Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ইমান মধুৰ ভাষাৰে শিকাইছে, বহুত ভাল লাগিছে। আগলৈ এনেদৰে শিকাবলৈ ভগৱন্তই কুশলে ৰাখক। কৃষ্ণ 🙏
খুব সুন্দৰকৈ শিকাইছে। আগলৈও যাতে এনেদৰে শিকাই যাব পাৰে তাৰ বাবে ভগৱন্তৰ চৰণত প্ৰণিপাত জনাইছোঁ। কুশলে থাকক।❤❤
কৃষ্ণ, কৃষ্ণ, আপোনাৰ প্ৰচেষ্টা অতি গ্ৰ্হণ যোগ্য, এই প্ৰচেষ্টাই অসমৰ যুৱ প্ৰজন্মক যথেষ্ট উপকৃত কৰিব। আৰু ভগৱানে আপোনাক মঙ্গল কৰক তাৰেই কামনা কৰিলো।এই ব্যৱস্থা টোৱে বক্ৰপথ নিৰ্মূল কৰি যূৱ সমাজক আগুৱাই নিয়ে যেন।কৃষ্ণ কৃষ্ণ।
বহুত বহুত সুন্দৰ লাগিল ।ইমান ধুনীয়াকৈ আপোনি শিকাই বুজাই গাই শুনাইছে । ঈশ্বৰে আপোনাক ভাৱে ৰাখক আমি আপোনাৰ পৰা আগলৈ আৰু জানিব লৈ আছে ।
অতি সুন্দৰ । বাইদেউৰ শিকণ শৈলী অতি মনোগ্ৰাহী । ভাল লাগিল ।
অতি সুন্দৰ কৈ শিকাইছে।আগলৈ আৰু বৰগীত শিকিব পাম বুলি আশা ৰাখিলোঁ।🙏🏻
ভাল লাগিল। বৰ সুন্দৰ কৈ শিকাইছা।
বহুত সুন্দৰভাবে বুজাই দিছে।ভাল লাগিল
উপকৃত হোৱাৰ আনুভূতি জাগিছে্্ধন্যবাদ
অতি সুন্দৰ প্ৰচেষ্টা। তোমাৰ পৰা আমিও শিকিব পাৰিম। ধন্যবাদ।
অতি সুন্দৰ প্ৰচেষ্টা ,
বহুত সুন্দৰ পদক্ষেপ
বৰ সুন্দৰ কৈ শিকাইছে ,ভাল লাগিল।
বৰ ভাল লাগিল কৃষ্ণ 🙏
Val lagil baideu, thank you🙏
বৰ ভাল লাগিল ।
ধুনীয়া হৈছে
ইমান সুন্দর হৈছে শুনিবলৈ, পিছৰ কেইটা কেতিয়া পাম শুনিবলৈ,
সাৱলীল সুমধুৰ ভাষাৰ আধ্যাৎমিক হৃদয়ঙ্গম অনুভূতিৰে অন্তৰআত্মা তৃপ্ত হৈলো
Oti xundor kontho baideu bhal lagil
অতি সুন্দৰ প্ৰচেষ্টা।ৰূপক তালটো লিখি দিলে ভাল আছিল। পুনৰ তালবোৰ লিখি দিব বুলি আশা কৰিলো।
অতি সুন্দৰ ভাৱে বৰগীতটি পৰিবেশন কৰিলে। ধন্যবাদ
শুপ্ৰভাত আপোনাৰ প্ৰচেস্তাত উৎসাহিত হৈছো আশাকৰো অব্যাহত ৰাখিব । ধন্যবাদ ।
Very inspired and helpful work
কৃষ্ণ এনেকৈয়ে বৰগীত শিকাই থাকিব চূণ বুহুত ধুনীয়া হৈছে কৃষ্ণ
বৰ ভাল লাগিল কৃষ্ণ
Expect more. Excellent work
কৃষ্ণ , সুন্দৰ পদক্ষেপ।
ভাল লাগিল।
Thank you
আপোনাৰ কণ্ঠ বৰ সুন্দৰ। ইমান সাৱলীল ভাৱে বুজাইছে বহুত ভাল লাগিছে ।পৰৱৰ্তী সময়ত আপোনাৰ লগত যোগাযোগ কৰিম ।
Oti sundor❤❤
Bohut val lagise 🙏🙏🙏
সুন্দৰ ভাল লাগিল
বৰ সুন্দৰ পদক্ষেপ। অব্যাহত ৰাখক।
extreamly happy to listen your borgeet thanks a lot please
Bor xundor.
ভাল হৈছে
অতি সুন্দৰ গোলাপ বায়ণ ছাৰে শিকাইছে নেকি জনাবাচোন ।
সুন্দৰ শিকন শৈলী ৷ বাদী স্বৰ ,সম্বাদী স্বৰ আৰু ৰাগটোৰ স্বৰলিপি দি দিয়া হ’লে শিকিবলৈ বেছি সুবিধা হ’ল হেঁতেন ৷
ভাল লাগিল বাইদেউউদ্ধৱ চলহু টোতাল,ৰাগ আৰু কেনেকুৱা গাব লাগে দিলে ভাল পাম
Khub bhalo lagil
SUNDAR BHAL LAGIL SUNI MEAM SUNDARKOI BUJAY. DIYA BABE AGLOI SUNAR AKSHERA .
Hundar
Vàl lagil apuni eman dhunia k bujai gai dise. Mur bogeet hikiboloi bor mon ase.
সুন্দৰ।
বৰ ভালকৈ শিকাই আছে
সুন্দৰ
Krishna bhal lagil
🙏
Bohut val lagil
Bhal lagil. Agaloi akou diba.
Thank you ma'am please continue all lesson ❤️
Welcome. We will definitely do it.
Oti hundar.
Bht val lgise. Lgt tumr voice to bht sweet 👍🏻
@@karishmasarma6124qq11¹❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤q
বৰ ভাল লাগিছে। আগলৈও শিকাই যাব বুলি আশা কৰিলোঁ
সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷
মই।গুৱাহাটিত থাকো আপুনাক।কত কেনে কৈ লগ পাম জনাব চোন
Bohut vl lgil
🙏🙏🙏🙏🙏
🙏🙏🙏
Very good idea for learning borgeet. Thanks.
সুন্দৰ কণ্ঠ
Val lagel ❤
Sunddar kantha krishnsa 🙏 method is very good .👌
Hudor lagil,❤ Krishna 🙏
Krishna🙏🙏🙏🌹
Krishna
সুন্দৰ।ভাল লাগিল। শিকন কৌশল ভাল। গুৰু শ্মৰণ কৰা নহয় নেকি?
🎉
Very good
হে ৰাম গোসাই কৰহো গোহাৰি বৰগীত টি শিকাই দিয়ক 🙏
Bahut bhal lagil alp haleo sikhilo
❤❤
Krishnakrishna
বৰ সুন্দৰ
কৃষ্ণ আই 🙏 অলপ হলেও বুজিব পাৰিছো
Bahutt bhal lagil krishna
Good job
❤❤❤😂
❤❤❤❤❤❤
Nice voice 🔥 bohut val lagil ❤️❤️❤️👍🙏
VDO tu Pai khub xhukhi holu agoloi Pam buli akhara korilu Dhanybad
Tq ma'am so mush I'm happy
7:00 taal , ga maa
Krisna,sikiboli troy kori aso,uthora utho bapu,sikai dibo , Thanks
অতি মধুৰ
Mor pujaniya madam Mai upakrita haiso bahut bahut dhnyabad
Rag Aru bogeet Gabo deai mean hundar gaise
বা বসন্ত ৰাগ ৰ এটি ভিডিয় দিব চুন।। মই নথৈ উপকৃত হ'ম।। Please
ভাল পদক্ষেপ
How a Mahur Rag is sung in borgeet
কৃষ্ণ । কৃষ্ণ শংকৰ গুৰু হৰি ৰাম এনেদৰে। ৰাগ গোৱা শুনিছোঁ । আপোনাৰ দৰে গোৱা শুনা নাই ।ৰাগ ও বেলেগ বেলেগ আছে নি বুজাইদিব নে
কেদাৰ ৰাগতো গায় শুনাব নেকি
বৰ ভাল লাগিল ।বৰগীত শিকিবলৈ ইচ্ছা আছিল যদিও বয়স হৈছে ।আপোনাক লগপাই আনন্দিত হলোঁ।
আপোনাৰ no টো পাম নেকি
বৰ ভাল লাগিছে কৰিশ্মা বা এইয়া কমলাবাৰী থূলৰ নে বৰপেটা থূলৰ কৈ দিব নে এবাৰ তেতিয়া হʼলে আমাৰ মনত কোনো শংশয় নাথাকে।
পাৱেপঢ়িহৰিৰাগকেনেকৈগাই সূনাবঢোন
Val hoise kintu ai padkhyap to apunar.ami hikibo parim 🙏🏻
Ragtu Ta hai na re nar halani Rama Rama gabo paribo ne? Nam prakhangar agot ta hai na re na bhal nalagibo Jen paisu! Uttam dhunia aru huala kantha...
Mor pujaniya madam Mai upakrita haiso
Asuwari rag tu dibosun.
Ami ankoi hika nasilu dekhun.Aji kali beleg hoise ne ki Baidew 🙏🏻
ইমান মধুৰ ভাষাৰে শিকাইছে, বহুত ভাল লাগিছে। আগলৈ এনেদৰে শিকাবলৈ ভগৱন্তই কুশলে ৰাখক। কৃষ্ণ 🙏
খুব সুন্দৰকৈ শিকাইছে। আগলৈও যাতে এনেদৰে শিকাই যাব পাৰে তাৰ বাবে ভগৱন্তৰ চৰণত প্ৰণিপাত জনাইছোঁ। কুশলে থাকক।❤❤
কৃষ্ণ, কৃষ্ণ, আপোনাৰ প্ৰচেষ্টা অতি গ্ৰ্হণ যোগ্য, এই প্ৰচেষ্টাই অসমৰ যুৱ প্ৰজন্মক যথেষ্ট উপকৃত কৰিব। আৰু ভগৱানে আপোনাক মঙ্গল কৰক তাৰেই কামনা কৰিলো।এই ব্যৱস্থা টোৱে বক্ৰপথ নিৰ্মূল কৰি যূৱ সমাজক আগুৱাই নিয়ে যেন।
কৃষ্ণ কৃষ্ণ।
বহুত বহুত সুন্দৰ লাগিল ।ইমান ধুনীয়াকৈ আপোনি শিকাই বুজাই গাই শুনাইছে । ঈশ্বৰে আপোনাক ভাৱে ৰাখক আমি আপোনাৰ পৰা আগলৈ আৰু জানিব লৈ আছে ।
অতি সুন্দৰ । বাইদেউৰ শিকণ শৈলী অতি মনোগ্ৰাহী । ভাল লাগিল ।
অতি সুন্দৰ কৈ শিকাইছে।
আগলৈ আৰু বৰগীত শিকিব পাম বুলি আশা ৰাখিলোঁ।🙏🏻
ভাল লাগিল। বৰ সুন্দৰ কৈ শিকাইছা।
বহুত সুন্দৰভাবে বুজাই দিছে।ভাল লাগিল
উপকৃত হোৱাৰ আনুভূতি জাগিছে্্ধন্যবাদ
অতি সুন্দৰ প্ৰচেষ্টা। তোমাৰ পৰা আমিও শিকিব পাৰিম। ধন্যবাদ।
অতি সুন্দৰ প্ৰচেষ্টা ,
বহুত সুন্দৰ পদক্ষেপ
বৰ সুন্দৰ কৈ শিকাইছে ,ভাল লাগিল।
বৰ ভাল লাগিল কৃষ্ণ 🙏
Val lagil baideu, thank you🙏
বৰ ভাল লাগিল ।
ধুনীয়া হৈছে
ইমান সুন্দর হৈছে শুনিবলৈ, পিছৰ কেইটা কেতিয়া পাম শুনিবলৈ,
সাৱলীল সুমধুৰ ভাষাৰ আধ্যাৎমিক হৃদয়ঙ্গম অনুভূতিৰে অন্তৰআত্মা তৃপ্ত হৈলো
Oti xundor kontho baideu bhal lagil
অতি সুন্দৰ প্ৰচেষ্টা।ৰূপক তালটো লিখি দিলে ভাল আছিল। পুনৰ তালবোৰ লিখি দিব বুলি আশা কৰিলো।
অতি সুন্দৰ ভাৱে বৰগীতটি পৰিবেশন কৰিলে। ধন্যবাদ
শুপ্ৰভাত আপোনাৰ প্ৰচেস্তাত উৎসাহিত হৈছো আশাকৰো অব্যাহত ৰাখিব । ধন্যবাদ ।
Very inspired and helpful work
কৃষ্ণ এনেকৈয়ে বৰগীত শিকাই থাকিব চূণ বুহুত ধুনীয়া হৈছে কৃষ্ণ
বৰ ভাল লাগিল কৃষ্ণ
Expect more. Excellent work
কৃষ্ণ , সুন্দৰ পদক্ষেপ।
ভাল লাগিল।
Thank you
আপোনাৰ কণ্ঠ বৰ সুন্দৰ। ইমান সাৱলীল ভাৱে বুজাইছে বহুত ভাল লাগিছে ।পৰৱৰ্তী সময়ত আপোনাৰ লগত যোগাযোগ কৰিম ।
Oti sundor❤❤
Bohut val lagise 🙏🙏🙏
সুন্দৰ ভাল লাগিল
বৰ সুন্দৰ পদক্ষেপ। অব্যাহত ৰাখক।
extreamly happy to listen your borgeet thanks a lot please
Bor xundor.
ভাল হৈছে
অতি সুন্দৰ গোলাপ বায়ণ ছাৰে শিকাইছে নেকি জনাবাচোন ।
সুন্দৰ শিকন শৈলী ৷ বাদী স্বৰ ,সম্বাদী স্বৰ আৰু ৰাগটোৰ স্বৰলিপি দি দিয়া হ’লে শিকিবলৈ বেছি সুবিধা হ’ল হেঁতেন ৷
ভাল লাগিল বাইদেউ
উদ্ধৱ চলহু টো
তাল,ৰাগ আৰু কেনেকুৱা গাব লাগে দিলে ভাল পাম
Khub bhalo lagil
SUNDAR BHAL LAGIL SUNI MEAM SUNDARKOI BUJAY. DIYA BABE AGLOI SUNAR AKSHERA .
Hundar
Vàl lagil apuni eman dhunia k bujai gai dise. Mur bogeet hikiboloi bor mon ase.
সুন্দৰ।
বৰ ভালকৈ শিকাই আছে
সুন্দৰ
Krishna bhal lagil
🙏
Bohut val lagil
Bhal lagil. Agaloi akou diba.
Thank you ma'am please continue all lesson ❤️
Welcome. We will definitely do it.
Oti hundar.
Bht val lgise. Lgt tumr voice to bht sweet 👍🏻
Thank you
@@karishmasarma6124qq11¹❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤q
বৰ ভাল লাগিছে। আগলৈও শিকাই যাব বুলি আশা কৰিলোঁ
সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷
মই।গুৱাহাটিত থাকো আপুনাক।কত কেনে কৈ লগ পাম জনাব চোন
Bohut vl lgil
🙏🙏🙏🙏🙏
🙏🙏🙏
Very good idea for learning borgeet. Thanks.
সুন্দৰ কণ্ঠ
Val lagel ❤
Sunddar kantha krishnsa 🙏 method is very good .👌
Hudor lagil,❤ Krishna 🙏
Krishna🙏🙏🙏🌹
Krishna
সুন্দৰ।ভাল লাগিল। শিকন কৌশল ভাল। গুৰু শ্মৰণ কৰা নহয় নেকি?
🎉
Very good
হে ৰাম গোসাই কৰহো গোহাৰি বৰগীত টি শিকাই দিয়ক 🙏
Bahut bhal lagil alp haleo sikhilo
❤❤
Krishnakrishna
বৰ সুন্দৰ
কৃষ্ণ আই 🙏 অলপ হলেও বুজিব পাৰিছো
Bahutt bhal lagil krishna
Good job
❤❤❤😂
❤❤❤❤❤❤
Nice voice 🔥 bohut val lagil ❤️❤️❤️👍🙏
VDO tu Pai khub xhukhi holu agoloi Pam buli akhara korilu Dhanybad
Tq ma'am so mush I'm happy
7:00 taal , ga maa
Krisna,sikiboli troy kori aso,uthora utho bapu,sikai dibo , Thanks
অতি মধুৰ
Mor pujaniya madam Mai upakrita haiso bahut bahut dhnyabad
Rag Aru bogeet Gabo deai mean hundar gaise
বা বসন্ত ৰাগ ৰ এটি ভিডিয় দিব চুন।। মই নথৈ উপকৃত হ'ম।। Please
ভাল পদক্ষেপ
How a Mahur Rag is sung in borgeet
কৃষ্ণ । কৃষ্ণ শংকৰ গুৰু হৰি ৰাম এনেদৰে। ৰাগ গোৱা শুনিছোঁ । আপোনাৰ দৰে গোৱা শুনা নাই ।ৰাগ ও বেলেগ বেলেগ আছে নি বুজাইদিব নে
কেদাৰ ৰাগতো গায় শুনাব নেকি
বৰ ভাল লাগিল ।বৰগীত শিকিবলৈ ইচ্ছা আছিল যদিও বয়স হৈছে ।আপোনাক লগপাই আনন্দিত হলোঁ।
আপোনাৰ no টো পাম নেকি
বৰ ভাল লাগিছে কৰিশ্মা বা এইয়া কমলাবাৰী থূলৰ নে বৰপেটা থূলৰ কৈ দিব নে এবাৰ তেতিয়া হʼলে আমাৰ মনত কোনো শংশয় নাথাকে।
পাৱেপঢ়িহৰিৰাগকেনেকৈগাই সূনাবঢোন
Val hoise kintu ai padkhyap to apunar.ami hikibo parim 🙏🏻
Ragtu Ta hai na re nar halani Rama Rama gabo paribo ne? Nam prakhangar agot ta hai na re na bhal nalagibo Jen paisu! Uttam dhunia aru huala kantha...
Mor pujaniya madam Mai upakrita haiso
Asuwari rag tu dibosun.
Ami ankoi hika nasilu dekhun.
Aji kali beleg hoise ne ki Baidew 🙏🏻