikia4041
    @nikunjasaikiasaikia4041 Місяць тому

    ৰমেন বৰুৱা জীয়াই থাকোতে এই সকল মানুহে বিচাৰ লৈছিলনে নাই।

  • @merinabora8431
    @merinabora8431 Місяць тому +1

    সৰু-সুৰা খুটখাট লাগিলে মানুহ ঘৰৰ পৰা ওলাই গৈ উভতি নহাকৈ নাথাকে বাইদেউ। আৰু আপোনাৰ ব্যৱহাৰ দেখি নালাগিল যে আপুনি ব্ৰজেন বৰুৱা দেবৰ দৰে এগৰাকুী সংস্কৃতিবান পৰিয়ালৰ ছোৱালী

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f Місяць тому +7

    কৃষ্ণ কৃষ্ণ

  • @user-sr7zh4pv1p
    @user-sr7zh4pv1p Місяць тому +5

    Aponaro kijani flat banoar bahut issa asil bideu

    • @boonsaikia8526
      @boonsaikia8526 Місяць тому +3

      Main kothatu hoise 2 joniye flat bonuwa tu bisare bapek khurake jiyai thoka loike dibo khuja nasil.

    • @user-sr7zh4pv1p
      @user-sr7zh4pv1p Місяць тому

      @@boonsaikia8526 yes

  • @user-gj5yw6nr9t
    @user-gj5yw6nr9t Місяць тому +1

    Duojoni alei hosa ko❤that lokai nathake. Hosa kotha ulaboi adin nohoi adin

  • @TCF573
    @TCF573 Місяць тому +6

    Who is Brojen Borua..
    Toiye tar porisoy disa akhovya 😅😅😅maiki manuh !!!!

  • @arunimadevi3932
    @arunimadevi3932 Місяць тому

    ৰমেন বৰুৱা দেৱ ক কেনেকৈ বিচাৰি উলয়াব লাগে তাৰ ওপৰত হে গুৰুত্ব বেছি দিব হে লাগে।এই পৰিস্থিতি ত কোন কিয় বিখ্যাত হৈ আছে বহুতে জানে আৰু বহুতে কম কৈ জানে ।

  • @lakhyagogoi6956
    @lakhyagogoi6956 Місяць тому +1

    Aum, shanti😢😢😢😢😢😢😢😢

    • @lakhyagogoi6956
      @lakhyagogoi6956 Місяць тому

      So nice coment😊😊😊😊😊😊😊😊😊

  • @harinarayan4801
    @harinarayan4801 Місяць тому

    Aei duijonir propertit love hoise.

  • @isfaqulhussain6078
    @isfaqulhussain6078 Місяць тому +1

    Her behaviour has exposed the fate of Ramen Barua sir

  • @arupchutia2247
    @arupchutia2247 Місяць тому +8

    Ai Jani alap gandagul ache

  • @sujatabaruahdutta6543
    @sujatabaruahdutta6543 Місяць тому

    বাপ্ ৰে . এইজনী দেখোন আৰু সাংঘাতিক বস্তু . কাৰ বা ঘৈণীয়েক . জলাই খাইছে চাগে .

  • @TCF573
    @TCF573 Місяць тому +4

    Aijonik thapo di uliai diya

  • @user-cv3rg2gy6n
    @user-cv3rg2gy6n Місяць тому +3

    Jiori ba Maiki a mod khale ghar dhangsha hoboi.

  • @boonsaikia8526
    @boonsaikia8526 Місяць тому +3

    Ramen Baruah aru dipen Baruah i ghor bhangi builderk dibo khoja nasil kintu 2 bai bhoni log lagi bhudh hoi kajiya kori thake jar karone manuh jone atori jab khujile .bhagwane bisar koribo .

  • @india1157
    @india1157 Місяць тому

    বৰ দুখৰ খবৰ !! প্ৰতিবেশীৰ ভাস্য মতে জীয়েকৰ দুৰ্ব্যৱহাৰ অসহনীয় আছিল !! সেয়েহে তেখেতক ৰক্ষা কৰিবলৈ হলে ছোৱালী জনীক immediate Arrest কৰিব লাগে !!!

  • @daijykalita6187
    @daijykalita6187 Місяць тому

    Very very very good and val

  • @kamalanamchoom9787
    @kamalanamchoom9787 Місяць тому

    Behave yourself. Base hoise .

  • @bharatibarkataki7592
    @bharatibarkataki7592 Місяць тому +1

    অ’ ৰাম ৰাম !!!

  • @Fatima_Rashid
    @Fatima_Rashid Місяць тому

    Manuh ejon naikia hei loi dukh sinta eku pirilokhito huwa nai. Hokoluye nijor safety tu loi busy Dipen Boruahr bahire.

  • @PallabiPallabi-dy7ru
    @PallabiPallabi-dy7ru Місяць тому

    ঠিকেই কৈছে বাইদেউ,

  • @achyutsarma2686
    @achyutsarma2686 Місяць тому +1

    বঢ়িয়া বাইদেও. ...ভাল উত্তৰ দিছে

  • @TrishnaPathak123
    @TrishnaPathak123 Місяць тому

    Wah দ্বীপেন বৰুৱাক কোনে আনিছে বোলে, oh ব্ৰজেন বৰুৱাক চিনি পালেহে দ্বীপেন বৰুৱাক চিনি পাব লাগিব নেকি, ইমান খং দেখাই লাভ নাই জীয়াই থকা জনকো শান্তিত থাকিব দিব যে সন্দেহ আছে😢

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4h Місяць тому +4

    Fatherok Apaman karato pap

  • @TCF573
    @TCF573 Місяць тому +3

    Manuh ata moriboloi ulale. Aru ai koi horuhura khutkhat henu??? .

  • @user-vg9zn3tc7z
    @user-vg9zn3tc7z Місяць тому

    After

  • @prativasaikia6980
    @prativasaikia6980 Місяць тому +4

    Nonsense hoi tai

  • @TCF573
    @TCF573 Місяць тому +2

    Aijonie Romendat jiyekor dolore

    • @boonsaikia8526
      @boonsaikia8526 Місяць тому +1

      Aijonie sotiar law lowa etaloi biya hoise kahanibai ,atia abostha kenekuwa najanu,

  • @AnjonaMoran-bl1dn
    @AnjonaMoran-bl1dn Місяць тому

    6:22 এইজনপ 7:22

  • @bmshiksha7600
    @bmshiksha7600 Місяць тому

    ইমান আক্ৰমণাত্মক ।

  • @handwork5438
    @handwork5438 Місяць тому +2

    brojen baruah debeu koise jiekjonier kotha

  • @rameshdeka6603
    @rameshdeka6603 Місяць тому +2

    Anedharanar maikir karane giriekhatar bipad aijanir manat dukh naineki atiahe bujilo dipan baruak aoloke val napai

  • @prativasaikia6980
    @prativasaikia6980 Місяць тому +3

    Tai Kun hoi.
    Daughterk xudhak

  • @salehahmed8813
    @salehahmed8813 Місяць тому

    Mam, apuni dekhun nijor khurak dipen borua dipen borua buli nam Kari mati ase .

  • @AmandasAman-rx5eq
    @AmandasAman-rx5eq Місяць тому

    এইয়খ ঘৰুৱা কন্দল যেন লাগিছে।তাহানিতে ঠকা দিছিল এতিয়া অভাৱ দিয়ে কিজানি।

  • @mitramahanta6049
    @mitramahanta6049 Місяць тому +4

    হে ভগবান ! 😮 কি দেখিছো ?

  • @user-iu5yu3qp9e
    @user-iu5yu3qp9e Місяць тому

    অসম চৰকাৰ আছে ৰেহাই হব

  • @user-dr3dc9tm1d
    @user-dr3dc9tm1d Місяць тому

    সম্পত্তিৰ কাজিয়া | বেছেৰা দ্বীপেন বৰুৱাটো মাজত সোমাই মাৰিল | ইহঁতে তেখেতৰ অপমান কৰি মাটিঘৰ লব |

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i Місяць тому +1

    Ai bonori joni kun hoi.kihoi.kor hoi.

  • @chandragogoi2252
    @chandragogoi2252 Місяць тому

    থিক দিছে,বঢ়িয়া

  • @gaganborah8907
    @gaganborah8907 Місяць тому +2

    No comment but 😳😳😳🙄🙄🙄

  • @Nani_712
    @Nani_712 Місяць тому

    এজন মানুহ নাইকীয়া হৈছে ।তেওৰ প্ৰতি কোনো আনুগত্যই নাই দেখোন ।হায় হায় ।

  • @sarbanandagogoi6549
    @sarbanandagogoi6549 Місяць тому

    ব্ৰজেন বৰুৱাৰ কন্যাই ৰিপতাক দূব্যৱহাৰ কৰা দেখা গল।

  • @kambamdevi5573
    @kambamdevi5573 Місяць тому

    Aibilak bulay nijor suwali

  • @technicalvideo186
    @technicalvideo186 Місяць тому +2

    এই জনিয়ে ও মদ খাই তাইৰ লগত ভালকৈ কেইছাত মান দিব লাগিছিল

  • @ushadas1841
    @ushadas1841 Місяць тому

    দুই জনীৰ বেছি হৈছে

  • @ashimphukanassam1358
    @ashimphukanassam1358 Місяць тому +1

    একো নজনাকৈ ইমান খং কৰাৰ কাৰণ কি বাইদেউ 😊

  • @muninbkborgohain3391
    @muninbkborgohain3391 Місяць тому

    Baidew , thik koise, Akhomar hangbadikburor lajnai

  • @user-xx5ue8rv6j
    @user-xx5ue8rv6j Місяць тому

    Bojen nohoi ramen

  • @user-bq8zt9yp6g
    @user-bq8zt9yp6g Місяць тому

    উৰহী গছৰ শিপা উলিওৱা সহজ কঠা নহয় কিন্তু।

  • @AmandasAman-rx5eq
    @AmandasAman-rx5eq Місяць тому

    আপুনি খংৰ পৰিচয় দিলে ,দুখৰ আভাস নিদিলে কিন্তু

  • @jagadishkaibarta474
    @jagadishkaibarta474 Місяць тому

    বাইদেউ হৱ দিয়ক বুমটো হলেই হল

  • @bhargabteron5229
    @bhargabteron5229 Місяць тому +1

    Jiykor karony ulai goise
    Kothate koi vator tita khbo pari kintu mator tita khbo nuari buli

  • @vitalikashyap1677
    @vitalikashyap1677 Місяць тому

    kiman jure siyoro oi

  • @oxomormusic4453
    @oxomormusic4453 Місяць тому

    Kiba eta to ase .

  • @rameshdeka6603
    @rameshdeka6603 Місяць тому +1

    Aijan kon ako kihar sartha

  • @molinadas9009
    @molinadas9009 Місяць тому

    Ekekhinike koi aase j natun kiba khobor thakile kobo

  • @rajuborah683
    @rajuborah683 Місяць тому

    Duijoniye modkhai

  • @moinasaikia2253
    @moinasaikia2253 Місяць тому +1

    manuhjoni khob avadra dei

  • @dgitumoni5808
    @dgitumoni5808 Місяць тому

    Apnr chare tre manuhe janise

  • @bipulborah2193
    @bipulborah2193 Місяць тому

    আচলতে দুইজনী বদমাচ, বাপেক হেৰাই গ'ল,অলপো আবেগিক নহ'ল।হাট ডাঙি কঠা কোৱা জনীক ভাল দৰে জেৰা কৰিব লাগে।

  • @HafizurRahman-yf4uq
    @HafizurRahman-yf4uq Місяць тому

    Khut khatot deutak ghoror pora ulaii najai .ejon manuhe bohut dukh palehe ene kore.

  • @mamonisaikia39
    @mamonisaikia39 Місяць тому

    লাজ লগা কথা

  • @arupdas8897
    @arupdas8897 Місяць тому

    Police usarat case dise jathesta akou khang raaag kari sangbadikak uttar nidi gaali pari ki karise aru rahashyaloi casetu theli dise

  • @ArunBoruah413
    @ArunBoruah413 Місяць тому

    এই জনী অহংকাৰী

  • @user-ol3sr5iw1c
    @user-ol3sr5iw1c Місяць тому

    Ai dujonie mein,valdore jera korile hokolu anuser ulaboi,emn ahongkari aijoni.emn Gali dise ,jiekok Kyo mat maribole hubidha diya ni,broken boruah dangoria jekok maticile nki pollicee.tai Kyo feperi patio ase....rate rohoissyo lukai ase.......

  • @user-yk5gf8pi7q
    @user-yk5gf8pi7q Місяць тому

    কিহৰ শিক্ষক আপুনি

  • @babluray5831
    @babluray5831 Місяць тому

    Ai duijine manokhik kosto dse..haikrne aji ai din ahise sage..ai duijonik hasti diok..jailt humai thok.

  • @santonugogoi
    @santonugogoi Місяць тому

    Aii Ki joni akeloge mall khai sage😶

  • @rupoma70027
    @rupoma70027 Місяць тому +2

    Upror maal aei joni akebre

  • @AbinashDas-wf2rl
    @AbinashDas-wf2rl Місяць тому +1

    Apuni ki jne

  • @IsmailHussain-rb2gd
    @IsmailHussain-rb2gd Місяць тому

    Mohilagoraki r xong xini dexuale kintu eyar agot reporter a ki khudhisil xeixini dexale bujat xubidha hol hoi

  • @khunsengaxom3797
    @khunsengaxom3797 Місяць тому

    Olp kheli meli lagise kthabur huni