Reality of Agninav Shiv Mandir ll সকলো বিতৰ্কৰ অন্ত ll অগ্নিনাভ মন্দিৰত মনৰ আশা পূৰণ হয় নে সঁচাকৈ?

Поділитися
Вставка
  • Опубліковано 29 вер 2024

КОМЕНТАРІ • 497

  • @souravdeka2607
    @souravdeka2607 7 місяців тому +19

    পোন প্ৰথমতে আপোনাক জনাও যে অগ্নিনাভ শিৱৰ ১০৮ টা নামৰ ভিতৰৰ এটাও নহয়,, শিৱ মন্দিৰ উত্তৰ দিশত বনাই তেওঁলোকে বনাইছে পূব পিনে,, হিন্দু ধৰ্ম অনুসৰি তথা বেদ অনুসৰি মন্দিৰ বনুৱাত কিবা ভুল হলে তাত ভগবান নহয় পিশাচে বাহ লয়। আৰু এয়া নিশ্চয় এক পিশাচৰ এ কাম হব যিয়ে ৫০১ টকা অৰিহণা লৈ কিছুসংখ্যক মানুহৰ মনোকামনা পূৰণ কৰি আছে। এনেও ভগৱানক সন্তুষ্ট কৰিবলৈ ঘোচ দিয়াৰ প্ৰয়োজন নাই,, তেওঁ এটা বেলপাত দি ভালদৰে প্ৰাৰ্থনা কৰিলে তাত ও সন্তুষ্ট হয়। শিখা মজুমদাৰে কোৱা মতে দৈনিক ১৫০০০ অফলাইন শৰাই দিয়ে আৰু ৮০০ অনলাইন শৰাই।
    ৫০১ টকাকৈ হিচাব কৰিলে প্ৰায় ২৪ লাখ টকা দৈনিক ইনকাম হয়।
    ভক্তৰ প্ৰসাদ তথা কৰ্মচাৰী সকলৰ দৰমহা হিচাপ কৰিলে প্ৰায় ১ লাখ টকা যায়। বাকী থাকিল ২৩ লাখ যিটো শিখা বাইদেউৰ পকেটত সোমাই।
    এয়া যে এক ব্যাপাৰ সেয়া জল জল পত পত হৈ আছে।
    এনেকুৱা ভন্দ বোৰ অসমত থাকিলে আমাৰ অসমৰ কেতিয়াও উন্নতি নহয়।
    শিখাৰ কোনো বেদ পুৰাণৰ জ্ঞান নাই,, একো এটা শ্লোক নাজানে,, তেওঁক সুধিব তেওঁৰ মাহেকীয়া নহয় নেকি যদি হয় তেন্তে,, মাহৰ ৩০ টা দিন কেনেকৈ তেওঁ অনলাইন ত মন্দিৰত ব্যস্ত হৈ আছে।
    লগতে আপোনাক জনাও যে যিটো সময় ত ভাৰতৰ কোনো মন্দিৰত শিৱৰ মূৰ্তি তথা বিগ্ৰহৰ পূজা নহয় (বেদ অনুসৰি পূজা কৰা অনুচিত) কেৱল শিৱ লিংগ ৰ পূজা হয় তেনে স্থলত তেওঁ শিৱৰ মূৰ্তি পূজা কৰিছে যিটো বেদ অনুসৰি অনুচিত।
    এশ এটা ভুল কৰি ভুল নাম এটা দি এটা মন্দিৰ স্থাপন কৰি চলাই থকা এয়া এক ব্যাপাৰ।

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому +5

      হয়, ব্যাপাৰ হ'ব পাৰে আৰু সেইকথাটো মই video ৰ মাজত Bagehswar Baba ৰ উদাহৰণ দি কৈছোৱে। কিন্তু মূল কথাটো হ'ল মানুহৰ মনোকামনা পুৰা হৈছে, মানুহে সুফল পাইছে লাগে সেইয়া পিশাচে হওঁক বা ভূতে হওঁক বা ভগৱানে হওঁক। কাম হলেই হল মানুহৰ আৰু শিখা বাইদুৱে লাখ টকা উপাৰ্জন কৰক বা কৌটি টকা কৰক কবলগীয়া একো নাই। কোনোবাই যদি পাৰে তেওঁলোকেও কৰক।

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 місяців тому +2

      আপোনাক বহুত সন্মান কৰোঁ। ভাবিছিলো আপুনিয়েই অসমৰ একমাত্ৰ ইউটিউবাৰ যি কেতিয়াও টকাৰ বাবে ভিডিঅ' নবনাই আৰু যুক্তিসংগত কথা ত নিৰপেক্ষ ভিডিঅ' বনাই। কিন্তু এই ভিডিঅ'ৰ জৰিয়তে মোৰ ভুল ভাগিল। বেপাৰ কৰক কিন্তু আমাৰ ভগৱানক তুলুঙা কৰিবলৈ তেওঁ ক'ত অধিকাৰ পালে। আপুনি জানে চাগে তেওঁৰ ওচৰত ফৰিং ৰূপে বাবা আহে, ভক্তৰ গাত বাবা লম্ভে। এইবোৰ কি?

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 місяців тому +2

      যেতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন আৰু তেওঁৰ পুত্ৰ ই আমাৰ সনাতন ধৰ্মৰ অপমান কৰিছিল, মেলেৰিয়া ডেংগুৰ লগত তুলনা কৰিছিল।সনাতন ধৰ্মক শেষ কৰি দিম কৈছিল তেতিয়াও সহিব পৰা নাছিলোঁ এতিয়াও আমাৰ ধৰ্মৰ ভগৱানক অপমান কৰা সহিব নোৱাৰি। আৰু সকলো ধৰ্মৰে প্ৰতি মোৰ আনুগত্য আছে বুলি আপুনি ও জানে। মোৰ মতামত ত আপোনাৰ উত্তৰ নাই বাবে ইয়াতেই দিলোঁ।

    • @souravdeka2607
      @souravdeka2607 7 місяців тому +1

      @@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজনমইও ভাবিছিলো এখেত অন্ততঃ আনৰ দৰে নহয়,, কিন্তু মোৰো ভুল ভাগিল।
      যুক্তি নোহোৱাকৈ শিখা মজুমদাৰক কি সুন্দৰভাৱে সমৰ্থন কৰিছে এখেতে দেখি লাজ পালো,,

    • @souravdeka2607
      @souravdeka2607 7 місяців тому +1

      @@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন হয়,, মইও এখেতক এনেকুৱা চিন্তা ধাৰাৰ ব্যক্তি বুলি ভবা নাছিলোঁ। কোনো ধৰণৰ যুক্তি নোহোৱাকৈ শিখা মজুমদাৰক ইমান সমৰ্থন কৰা দেখি লাজ পালো,,, তেখেতে কৈছে শিখা বাইদেউ honest,, কিন্তু কথাটো হল সহজ সৰল মানুহেই এনেকুৱা এখন ব্যাপাৰ আৰম্ভ কৰিলে মানুহবোৰ সোনকালে পতিয়ন যায়। আৰু তেওঁ যি বিশ্বাসৰ কথা কলে,, আন আন মন্দিৰবোৰত কি ভক্ত সকলে বিশ্বাস নোহোৱাকৈ মন্দিৰত ভীৰ কৰে নেকি,, মানুহৰ বিশ্বাসক চুৰান্ত তাটচিল্য কৰি অতি পৰিকল্পিতভাৱে চলাই নিয়া এইখন এখন ব্যাপাৰ যত investment নকৰাকৈ তেওঁ লাখ লাখ টকা ঘৰত বহি ইনকাম কৰি আছে।

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    টিংকু ডেকাক মনট আছে নে?এটা সময়ত মানুহৰ মাজত প্ৰচাৰ চলিছিল- বিষ্ণু লম্ভিছে টিংকুৰ গাত! যিকোনো লোকৰ ৰোগৰ নিৰাময় আৰু সমস্যাৰ বিধান দিব পাৰে এই ১২ বছৰীয়া টিংকু ডেকাই।সংবাদমাধ্যমতো টিংকু ডেকাক লৈ বাতৰি ওলাইছিল। কোনোবাই আখ্যা দিছিল 'বিস্ময় বালক', কোনোবাই বাতৰিৰ শিৰোনাম কৰিছিল 'টিংকুৰ দেহত বিষ্ণু'। উত্তৰপ্ৰদেশৰ বিহাৰৰ পৰাও টিংকুৰ ঔষধ নিবলৈ মানুহ আহিছিল। টিংকুৰ দৰ্শন পাবলৈ মানুহ বলিয়াৰ দৰে হৈছিল। জিলা প্ৰশাসনে টিংকুক নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ লগতে মানুহ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছিল।টিংকু ডেকাক লৈও মানুহৰ আস্থা আছিল। কিন্তু বেছি দিন সেই আস্থা নাথাকিল। সময়ে লাহে লাহে সঁচা কৈ গ'ল। আচলতে কাৰোবাক ফাঁকী বা মিছা আশ্বাস দি দীৰ্ঘদিন চলিব নোৱাৰি। এদিন সত্য পোহৰলৈ আহে। সময়ে কৈ দিয়ে বিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজত কি পাৰ্থক্য আছে। টিংকু ডেকা সলনি হ'ল। সেইদৰে শিখা বাইদেৱৰ ও বেছি দিন বেপাৰ নচলে। ভগৱান আছে এশ শতাংশ বিশ্বাস কৰোঁ কিন্তু বেপাৰ নকৰোঁ। নিজৰ ঘৰৰ এখন সাধাৰণ ফটো ও পূজা কৰিলে ভগৱান পাম। দেখুৱাই পূজা ভগৱানে ও স্বীকাৰ নকৰে। ব্ৰহ্মা , বিষ্ণু, মহেশ্বৰ তুমি বিচাৰ কৰিবা🙏

    • @NayanmoniBorah-n5l
      @NayanmoniBorah-n5l 7 місяців тому

      আপোনি মানে মন্দিৰ দৰ্শন নকৰে।

    • @NayanmoniBorah-n5l
      @NayanmoniBorah-n5l 7 місяців тому

      আমি মন্দিৰহে দৰ্শন কৰো কোনো পূজাৰীক দৰ্শন নকৰো। সেই বাবে মই অগ্নিনাভ মন্দিৰ গৈছো

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 місяців тому +3

      মন্দিৰ দৰ্শন নকৰোঁ বুলি ক'ত কলো? শিৱসাগৰৰ শিৱ মন্দিৰ ঐতিহাসিক কিন্তু মনট ৰাখিব। আপোনালোকৰ শিখা বাইদেৱৰ মন্দিৰৰ ভগৱান আৰু তাৰ ভগৱান বেলেগ নহয়। মন্দিৰ বিৰোধী নহয়।ফৰিং হৈ বাবা অহা শিখাৰ মন্দিৰত, বাবা লম্ভা এইবোৰ ভগৱানৰ নামত কৰা নাটকৰ হে বিৰোধী।

    • @raunakabbas6183
      @raunakabbas6183 7 місяців тому

      @@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন😂 opposite party apunak kiman toka dise etu comment kribo krone kok 😂 1000?2000? Moi aru besi ke 😂 dim apunar mobile ot seyu besi dim lage ne 😂 luviya

    • @malobikadutta2235
      @malobikadutta2235 7 місяців тому

      @@NayanmoniBorah-n5l মন্দিৰত কোন নাযায়, সকলো যায় কিন্তু বেলেগ মন্দিৰ ডিজিটেল হোৱা নাই বাবেই চৰ্চাত অহা নাই। কিন্তু বাবাৰ আশীৰ্বাদ চেং চন কৰি 501টকাত সেই আশীৰ্বাদ বিক্ৰী কৰাৰ অধিকাৰ শিখা নামৰ মহিলা গৰাকীক দিলে কোনে ????

  • @Yvcyf7V7gv
    @Yvcyf7V7gv 7 місяців тому

    Right kotha koise ! Jai agninav baba

  • @porinikagogoi4930
    @porinikagogoi4930 7 місяців тому

    Bohut vl lagil

  • @gitishdas6435
    @gitishdas6435 7 місяців тому +8

    ভাগবান আছে কিন্তু ভাগবানৰ নামত বেপাৰ কৰিব নালগে

  • @evaborgohain4202
    @evaborgohain4202 7 місяців тому

    Joy agninavbaba .

  • @prasantagoswami1477
    @prasantagoswami1477 7 місяців тому

    ঝামেলা চেচ আজিৰ পৰা। অন্ত পৰিল।

  • @junusaikia9593
    @junusaikia9593 7 місяців тому

    Baba kirpa koriba 🙏🙏🙏🙏

  • @haripadpathak8409
    @haripadpathak8409 7 місяців тому

    Good advices dada

  • @deepakalita4191
    @deepakalita4191 7 місяців тому

    জয় অগ্নিনাভ বাবা 🙏🙏🙏🙏🙏

  • @jayasharma415
    @jayasharma415 7 місяців тому

    Joi agninabh baba

  • @mithuborah8816
    @mithuborah8816 7 місяців тому

    Jai agninav baba

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      জয় অগ্নিনাভ বাবা। Jai Agninabh Shiv Mandir ।

  • @mridusmitasaikia83
    @mridusmitasaikia83 7 місяців тому +2

    Naam tu আপোনাৰ সলাই লব sun,,, এই Yo yo টাইপ শব্দ বোৰে কিবা টুলুঙা কৰে এনে VDO বিলাক,,,😂

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      haha। মোৰ নিজৰ নামটোৱেই মিলে ইয়াৰ লগত প্ৰথম কথা আৰু Yo Yo Adviser মানে মই typical motivational speaker নহয়। অলপ মচলা টাইপ, ফটোৱা টাইপ কিন্তু heavy dialogue use কৰা টাইপ ৰ video bonau সেইকাৰণে।

  • @Nitankunal
    @Nitankunal 7 місяців тому +1

    Murkhoro eta sima ase
    Jodi aji bed or kormokand noporhi bedanta darkhan korile hoi Ane nhoi
    Only param brahmm exist. no alla no bhagwan only Braham Satya exist.

  • @Rajugogoi-nb3qr
    @Rajugogoi-nb3qr 7 місяців тому +2

    তোমাৰ কথা সত্য হোৱা হ'লে অসমত সমস্যাই নহ'ল হেতেঁন।তুমিও DIRECT GOD ৰ লগত কানেকচন কৰি কিবা এটা কৰা ভাল।তোমাৰ দেখুন পলমেই হৈছে বোপা।

  • @shyamalsvlogs405
    @shyamalsvlogs405 7 місяців тому

    Apunar vd alp lob prmni dada jonabsun🙏

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      ok lobo paribo. channel r naam tu likhi credit di dile bhal pam.

  • @kalpanadeka6201
    @kalpanadeka6201 7 місяців тому +3

    মন্দিৰ হব লাগে।মানুহৰ মনত ভক্তিভাব অনাৰ উপৰিও মন পবিত্ৰ কৰে।আশা পূৰণ হয়।সকলো ভালেই লাগিল।১০০ ,৫০০ টকা লিখি নিদি লে ভাল আছিল।সকলো বাৰতেই খোলা ৰাখি মনেৰে ৫ টকা,১০ টকা বা ১০০ ,৫০০ যদি কোনোবাই ১০০০,৫০০০ বা ৫০০০০০০ দিয়ে আপত্তি কিহৰ! সাধ্য অনুসাৰে দিব ভক্তই। শিৱৰ আন এটা নাম অগ্নিনাভ বুলি হেমকোষ অভিধানত আছে।comment ত পাইছিলো।

  • @sumandeka4324
    @sumandeka4324 7 місяців тому +2

    Aitu 1ta Kam nhuwa video bonai dile

  • @PulinSewali
    @PulinSewali 7 місяців тому +3

    সকলো মিছা । অন্ধবিশ্বাসৰ উপৰত কোনোও মাত নামাতে । তৰ্ক নকৰে ।

  • @rishirajomivaidya5648
    @rishirajomivaidya5648 7 місяців тому +1

    bhokti bissakh kra bhal kintu ondho bhogto andho bissakh hbo nlage…

  • @assamesebinisvlogs......650
    @assamesebinisvlogs......650 7 місяців тому +4

    💯 সঁচা কথা কৈছ..
    🙏🙏🙏 জয় বাবা অগ্নিনাভ
    জয় বাবা মুক্তিনাথ.. ঔঁ নমঃ শিৱায়..

  • @mainaborah6443
    @mainaborah6443 7 місяців тому

    আপোনালোকৰ বুজাত ভুল হৈছে ফেচ বুকটোৰ নাম হে অগনি নাভ ।বাবা কে পূজা কৰা হয়।আমি অন লাইন শৰাইটে সচা পৰমান পাইছো।শিখা বাইদেউক অনুৰুধ কৰিছো আমাৰফোআ ৰিছিপ কৰিব।জয় বাবা অগনিনাভ🙏🙏🙏🙏

  • @pallobidutta5237
    @pallobidutta5237 6 місяців тому

    অসমীয়া সেই বাবে উন্নতি কম এইবিলাক তে লাগি থাকে সকলোৱে ভগৱান ক পাব ভগৱান অন্তত আছে আন কতো নাই নাপায় নাজিৰালৈ গৈ পইচা খৰছ কৰি ভগৱান ক বিচৰাতকৈ নিজৰ নামঘৰৰত এগচ চাকি জলাই ভগৱান ক বিচাৰক তাতে পাব মন চাফা ৰাখকক ভাল কাম কৰক ভগৱান ক বিশ্বাস কৰক চাওক কেনেকৈ সকলোৱে ভগৱান ক পাই আৰু কলি যুগত ভগৱান ক পোৱা ইমান সহজ নহয়

  • @kaushikhandique1117
    @kaushikhandique1117 7 місяців тому +9

    সুন্দৰ Video DaDa
    জয় অগ্নিনাভ বাবা🙏

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      ধন্যবাদ। জয় অগ্নিনাভ বাবা। Jai Agninabh Shiv Mandir ।

  • @KishnaPanging
    @KishnaPanging 7 місяців тому +2

    শিৱ বাবাৰ বাবে এই বাৰ কি পৰীক্ষা দেখুৱাইছে। অনথক কথা।

  • @Gaurabshorts02
    @Gaurabshorts02 7 місяців тому +2

    😂😂😂😂 dada apunar eta kotha mur bhal lagil 🤣🤣 bagheshwar babar buisness soli ase 😂 good 👍👍

  • @yogawithhemen4064
    @yogawithhemen4064 7 місяців тому

    কিছুমান পাগলে এইবিলাক বিতৰ্ক কৰি থাকে।এনেকুৱা পাগল বিলাকক চেন্ডেলেৰে কোবাব লাগে

  • @majanikalita6025
    @majanikalita6025 7 місяців тому

    একেবাৰে সঁচা কথা কৈছে আপুনি। ময়ো এনেকৈ ভাবোঁ। ভিডিঅ'টোৰ পৰা বহুতো নজনা কথা জানিব পাৰিলো। আপোনাক ধন্যবাদ জনাইছো।

  • @arahman9036
    @arahman9036 7 місяців тому +5

    Excellent performance with super expression you're reels video greet Post 🙏🙏🙏 jai agninav siv baba 🙏 moi bishak koru 🙏🌹 Om

  • @pulakchoudhury2085
    @pulakchoudhury2085 7 місяців тому

    Bah bah দাদা অতি উত্তম।। মই youtuber হলে এনেকৈ ক'বলৈ মন গৈছে salla nonsence youtuber মখাক।

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      haha। আপুনি ভাল পাইছে জানি ভাল লাগিছে।

  • @prabhatdas5999
    @prabhatdas5999 7 місяців тому

    অসমত ইমান ডাঙৰ সমষ্য আছে সেই বিলাকত মাতদিব লাগে !

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    মই বহুত কেইটা মতামত ত কৈছোঁ যে আজি বিজ্ঞানেও ভগৱানক নুই কৰিব নোৱাৰে। চন্দ্ৰযান নিক্ষেপণৰ আগ মূহুৰ্তত বৈজ্ঞানিক সকলেও পূজা অৰ্চনা কৰি লৈছিল। চিকিৎসক সকলে ও ৰোগীৰ ক্ষেত্ৰত ভাল হ'ব নে সোধোতে কয় সকলো ভগৱানৰ ওপৰত। কিন্তু ভগৱান কাৰোবাৰ গাত সোমাই যাব পাৰে নে? ফৰিং ৰূপে ভগৱান আহিব পাৰে নে? আপোনাৰ শিখা বাইদেৱৰ মন্দিৰত পাৰে। এইবোৰ ভণ্ডামী হয় নে?যদি আমি সকলোৱে বিশ্বাস কৰিলেই ভগৱানক পাওঁ সেই মন্দিৰত গলেই বেমাৰ ভাল হয় ,দুখ দুৰ হয় তেন্তে এই পৃথিৱীত দুখ বুলি কিবা থাকিব নে? অসমত অসংখ্য মন্দিৰ আছে কিন্তু কতো ইমান টকা দিব লাগিব বুলি ধৰাবন্ধা নিয়ম নাই।শিখা বাইদেৱৰ মন্দিৰতকৈও বহুত কৰ্মচাৰী থকা মন্দিৰ আছে। শিৱসাগৰৰ শিৱ মন্দিৰ ত একেই ভগৱান নাই নেকি? তাত দেখোন বন্তি এগছি দিলেও হ'ল। অনলাইন ত আশীৰ্বাদ দিলেই সকলো ভাল হয় আচৰিত প্ৰচাৰ।

  • @deeptisarmah4998
    @deeptisarmah4998 7 місяців тому

    oxanti lagise aru xun xuni .Manuhe xanti paise Baba k bisarise belegor ki hol .aei prithibi khonot dukhor xex nai .Bhogoban jodi namane bemari xokol boyoxostha xokol ki aaxa loi jiyai thakibo ? xontan xokole tu mak bapekok sua ketiabai nuhua hol .U tube khulilei mon beya hoi jai .

  • @chatrakumarsaikia9579
    @chatrakumarsaikia9579 6 місяців тому

    Hello Shiva Andhwa VAKTA, Tumer lectures eta Faltu vlog

  • @malayadevi5955
    @malayadevi5955 7 місяців тому +5

    বিশ্বাসেই‌ মিলয়‌ হৰি, গতিকে ‌ বেলেগৰ‌‌ কথাবোৰ শুনি থাকি লাভ নাই।নিজৰ নিজৰ কৰ্ম কৰি গৈ থাকিলে হ'ল। তোমাৰ কথাত 100% একমত দেই। ধন্যবাদ।

  • @Saranga_Bezbaruah
    @Saranga_Bezbaruah 7 місяців тому

    Bhogowan Krishna k atiau puja kore
    Xeya teur nijor ghoror bhitoror gukhai ghor hoi
    Kintu manuhe nojonake enai koi furise je agote krishna k puja korisil atia xeya baad di shiv k kore buli

  • @priyankakonwar780
    @priyankakonwar780 7 місяців тому

    Bitorko korai kore thakibo .. manhu a kiba ata hofol paisa karona bishakh t goi sa ... Eman bitorko hoi sa kintu manhu agomon bridhi paisa ... Kio karon mondir jonar mohoto asa .. manhu a hofolota pai sa bohuta hontan pai sa ... Eman misa jua hola ata bitorko t a manhu a agninav mondir t jabo bon kore dela hoi ... Ji obujon tak bujai lv ni ... Jar monot bishakh asa tauk hodai vogoban a sabo ... Ata a kom agninav mondir jonar uporot jode ji hokol manhu r bishakh ni tau luka nogola hoi nasala hoi eni eni nija nijor majot a bitorko kore raiz r agot kio horu hoi asa ...
    Apunu thika koi sa ji tu bostu uporot bishakh thaka ji tu bostu a hofolota dangi dhora ha bostu tuk manhu a enau akuali lobo .... Jai agninav baba 🙏🙏🙏🙏🙏 om namah shivay 🙏🙏🙏🙏🙏🙏..

  • @modhumitadutta2028
    @modhumitadutta2028 7 місяців тому +2

    বৰ সুন্দৰ কথা কৈছে..."বিশ্বাস মিলয় হৰি..."

  • @pranabkalita5815
    @pranabkalita5815 7 місяців тому +3

    Apunak moi bahut baya ke koba mon goise ....but atiya nakao

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      Eku nai instagram r inbox t ahi jiman pare gali di jaok okol comment t nidibo karon Assam or baido bhonti bure mur video sai. জয় অগ্নিনাভ বাবা। Jai Agninabh Shiv Mandir ।

  • @pamalabrahma2573
    @pamalabrahma2573 7 місяців тому

    Manuh jiai take bishashar oporoth. Escha Kori koneo eko kam koribo noare without bless of God. I believe it.

  • @pabanrajbongshi2904
    @pabanrajbongshi2904 6 місяців тому

    Moi agninav babak bohut biswas koru ,online khoray kenekoy dim moi najanu kobson dada..

  • @bhaskarchangmai2305
    @bhaskarchangmai2305 7 місяців тому

    Moi bikha korilu ata coment korilu baba hoi loge loge horu upohar ata muk dile... 🙏🙏🙏

  • @JaminiDasKhanikar-ei2dl
    @JaminiDasKhanikar-ei2dl 6 місяців тому

    Moi bogoban bishakh koru, kintu kono babak namano , god is god , aamar kisu akhamiya aadha pagal bilakok bujhai di lov nai. kalpana hahu maar natu koi dib lagisi 2mi

  • @PunyaLahan-l7j
    @PunyaLahan-l7j 7 місяців тому +2

    ভিডিঅ'টো চালো । কথা খিনি ঠিকেই কৈছে ।

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      dhonybad. Parile share kori dibo sun.

  • @JohirulIslam-vv7us
    @JohirulIslam-vv7us 6 місяців тому

    Apnar vedio r nichina vedio zindegi te kono bonab noware ur a proud of Assam

  • @simisvlog3830
    @simisvlog3830 7 місяців тому

    Ekdam hosa katha koise apuni....moi agninav shiv babak biswakh karu...

  • @munu7003
    @munu7003 7 місяців тому

    Dada Trading FX oporot ata video bonabo hunkale please. Kiman real hoi ai Trading FX ? Bohu manuhe investment korise buli huna paiso. Logote moiu horu amount ata investment kori rakhiso. Poisa kintu ahe daily noha nohoi. voi lage off hoi jai buli. Hunkale bonabo buli akha korilo dada 🎉
    Radhe Radhe
    Jai baba Agninav

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      Are bonam bhai. Moi comment pai thaku tumar. Olop keidin time diya karon forex trading r karone olop study koribo lagibo.

  • @monalishadutta5860
    @monalishadutta5860 7 місяців тому

    Yes Tumar kothat moiu akmot. Kunubai bishakh korisa kubai naikora ba nokora. Bas tatai emn hoi hallah. Kunu ortho nothoka kotha.

  • @bornilboruah5064
    @bornilboruah5064 7 місяців тому

    Hosakoi shikha bak kio korisa anakua moi bohut proman paisu babai bohut hohai kore joi ogninav baba kripa korok hokoluka val kamor bodnam ase ..

  • @lakheswriboro2628
    @lakheswriboro2628 6 місяців тому

    Bhal lagil dhoinybad agoloi aru anekua vdo banai thakibo dei.,....

  • @monuranjan5311
    @monuranjan5311 7 місяців тому +1

    Right আপোনাৰ কথা বোৰ ভাল লাগিল thank you হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ জয় অগ্নিনাভ্ বাবা 🙏🙏🙏🙏🙏❤❤❤

  • @সন্যাসীনী
    @সন্যাসীনী 7 місяців тому

    Amer mondirotu bhut kam hoise kintu online kora naide Baba toka poisatu demand naiea.

  • @sumandeka4324
    @sumandeka4324 7 місяців тому +1

    Iman besi Superstitious hbo nlge

  • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন

    😂😂 আপুনি ও?? বহুত ভাল কথা। আপোনাৰ শিখা বাইদেৱৰ মন্দিৰৰ পৰা এতিয়া অসমখন ৰাম ৰাজ্য হ'ব। মানুহৰ কাৰো আৰু দুখ যন্ত্ৰণা নাথাকে।
    এটা কথা কৈ লৈছোঁ দেই আপুনি মোক জানে যে মই যুক্তিসংগত কথাতহে মাত মাতো। আৰু বিশেষ একো কবলৈ নাযাও। অতি সোনকালেই এই বেপাৰ বন্ধ হ'ব। আমাৰ অসমৰ একমাত্ৰ মন্দিৰ যত ভগৱানক পাবলৈ টকা দিব লাগে, প্ৰসাদ পাবলৈ ৰিচিপট কাটিব লাগে। আপুনি ঢ়েকীয়াখোৱা বৰ নামঘৰ ত এবাৰ ভাদ মাহত আহি চাব হাজাৰ হাজাৰ ভক্ত। সকলোৱে নিস্বাৰ্থ ভাৱে সেৱা আগবঢ়ায়। আপুনি বন্তি এগছি নিদিয়াকৈ ও প্ৰসাদ পাব। আশীৰ্বাদ পাব। মই আগৰ দৰে আজৰি থকা হ'লে আপোনাক প্ৰমাণ সহকাৰে বুজায় দিলোঁ হেঁতেন।হৰ হৰ মহাদেৱ। তোমাক বিশ্বাস কৰোঁ কিন্তু তোমাৰ নামত বেপাৰ আৰু ভণ্ডামী সহিব নোৱাৰি।

    • @raunakabbas6183
      @raunakabbas6183 7 місяців тому

      Oi sokusohora maiki 😂 apunar tat iman e jdi proman ase jaok apuni courot case diokge 😂 Himmat ase jdi diogek kintu eta kotha jdi apuni proman dibo nuarile jeh teu fraud hoi bule pisot kintu apunar uport defamation case lagi jabo😂 tetia mosola ulabo gajra kinute, maash mangxo kinute notun dami dami kapur loute apunar poisa khoros kribole gaat nelage kintu bhogowan or namot ek poisa dibole Ga jole😂 harami korbar dharmor😂gyaan tu beji homan dalu nai ako kotha kobo ahe nonsense eku labh nai kla ebur koi bhakto jabo e apuni nogole nai dorkr u nai apunar nsina maya lipto😂 mahnu

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 місяців тому +3

      শুন মূৰ্খ, ক'ৰ্ট ত কেছ দিব নালাগে। সকলোতকৈ ওপৰত এজন আছে নহয় বিচাৰ কৰিবলৈ তেওঁ সকলো দেখি আছে। তহত সকলো শিখাৰ এজেণ্ট।দুৰ দূৰলৈ তহতৰ এজেণ্ট আছে।শুন তোৰ শিখাৰ মন্দিৰৰ বিৰোধী মই নহয় কিন্তু তোৰ শিখাৰ ওচৰত যে ফৰিং ৰূপে বাবা আহে তাৰ হে বিৰোধী। তোৰ শিখাৰ মন্দিৰৰ ভগৱান আৰু মোৰ ঘৰৰ ভগৱান ও একেজনেই।তোৰ শিখাৰ মন্দিৰৰ যদি ইমান মহিমা আছে মোৰ নামত শৰাই দে মৰিবলৈ চাওঁ মোৰ ঘৰত পূজা কৰা ভগৱানে ৰক্ষা কৰে নে নকৰে মোৰ।

    • @raunakabbas6183
      @raunakabbas6183 7 місяців тому

      @@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন Iman dami mobile kiniso kintu bhogobanor namot sala 500 toka dibo nuare next level hypocrisy kla 🤣 dhur kla tohote nisna mahnuhor karone bahira stateor mahnuhe hahey amak bule ekita nijr majot e kazia kiman mandir ase india ba axomot teneka hua aji leke tat maat mati paiso? Kolkata Mumbai tatey kiman ase teneka kuneyu tu apoti nkre toi matha t gubor thaka mahnuhe iman ki ekebare dharma r thikadar hbo ulaiso ha? Bisonat hui hui padi padi comment likha sbey parey kintu dharma kamot sbey paal mare

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 місяців тому +3

      ডিমান নকৰাকৈ পাছশ নালাগে হাজাৰ টকা দিম কিন্তু তোৰ শিখা বাইদেৱে ভগৱান ৰ নামত ডিমান কৰে।তোৰ শিখা বাইদেৱে পিকে আৰু অহ মাই গড চিনেমাত উল্লেখ কৰা ধৰণে ভগৱান ৰ নামত বেপাৰ কৰিছে।শিখা ক দিয়া টকা পাছশ তাতকৈ দুখীয়া লোক এজনক এখন ব্লেংকেট দিম।

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 місяців тому +4

      তোৰ শিখাৰ দৰে বেপাৰী ৰ দৰে মানুহৰ বাবে বাহিৰৰ মানুহে আমাক হাঁহিছে। ভগৱান লম্ভা, ফৰিং ৰূপে বাবা অহাক লৈ মিমছ বনিছে। বাহিৰৰ মানুহে এতিয়া কেনেবাকৈ চন্দ্ৰত মাটি কিনিব পাৰি নেকি গৱেষণা কৰিছে, দৈনিক বিভিন্ন ক্ষেত্ৰত নতুন নতুন আৱিষ্কাৰ কৰিছে আৰু তোৰ দৰে শিখাৰ এজেণ্টে ফৰিং ৰূপে বাবা আনে।

  • @shantihazarika1686
    @shantihazarika1686 7 місяців тому +1

    মই অন্ধ বিশ্ৱাস নামানো।

  • @kalpanadevi9257
    @kalpanadevi9257 7 місяців тому +1

    100 পৰ্চেন সঁচা

  • @malobikadutta2235
    @malobikadutta2235 7 місяців тому +4

    আপুনি আপোনাৰ কোৱা খিনি কলে সেইটো আপোনাৰ বাক স্বাধীনতা। এতিয়া মোৰ চিন্তা শক্তিৰে যি খিনি বুজি পাইছোঁ তাক কওঁ ,কাৰণ এইটো মোৰ স্বাধীনতা। মই জানো নিজকে বেছি জ্ঞানী বুলি ভবা জনে কেতিয়াও বেলেগ ৰ যুক্তি পূৰ্ণ কথাকো অযুক্তিকৰ বুলিয়ে মানে। ভগৱান সৰ্ব শক্তি মান, সৰ্ব ব্যাপী, সৰ্ব গুনাকৰ।এই জন সৰ্ব শক্তিমানৰ ইচ্ছা অবিহনে সামান্য গছ পাত এটাও নলৰে । আপুনি যি যুক্তি দিছে সকলো বিশ্বাস নহয় , অন্ধ বিশ্বাস। ভগৱান কাৰো পৈত্ৰিক সম্পত্তি নহয় দেই যে নিজৰ ইচ্ছা অনুযায়ী তেওঁক use কৰি business কৰিব। ভগৱান যে সকলোতে থাকে তাৰ প্ৰমাণ প্ৰহ্লাদ এ দেখাই দিলে , তেঁওৰ ইচ্ছাত সামান্য এটি খুটাৰ পৰাই ভগৱান আবিৰ্ভাৱ হল। যি ভগৱানক সন্তুষ্ট কৰিবলৈ ঋষি মুনি সকলে বছৰ বছৰ ধৰি তপস্যা কৰিছিল , গাৰ মাংস খহি গৈছিল তেনে ভগৱানে শিখা ক কি কাৰণে তেঁওৰ এজেণ্ট হিচাবে কাম কৰিবলৈ বাচি লৈছে ??? সমাজক positive বাৰ্তা দিব লাগে, এনেকুৱা ফালটো বাৰ্তা নহয়। আপুনি উত্তৰ দিয়ক , অসমত বহুত মন্দিৰ আছে কোন ভাগ মন্দিৰক লৈ মানুহে সমালোচনা কৰিছে ? মন্দিৰ, মজহিদ সকলো একেই। ভগৱানে সকলো ভক্তকেই সম দৃষ্টিৰে চাই মাত্ৰ তেওঁক অন্তৰৰ পৰা বিচাৰিলে ই হল। যদি ভগবানৰ কৃপা সকলোৰে ওপৰত নাথাকিল হেঁতেন তেতিয়া সংসাৰ ধ্বংস হৈ গল হেঁতেন। আপোনাক আৰু এটা প্ৰশ্ন কৰোঁ। অসমৰ 90শতাংশ মানুহ আপোনাৰ শিখা ৰ আশীৰ্বাদ পুষ্ট হোৱাৰ পিছতো অসমত দিনে দিনে ৰোগীৰ মৃত্যু ৰ সংখ্যা, accident আদি বাঢ়িছে কিয়, অসমত অধিক সংখ্যক যুৱক যুৱতী এতিয়াও নিবনুৱা কিয়, অসমত নিঃসন্তান সকলোৰে কোলা শূণ্য কিয়, যদি অনলাইন সেৱা কৰি বাবাৰ পৰা 501টকা দিলেই ভক্তৰ সকলো মনোবাঞ্ছা পূৰ্ণ হয় বুলি দাবি কৰা মন্দিৰত গৈ মানুহে ফল নাপায় তাৰ দায়িত্ব কাৰ ? তাত কিবা কোতা থাকে নেকি যে কিছূমান ৰ আশা পূৰ্ণ হয় কিছুমানৰ নহয়। এই প্ৰশ্নৰ উত্তৰ আপুনি দিব যে ভক্তি ভাৱে সেৱা কৰা জনে তাত ফল পায়, কিন্তু আপোনাৰ এইটো উত্তৰ ও ভুল, কাৰণ সকলো মনুহেই মন্দিৰলৈ যাওঁতে এটি ভক্তি ভাৱ লৈ যায়, তেনেহলে 100জনৰ ভিতৰত মাত্ৰ 10জনৰ হে কিয় মনোবাঞ্ছা পূৰণ হয়, কিহৰ আধাৰত বাবাই select কৰে তেঁওৰ উত্তম ভক্ত বিলাকক?? শিখা ৰ মন্দিৰত যি ফল পাইছে বুলি দাবী কৰিছে তেওঁলোকে বুকুত হাত থৈ ডাক্তৰৰ চিকিৎসা লোৱা নাই বুলি কব পাৰিবনে ? যদি পাৰে তেন্তে অসমত নালাগে পৃথিৱীতে হস্পিটেল ৰ দৰকাৰ নাথাকিব। লাখ টকা খৰচ কৰি চিকৎসালয় কিয় নিব যদি 500টকাত ৰোগী ভাল হয়। অসমত থকা প্ৰাচীন মন্দিৰ বিলাক আজি শূণ্য কিয় ? কাৰণ শিখা আৰু আপোনালোকৰ দৰে কিছূমান অন্ধ ভক্তৰ বাবে। অসমৰ কোন মন্দিৰ ৰ ইমান প্ৰচাৰ চলোৱা দেখিচে vdo আকাৰে, আমাৰ ওচৰতে আছে ঢেঁকীয়া খোৱা বৰ নামঘৰ, মইনা পৰীয় নামঘৰ, কিন্তু এই দুভাগ নামঘৰ ৰ প্ৰচাৰ চলোৱা দেখা পাইছে নে কেতিয়াবা। তথাপি ভাদ মাহত আহি চাব হাজাৰ হাজাৰ মানুহৰ সোঁত। বিনা মূল্যত মাহ প্ৰসাদ সকলোকে দিয়া হয়। ভক্ত সকলে ইচ্ছা কৰিলে ঢেঁকীয়া খোৱা নামঘৰ ত ভাত u খাব পাৰে কিন্তু অপেক্ষা কৰিব লগা হয় অধিক ভক্ত হোৱাৰ বাবে। কিন্তু আপোনাৰ শিখা ই ভক্তক মাহ প্ৰসাদ দিয়াৰ নামত টকা লয় তাকো 501 টকা। কিছূমান মানুহৰ এমাহ চলে সেই টকাৰে। আপুনি পুনৰ কব মই জানো যে টকা দিবলৈ শিখা বায়ে কোৱা নাই। কিন্তু তাত ওলোমাই ৰখা ফলক খনেই টকা লোৱাৰ প্ৰমাণ। আপোনাৰ শিখা বা ৰ মন্দিৰত আকৌ বাবা ই ফৰিং, ভেকুলী হৈ ও আহে 😅 সিদিনা দেখিলোঁ এজনী মহিলাই তাত বাবা লম্ভিচে বুলি যি হে তাণ্ডব, আকাশ দ্বীপ ৰ আকৌ তাইৰ জৰা ফুকাত হাতৰ বিষে ভাল হল 😅 অন্ধ বিশ্বাসী সকলো। এনে ভগৱান লম্ভা ৰ acting কৰা কিছুমানৰ প্রৰোচনাত সমাজত ডাইনী হত্যাৰ দৰে ঘটনা ঘটাৰ উদাহৰণ আছে। গতিকে শিখাৰ এই বিলাক কাণ্ড প্ৰশাসনৰ দৃষ্টি গোচৰ হব লাগে। জয় শ্ৰী কৃষ্ণ

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 7 місяців тому +6

      বৰ সুন্দৰ আৰু যুক্তিসংগত মতামত।এইজন ইউটিউবাৰ মোৰ প্ৰিয়। কিন্তু তেওঁ ৰ পৰা এনেকুৱা ভিডিঅ'ৰ আশা কৰা নাছিলোঁ।

    • @malobikadutta2235
      @malobikadutta2235 7 місяців тому +1

      @@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন তেওঁ এনে বুজাইছে যে তেওঁৰ প্ৰতিটো কথাই যুক্তি সংগত, তেঁওৰ কথাতে বোলে সকলো বিতৰ্কৰ অন্ত পৰিব.🤣 মই অন্ধ বিশ্বাস বিয়পাই views, like, comment বিচৰা ইউটিউবাৰ বিলাক সমাজৰ বোজা বুলি হে ভাবোঁ

    • @jimanbayan4818
      @jimanbayan4818 7 місяців тому +2

      Ekdom Right ❤

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      প্ৰথমতে আপোনাক বহুত বহুত ধন্যবাদ ইমান কষ্ট কৰি মূল্যবান সময় উলিয়াই ইমান বহলাই comment কৰা কাৰণে। মোৰ video টো আপুনি যদি সম্পূৰ্ণ চাইছে তাতেই উত্তৰ বিচাৰি পাব। তথাপি মই সৰু কৈ কৈছোঁ শুনিব
      কিন্তু মোৰ কথাখিনি পঢ়িয়েই জপিয়াই নপৰিব, অলপ সময় লৈ ভালকৈ ভাবিব। চাওঁক ধৰ্ম বস্তুটোয়েই একপ্ৰকাৰ অন্ধবিশ্বাস, আমি সকলোৱে কেতিয়াও নেদেখা জনৰ ওচৰত কিবা খুজি থাকো প্ৰাথনা বা দোৱাৰ জৰিয়তে সেয়া লাগে ভগৱান, আল্লা বা God যিয়েই হওঁক। কিন্তু সকলোৱে যি খোজে তাক নাপায় নহলে টো সকলোৱে টকা খুজি ধনী হলহেতেন😂দুখীয়া বুলি একো নাথাকিলে হয়। কিন্তু তথাপি মানুহে লাখ লাখ টকা খৰচ কৰি মুচলমান বোৰে আৰৱত হজ কৰিব যায় বা হিন্দু মানুহবোৰে Badrinath, Kedranath, Mathura এনেবোৰ ঠাইত যায়। কাৰণ কাৰোবাৰ নহয় কাৰোবাৰ মনৰ আশা পূৰণ হৈছে সেইবোৰ স্থানত গৈ বা জীৱনত কৰা পাপ কামবোৰ মুচা যায় বুলি বহুতেই কয়। এই গোটেই system টোৱে বিশ্বাসত চলি আছে আৰু তাৰ পৰা লাভ কৰে হৈ আছে?? দুয়োপক্ষৰ লাভ হৈ আছে কিন্তু সকলোৰে কাৰণে এইটো একো মতলব নাই কাৰণ সকলোৰে নিজৰ নিজৰ ফায়দা হৈ আছে ইয়াতে। বহুত বাবা ভাৰতত আছে কিছুমান arrest ও হৈছে যেনে Baba Ram Rahim, Radhe Maa আৰু এতিয়া Bageshwar Baba etc।।। মানুহে জানে এইবোৰ সকলো ভ্ণ্ডামি কিন্তু তথাপি বহুতে তেওঁলোকৰ ওচৰত যায়। কেৱলমাত্ৰ আপোনাৰ আৰু মোৰ দৰে অন্ধবিশ্বাস বুলি ভবা কেইজনমান মুষ্টিমেও ব্যক্তি হে নাযায় যিটো কোনো factor নহয় আমাৰ ভাৰতবৰ্ষত। আশা কৰোঁ আপুনি বুজি পাইছে আৰু নহলে বুজিব চেষ্টা কৰক। মই বৰ্তমান আমাৰ সমাজত চলি থকা আচল কথাখিনিকে দাঙি ধৰিছো।

    • @malobikadutta2235
      @malobikadutta2235 7 місяців тому +2

      @@YoYoAdviser চাওক আপুনি টো vdo টোত কলে যে আপোনাৰ ঘড়ী ৰ আলাৰ্ম টো বাজি যোৱাৰ কথা আৰু আপুনি কোৱা কথাটো মই বিশ্বাস নকৰিলেও চাই থকা বহুতেই কিন্তু বিশ্বাস কৰিছে আৰু আপোনাৰ এই vdo দেখি আৰু ১০০ জন যাব তাত ,এই হল প্ৰচাৰ। মই ভাবোঁ আপুনি এনেকুৱা কাহিনী কৈ মানুহক আৰু বেছি আগ্ৰহী কৰিছে মন্দিৰ টোত যাবৰ বাবে, কিন্তু আপোনাৰ ঘড়ীৰ আলৰ্ম বজাৰ কাৰণ হয়তু আপুনি নিজেই। এটা কাহিনী কওঁ দেই। মই তেতিয়া কোৱাৰ্টাৰ ত সৰু লৰা টোৰ লগত অকলে আছিলোঁ স্বামী কলিকতাত আছিল।এদিন ৰাতি ২ মান বাজিছে। লৰা টো দুৰ্ঘোৰ টোপনিত। হঠাতে কাষৰ ৰূম টোত থকা মোৰ চিলাই মেচিন টো খট খট কৈ চলা ৰ শব্দ হল। লৰাটো ৰ বয়স মাত্ৰ ৬বছৰ হৈছিল তাৰ লগত মই , আৰু কোনো নাছিল হঠাতে মাজ ৰাতি চিলাই মেচিন টো নিজে নিজে চলিলে মানুহৰ কি অৱস্থা হব ভাবি চাওক। কিন্তু মোৰ Plus point হল মই ভূত প্রেত একদম্ বিশ্বাস নকৰোঁ। হলেও হাতত লাঠী ডাল ( মই বিচনাৰ ওচৰত অকলে থাকিলে লাঠী এডাল ৰাখোঁ) লৈ ইটো ৰূম পালোগৈ আৰু তাত গৈ দেখিলোঁ এটা মস্ত নিগনিয়ে কাপোৰ এখন আনি চিলাই মেচিন টোত লগাই টানি আছে। সেই ঘটনা টোক বেলেগ অন্ধ বিশ্বাসী মানুহে নেদেখাকৈ এ ভূত বুলি প্ৰচাৰ কৰি দিলে হেঁতেন। আৰু এটা কাহিনী কওঁ। কাকজান ৰ মানুহ এঘৰলৈ গৈছিলো । তেওঁলোকৰ বোৱাৰী গৰাকীৰ ৬ বছৰ সন্তান নাছিল । মোৰ মায়ে আকৌ বোৱাৰী গৰাকীক কলে যে এইবাৰ তোৰ কেঁচুৱা হব এ চাবি। কিন্তু কি আচৰিত ১০ দিন মানৰ পিছতে মানুহ গৰাকীয়ে ফোন কৰিছে যে তেওঁৰ বোলে ভাল খবৰ আছে। আৰু সঁচা ই এজনী ছোৱালী জন্ম হল।এতিয়া মই কম নেকি যে মোৰ মাৰ গাত চমৎকাৰী গুণ আছে?? নহয় , তেওঁলোকৰ সেইটো সময়তে হে সন্তান লাভৰ ভাগ্য আছিল। গতিকে মানুহৰ জন্ম, মৃত্যু, বিবাহ নৃদিষ্ট সময়ত হে হব। বাকী আৰু নকওঁ। শিখা মজুমদাৰে যদি কেন্সাৰ ৰোগৰ মেডিচিন টো বাবাক সুধি উলিয়াই দিয়ে সমাজৰ কিন্তু বহুত লাভ হব।😊

  • @himashrikalita5775
    @himashrikalita5775 7 місяців тому +1

    মই ভগৱানক বহুত বিশ্বাস কৰো।জয় অগ্নিনাভ বাবা🙏🙏🙏 কৃপা কৰিবা ভগৱান🙏🙏🙏

  • @souravofficial9533
    @souravofficial9533 7 місяців тому

    একদম পইন্ট কৈছে দাদা 👍👍👍

  • @kiranborgohain3820
    @kiranborgohain3820 7 місяців тому +9

    দাদা আপুনি সুন্দৰ ভাৱে বুজাই দিলে॥ জয় অগ্নিনাভ বাবা🙏🙏🙏🙏

  • @thanukakati6235
    @thanukakati6235 7 місяців тому

    Har har mahadev kipa kora baba gutoi porialo manuhkhini jai agninav baba ki jai

  • @arahman9036
    @arahman9036 7 місяців тому

    Excellent performance with super expression you're reels video greet Post 🙏🙏🙏 jai agninav siv baba 🙏 moi bishak koru 🙏🌹 Om

  • @arahman9036
    @arahman9036 7 місяців тому

    Excellent performance with super expression you're reels video greet Post 🙏🙏🙏 jai agninav siv baba 🙏 moi bishak koru 🙏🌹 Om

  • @arahman9036
    @arahman9036 7 місяців тому

    Excellent performance with super expression you're reels video greet Post 🙏🙏🙏 jai agninav siv baba 🙏 moi bishak koru 🙏🌹 Om

  • @amarnayana4075
    @amarnayana4075 7 місяців тому +1

    Apunar Katha xinit jukti ase dada.......vl lugil bitorko kora xokolok vlkoi saku meli diar babe.......Jai agninav baba 🙏🙏🙏

  • @northeastnewsky-919
    @northeastnewsky-919 7 місяців тому +4

    অতি সুন্দৰ মন্তব্য আগবঢ়ায়ইছে দাদা কিন্তু দুলীয়াজানত নহয় দাদা তিনিচুকীয়া জিলাত আছে টিলিঙা মন্দিৰ।(তিনিচুকীয়া জিলাৰ বৰডুবি ত অৱস্থিত।)

  • @SankarTalukdar-eb1bl
    @SankarTalukdar-eb1bl 7 місяців тому

    Xakalo andha bissakh nhy kiba nhy kiba xakti aase prithibit

  • @rimpibaruah6057
    @rimpibaruah6057 5 місяців тому

    Jai agninaav baba 🙏🙏🙏 har har Mahadev 🙏🙏🙏 Om namah shivay 🙏🙏🙏

  • @সন্যাসীনী
    @সন্যাসীনী 7 місяців тому

    Hoi kintu dimand nhoi.tumi bhout kothai nejana Baba.

  • @Rabinjyoti876
    @Rabinjyoti876 7 місяців тому +1

    Only Superstition 😂😂

  • @JaanSonowal-v6j
    @JaanSonowal-v6j 5 місяців тому

    ভাল লাগিল ধন্যবাদ থাকিল জয় বাবা অগ্নিনাভ বাবা জয় মুক্তিনাথ ঔম নম শিৱায় ❤❤❤❤❤ মোৰ মণৰ আশা বোৰ পুৰণ কৰক প্ৰভূ 🌹🌹🌹🌹🌹🪔🪔🪔🪔🪔 সুখ সানতী দীয়ক বাবা আমাক কৃপা কৰক প্ৰভূ 🌹🌹🌹 হৰ হৰ মহাদেৱ

  • @labanyagogoi1426
    @labanyagogoi1426 7 місяців тому +4

    হয়,বহুত ধুনীয়াকৈ বুজাই দিছে ,তাৰ বাবে ভাল লাগিল,ওঁঅগ্নি নাভ বাবা!ওঁ শিৱায়ে নমো নম:

  • @swealisaikia4233
    @swealisaikia4233 7 місяців тому +1

    সচা কথা কৈছে

  • @Right2779
    @Right2779 7 місяців тому +1

    View's lage okl no dada 😂

  • @bobideka4827
    @bobideka4827 7 місяців тому

    মানুহৰ ছকু পইছাত মানুহ মৰিজাৱ তকা পইছা লগত লৈ নাজায় বাইদেউৱে নিজ্বৰশ্বাথ কাৰনে পূজা নকৰে সকলোৰে কাৰনে কৰে ৷

  • @guninchangmai2504
    @guninchangmai2504 7 місяців тому +1

    Babai taulukk homoit hasti dib.

  • @GouriGogoi-yy5ib
    @GouriGogoi-yy5ib 6 місяців тому

    Moi kintu bhogaban hobdotuk ha nhagaban buli bhabu

  • @junalihajong-sx3xh
    @junalihajong-sx3xh 7 місяців тому

    Jay agninav baba pranam agninav baba🙏🙏🙏🙏🙏

  • @BasantiRoy-p4o
    @BasantiRoy-p4o 7 місяців тому

    Joy agninav baba val lagil kothabor xuni

  • @Cayden4442.0
    @Cayden4442.0 7 місяців тому +2

    💯% Right Kotha koise Apuni 👏👏👏👍Jai Agninav Baba love you Baba ❤️❤️❤️🌹🌿🌹🌿🌹🌿🌹🌿🌹🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      জয় অগ্নিনাভ বাবা। Jai Agninabh Shiv Mandir ।

    • @RenumaiTalukdar
      @RenumaiTalukdar 7 місяців тому

      Joy agninav baba.

  • @ankurbaruah9120
    @ankurbaruah9120 6 місяців тому

    Jai agninav baba.mur monor akha hunkala puron kora provu🙏🙏🙏

  • @DelightfulKettlebell-su5qr
    @DelightfulKettlebell-su5qr 7 місяців тому

    Asolote manuhbilakar hajya Howa nai poisa dekhi.bhagawan sakalote thake .hosa ontarere prarthana Karile vagawane Grahan kariboi.manuhe j gasar talato puja Kare kio.bhagwanak koy jate teor prarthana sune aru teor monar asa purna Kare. jatiya puran Kare proman pai 1, 2 Jon manuh jowa hoy.jd hai mondirtu rajahua hoy Khub manib,Jaba aru byectigoto hole samalosana,ondhabiswasat porinat hb.jai agninav babar Jay.

  • @Momidevi-n6i
    @Momidevi-n6i 5 місяців тому

    Thike koise dada Jay agninav baba

  • @himashrikalita5775
    @himashrikalita5775 7 місяців тому +1

    বহুত ভাল কথা কৈছে আপুনি।🙏

  • @surensarmah541
    @surensarmah541 7 місяців тому

    ধন্যবাদ ভায়জান,আপোনিতো বাবাৰ ভক্ত নহয়, কিন্তু আপোনি এটা সত্যক এনেদৰে প্ৰকাশ কৰিলে। কোনোবাই নামানে নাই কিন্তু যিসকল ভক্তই মনিছে বা ফল পাইছে তেওঁলোকৰ মনত কিয় এনেকুৱা নিগেটিভ কথাৰে দুখ দিছে। মইও বছৰৰ প্ৰথম ভাগতেই গোলাঘাটৰ পৰা সপৰিয়ালে বাবাৰ দৰ্শন কৰি আহিলো। মই যোৱাদিনাও হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা শাৰী। কিমান আশাৰে গুৱাহাটী নলবাৰী নগাঁও তিনিচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট মাজুলী আদিৰ পৰা তেখেতসকল আহিছে। মানুহ গৰাকী আৰু তেখেতৰ মন্দিৰ ভাগৰ জনপ্ৰিয়তা লাভ কৰাটো এচামে কিয় সহ্য কৰিব পৰা নাই। গতিকে হে জ্ঞানী গুণীসকল সকল, আপোনালোকে ভিডিঅ'ৰে কোনো ভক্তক মন্দিৰলৈ অহাত বাধা দিয়াতকৈ কিবা গঠনমূলক/শিক্ষামূলক ভিডিঅ' সমাজলৈ পেৰন কৰি সমাজৰ উপকাৰ সাধক।

    • @surensarmah541
      @surensarmah541 7 місяців тому

      জয় অগ্নিনাভ বাবা,জয়।

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 7 місяців тому

    বহুত ভাল লাগিল ভিডিঅ'টো চাই । জয় অগ্নিনাভ বাবা ।। 🙏🪔🙏🔱🔱🔱🕉️🕉️🕉️🚩🚩🚩

  • @BhaskarSarma-lz4rl
    @BhaskarSarma-lz4rl 7 місяців тому

    Right 👍▶️ Dada❤😢,,jaihh Agnivh baba ❤❤ axapuron kora aww deii❤❤❤😢😢

  • @pronatiboruah668
    @pronatiboruah668 3 місяці тому

    বৰ ভাল লাগিল

  • @jaminidas2584
    @jaminidas2584 6 місяців тому

    হৰ হৰ মহাদেৱ ।

  • @RashmiKonwar
    @RashmiKonwar 7 місяців тому

    কথা খিনিত যুক্তি আছে 🙏

  • @dipalidevi1323
    @dipalidevi1323 7 місяців тому

    Jai Agninav baba 🙏🙏🙏🙏🙏

  • @umeshhandique6856
    @umeshhandique6856 7 місяців тому

    ধুনীয়া।ভাল লাগিল জানি Shikha Mazumdar r বিষয়ে কোৱা কথা বিলাক।এটা critical operation কৰাৰ পিছত Doctor সকলেও কয় যে বাকী খিনি ভগৱানৰ ওপৰত।কোনেও বেয়াও নাপায় doctor r কথাত।সেয়েহে বিশ্বাসটো সম্পুৰ্ণ নিজৰ ব্যক্তিগত কথা।

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      Hoi hoi. Biswakhot duniya soli ase.

  • @dipamoniroy1039
    @dipamoniroy1039 7 місяців тому

    Apuni jikhini koise akdom right kotha koise... বিশ্বাসে মিলায় হৰি❤

  • @tarpan3462
    @tarpan3462 7 місяців тому

    সছাঁ কথা

  • @PriyankaPegu-xv2oz
    @PriyankaPegu-xv2oz 3 місяці тому

    Jai baba agninav 🙏🙏🙏

  • @kusumsaikia-mx8qk
    @kusumsaikia-mx8qk 7 місяців тому

    জয় অগ্নিনাভ বাবা 🙏🙏🙏

  • @SangitaGogoi-uj4ce
    @SangitaGogoi-uj4ce 3 місяці тому

    Jay agninav baba🙏🙏🙏

  • @bobitahindisongstamuli4605
    @bobitahindisongstamuli4605 7 місяців тому

    Aapunar kothabur mur khubei vl lagil . Jukti juktota ase. Amiu majah holoi goi candle jolai proman paisilu heitu amar bisakh . Heikarone hokolu bhogobanokei ami bisakh koru aru kori jam . Jay Agninav Baba kripa koriba 🙏🙏🙏

  • @devasaikia1634
    @devasaikia1634 7 місяців тому +4

    দাদা❤ আমি ভক্তসৱে এই বিষয়ত আপোনাৰ পৰা সৎ যুক্তি আশা কৰিছিলোঁ। বহুত স্পষ্ট ভাৱে উদাহৰণ সহ বুজাই দিলে , ভাল লাগিল। দাদা আপোনালৈ বহুত বহুত ধন্যবাদ। জয় অগ্নিনাভ বাবা ❤❤❤।

    • @YoYoAdviser
      @YoYoAdviser  7 місяців тому

      ধন্যবাদ। Video টো যিমান পাৰে share কৰি দিব যাতে অগ্নিনাভ বাবাৰ কথা সকলোৱে বুজি পায়। জয় অগ্নিনাভ বাবা। Jai Agninabh Shiv Mandir ।

  • @nainadas9717
    @nainadas9717 6 місяців тому

    Jay agninav baba🙏🙏🙏