King or Democracy ll ৰাজতন্ত্ৰ নে গণতন্ত্ৰ ll BJP LOVERS MUST WATCH || MP ELECTION 2024 ||

Поділитися
Вставка
  • Опубліковано 29 вер 2024
  • My first collaboration video with national youtuber Dhrub Rather ll কিয় BJP ক ভোট দিব লাগে আমি? BJP আপোনাৰ কাৰণে কি কি কৰিছে? BJP ভালপোৱা সকলোৱে video টো চোৱা উচিত ll Election 2024 Assam ll Assam election 2024 ll
    #bjp #election #assam #himantabiswasarma #narendramodi #assamelection #mpelection2024 #congress #tmcvsbjp #aiudf #india
    New UA-camrs Join Me if you want to increase your views and subscribers || Click on the link and join / @yoyoadviser

КОМЕНТАРІ • 492

  • @bikwolfganimeland7565
    @bikwolfganimeland7565 7 місяців тому +57

    Apuni Dhruv Rathee r copy krse😂

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому +32

      Its collaboration video. I asked his permission.

    • @hannanjeherulislam3637
      @hannanjeherulislam3637 7 місяців тому +7

      Dimpu Baruah i dexn Technical guruji r video copy korisil, xei2 kiba kotha hol nki,, Tew Hindi t explain krise aew axomia t krise .

    • @jahangirkhan4718
      @jahangirkhan4718 7 місяців тому +8

      Kartu copy korise heitu dangor kotha nhy ki kotha bilk koise heitu dangor okoman matha khon solak nohole bipot ase

    • @kamalrajvlogs0
      @kamalrajvlogs0 7 місяців тому +9

      Copy kora tu danga kotha nohoi kotha bur 100% kotha Ami atiya xojag hobor hol

    • @relaxingvideos9882
      @relaxingvideos9882 7 місяців тому +3

      permission lua ki proof ase..belege korile copy kora aru nije korile collaboration..

  • @GrinisonMarak
    @GrinisonMarak 7 місяців тому +23

    Ekdom hosa kotha ❤👍

  • @bapanrajbongshi6637
    @bapanrajbongshi6637 7 місяців тому +2

    Dhruv Rathee ধুই পেলাইছে, তিনি দিনত 1crore views . বিৰোধী নাথাকিলে বিদ্যুৎৰ বিল এক ইউনিট ২০০ টকা হ'ব পাৰে । বিৰোধী নাথাকিলে হিতাধিকাৰী আঁচনিও বন্ধ হৈ যাব পাৰে ।

  • @jumurali1563
    @jumurali1563 7 місяців тому +3

    ❤❤❤❤

  • @harpanrabha7803
    @harpanrabha7803 6 місяців тому +1

    Bjp ke vote dim 👍

  • @safiqulislam2746
    @safiqulislam2746 7 місяців тому +2

    Well done bro

  • @rahulali9713
    @rahulali9713 6 місяців тому

    Right

  • @anuradhadohutia2808
    @anuradhadohutia2808 6 місяців тому

    Manuhe buji napai aibur kiotha...apuni thik kotha koise dada...bjp go back

  • @migomrecipe1631
    @migomrecipe1631 7 місяців тому +22

    দাদা আহিবলগীয়া অতি ভয়াবহ হ'ব যেন পাইছোঁ লাহে লাহে গণতন্ত্ৰৰ নাইকীয়া হ'ব ।দাদা আপুনিও ৰাইজৰ লগত সদায় থাকে তাকেই কামনা কৰিলোঁ

  • @pabitraghosh3677
    @pabitraghosh3677 6 місяців тому +3

    BJP হওঁক বা কংগ্ৰেছৰ হওঁক যাৰ সাপেক্ষে আমাৰ ইউটিউবাৰ সকলে কৈ আছে ছবিকে নিদিষ্ট দলে মিঠাই দি আছে। সেইটো ধ্ৰুৱ হওঁক বা বেলেগ কোনোবাই হওঁক। যদি নিৰপেক্ষ বাবে কলে বিজেপি অলপ হলেও ভাল কাম কৰিছে সেইটো উত্থাপন কৰিলে হয় নতুবা কংগ্ৰেছৰ অলপ হলেও বেয়া কলে হয় আৰু কিছুদিন আগতেই এজন কংগ্ৰেছ দলৰ নেতাৰ পৰা 200 কোটি টকা ওলাইছে সেইটো কি ?...

    • @pgoswami5378
      @pgoswami5378 6 місяців тому

      অন্ধভক্ত হৈ থাকক। ছাল চিগি পেলাব। ভয়ানক দিন আনিব।

  • @motalibhussain2768
    @motalibhussain2768 7 місяців тому +5

    আপোনালোকৰ youtubers বিলাকে এই বিষয়ে জোৰদাৰ মাত মাতক, সাধাৰণ মানুহে সঁচাটো নিশ্চয় বুজি উঠিব।news channel ৰ আশা বাদ

  • @zialaskar1987
    @zialaskar1987 7 місяців тому +21

    দুখীয়া মানুহে হিতাধিকাৰি হৈ আছে । Middle class মানুহ মাৰিলে আৰু ।

    • @pgoswami5378
      @pgoswami5378 6 місяців тому

      হিতাধিকাৰী পুহি ভোট পাবলৈ অন্য সকলোৰে ওপৰত কৰ আৰোপ কৰি এফালৰ পৰা শোষণ কৰি আছে।লাভ হব‌ সিহঁতৰ,ভিক্ষাৰী হব
      জনতা। ক্ৰমে জনতা কাবু হৈ আহি
      আছে।এসময়ত মাতষাৰো কাঢ়ি নিব।

  • @song.751
    @song.751 7 місяців тому +27

    এতিয়াও সময় আছে টোপনি ৰ পৰা উঠি। নিজৰ কাৰণে নহয় দেশখনৰ কাৰণে চিন্তা কৰিব লাগে আৰু এখন ভাল চৰকাৰ গঠন কৰিব লাগে। Vote for change.
    Congras zinada bad.

  • @PujashreePhukan
    @PujashreePhukan 6 місяців тому +4

    আকৌ এবাৰ মোদী চৰকাৰ

  • @edutainment5006
    @edutainment5006 7 місяців тому +12

    ৰাজ্যত হিমন্ত, কেন্দ্ৰত মোডি লাগে.... সিমানেই কথা।

    • @pgoswami5378
      @pgoswami5378 6 місяців тому +4

      ছাল চিগি দিব,দিন গণি ত্ৰাহি নাপাব। কম দামত বিদেশৰ খাৰুৱা
      তেল কিনিও নিজদেশত তেলৰ দাম নকমায়। কৰ কাটল নকমায়। বয়বস্তুৰ দাম নকমায়।অন্ধভক্ত হৈ বৰ্বাদ হৈ যাব। দেশ বেচি দিব। এনেয়ে ওপৰে ওপৰে প্ৰশংসা কৰি
      লাভ নাই। দকৈ চিন্তা কৰি চাওক।

    • @edutainment5006
      @edutainment5006 6 місяців тому

      @@pgoswami5378 মহাশয়, গণতন্ত্ৰ সুস্থ হ'বলৈ বিৰোধী পক্ষ সক্ৰিয় হ'ব লাগিব (অখিল গগৈ ডাঙৰীয়াৰ দৰে) এফালে আলু ভৰাই আনফালে সোণ উলিওৱা বিৰোধী পক্ষ হ'লে আপুনি বিৰোধী পক্ষক কি বুলি বিশ্বাসত ল'ব। আৰু এটা কথা মই‌ ভক্ত (আদিযোগিৰ/Adiyogi) হয় কিন্তু অন্ধ নহয়।

    • @nityanandarai1927
      @nityanandarai1927 6 місяців тому

      Moza

    • @edutainment5006
      @edutainment5006 6 місяців тому

      @@pgoswami5378লগতে মই বিচাৰোঁ শক্তিশালী (আমাৰ অখিল গগৈ ডাঙৰীয়াৰ দৰে)বিৰোধী, যিটো নেকি সুস্থ গণতন্ত্ৰৰ বাবে অতি প্ৰয়োজনীয়। এফালে আলু ভৰাই আনফালে সোণ উলিওৱা বিৰোধী পক্ষ হ'লে আপুনি কি দৰে বিৰোধীক বিশ্বাসত ল'ব!? তাৰোপৰি মই ভক্ত হয় মহাদেৱৰ, কিন্তু অন্ধ নহয়।

    • @success2089
      @success2089 6 місяців тому

      তোক লাগে তই ঘৰত পুহি ৰাখ

  • @razeevsblogs5114
    @razeevsblogs5114 7 місяців тому +5

    Ei ardho gyani dhruva rathee congressor samsak moi xoijyo koribo nowaru, and moi bjp t vote himanta biswa sharmar babe nidio, karon jetiya himanta biswa sharma congressot asil tetiao ami bjp t vote di ahicho. BJP r kendriyo adorkho mor bohut val lage

  • @shantanusharma408
    @shantanusharma408 6 місяців тому +2

    প্ৰথম কথা অসমত, ভাৰতত চাকৰি নাপায় বাহিৰত গৈ বিদেশীৰ চাকৰ হোৱা বিলাকৰ মুখত নিজ দেশৰ নাগৰিক ভোট কাক দিব লাগে বুলি কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। প্ৰকৃত দেশপ্ৰেমীয়ে নিজ দেশ এৰি বিদেশত গৈ কুকুৰৰ নিচিনাকৈ ভুকি নাথাকে। নিজ মাটিত সিংহৰ দৰে থাকি ৰাইজৰ সমস্যাৰ সমাধান বিচাৰে। যদি সৎ সাহস আছে তেন্তে নিজ দেশত ভৰি থৈ এইবোৰ ভিডিও বনাব।
    দ্বিতীয়তে বিজেপি চৰকাৰে কি দিছে সেইয়া প্ৰতিজন হিন্দুৱে বুজি পাইছে।
    তৃতীয়তে বিজেপি চৰকাৰে কি দিছে সেইয়া প্ৰতিগৰাকী মুছলিম মহিলাই বুজি পাইছে।
    চতুৰ্থতে মোদী জীৰ নেতৃত্বত ভাৰতৰ আন্তঃ ৰাষ্ট্ৰীয় মানদণ্ডৰ বিষয়ে আপোনাৰ নিচিনা দুটকীয়া ভিডিও বনোৱা কেইটাৰ বাহিৰে বিদেশত থকা ভাৰতীয় সকলে বুজি পাইছে।
    পঞ্চমতে বিজেপি চৰকাৰৰ দিনত গোলকীয় অৰ্থনীতিত ভাৰতৰ স্থান সম্পৰ্কে প্ৰতিজন শিক্ষিত ভাৰতীয়ই বুজি পাইছে।
    আৰু এনে বহু আছে...লিখি থাকিব মন যোৱা নাই। যদি প্ৰকৃততে নিজকে ভাৰতীয় হিচাপে ভাবে তেন্তে ভাৰতৰ মাটিত ভৰি থৈ সমস্যা সমাধান কৰিবলৈ আহক। বিদেশত পৰিয়ালৰ সৈতে মেকদনাল্ড খাই বহি নাথাকিব। ভাৰত মাতা কি জয়। জয় শ্ৰী ৰাম। বন্দেমাতৰম।

  • @DJ_BABU_67
    @DJ_BABU_67 7 місяців тому +24

    আপনার কথাত যুক্তি আছে ! I love you
    সদায় আপোনার লগত আছো ! ! এইতো ভিডিও প্রতেক মানুহে চোৱাতু খুবেই দৰকাৰ

  • @himangshu8002
    @himangshu8002 7 місяців тому +18

    তেন্তে আপুনি বুজাই দিয়ক যে কাক আৰু কিয় কি কাৰণে ভোট দিব লাগে ?

    • @gaffaghaaj
      @gaffaghaaj 7 місяців тому

      BJP bhoot debo laga.Karon aru aber BJP jekela beeudhi neta,reporter,public hokoluka jailot bhorabo.Ganatantra hakh kore debo.Bangladeshi a Assam bhore porebo.Muslim khene BJP P Join kora loga loga hokolu Muslim Indian hoi jabo.

    • @gaffaghaaj
      @gaffaghaaj 7 місяців тому

      BJP jekela ako agor Roja den ghuri ahebo.Hemantar pasot putak Roja hobo.Tar pasot natiniak.

    • @DhananjayBarman-ow6lk
      @DhananjayBarman-ow6lk 6 місяців тому +1

      Hi kio kobo nijor bibek nai

    • @himangshu8002
      @himangshu8002 6 місяців тому

      @@DhananjayBarman-ow6lk নিজৰ বিবেক আছে ডাঙৰীয়া , কিন্তু তেওঁ যে কৈ আছে BJP ক ভোট দিব নালাগে তে কাক আৰু কিয় লাগে সেইটো কৈছোঁ

    • @pgoswami5378
      @pgoswami5378 6 місяців тому

      নিজেই পৰিবেশ পৰিস্হিতিবোৰ চাই মনটো স্হিৰ কৰক,বেলেগৰ কথা নুশুনিব।

  • @Kamaljj7xz
    @Kamaljj7xz 7 місяців тому +11

    কংগ্ৰেছে কি দিছিল... বিজেপিয়ে সকলো দিছে... মোডী জিন্দাবাদ, এইবিলাক পাবত গজা নিউজে অসমৰ সচেতন নাগৰিক সকলক বশিভূত কৰিব নোৱাৰে ৷

    • @fbrai5398
      @fbrai5398 7 місяців тому

      গু* ভক্ত

    • @JunMun-nn9qj
      @JunMun-nn9qj 7 місяців тому +1

      Ki dise

    • @jibonsaikia728
      @jibonsaikia728 7 місяців тому +1

      1500

    • @success2089
      @success2089 7 місяців тому

      BJP samusere khuai belsare loi jai. 5 kg saul, dukhon maan flyover loi jua aru mediat amar Vandana koriba mulyabridhhir kotha nokoba, kheti bati sakorir kotha nokoba, maat matile ED police sob lagi jabo

    • @hasibur2255
      @hasibur2255 7 місяців тому

      Modi hamara bap hai pati 😂😂😂😂😂

  • @pabitraghosh3677
    @pabitraghosh3677 6 місяців тому +1

    বিজেপিৰ বিপক্ষে ভাল আৰু যোগ্য কংগ্ৰেছৰ পাৰ্থি নাই প্ৰধানমন্ত্ৰী বাবে।বিজেপি এনেকুৱা নহয় যে ভাল কাম কৰা নাই।অসমত আগতে চৰকাৰী চাকৰি 10 to 400 চাকৰি ওলাইছিল এতিয়া সকলো বিভাগত চাকৰি 5000+ ওলাই আছে যোৱা বাৰ APSC 700 post ওলাইছিল যি আগতে ওলোৱা নাছিল। আমি খেতি নকৰিলে বস্তুৰ দাম বঢ়া স্বাভাৱিক। হয় কিছুমান টেক্স বেছি লৈ আছে সেইটো মিছা নহয় কিন্তু আগৰ পৰা উন্নতি বহুত হৈছে। এইবাৰ আকৌ নিবনুৱা ব্যৱসায় বাবেই টকা দি আছে। মই কংগ্ৰেছ বেয়া নাপাওঁ কিন্তু অসমত কংগ্ৰেছ দলত গৌৰৱ গগৈ বাহিৰে এজনো উপযুক্ত নেতা নাই । মন্দিৰ দেখিব নালগে ৰাস্তা দেশক,মেডিকেল কলেজ দেশক,পলিটেকনিক কলেজ দেখিব পাৰে যোৱা কেইবছৰ ভিতৰত উন্নতি হৈছে।

  • @LakhyadharChamua
    @LakhyadharChamua 6 місяців тому +6

    ভাল সাংবাদিক !ইয়াতকৈ ভল কথা কৈ জনতাক সজাগ কৰক !❤

  • @papayanath9512
    @papayanath9512 7 місяців тому +16

    Right Dada❤

  • @jyotikaguwala4469
    @jyotikaguwala4469 7 місяців тому +15

    Apuni Congress join korok aru cm houk

    • @gaffaghaaj
      @gaffaghaaj 7 місяців тому

      CAA Mana ki Jana na nai

    • @pgoswami5378
      @pgoswami5378 6 місяців тому

      বিৰোধ কৰিবলগীয়া কথাবোৰ মানি লৈ শুই থাকিলে এটা সময়ত গছকি
      চেপেটা কৰি পেলাব। বিৰোধী মানেই কংগ্ৰেছ নহয়। কংগ্ৰেছ মানে অকলেই বিৰোধী নহয়। দেশৰ ৬০%ত কৈও বেছি লোকেই বিৰোধীৰ শিবিৰত আছে।
      ভাবিচিন্তি চাই পাৰিলে ভাল বিৰোধী হওঁক, নহলে অন্ধভক্ত হৈয়েই থাকক।

  • @assam6916
    @assam6916 7 місяців тому +10

    মানে কংগ্ৰেছ ক ভোট দিব লাগে সেই2 কৈছা মানে তাকে বুজাইছে পাপ্পুক ভোট☺️☺️☺️

    • @gamerflight
      @gamerflight 7 місяців тому +1

      Congress mall tu dii ase ehotok xeikarne😂

    • @pgoswami5378
      @pgoswami5378 6 місяців тому

      কেন্দ্ৰত চৰকাৰ সলনি হোৱাটো দেশৰ ৮০%লোকেই এতিয়া বিচাৰিছে।

  • @anudiprabha3000
    @anudiprabha3000 7 місяців тому +5

    Dhruv Rathee r brainwash tumi o ata😂😂😂
    Ako nai dee moi o aasilu atia ulai aahilu.

  • @sumansutradhar2310
    @sumansutradhar2310 7 місяців тому +1

    আপুনি দেখুন ধ্ৰুব ৰাথিৰ দৰে অপপ্রচাৰ চলাই আছে😂
    এটা কথা কওক চোন NDTV , আডানিয়ে ক্ৰয় কৰিলে কিয়❓😁
    উত্তৰ:- NDTV ৰ founder প্রণয় ৰয়ে আদানি group পৰা ৪০০ কোটি টকাৰ free loan লৈছিল আৰু যেতিয়া NDTV ৰ founder য়ে আদানিৰ পৰা লোৱা টাকা উভতাই দিবলৈ অক্ষম হল , তেতিয়া আদানি NDTV দখল লয়

  • @prasantadewri5118
    @prasantadewri5118 6 місяців тому +1

    অ ককাই,অলপ মান বেছি বুকিছে নেকি,আপুনা video টো নাচাও তে গম পালু চৰকাৰ বিপক্ষে, বিৰুদ্ধে যে কবি,গমেই পাওঁ আপুনি এটা কাম কৰক,আপুনি কংগ্ৰেছ হকে এটা চেনেল খোলক, আপুনি বুজাই দিয়ক চুন,2014 চনৰ আগতে অসম খন কি আছিল,কাৰ চৰকাৰ আছিল আৰু কিমান উন্নতি হৈছিল, পাৰ্থক্য তু ওলাই আছে, ৰাইজে ইমান মূৰ্খ নহয়

  • @pabitraghosh3677
    @pabitraghosh3677 6 місяців тому +4

    আপুনি কৈছে টেক্স বহুত লৈ আছে তাৰ পাছত কৈছে লোন বহুত লৈছে। আপুনি কব চৰকাৰৰ পৰা আমি ৰাস্তা লাগে,বিশ্ববিদ্যালয় লাগে, আমাৰ অৰুণোদয় আঁচনি লাগে,চৰকাৰী চাকৰি লাগে গোটেই সিনি দিবৰ বাবে টকা কত পাব আমাৰ পৰা লব নহলে ঋণ লব । আগতে চৰকাৰী চাকৰিৰ বাবে 3rd grade 7/10 লাখ টকা গোছ দিব লাগিছিল এতিয়া এক টকা নিদিয়া কৈ চাকৰি পাই আছে ।তেন্তে জনতাই কত ভোট দিব।

    • @underliton5572
      @underliton5572 6 місяців тому

      আবে পাগল এতিয়াও টকা চলি আছে চাকৰিত

    • @everything1268
      @everything1268 5 місяців тому

      ​@@underliton5572 eiburok koi laav nai, porha Huna murkho hoi

  • @kanakrabha3239
    @kanakrabha3239 7 місяців тому +10

    মূল্যবৃদ্ধি কেতিয়াও নকমে খেতি কৰিছে নেকি অসমীয়া সকল sobe খেতি মাটি বিক্ৰী কৰি আছে। জন্ম নিয়ন্ত্ৰণ নকৰিলে অনাগত দিনবোৰত ভয়ংকৰ পৰিস্থিতি হব। খোৱা মানু্হ বাঢ়ি গৈ আছে খেতি মাটি কমি যায় আছে। আৰু সাধাৰণ মানুহ বিলাকক থকা দিনবোৰ ভালকৈ খায় পাৰ কৰিব পাৰিলে হল চৰকাৰ যাৰে নহক sobe ঘৰখন ভালকৈ খায় দিন পাৰ কৰিব হে লাগে সেই কাৰণে চৰকাৰ আঁচনি লব বিচাৰে আৰু ধনী বোৰে দুখীয়া মানুহ সকলোক ওপৰত উঠিব সুবিধা নিদিয়ে।

  • @Rinku-gp3kt
    @Rinku-gp3kt 7 місяців тому +14

    Petrol price is 50 rupees per litre for Hindus

  • @jayantasaikia8857
    @jayantasaikia8857 7 місяців тому +5

    Aru anekuwa video lage jate sobore soku khul khai

  • @_GAUTAM_CHANDRA_
    @_GAUTAM_CHANDRA_ 7 місяців тому +6

    Khan sir to cm Himanta sir val kam kora kotha koise heitu bhul koise naki 👿

  • @MinmoyAssam
    @MinmoyAssam 7 місяців тому +7

    Congress t koi BJP a val kam a kori ase .

    • @success2089
      @success2089 7 місяців тому

      Kotha koar protest korar e odhikar loi goi ase aru bule val kam kori ase. Andha bhakta tu

  • @pranabjyoti2462
    @pranabjyoti2462 7 місяців тому +14

    100% Right

  • @mituljyotibordoloi3421
    @mituljyotibordoloi3421 7 місяців тому +3

    Congress mane Miya party 😠😠😠😠 Ami dekhi asu kune ki kari sae apuni dekhar karne ki kari se ?

  • @sd-ru3fg
    @sd-ru3fg 6 місяців тому +1

    Exactly... Jana xadharonor uporot xoru xura kthate police logai dhore... Mantri mla r corruption buror ekue nhoi.. Assam bjp govt e bohut keita section k bohut beake bea puai dise including job holders. Ground reality hol bohut besi manuhe bjp k bea pua hoise etia jodiu vote disile agte... Iman bur section r lgt bea hoi election jikibo nuare...Wake Assam govt.. Nhole 2026 t vote nidie manuhe.. Advice from A big bjp supporter.

  • @abinashdas8074
    @abinashdas8074 7 місяців тому +1

    Dhruv Rathe sn nije AAP r it cell t kam kore 😅😂😂🤣 xi Bip k criticize kora tu khubei nornal kotha aru Bjp ji kam krlio xi aneo xontusto nohoi 🤣🤣 kom left lobby ni kintu Bharat khnt ,aiblik buji pi ajikli mnuhe so lav ni emn bodnam gai 😁.

  • @satyarabha8536
    @satyarabha8536 7 місяців тому +5

    Dada raije Jane kak vote diba lage .

  • @funnystar-p1v
    @funnystar-p1v 7 місяців тому +6

    UA-camr jonor kotha xuni aibur kora legal nohoi dada ..hoi ami manisu ai sorka xon bohut mehe ngar kintu Congress t koi 70% powerfull hoi. Xokolue ata positive aru negative thakei tak sali jari suatue asol kotha ..jai hind

  • @pranjalmoran6577
    @pranjalmoran6577 7 місяців тому +3

    As you are anty bjp . You do not see anything .

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      Neither I am anti BJP nor I support any party. I am just making videos for public awareness.

  • @anantasonowal287
    @anantasonowal287 7 місяців тому +3

    ভাল দিন বিলাক গ'ল আৰু ভালদিনবিলাক আৰু ঘূৰি নাহে আৰু বৰ দূষৰ কথা।

  • @tezpur5766
    @tezpur5766 7 місяців тому +22

    Dhruv rathee and yo yo adviser fan hit here

  • @dipbori2624
    @dipbori2624 7 місяців тому +10

    Very very important video. Right dada.

  • @SANKAR250z
    @SANKAR250z 6 місяців тому +2

    💯 %% Right আপোনাৰ কথাবোৰ অসমৰ ৰাইজে ভাবি চাবৰ সময় হল।

  • @Mrxyzinshan
    @Mrxyzinshan 7 місяців тому +3

    Deblop buji pai nay apunini piyaz nohoru bad diyok manuhor hazira kiman ase ek dinor 2013 Rs223 aji Rs779 par day 2023+2024 yei bujok apuni

    • @success2089
      @success2089 7 місяців тому

      Kotha kobo ahisa andha bhakta. Manuhor hatot kot toka ase 700 k dibo hazira. Sob Adani Ambani e ghotise. Middle class or tez xuhi khaise aru dukiyak 5 kg Saul di vote kita lobo karne jiyai rakhise

  • @thepranjalsaikiavlog8283
    @thepranjalsaikiavlog8283 7 місяців тому +4

    মোদী আমাৰ vogoma ❤ balage কি ভাবে ভাবি থাকক আমি moodijek ভোট dem a

  • @theboy4773
    @theboy4773 6 місяців тому +1

    -Usssed koratu ki beya kotha neki? Patta real owner k diboi tu kehna kya chahte ho?
    -tax loot overburden,i agree
    -dhruv rathee is correct but why he doesn't talk about westt Bengal/sandeshkhali incident
    -himanta biswa ktha dhruv rathee e kole new validation nahoi, already huni ahisu bht agor pa
    -CBI NIA ED is been weaponised
    -democracy 10% declined yes

  • @jubairkhan-yb4bo
    @jubairkhan-yb4bo 7 місяців тому +5

    very good information 👍👍

  • @Gaurabshorts02
    @Gaurabshorts02 7 місяців тому +3

    Dada moi apunar hokolu video saon bhal lage .kintu eta kotha kom bhumi patta dise amar dibrugarh fale baki khini najanu

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому +1

      oh Kisumanot jagah sai aru voter sai dise

  • @shyamalsvlogs405
    @shyamalsvlogs405 7 місяців тому

    Background shaktiman r kelvish😫kune kune sini pwa cmnt kora😂

  • @KiranDoley-nu8du
    @KiranDoley-nu8du 6 місяців тому +1

    Val lagise video khon kin2 popular youtuber Dhruv Rathee r pra olop copy korise aru 😁😁

  • @eslahezindegee3969
    @eslahezindegee3969 7 місяців тому +5

    Bhai amar manuhe abilak ..buji napai...ajir pora apunakol kisu Mane beya ke homalochona korib ❤❤

  • @imamultech3425
    @imamultech3425 7 місяців тому +12

    One of the best video ❤

  • @KalpajitGogoi.
    @KalpajitGogoi. 7 місяців тому +2

    Dada moi apunar fan hoi ❤ ..anekua vdo apunar pora ru bisaru ..asomor youtuber or karu anekua vdo bonabo himmat ni ..apuni anekua vdo bonai jaok ..aami apunak hodai support koru ru kori jm

  • @bikashbhowmick5760
    @bikashbhowmick5760 7 місяців тому +7

    Dada bohut boriya one best video and best topic

  • @gamerflight
    @gamerflight 7 місяців тому +4

    Video thike ase👍 kin2 vote bjp ke dim🚩🇮🇳 apuni najanib, dhruv Rathee a najanib jee bjp ohar pra public r ki lav hyse.

  • @funnystar-p1v
    @funnystar-p1v 7 місяців тому +1

    Apunar bohut video Sao kintu sob thike asil kintu .atiyahe asol urohi ur tu atiyahe ulaise ..ahu dharor guda asolote kunu nohoi khuda ..

  • @GUBINDA-gs9rg
    @GUBINDA-gs9rg 6 місяців тому

    তই কেই দৰা মাটি খেতি কৰি পাইছও। ইমান যে মূল্য বিধী কথা কৈ আছও । population কিমান বৰ্তমান জনও নাই সব free লাগে হা। দাম বহিলে মানুহে কাম কৰিব মন কৰে গম পাওঁ নাই। নহলে ২০০ টকাতে সব হৈ যাব বুলি ভাৱে ঘৰতে শুই থাকিব বিচাৰে

  • @pgoswami5378
    @pgoswami5378 6 місяців тому

    ভবিষ্যতে নিৰ্বাচনেই উঠাই দিব পাৰে। ভৃত্যৰ নিচিনা হৈ থাকিব
    লাগিব।এইকথা অৱশ্যে বিভিন্ন মহলত আলোচনা চলিও আছে।

  • @funnyindia7054
    @funnyindia7054 7 місяців тому +1

    Dhruv rathee kun hoi bar bar tar nam loi ase je , baa iar agot mane xunor bharat asil sage haguteo sage xunr lad ulaisil apunar. Democracy hoi manuhe jak bisare take dibo vote , public murkho nohoi .

  • @Mrxyzinshan
    @Mrxyzinshan 7 місяців тому +5

    Deblop buji pai nay apunini piyaz nohoru bad diyok manuhor hazira kiman ase ek dinor 2013 Rs223 aji Rs779 par day 2023+2024 yei bujok apuni

    • @shortsOfAssamofficial
      @shortsOfAssamofficial 7 місяців тому +3

      Ki koi ase aapuni moi 779 hajira montri MLA r ghrt ne 😂😂😂 field verification kori kotha kbo nonsence

    • @KalpajitGogoi.
      @KalpajitGogoi. 7 місяців тому

      779 hajirat apuni kore sage 😂

    • @kuchhai
      @kuchhai 7 місяців тому

      Apuni sage pai besi bhag manuhe napai eman

  • @nayandutta8609
    @nayandutta8609 6 місяців тому +1

    Mulya bridhi kunu government a komaba nuware.mulya bridhi supply and demand formulat hoi dada.

  • @adivasi1998
    @adivasi1998 7 місяців тому +2

    BJP Assamot saboloi gole bohut val kam korise 👍

    • @success2089
      @success2089 7 місяців тому

      Manuhor ganatantric odhikar xekh kori goi ase eyat k o kiba bea Kam thakibo pare nki. Andhabhakta

  • @mituljyotibordoloi3421
    @mituljyotibordoloi3421 7 місяців тому +2

    Ai buli je Congress k vote dim ,ke tiyao nahab Congress go back 😠

  • @artikulhussien5299
    @artikulhussien5299 7 місяців тому +1

    E V M or uproot kiba ata kotha kobologiya hoi jene dhorone bariror dekhot ban hol thek he dhorone Amar dhekhot to ban hbolage tetiya he Jodi kiba ata hobo buli bhabu .

  • @jayantapathak4401
    @jayantapathak4401 7 місяців тому +1

    News live hoise bjp r chenal
    Chenal 2r malik. Mamar wife 😂

  • @Crypto1777
    @Crypto1777 7 місяців тому +6

    Dada aponi akdom thik kotha koise

  • @biswacreative8325
    @biswacreative8325 6 місяців тому

    জি দেখিছোঁ youtuber বিলাক ৰাজনীতিত যোগদান কৰিব চাগে 😅😅😅😅

  • @rashidulhoque6900
    @rashidulhoque6900 7 місяців тому +4

    Right bro

  • @dhareswarlahkar2936
    @dhareswarlahkar2936 6 місяців тому +1

    Aami usched karimei uschedita thait aami bangladeshik bhuwame.CM.

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 6 місяців тому +1

    দাদা আপুনি উচিত কথা ই কৈছে,, কিন্তু আমি মানুহ বোৰ যে লুভিয়,দেশ যি ফালে নাযাওক নিজৰ আশা পূৰণ হলে হল আমি দোকানত গলে হিন্দু বুলি ক'লে বস্তু ৰ দাম কমাই দিয়ে

  • @xomir_07
    @xomir_07 6 місяців тому +1

    Apunar kotha mote vut ndyake thakibo neki😂 moei dim apuni ndleu nai 😂diya manuh dhei ase

  • @shyamalsvlogs405
    @shyamalsvlogs405 7 місяців тому

    Dada apunak moi msg krislu nmbr bsri kntu rply nplu

  • @LADUBHAI22
    @LADUBHAI22 7 місяців тому +5

    👍 right sir

  • @nayandutta8609
    @nayandutta8609 6 місяців тому +1

    Dada apuni kon dolor hoi koise.jibur hoise haiburr kothatu kauk

  • @chetry4037
    @chetry4037 6 місяців тому

    Kothabur hosa..
    Vote aami vaal mp sai dibo lage, not party. Free diya sab bandho hobo lage, birudhi dal thhoka tu proyujan.
    But in central still bjp good. Leader like 1.ashwini vaishnav ( growth in railway, made in india train)
    2.Jaishankar( foreign policy strong and make india as a leader in the world politics)
    3. Gadkari ( no comments on him, he is great in every side road and transport, vehicle, hydrogen, biometric, electric car automobile sector)
    Sonwal. ( Great achievement in ports, largest ports connectivity, sagarmala project)
    Sitraman ( economy survive in covid time, save from rescission, growth rate in good rate)
    Not bjp supporter, but appreciated this leaders.
    Aamar rajiyat sonwal cm vaal aasile. birudhi strong thokatu proyujan but caa namot party ulai bjp k benefits dile. Party holoni kori ideology change just for money, industry, it, skill base institute, etc needed. And free laptop Scotty bijuli saul aata tel, sab bandho korok. Jiman pare taar binimoyot discount diyok.

  • @TJewellers
    @TJewellers 6 місяців тому +1

    Aapna okaad me aahi gaya 90 persent muslim esa hi hota hai
    Pahle kisi state me jakar waha ki bhhasa sikh ker waha ke ligo ko apna dost bana ker unke family se rista banaker pure desh , state me apni sankhya badha ker us jagah ko kabja kerna jese - afganistan, Pakistan

  • @chandanmachahari5078
    @chandanmachahari5078 6 місяців тому

    Kisuman anekua byakti ase j giyani murkho... mane xhosa kotha2 kole koti joli jai.
    #LOVE ❤FROM UDALGURI.

  • @zonakmahanta
    @zonakmahanta 7 місяців тому +4

    But never ever to Congress again for sure... Congress has completely destroyed Assam in last 70 years...

    • @success2089
      @success2089 7 місяців тому

      70 basar 70 basar kiman koriba andha bhakta. Last 40 years or 20 years BJP e asil. Gotike natak bandha kar okol 5 kg Saul e manuhor jibonor loikkho nahay

    • @zonakmahanta
      @zonakmahanta 7 місяців тому

      @@success2089 I have the capabilities to buy your entire family if I wish.. So please don't come down to personal level and talk about 5 kg free rice.. If you want to state your points logically, please do Or just get lost...

    • @success2089
      @success2089 7 місяців тому

      ​@@zonakmahanta Tor Jodi sob kinibo para capacity e ase tenehole tor BJP Congress loi ki matlab. Toi Adanir lagat utha boha kora manuh toi amak gyan dibo nahibi

    • @zonakmahanta
      @zonakmahanta 7 місяців тому

      @@success2089 you are correct... You are born to lick the dirty asses.. I should not bring down myself to your level...

    • @zonakmahanta
      @zonakmahanta 7 місяців тому

      @@success2089 You are absolutely correct.. You are born to li*k dir*y as*es.. So i should not bring down myself to your level..

  • @assam6916
    @assam6916 7 місяців тому +6

    আমি ভাল পাইছোঁ বহুত কথা কৈ লাভ নাই bjp লাগে আমাক বহুত স্বাধীন হৈ আছোঁ এতিয়া শান্তিত আছো । বেয়া পাব kali গাত লাগিব আপোনাৰ । আপুনি দাইৰেক কিয় কব bjpk চাপত নকৰিব বুলি ।।। আমি জানো কোন তো ভাল কোন বেয়া ।। কংগ্ৰেছে কি কৰিছিল আৰু এতিয়া চাওক ।। জয় bjp

  • @nabadipnath2630
    @nabadipnath2630 7 місяців тому +5

    Akdom Right koisa yo yo

  • @bhaskarrabha5488
    @bhaskarrabha5488 7 місяців тому +6

    Hosa kotha dada ❤

  • @bhaskarjitbora6435
    @bhaskarjitbora6435 6 місяців тому +1

    আপুনি নিৰ্বাচনৰ প্ৰচাৰ কৰিছে নেকি?

  • @rosidulislam4778
    @rosidulislam4778 6 місяців тому +1

    চৰকাৰে আমাক লুটি খাইছে

  • @rishirajomivaidya5648
    @rishirajomivaidya5648 6 місяців тому

    honey da (yo yo adviser) apunr sb video moi sau..apunk ata ktha jnabo bisaru je bjp r bahere kunu ata political party kamor nhoi..opposition khtm bjp ye nai kra opposition party r opodartho idology r krne manuhe believe nkore..mnisu bjp beya ok…apuni tmc kolkata aimdk tamil nadu congress karnataka ki ghoti ase hindu dhormo ses kri dim hindi temple bhagi dim eaibur slogan sob flee muslim r utpat non bjp r govt t…jodi tmc aimdk congres development t km kril hoi eaibur hindu muslim topic side t rakhi nicchoi vote dilee hoi raijee ki bhal kam krise congress aimdk tmc ye jot jot sorkar ase sob hindu enemy hoi uthise..manuhe kyo vote dibo????? muslim country akhn t goi hindu manuh election t uthi muslim beya beya kolee tare manuhe vote dibo nkn…forgt develepment in this case..bjp r bahere sob party r ata ye idology muslim burok keneka ugro kri hindu k sess kra slogan duee heikrne democracy khtm hbo dhorise bjp ye ktya o democracy khtm nai kra..bhal opposition nai junee bhal idology loi km kribo….bjp hitler hlee o amr prblm nai something is better than nothing

  • @Jawan269
    @Jawan269 7 місяців тому +2

    11:18 Point Dada Point 📍
    Apunak Salute Sir
    Aakha thakil Apunar Bahut Subscribe + views hoi. 💕 Jai Hind Jai Bharat 🇮🇳

  • @RahmatAli-pl1ek
    @RahmatAli-pl1ek 7 місяців тому +5

    Ri8 bro 💪

  • @JunMun-nn9qj
    @JunMun-nn9qj 7 місяців тому +4

    Mjh

  • @harshajitdas9245
    @harshajitdas9245 7 місяців тому +1

    Des khan byar dikhe jaba baki ni ar...

  • @TJewellers
    @TJewellers 6 місяців тому +1

    Assam me ye log apni sankya badha ker assam ko kabja kerna chahte hai jo ki Bangladeshi muslim hai

  • @biplobkarmakar4906
    @biplobkarmakar4906 7 місяців тому +1

    Dada amar 27 lakh manhu r aadhaar nai please unlock nrc biomatrice please aytu r oporot video bonayok

  • @NakulKeot
    @NakulKeot 7 місяців тому +5

    Apunar kotha nukhunu 😅😅😅

  • @AkonBoro-j5q
    @AkonBoro-j5q 7 місяців тому +3

    Val kotha koisa dada

  • @bijuroy3068
    @bijuroy3068 6 місяців тому +2

    Unsubscribe channel

    • @YoYoAdviser
      @YoYoAdviser  6 місяців тому

      Most welcome. murkho aru ondhobhokto muk eneo nalage.

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 5 місяців тому

    BJP , মিছলিয়া, ঠগিৰাম, বেপাৰী, আৰু কৌতুকী ।

  • @MadhurjaKardong
    @MadhurjaKardong 7 місяців тому

    আপোনাৰ মতে কোনটো প্ৰআথীক ভোট দিলে ৰাইজৰ ভাল হব।

  • @tarunassam1863
    @tarunassam1863 7 місяців тому +5

    Absolutely right bro

  • @barobarman8310
    @barobarman8310 7 місяців тому +2

    Congress k vote dibo Lage nki

  • @TJewellers
    @TJewellers 6 місяців тому +1

    Assamese (hindu) ka name leker bangladesi ko bacha raha hai