খিলঞ্জীয়াৰ স্বাৰ্থত হিমন্ত বিশ্ব! বিপদত কংগ্ৰেছ! || Atanu Bhuyan || Satya

Поділитися
Вставка
  • Опубліковано 2 лис 2024

КОМЕНТАРІ • 711

  • @daspiglets1866
    @daspiglets1866 Місяць тому +100

    আমি মীয়া এলেকাত বসৱাস কৰি আহিছো সৰুৰ পৰা😢butএতিয়া যদি bjp চৰকাৰ নাথাকিলে হৈ আমাৰ বসৱাস কৰা মুছকিল হল হৈ।আমি চাকৰি কৰা মানুহ bjp ৰ পৰা আমাক একো নালাগে but সুৰক্ষা হেলাগে।bjp অহাৰ পৰা আমি ভালকৈ আছো❤আগত আমাৰ কাষৰে মা ভনী বহুতকে পলুৱাই লৈ গৈছিল😢bjp অহাৰ পৰা এতিয়া সাহস কৰা নাই❤আমাত কৈ ভাল অভিগতা কাৰো নাই

    • @dhrubajyotikoch2440
      @dhrubajyotikoch2440 Місяць тому

      @@daspiglets1866 আপোনালোকে এনে দৰে অভিজ্ঞতা সমুহ ৰাইজলৈ উলিয়াই দিব লাগে। ইয়াত লাজৰ কথা একো নাই।
      বহু ৰাইজে পৰিস্থিতিৰ ভয়াবহতাৰ কথা গম পাব। বহুতে এইবোৰ কথা নাজানো।

    • @pinkugoswami7448
      @pinkugoswami7448 Місяць тому +1

      Same case bhai ...

    • @dhrubajyotikoch2440
      @dhrubajyotikoch2440 Місяць тому

      @@daspiglets1866 আপোনালোকৰ, এনে কাহিনীবোৰ ৰাইজৰ আগত প্ৰকাশ কৰক। বহুতে পৰিস্থিতিৰ ভয়াবহতাৰ কথা নাজানে। ইয়াত কোনো লাজৰ কথা নাই।

    • @Krishna12959
      @Krishna12959 Місяць тому +2

      আমাৰো একে ভাই

    • @PurnanandaBora-lp2pd
      @PurnanandaBora-lp2pd Місяць тому

      Himanta Bi
      Sha❤❤❤❤❤❤❤❤❤

  • @pjcreativemusic1742
    @pjcreativemusic1742 Місяць тому +68

    আমি সদায়েই সেইজনৰ লগতহে থাকিম যিজনে সদাই খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত কাম কৰিব

  • @MunindraDeka-v6v
    @MunindraDeka-v6v Місяць тому +107

    এই খিনি সময় হিমন্ত চৰকাৰক সমৰ্থন কৰিব লাগে মোৰ বোধেৰে। অসমীয়া জাতিটোৰ কথা আছে। এইবাৰ নোৱাৰিলে আৰু পিছলৈ ভয়াবহ পৰিস্থিতি হব। গতিকে we r support Dr. Himanta Biswa Sharma Sarkar.

    • @sanjeevnath6602
      @sanjeevnath6602 Місяць тому +4

      Right ❤

    • @madhabbora-pk1cr
      @madhabbora-pk1cr Місяць тому +4

      আপুনি বহুত গুৰুত্বপূৰ্ণ কথা কৈছে ।আমি আপোনাৰ মতত একমত

    • @samlyrics8401
      @samlyrics8401 Місяць тому +2

      Umm jijone CAA r nichina ak bhoyaboh shasti japi dile

    • @Babon391
      @Babon391 Місяць тому +1

      😡😡যি জন মূখ্যমন্ত্ৰীয়ে আমাৰ অসমীয়াৰ মূৰত জাতি ধ্বংসী বিধয়েক CAA জাপি দিলে সেইজনক কেতিয়াও সমৰ্থন নকৰো🙏🙏 এক কথাত কবলৈ গলে যাৰ মাতৃভাষা অসমীয়া তেওঁৱেই অসমীয়া ।

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      User vo9mr toi kol tol t joga kul naikia jahora puali. Toi Goru gubar gorur moot aru Bamunr vori dhua pabitra pani khai mohagyani holi tur Tezpurat vl nahoba.

  • @pabitrabarman6373
    @pabitrabarman6373 Місяць тому +6

    প্ৰথমে অতনু ভূঞা দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল দৰে বুজাই দিয়াৰ কাৰণে । Hemanta Bisha Sharma বি জে পি দলত যোগদান কৰাৰ পৰাই অসমৰ কাৰণে বহুতো ভাল কাম কৰি আহিছে। তেওঁ আৰু আগতে বি জে পি ত আহিব লাগিছিল। অসমীয়াৰ সুৰক্ষাৰ কাৰণে অসমৰ সকলো দল সংগঠনে আৰু সকলো জাতি জনজাতি সমূহে ছয় জাতিক জন জাতি কৰা তো মানি ল'ব লাগে তেতিয়া অসম খন আৰু সুৰক্ষিত হ'ব। চৰকাৰে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। তীক্ষ্ণ বুদ্ধিৰ গৰাকী হেমন্ত বিশ্ব শৰ্মা।অসম বাসী তেওঁৰ লগত যোগ দিয়া উচিত।জয় আই অসম।

  • @NareswarKalita-zp7nj
    @NareswarKalita-zp7nj Місяць тому +19

    ডঃ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ সুন্দৰ পদক্ষেপ

  • @sandhiram9574
    @sandhiram9574 Місяць тому +17

    মূখ্যমন্ত্ৰী দীৰ্ঘায়ু হওক,
    ৬ নং দফা সম্পূৰ্ণ কাৰ্য কৰী হওক ।

  • @protimaborah5325
    @protimaborah5325 Місяць тому +20

    1951 হব লাগে |এইটোৱে সত্য |🙏🏻

  • @khaninnath8389
    @khaninnath8389 Місяць тому +70

    সংবিধানৰ ছয় নং দফাটো সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰিলে ই অসমীয়া জাতিৰ বাবে সুদূৰপ্ৰসাৰী আৰু সুৰক্ষিত হ'ব।

    • @dhrubajyotikoch2440
      @dhrubajyotikoch2440 Місяць тому +4

      হয়,অসম চুক্তিৰ ৬নং দফাটো

    • @amiaxomiya5471
      @amiaxomiya5471 Місяць тому +1

      Assam accord r not constitution

  • @bishnumunda9367
    @bishnumunda9367 Місяць тому +31

    বাংলাদেশী মিঞাক চৰকাৰী দস্তাবেজ কোন লোকে দিয়ে ? কোনে সৰকাৰী দস্তাবেজ দিছে ? এই বিষয়ত CBI অনুসন্ধান হব লালে। টকাৰ লোভত ভাৰতৰ দস্তাবেজ বিদেশীক দিয়াটো দেশদ্ৰোহী কাৰ্য্য। যাৰ ফলত দেশৰ নাগৰিকক বেয়া প্ৰভাৱ পৰিছে। তাৰ পৰিণাম দেশৰ নাগৰিকে ভোগীব লগীয়া হৈছে। দেশৰ প্ৰতিও ভাবুকি আহি পৰিছে । দূৰ্নীতি পৰায়ন চৰকাৰী বিষয়া -কৰ্মচাৰীৰ ওপৰতো বুলডজাৰ চলাব লাগে ! ভাৰতীয় দস্তাবেজ কিয় ইমান দুৰ্বল ? কিয় ইমান সস্তা ? বাংলাদেশী মিঞাই ইমান সহজে ভাৰতীয় দস্তাবেজ কেনেকৈ পায় ? কিয় উদ্দেশ্যেৰে দস্তাবেজ দিয়া হয় ?

    • @pabitrabarman6373
      @pabitrabarman6373 Місяць тому +1

      आप का कमेंट मुझे बहुत अच्छा लगा है। आप ने सही कहा है। अवश्य वुलदोजार जल्द से जल्द चलना चाहिए। जय श्री सूर्य देव को।

  • @sikhadas695
    @sikhadas695 Місяць тому +10

    সকলো খিলঞ্জীয়া সংগঠন আৰু সমগ্ৰ খিলঞ্জীয়া লোক শৰ্মা চাৰৰ সহায় হওঁক। শৰ্মা চাৰৰ হাত শক্তিশালী কৰক।

  • @mintudas1211
    @mintudas1211 Місяць тому +57

    আমি হিন্দু সকল BJP লগত থাকিব লাগে

  • @bhabenduwara8069
    @bhabenduwara8069 Місяць тому +31

    খুব সুন্দৰ পদক্ষেপ

  • @ratulkrishnasarmah6432
    @ratulkrishnasarmah6432 Місяць тому +3

    বিপক্ষ মখাই অসমবাসীয়ে উচ্চশিৰে জীয়াই থকাটো নিবিচাৰে মাথোঁ সিহঁত বলিয়া হৈ আছে যেনেতেনে শাসন লাগে 😇 চি এম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচিত পদক্ষেপ লৈছে অসমৰ হেজাৰ হেজাৰ খিলঞ্জীয়াৰ সহমত আছে ❤🙏🙏🙏 আৰু অতনু ভুঞাই প্ৰকাশ কৰা বাতৰিৰ বাবে ধন্যবাদ জনালোঁ 🙏

  • @mohannath6515
    @mohannath6515 Місяць тому +75

    ড° হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ , অসমৰ সৰ্ব শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হব , যদিহে অসমত বিদেশী মুক্তি কৰিব পাৰে ? আৰু সৰ্বকালৰ বাবে বিনা প্ৰমাণ পত্ৰ অবিহনে অসমত বিদেশী থাকিব নোৱাৰে ৷

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Mohan nath toi Goru gubar goru moot aru Bamunr vori dhua pabitra pani khai khai mohsgyani holi, Tur Tezpurat vl bahoba.

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Axomia naba tahote aru kiman Dharma khalani nakora. Boidik/Arya/Brahma samaj/Hindu aru atia natubkoi Sanatan hoisa. Tahotr asol Dharma hol Bamun Dharma. Toi a Brahma, Toi a Bishnu, Toi a Indra. khilonjuak aru kiman tupi pindhabi. Sudhari ja nahole tahotr Dhubir kukuratkoi beaa gati habo.

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA Місяць тому +1

      @@mukulbaruah1833 maksusu 🍌✂️

    • @mohannath6515
      @mohannath6515 Місяць тому

      @@mukulbaruah1833 আছল মানুহৰ জাত পাত নাই , মানুহৰ স্বভাৱ চৰিত্ৰ শুদ্ধ হব লাগে , সুবিধা বাদিয়ে ধৰ্ম সলাই ফুৰে আৰু অপৰাধীবোৰে ঠাই সলাই থাকে ৷

    • @budheswarnath6516
      @budheswarnath6516 Місяць тому

      কথাৰে নহব, কাম কৰি দেখুৱাওক ; নিশ্চয় আমি অসমীয়া থাকিম তেওঁৰ লগত ; হেতালী নেখেলিব এইবাৰ.....!!!

  • @MohendraChangmai
    @MohendraChangmai Місяць тому +16

    সকলো খিলঞ্জীয়া এক গোট হ'লে চৰকাৰে উৎসাহ পাই

  • @KESHABCHANDRASAIKIA-b5z
    @KESHABCHANDRASAIKIA-b5z Місяць тому +11

    ৰাজনৈতিক স্বাৰ্থ বাদ দি অসমৰ স্বাৰ্থ, আমাৰ উঠি অহা ল'ৰা-ছোৱালীৰ স্বাৰ্থত চৰকাৰক সহায় সহযোগ আগবঢ়োৱা উচিত। এই খিলঞ্জীয়া বিৰুধি সকলৰ পৰা আতঁৰি থাকক। ৰাইজলৈ আহ্বান থাকিল 🙏🙏।।

  • @SujugiriBasumatary
    @SujugiriBasumatary Місяць тому +6

    সচাঁ অৰ্থত অসমীয়া ৰক্ষাৰ সিদ্ধান্ত ।গতিকে এই ক্ষেত্ৰত সকলোৱে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক একমুখে সমৰ্থন জনাব লাগে

  • @kukububu5087
    @kukububu5087 Місяць тому +11

    Mr Ajit Bhunya আৰু মৰ লুৰিন জ্যোতি গগৈ আৰু ভূপেন বৰা বাৰু কত মাৰিব এতিয়া, ৰাতি ভাল টোপনি আহিব নে কংগ্ৰেছৰ ভৰি চেলেকা লুৰিন

  • @RahulDas-rz2bu
    @RahulDas-rz2bu Місяць тому +9

    গৌৰৱ,লুৰিণ,অখিলতকৈ হাজাৰগুণে শ্রেষ্ঠ হিমন্ত বিশ্ব।

  • @KhanjanSaikia-c3q
    @KhanjanSaikia-c3q Місяць тому +46

    পৃথিৱীত ভাৰতেই একমাত্ৰ দেশ যি দেশ বিৰোধী , জাতি বিৰোধীকো নিৰ্বাচনত ভোট দি জয়যুক্ত কৰে ৷( ইউৰোপীয়ান টাইমচ )

    • @alaminmullah
      @alaminmullah Місяць тому

      Pp😊a

    • @parthaphukan680
      @parthaphukan680 Місяць тому

      ৰাইজেই ৰজা । কিছু বিৰোধী । সৰহ সংখ্যা নাগৰিকে চৰকাৰ গঠনৰ নিৰ্দেশ / আদৰণি জনায় । ভাৰত বৰ্ষৰ লেখ জোখ বিদেশৰ মাটিত ??? Italy made thought process / support ???

  • @rantumoniborah2280
    @rantumoniborah2280 Місяць тому +29

    Good analysis’s Sir

  • @assamnoobgamer9752
    @assamnoobgamer9752 Місяць тому +6

    Congress এটা স্বাৰ্থবাদী ৰাজনৈতিক ‌দল। তেওঁ লোকে অকল নিজৰ স্বাৰ্থৰ বাহিৰে একো চিনি নাপায়।আপোনালোক মিঞা প্ৰেমী নহলেনো আজি অসমত ইমান‌ মিঞাৰ দপ দপনী হয়নে।এনে মিঞা সকলে কয় অসমীয়া সকল বৰ সহজ সৰল অকৰমা।এই সঙ্কত কালত সকলো হিন্দু অসমীয়াই এক গত হব লাগে।সকলোৱে বিজেপি ৰ হৈ coment কৰিব লাগে আৰু congress ক বিদায় দিব লাগে।জয় আই অসম।❤🎉❤🎉❤🎉❤

  • @karunakantadas6223
    @karunakantadas6223 Місяць тому +4

    মামা আপোনাৰ লগত আমি অসমীয়া জাতি ৰক্ষা কৰা কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম জই আই অসম

  • @rinabarkakoty6292
    @rinabarkakoty6292 Місяць тому +11

    Himanta Biswa Sarma is going in the right direction. Clause 6implementation will bring a huge amount of change in the politics of Assam .

  • @dhrubajyotikoch2440
    @dhrubajyotikoch2440 Місяць тому +22

    জাতীৰ স্বাৰ্থত, জাতীয় সমস্যাসমূহৰ বাবে এটা সুগম পৰিবেশৰ সৃষ্টি হৈছে ৰাজনৈতিক আৰু সামাজিক ভাৱে।
    গতিকে,মাত্ৰ দলীয় উদ্দেশ্য, বা আন আন তেনে আৰ্দশৰ অজুহাতত অন্তত খিলঞ্জীয়া লোক কেইজনে বিৰোধীতা কৰিব নালাগে।
    অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ অস্তিত্ব আজি অতি সংকটত। প্ৰয়োজনাধিক উদাৰতা, মানৱতা,সহিণষ্ণুতা আৰু অতিথি পৰায়ণতাই আমাক শেষ কৰিলে। সৰ্বস্ব হেৰুৱাই অহা আৰু গোজেই গজালি হোৱা সকলে আমাক শেষ কৰিলে ইতিমধ্যে নামনি আৰু মধ্য অসমৰ বহু ঠাইত আমি নিজৰ ভেটিতেই থাকিব নোৱাৰা হলো।
    ইমানতো যদি আমি পৰিবৰ্তন নহও, তেনে হ'লে তাতোকৈ দুখৰ বিষয় একো নাই।

    • @violeenalaskar3742
      @violeenalaskar3742 Місяць тому +1

      কংগ্ৰেছে ^ সদাইছ কেৰুন লগাই থাকে |

    • @kajaldeb3193
      @kajaldeb3193 Місяць тому

      L

  • @ধেৎতেৰি07
    @ধেৎতেৰি07 Місяць тому +17

    সুন্দৰ জয় আই অসম জয় শ্ৰী ৰাম ৷

  • @ChandanDeka-i2d
    @ChandanDeka-i2d Місяць тому +17

    অসম চুক্তি ৰ কাম অতি সোনকালে কৰিব লাগে 🙏🙏🙏 জয় আই অসম ❤❤

  • @Hiyamani-i7k
    @Hiyamani-i7k Місяць тому +1

    A tremmendeous step for khilonjiya. All khilonjiya are with you

  • @jadabtamuly7761
    @jadabtamuly7761 Місяць тому +32

    কংগ্ৰেছ ৰ এটা ডাঙৰ গুণ!!! আছে। মিছা কথা এটা ইমান ঢাক ঢোল বজায় চাৰিওফালে প্ৰচাৰ কৰে যে সাধাৰণ ৰাইজে তাক সঁচা বুলি ভাবিবলৈ বাধ্য হয়।

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Tur sabikhontei ulai parise toi ata monubadi/brahmonbadi/jatibadi jehadi/khampradaik jehadi khontrukhbadi.

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Jadab tamuli apuni u goru gubar gorur moot aru Bamunr vori dhua pabitra pani khai mohagyani hol. Apunar Tezpurat vl huar akha nai.

    • @dhanjitdas5830
      @dhanjitdas5830 Місяць тому

      Jene khota khot khota khot

    • @AnupDas-ef2cx
      @AnupDas-ef2cx Місяць тому

      Right

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Dhanjit das toi Goru gubar gorur moot aru Bamun Gukhair vori pani khai magoj ghula karili, tur Tezpurat vl nahoba.

  • @amarchhetri7864
    @amarchhetri7864 Місяць тому +10

    ভাল পদক্ষেপ সময় থাকোতেই বাংলাদেশী মিত্ৰা সকলৰ বাবে উচিত অভিযান আৰম্ভ নকৰিলে খিলঞ্জীয়া হকলে ভৱিষ্যতত ভয়ংকৰ পৰিণামৰ সন্মোখিন হব লাগিব কিয বুলি কলে মিত্রা সকলৰ এটাই উদ্দেশ্য আছে 2040 লৈকে অসম খনক মুছলিমক বহুসংখ্যক ৰাজ্য বনুৱা আৰু এটা কথা মনত ৰাখিব এই সকল কেতিয়াও নিজৰ হব নোৱাৰে ভাৰতত থাকিব ভাৰতৰ খাব গান গাব পাকিস্তানৰ

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Amar chetry tur jikunu bemar ba ghatanat Blood darkar hole toi Manuhr Blood deh t lobi ne Gahori kukurar Blood lobi. karan Blood Bank t tu Muslman/Christan/Ihudi, metor ,muchi, dhubi, sandalr Blood mihali(mix) hoi thake. Tur dore kharamik kukur Gahorir Blood mix kari di diba lage.

    • @nilotpolshankarison5438
      @nilotpolshankarison5438 Місяць тому

      ​@@mukulbaruah1833bhai tur kothat kuneu gurutto dia nai, kelei sobore comment t kukuror nisinake bhuki aso😂😂😂

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 Місяць тому +8

    সত্য সত্য সত্য কথা প্ৰকাশ কৰা বাবে অতনু ভূঞাক ভূয়শী প্ৰশংসাৰ পাত্ৰ ।
    মৃত্যুৰ মুখলৈ প্ৰক্ষেপ কৰা কংগ্ৰেছে এবাৰ ভাবি চাওক এয়া জাতিৰ বাবে উত্তম প্ৰদক্ষেপ । অন্য গত্যন্তৰ আৰু নাই ।

  • @p.basumatary464
    @p.basumatary464 Місяць тому +17

    It's need to take necessary action immediately. I appreciate personally about historic decisions.

  • @milaramboro1123
    @milaramboro1123 Місяць тому +1

    অতি উত্তম।

  • @7gc970
    @7gc970 Місяць тому +39

    হিন্দুৰ খিলঞ্জীয়াৰ লোক একগোট হৈ বি জে পিক চৰকাৰ একে ৰাহে গঠন কৰি বিদেশী মোক্ত কৰি খিলঞ্জীয়াৰ সাথ সোৰসীত কৈ থাকিব লাগে । অসমীয়াৰ খিলঞ্জীয়াৰ জিন্দাবাদ হবলৈ গৈই আছে

    • @jalaramcochin9009
      @jalaramcochin9009 Місяць тому

      Hoi vakot xampoti bur Adai Kari diok

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому +1

      7gc970 tur mara Bohol Bush khon t Hindu stamp mara asey ne Baperar Setdal t Hindu stamp mara asey photo akhon desoon rendir putek.

    • @Desiboynnmddgh
      @Desiboynnmddgh Місяць тому +1

      ​@@mukulbaruah1833tur rendi maaror busot miai maal Pani pelale. Jaa alp seleki loo rendir putek

    • @AmarBarman-ri8kj
      @AmarBarman-ri8kj Місяць тому

      ​@@mukulbaruah1833
      Hindu nohoi ki muslims stamp maribo lage neki.

    • @satyajitkhound350
      @satyajitkhound350 Місяць тому

      মা,মাটি,মানুহৰ হকে অক্লান্ত ভাৱে একক ভাৱে চিন্তা কৰি কাম কৰা এনে CM ইতিহাসৰ পাতত সদায় জিলিকি থাকিব।প্ৰয়োজন আমাৰ সহযোগিতাৰ।

  • @probinkumarkakati6151
    @probinkumarkakati6151 Місяць тому +8

    মুখ্যমন্ত্ৰী ডাঙৰিয়াই ঠিকেই কৰিছে আদৰনি জনাইছো তেখেতে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা নাই জাতিটোৰ হকে কৰিছে ?

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Orobin kakati toi monubadi/brahmonbadi/ jatibadi jehadi/ khampradaik jehadi niki.

  • @gamingsamarff-kr4qk
    @gamingsamarff-kr4qk Місяць тому +3

    Himanta jindabad

  • @babulbora8228
    @babulbora8228 Місяць тому +6

    অসমীয়া মানুহে খিলঞ্জীয়া ৰ স্বাৰ্থত কৰ্ম দক্ষ বিচক্ষণ ৰাজনীতিজ্ঞ হিমন্ত বিশ্ব শৰ্মা দেৱে যি সিদ্ধান্ত আজিৰ সময়ত লব বিচাৰিছে সকলোৱে হাত উজাৰি সমৰ্থন জনোৱা উচিত,অসমীয়া খিলঞ্জীয়া ই কংগ্ৰেছৰ জালত ভৰি দি জাতিটোৰ যাতে ধ্বংস ত অৰিহণা ......

  • @dilipnath4511
    @dilipnath4511 Місяць тому +5

    এয়া এক সময়ৰ আহ্বান , সময়ৰ কাম সময় থাকোতেই নকৰিলে খিলঞ্জীয়াৰ অস্তিত্বই নাথাকিব। অসমীয়া জাতিৰ জাতীয়তা ৰক্ষাৰ স্বাৰ্থত কৰা কামৰ বাবে আমাৰ প্ৰতিজন অসমীয়াৰ CM sir লৈ জন সমৰ্থন আছে ।

  • @DilipKataki
    @DilipKataki Місяць тому +6

    আমি মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছো ।আৰু কংগ্ৰেছ তথা ভূপেন বৰাই অসমক লৈ আলবাল বকি বলৈ বন্ধ কৰক ।অসম খন আপোনা লোকৰ বাপেকৰ খীৰতী গাই নহয় । আপোনালোকে 65 বছৰে ৰাজত্ব কৰি কাৰ ঘন্টা চিঙিলে ।

  • @GulapChandraGayan
    @GulapChandraGayan Місяць тому +2

    আমি সকলো খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠী শিমন্ত বিশ্ব শৰ্মাৰ লগত আছো জাতি মাটি আৰু ভেতিৰ স্বাৰ্থৰ খাতিৰত

  • @pradipkumarthakuria1620
    @pradipkumarthakuria1620 Місяць тому +2

    মাননীয় মুখ্যমন্ত্ৰীৰ অতি আদৰণীয় পদক্ষেপ🙏

  • @ratulborah431
    @ratulborah431 Місяць тому +2

    ভূপেন বৰা, অখিল গগৈ, লুৰীনজোতি গগৈ, আৰু অজিত ভূঞা, জাতিত কৈ দল ডাঙৰ নহয় ভাৱক

  • @khaninnath8389
    @khaninnath8389 Місяць тому +33

    This is very good decision by Assam Government ...

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Khanin nath toi Goru gubar gorur moot aru Bamunr vori dhua ppabitra pani khai mohagyani holi. Tur Tezpurat vl nahoba.

    • @kiranchetry9440
      @kiranchetry9440 Місяць тому

      ​@@mukulbaruah1833toi oxomia nohoi karon toi anekuwa koi amar pobitra Bhagavad Gita aru Srimanta shankardev or opoman koriso....

    • @kiranchetry9440
      @kiranchetry9440 Місяць тому

      ​@@mukulbaruah1833Toi miya hoi 100% ...name kholai beleg name likhiso

    • @nilotpolshankarison5438
      @nilotpolshankarison5438 Місяць тому

      ​@@kiranchetry9440iiiar uporot moi police r usorot case dim, screenshot loi thoisu, iar pithi laal hobo aji

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      kiran chetry toi Obc he, Goru gubar gorur moot aru Bamunr vori pani khai magoj ghula karili. Tahot Chetry bilak nepalr main manuh, Chetri khakalr hatot nepalr raj asil, tahot rojar Bongkhar. Ami Ahom khakal Axomr rojar Bongkhar asil u. kintu amar rojak Bamune vori dhua pani khuai manakhik gulam bonai Acom 45 Lakh Ahom k aji pathr bikkhari karile. Tahotr u sason Bamune Dharmar kani(Opium) khuai matra 4/5% Bamun aji Nepalr uthi roja bohi roja. Nepal t Bamun 1500 tionr pisat 1st Bharatrpora he prabekh karisil. Axomt aji matra 2% Bamun Axomr uthi roja bohi roja. Asol(Original) Bhagawat gita, Ramayan,Mahabharat, Puraan, Upanikhad, Bed,Monusmrity pahi saba tar pisat mook gali pariba. Andha biswakhi hoi mur lagat cmment nakoriba. Chetry apunar mur DNA akei(same. Ahom a Axom 600 Basor sason karisil, Ahom kahani u Hindu(GulamTalotia, Nich nasil, aru apunaluk u 1500 tionr agoloike Hindu(Gulam,Talotia, Nich) nasil. Ajikali kheikarane sayambhu iswar bilake Hindu ari Sanatan kaboloi dharise, mon kariba. Samay thakute nijok Brahmonbadirpora mukta karak.

  • @harensharma8877
    @harensharma8877 Місяць тому +1

    Dhanyabad, Bhuyan dangariya your positive expression.

  • @abanidas6895
    @abanidas6895 Місяць тому +13

    জয় শ্ৰীৰাম।

  • @kartikchboro2184
    @kartikchboro2184 Місяць тому +3

    বিজেপি চৰকাৰে শক্তিশালী পদক্ষেপ লৈছে , অসমৰ স্বাৰ্থত । সমৰ্থন জনালোঁ ।

  • @eyajuddinchoudhury
    @eyajuddinchoudhury Місяць тому +5

    আমি খিলঞ্জীয়া মুছলমান BJP ৰ লগত আছো ।NRC ভিত্তিবৰ্ষ ১৯৫১ হব লাগে।

  • @ajitgogoi6878
    @ajitgogoi6878 Місяць тому +2

    সুন্দৰ পদক্ষেপ। আমি আদৰণী জনাইছো ।

  • @Naruto_hinata21
    @Naruto_hinata21 Місяць тому +11

    Bjp jindabad joiai assom.himonto jindabad🎉

  • @66965
    @66965 Місяць тому +4

    বহুত কেইটা জাতি জনজাতিৰ সংগঠনৰ বৰমূৰীয়া নেতা পালি নেতাৰ পিছে অসম আৰু অসমীয়াৰ এই বিপদৰ সময়ত এটাও মুখৰ মাত নাই, এটা পোষ্ট ও নাই। কিয় বিপদৰ সময়ত অসমীয়া ৰ অস্তিত্ব ৰক্ষাৰ সময়ত ডিঙি তো অকল অসমীয়া আহোম কেইটাইহে পাতি দিব লাগে নেকি? বাজেটৰ সময়ত যি বিলাকৰ কাৰণে সকলোতকৈ বেছি সা সুবিধা দিয়া হয়, ঘৰৰ পৰা, দৈনিক মজুৰি, বোনাছৰ পৰা এশ এটা সুবিধা লোৱা বিলাকৰ মুখৰ মাত নাই। মজুৰি বঢ়াব লাগে বুলি গোটেই বছৰ আন্দোলন কৰা বিলাক এতিয়া গাতত সোমাই আছে। দুঃখ লাগে। অসম বাচিলে অকল ওলাই অহা অসমীয়া কেইটাই নহয়, তহতো বাচিবি।

  • @manurambaglari1128
    @manurambaglari1128 Місяць тому +1

    Very very good step. Thank.

  • @gunajitsarma5579
    @gunajitsarma5579 Місяць тому +27

    Nice analysis ❤❤.india barbad kora dol2 a hol Congress

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Gunajit sharma tahot 2/3 hajar basor dhori Bharatio habo nuarili, 5/6 Basor agot Axom t ahi kenekoi Axomia hobi. Tahot prithibir vitarat ataitkoi maratmak/ khingkhatmak khontrukhbadi. Tahot kebol manabjati binakhkari a nahoy jib/jontur u binakhkari. 2 basor agote tur Bongkhar 3 ta khontrukhbadi Sharma/Pandey/Mishra i agaraki khilonjia abola narik kamakhya mondirar bahirat Boli disil. Tahote 10 basor age r pora Goru khao. Tur deh t rosire gold ring t 9 ta khontrukh loi asa.

    • @nilotpolshankarison5438
      @nilotpolshankarison5438 Місяць тому +1

      ​@@mukulbaruah1833kot Goru khua dekhili oi kukur???

    • @kiranchetry9440
      @kiranchetry9440 Місяць тому

      ​@@mukulbaruah1833toi ja miar adha kota konitu seleki bohi thak jetiya tur ghoror pora tur mak tur bhontik miyae tani ni jangle ot pelai thobo gom pabi tetiya 😂😂😂😂😂😂😂😂😂.. atiya jaa tar miyar konir agtu seleki bohi thak.... Aru khun toiu konir agortu Kati nopungkhok , hijira hoi bohi thak paro jodi mekhela logai loo😂😂😂😂😂😂

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Nilotpal toi u sayambhu iswar (Bamun) niki, prtham kheitu spsta kr tar pisat tahote kenekoi ketia Goru khao moi khakalu barnana karim sinta nakoribi. Tahot kela nijor jiyekr lagat sudasudi kora manuh. Brahmar jiyek aru Brahmar patnir name kason toi.

    • @mamonisarma7926
      @mamonisarma7926 Місяць тому

      whats up grp t phd kori ahiso neki ??😅😅 . nijor majite juji mor miyai mayere , bayerek tani niya dina gom pabi ​@@mukulbaruah1833

  • @kGaXom
    @kGaXom Місяць тому +1

    যি কংগ্ৰেছে মিঞাক support কৰে সেই কংগ্ৰেছক ভোট দিবও নাই ঘৰৰ কাকো দিবলৈও নিদো আৰু গাওঁতো কংগেছী মানুহ সোমাব নিদো ✅

  • @giriinbailung8519
    @giriinbailung8519 Місяць тому +1

    খিলঞ্জীয়া অসমীয়াৰ স্বাৰ্থত কাম কৰা হিমন্ত বিস্ব শৰ্মাক আমি সমৰ্থন কৰিবই লাগিব।

  • @pitamborbordoloi838
    @pitamborbordoloi838 Місяць тому +7

    Mama is great

  • @bipulregon3126
    @bipulregon3126 Місяць тому

    সুন্দৰ পদক্ষেপ

  • @ranjanpagbondha2567
    @ranjanpagbondha2567 Місяць тому +6

    Great decisions by our CM

  • @paragthakuria1995
    @paragthakuria1995 Місяць тому +7

    Very good decision by Government ✊

  • @anupammedhi9937
    @anupammedhi9937 Місяць тому +3

    Fully agree. We have to rise above party line and come forward to save the future of Assamese community. No matter what we have to take it as a fight and should join hands in greater interest of the community

  • @pradipsarma2940
    @pradipsarma2940 Місяць тому +4

    Great....very very good analysis... We should support this.....

  • @MintuDeka-sb2hg
    @MintuDeka-sb2hg Місяць тому +6

    Wellcome Our CM❤.

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Mintu deka toi Goru gubar moot aru Bamunr vori dhua pabitra pani khai mohagyani holi, tur Tezpurat vl nahoba.

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Mintu deka moi tur uttar disu kintu ai kharamjada jahora Renda/Rendi bilake kati dise.

  • @AmiyaDas-wn8vk
    @AmiyaDas-wn8vk Місяць тому

    I agree with your opinions

  • @MrinalPhukan-wc2zi
    @MrinalPhukan-wc2zi Місяць тому +1

    আমি অসইয়া , বহুত সুন্দৰ পদক্ষেপ, নিয়া পক্ষত থকা কংগ্ৰেছ দেশ দ্ৰূহি কংগ্ৰেছ ক বিদায় দিয়ক....

  • @xoxoxo4567
    @xoxoxo4567 Місяць тому +7

    Assamese muslim, miya muslim, bengoli speaking muslim ji muslim nukuwa kio ehote muslim candidate ok a vote dibo.

  • @arabindaroy9158
    @arabindaroy9158 Місяць тому +9

    Thank you

  • @BRaktim
    @BRaktim Місяць тому +8

    সুন্দৰ। জয় আই অসম।

  • @gautamgoswami9723
    @gautamgoswami9723 Місяць тому +1

    সুদক্ষ কৰ্মবীৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব ডাঙৰীয়া জিন্দাবাদ ।✌️👌🙏

  • @chhabisharma4776
    @chhabisharma4776 Місяць тому +1

    হিমন্ত শৰ্মা চৰকাৰে খিলঞ্জীয়াৰ স‌্বাৰ্থত সঠিককৈ কাম কৰিবলৈ লৈছে।এইখন চৰকাৰ অক্ষুণ্ণ থাকিব লাগে।

  • @prabinsarmah3218
    @prabinsarmah3218 Місяць тому +10

    Very nice, it is highly appriciable

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Prabin sharma toi tu ata monubadi/brahmonbadi/jatibadi jehadi/ khampradaik jehadi prithibir vitarat ataitkoi maratmak khingkhatmak khontrukhbadi. Toi 10 Basor age r pora Goru khaisa. tur deh t rosire gold ring 9 ta khontrukh loi asa. Tahot manabjatir lagate Jib/jantur u binakhkari. 2 Basor agote tur Bongkhar 3 ta khontrukhbadi Sharma/Pandey/Mishrai agaraki khilonjia mahilak kamakhya mondirar bahirat Boli disil.

    • @KCR7-su5uo
      @KCR7-su5uo Місяць тому

      Akhil e tor mayerek nusudili buli tor tuponi nahe,baki siwori thak jiman siworbo mon​@@mukulbaruah1833

    • @nilotpolshankarison5438
      @nilotpolshankarison5438 Місяць тому

      ​@@mukulbaruah1833tur uporot police r usorot report eta dibo lagibo ro, Xamprodayik mantabya korar karone, police r lathir kuub khalehe toi sidha hobi

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Nilutpal sayamnhu iswar xosa kotha kole tahotr khandah khua bali tol jaai buli buku kope. Tahote Brahmon Hotya mohapap buli kitap t likhi khilonjiak bshoot thogili. kintu tahot prithibir vitarat ataitkoi maratmak khingkhatmak khontrukhbadi. Tahote ji thal t khao khei thal futa kora. Rendir putek mrityur pisat tahote Swarg loi la aru Obc/St/Sc samaj k mrityur pisat narok t pothai de, tat ami alop u apatti nakoru. Kintu ai jiban t amaak Axomr khakalu Dhon/Sampatti, Mati/Bari gotai de. Amaar lora/sualik Axomr bahirat, bidekh t ataitkoi vl siksanusthan t pohai Dekhr Nyaipalika, karyapalika Bidhaini, Khongbad madhyam, Bebakhai, Thika(Contect khakalu amaar hataot loi Dekhr 135 kuti janatak khoman adhikar nyai diba paru.

  • @BanamalibarmanSaru
    @BanamalibarmanSaru Місяць тому +12

    কংগ্ৰেছ হিন্দুসকলৰ শত্ৰু।

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Banamali barman tur marar Bohol Bush khon t Hindu stamp mara asey ne Baperar Setdal t Hindu stamp mara asey. Photo akhon desoon ami u sao rendir putek.

    • @parthamahanta9151
      @parthamahanta9151 Місяць тому +2

      File a case against mukulbaruah as he defamed very seriously in your personal life including your mother, take screenshot

    • @nilotpolshankarison5438
      @nilotpolshankarison5438 Місяць тому

      ​@@parthamahanta9151bhai hosake Mukulbaruah iar besi hoise , case dibo lage iar uporot

  • @MrinalPhukan-wc2zi
    @MrinalPhukan-wc2zi Місяць тому +1

    খিলঞ্জীয়া ৰক্ষয়ক শ'ত সহস্ৰ প্ৰণাম . আমিও লগত সদায়ে আছো ....

  • @samudranathdeka4879
    @samudranathdeka4879 Місяць тому +1

    হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ । কিবা কৰিব লাগিলে একমাত্ৰ BJP চৰকাৰেহে কৰিব পাৰিব !

  • @babulnath1081
    @babulnath1081 Місяць тому +3

    Good Step .
    Long live Mama !

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 Місяць тому +2

    বিৰোধী ৰাজনৈতিক নেতাসকলে,স্বাগতম জনাব লাগে, খিলঞ্জীয়া ৰ স্বাৰ্থত, মামাৰ সাহস ধন্যবাদ,

  • @jadumonisarmahvlogs6243
    @jadumonisarmahvlogs6243 Місяць тому +1

    অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থতেই ছয় জনগোষ্ঠিক জনজাতি কৰণ কৰিব লাগে ,জয় আই অসম

  • @rantumoniborah2280
    @rantumoniborah2280 Місяць тому +7

    Biduyat Bordoloi kor pora ulal ako miya pokor seleka2

  • @gaurabkeot9583
    @gaurabkeot9583 Місяць тому +5

    Mama jui

  • @ranjanpagbondha2567
    @ranjanpagbondha2567 Місяць тому +5

    I reallysupport❤

  • @amritdewri2739
    @amritdewri2739 Місяць тому

    Thankyou

  • @surjyaboro
    @surjyaboro Місяць тому +1

    I support heartily. Thank you

  • @dipaliborahsingha9039
    @dipaliborahsingha9039 Місяць тому

    আমি খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰা ৰাজনৈতিক দলৰ লগত আছোঁ

  • @AruG-r6y
    @AruG-r6y Місяць тому +2

    ৬ নং দফা কাৰ্য্যকৰি কৰি অসমীয়াক সকলক সুৰক্ষিত কৰক ।

  • @Prahladchkakoty
    @Prahladchkakoty Місяць тому +1

    Best action taken by CM Himonta

  • @jahnabinath803
    @jahnabinath803 Місяць тому +4

    ধন্যবাদ

  • @KanuSarkar-q5c
    @KanuSarkar-q5c Місяць тому +1

    Friends,
    People of Assam support HONOURABLE CM HEMANTA BISHWASHARMA for the actions initiated by him.
    People of Assam do not wish Assam to become a Muslim dominated state resulting another Kashmir. Hence it is utmost necessary to implement
    1. UCC
    2. No personal law, no SARIA law
    3. Two child concept.
    4. Uniformity in Education System
    5. No MADRASA or any such education system should be allowed to continue in the state.
    6. Religious freedom for all
    7. Quota system as per SANGVIDHAN without further amendments.
    If so Assam will be a peaceful state. All Hindu, Muslims, Sikhs, Christian, Buddhist, SC/ST/OBC all can live happily. At the same time it must be remembered to avoid all Opportunists political parties.
    JAI HIND
    JAI AI AKHOM
    JAI SRIRAM

  • @BharatSaikia-nj5vn
    @BharatSaikia-nj5vn Місяць тому

    হিমন্ত থাকিলেহে হয়তো খিলঞ্জীয়া অসমীয়া কিছুদিন থাকিব বুলি ভাবো অসমত ৷

  • @RaniBhuyan-rq8se
    @RaniBhuyan-rq8se Місяць тому +3

    Ami manea assam khonok val pua manuhea CM logot thokok ai nijor lavor karonea lav besare furaburor kotha nuhunibo CM zindabad ( B J P )

  • @saurabhborgohain8338
    @saurabhborgohain8338 Місяць тому +1

    Himanta biswa sir , good initiative

  • @SANATANI_AXOMIA_NABA
    @SANATANI_AXOMIA_NABA Місяць тому +3

    Hbs❤

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Axomia naba tahote ajiloke kimanbar Dharma khalani karili rendir putek. Araya/Boidik/Brahma/Hindu aru atia Sanatan Dharma loli. Tahote ji thal t khao khei thal futa kara.

    • @SANATANI_AXOMIA_NABA
      @SANATANI_AXOMIA_NABA Місяць тому +1

      @@mukulbaruah1833 chota bhima chota bhima.... Miya 🤣

  • @SunilBhuyanBhuyan
    @SunilBhuyanBhuyan Місяць тому +1

    সন্মানিয় ডঃ সীমান্ত বিস্ব শৰ্মা ডাঙৰীয়াৰ সিদ্ধান্তক মই সমৰ্থন জনাইছো

  • @birendraranapatgiri9771
    @birendraranapatgiri9771 Місяць тому +1

    Thanks,bold steps taken by our Hon,ble Chief Minister Dr.Himanta Biswa Sarma and ifthese are actually implemented

  • @sanjayganguly3407
    @sanjayganguly3407 Місяць тому +1

    Definitely,it is good steps for Mr.Himanta Biswa Sarmah,and his alliance,it is game plan of bjp, I am fully support this step.

  • @dibyajyotihazarika6231
    @dibyajyotihazarika6231 Місяць тому +1

    মই সঁচাকৈ ভাল পাওঁ
    এই চৰকাৰ

  • @murulinath2952
    @murulinath2952 Місяць тому +1

    You are jinius honorable cm sir selute sir love you sir

  • @BhaskarKolita-bu4nq
    @BhaskarKolita-bu4nq Місяць тому

    Yes, Mr. Sharma is doing an extremely great job for the people of Assam. I thank our CM.

  • @sanjibkumarkalita3232
    @sanjibkumarkalita3232 Місяць тому +2

    great analysis siir

  • @MrinalPatgiri
    @MrinalPatgiri Місяць тому +3

    He is a no 1 C M of Assam .

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Mrinal patgiri he is jero CM of Assam.

    • @kiranchetry9440
      @kiranchetry9440 Місяць тому +2

      ​@@mukulbaruah1833Mukuluddin Ali Ahmed 😂😂😂😂😂😂😂😂konir agortu Kati looo leura😂😂😂

    • @nilotpolshankarison5438
      @nilotpolshankarison5438 Місяць тому

      @@mukulbaruah1833 toi kla aji khuub comment diso je toi miya nohoitu??? Tur pukor kio jolise iman. Ne Himantai tur miyani Maa ru Bangladeshi baperok khedibo buli bhoi koriso🤣🤣🤣

    • @mukulbaruah1833
      @mukulbaruah1833 Місяць тому

      Nilotpal sayambhu iswar tahot west Uressian bidekhi. Tur DNA hol R1 Al. aru khonjiar DNA hol M3 MN. Asol bidekhi tahot monubadi/ brahmonbadi bilak, Tahotr khongkhya Bharatat matra 3%. aru Axm t 1.5% he. Dharmar kani(Opium khuai manakhik gulam bonai khilonjiak lutiputi khai asa. kintu jidina khilonjiai tahotr Dharmia makorajal fali ulaba kheidina kebol tohotr babe mohapralay ahiba.

    • @nilotpolshankarison5438
      @nilotpolshankarison5438 Місяць тому

      @@mukulbaruah1833 toi parile brain r operation eta kori ahh aru goru mangsho khua bondho kor, heikarone pagolor nisina laag bandh nuhua kotha kisuman gai aso,🤣🤣

  • @ratulborah431
    @ratulborah431 Місяць тому

    যোৰহাট জিলাৰ , গোলাঘাট জিলা, শিৱসাগৰ জিলা, তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা ই বিষয় চিন্তা কৰাৰ প্ৰয়োজন?

  • @bikiroki106
    @bikiroki106 Місяць тому +1

    Great analysis 👍❤️🇮🇳❤️

  • @padminidas4817
    @padminidas4817 Місяць тому +2

    Good decision