1 Million Views! এই ভিডিও টোৰ কাৰণে Gaurav Gogoi জিকিছে । কি আছে Video টোত এবাৰ চাওঁক ll BJP Ends ||

Поділитися
Вставка
  • Опубліковано 29 вер 2024
  • কি আছে ভিডিও টোত যে BJP ইমান ভয় খাইছে। 1 million views and still trending. Jorhat Lok Sabha Elections 2024: Congress’ Gaurav Gogoi faces BJP’s Topon Kumar Gogoi challenge || Lok Sabha elections 2024: The Jorhat Lok Sabha constituency will witness a contest between BJP candidate Topon Kumar Gogoi and Congress MP Gaurav Gogoi. Gaurav made the transition to the Jorhat constituency due to the delimitation process that dissolved the Kaliabor seat where he is a sitting MP from. He had won the 2014 and 2019 Lok Sabha elections from the seat. His name was announced in the list of candidates by the Congress which has fielded 12 out of 14 candidates in Assam. Gaurav will be up against BJP’s Topon Kumar Gogoi.
    #trendingvideo #assam #election #bjp #congress #gouravgogoi #tapangogoi #loksabhaelection2024 #trendingnow

КОМЕНТАРІ • 2,1 тис.

  • @RabinHembrom-t4n
    @RabinHembrom-t4n 6 місяців тому +111

    মাননীয়, শ্ৰীযুত গৌৰৱ গগৈ দাদা অসমত ছয় জনগোষ্ঠী জনজাতি কৰণ চিঞৰি চিঞৰি সংসদত মজিয়াত উত্থাপন কৰিব পাৰিব আৰু কাৰ্যকৰী কৰিব পাৰিব বুলি আহোম বসীি ৰাইজৰ সম্পূৰ্ণ বিশ্বাস আপুনি বিপুল ভোটত জয় যুক্ত হব। যোৰহাট সমষ্টি বাসী একগোট হবলৈ বাদ্য হৈছে।।

  • @SrimitalisaikiaSrimitalisaikia
    @SrimitalisaikiaSrimitalisaikia 6 місяців тому +337

    গৌৰৱৰে কও যে গৌৰৱ গগৈ জিন্দাবাদ

  • @nitunzaborah5902
    @nitunzaborah5902 6 місяців тому +567

    শিৱসাগৰৰ ৰাইজে গৌৰৱ গগৈক জীকাব। 100/% চিন্তা কৰিব নালাগে।। অখিল গগৈক আনিলো.....যেনেকৈ ..ঠিক তেনেকৈ গৌৰৱ গগৈকো আনিম তেনেকৈ.... মই bjpত আছো... কিন্তু গৌৰৱ গগৈক বিছাৰো

    • @babysaikia7520
      @babysaikia7520 6 місяців тому +13

      👍

    • @NKMedia-d6k
      @NKMedia-d6k 6 місяців тому +13

      সুন্দৰ

    • @narayankumarbora3762
      @narayankumarbora3762 6 місяців тому +25

      ২০২৬ ত অসমৰ পৰা বিজেপি বিদায় হ'লে কেইজন মানৰ অৱস্থা কেনে হ'ব?

    • @JeutiRabha-np1es
      @JeutiRabha-np1es 6 місяців тому +12

      Bjp go back

    • @prasannachetia3095
      @prasannachetia3095 6 місяців тому +6

      Bhal lagile huni .

  • @nirugogoi4576
    @nirugogoi4576 6 місяців тому +267

    গৌৰৱক দেখি বিজেপি মতি ভম হৈ গৈছে

  • @goldstarindia5181
    @goldstarindia5181 6 місяців тому +131

    মই BJP ক সমৰ্থন কৰোঁ। কিন্তু গৌৰৱ গগৈক মই বহুত ভাল নেতা হিচাপে সন্মান কৰোঁ।

  • @thaneswarbaruah2218
    @thaneswarbaruah2218 3 місяці тому +2

    বৰ্তমান বিজেপি ৰ এ জনো mp mla গৌৰৱৰ পিছফালে থিয় হোৱাৰ য্যোগ তা নাই, parliamentat এটাইকেইটাই পিছফালে তুপানিয়াই টোপনীয়াই বহি থাকিবলৈ গৈছে।

  • @RanuGogoi-l6j
    @RanuGogoi-l6j 3 місяці тому +1

    একেবাৰে শুদ্ধ কথা প্ৰকাশ কৰিলে। ধন্যবাদ।

  • @nanyahage8243
    @nanyahage8243 3 місяці тому +2

    Gaurav Gogoi 1000% right...

  • @mdas1213
    @mdas1213 6 місяців тому +31

    বহুত বহুতেই সুন্দৰ উপস্থাপন দাদা ।

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 6 місяців тому +45

    গৌৰৱ গগৈ জিন্দাবাদ । গৌৰৱ গগৈ অসম তথা ভাৰতৰ গৌৰৱ । গৌৰৱ গগৈৰ সাহসিকতাক selut জনাইছোঁ ।

  • @DoniMili-qo4yc
    @DoniMili-qo4yc 3 місяці тому +1

    ❤ mojja kotha

  • @tamjidahmed5119
    @tamjidahmed5119 2 місяці тому

    পৃথিৱীৰ ভিতৰত বিবেকবান ভোটাৰ আছে অসমৰ শিৱসাগৰ আৰু যোৰহাটত। চেলুট দিওঁ আহক।

  • @intuneog
    @intuneog 5 місяців тому

    অসমৰ মুখ্যমন্ত্ৰী পদৰ বাবে অতি যোগ্য গৌৰৱ গগৈ

  • @nazim12367
    @nazim12367 5 місяців тому +2

    Garub gaogi is now good politician all support him plz ❤❤❤

  • @madhujya007
    @madhujya007 6 місяців тому +16

    যোৰহাটৰ ৰাইজে ন্যায়ৰ পক্ষত বিবেক ভোট দিব। দল বুলি নহয় এইবাৰ ভাল ব্যক্তি বাছনি কৰাত অগ্ৰাধিকাৰ দিয়া হব। অসমৰ গাত জাপি দিয়া কাঁৰ দৰে কলা আইনৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিব। জাতি মাটিৰ কথা কৈ মিচলিয়া প্ৰলোভন দিয়া সকলৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাইজে।👍🤘

  • @dipalisharma5442
    @dipalisharma5442 6 місяців тому +11

    😅বিদেশী বোৱাৰী আনিলেই পুত্ৰ বিদেশী নহয়। আপোনালোকৰ দৰেই এজন ভাৰতীয় নাগৰিক। মই তেওঁক বৰ ভাল পাওঁ।

  • @Risongmising
    @Risongmising 6 місяців тому +20

    Jayanta malla aru piyush hazarikar sehera dekhilei mur BJP k vote dibo mn njai

    • @anirudhachetri7853
      @anirudhachetri7853 6 місяців тому +3

      Same feeling hoi 😂😂

    • @BananajoestarwithaAK-47
      @BananajoestarwithaAK-47 6 місяців тому

      ​@@anirudhachetri7853same

    • @faridaahmed5968
      @faridaahmed5968 6 місяців тому +1

      Caa ahile assomia nohoi ami hindi, bengali t kotha patib lagibo, gootike atiar porai practice korok .

  • @khogenborah8276
    @khogenborah8276 6 днів тому

    Gaurav Gogoi is the asset of India.We pray to God for his good health.

  • @subratadey9156
    @subratadey9156 6 місяців тому +10

    সচা কথা। কিছুমান কথা আমি জনাই নাছিলো।গৌৰৱ গগৈ ভাৰতৰ গৌৰৱ।

  • @dipjutideka1105
    @dipjutideka1105 5 місяців тому

    গৌৰৱ গগৈয়ে জিন্দাবা❤❤❤

  • @rupdhannath6894
    @rupdhannath6894 6 місяців тому +6

    Moja kotha koise aponi,ai khini kotha Assam ৰ মানুহে বিশেষ কৈ যোৰহাটৰ মানুহে বুজি পালে বেছি ভাল আছিল

  • @DimbanathDoley
    @DimbanathDoley 3 місяці тому

    বি জে পি ত যিমান মন্ত্ৰী বিধায়ক আছে সকলো মিলি একো কৰিব নোৱাৰে । এই নোৱাৰা কাম গৌৰৱ গগৈ অকলে কৰিব পাৰি ।অৰ্থাত
    সহস্ৰ দুৰ্বল হাতত কৈ একন সবল
    হাতেই শ্ৰেষ্ঠ ।এই নদাই বজাই বিধায়ক মন্ত্ৰী বোৰ বাদ দিয়া গৌৰৱ গগৈক 26 ত চি এম . . .

  • @karsangpagagofficial
    @karsangpagagofficial 5 місяців тому +1

    Gorub gogoi Zindabad jorhat majuli ❤❤❤❤❤

  • @nelsonmosahary5079
    @nelsonmosahary5079 6 місяців тому +8

    Gaurav Gogoi is the voice of assam to parliament of India, and to the world. 👍

  • @dipalibhuyan1180
    @dipalibhuyan1180 6 місяців тому +26

    জেনেৰেল সম্পাদকীয় মানুহ বিলাক ৰজা হলে দেশখন ৰসাতলে আৰু যাব । আমাৰ গৌৰৱ গগৈ ৰজা আসনত গৌৰবৰ জয়

  • @surenchandramili5839
    @surenchandramili5839 5 місяців тому +1

    তপন গগৈ সংসদৰ মজিয়াত মাএ মানুহৰ চেহেৰা বিলাক চাবলৈ যোৱাৰ বাহিৰে তেওঁৰ একো নাই! আৰু সংসদৰ building টো কেনেকুৱা, কোনে কি পিন্ধে কি কয় সেই বিলাকহে চাবলৈ প্ৰতিনিধি হিচাবে গৈছে! আৰু নো বুলিবলৈ কি আছে!!

  • @KartikPhukon
    @KartikPhukon 5 місяців тому

    dada সঁচা কথা কৈছে ভাল লাগিল

  • @Bikram-Gamin
    @Bikram-Gamin 6 місяців тому +12

    Gourab gogoi asake amar gourab

  • @manobendrabordoloi4630
    @manobendrabordoloi4630 16 днів тому

    Gaurav Gogoi..the wonderful Assamese leader of Assam

  • @pawan2.281
    @pawan2.281 6 місяців тому +4

    Dada moja love from dhemaji 💕

  • @mrinalpegu757
    @mrinalpegu757 5 місяців тому

    Bhal lagil brother

  • @asikasmr2.0
    @asikasmr2.0 6 місяців тому +9

    You are right

  • @Sengba775
    @Sengba775 5 місяців тому

    I love Gourav Gogoi from Goalpara Assam❤❤💪👍👍

  • @kanaktalukdar2847
    @kanaktalukdar2847 3 місяці тому +10

    গৌৰৱ গগৈ অসমৰ এক শক্তিশালী কন্ঠ ,তেওঁ অসমৰ ভবিষ্যত ।

  • @diptyabhashgagoi5727
    @diptyabhashgagoi5727 6 місяців тому +8

    হিমন্তৰ আগত "মাননীয়", আৰু পিছত "ডাঙৰীয়া" শব্দদুটা খাপ নাখায়

    • @sarvinamehbob1563
      @sarvinamehbob1563 3 місяці тому +1

      ekdam hsa kotha
      kalprit tu

    • @diptyabhashgagoi5727
      @diptyabhashgagoi5727 3 місяці тому

      ​@@sarvinamehbob1563অসমীয়াই বুজি নেপাই পিছে

    • @diptyabhashgagoi5727
      @diptyabhashgagoi5727 3 місяці тому

      ​@@sarvinamehbob1563অসমীয়াই নুবুজে পিছে

    • @hazrtali8565
      @hazrtali8565 2 місяці тому +1

      Yes Boss

  • @hopunorrong7998
    @hopunorrong7998 6 місяців тому +1050

    সকলো ফালৰ পৰায়ে গৌৰৱ গগৈ এজন যোগ্য প্ৰাৰ্থী❤
    গগৈ ডাঙৰীয়াৰ কাৰণে এটা লাইক ......👍

    • @renubegum3639
      @renubegum3639 6 місяців тому +25

      Yes

    • @budheswarnath6516
      @budheswarnath6516 6 місяців тому +25

      মেনেজ মাস্টাৰ দম্ভ চূৰ্ণ কৰিব লাগে এইবাৰ... তিনি গগৈ ক অসমৰ ৰাজনীতি ত বহুত বহুত প্ৰয়োজন হৈ পৰিছে ... ৰাইজে নিজৰ বিবেক বিক্রি নকৰিব এইবাৰ 🙏🙏

    • @Bikram-Gamin
      @Bikram-Gamin 6 місяців тому +9

    • @BananajoestarwithaAK-47
      @BananajoestarwithaAK-47 6 місяців тому +7

      Yes right.

    • @amarjyotivlos6745
      @amarjyotivlos6745 5 місяців тому +4

      ❤❤

  • @mijanurrahman7050
    @mijanurrahman7050 6 місяців тому +282

    অসমৰ মূখ্যমন্ত্রী পদৰ বাবে আটাইতকৈ যোগ্য ব্যক্তি হৈছে গৌৰৱ গগৈ |

    • @soburali7946
      @soburali7946 5 місяців тому +9

      Not only CM he is also able to PM

    • @kohuwa3852
      @kohuwa3852 5 місяців тому

      🤣🤣🤣🤣🤣🤣

    • @Yin-x2j
      @Yin-x2j 5 місяців тому +2

      Jiye assam r bahirot porhi ahise xi ki solab sorkar😂😂😂

    • @Nafl112-t2p
      @Nafl112-t2p 5 місяців тому

      Atiya konsa bharatar vitarat poha kitai val Kari ase answer de

    • @mehmudabbas5382
      @mehmudabbas5382 4 місяці тому

      ​@@Yin-x2jpat..koi raja maharaja aa raha h kya..phat aisa mat karu..eiburot k valei solabo

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef 6 місяців тому +148

    আপোনাৰ সৎ সাহস আৰু, শুদ্ধ সত্য বিষয় ৰাইজক তথ্য সহকাৰে বুজায় দিছে অসমৰ গৌৰৱ গগৈৰ পক্ষত ।
    দেশৰ ভবিষ্যতৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধে জুবিনে ও মত দিবলৈ সক্ষম নহয় কিন্তু আপুনি উচিত সময়ত উচিত মাত মাতিছে 🙏🙏🙏

  • @mridulbora2429
    @mridulbora2429 5 місяців тому +2

    অসমৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি অসম চুক্তি স্বাক্ষৰ পিছতো Caa আনিলে আৰু এতিয়া মূল্য বৃদ্ধি আনকি দৰকাৰী medicine ৰ মূল্য 12% বৃদ্ধি কৰিলে আৰু বাকী বস্তুৰ কথা নকওঁয়েই সকলো শেষ কৰি পেলাইছে কেৱল হিন্দু মুছলিম কৰি কৰি। সকলো media Bjp আঙুলি মূৰত । এতিয়া যদি সাৰ নাপাই কোনো তেনেহলে বহুত দেৰি হৈ যাব।

  • @surenchandramili5839
    @surenchandramili5839 5 місяців тому +6

    গৌৰৱক কোনো যাদুৰে হিমন্ত বিশ্ব শৰ্মাই মোহিত কৰিব নোৱাৰাৰ বাবে মূৰ কামূৰনিৰ বিষয় হৈ পৰিছে।গৌৰৱ গগৈ কেনেবাকৈ জিকিব পাৰিলে পাৰ্লিয়ামেন্তত নিমাতী কন্যা বিলাকে মুখৰ লালতি উলিয়াই শুব নোৱাৰিব বুলি তেওঁৰ বিশ্বাস,যাৰ ফলত গৌৰৱ জিকিলে তেওঁৰ neurology problem হব পাৰে! হেতুকে ভয় কৰাটো স্বাভাৱিক নহ'লে শাৰীৰিক অসুস্থতা আহিবই!!

  • @DataramSarma-u6q
    @DataramSarma-u6q 6 місяців тому +158

    এইবাৰ যোৰহাটৰ বলিষ্ঠ কণ্ঠ ৰাজধানী দিল্লীত গৌৰৱ গগৈ।

  • @nobinborah1245
    @nobinborah1245 6 місяців тому +242

    ডিব্ৰুগড়ৰৰ ৰাইজে এইবাৰ লুৰিণ গগৈক ও জিকাই পথাওক।দুয়োজনে সদন গৰম কৰি থাকিব

    • @nitunzaborah5902
      @nitunzaborah5902 6 місяців тому +3

      Yes

    • @rafikulkhan5578
      @rafikulkhan5578 6 місяців тому +3

      Right

    • @NorthEastIndia7919
      @NorthEastIndia7919 6 місяців тому +6

      Lurin r kotha njnu.....aru support tu nkoru
      Kin2 moi Gourav gogoi supporter

    • @ajaysinghgourh4555
      @ajaysinghgourh4555 6 місяців тому +2

      ৪নং লোকসভা দৰং উদালগুৰি সমষ্টিত BPF ৰ দুৰ্গাদাস বড়ো’ক জিকাব লাগে ৷

  • @thaneswardoley3380
    @thaneswardoley3380 6 місяців тому +464

    যোৰহাট বাসীয়ে গৌৰৱ গগৈয়ক ভোট দি জয়যুক্ত কৰক ,জয় আই অসম

  • @mohanchandragogoi6378
    @mohanchandragogoi6378 6 місяців тому +18

    গৌৰৱ গগৈ ক সকলোৱে সহায় কৰক। জিন্দাবাদ।

  • @joshnaray3117
    @joshnaray3117 5 місяців тому +1

    সকলোয়ে এক সময় বাতচা হয় পিছত বয়সস্ত পিছত বুঢ়া | বেছি অহংকাৰ কৰিব নেলাগে মামা

  • @santanurajkonwar4093
    @santanurajkonwar4093 6 місяців тому +91

    যোৰহাট লোকসভা সমষ্টিৰপৰাই কিয়, ভাৰতবৰ্ষৰ যিকোনো স্থানৰপৰা গৌৰৱ গগৈক ভোট দি জয়ী কৰাটো প্রত্যেকজন ভাৰতীয়ৰ কৰ্তব্য হোৱা উচিত। সন্মানীয় শিক্ষিত যোৰহাট বাসীয়ে ইতিমধ্যে সকলো বুজি পাইছে। গতিকে এওঁলোকৰ ভয়, শংকা হোৱাটো স্বাভাবিক।

    • @banditapatar2803
      @banditapatar2803 6 місяців тому +1

      Moi kajironga homostir , Ami janu jorhat bakhi BHT hikhita n boja lok akha Koro teuloke upjukta jonok sinibo ru vote dibo,😊

  • @umeshhandique6856
    @umeshhandique6856 6 місяців тому +129

    গৌৰৱ গগৈ হাৰি গলে অসমৰ বাবে দুৰ্ভাগ্যজনক হব।তপন গগৈ=Big zero.

  • @l.b.musicalbum1939
    @l.b.musicalbum1939 3 місяці тому +2

    👍👍 Correct information Brother.....karo gundagiri voi kori laab nai.... Congress jindabad......

  • @nityagogoi478
    @nityagogoi478 5 місяців тому +1

    গৌৰৱৰ বাবে প্ৰচাৰ কৰিবলৈ কেন্দ্ৰৰ কোনো Star campaigner ৰ প্ৰয়োজনেই নাই , পাৰ্লিয়ামেন্টৰ মজিয়াৰ পৰাই নিজৰcampagain কৰিয়েই থৈছে , গতিকে ইলেকচন কেমপেইনৰ নামত কোটি কোটি টকা খৰচকৰাৰ কি প্ৰয়োজন আছে ৷

  • @mujaharul
    @mujaharul 6 місяців тому +247

    Next CM OF ASSAM ,, Gourav Gogoi ,,,

  • @lmtajuddin7786
    @lmtajuddin7786 6 місяців тому +199

    গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤❤

  • @Rioempire
    @Rioempire 5 місяців тому +3

    অসমবাসীৰ সৈতে প্ৰতাৰণা কৰিছে, অসমৰ লোকসকলৰ সৈতে লেতেৰা ৰাজনীতি কৰিছে। এই কাৰণে আমি আমাৰ মন সলনি কৰিব লাগিব আৰু এখন নতুন চৰকাৰৰ বিষয়ে চিন্তা কৰিব লাগিব। আপোনাৰ ভোট অপচয় নকৰিব, আপোনাৰ ভোট দিবলৈ চেষ্টা কৰিব যি প্ৰকৃততে যোগ্য।

  • @nirugogoi4576
    @nirugogoi4576 6 місяців тому +237

    ভগৱানে সহায় কৰিব গৌৰৱক

  • @JintuSaikia-y3t
    @JintuSaikia-y3t 6 місяців тому +118

    জুবিন গাৰ্গক ভাল পাওঁ যেনেকৈ
    গৌৰৱ গগৈক ভাল পাওঁ তেনেকৈ।
    গৌৰৱ গগৈ জিন্দাবাদ ।

    • @Nafl112-t2p
      @Nafl112-t2p 5 місяців тому +4

      Zubeen Gargk aji kli vl ple mribo lgibo bapa utla putla kotha agt moi o vl paisilu CAA ahi a dekhai dile rup

  • @JyotishPronob
    @JyotishPronob 6 місяців тому +57

    101%গৌৰৱ গগৈ ডাঙৰীয়াদেৱে জিকিব । এইটো মোৰ মতবাদ।।।

  • @ManowaraBegum-g1y
    @ManowaraBegum-g1y 4 місяці тому +2

    গৌৰৱ গগৈক অসমৰ মানুহে সকলোও কিয় গৌৰৱ এজন বহুত জনা বেক্টি।

  • @muninsaikia1130
    @muninsaikia1130 5 місяців тому +6

    কংসই যেনেকৈ শোতে,বহোতে, উঠুতে,খাওতে চকুৰ আগত কৃষ্ণক দেখি আছিল, ঠিক তেনেকৈ বি জে পিয়েও গৌৰব গগৈকে চকুৰ আগত দেখি আছে। বাতচা গগৈ - বাতচা কৃষ্ণ ।

  • @Pulin_vlogs
    @Pulin_vlogs 6 місяців тому +74

    আমি যোৰহাট বাসিন্দা সদাই গৌৰৱ গগৈ লগত আছো।

  • @ArpanaHerenz
    @ArpanaHerenz 6 місяців тому +106

    বিজেপি চোৰৰ দল হয় । সেইকাৰণে চোৰবিলাক চব বিজেপি ত যোগদান কৰিছে । গৌৰৱ গগৈ অসমৰ গৌৰৱ । গৌৰৱ গগৈ জিন্দাবাদ

  • @devajitlahon2499
    @devajitlahon2499 6 місяців тому +38

    গৌৰৱ গগৈয়ে নগাঁৱৰপৰা উঠা হ'লে বি.জে.পিয়ে মিঞা ভোটেৰে সাংসদ হ'বলৈ গৈছে বুলিয়েই কেৱল মেডিয়াৰ সন্মুখত কৈ থাকিলহেঁতেন।সেইখিনি কোৱাৰ বাট বন্ধ হোৱাৰ হেতুকে এতিয়া পৰিয়ালৰ কথাৰে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে।পত্নীৰ প্ৰসংগ টানিছে।...ইমান নিকৃষ্ট ৰাজনীতি!
    সঁচায়ে,আমাৰেই দুৰ্ভাগ্য যে ৰাইজে মানুহৰ মুখবোৰ চায়েই মন্ত্ৰী-বিধায়ক
    পাতিছে;বৌদ্ধিক প্ৰতিভা চাই মন্ত্ৰী-বিধায়কক নিৰ্বাচন কৰা হেঁতেন দেশ বহু দূৰ আগুৱালেহেঁতেন।..
    মানুহে দল চাই নহয়,প্ৰাৰ্থী চাই ভোট দিব লাগে।গৌৰৱ গগৈ কোন দলৰ সেয়া গুৰুত্বপূৰ্ণ নহয়;তেখেত এগৰাকী সকলোফালৰেপৰা উপযুক্ত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। গতিকে সকলোৱে গৌৰৱ গগৈক জয়ী কৰোৱাৰ লক্ষ্যৰে ভোট
    প্ৰদান কৰোঁ আহক।

    • @chandraneog5718
      @chandraneog5718 5 місяців тому +1

      সুন্দৰ মন্তব্য

  • @prabodhdas6746
    @prabodhdas6746 6 місяців тому +1

    অসম "বিজেপি" ৰ একোজনৰ হিন্দী কওঁতেই যিটো অৱস্হা, ইংৰাজী ক'ব লাগিলেটো মুটিয়েই পেলাব!!!

  • @axomghastly6651
    @axomghastly6651 5 місяців тому +2

    তপন কুমাৰ গগৈ ক আজি হে দেখিছোঁ আপোনাৰ videot

  • @radaliassame3397
    @radaliassame3397 6 місяців тому +127

    কংগ্রেছক সমৰ্থন নকৰো কিন্তু গৌৰৱ গগৈক ভোট দিৱ লাগে।

  • @chandanmali1391
    @chandanmali1391 6 місяців тому +98

    সুন্দৰ আৰু সঁচা ভিডিও,,,,ৰাইজে এনেকুৱা প্ৰাৰ্থীক জয়ী কৰাই ৰাইজৰ সমস্যা সমাধান কৰাৰ সুবিধা দিব লাগে,,,,।

  • @HiyaHiya-vg3mv
    @HiyaHiya-vg3mv 6 місяців тому +25

    ফালেঙি ৰাজনীতিক হিমন্ত বিশ্ব ,অসমৰ দুৰ্ভাগ্য,ভেৰাৰ সংখ্যা বাঢ়িছে , মূৰ থকা অসমীয়া মানুহে C A A খন ৰ উগ্ৰ সমৰ্থক BJP আৰু A G P ক ভোট দিয়েনে ??? মোদীয়ে আজি দহ বছৰে বিদেশী খেদাৰ গেৰাণটি দিবলৈ সক্ষম নহ'ল । কিন্তু বাং লা দেশী হিন্দুক নাগৰিকত্ব দিবলৈ গেৰানটি দিয়ে । আৰু মূৰ্খ অসমীয়াই হাতৰ কুঠাৰ নিজৰ ভৰিত মাৰে ।

  • @NEAina
    @NEAina 5 місяців тому +2

    ৰাইজ অসম যদি বচাব খুজিছে গৌৰৱ গগৈইক নিৰ্বাচন কৰক।

  • @pranabnath3362
    @pranabnath3362 6 місяців тому +71

    তপন গগৈ কাম নাই। গৌৰৱ গগৈ অসমৰ সম্পদ,।

  • @manabkalita6192
    @manabkalita6192 6 місяців тому +180

    শান্তৰ সুহৃদ দুষ্টৰ বৈৰি হে ভগবান মই প্ৰাথৰ্না কৰিছো গৌৰব গগৈক সহায় কৰক

  • @manabjyotikalita6105
    @manabjyotikalita6105 6 місяців тому +28

    নিশ্চিত ভাৱে দেশত গণতন্ত্ৰ অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থতে অন্তত‌ গৌৰৱ গগৈৰ দৰে এজন বিৰোধী সাংসদ অত্যন্ত প্ৰয়োজনীয় ..... না কি ক‌য় ৰাইজ😊

  • @futureconcept9367
    @futureconcept9367 5 місяців тому +9

    অপেক্ষা আছিল গৌৰৱ গগৈৰ দৰে‌ এজন প্ৰাৰ্থী

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu 6 місяців тому +74

    সুন্দৰ ভিডিঅ দাদা। গৌৰৱৰ জয় নিশ্চিত

  • @bhargabgogoi2372
    @bhargabgogoi2372 6 місяців тому +105

    গৌৰৱ গগৈতকৈ যোগ্য পাৰ্থি আৰু অসমত দ্বিতীয় কোনো নাই। যোৰহাটৰ লোক সকলৰ শুভাগ্য হব যদি গৌৰৱ গগৈ পুনৰ জয়ী হয়

  • @PradeepS-s3i
    @PradeepS-s3i 3 місяці тому +4

    Very good yo yo bróther .ap g g ki bat sobko botaiaa bóhut dhanyyabad.

  • @somnathmudoi969
    @somnathmudoi969 4 місяці тому +4

    সাংবাদিক জনক সচা কথা বোৰ ৰাইজৰ আগত মুকলি মুৰিয়াকৈ উপস্থাপন কৰাৰ বাবে ধন্যবাদ জনালোঁ। লগতে অসমীয়া ভাষাত কথা এষাৰ আছে,। শিয়ালৰ জাক জাক সিংহৰ এটা।

  • @LegendIshan
    @LegendIshan 6 місяців тому +51

    বিজেপি চৰকাৰে কা বলবৎ কৰি অসমীয়া জাতি ভাষা জনগোষ্ঠীয সকলো নিশেষ কৰাৰ ষড়যন্ত্র ষড়যন্ত্র হে চলাই আছে, কিন্তু বিজেপি চৰকাৰে অসমৰ জনগোষ্ঠীয় লোক সকলৰ জনজাতি কৰণ নকৰিলে গৈ আৰু কেতিয়াও নকৰে

    • @user-tz8rm5tr5g
      @user-tz8rm5tr5g 6 місяців тому

      Asomiya nu kiman ase..besi ona asomiyai asom vori poril.. ona asomiya voter besi asomot

  • @pritom21
    @pritom21 6 місяців тому +36

    যোৰহাটবাসী ৰাইজ এইবাৰ আমি মুঠতে গৌৰৱ গগৈক জিকাবই লাগিব।।। তপন গগৈ ক ইমান বছৰে আমি দেখিবলৈ ও পোৱা নাই, কোনো কাম নাই তপন গগৈৰ।।।

  • @RunuBora-s2x
    @RunuBora-s2x 6 місяців тому +36

    গৌৰৱ গগৈ উত্তৰ পূৰ্বাঞ্চলৰ এজন বলিষ্ঠ যুবনেতা তেওঁ জয়ী হব । ৰাইজে আঁচনিত ভুল নাযাব । স্কুল কলেজ চৰকাৰী বিশ্ববিদ্যালয় লাগে ❤❤

  • @Samazinnervoice5322
    @Samazinnervoice5322 5 місяців тому +1

    Puja Hazarika 😅😅 seriously dekhile kotha hunilei buja jai ... Kenekuwa politician......🙌 Aru foreign t thaki hongskar nojona kothatu kole monot porise amr bahu keijon montri bidhayak r lora suwali forien t education loi ase ki hobo baru hongskar r.......

  • @smsgaming1042
    @smsgaming1042 6 місяців тому +1

    Congress seh 15 bosar jika khomoyot kii korile nu hey kerasinr saki thoka monot poreh. By the way jaha BJP🪷 ahil notice korise nh kerasinr saki , rasta bodulir buka pani heral , gubor and matir ghor lahe lahe komil ets. Bast of BJP 🪷👍👍👍

  • @ranujpait3918
    @ranujpait3918 6 місяців тому +62

    দাদা, আপুনি সদায় সত্য কথাবোৰ উপস্থাপন কৰি আহিছে।এই বাবে আপুনি মোৰ প্ৰিয়। এই বুলি অলপ সাৱধানে।যাতে আপোনাৰ ভিডিঅ' বাৰ্তা যোগেদি ৰাইজে ভালদৰে সদায় সজাগ হ'ব পাৰে।
    ধন্যবাদ।

  • @dimpalsarma858
    @dimpalsarma858 6 місяців тому +71

    মল্ল আৰু পিয়াজ গৌৰবৰ ১০০ ভাগৰ ১ নহয়

  • @polemsumi5507
    @polemsumi5507 6 місяців тому +3

    Please please vote for Congress party

  • @manojswargiary1403
    @manojswargiary1403 6 місяців тому +32

    বিশ্বাস ঘাটক তপন গগৈ। গৌৰৱ গগৈ জিন্দাবাদ

  • @JatinSaikia-i9v
    @JatinSaikia-i9v 6 місяців тому +16

    যোৰহাট বাসী ৰাইজ, ককালত টঙালী মাৰক গৌৰৱক জিকাই নিয়াত।

  • @AmitBasumatari-g3o
    @AmitBasumatari-g3o 6 місяців тому +1

    Apunak ki KAJIROGAT aru bahira manu lage neki banglaadeshor manu ba pakistaanor manu

  • @tamangcreation1515
    @tamangcreation1515 6 місяців тому +22

    গৌৰৱ গগৈ এজন যোগ্য ব্যক্তি... তেওঁৰ জয় নিশ্চিত।

  • @jhoondeka8568
    @jhoondeka8568 6 місяців тому +29

    গৌৰৱ গগৈ ৰাজনৈতিক জগতত ভোটা তৰা, so হিমন্ত বিশ্ব শৰ্মাৰ বৰ চিন্তা, we love gourab

  • @chandanmachahari5078
    @chandanmachahari5078 6 місяців тому +37

    Bjp bht hol atya 5years karone congress ahibo lage..

    • @mridulsarma3894
      @mridulsarma3894 6 місяців тому +4

      একদম সছা কথা ভাই

    • @success2089
      @success2089 6 місяців тому +2

      ঠিক কৈছা ১০ বছৰ হ'ল আৰু নালাগে

  • @kumarajay3396
    @kumarajay3396 6 місяців тому +33

    গৌৰৱ গগৈক লৈ অসম বাসীয়ে এদিন গৌৰৱ কৰিব।।।। ৰাইজে গৌৰৱ গগৈ ক এতিয়া বুজি নাপালে আৰু কিমান বছৰ পষ্টাব লাগে ভগৱানে হে জনে। ৰাইজক সুমতি দিয়া প্ৰভূ।।।
    চৰকাৰ কাৰ হয় তাক লৈ চিন্তা নাই কিন্তু গৌৰৱ গগৈ ৰ নিচিনা এজন বিৰোধী জয় হোৱাটো অতি প্ৰয়োজন।।।

  • @nirmalakolita1904
    @nirmalakolita1904 5 місяців тому +1

    Gauravgogoi ke..june.bujanai.assammok..morom..naide.buja.bhalkori.bhabade..monipur.kikorile.........

  • @HemontaMili-lv1jh
    @HemontaMili-lv1jh 3 місяці тому +3

    গৌৰৱ গগৈ জিকিৱ লাগে

  • @nobinborah1245
    @nobinborah1245 6 місяців тому +21

    আমাৰ বাকী সাংসদ বিধায়ক বিলাক নাকত তেল দি শুই থাকিবলৈ সমষ্টিবাসীয়ে জিকাই পথাই

  • @assameseknowledgezone7311
    @assameseknowledgezone7311 6 місяців тому +27

    Aibar congres ot vote dim

  • @bharatbaruah5702
    @bharatbaruah5702 5 місяців тому +1

    গৌৰৱ গগৈ অসমৰ গৌৰৱ পীয়াজে কি পাট্টা পাব ইহঁত মামাৰ সমচা

  • @taradoi7957
    @taradoi7957 3 місяці тому

    সচাঁ কথা গৌৰৱ গগৈৰ লগত কাৰো
    তুলনা নাই । He is a great politician . its a 100% true .

  • @monuwarabegam5708
    @monuwarabegam5708 6 місяців тому +14

    মডি কু হিলাই দিছিলে গৌৰব গগৈ য়ে গৌৰব গগৈ জিন্দা বাদ জিনদা বাদ ❤❤❤❤❤

  • @ManikBorah-ys2gg
    @ManikBorah-ys2gg 6 місяців тому +12

    আমাৰ অনুৰোধ আৰু আহ্বান যোৰহাট বাসীৰ তথা মাজুলী জিলা বাসী সকলো ৱেই গৌৰৱ গগৈক জীকাব গৌৰৱ গগৈ কেৱল অসমবাসীৰ গৌৰৱ।

  • @saveforest442
    @saveforest442 6 місяців тому +31

    বিৰোধী শক্তিশালী হৱ লাগে।

  • @karsangpagagofficial
    @karsangpagagofficial 5 місяців тому +1

    Topon kumar gogoi yok amar majuli bitoruwa anshalat najaney Gorub gogoi yokey janey.

  • @NKMedia-d6k
    @NKMedia-d6k 6 місяців тому +9

    জয়ন্ত
    পিয়ুছ দুয়ো হিমন্তৰ ভৰি চেলেকা