মই অনিমা চৌধৰিৰ ভত্তি মুলক গীত সমূহ সদায় শুনি বৰ আমনি নলাগে ।অতি সূন্দৰ ।
🌹🌹🙏🏻🙏🏻Krishna
Heart touching voice "May my almighty keep you in good & sound health " 🙏🏻🙏🏻🙏🏻🙏🏻🌹🌹ma'm
Imman dhunia haise abhibhuta haiso.bahut bahut sradha thakil baideuloi
শ্ৰদ্ধাৰ ডঃ অনিমা বাইদেউৰ কন্ঠত নামঘোষা কেইভাগি বৰ সুন্দৰ হৈছে। সকলো খিনি সংৰক্ষণ কৰিবলৈ অনুৰোধ থাকিল।
❤❤❤krisha Krishna Krishna. O heart touching tune and voice.. always evergreen and unique female singer of Assam. God bless to him.❤🎉❤
মাধৱ গুৰু জনাৰ সুন্দৰ ৰচনা আৰু বাইদেউৰ সুমধুৰ মাতেৰে ভক্তি ভাৱৰ সুচনা হৈচে।মধুৰ।জয় গুৰু শঙ্কৰ।।
Hundar kanth.krisna krisna krisna....
কৃষ্ণ কৃষ্ণ , আপোনাৰ ঘোষা শুনি নিজকে ধন্য মানিলো ।
কৃষ্ণ কৃষ্ণ
বহুত ভাল লাগে বাইদেউ কণ্ঠ ত গীত শুনি। আৰু শুনিয়ে ই থাকিবৰ মন ষাট কৃঞ্চ ।
Montu puwate Pabitra hoi gol aapunar konthot naam ghuxa bhag xuni thankyou baideo🙏🙏🙏🙏
Namghosa path huniboloi mor bhut vl lage.aponer konthot huniboloi pai mon pran aahladit hoi porose.Ishware aaponak dirgha aayu diyak! Krishna🙏
Om krishna very heart touching tune never forget god
gift wish you long live
Good attempt to promote Namghosha among the devotees. Joy Guru Madhavdev.
সুন্দৰ বহুতো ভাল লাগিল।
বাইদেউলৈ শত সহস্ৰ ভক্তিপূৰ্ণ সেৱা । সকলোৰে হৃদয়ত ভক্তি সঞ্চাৰ কৰে যেন ।
ৰাতি পুৱা শুনিলে দিনতো লৈ পবিত্ৰ হয় মোৰ ৷
সুপ্ৰভাত 🎉 সুন্দৰ 💐🎉 কৃষ্ণ কৃষ্ণ 🙏🙏
🙏🙏🙏🙏🙏🙏 সুন্দৰ কণ্ঠগৰাকীৰ সুৰত পুৱাতে নামঘোষা ভাগ শুনিবলৈ পায় ভাল লাগিল💕💕💕💕💕💕💕
Best prayer for evry person. Request for more collection. Thanks
Xundor hoise Baa ...Bohut Bhal Lagise huni
সুন্দৰ অতি সুন্দৰ বাইদেউ কণ্ঠ ভগৱন্তয় কৃপা কৰক ধণ্যবাদ।
Krishana 🙏🙏🙏🙏🙏🙏
Dr.mai,your tune is the best
devotional song one'.May god
Bless you madam.
বৰ সুন্দৰ হৈছে। মন প্ৰাণ প্ৰশান্তিৰে ভৰি পৰিছে।
Khub bhal lagil, Iman mitha maat, tate aru ghosha prarthona, Oti hundar Krishna🙏🙏🙏
ভাল লাগিল নাম ঘোষাশু শুনি
মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষা অনিমা বাইদেউৰ কণ্ঠত সোণত সুৱগা চৰাইচে। কৃষ্ণ।।।
শনি বৰ ভাল লাগিল এনেকুৱা ভক্তি মলক গীত শুনিবলৈ মন যায়
Jai shree krishna
সুন্দৰ কণ্ঠত ভকতি গীত পৰিৱেশন।
অতি সুন্দৰ কৈ পৰিবেশন কৰা ভক্তি মূলক গীতটিয়ে হীয়া শাঁত পেলাই দিলে। ৰাতিপুৱা শুই উঠিয়েই এনে এটি চিৰসেউজ গীত শুনিব পাৰিলে গোটেই দিনটো মনটো শুপ্ৰসন্ন হৈ থাকে।
অতি সুমধুৰ হৈছে ।কৃষ্ণ
বৰগীত ফাকী ভগৱানক অৰ্পন তেওঁক সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🕉️🕉️
Joi sri krishna. Joi krishna gur
কণ্ঠশিল্পী গৰাকীৰ সুমধুৰ মিঠা কণ্ঠত পৰিবেশন কৰা, সুন্দৰ ভক্তিগীত ভাগি শুনি মনজোৰ পৰি যায়।
সুন্দৰ কণ্ঠ
অতি সুন্দৰ গাইছে শুনি বৰ ভাল লাগিছে আপোনালৈ আমাৰ শুভেচ্ছা জনালো
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ বাইদেউ ।
Vary.nice Mam .You are My favorite Singer ❤❤❤
Krishna Krishna Krishna bhalligsha
Very very good
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
ৰাম কৃষ্ণ🙏🙏🙏🙏🙏
সুন্দ হৈছে।
Joi sir kisna radhe radhe radhe
Bhal lagil 🌸🌸🌸
আপোনাৰ ৰাৰ্থনাই আমাক শক্তি প্ৰদান কৰক এইযেঁ ভগৱানৰ ওচৰত নিবেদন,অপৰাধ ক্ষমা কৰিব কৃঞ ❤ কৃঞ ❤ কৃঞ
সুন্দৰ হৈছে।❤
কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰি হৰি ৰাম ।শুনি ভাল লাগিল আগলৈ আৰু কিছু ভালহেবা আশা কৰিলো ।
ঈশ্বৰে মঙ্গল কৰক তাৰে প্ৰথনা জনালোঁ কৃষ্ণ কৃষ্ণ ।।
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Apunar voice bor hundor
কৃষ্ণ কৃষ্ণ 🙏 সশ্ৰদ্ধ প্ৰণাম কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ ৰাম কুশলে ৰাখক ।
জয় গুৰু শংকৰ দেব জয় গুৰু মাধৱ দেৱ 🙏🙏🙏🙏
Morning Zuni. Val lage
কৃষ্ণ কৃষ্ণ কৃষ্ণ
সুন্দৰ বাইদেউ
Bahut bhal lagil baidew manto shat pai gal Krishna 🙏🙏🙏🙏
Good morning Dr. Anima Chowdhuri Baidew.
সুন্দৰ আপোনাৰ সুৰ সচা সুমধুৰ মই সদায় শুনো ।
Bar xundar
Il কৃষ্ণ ।। कृष्ण ।। Krishna ll
ঈশ্বৰ আপোনালোকৰ সহায় হওঁক ।
Bhal hoise
bohut bhal lage enekua prarthona suni.
শুনি শুনি আমনি নলগা প্ৰাথনাৰ লগতে আপোনাৰ সুমধুৰ কন্ঠ আৰু সুৰে আবেগিক কৰি তুলিছে মন প্ৰাণ।🙏🙏🙏🙏🙏
অতি সুন্দৰ কৃষ্ণ কৃষ্ণ
Anima baideo r bhaktimulak geet bur xuni bor bhaal lage.xuni thakibor man jai.Oti bitupon.
শ্ৰী কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Baideo long live,Assamese folk cultur let be flowerised by you. Bhuban Ranjan
সুন্দৰ অতি সুন্দৰ
Sundar hoise, Joi Shri Krishna
ওঁ জয় কৃষ্ণ পৰম ভগৱান প্ৰভু।
Kishno prabhu 🙏🙏💗
কৃষ্ণ, কৃষ্ণ,ৰাম, ৰাম। ঈশ্বৰক ধন্যবাদ জনাইছো।
Very good song and voice 👏
Bhal lagil
আপোনাৰ মৌ বৰষা কণ্ঠত সোপাল গোবিন্দ যদু নন্দন শুনিবলৈ আশা কৰিলো । লগতে এটি প্ৰসঙ্গ । কুশল কামনা কৰিলো। কৃষ্ণ! কৃষ্ণ-!!
মোৰ বহুত ভাল লাগি বাদেউ।
বৰ সুন্দৰ, ভাল লাগিল🙏 কৃষ্ণ🙏
শুনি আপ্লুত হলো।
sunddar krishnsa 🙏
মজা লাগিছে দেই . বাইদেউ. .বা.কি মজা.
Krishna Baidu Nam ghoshya Bhaug borval lageel ❤
SuModhur gan ,sunile mon prabitra hoi jai.
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Tumi sarba sakhi parthanati sunila bhaktira gad gad hai jai.bhaktir sakulo olai. Baki parthana sakalo ati uttam haisa.
So Very Nice
It is amazing, there is nothing any comments,
Krishna Krishna
আজিকালি কিছুমান নতুন শিল্পীয়ে ঘোষাৰ প্ৰকৃত সুৰ বিকৃত কৰি পৰিবেষণ কৰা দেখা যায় ৷ অনিমা বাইদেউয়ে আমি সৰুৰে পৰা শুণি অহা ঘোষা কেইটি সুন্দৰকৈ পৰিবেষণ কৰাত তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ ৷
, un in
❤
Ok
Bor. Hoondar.
অতি সুন্দৰ হৈছে।