Ojaantric || Assamese Podcast ft. Achurjya Borpatra || Udayan Duarah || Ep.20

Поділитися
Вставка
  • Опубліковано 9 лют 2025
  • Follow Us On Instagram.
    / oasis_talukdar
    / udayanudy
    / achurjya_borpatra
    Ojaantric || Assamese Podcast ft. Achurjya Borpatra || Udayan Duarah || Ep.20
    Behind The Camera : Manash Protim
    Ankumoni Borgohain
    #ojaantric
    #AchurjyaBorpatra
    #assamesepodcast

КОМЕНТАРІ • 1,4 тис.

  • @ninabharadwaj9395
    @ninabharadwaj9395 4 роки тому +207

    এতিয়া ইউটিউবত কেৱল এটাই নাম search কৰোঁ......... সেয়া হৈছে........অযান্ত্রিক❤🔥

  • @karobigogoi1963
    @karobigogoi1963 2 роки тому +1

    Udi nd oasis da bht vl lge apnlkk...shw saiu vl lge..apnlkr ktha ru jmni bur khubei priyo...🥰🥰🥰🥰🥰🥰🥰oasis dar ghr shvsgr kot hoi..

  • @chandanhazarika5383
    @chandanhazarika5383 4 роки тому +167

    আচুৰ্য ককাইক আপোনালোকৰ অনুষ্ঠানত দেখা পাই নথৈ আনন্দিত । অযান্ত্রিকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @dulumonidutta679
    @dulumonidutta679 3 роки тому +1

    Mojjjahhh Lagilll saii Oasis Daa ki khabar val neee Apunalukor program 2 hosai bohut Val lageee....Achrujya Kokaidew Bindasss

  • @pranjalchetia9500
    @pranjalchetia9500 4 роки тому +120

    আচুৰ্য দা অহাৰ পৰা এ এই অনুষ্ঠানটু চাবলৈ আৰম্ভ কৰিলোঁ ... আৰু সকলো episode চাই শেষ কৰি দিলোঁ ... Love you আচুৰ্য দা❤️ ..

  • @munmunhandique5629
    @munmunhandique5629 4 роки тому +48

    Maaye hudhise "taanr sigil neki? Okole hanhi thako je.."😂😂
    অযান্ত্রিকলৈ শিৱসাগৰৰপৰা মৰম পঠিয়াইছোঁ। Udy daa, Oasish daa❤️

  • @shilpimedhi3151
    @shilpimedhi3151 4 роки тому +8

    Mor priyo singer hoi... Bohut dangor fan hou teor... Teor protitu gaanei khub priyo... Mor o teor logot kotha patibo mon asil.... Thank you UD da and Oasis da Achurjya da k mata karone

  • @chitraranjandas6066
    @chitraranjandas6066 4 роки тому +1

    বিশেষকৈ আচুৰ্য দা কথাষাৰ বহুত বহুত ভাল লাগিল। নিশ্চয় প্ৰকৃতিয়ে জিৰনি লোৱাটো খুব জৰুৰী,আমি কাৰ কাৰণে জীয়াই আছোঁ? প্ৰকৃতিৰ কাৰণে নহয় জানো?প্ৰকৃতিকো ভাল পাব লাগিব নহয়। আৰু যিসকলে দীন হাজিৰা কৰা লোক ,হাজিৰা নকৰিলে নচলে তেওঁ লোকক চৰকাৰে আৰ্থিক সহায় কৰি প্ৰকৃতিৰ কাৰণে দুদিন বন্ধ দিয়াটো খুবই বিচাৰোঁ। চৰকাৰক পাৰিলে আপোনালোকে দৃষ্টি গোচৰ কৰিব , কিয়নো আপোনালোকে নোৱাৰা কাম একো নাই, কিয়নো আপোনালোকৰ অনুগামী বহুত আছে,, বাকী ডিচ লাইক মৰা কেইটা আপোনালোকৰ show2 ভাল পায় কিন্তু সিঁহতি উন্নতি দেখিব নোৱাৰা কাৰণে ডিচলাইক মাৰে, এইবোৰ কাৰণে চিন্তা নকৰি আগুৱাই যাওক ভাল পোৱা মানুহ বহুত আছে,,❤️❤️❤️

  • @bikashtalukdar9521
    @bikashtalukdar9521 4 роки тому +90

    উদয়ন দা মানিছোঁ আপোনাক, দিনটোৰ মূৰত হাঁহিলো , ভাল লাগিল!

  • @jiransonowal7328
    @jiransonowal7328 4 роки тому +1

    Mon khuj hoi ji apunar lukr onusthan sai dile God bless you aru agbahi jauk andre hklukoke hahouak

  • @neet22-23
    @neet22-23 4 роки тому +54

    Oasis da apuni national crush hbo goi ase 😍🔥🔥

  • @bhairabideka2569
    @bhairabideka2569 4 роки тому +3

    উদয়ন দাদা , আপুনি ইমান বেছি ধেমেলীয়া হয় ,ভাল লাগে চাই... কাঞ্চন চাই লগা নাছিল আপুনি ইমান ধেমেলীয়া বুলি ... বহুত বহুত মৰম দাদা

  • @durlovpathak2884
    @durlovpathak2884 4 роки тому +23

    ভাল লগা এটা সাক্ষাৎকাৰ । ভাল লাগিল চাই এনেকৈয়ে প্ৰতি দিনে পাম বুলি আশা কৰিলোঁ ককাইদেউ সকল।

  • @msaikia7896
    @msaikia7896 2 роки тому +2

    আচুৰ্য দাৰ এই খন্ডটো বহুত ভাল লাগিল। প্ৰকৃতিক মানুহে প্ৰাধান্য নিদিয়া হৈছে অথচ মানুহ নিজেই প্ৰকৃতিৰ অংগ সেই কথা পাহৰি গৈছে।
    তেখেতে প্ৰকৃতিৰহৈ ভৱাত মন চুই গৈছে আজি।❤️❤️❤️❤️🌻🌻🌻

  • @mozoomdar.
    @mozoomdar. 4 роки тому +5

    অসমীয়াত এটা শব্দ আছে "সভাশুৱনি" । আমাৰ দুৱৰা দা সেই সভাশুৱনি মানুহ। মানুহ ধৰি ৰাখিব পৰা মানুহ। ভালে থাকক আটাইকেইজন।

  • @venushazarika8654
    @venushazarika8654 3 роки тому +1

    Makosom moja lagile dei sai. Tate Achurjya da.

  • @priyankidutta3486
    @priyankidutta3486 4 роки тому +6

    উদয়ন দা ভাল হহুঁৱালে দেই আপুনি,, আগুৱাই যাওঁক আপোনালোক দুয়ো ❤❤🙏🙏🥰🥰অযান্ত্রিকৰ দীর্ঘায়ু কামনা কৰিলোঁ 🙏🙏❤❤আচুৰ্য্য দাৰ কথা বাৰু নকলেও হ'ব,, একদম জুই 🥰🥰❤❤আমি গোলাঘাটীয়ান আৰু দেৱৰাজীয়ান হিচাপে গৌৰৱ অনুভৱ কৰোঁ।। ❤🥰😘😘

  • @dulendeori4134
    @dulendeori4134 2 роки тому +2

    অযান্ত্ৰিকৰ প্ৰায়বিলাক এপিচদ চাইছো । কেইটামান এপিচদ চাই ভাল লাগিল । তাৰ ভিতৰত দীপেন বৰুৱা, জে পি দাস, ভূপেন উজীৰ, অতুল পাচনি, মৌচম গগৈ, মন্তুমনি, দেৱজিত বৰা , প্ৰিয়ংকা, প্ৰণয় বৰদলৈ, ধিতিমান দেউৰী, মৈত্ৰেয়ী পাতৰ । আমনিদায়ক এপিচদ বোৰৰ ভিতৰত নিশিতা, আৰ জে পাহি, জেৰিফা আৰু কেইটামান য'ত তেওঁলোকক ক'বলৈ বৰ বিশেষ সুবিধা কৰি দিব নোৱৰাতো আতঁধৰোতা (Anchor) দুয়োজনৰ বিফলতা বুলিয়ে ধাৰনা হয় । কেতিয়াবা নিজৰ অভিগ্যতা আৰু গ্যানৰ জাহিৰ কৰিবলৈ গৈ উদয়ন মূল ব্যক্তিজনৰ বিষয়ৰ পৰা অলপ আতৰি যোৱা যেন অনুভৱ হয় । অৱেছিছৰ বিষয়ে কি মতামত দিম---খাইপেনি,আহিপেনি এইবোৰ শব্দ এৰাই চলিব পাৰিলে ভাল । অনুস্থানটো নিয়মীয়াকৈ চাওঁ আৰু ভাল পাওঁ বাবে লিখিলো ।

  • @rajunath286
    @rajunath286 4 роки тому +3

    নতুন দৰ্শক।লাহে লাহে ভাল লগা হৈছে অযান্ত্ৰিক অনুষ্ঠানটি। খুহুতীয়া ৰসেৰে সময়খিনি খুব সুন্দৰকৈ পাৰ হয়। ভাল হওঁক আগলৈ। ৰাইজে আদৰি লোৱাই কামনা কৰিলোঁ।
    And exactly agree with 10 days lockdown period.

  • @preronaagogoi6247
    @preronaagogoi6247 4 роки тому +2

    Achurjya daa mane sob easily koi diye.. hoi jabo.. no jeng teng mane case ai nai .. hoi jabo buli koi dile hoie jai 😄😄😄😄 mojaa lagise ojaaantric long live .. udyan daa and oiasis daa 😍

  • @nebaditagogoi725
    @nebaditagogoi725 4 роки тому +3

    Hdai roi thku..ktia ako na2n video upload kore buli...din2r stress akdm naikia hoi jai... Videos bur sai... Tnq ojaantric.. ❤❤

  • @dipikasaikia8228
    @dipikasaikia8228 3 роки тому +2

    1year'ot 10din lockdown diyatu best kotha koise...

  • @acoustictaslima3144
    @acoustictaslima3144 2 роки тому +4

    Achurya Barpatra dak akou laage amak.. this is the best episode of Ajaantric.. i have watched all the episodes till now. The happiness of the set , the conversation between UD da and Achurya da was so fresh and youthful. Love you both.. always be happy UD da.. you are the Jaan of Ajaantric..

  • @banashree8868
    @banashree8868 4 роки тому +12

    Exm soli ase... Tothapio kin2 Ojaantric sabo era ny... Boom mojah lgeee ❤❤❤❤❤❤

  • @rupamdas7277
    @rupamdas7277 4 роки тому +7

    বহুত ভাল লাগিল।💙
    আচুৰ্য দাৰ "ক'ৰ'বাত কিবা হ'ল" গানটো শুনিলে মনটো নাচি উঠে।
    নীল আকাশ দাক এদিন অনুষ্ঠানলৈ মাতিবচোন।🙏🏻

  • @chandanaboruah8906
    @chandanaboruah8906 4 роки тому +11

    উফফ প্ৰিয় গায়কজন💖😌 বহুত বহুত ধন্যবাদ অযান্ত্ৰিকলৈ আচুয্যদাক মতাৰ বাবে 💝 লগতে উদয়ন দাদা আৰু অএচিচ দাদা(oasis)লৈ বহুত মৰম💞💞 অযান্ত্ৰিক যাতে সদায় সফলতাৰে আগবাঢ়ি যায় তাৰো কামনা কৰিলোঁ💖

  • @dikshitadutta3316
    @dikshitadutta3316 4 роки тому +32

    বহুত বেছি ভাল লাগিল।একদম ঘৰুৱা ঘৰুৱা অনুভৱ হয় আপোলোকৰ অযান্ত্ৰিক চাই।

  • @mayourakhibora3348
    @mayourakhibora3348 4 роки тому +5

    প্ৰকৃতিৰ ভালপোৱা প্ৰকৃতিৰ মাজত জীয়াই থাকক💚💚🌸🍃পৃথিৱীৰ আয়ুস আৰু বাঢ়ি যাওক, প্ৰিয় মানুহজনৰ ভাললগা কথাবোৰ...😊😊

  • @aditytalukdar67
    @aditytalukdar67 4 роки тому +29

    Best interview show ever... Oasis da apunar aru eta guiter single lage de

  • @arupjyotimahanta3176
    @arupjyotimahanta3176 4 роки тому +12

    21:46 Next Level thinking... অযান্ত্ৰিকৰ মজিয়াত অযান্ত্ৰিকতাৰেই সৰল চিন্তা |

  • @biswajit8936
    @biswajit8936 4 роки тому +261

    Heavy budget r tony and bony dak matok 🔥

  • @rinkumonibora7548
    @rinkumonibora7548 3 роки тому

    Udi da apunar kotha bur khub val lge aru dintur bystatar pisot apunar ktha bur xuni relaxed feel koru.

  • @BanditaKalita
    @BanditaKalita 4 роки тому +63

    One of the best part of the show is how UD da already knows almost everyone from the industry, and Oasis kind of has that ‘ok muku bujaok pl’ look :D

  • @arpidas4028
    @arpidas4028 4 роки тому +2

    Wow aji episode2 xosakoi bht unique lagil, bht hohuwaleo tar majotei iman unique kotha kole. Xosakoi lockdown amk jibontu jiyaboloi alop notun xomoi dile, prokritieo swadhin babe alop ukhah lole, specially lockdown r positive effect hol amar stratosphere r ozone hole br bohu khongkhyok repair hol, so yearly ba half yearly interval t jdi 7-10days lockdown hoi dn eitu amar krne bht val, bt hope seitu kotha govt e vobar agote amr manuhkhinie vabok,at least nijor future generation r krne.
    Etiya ahu Achurjya da r kothaloi,para jdi huwana ru xou akaxole Ei Gan2ta mr tamam fvrt. Teu iman friendly behave kre xokolure lgt so bht vllge, special World environment day dina jadab Payeng dangoriyar logot iman dhuniya Gan dile ki lyrics,ki voice,Ki music,gaan2 xuni me emotional hoi goisilu.imn meaningful heartt deep k touch kri gol,teur voice tu bht unique, pise ojaantric r song2 bht vl hbo, etiar porai excited,ajir episode2 xekh nohouk jnei lgisil,bht enjoy krilu enk sye, bht vllgil.Mr nmbrthe ketia ojaantricr fn ahibo jnu😐anywaya ji xokole unlike krise- let them go,ji apnlkk vlpy eneo vlpy, sei keijn unlike kra krne2 eku lost hua ny, kisuman manuh asei tnkua. So aguwai jauk. Bohut dur,ojaantric e rock kri goi ase,goi thakk.again best wishes

  • @saityajitborah7999
    @saityajitborah7999 4 роки тому +6

    Dhuniya lagil sai dei. One of favorite my singer achurjya da k dekhi bohut val lagil. Kotha bur hunio val lagil. Ojantric i love ❤

  • @oghaitong7781
    @oghaitong7781 4 роки тому +16

    পাপন দাক মাতিবচোন এবাৰ অযান্ত্ৰিকলৈ উদয়ন দা❤❤

  • @hirakjyotiray2768
    @hirakjyotiray2768 4 роки тому +26

    কি কম আৰু আচুৰ্য্য দাৰ কথা সৌ তাহানিৰ দিচাংৰ পৰাই অভিমান বোৰ বুকুত সাঁচি বৰ্তমানলৈ শুনি আছোঁ তাৰ গান বোৰ।❤️❤️

  • @chayanikabora9437
    @chayanikabora9437 4 роки тому +4

    Kisu hahilu aji..UD aponar sense of humour 💯 ... Birat val lage xosake aponak🥰

  • @geetalinath5455
    @geetalinath5455 4 роки тому +83

    Ojaantric is one of the best show on youtube ....❤️

  • @dhrubagogoi8218
    @dhrubagogoi8218 4 роки тому +10

    এ মজা আ আ আ আ আ আ আ আ আ #U_D Da number দিয়া program[ কাম টো] কত দিয়ে কব চোন কথা পাতিবলৈ আমাৰো মন যায় দিয়কছোন 😜😜😜
    যি কি নহওক আজি বহুত ভাল লাগিল 🤘🤘🤘🤘🤘💐💐

  • @thedevogramstory7483
    @thedevogramstory7483 4 роки тому +27

    Achurjya and uddi da ..luv from Golaghat , proud of you

  • @sengogoi5081
    @sengogoi5081 4 роки тому +1

    বহুত দেৰিকৈ পালোঁ অজান্ত্ৰিক লগ বহুত ভাল লাগিল চাই আৰু আগলৈও চাম । আচুৰ্য আৰু উদয়ন তোমালোক দুয়োটাকে বহুত ভাল লাগে মোৰ । আৰু oasis ক ও ভাল লাগিল। Thank you so much আগলৈ আগবাহি যোৱা মইও চাই যাম।by........

  • @soos777
    @soos777 4 роки тому +100

    Ud da and oasis da.. Val lagil episode2 sai..tate ase Achurjy da..aru call2 pai tatkoiu val lagile. And my jio tune was " Nodir dore" by Bhaskar Opswel and ellana

  • @manishahandique5192
    @manishahandique5192 4 роки тому +1

    Acharjya dar ghoror usorore moiii..achurhya dar babe nijoke proud feel koru...💕💕💕

  • @gowrangaburagohain369
    @gowrangaburagohain369 4 роки тому +57

    ৰাহুল গৌতম শৰ্মাৰ হে আছিল 🙄
    .
    .
    মই ও গোলাঘাটৰ পৰা😂 উদয়ন দাৰ সহযোগী ❤️

    • @biz_69
      @biz_69 4 роки тому +1

      😂😂😂😂 ami najnu nhy golaghat axomotei bli ....thank you dei side t mention krar babe

    • @gowrangaburagohain369
      @gowrangaburagohain369 4 роки тому +3

      @@biz_69 ধন্যবাদ মই আপোনাক দিব লাগে মহাশয়। আপোনাৰ অমূল্য বিবেকৰৰ দ্বাৰা যে এই সামান্য কথাটো গম পাব যে পাৰিলে🙏🏻🙏🏻
      আপোনাৰ ঘৰতো চাগে এইদৰেই কথা-বতৰা হয় চাগে!যিহেতু আপোনাৰ মা-দেউতাৰ তত্ত্বাৱধানতে আপোনাৰ সামাজিকৰণ হৈছিল সেয়ে তেওঁলোকক লৈ মোৰ অলপো সন্দেহ নাই তেওঁলোকে ভালেই পৰামৰ্শ দিছিল চাগে (মাক দেউতাকে ল'ৰা-ছোৱালীৰ ভালৰ কথাই চিন্তা কৰে) কিন্তু আপুনি মহাশয় এনেদৰে অবাঞ্চিত ৰিপ্লাই বা উত্তৰ দি আপোনাৰ ঠেক মানসিকতাৰ পৰিচয় দিয়াৰ লগতে আপোনাৰ পিতৃ-মাতৃ লৈ আঙুলিয়াবলৈ বাধ্য কৰাইছে যে আপুনি এজন ধুৰন্দৰ ব্যক্তি।
      অবাবত য'তে-ত'তে যিকোনো কথা নকব,যি কথাৰ অৰ্থ বুজি নাপায় অলপ সময় নিজানত বহি চিন্তা কৰিব। আৰু কি কবলৈ চেষ্টা কৰিছোঁ মানুহ হিচাপে যদি অলপ কিবা বুজি পাইছে অনুগ্ৰহ কৰি অযথা এইবোৰ কথাত লাগি নাথাকিব।নিজ কামত ধৰক গৈ🙏🏻🙏🏻🙏🏻

    • @biz_69
      @biz_69 4 роки тому

      @@gowrangaburagohain369 😂😂😂😂 Gutei murkhami tu axomia t explain kori dilei tmr murkhami lukuabo nuariba mohahoy . Khong r odhinot goi apuni mur ma deutak o ohonman krile ,, seitue apunar okhovyali r porisoy diye. Eyar pora gom pua jai j apuni ejon udondo juwok hoi .🙏🏻

  • @wanderlust356
    @wanderlust356 4 роки тому +4

    Apunalukok ojaantricr studiot goi sabo pale ...o maago Dui Tini din mn vat nukhua koi thaki dim❤️❤️

  • @axomorhontanhadid1515
    @axomorhontanhadid1515 4 роки тому +12

    _Aji Kali UA-cam ot kebol atai show saw heia hoise 'OJANTRIC'✨🔥🔥Udayan da Oasis da mzah lage Apunalukak😁_

  • @rekhaphukan2601
    @rekhaphukan2601 4 роки тому +4

    Bhut bhut vl lagil xokaluk ❤❤❤ mn bea lagi thakileu dada htr ktha botarai vl logai die...Ru alp time dle vl lagbo

  • @bornalimahanta4765
    @bornalimahanta4765 4 роки тому +30

    DR College সচাঁকৈ ঘৰ আমাৰ❤ বহুত ভাল লাগে অযান্ত্ৰিক

  • @Aspirantmou
    @Aspirantmou 4 роки тому +3

    সচাই ইমান সুন্দৰ অনুষ্ঠান,,, সাক্ষাৎকাৰ ❤️ বৰ ভাল লাগিছে চাই,,এখণ্ড চাই আন খণ্ডৰ বাবে অপেক্ষাকৃত হৈ ৰৈছো। ভাল লাগিল চাই দাদা।

  • @NilamjyotiSharma
    @NilamjyotiSharma 4 роки тому +25

    Aji sobore voice t eman bass ase 😂😂😂😂
    Best show of Assam

  • @himashreedutta80
    @himashreedutta80 4 роки тому +4

    আমি শিৱসাগৰীয়া rock ন ' Oasis দা
    Oasis দাৰ মাত টো ভাল লাগে ।Udyan দাৰ ভাল লাগে। দুয়োৰে unique hoi. Oasis দা শিৱসাগৰৰ বুলি জানি বহুত ভাল লাগিছে।

  • @ankitasaikia7889
    @ankitasaikia7889 4 роки тому +25

    ওৱেচিচ দা উফ্ প্ৰিয় আৰু আপুনি 😍😍❤️❤️
    অযান্ত্ৰিক প্ৰেম আৰু প্ৰেম ❤️❤️ প্ৰেমত পৰি গৈছোঁ❤️❤️

  • @polakhphukon6210
    @polakhphukon6210 4 роки тому +2

    Ojaantricr quality totole noma jen lagise...
    Vigu kashyp bula jonok namatibo aru dei please

  • @harshadtamuli5693
    @harshadtamuli5693 4 роки тому +9

    The callertune song is nodir dore by bhaskar opswel

  • @GawoliaDeka
    @GawoliaDeka 4 роки тому +1

    dhunia achurjya da main

  • @RealNewsFairAnalysis
    @RealNewsFairAnalysis 4 роки тому +20

    Ojaantric💚
    আৰু আচুৰ্য বৰপাত্ৰ 💚

  • @nilafagun5243
    @nilafagun5243 4 роки тому +2

    One request.... Please eiii show tu ketiau bondho nokoribo💙🌸
    And another request Arghadeep Baruah next please 😶😶

  • @ajantaduttabora2328
    @ajantaduttabora2328 4 роки тому +5

    নমস্কাৰ,,,আজি প্ৰথম চাইছো আপোনাৰ লোকৰ অনুষ্ঠান টো,,,বহুত‌ বহুত ভাল লাগিল,,,,

  • @jubinsaikia5192
    @jubinsaikia5192 4 роки тому +1

    Eman hahi uthe kisuman show the Kapil Sharma show t koi bhal lagil

  • @PriDM
    @PriDM 4 роки тому +12

    I am addicted to this show now ❤️❤️❤️❤️❤️. Even if I am not familiar with certain guests, I just watch it for Udayan Da and Oasis. Hope the podcast crosses 100 episodes and more pretty soon and keeps entertaining us.

  • @kashmirikakoty5887
    @kashmirikakoty5887 3 роки тому +1

    খুব ভাল লাগিল।প্ৰথম চাইছো অনুষ্ঠান টো

  • @manashjyotibhuyan4530
    @manashjyotibhuyan4530 4 роки тому +23

    One of my favourite show ❤️❤️❤️

  • @pradipboruah9251
    @pradipboruah9251 Рік тому

    udoyon da bohut bhal lage o ojantic sai boohut bohut subhokamona thakil apunalukor anusthanor babe

  • @purabiboruah4993
    @purabiboruah4993 4 роки тому +11

    মোৰ প্ৰিয় গায়ক জনক অযান্ত্ৰিকলৈ আনা বাবে ধন্যবাদ।। তেওঁৰ কণ্ঠ, গীত ভাল লাগে।

  • @ananyadutta7450
    @ananyadutta7450 4 роки тому +2

    Achurjya daar big fan hoi♥️🤗..nd ud da ku bht vl lge...♥️ love from sivasagar ♥️

  • @kabyasriduarah2231
    @kabyasriduarah2231 4 роки тому +21

    Achurjya Daa❤😍

  • @Sunandaw1k
    @Sunandaw1k 5 місяців тому

    All best wishes for him..🙏🙏

  • @amlandip
    @amlandip 4 роки тому +9

    DRC senti❤️.love from Golaghat. Favourite show 💚

  • @gargibarman6135
    @gargibarman6135 4 роки тому +4

    Mjja mor fvt singer 🤩🤩🤩

  • @geetalinath5455
    @geetalinath5455 4 роки тому +47

    Please শান্তনু ৰৌমূৰীয়াক এদিন অযান্ত্ৰিকলৈ মাতিব ।

  • @manashentertainment4834
    @manashentertainment4834 4 роки тому +11

    অনুগ্ৰহ কৰি এবাৰ হিমাংশু প্ৰসাদ দাস দাদা ক মাতিব চোন 🥺❤️

  • @chaikirajkumar
    @chaikirajkumar 4 роки тому +13

    UD dada apuni manuh jon bahoot jomoni hoi ;Val lagise "ojanntric"

  • @priyanka844
    @priyanka844 4 роки тому +2

    ভাল লগা তিনিজন ব্যক্তি একেলগে❣️
    ধন্যবাদ অযান্ত্ৰীক😍😘

  • @dipusharma1638
    @dipusharma1638 4 роки тому +5

    Thank u ud da...one of the best assmaese podcast ....Thank so much for your awesome Anchoring....Luv u a lot....apunak Lag kriba bhut mn asa...plzzzzzzzx

  • @dreamgirl8893
    @dreamgirl8893 4 роки тому

    Udayan Daa k emn besi vl lge j bujai Kobo nuari...emn dhunia ke kotha keneke kbo pare kunabai... really Udayan da you are Amazing 🤘🤘🤘

  • @kstvIN
    @kstvIN 4 роки тому +151

    Totally agree with 10 Days lockdown period.

  • @dharitrideka9285
    @dharitrideka9285 4 роки тому

    Thank you so much achurjya dak nimonton kora karona achurjya dak bhut bhut base vl lga gan vl pau ..aku nimonton koreb dai achurjya dak ..akha thakil...love u bro😊

  • @sangitatamuly7969
    @sangitatamuly7969 4 роки тому +8

    Hehehe... DR college Zindabad❤ ✋ I'm also student of DR college I'm also Golaghatian. But mur phn number nuthil apunalukor hatot bohut dukh palu😢😢 but bhal lagil
    Love you Ojaantric 😍

  • @rituponbortamuly1183
    @rituponbortamuly1183 3 роки тому +2

    ❤️ from golaghat dada

  • @johnkuli7771
    @johnkuli7771 4 роки тому +5

    10 days tur agote sobe ready hobo
    lage .I m totally agreed🤗🤗🤗🤗💜love u asurjya da

  • @স্বাগতাগৰিমা

    বহুত ভাল লাগিল উদয়ন দা & ঐচ্ছিছ দাদা, এতিয়াৰ পৰা only অযান্ত্ৰিক চাওঁ । আৰ্চুয্য দাৰ episode বহুত ভাল লাগিল💐💐❤️❤️

  • @amlanjyotibora
    @amlanjyotibora 4 роки тому +19

    Aaiiiiishhhh op op❤️❤️❤️
    Next please neel da k lage please please please please please Neel Da k lage

  • @dhirajdeka7531
    @dhirajdeka7531 3 роки тому +4

    dada bishakh korok ei show tu sai sai mangkho bonai asilu pisot imn vl lagil pahori thaki mangkho joli gol😂🖤

  • @purnanandahazarika1694
    @purnanandahazarika1694 4 роки тому +15

    আচুৰ্য দা দুৰ্দান্ত প্ৰেমিক❤️❤️

  • @Pabitra_7212
    @Pabitra_7212 4 роки тому +14

    Love from গোলাঘাট কি কম মানে ভাষা নাই 🔥🔥🔥

  • @tarunchoudhury9344
    @tarunchoudhury9344 4 роки тому +6

    Addicted boni goisu for ojantric...n I lvd to ❣❣

  • @monalisahazarika869
    @monalisahazarika869 Рік тому

    Very precious show 😍

  • @sprihassphere8884
    @sprihassphere8884 4 роки тому +20

    Before watching the video,Just comment krisu. All of you 3 are most favourite 😍jui lagiboooo Sivasagar also jui

  • @himanshurajsaikia7605
    @himanshurajsaikia7605 4 роки тому +7

    Agreed to 10 days Lockdown. GREAT thought Achurjya Da

  • @sheemashrideka7529
    @sheemashrideka7529 4 роки тому +6

    Bht dinr pora bat sai aslo... finally ahi gol Achurjya Da ❣️❣️

  • @nikitabaruah8149
    @nikitabaruah8149 4 роки тому +1

    Ud dai a nijor kothare manuhok muhi pelai....nice work brother ❤️ pura eco-friendly mane......bdw big fan of yours borpatra daa💋❤️

  • @izazkohli6063
    @izazkohli6063 4 роки тому +11

    Udi & Oasis daa... Ei2 podcast amk daily lge.... On public demand... 🤙🤞🎉

  • @priyanshupratimsaikia1150
    @priyanshupratimsaikia1150 4 роки тому +5

    Enekoi aaguwai juwa Udayan Daa ru Oasis daa. Love u brothers❤️❤️❤️❤️❤️❤️❤️

  • @niralibharali
    @niralibharali 4 роки тому +8

    Bhut bhal lagil sai Love from Golaghat ♥️♥️😁 Ojaantric🔥

  • @sbhaat838
    @sbhaat838 3 роки тому +2

    Achurjya dar episod tu sai bohut val lagile , agoleu apuni dhuniya dhuniya gan amale upohar di jabo.Oasis dar voice is amazing aru UD dar kotha bur huni hahi uthe mojja lage.❤️🤘Ojaantric.

  • @kapilsekhar7338
    @kapilsekhar7338 4 роки тому +8

    I njoyed very much...10 days lockdown is good n necessary initiative...udayan da sings very well

  • @tinamonikolita6459
    @tinamonikolita6459 3 роки тому

    সুন্দৰ কথোপ কথন শুনি ভাল লাগিলে

  • @kritikadas8218
    @kritikadas8218 4 роки тому +8

    The most awaited one is here..!! ❤️

  • @dipanjalidevi1712
    @dipanjalidevi1712 4 роки тому +11

    This is a really amazing platform for entertainment and everyday before sleep I used to watch this channel to refresh mind and gather some positive energy.