বাংলাদেশী মূলৰ সংখ্যালঘু লোকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

Поділитися
Вставка
  • Опубліковано 30 вер 2024
  • 'এইবাৰৰ নিৰ্বাচনত বাংলাদেশী মূলৰ ১০০জন ভোটাৰৰ ৯৯জনেই ভোট দিছে কংগ্ৰেছক। যিকোনো মূল্যৰ বিনিময়ত অসম দখল কৰাটোৱেই মূল উদ্দেশ্য বাংলাদেশী মূলৰ সংখ্যালঘু লোকৰ। সকলো চৰকাৰী সুবিধা পোৱাৰ পিছতো বাংলাদেশী মূলৰ সংখ্যালঘু লোকে নৰেন্দ্ৰ মোদীক ভোট নিদিয়ে।' বাংলাদেশী মূলৰ সংখ্যালঘু লোকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য

КОМЕНТАРІ • 226