ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ সন্দৰ্ভত তেওঁৰ ভাই বোৱাৰী আৰু ভতিজা মনানী বেজবৰুৱাৰ মন্তব্য

Поділитися
Вставка
  • Опубліковано 18 жов 2024

КОМЕНТАРІ • 64

  • @Grbora94953
    @Grbora94953 2 місяці тому +64

    নিজে নিজৰ কাম কৰেনে কৰিবলৈ বাধ্য কৰে। জীয়ৰি বোৱাৰীয়ে গিজগিজাই থকা ঘৰখনত নাটিলৈকে টিফিন বনাব লগা হোৱাটো অতি লজ্জ্বাজনক।

  • @ashasarmahkataki2239
    @ashasarmahkataki2239 2 місяці тому +12

    ৰমেন দা য’তে আছে সুস্থ শৰীৰে উভতি আহক৷ তাৰেই কামনা কৰিলোঁ৷🙏

  • @ramentalukdar7624
    @ramentalukdar7624 2 місяці тому +49

    জীয়েকক বছাব চেষ্টা কৰি থকা হৈছে পৰিয়ালৰ ফালৰ পৰা।

  • @manjulaborah1351
    @manjulaborah1351 2 місяці тому +10

    এশ গৰু মাৰিলে বাঘৰো মৃত্যু, সঁচা কথা এদিন ওলাবই,ভগৱানৰ বিচাৰ আছে নহয়,এই পৃথিৱীত কোনো সাৰি যাব নোৱাৰে, ঘটনাটো কিন্তু বহুত দূখ লগা,কাৰো লগত এনে হব নালাগে 😢😮

  • @NKMedia-d6k
    @NKMedia-d6k 2 місяці тому +57

    লাজ নাপাই নে জীয়ৰী গৰাকীয়ে
    এই বয়সত দেউতাকক নিজৰ কাম তেখেতক নিজে কৰিব দিয়ে
    এই জীয়েক জনীক বৃদ্ধ অবস্থাতো ৰমেন বৰুৱা দেৱে খাদ্য প্ৰস্তুত কৰি দিব লাগে

    • @living345
      @living345 2 місяці тому +1

      Apunar Ghoror bixaye alop kouk at first.

    • @MumiiBora
      @MumiiBora 2 місяці тому

      Aijoni ki giriakir pora kheda khai deutakok jala di ase

    • @UddipanGuitars
      @UddipanGuitars 2 місяці тому

      Tohoti kajia lagisili noo?

  • @papulhazarikapapulhazarika4024
    @papulhazarikapapulhazarika4024 2 місяці тому +19

    এজন দেউতাকৰ এজনী কন্যাৰ প্ৰতি কিমান মৰম সকলোৱে নিশ্চয় জানে..এই বয়সত এগৰাকী দাইভছ লোৱা জীয়েকক brackfast বনাই দিব লাগে...

  • @jintudas4135
    @jintudas4135 2 місяці тому +11

    আৰু যিজন builder এ flat বনাবৰ কাৰণে হেচা দি আছিলে তাকো এবাৰ সোধ পোচ কৰিব লাগে পুলিচে

  • @janardanbora2803
    @janardanbora2803 2 місяці тому +14

    জীয়েকৰ বাবে এই পথ বিচাৰি ললে চাগে কিমান আৰু ভিতৰি ভিতৰি যন্তনা ভোগ কৰি থাকিব তেওঁ

    • @mithunath3706
      @mithunath3706 2 місяці тому

      Apunar agot ghr thone sawok sun ki ki hoi ase Apune Romen Sir or ghar khobor kotha cinta koribo nalage....

    • @janardanbora2803
      @janardanbora2803 2 місяці тому +1

      @@mithunath3706 নিউজত যি ওলাইছে তাক লৈ হে কথা টো কৈছোঁ কিয় আপুনি মাত মাতিছে তেন্তে মাজত হুমাই

  • @hiteshdeka5444
    @hiteshdeka5444 2 місяці тому +25

    জীয়েক জনি ৰাতি ঘৰত আছিল নে নাই কত গৈছিল?

  • @orh2649
    @orh2649 2 місяці тому +9

    কোনো ছোৱালী এ ইমান বুঢ়া দেউতাক জনক কাম কৰিবলৈ নিদিয়ে হেৰৌ,, কিমান বাধ্যত পৰি কৰিছে,,,, এইবোৰ চব সম্পত্তি ৰ খেল,,,, পইছা ৰ ভাগ চবেই পাব লাগিব টো ,, এতিয়া সেইবাবে মদাহী জনীক বছাইছে

  • @KabitaGoswami-y1u
    @KabitaGoswami-y1u 2 місяці тому +4

    পৰিয়ালৰ প্ৰায় আটাইখিনি মানুহ জঢ়িত হৈ থকা যেন লাগে,,,

  • @mamonisaikia39
    @mamonisaikia39 2 місяці тому +15

    কথা খিনি কওতে কিয় হাহি হাহি কয়। দূখ লগাৰ চিন নহয়।

  • @Pradu326
    @Pradu326 2 місяці тому +12

    সাংবাদিকক ইমান বেয়াকৈ কোৱা মানুহ গৰাকীক গুৱাহাটীৰ সাংবাদিক সোপাই এটাও প্ৰশ্ন নকৰিলে ? আকৌ তাইকে সাক্ষাৎকাৰ লব যায় ৷ কিয় নিশ্চুপ চেনেলৰ বৰমূৰীয়াসকল ?

  • @deepdekamix5180
    @deepdekamix5180 2 місяці тому +2

    ইয়াৰ পৰা বুজিব পাৰিছো পৰিয়ালত সম্পত্তি টনা অযোৰ চলি আছে ..

  • @KabitaGoswami-y1u
    @KabitaGoswami-y1u 2 місяці тому +3

    নিশ্চয় ছোৱালী জনীয়ে বহুত বেছি আঘাট দিছে চাগে

  • @PoragHazarika-lj6dx
    @PoragHazarika-lj6dx 2 місяці тому +1

    সঁচা কথা কৈ দিয়ক নহ'লে এই জনীয়ে আপোনাকো এদিন খেদিব

  • @DaisyRabhaDaisyRabha
    @DaisyRabhaDaisyRabha 2 місяці тому +1

    কথাবোৰ যিমানেই নকক কিয় মানুহে বুজি নোপোৱা নহয় চকুমুখ কথাকোৱা ধৰনবোৰে কয় পৰিয়ালটোক যাতে ভাল কয় কি কামত নলগা বাতৰি প্ৰচাৰ কৰি থাকে

  • @S.M.8439
    @S.M.8439 2 місяці тому +13

    খং কৰি জগত জিনিব নোৱাৰি।

  • @ruskinarehman3635
    @ruskinarehman3635 2 місяці тому +1

    ❤❤❤❤❤

  • @ManabjyotiSarmah-hl5yh
    @ManabjyotiSarmah-hl5yh 2 місяці тому +7

    বুজি পোৱা নাই ইমান দুখৰ সময়ত কিয় কথা কওতে মুখত হাঁহি।

  • @suravibhagowati9915
    @suravibhagowati9915 2 місяці тому

    জীয়েক জনীয়ে এতিয়াও দেউতাকে বনাই দিয়া আহাৰ খায়?!! আচৰিত!!‌দেউতাকৰ বয়স ৮৬বছৰ। দ্বীপেন দাৰ পাছত পাছৰ প্ৰজন্মক আমি চিনিয়েই নাপাওঁ। সংস্কৃতিৰ পথাৰখনতো দেখা নাই। ৰমেন বৰুৱা নোহোৱা হৈ যেন বহু কথাই কৈ গ'ল।

  • @popular321
    @popular321 2 місяці тому +1

    Spre gang r newsto Prasar karibalai dukh lagise neki

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 2 місяці тому

    সকলোয়ে কয়।সাংকৃতিবান পৰিয়াল।মই দৃহটাৰে কও এয়া নটৰিয়াছ পৰিয়ালহে।

  • @axomiabuwari
    @axomiabuwari 2 місяці тому

    😢😢

  • @smritirekhasaikia6119
    @smritirekhasaikia6119 2 місяці тому

    তেখেত সুস্থ হৈ ঘূৰি আহক

  • @BhupenBhuyan-r4j
    @BhupenBhuyan-r4j 2 місяці тому +5

    DAINI JONIR BHOYAT MESA KE KOISE

  • @prarinitasaikia4380
    @prarinitasaikia4380 2 місяці тому

    ছোৱালী জনীয়ে বনাই খোৱা লাগে নে দেউতাকে বনাই খোৱাব লাগে কেনেকুৱা ছোৱালী দেউতাক চাকৰ নেকি।

  • @nilimakalita7018
    @nilimakalita7018 2 місяці тому +1

    Jadi aponaloke hasa koise thik ase kinto jadi krobar pakhya loi koise tente Ramen Baroah r prati annyai kara haba

  • @UpenDeka-he8hc
    @UpenDeka-he8hc 2 місяці тому

    ইহতৰ কাৰনে চেৰেপ যোগাৰ হৈছেনে ?

  • @PoragHazarika-lj6dx
    @PoragHazarika-lj6dx 2 місяці тому +1

    ইফালে শিক্ষকতা কৰে বোলে 😅

  • @bijoyahazarika9909
    @bijoyahazarika9909 2 місяці тому

    All family members r involved in this incident n trying to save d culprit girl

  • @junamonichutia1403
    @junamonichutia1403 2 місяці тому

    আনৰ ঘৰৰ উপৰত আঙুলি তুলা টো ভুল। মানুহ বোৰৰ।

  • @smritigogoi3492
    @smritigogoi3492 2 місяці тому +3

    Mitha kotha burot tita assa

  • @minakshisaikia2672
    @minakshisaikia2672 2 місяці тому +1

    Manuh jimanei byasta nohouk kiya bridh ajan atmiak kh khabar lobaa lage parialor xakale. Sampatti khel nen lagise vatijak janie hahi hahi kotha koi ase dukhar sin nai

  • @PoragHazarika-lj6dx
    @PoragHazarika-lj6dx 2 місяці тому

    কেনুকুৱা ছোৱালী এইজনী,,লাজ নাই থুই কেলা

  • @AshimKalita-r2e
    @AshimKalita-r2e 2 місяці тому +1

    নিজৰ মতাক এৰা জনে বাপেকৰ বাল ভাল চিন্তা কৰিব।

  • @Meghali369
    @Meghali369 2 місяці тому

    Ji ye nokauk kio jiyek asil,aru deutakor ai obostha 😢😢😢😢

  • @nilishaika5262
    @nilishaika5262 2 місяці тому

    Aasrom hordikh. Ghor... Huni. Bhal. Palu moi

  • @BiplobhatiBaruah
    @BiplobhatiBaruah 2 місяці тому +1

    সাঙবাদিক কেইটাই বিছাৰিছিলনে হেৰুৱা সন্ধানত বৰুৱা দেৱক।কানতলীয়া চৰ দিব সাঙবাদিক কেইটাক।

  • @RamenDas-d1p
    @RamenDas-d1p 2 місяці тому

    Brekfast 80years deutske Kariba lage ne soalijanie Kariba lage that means ki bujaise.

  • @molinadas9009
    @molinadas9009 2 місяці тому

    Imanbur Kam kori bonua bason dhua kapur dhua ..ei buha manuh jon ki j abostha ..nepai dei ..taku jiyekok mukhor Aagot khua bua dibo Lage.
    Tenekei hole manuh ulai nohoi ki koribo..jiyak thakute ei abostha
    Somajot koi loratu koi sualie deutakok Sai. Kintu lorar val dekhisu..dei.

  • @joysingh2414
    @joysingh2414 2 місяці тому +1

    Ye Bhai buare bur agat ye khan ghar ahe ne hudha sun repoter ne aji nuare he ye ghar loi ahese.. ye bhitiji Joni bar danger mukh khan ase buli jiyai ase dei..

  • @agrimsaikia6539
    @agrimsaikia6539 2 місяці тому

    0

  • @FarbinSultana-sq7lg
    @FarbinSultana-sq7lg 2 місяці тому

    Xokulure kotha bur beleg beleg hoise

  • @minakshisaikia2672
    @minakshisaikia2672 2 місяці тому

    Kotha koise 80 bosariya bridha ptrie jiekak breakfast bona die. Kijani baidhat pori kora

  • @bornilbora7467
    @bornilbora7467 2 місяці тому +4

    ENGLISH Kalai manuh mahan hoi najai Baideo. Apuni Utsha bisarise nahoi sei Utsha hoise Drink Kara ultra modern mahila garaki.