মহাদেৱ শিৱৰ নাম || DAKHYA JAGYA || দক্ষ যজ্ঞ || BY LULUMONI DAS || Contact- 9101661059
Вставка
- Опубліковано 4 жов 2024
- নেগেৰা : হীৰামনি দত্ত।
খোল : বিশ্বজিৎ চুতীয়া।
বাঁহী : এলেন বুঢ়াগোহাঁই।
তাল : অংকুৰ।
সংগী সকল ক্ৰমে : বুলবুলি শৰ্মা, সীমা শইকীয়া,ঝৰণা শইকীয়া, ৰীমা পটঙগীয়া।
বিনা অনুমতিত এই নাম অথবা গীত সমূহৰ Audio আৰু Video যিকোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । কেৱল এই Video টোৰ UA-cam ৰ লিংকটোহে প্ৰচাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ল। যোগাযোগৰ ফোন নম্বৰ :- 9101661059
#dihanam
#Lulumoni_Das
#Devotional_Song
বৰ সুন্দৰ হৈছে লুলু । আৰু আগবাঢ়ি যাবলৈ শূভকামনা জনালোঁ।
বৰ সুন্দৰ দেই 🙏
অতি সুন্দৰ বাইদেউ কৃষ্ণ প্ৰভূ কৃপা কৰিব
Xuni Val lagil krisna
Bahut dhunia hoise
Khub hundor hoise baidew ❤
Bohut dhunia hoise🙏🙏🙏
অতি সুন্দৰ হৰি নাম বৰ ধুনীয়া হৈছে বহুত বহুত ভাল লাগিল 🙏🙏🙏
ভাল লাগিল
বৰ সুন্দৰ , ভাল লগিল শুনি ( সুপ্ৰভাত )
Vary good
Xundor voice.......baidew
Bor dhuniya hoise pehi
সুন্দৰ ❤
লুলু মণি বাইদেউ, আপোনালোকৰ কন্ঠ সুন্দৰ। ভাল লাগিছে শুনি আপ্লুত মই।ভগৱানে মঙ্গল কৰক।
সুন্দৰ, বৰ ভাল লাগিল শুনি
ভাল লাগিল ।
Bar dhunia hoise
অ বাইদেউ ;আপোনাৰ নামভাগি মই বহুত বাৰ শুনিছোঁ ।মনটো বেয়া লাগিলেই এইভাগি শুনিবলৈ চেষ্টা কৰোঁ ।আপোনাৰ কণ্ঠ আৰু ভঙ্গিমা অতি সুন্দৰ ।বাকী সকলৰো মাত অতি সুন্দৰ ।বাদ্যসংঙ্গত কৰা সকলো বহুত ভাল লাগিছে ।
বৰ ভাল লাগিল শুনি
সুন্দৰ
Bor.dhunia.hosa
বাইদেউ আপোনাৰ পতি সাৰ নাম শুনি ভাল লাগিল আৰু আপোনাৰ মাত বর শুৱ্লা আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো।
খুব সুন্দর লাগলো 🙏🙏 আমিতো আপনাদের ভাষা অতটা বুঝিনা ।
তায় কিছুটা বুঝে , এবং সুর টা খুব ভালো লাগলো ।
আপনি তো পিছনে ছিলেন ! খুব ভালো কীর্তন 🌹🌹
Thank you so much
Bohut val lagil xuni mahi
অতি সুন্দৰ, কৃষ্ণ কৃষ্ণ 👌👍🙏🙏
Val lagil 👌👌👌
বহুত ভাল লাগিল
ভাল লাগিল বাইদেউ নাম ভাগ শুনি
ধন্যবাদ জনালো
ধুনীয়া লাগিছে
Dhuniya🙏
Xundor 😍🙏🙏
Dhuniya lagise
Val lgil pehi❤️
Very nice.go forward.
bohut dhunia hoise...antor sui goise🙏🙏🙏🙏🙏🙏🙏
দক্ষ যজ্ঞ নাম ভাগি শুনি যথেষ্ট ভাল লাগিল ভগৱন্তই আৰু শক্তি প্ৰদান কৰক ।
𝑝𝑝𝑝𝑝𝑝
ভাল লাগিল
কৃষ্ণ কৃষ্ণ , অশেষ ধন্যবাদ।
জয়হৌ ভোলানাথ ,অতি সুন্দৰ।
সুন্দৰ💕💕💕
আপোনাৰ নাম বহুত ভাল লাগে
ভাল লাগিল নাম ভাগ শুনি বৌ
সুন্দৰ 🙏🙏🙏
❤❤❤❤
নাম ফাকি লিখি দিলে ভাল হব বাইদেউ। ধুনীয়া হৈছে ❤❤
কৃষ্ণ । বাইদেও আপোনাৰ কণ্ঠ আৰু কথা সুৰত আপ্লুত হৈ মোৰ তৰফৰ পৰা সহস্বকোটি প্ৰণাম জনাইছো । আশা কৰো আগন্তোক আপোনাৰ প্ৰতিভাসমূহ পাম বুলি আশা কৰিলো । কৃষ্ণ 🙏
বহুত সুন্দৰ ! তুলসী দেৱীৰ নাম দিবচোন ।
Hundar
Joybhagabanbholanathjoymaaxotipranamdoyakaraharharmahadeb
বহুত ভাল লাগিল নামভাগ শুনি।
Beautiful
বহুত সুন্দৰ হৈইছে 🙏
Oti hundor hoise bhal lagil.
Very nice voice 🌺🙏🙏🙏
ভাল হৈছে ।
বহুত ধুনীয়া লাগিছে
Bahut bahut Val lagil huni nice🎉🎉❤❤❤
Hosakoi bor xundor hoise , vogobane kushal karak.
I like ur harinaam song
অতি সুন্দৰ হৈছে
নামটো বৰ ধূনীয়া হৈছে
ভাল লাগিল শুৱলা কন্ঠ ৷
Moja
huni val lagil har har mhadeb
সুন্দৰ ভাল লাগিল নাম ভাগ
Very good
সুন্দৰ হৰি নাম ,আপোনাৰ লগত অংশগ্ৰহন কৰা সকলোলৈকে আন্তৰিক অভিনন্দন ।
Bor xundor lagil namvagi
Nice....🙏
লিখিত ৰূপত দিয়া
1st view
Krishna Krishna 🙏🙏
ইমান সুন্দৰ ,, দিহানাম বৰ ভাল লাগিল ! আন্তৰিক ~অভিনন্দন জনালোঁ ! কৃষ্ণ কৃষ্ণ🙏🙏
Beautiful your voice ❤❤❤
Khub Hundor kontha 👏👏
👍
🙏🙏🙏
লিখিত ৰূপত দিব বাইদেউ
Nice
Khub bhal hoise
❤
Excellent presentation. Pranam to all of you.
Dhuniya👏❤
Om namah shivay
খুবেই সুন্দৰ 🙏
Bhut val lagil
অতি সুন্দৰ
Mkt❤❤
🙏 dhuniya
Apunar dihanam bohut bohut val lage eimane val lage bujai kobole vaxha nai
Har Har MAHADEVA🙏🙏🙏
🙏🙏🙏🙏🙏🙏🙏
Sweet voice
Wonderful 👍👍
কৃষ্ণ কৃষ্ণ
bar.bhal.laghni
Very Very doog 🙏 🙏🙏.
🙏🏻
Har har Mahadev
সুন্দৰ কণ্ঠ Nice 🌹🌹🌹❤❤
CR
লিখিতভাবে দিব বাইদেউ মইয়ো শিকি আছো
Likhito kori nam dily xikibo paren. Nice
Xeitue
Moi bhal paoun.
Apuna lukaly bahuty dayna thkali
নামটো বহুত ভাল লাগিছে লিখিত ৰূপত দিবচোন
নিশ্চয়
Lyrics tu dbo sun baido
Dakhya jgyar 3ta dihare nam ata dibson