RAM BONABAKHE BY LULUMONI DAS/ কিৰণ শইকীয়া খুড়ীৰ সোঁৱৰণত/ DIHANAM / ৰাম বনবাসে কণ্ঠ লুলুমনি দাস
Вставка
- Опубліковано 3 жов 2024
- মোক সদায়ে অনুপেৰণা দিয়া মোৰ খুড়ী প্ৰয়াত কিৰণ শইকীয়াৰ সোঁৱৰণত।
ৰাম বনবাসে কণ্ঠ লুলুমনি দাস আৰু সংগী বৃন্দ।
কথা :- দিপ্তিৰেখা
সুৰ:-লুলুমনি দাস।
সংগী সকল বুলবুলি শৰ্মা , ৰীমা পটঙীয়া, সীমা শইকীয়া, ঝৰনা শইকীয়া, অঞ্জু কটকী,
বাদ্য যন্ত্ৰত:-
নেগেৰা:- হিৰামনি দত্ত।
খোল:-বিশ্বজিৎ চুতীয়া
বাঁহী:-এলেন বুঢ়াগোহাঁই
তাল:-অঙ্কুৰ কেওঁত
বিনা অনুমতিত এই নাম অথবা গীত সমূহৰ Audio আৰু Video যিকোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । কেৱল এই Video টোৰ UA-cam ৰ লিংকটোহে প্ৰচাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ল। যোগাযোগৰ ফোন নম্বৰ :- 9101661059
#dihanam
#Lulumoni_Das
#Devotional_Song - Розваги
অতিশয় সুন্দৰ কৃষ্ণ❤❤
Hundor Lulu..
সূন্দৰ হৈছে বাইদেউ।
লুলুমনি বাইদেউ , সুন্দৰ | সকলোলৈ আন্তৰিক শুভেচ্ছা থাকিল | দুজনা গুৰু ( শংকৰদেৱ আৰু মাধৱদেৱ ) সন্তোষ লভি আশিষ কৰক |
ইমান ভাল লাগিল শুনি ভাষা নাই। সকলো সুন্দৰ হৈছে 🙏 কৃষ্ণ
সুন্দৰ লুলুমনি বা ❤❤
অতিশয় সুন্দৰ হৈছে
Bhut bhut vhal lagil... Krishan
বাদ্যযন্ত্ৰ অতি সুন্দৰ ❤
Oti sundor kontho.. agoloyu suniboloy pam buli asa thakil
সুন্দৰ হৈছে বা । নামভাগ শুনি বৰ ভাল লাগিল
Alen tur bahi xosai xunie thakim jn.....💞💞💞
সুন্দৰ হৈছে
Dhuniya ba
বৰ সুন্দৰ ভাল লাগিল দিহা নামটো
ভাল হৈছে
সুন্দৰ কন্ঠৰ মাহী, বহুত ভাল লাগিল শুনি।অংশ গ্ৰহণ কৰা সকলোকে সুন্দৰ লাগিল। আৰু আগবাহক ঈশ্বৰে আশীৰ্বাদৰ কৰক,,❤️❤️❤️🙏🙏🙏।
অতি সুন্দৰ |
বহুত সুন্দৰ হৈছে অঅ ৰাম জয় হৰি
ভগৱানে আৰু কৃপা কৰক। বহুত ভাল হৈছে।
Xundor... Channel tur friend moi...bohut bohut xubheishya...💕💕💕💕💕👍👍👍👍👍
Bor dhuniya lagise
Bohut dhunia lagise dei
Ram Ram Jai shree Krishna hare Krishna 🙏🙏🙏🙏🙏
Namvag huni val lagil.. Krishna 🙏
সুন্দৰ
খুবেই ভাল লাগিল।। সুন্দৰ। ।
Vary. Vary. Good
বহুত ধুনীয়া
খুব ভাল লাগিল
বহুত সুন্দৰ হৈছে 🙏🙏
ৰাতিপুৱাৰ সময়ত এনেকুৱা সুমধুৰ কণ্ঠৰ মনপৰশা ভক্তিমূলক গীতে গোটেই দিনটো সাৰ পানী জগায়।
খুবেই ভাল লাগিলে 🌹💕🥰
বাইদেউ আপুনাৰ কণ্ঠত মুগ্ধলো অতি সুন্দৰ অন্তৰ চুইগ'ল কৃত্তনটি" পিছে এটা কথা কও বেয়া নাপাইযাতে নাগাৰা বাদক জনলৈ এটি অনুৰুধ যেতিয়া খ"চাপৰি পৰাৰ সময়ত নাগাৰা সব্দ খ"কতিয়াকৈ নাগাৰাত কুব পৰা নাই" আগলৈ আৰু ভাল কৃত্তৰ্ন শুনা পাম বুলি আশা থাকিল ধন্যবাদ ।
Very nice ♥️♥️
সুন্দৰ পৰিবেশন ভাল লাগিল
সঁচাকৈ দিহানামটি অতি সুমধুৰ কণ্ঠত পৰিৱেশন কৰিছে।। তেখেতৰ চৰণত হৰণ লৈছোঁ 💗🌍🤘🌈
অতি সুন্দৰ হৈছে আন্তৰিক শুভেচ্ছা থাকিল।
Krishna krishna ... xundor gayaki dei xokoluke val lagise 🙏
সুন্দৰ।
Apunakhabak,,,, par bhuya,,,, kipakarak,,,,,,, ✌✌✌✌✌
বৰ ধুনীয়া হৈছে সখী
Aru dibo ram bonabakhor nam bohut val lagil
Beautiful ❤❤❤❤
Nice ❤
My favorite
Awesome 👍
Dhunniya . Tafique ,guwahati
Beautiful ❤️❤️👌
অতি সুন্দৰ,,,👌
Bhal lagil huni...❤️❤️❤️
🙏🙏🙏কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম 🙏🙏🙏
Bahut val lagil apunak log Pai🙏🌹❤️💘
Huni bout bhal lagil.
Val lagel xuni Ram 🙏🙏🙏Ram
Bhaal hoise Thanks
very nice
সুন্দৰ বা
🙏🏻🙏🏻🙏🏻
🙏🙏
Bhal lagil xuni.
🙏
🙏🏻
❤❤❤❤😂
❤️❤️💞❤️❤️
অংশ গ্ৰহণ কৰা সকলোলৈকে আন্তৰিক অভিনন্দন
Sundar gaise
Sabote eketa sur
Sob nam eketa sur
Nuhunibo nasabo moi sabole jur kora nai nohoy ekta xur moi 100 bar gabo paru mur kotha
🙏🙏🙏🙏🙏🙏🙏
Aru dibo rama diha nam
Hur etahe janani
Etahe janu baru apunar ki hol nasalei hol
সুন্দৰ হৈছে
সুন্দৰ লাগিল
সুন্দৰ হৈছে