| XOINYAXINI | ABAHAN THEATRE | PRASTUTI PORASOR |

Поділитися
Вставка
  • Опубліковано 5 бер 2020
  • Drama: Xoinyaxini
    Theatre: Abahan Theatre (2018-19)
    Director: Abhijit Bhattacharya
    Starring: Prastuti Porasor
    Prayashi Porasor
    Jaffy Bakshi
    Bipul Bora
    Rituraj Mahanta
    #prastutiporasor #prastuti #zubeengarg #theatre #mobiletheatre #assamese #assam #prayashiporashor #prostutiporasor
  • Розваги

КОМЕНТАРІ • 836

  • @deepsikhakalita5719
    @deepsikhakalita5719 3 роки тому +5

    Eman dhuniya hoise koboloi vakha nai xosake ......🥰🥰🥰🥰🥰🥰🥰👍👍👍👍

  • @bscandpharmacy7050
    @bscandpharmacy7050 4 роки тому +88

    সঁচা অসমীয়া অভিনেত্ৰী😍😍
    যিয়ে আজিলৈ বেয়া লগা
    অভিনয় কৰি পোৱা নাই
    My fvrt

  • @kuwalipathak3777
    @kuwalipathak3777 4 роки тому +61

    অভিজিৎ ভটাচাৰ্যৰ নাট আৰু তাত প্ৰস্তূতি বাৰ অভিনয়!সচাঁকৈয়ে খুব সুন্দৰ সংমিশ্ৰন।বা তুমি মোৰ প্ৰিয় অভিনেত্ৰী😘😘😘😘তোমাৰ সংলাপবোৰে অন্তৰত জোৱাৰ তুলি দিয়ে।

  • @arupbarman8115
    @arupbarman8115 4 роки тому +324

    হয়টো আপোনাক ধন্যবাদ দিবলৈ মোৰ অচৰত একো নাই তথাপিও কৈছোঁ বহু নাটক চালো হেমন্ত দত্ত পাপ ৰ পৰা আদি কৰি চম্পক শৰ্মাৰ বাজী তপন দাসৰ পৰা আৰম্ভ হৈ মৃদূল চুতীয়া মৃদূল ভূঞা , নাটক বহু চালো বহু দাইলক দেখিলোঁ হাহি কান্দোন দুখ সুখ কিন্তু আপোনাৰ দৰে অকলে নাটক লৈ যোৱা প্ৰথম পাইছিলো ।। বহুদূৰলৈ আগুৱাই যোৱা বাইদেউ
    যি সকলে কমেন্ট চাই কমেন্ট কৰি যায় লাইক কৰিব

    • @urmiladeka2401
      @urmiladeka2401 3 роки тому +2

      Q

    • @sarakhacreations3426
      @sarakhacreations3426 3 роки тому +1

      👍👍👌👌👌nijar lagat kahinito mila kahi ni ❤hole anuvab kenekuwa hob kandi dilu

    • @mandippathak2175
      @mandippathak2175 3 роки тому +1

      O9 loop 0o0pœ0 oo p PPO o lord Polo oi Polo oi Polo pp loopo ki pool ki o Polo pp pool o Oop Polo p PPO oo 0 po PPO0 po po PPOp po9 poœ po po pool PLO Polo oo o a opportunities9 oo position o Polo pl possible opportunities po possible opportunities pool Oop Oki o9 ao Oop po po po po PLO p possible o0pp pp po œoooo a polo pp oopœo po p0o Oop lord loop œ a p possible PPO look Polo po po poo loop œo 0o po po po loop op 0 œoo po po po po po o9

    • @mandippathak2175
      @mandippathak2175 3 роки тому +1

      Polls llpp0llllllllllllllll

    • @mridulaboruah6200
      @mridulaboruah6200 2 роки тому +1

      Hosa koi

  • @alakeshsharma4034
    @alakeshsharma4034 4 роки тому +3

    Apunar acting no 1 prostuti baa,,,,,apunar logot proyakhi baa o acing Val lage mur......

  • @sanjibkashyap5646
    @sanjibkashyap5646 4 роки тому +111

    ভ্ৰাম্যমাণ জগতৰ এগৰাকী দুৰ্দ্দান্ত অভিনেত্রী আপুনি.আপুনি আৰু আগুৱাই যাওক তাকে কামনা কৰিলোঁ...
    আপোনাৰ পৰা নাট্যপ্ৰেমী ৰাইজে আৰু বহু পাবলগীয়া আছে..abhinetri aru Samragri natok khn mor life t chrastya natok

  • @jayantaphukan9
    @jayantaphukan9 3 роки тому +2

    Hosakoi gaa num heyori utha ....eya j hosa kahene.. Eman hundorkoi uposthapon korise .....Superb.

  • @TaruPhukan
    @TaruPhukan 3 роки тому +20

    প্ৰস্তুতিৰ ইমান দুদাৰ্ন্ত অভিনয় |বাৰে বাৰে অভিভূত হওঁ প্ৰতিখন নাটক চাই…হাজাৰ চালাম

  • @rashmiphukon5552
    @rashmiphukon5552 4 роки тому +96

    কান্দি কান্দি চালো।নাটক ,অভিনয় ,সংগীত ,মিউজিক,মঞ্চ সজ্জা অতি সুন্দৰ।

    • @mohinimohandas6645
      @mohinimohandas6645 4 роки тому +5

      No more 2nd persons as prastuti

    • @smritanjaliboragi8416
      @smritanjaliboragi8416 4 роки тому +4

      নাটক খন চাই বহুত কান্দিলো । বৰ ভাল ৰাগিল ।

    • @smritanjaliboragi8416
      @smritanjaliboragi8416 4 роки тому

      নাটক খন চাই বহুত কান্দিলো । বৰ ভাল ৰাগিল ।

  • @ritumonisinha1013
    @ritumonisinha1013 4 роки тому +34

    অন্তৰ ছুই গল,,,নিজেই কৰবাত হেৰাই যোৱাৰ দৰে লাগিল।,,,বহুত ভাল লাগিল

  • @HARSHITASSAM
    @HARSHITASSAM 3 роки тому +23

    সচাঁই হৃদয় চুই গ'ল প্ৰস্তুতিবাৰ অভিনয় চাই। সংলাপ বোৰে কপাঁই তুলিলে মনটো। কৰবাত যেন মোৰ নিজৰ জীৱনৰ লগত সংযোগ দেখা পালো কাহিনী টোৰ মাজত। দুচকু সেমেকি গ'ল। সুন্দৰ উপস্থাপন। 👌👌👍👍

  • @nipsss-cz1vg
    @nipsss-cz1vg 4 роки тому +15

    বহুত বহুত ধন্যবাদ প্ৰস্তুতি বা,,,ইমান এখন ধুনীয়া অভিনয় উপহাৰ দিলা,,,,চাই মন সঁচাই ভৰি ৰল,,,,

  • @jajaboripokhi5377
    @jajaboripokhi5377 4 роки тому +25

    প্ৰস্তুতি বা আপোনাৰ প্ৰতিতো শব্দই যেন সমাজখনক কিবা এটা জ্ঞান দি যায় । জীৱনৰ সমস্ত হেৰুৱায় পেলোৱাৰ পিছতো আপোনাৰ সংলাপ শুনি অভাৱ নামৰ শব্দটো যেন ক্ষন্তেক সময়ৰ বাবে হ'লেও পাহৰি যাও 😭 Life should not be lived life should be celebrate এই বাক্যটোৰ সাৰ্থকতা আপোনাৰ পৰা বেছি ভালকৈ লাভ কৰিছো । আপুনি মহান প্ৰস্তুতি বা আপুনি মহান 🙏🙏

  • @dipjyotibarman6682
    @dipjyotibarman6682 4 роки тому +1

    বা বহুত val লাগিছে. যুগ যুগ জীয়াই থাকক❤️👌👌👌👌❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️😁

  • @user-yp6wk4op1o
    @user-yp6wk4op1o 4 роки тому +8

    উফ্ কি যে অপূৰ্ব!অতি মনোৰম৷ দূৰ্দান্ত অভিনয়৷

  • @majulilife662
    @majulilife662 4 роки тому +14

    খুব সুন্দৰ লাগিল নাটক খন চাই।
    বা আপোনাৰ অভিনয় সঁচাকৈয়ে খুব সুন্দৰ।
    কেতিয়াবা লগ পাম বা

  • @debabarman9325
    @debabarman9325 4 роки тому +35

    সুন্দৰ নাটক ।
    এবাৰ প্ৰস্তুতি বাৰ লগত একেলগে মঞ্চত অভিনয় কৰিবলৈ খুবেই আগ্ৰহ আছে ।

  • @pranjalbordoloi4606
    @pranjalbordoloi4606 4 роки тому +5

    Eman hundor koi uposthapon korisre ..bahut Val lagise

  • @binoydeka7180
    @binoydeka7180 4 роки тому +4

    ইমান ধুনীয়া জীপাল কাহিনী থকা নাটক চাবলৈ পাই ভাল লাগিল ।

  • @sprinlove5022
    @sprinlove5022 4 роки тому +12

    নাটক খনলৈ মোৰ অভিনন্দন । বহুত ভাল লাগিছে। মোৰ জীৱনৰ লগত মিলিছে।

  • @simideka6899
    @simideka6899 4 роки тому +5

    Ptastuti baa osm👍🏻👍🏻👌👌😘😘🥰🥰😍😍

  • @dharmendranath6517
    @dharmendranath6517 4 роки тому +10

    উঃ কি কম ভাষা নাই.. অন্য এখন পৃথিৱীলৈ যোৱা যেন লাগিল

  • @robinporaja7884
    @robinporaja7884 Рік тому +2

    সচাই বহুত দুখ লাগিল বা আপোনাৰ অভিনয চায। সচাই নৰীৰ জীবন বহুত দুখ লগা ।

  • @gitanjalisaikia7670
    @gitanjalisaikia7670 4 роки тому +66

    তোমাক বৰ ভাল পাও বা । এবাৰ লগ পোৱাৰ বহুত বহুত আশা আছে।

  • @jeenajeena5980
    @jeenajeena5980 Рік тому +1

    ধন্যবাদ বা আপোনাৰ অভিনয চায ভাল লাগিল

  • @ranasonowal4289
    @ranasonowal4289 4 роки тому +3

    কবলৈ ভাষা নাই ,সচাকৈ অন্তৰ ছুই গ'ল ,prostuti বাইদেউ আপোনাক কি বুলি ধৈণ্যবাদ দিম.... আপোনাৰ নাটকখনী আমাৰ সমাজৰ বাবে শিক্ষা দি যোৱা নাটক , আৰু আগ বাঢ়ি যোৱা prostuti বাইদেউ....।

  • @jayshreehazarika2289
    @jayshreehazarika2289 4 роки тому +1

    bht kndilo bht dhunya lgl deii..prastuti ba my fvrt actress...bor xundor kahini bastob ghotna.protjni swli ankua hua usit

  • @ratenthouse1760
    @ratenthouse1760 4 роки тому +5

    বহুত বহুত ভালহৈছে বা

  • @binitadutta360
    @binitadutta360 4 роки тому +1

    Bohut vl lagil kandi golu ge sai

  • @hirenphukanhirenphukan5600
    @hirenphukanhirenphukan5600 4 роки тому +7

    খুৱ ভাল লাগিল। অতি সুন্দৰ।বহুদিনৰ মূৰত খুৱ সুন্দৰ নাটক এখন উপভোগ কৰিলোঁ।

  • @bhupenchandrahazarika1583
    @bhupenchandrahazarika1583 3 роки тому +5

    সচাকৈয়ে এখন সুন্দৰ নাটক । আশা কৰোঁ নাটক খনৰ হৃদয়স্পৰ্শী কাহিনীয়ে আজিৰ বস্তুকেন্দ্ৰীক সমাজখনক কিঞ্চিৎ পৰিমাণে হলেও স্পৰ্শ কৰিব । নাট্যকাৰ অভিনেতা অভিনেত্ৰীৰ লগতে সংলগ্ন সকলোলৈকে অশেষ ধন্যবাদ জনালোঁ ।

  • @sharadiborboruah5720
    @sharadiborboruah5720 3 роки тому +1

    প্ৰথম আপোনাৰ থিয়েটাৰ চালো অন্তৰ চুই গল। চকুৰ পনীৰে দুগাল তিতি গল গমেই নাপালো।ইমান সুন্দৰ অভিনয় 👍👍 বুজাব নোৱাৰি।

  • @songeetaboruah5943
    @songeetaboruah5943 4 роки тому +3

    kthare bujabo nuwarake bht bht val lagil..njeu nari hosakoi narir jibonr ktha purush hokole ajiu nbjle..aikeidn prostuti bar naat keikhn cai cai okl kandisuhe..

  • @pranjalkalita1680
    @pranjalkalita1680 4 роки тому +20

    সবাংগ সুন্দৰ হৈছে। বলিষ্ঠ অভিনয় প্ৰতিজন অভিনেতা অভিনেত্ৰীৰ।অনাগত দিনত আপোনালোকৰ এই জয়ী যাত্ৰা সুদূৰ পসাৰিত হওঁক তাকে ভগৱানৰ প্ৰাৰ্থনা কৰিছো ।

  • @lcdcreations5778
    @lcdcreations5778 4 роки тому +2

    Bahut bahuuuuuuut dhuniya baaaaa

  • @jkmusicmosty1745
    @jkmusicmosty1745 2 роки тому

    Emanei dhuniya lage j prostuti ba aponar potitu ovinoy .protitu sanglapei ontar sui jai.

  • @harekrishna5617
    @harekrishna5617 4 роки тому +3

    Bohut dhuniya natok👌👌❤❤❤❤❤❤

  • @chabindeka5140
    @chabindeka5140 4 роки тому +3

    Thanks avijit da.prastuti...abahan Theatre all family

  • @hirakdas2684
    @hirakdas2684 4 роки тому +17

    এইখন নাটক তsound টো ভাল লাগিছে। এখন সুন্দৰ নাটক।

  • @ankitagoswami2508
    @ankitagoswami2508 4 роки тому +6

    Tnq so much prastuti ba😘

  • @bingomasalamagi7018
    @bingomasalamagi7018 4 роки тому +6

    Dhuniya lagise natok khn sai ..

  • @gobindodas1846
    @gobindodas1846 Місяць тому

    My Best actors❤ prastuti porasor ❤ Love from Gauripur (Dhubri)❤

  • @Dhunusvedio6923
    @Dhunusvedio6923 4 роки тому +4

    Bohut bohut bohut dhuniya natok

  • @janmonigogoi2410
    @janmonigogoi2410 4 роки тому +3

    Eman mojja lagil sai. Tumak bohut val paw ba. Aguwayai juwa ba.

  • @Pankoj1743
    @Pankoj1743 3 роки тому +1

    সচাকৈ প্ৰস্তুতি বাৰ অভিনয় অতুলনীয়।।

  • @ritumech7679
    @ritumech7679 4 роки тому +5

    Pothom baraor babe theatre sai cmn korisu.....kiman j val lagil sai....wah....bujab nuaru

  • @banishasaikia7357
    @banishasaikia7357 2 роки тому +1

    ভ্ৰাম্যমাণ চিৰজীপাল হৈ থাকক। প্ৰস্তুতি বা সদায়ে প্রিয়।

  • @pronobsaikia2621
    @pronobsaikia2621 4 роки тому +1

    বহুত ভাল লাগিল ।টকাৰে সকলো কিনিব নোৱাৰি ।সঁচাই দুখীয়া ঘৰত মৰম আৰু শ্ৰদ্ধা বহুত ।বহুত ভাল লাগে ।অলপ কান্দিলো বা।

  • @rabiabegum3989
    @rabiabegum3989 4 роки тому +1

    Ai natok xone amr khomaj xont bhut xundor probab pelaise buli kob pri.xub xundor hyse..bhut ktha xikat xhai krise ....Allah bless you

  • @ranamedhi3484
    @ranamedhi3484 Рік тому

    Woha Excellent Super , Prostuti Lot of thanks.

  • @HeartyHRT
    @HeartyHRT 4 роки тому +8

    *Prastuti Baar acting xodai best* 💓

    • @himadrikalita7050
      @himadrikalita7050 3 роки тому +1

      Hoi xsa ekdom.... sui gol natok khne 😊

    • @HeartyHRT
      @HeartyHRT 2 роки тому

      @@himadrikalita7050 ummm 😊

  • @tilakgoswami1498
    @tilakgoswami1498 4 роки тому

    Bahut bahut dhanyobad eman 1khan dhuniya natok amak upahar diya babe........god bless u baa and all acotor and actress

  • @alamryian4487
    @alamryian4487 4 роки тому +1

    Prastati bah ..bht dunia lagise natok khnn.....

  • @uBorah-zr8cv
    @uBorah-zr8cv 4 роки тому +3

    কিযে অভিনৱ অভিনয় সুষ্ঠ দুৰ্দান্ত প্ৰকাশ ভংগী প্ৰস্তুতি পৰাশৰ ৰ। সুন্দৰ অভিনয় শৈলী ¸ কন্ঠ।খূব ভাল লাগিল। চাবৰ বাবে সুবিধাকণ কৰি দিয়াৰ কাৰণে।ধন্যবাদ।

  • @user-bl1gi5gv3k
    @user-bl1gi5gv3k 4 роки тому +1

    বহুত বহুত ভাল লাগিল বা

  • @dhritimasaikia8642
    @dhritimasaikia8642 13 днів тому

    ইমান সুন্দৰ আপোনাৰ অভিনয় সংলাপ হৃদয় মন জুৰ পৰি যায় ।

  • @bikhasmitasaikia8675
    @bikhasmitasaikia8675 3 роки тому

    Hosa koi Prastuti ba apunar ovinoi sai mur soku Pani uolai gol buku sui juwa ata kahini...ew r my all tym fav actress😍😍😍😍

  • @sonmonimahanta2126
    @sonmonimahanta2126 Рік тому +3

    এটাই কথা কম, শুভকামনা সদায় আছে আগবাঢ়ি যাওক🙏😘

  • @nirmalidas4067
    @nirmalidas4067 Місяць тому +2

    Only one of the favourite actress ❤❤

  • @b.kalita1381
    @b.kalita1381 4 роки тому +59

    অসমৰ বাহিৰত থকাৰ বাবে ৫ বছৰমান ধৰি এখনো নাটক চাই পোৱা নাই সেয়ে আপোনালৈ অলেখ ধন্যবাদ

  • @pranjitdas9458
    @pranjitdas9458 4 роки тому +4

    Hosakoi bohut val lagil sai,,👌👌👌

  • @indraneelkachari9130
    @indraneelkachari9130 4 роки тому +1

    প্রস্তুতি বা তোমাক স্বাগতম । খুৱ ধুনীয়া খুৱ ধুনীয়া

  • @user-hm9pm7um3p
    @user-hm9pm7um3p 4 роки тому +34

    কবলৈ ভাষা নাই, বহুতো নজনা কথা শিকিলোঁ। সুখ দুখীয়া ঘৰটো পোৱা জাই

  • @ManojDas-cc9yy
    @ManojDas-cc9yy 3 роки тому +2

    বা তোমাক লগ পোৱাৰ বহুত আশা আছে ,তোমাৰ অভিনয় চাই বহুত দুখ লাগে ।।।
    মন টুক কিতিয়াবা তোমাৰ ভিডিও চাই এ শান্তি দিওঁ
    মিছ উ বা 🙏🙏🙏💞💞💞

  • @pampibaishya6012
    @pampibaishya6012 4 роки тому +16

    মোৰ জীৱনৰ এগৰাকী প্ৰিয় নাৰী হৈছে আপুনি ❤❤❤

  • @mousumikakoti5706
    @mousumikakoti5706 4 роки тому +1

    Thanks baa bhut Val lagil sai natokhun....
    So sweet and love you baa....

  • @mvlogs3533
    @mvlogs3533 4 роки тому +1

    মনপৰশা অভিনয়ে হৃদয় চুই গ'ল।কাহিনীভাগৰ গতিত জড়তা নাই।সংলাপ অধিক হৃদয়স্পৰ্শী কৰিব পৰাৰ থল আছিল।সামৰণিৰ সংলাপ আৰু পৰিৱেশৰ অলপ বিসংগতি থাকি গ'ল ।অভিজিত ভট্টৰ নাটক আগতেও বহু চাইছো।ভাল নাটক বহু পাইছো।অমননশীল নাটকো বহু উপহাৰ দিছে তেখেতে।
    ।ভাল, বেয়া থাকেই সেইবোৰত ক'ব লগা একো নাই ।
    আশা কৰো আগন্তুক নাট্য বৰ্ষত আপোনালোকে নাটক লিখিবলৈ নতুন নাট্যকাৰক দায়িত্ব দিয়া উচিত।

  • @bhaskarjyotinath1860
    @bhaskarjyotinath1860 4 роки тому +3

    নাটকখন চাই সচাঁকৈয়ে আপ্লুত হলো।।।
    এনে এখন নাটক চাব পাই নিজকে ধন্য হৈছো।।
    বহুতো কথা শিকিব পাৰিলো।। ভাল লাগিল বহুতো।।

  • @marinachangmai8755
    @marinachangmai8755 4 роки тому +1

    Bhut vl lagil bhut njona ktha hikilu..🥰🥰🥰🥰🥰

  • @moumonbora2233
    @moumonbora2233 8 місяців тому +1

    Hosa baa r acting bht vl❤❤

  • @biswajitgogoi4163
    @biswajitgogoi4163 4 роки тому +3

    বা আজিলৈকে আপোনার তিনী খন নাটক চালো। তিনি খন নাটক চাই মই কান্দ্বি গলো 😰😰😰😰। আপোনালৈ অশেষ ধন্যবাদ জনাইছো বা।।🙏🙏🙏🙏

  • @krishmipatar206
    @krishmipatar206 2 роки тому

    Bor khundor lagil prostuti baa.tumar kotha,khur,xonglap bur khuni.

  • @thedhananjay9036
    @thedhananjay9036 4 роки тому +2

    My favourite actress.... Prastuti baa...

  • @sarjinabagum3772
    @sarjinabagum3772 4 роки тому +1

    Bohut Val logise sai ba

  • @user-ws6nz6ms9c
    @user-ws6nz6ms9c 4 роки тому

    Apunar ovinoy bor priyo lgte apuniu priyo...bohubar natok kaikhn salu bht vl lge...ata onurudh 2019/20 borxor natok kaikhn dibo buli axare bat sam prastuti baa...love u

  • @dipumsaikia6405
    @dipumsaikia6405 4 роки тому +41

    সুন্দৰ বা,,এইবাৰ সম্ৰাগী নাটক খন আপলোড দিব বুলি আশা ৰাখিলোঁ,,,আৰু আগুৱাই যাওঁক,সুন্দৰ অভিনয়

  • @krishnaray5319
    @krishnaray5319 4 роки тому +2

    Hosakee, ai nat khonee notun projonmokk bhut kotha hakaiese . Aru ai nat bur uthi oahaa lora sowali bore monojog di salee amar homaj khon aru bhut aaguwaii jabo . Bhut bhut val lagi ai nat khon sai.

  • @julimasaikia6675
    @julimasaikia6675 4 роки тому

    Apunar acting hsa i bhut bhut dhunia. .prstuti ba love u aru agbahi jwa

  • @monjumoran4130
    @monjumoran4130 3 роки тому +2

    ভাষাৰে বুজাব নোৱাৰি আপোনাক প্ৰস্তুতি বা আপোনাৰ অভিনয় সচাকৈ বৰ আবেগিক নকন্দাকৈ থাকিব নোৱাৰিলোঁ বহুত বহুত শুভেচ্ছা জ্ঞাপন জ্ঞাপন কৰিলো

  • @maineehazarika4978
    @maineehazarika4978 4 роки тому +1

    প্ৰতিটো সংলাপে মন চুই গৈছে

  • @roshmirekhabora7330
    @roshmirekhabora7330 3 роки тому

    Bhtu bhtu vl lgila sai.. bhtu dhuk lgila...

  • @rangiardiganta9030
    @rangiardiganta9030 4 роки тому +3

    Maja - abr saisu kintu kintu aru sabar mon jai asil - but pai galu 😘😘😘😘😘☺☺😚😙

  • @ubcreation4612
    @ubcreation4612 4 роки тому +1

    Khub xundor..dukh lgi gol😢😢

  • @pranjalbarman3580
    @pranjalbarman3580 4 роки тому +5

    Boht vl lage apunar sanglap

  • @kalpanagogoi564
    @kalpanagogoi564 4 роки тому +7

    বহুত বহুত ভাল লাগিল চাই বাইদেউ

  • @arnabgoswami5246
    @arnabgoswami5246 4 роки тому +19

    ৰাতিপুৱাতো এখন সুন্দৰ নাটকেৰে আৰম্ভ হল আজি মোৰ।।

    • @champakkalita7324
      @champakkalita7324 4 роки тому

      moro

    • @pankhibora3702
      @pankhibora3702 4 роки тому

      টকা পইচায়ে যে সকলো সুখ পাব নোৱাৰি তাকে এই নাটক খনৰ জৰিয়তে বুজি পোৱা যায়৷

  • @rishavkumarhira9640
    @rishavkumarhira9640 4 роки тому

    Khub sundar abhinoy ba
    Bahut bhal lagil sai

  • @u.k.b3215
    @u.k.b3215 4 роки тому

    Bht xundor natok, bht xundor kontho, bht xundor music. Hokolu khiniA bht val lagil

  • @simantabora7072
    @simantabora7072 4 роки тому +7

    বহু বহু ধন্যবাদ বা #অনুগ্ৰহ কৰি বা মকৰাজাল নাটক খন দিবা

  • @niyorentertainment3234
    @niyorentertainment3234 2 роки тому

    Lovely ba eman val lagil apunar ovinoi kandi golu

  • @barnalideka6818
    @barnalideka6818 4 роки тому +2

    bhut vl kahini baa...dhunia lagise...

  • @jayantabora5743
    @jayantabora5743 4 роки тому +1

    Bhut vl lgise natok khon sai, apunr avinoi sai bhut vl lge

  • @RaktimaBorah-vo8vx
    @RaktimaBorah-vo8vx 9 місяців тому

    Bohut xundor bohut vl lagil Sai posturi baa tumi great tumr potitu xobdot bohut kothai xikai dia moi enekoi a thakibo bisariu

  • @ananyasarmah9656
    @ananyasarmah9656 3 роки тому

    Thanks prastuti ba iman dhunia actingor babe

  • @bijoyassam4529
    @bijoyassam4529 4 роки тому +7

    Thank you so much prastuti baa.

  • @abinashduwarah3463
    @abinashduwarah3463 4 роки тому +4

    সুন্দৰ

  • @junmonisaikia1796
    @junmonisaikia1796 3 роки тому +1

    Bht vl lgil sai ...moi bht vl palu ...imn hundr ke krise❤️

  • @jatinborah3792
    @jatinborah3792 4 роки тому +2

    Bhut Bhut vl lagil...
    Ba khosai 2maj bhut vl lage.

  • @djborshagogoi2170
    @djborshagogoi2170 2 роки тому

    Bht vl lgil sai❤❤kobole kunu vakha ny bht kandilu u ❤❤

  • @ujjwaljibanvlogs4384
    @ujjwaljibanvlogs4384 4 роки тому +1

    সচাঁকৈয়ে সুন্দৰ কাহিনী, সুন্দৰ সংলাপ আৰু অসমৰ মোৰ বাবে (BRANR AMBASSADOR) প্ৰস্তুতি পৰাশৰ বাৰ হৃদয়স্পৰ্শী,দুৰ্দান্ত অভিনয়.…..সচাঁই প্ৰস্তুতি বা আৰু এই নাট্যগোষ্ঠীক মাজুলীৰ মই উজ্জ্বল জীৱনে দিছোঁ লাল চালাম.....