#BORGEET

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত 'আলো ভাই' শীৰ্ষক বৰগীত। ৰাগ-- ভাটিয়ালি
    #borgeet #folksong #folkmusic #assamesefolksong #KarishmaSarma

КОМЕНТАРІ • 88

  • @rajdeepgogoi1241
    @rajdeepgogoi1241 Рік тому +6

    এইগৰাকীলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ,, বহুত‌ উন্নত মানদণ্ডৰ প্ৰশিক্ষণ দিয়া হৈছে,, আমাৰ দৰে অসংখ্য জন ইয়াৰ পৰা উপকৃত হ'ব। প্ৰতি টো ৰাগৰ এনে দৰে দিব বুলি আশা ৰাখিলোঁ। ঈশ্বৰে মঙ্গল কৰক।।।

  • @anjalisarma1706
    @anjalisarma1706 4 місяці тому +3

    খুউব ভাল লাগিল, আপোনাৰ প্ৰচেষ্টা। বৰগীত শিকো আহক ১খণ্ড , ২খণ্ড চাই ভাল লাগিল। ৩য়খণ্ডটো চাবলৈ কৈ আছো। কি কৰিব লাগিব চাবলৈ। আশোৱাৰী ৰাগ টো, "ৰাম গোসাই কৰহু গোহাৰী " গীতটো, পৰিতাল খন দেখুৱাই দিলে নথৈ সুখী হলো হয়। পৰবৰ্তী খণ্ড বোৰ কেনেকৈ দেখিম। 👌🙏🌹🌹🌹❤

  • @asthajitaaa
    @asthajitaaa 5 місяців тому +2

    খুব ভাল লাগিল।সুন্দৰ প্ৰদক্ষেপ

  • @UddhabKalita-p7f
    @UddhabKalita-p7f 3 місяці тому +1

    বহুত বহুত ধন্যবাদ কৰিশ্মা বা অতি সুন্দৰ ভাৱে বৰগীতৰ বিষয়ে স্পষ্টকৈ ৰাইজৰ মাজলৈ এৰি দিয়াৰ বাবে।

  • @jintuborah3292
    @jintuborah3292 3 місяці тому

    সুন্দৰ পদক্ষেপ, সুন্দৰ কণ্ঠ, সুন্দৰ শিকোৱাৰ পদ্ধতি আৰু সুন্দৰ ভাৱে আমি উপকিত হৈছোঁ। প্ৰভু ভগৱন্তই কৃপা কৰক, সু-স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ।,,,,,,,, কৃষ্ণ

  • @chakradhartamuly2634
    @chakradhartamuly2634 Місяць тому

    বহুত বহুত ধন্যবাদ জনাই ছো আই গৰাকীলৈ

  • @princebora9663
    @princebora9663 Місяць тому

    ধন্যবাদ বাইদেউ। বৰগীত শিকিবলৈ বৰ মন আছিল। আপুনি ইমান ধুনীয়াকৈ বুজাই শিকাছে বহুত ভাল লাগিছে।

  • @cbharali6377
    @cbharali6377 2 місяці тому

    বৰ সুন্দৰ প্ৰচেষ্টা; আপোনাক ভক্তিভৰা ধন্যবাদ!

  • @julidas7928
    @julidas7928 3 місяці тому

    বৰ সুন্দৰকৈ কথাবোৰ শিকাই দিয়ে আপুনি ❤️🙏🏻

  • @hemalatahazarika6769
    @hemalatahazarika6769 11 днів тому

    সুন্দৰ প্ৰচেষ্টা। ধন্যবাদ।

  • @porinitaborah2748
    @porinitaborah2748 6 днів тому

    বৰ ভাল লাগিল।শিকন শৈলি ভাল।লগতে কন্ঠ বৰ মিঠা।

  • @minudevi785
    @minudevi785 3 місяці тому

    আপোনাৰ এই প্ৰদক্ষেপ ,বহুত ভাল লাগিছে

  • @MridulJ-l9d
    @MridulJ-l9d 9 днів тому

    ইমান সুন্দৰ কৈ শিকাই ছেঁই

  • @hiramanibarman8134
    @hiramanibarman8134 10 місяців тому +5

    Raag tur swaralipi khini dle besi sahaj hbo xikibo.. val prasesta.. aaguai jaok..

  • @hunborgogoi3695
    @hunborgogoi3695 3 дні тому

    অতি সুন্দৰ তিনিচুকীয়াৰ পৰা

  • @rajarshitalukdar6176
    @rajarshitalukdar6176 21 день тому

    খুব সুন্দৰ । আগন্তুক এনেকুৱা ভিডিও বিচাৰো ।

  • @dr.sirumoniboruah9158
    @dr.sirumoniboruah9158 6 місяців тому

    সুন্দৰ পদক্ষেপ। ধন্যবাদ।

  • @anupdas1075
    @anupdas1075 2 дні тому

    বহুত সুন্দৰ,

  • @MridulJ-l9d
    @MridulJ-l9d 9 днів тому

    বহুত ভাল লাগিল

  • @nabanitabora2359
    @nabanitabora2359 3 місяці тому

    Krishni baideu aguai jauk logote amaku aguai niok xundor prosesta

  • @balendas4259
    @balendas4259 8 місяців тому +1

    বৰ ভাল প্ৰচেষ্টা লৈচা কৰিস্মা । মই মিৰ্জাৰ পৰা অভিনন্দন জনালো । আৰু এটা কথা তাল খন খোল বাদক এজনৰ হতুৱাই বজাই শুনোৱা হলে সোণত সোৱাগ চৰোৱা যেন লাগিলহেঁতেন ।।

  • @munindranarayansharma8620
    @munindranarayansharma8620 Рік тому +1

    ধুনীয়া ,আগ বাঢ়ি যোৱা ,থমকি নৰবা ,

  • @UniversalSantanaDharma
    @UniversalSantanaDharma 5 днів тому

    কৃষ্ণ কৃষ্ণ
    বৰ ভাল লাগিল। আজিহে আপোনাৰ পৰশ পালোঁ।
    আগলৈ পাম বুলি আশা কৰিলোঁ।
    ধন্যবাদ।

  • @Atul-ld8qm
    @Atul-ld8qm 24 дні тому

    ব হুত ব হুত ধন্যবাদ

  • @SushilchDas-fn2ev
    @SushilchDas-fn2ev 2 місяці тому

    ভাল হৈছে।

  • @parulacharyya9958
    @parulacharyya9958 11 місяців тому

    অতি সুন্দর হৈছে শুনিবলৈ, আকৌ এবাৰ অভিনন্দন জনালো ভগৱানে আৰু আগ বহাই নিয়ে,

  • @rupalichetia1747
    @rupalichetia1747 Рік тому +2

    কৃষ্ণ কৃষ্ণ ❤❤❤

    • @nirupomaboruah1570
      @nirupomaboruah1570 11 місяців тому

      কৃষ্ণ ।বৰ ভাল লাগিল

  • @jatinchborah9901
    @jatinchborah9901 2 місяці тому

    সুন্দৰ

  • @KarunaRoy-wu9km
    @KarunaRoy-wu9km 5 місяців тому

    সুন্দৰ বৰ্ণনা কৰি দেখুৱাই শুনাইছে ❤

  • @pradipanandachoudhury3204
    @pradipanandachoudhury3204 7 місяців тому

    Sundar koi buji palu khub lagil agoloi natun pam buli akha rakhilu

  • @nabanitagohain7723
    @nabanitagohain7723 9 місяців тому

    বহুত বহুত ধন্যবাদ বাইদেউ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @munindranath2107
    @munindranath2107 9 місяців тому

    বান্ধব কৃষ্ণ, বাইদেউ বাকী কেইটা ৰাগ পাম বুলি আশা ৰাখিছোঁ।

  • @nripendeka9800
    @nripendeka9800 4 місяці тому +1

    krishnsa sunddar 🙏

  • @prahladdas862
    @prahladdas862 6 місяців тому

    Krishna🙏🙏🙏🌹

  • @hrishikeshneog
    @hrishikeshneog 9 місяців тому

    ধ্ৰুৱক-ধ্ৰং।

  • @dhananjayrabha5905
    @dhananjayrabha5905 19 днів тому

    কৃষ্ণ কৃষ্ণ

  • @dhrubatarasir1916
    @dhrubatarasir1916 Рік тому +1

    Val Initiative. Best Wishes

  • @muninoza4944
    @muninoza4944 10 місяців тому +1

    ৰাগৰ আগত বাইদেউ, কৃষ্ণ শঙ্কৰ গুৰু ভাগ লগোৱা হলেহে সম্পূৰ্ণ হ'ল হেতেন ।

  • @fatemayesmin758
    @fatemayesmin758 Рік тому +1

    Dhuniya karishma ba🥰

  • @rashmisaikia1201
    @rashmisaikia1201 7 місяців тому

    ভাল লাগিছে ৰাগ ভগি বিস্তাৰিত ৰূপত দিলে ভাল হয়, গুৰু জনাৰ কৃস্তি।

  • @sudemsrikherkatary4572
    @sudemsrikherkatary4572 Рік тому +1

    Explanation bor dhunia hoise maina🥰🥰🥰🥰🥰

  • @PrabhatGogoi-o7b
    @PrabhatGogoi-o7b 11 місяців тому

    Thank you very good over ..

  • @bnbstudio4063
    @bnbstudio4063 11 місяців тому

    🙏🙏

  • @Jayantaborah-Sattriya
    @Jayantaborah-Sattriya 12 годин тому

    গুৰুজনা আদৰ্শক প্ৰণালী বিলাই দিয়ক মই বহুত hukhi হৈছোঁ

  • @niranjannath9669
    @niranjannath9669 10 місяців тому

    সুন্দৰকৈ শিকাব পাৰিছে। আপোনাক প্ৰণাম জনালো 🙏🙏🙏 ।

  • @parimitagoswami4067
    @parimitagoswami4067 11 місяців тому

    বৰ ভাল লাগিছে। আপোনাক বহুত ধন্যবাদ। আ

  • @florinabaishya2935
    @florinabaishya2935 Рік тому +1

    Bhal lagil ba ❤️

  • @BubulBangthai-b9v
    @BubulBangthai-b9v 7 місяців тому

    Krishna Krishna

  • @khirudsaikia6376
    @khirudsaikia6376 6 місяців тому

    কৃষ্ণ সুন্দৰ হৈছে।

  • @saraswatidevi9960
    @saraswatidevi9960 6 місяців тому

    Bhal lagise

  • @AnjuHazarika-h5o
    @AnjuHazarika-h5o 3 місяці тому

    কৃষ্ণ

  • @prodipsonowal8496
    @prodipsonowal8496 8 місяців тому

    Good job

  • @nipulborah6265
    @nipulborah6265 10 місяців тому

    বহুত ভাল লগিল ।

  • @gogoi5064
    @gogoi5064 Рік тому

    অতি সুন্দৰ, একেৰে নজনাও শিকিব পাৰিব

  • @RobinKachariboruah
    @RobinKachariboruah Місяць тому

    Aaru dib sun bhut bhal lagil hikib parisu

  • @pabitraborgohain127
    @pabitraborgohain127 Рік тому

    সুন্দৰ আৰু আগলৈ

  • @mamandas4580
    @mamandas4580 Місяць тому

    Nice

  • @NiradaMahanta
    @NiradaMahanta Рік тому

    Bor Val lagil ❤

  • @PurnaBoro-ig5qi
    @PurnaBoro-ig5qi 11 місяців тому

    Hundar hoise,..

  • @PurabiGogoi-b7m
    @PurabiGogoi-b7m 11 місяців тому

    Hundor hoise.

  • @prodipsonowal8496
    @prodipsonowal8496 4 місяці тому +1

    আৰু এটা নতুন ভিডিঅ, পাম বোলি আশাৰে বাত চাই ৰলো

  • @renukadassaloi6596
    @renukadassaloi6596 3 місяці тому

    Thanku bhanti

  • @bhabitrabha4683
    @bhabitrabha4683 Рік тому

    কৃষ্ণ কৃষ্ণ 🙏

  • @INDIANXxhgpp9907
    @INDIANXxhgpp9907 9 місяців тому

    2:00 taal, xur, loy

  • @wendringmon8692
    @wendringmon8692 Рік тому

    🎉🎉🎉

  • @geetabora4077
    @geetabora4077 11 місяців тому

    বৰগীত‌ টোৰ লগতে ৰাগ টো গাই দিলে ভাল লাগিল হেঁতেন ।।

  • @munindrakumarborah327
    @munindrakumarborah327 10 місяців тому

    Khul songot huwa hole aru xundor lagil hoi

  • @ranuborah5974
    @ranuborah5974 4 місяці тому

    Moi guwahatit thaku tumak log korib parim ne ki

  • @rajdeepgogoi1241
    @rajdeepgogoi1241 Рік тому

    কৃষ্ণ ,

  • @karishmasarma6124
    @karishmasarma6124 Рік тому +1

    Thank you so much ❤❤

  • @yoshwantahazarika-pr6mh
    @yoshwantahazarika-pr6mh 11 місяців тому

    কৃষ্ণ শংকৰ পৰা পোৱাহলে আৰু ভাল হব

  • @jyostnamusicvlog8178
    @jyostnamusicvlog8178 11 місяців тому

    বাইদেউ কেলি কৰে বৰগীতটো শিকাব চোন

  • @AnjuHazarika-h5o
    @AnjuHazarika-h5o 3 місяці тому

    তোমাৰ পৰা শিকিবলৈ চেষ্টা কৰিছো

  • @ranuborah5974
    @ranuborah5974 4 місяці тому

    Moi of line hikib bisaru kenekoi juga jug korib parim jonab.please

  • @prodipsonowal8496
    @prodipsonowal8496 2 місяці тому

    নতুন এটা ভিডিঅলৈ ৰৈ আছো

  • @MalaBaruah-fu1cu
    @MalaBaruah-fu1cu 3 місяці тому

    Mam স্বৰলিপি বোৰ পালে সহজ পালো হেঁতেন ❤

  • @bipulchandrahazarika3591
    @bipulchandrahazarika3591 Місяць тому

    Tks vv vv mmmm

  • @BelieverPrince
    @BelieverPrince Рік тому

    Ma'am part_3 raag shyam borgeet lesson dibo buli akha rakhilu. Thank you. 🙏🙏🙏🙏

  • @kusumlikhakborah
    @kusumlikhakborah 2 місяці тому

    Rag akhuwaritu bujai dibosun

  • @FatemaYesmin-ek9gl
    @FatemaYesmin-ek9gl 16 днів тому

    Hi ba bhale ase ne apuni

  • @jogengogoi4175
    @jogengogoi4175 Місяць тому

    Bor bhal haise.najana haklor upakar haise.

  • @RupanjaliMirimorang-yf2no
    @RupanjaliMirimorang-yf2no 10 місяців тому

    🙏🙏

  • @padmeshwardeka7740
    @padmeshwardeka7740 7 місяців тому

    Krishna Krishna

  • @TilokBhuyan-ft8eb
    @TilokBhuyan-ft8eb 11 місяців тому

    কৃষ্ণ

  • @birenboruah4720
    @birenboruah4720 11 місяців тому

    সুন্দৰ