Ojaantric || Assamese Podcast ft.

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Play on India's favourite Fantasy cricket platform "Gamezy"
    আপোনালোকে এইটো লিংকত গৈ এপটো ডাউনলোড কৰিব পাৰিব।
    Download using this Link:
    gamezy.page.li....
    Play on Free and paid contest and stand a chance to win upto 5Crore.
    Thats not it play Rummy, Poker, Football and other easy games like Ludo, Carrom, Fruit Slice, 8-ball Pool etc and win big.
    #Gamezy
    #fantasycricketongamezy
    #GameNahiAppBadlo
    Amrita Gogoi's UA-cam Channel : / amritagogoiofficial
    Our Second channel:
    Oasis Talukdar : • ONATAR || Assamese Pod...
    Udayan Duarah : • Hanayah's first day at...
    OJAANTRIC.....
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    Our contact number : 8133836648

КОМЕНТАРІ • 642

  • @nikitapatowary8991
    @nikitapatowary8991 2 роки тому +43

    প্রতিটো কথাই হৃদয় চুই গল..... নাৰীৰ সুৰক্ষাক লৈ কোৱা কথা বোৰ সচকাই আদৰণীয়। 🌼

  • @__neel_utpol__5017
    @__neel_utpol__5017 2 роки тому +27

    এজন শিৱসাগৰীয়ান হিচাপে ojaantric ৰ মজিয়াত পুনৰ এগৰাকী শিৱসাগৰিয়ান দেখি মই নথৈ আনন্দিত। ud দা চাগে বৰ jelous feel কৰিছে। কি কৰিব কওক উপায় নাই।। অমৃতা বা ৰ বহুত ডাঙৰ fan। সদায় দৰে এনে ও অজিৰ podcast তো ও বঢ়িয়া no doubt।।
    lastly1 qstn :ipl ত কাক support কৰিছে।।।।
    মই cskian।Dhoni fan।.....

  • @priyakhisaikia1896
    @priyakhisaikia1896 2 роки тому +160

    প্ৰিয় অভিনেত্ৰী তেওঁ ❤️ আজি তেওঁৰ স্পষ্টবাদিতা, আত্মসন্মান , আত্মসংযম গুণবোৰ দেখি , জানিবলৈ পাই সঁচাকৈ আপ্লুত হ'লো । লগতে ojaantric আগুৱাই যাওঁক ।

  • @jyotibora4650
    @jyotibora4650 2 роки тому +25

    অমৃতা ১০০% সচা কথা কৈছে। আজি খণ্ডটো বহুত ভাল লাগিল 💕

  • @intrvrt5
    @intrvrt5 2 роки тому +71

    উফ্ ❣️ ভাষা নাই ! প্ৰত্যেকটো খণ্ডৰ দৰেই এইটো খণ্ডও খুব খুব খুব ভাল লাগিল 🥰নিভাজ কথাবোৰ হৃদয়ৰ কোনোবাখিনিত ৰৈ যায় 😍 এতিয়া জুবিন দাৰ খণ্ডটোৰ বাবে বাট চাই ৰ'লো। সোনকালে জুবিন দাক আপোনালোকৰ সৈতে দেখা পাম বুলি আশা কৰিলোঁ।
    #long_live_ojaantric
    #love_from_golaghat 🥰

  • @dharanisaikia382
    @dharanisaikia382 2 роки тому +55

    উফফছছ কথাবোৰে চুই গ'ল ❤️❤️💥 ধন্যবাদ জনালোঁ অযান্তিক প্ৰিয় অভিনেত্ৰীগৰাকী অনাৰ বাবে 💞 সদাই প্ৰিয় মোৰ এই Show টো। মৰম আপোনালোকলৈ 💛❤️

  • @aakashdeepchetia645
    @aakashdeepchetia645 2 роки тому +84

    প্ৰিয় অভিনেত্ৰী গৰাকীক আজি মাতি আনিলে।ভাল লাগিল। অযান্ত্ৰিকৰ new episode ৰ notification পাই মনটো কিবা ভাল লাগি যায়।।lots of love from Nazira ❤️❤️

  • @moonshreesonowal2576
    @moonshreesonowal2576 2 роки тому +49

    অমৃতা গগৈৰ মানসিকতাক মই সন্মান কৰোঁ❤️বহুত শুভকামনা আপোনালৈ😍

  • @priyankadevi6385
    @priyankadevi6385 2 роки тому +11

    ইমান স্পষ্টবাদীতা অম্ৰিতা বা । উফফ মই এনেকোৱা হোৱাটোয়ে বিচাৰো সদায় । বহুত ভাল লাগিল 💞💞

  • @bornalikonwar4083
    @bornalikonwar4083 2 роки тому +7

    অসমৰ দুগৰাকী প্ৰিয় অভিনেত্ৰী অমৃতা বা, প্ৰস্তুতি বা ,,,, ইমান বেছি স্পষ্টবাদী,সৎ মানসিকতা ভাল লাগে,,,যি কয় সঁচা কয় ,,, এনেকুৱা ব্যক্তিত্ব আমাৰ বাবে এক আদৰ্শ ❣️❣️👍👍

  • @kixoloifilms8164
    @kixoloifilms8164 2 роки тому +11

    Ojaantric e jodi axom r directors aru actors khini k loi pelai ekhn roundtable discussion pate je kenekoi axomiya cinema k aguai loi jabo pari tetia eitu eta bor bhal step hobo...
    Thank you

  • @kanganakalita2296
    @kanganakalita2296 2 роки тому +20

    Ojaantric ৰ মজিয়াত মোৰ আটাইতকৈ প্ৰিয় স্পষ্টবাদী অভিনেত্ৰী গৰাকী অমৃতা বা❤️❤️ ধন্যবাদ Ojaantric.... Lots of love baa❤️❤️

  • @kaushikrabha2228
    @kaushikrabha2228 2 роки тому +12

    From অহেতুক to Ojaantric my crush literally grown up 🥺❤ as a actress she is so good but as a human she best❤

  • @jayantamadhavdoley4890
    @jayantamadhavdoley4890 2 роки тому +7

    Amrita baa ৰ বহুত সাহস আছে দেই আৰু এনেকৈয়ে সদায় সাহসী হৈ থাকে যেন ❣❣love from dhemaji

  • @rimjhimdeka8330
    @rimjhimdeka8330 2 роки тому +8

    সঁচাকৈয়ে যান্ত্ৰিকতাবিহীন এটি অনুষ্ঠান। বেহাৰবাৰীৰ‌‌ নিচিনাকৈ এতিয়া অযান্ত্ৰিকৰ বাবেও অলপ সময় উলিয়াবলৈ চেষ্টা কৰোঁ। তোমালোক দুয়োজনলৈ বহু শুভকামনা থাকিল।💚 from morigaon

    • @skr7224
      @skr7224 2 роки тому

      সচাঁকৈয়ে

  • @mouranihazarika8616
    @mouranihazarika8616 2 роки тому +5

    মোৰ সবাতোকৈ প্ৰিয় অভিনেত্ৰী গৰাকী😍😍 অযান্ত্ৰিকৰ প্ৰতিটো খণ্ডয়ে প্ৰিয় যদিও আজিৰটো অলপ বিশেষ যিহেতু আজি অমৃতা বা আহিছে। অমৃতা বাৰ অভিনয় বহুত বেছি ভাল লাগে তাতোকৈ ভাল লাগে তেখেতৰ চিন্তা আৰু কথা কোৱা ষ্টাইল। আগোৱাই যাওক বা আৰু বহুত আগোৱাই যাওক অযান্ত্ৰিক। বহুত বহুত বহুত শুভকামনা থাকিল সমূহ অযান্ত্ৰিক পৰিয়াললৈ।💕💕💕💕

  • @bornaliborah1237
    @bornaliborah1237 2 роки тому +45

    বহুদিনৰ পৰা এইটো খণ্ডৰ বাবে অপেক্ষা কৰি আছিলো 🤗 খুব ভাল লাগিছে চাই😇 এবাৰ বৰষা বা, জুবিন দাক চাব বিচাৰো। বহুত বহুত মৰম পঠালো যোৰহাট (টীয়ক) ৰ পৰা 💝🥰
    Long live Ojantric 😍❤

  • @rudraleemilon864
    @rudraleemilon864 2 роки тому +17

    আজিৰ খণ্ডটো আমিটো(দৰ্শকসকলে) enjoy কৰিলোঁৱেই ,তাত কোনো সন্দেহ নাই । কিন্তু Oasis য়ে বেছি enjoy কৰা যেন লাগিল । বাকী ,অমৃতা বা সদায় প্ৰিয় আৰু অযান্ত্ৰিক এতিয়া মোৰ উশাহ 💜💜

  • @deba3225
    @deba3225 Рік тому +4

    Listening to Amrita ma'am is so soothing and inspiring. Her accent and absolute clarity of thought are amazing. ❤
    Thanks to Ojaantric for the interview. 👍
    Best Wishes for more success 🙏

  • @heeyamanirabha27
    @heeyamanirabha27 2 роки тому +14

    বহু দিনৰ পৰা আশা কৰি থকা খণ্ডটি দেখিলোঁ 😍😍😍 ভাল লাগিল। প্ৰিয় অভিনেত্ৰীৰ মাজত অমৃতা বা এজনী ❤️❤️❤️ অযান্ত্ৰিক যুগমীয়া হৈ থাকক 💕💕

  • @dweepsvlog4498
    @dweepsvlog4498 2 роки тому +11

    ojantric episode t adin Amrita ba k dekha pam bhabisilu aru aji teuk mati onar babe oasis da ru udoyon Dak dhynobad jonaisu.... lots of love from nazira♥️ long live OJANTRIC ♥️

  • @maayan9764
    @maayan9764 2 роки тому +9

    UD da তোমাক প্রথম ভাল লগা নাছিল মোৰ .. বহুত লেবেল দিয়া মানুহ তাইপ লাগিছিল😁😁 .... এতিয়া লাহে লাহে তোমাক সবতকৈ বেছি❤ ভাল লগা মানুহ তুমি মোৰ .......
    এবাৰ লগ পাব বিছাৰো .... কেনেকৈ পাৰিম ❤...????

  • @tazmamobiletechworld
    @tazmamobiletechworld 2 роки тому +9

    Lots of love To Ojaantric ... Proud to be Assamese ...... ৰক্ত দান জীৱন দান , আপোনাৰ এটোপাল তেজে কাৰোবাৰ জীৱন জীয়াই তুলিব পাৰে। জয়তু Unity we are the Blood donors....(Merajul)

  • @mythonggautamofficial5374
    @mythonggautamofficial5374 2 роки тому +15

    বা আপুনি মোৰ প্ৰিয় অভিনেত্ৰী । আপুনি অসমৰ Best অভিনেত্ৰী বা । আপোনাৰ কথাবোৰ শুনি ভাল লাগিল।
    ধন্যবাদ #Ojaantric.
    ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোলৈ ✌️

  • @ManoxKB
    @ManoxKB 2 роки тому +9

    I absolutely agree with you Amrita. I never thought you have this idealogy and stand. We share so much thoughts, you and I.
    We really need at least one more episode with her.

  • @rinkudutta22
    @rinkudutta22 2 роки тому +15

    নৱ প্ৰজন্মৰ অভিনেত্ৰীসকলৰ ভিতৰত অমৃতাৰ স্থান অদ্বিতীয় আৰু সুকীয়া ৷ ধন্যবাদ অজান্ত্ৰিক আন এটি সন্ধিয়া জীপাল কৰাৰ বাবে ৷ ❤️ 😊

  • @swagotsyamolbora869
    @swagotsyamolbora869 2 роки тому +11

    আহিছিলো বিহু চাবলৈ। notification পাই earphone লগাই ojaantric ৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ episode চাবলৈ লাগি গ'লো। এইবোৰেই আবেগ । এইয়াই মৰম । ❤❤❤🤗

  • @devikagogoi2898
    @devikagogoi2898 2 роки тому +4

    ভাল লাগিল অযান্ত্ৰিকৰ যান্ত্ৰিকতাত মোৰ মৰমৰ ভতিজী অমৃতা জনীক । শিৱসাগৰৰ পৰা আশীৰ্বাদ কৰিছো অযান্ত্ৰিক অমৰ হওঁক ।

  • @dr.kukikalpitamahanta949
    @dr.kukikalpitamahanta949 2 роки тому +5

    Amrita mur school friend. Khub bhal lage taik. Logote proud feel u koru taik loi. Vlog sau hodai. UD da e eman din kiyo taik mota nai bhabi he aasil. Bhal lagil episode tu sai. Love from Dibrugarh ❤️❤️

  • @tribenikhanikarboruah6357
    @tribenikhanikarboruah6357 2 роки тому +7

    আৰু এটি সুন্দৰ show উপহাৰ পালো।বহুত ধন্যবাদ অযান্ত্ৰিক---

  • @digantasaikia5933
    @digantasaikia5933 2 роки тому +4

    প্ৰিয় অভিনেত্রী গৰাকী বাকী মৰমৰ ককাই দুইজন 😍😍
    মানে কি বুলি কম যেন আপোনালোকে আড্ডা মাৰি আছে আৰু মই আপোনালোকৰ কাষত বহি শুনি আছো।

  • @garimasarma9152
    @garimasarma9152 2 роки тому +5

    Notication টো পাই ভাল লাগিল , মোৰ মৰমৰ অভিনেত্ৰীগৰাকীক দেখি । আপোনালোকক বহুত ভাল লাগে , সময় পালে ojaantic sao

  • @jitumoniboro9425
    @jitumoniboro9425 2 роки тому +2

    প্ৰিয় অভিনেত্ৰী গৰাকীক মাটি অনাৰ বাবে ধন্যবাদ দেই । আৰু আপোনালোকতো সদায়েই প্ৰিয়।। Love from Tangla.❤❤

  • @pankajdas9670
    @pankajdas9670 2 роки тому +9

    Atleast in all Cinema Halls 4 weeks of Assamese Films is mandatory and awareness amongst peoples should be created....Best wishes to Our Assamese Film Industry and to Ojantric/Yudi/Oasis/Amrita...ami South Film Industryr pora hikkha lobo lagey

  • @mrinmoy1480
    @mrinmoy1480 2 роки тому +3

    A girl should be like her. Bold, confident, and graceful. Favorite Actor for a reason. Love you Amrita baa 😍 Love from Sivasagar

  • @bidishaborah7264
    @bidishaborah7264 2 роки тому +5

    Amrita Baa bhut প্রিয় ru Ojaantric u bhut প্রিয় xaibabe ajir episode akbre সোণত সুৱগা হৈ পৰিল... Ata request ase please Tonmoy Saikia k matok..axa koru request Tu rkhibo.......বাট sai rom🤗

  • @mutedvlogs9635
    @mutedvlogs9635 2 роки тому +21

    I found this channel randomly; it is really a channel that produces quality content. Congratulations....
    Love Amrita Baa❤️

  • @dhritideka6135
    @dhritideka6135 2 роки тому +18

    Amrita baa is my one of the most fav actress from the assamese industry..I just love her simplicity nd self confident nature..
    One of the best episode 💞..Thanks to Ojaantric and also thanks to you both.. You gyzzz really doing a amazing job🌼🌼💕💕

  • @sanjibgogoi1693
    @sanjibgogoi1693 2 роки тому +7

    অমৃতাবাৰ কথাবোৰ খুব ভাল লাগিল। তেওঁক প্ৰথম লগ পাইছিলো জুবিন দা ঘৰত (খাৰঘূলীত) । তাত তেওঁক মাত লগাইছিলো , আনকি তেওঁ আমাৰো নামবোৰ, ঘৰ ক'ত সুধিছিল। অমৃতাবালৈ খুব মৰম আৰু শুভেচ্ছা থাকিল। ❤️
    'অযান্তিক' Dil se... I looove u ❤️

  • @kanishkadas4935
    @kanishkadas4935 2 роки тому +11

    বহু দিনৰ পৰা ৰৈ আছিলো অমৃতা বাৰ খণ্ডটোৰ বাবে ❤❤😍😍

  • @chitraphukan5546
    @chitraphukan5546 2 роки тому +2

    ভাল লাগিল, অমৃতাক অসম দেশৰ ছোৱালী শ্ব'টোৰপৰা জানো। জুই ধৰি চাহ বনোৱা আৰু কচু শাক বুটলাটো এতিয়াও মনত আছে।

  • @barunkumarrajmedhi1038
    @barunkumarrajmedhi1038 2 роки тому +4

    তেওঁৰ স্পষ্টবাদিতা দেখি ভাল লাগিল ! অহেতুক চিনেমাহ’লত গৈ চাইছিলোঁ, ভাল লাগিছিল চিনেমাখন, আৰু ভাল কাম কৰি যাওক, শুভকামনা !

  • @cheery3469
    @cheery3469 2 роки тому +2

    She is such an amazing actress of Assamese industry.......eman j val pao teok moi ....love you so much amrita ba....thnaks ojaantrik teok mota babe ... val val kam kori jaok apunaloke😍😍😍

  • @rishmitakashyap533
    @rishmitakashyap533 2 роки тому +4

    Waah. Xosake aji bohut val lagil. Baar kotha Keitat tu nokoisu xosake ekdom xosa koise. Apunalukor porai ami xosake bht val kothau xikisu, hahisu. Ud da Oasis da apunaluke aru anekoiye amk Xodai monuronjon kri thakibo apunaluku aru aag bahi jawok. Lots of love from Tezpur ❤️✨.

  • @haripriya7350
    @haripriya7350 2 роки тому +4

    Opekhya kori thooka mnuh goraki 😍😍 bhut val lage amrita baak..... Long live ojaantric ❤

  • @anamikasaikia328
    @anamikasaikia328 2 роки тому +5

    Etia anekua loga hoise,ketiano notification ahibo ozantrikor.seitoke khusori youtube to sai thako❤️❤️❤️imane besi val loga hoise,specialy aponalokor kotha barta bor..aponalokor eito show akha koro bhut agole solibo

  • @manishabaruah717
    @manishabaruah717 2 роки тому +4

    বহুত ভাল লাগিল খণ্ডটো চাই অযান্ত্ৰিক সদায় আগুৱাই যাওক আৰু এদিন ইয়াত গুঞ্জন দাদাক দেখিম বুলি আশা কৰিলো ❤️🙏🏻

  • @sasankahazarika1374
    @sasankahazarika1374 2 роки тому +1

    বাৰ কথা বোৰে কোনোবা খিনিত ছুই গৈছে! এই কথা বোৰ সকলোৱে ভাবিব লাগে। বহুত ভাল লাগিল 💕

  • @87albie
    @87albie 2 роки тому +15

    Hats off to Amrita’s courage 👊🏽

  • @shyamsundarkalita3065
    @shyamsundarkalita3065 2 роки тому +14

    2016 চনত থিয়েটাৰত থাকোতে আমাৰ ঘৰত আছিলে , তেতিয়াই ভালকৈ লগ পাইছো। বহুত খোলা মনৰ মানুহজনী😍😍

  • @neerab429
    @neerab429 2 роки тому +3

    Apunalur anusthan Tu pothom episode r porai sai ahisu...xup dhuniya ata anusthan ojaantric, xomoi jimane nhok kio kunu apotti ni mane Eman Val lage.. love for ojaantric ❤️💕

  • @tulikakoch7844
    @tulikakoch7844 2 роки тому +3

    সকলোতকৈ ভাল লগা অভিনেত্ৰী গৰাকীক মাতি অনাৰ বাবে বহুত ভাল লাগিল দেই ❤️❤️

  • @shraddhagogoi9715
    @shraddhagogoi9715 2 роки тому +5

    Such an insightful talk it was. Something fresh and new. Thank you Ojaantric for inviting her, she is one of a kind indeed. An inspiration for us all❤️❤️❤️❤️❤️

  • @NDR_LIZA
    @NDR_LIZA 2 роки тому +2

    প্ৰিয় অভিনেত্রী গৰাকীক মাতি অনা বাবে Thank You Ojaantric ❤❤❤ Love You Amrita Baa...ভাল লাগিল মনৰ কথা জানি,,, You Are Geart Baa 👍👍👍

  • @monjitdutta4827
    @monjitdutta4827 2 роки тому +1

    অমৃতা বা সচাকৈ বহুত সাহসী সেয়ে ভাল লাগে... অজান্ত্ৰিকৰ প্ৰতিটো এপিছোদৰ পৰাই ভাল কিবা এটা শিকিব পাৰিছো.. বহুত ধন্যবাদ অৱেচিছ দা আৰু উদি দা আমাক এটা ভাল আদ্দা দিলে।

  • @bornalichutia3909
    @bornalichutia3909 2 роки тому +2

    Hii মই বৰ্ণালী চুতীয়া
    প্ৰথমে মই অযান্তিকৰ দীঘায়ু কামনা কৰিলো । আপোনালোকৰ show টো যেন সদায় এই দৰে আগবাঢ়ি যায় । আজি বা ক এই show টো পায় বহুত ভাল লাগিল । ধন্যবাদ বা ক অনাৰ বাবে 🥰🥰

  • @ananyakalita8846
    @ananyakalita8846 2 роки тому +2

    প্ৰথম বাৰৰ বাবে যোৱাকালি ৰাতিপুৱা আপোনালোকৰ আযান্ত্রিকৰ এই খণ্ডটো চাইছিলোঁ,ইমানেই ভাল লাগিল বুজিব নোৱাৰো অনুভৱ খিনি,তেতিয়াৰ পৰা আজিলৈকে মাথোঁ আপোনালোকৰ video এ চাই আছোঁ youtubeত।। ud da আপুনি মোৰ বহুত আগৰ পৰায়েই প্রিয়,আপোনাৰ কথা কোৱাৰ style, ufff❤️ আৰু Oasis da আপোনাৰ মাতটো,হাঁহি আৰু চাৱনিত আন বহুতৰ দৰে মইও বৰ বেয়াকৈ প্ৰেমত প পৰিছো😍😍😍❤️❤️❤️❤️❤️।।।।ভালে থাকক সদায় আপোনালোক আৰু আযান্ত্রিক আৰু বহুত বহুত আগুয়াই যাওঁক তাকে কামনা কৰিছোঁ🤗🤗।।।।বহুত বহুত মৰম মোৰ ফালৰ পৰা

  • @tanmanasubhasini5949
    @tanmanasubhasini5949 2 роки тому +7

    Best best best episode ever...
    She's my favourite!❤️
    Thankyou Oasis and Udy da for inviting her..✨

  • @jumonoutofmind
    @jumonoutofmind 2 роки тому +3

    My 1st comment only becoz of Amrita ! My fav actress of this generation! 😃very free and frank conversation! specially the last line ...

  • @user-benz90
    @user-benz90 2 роки тому +7

    খুবেই ভাল লাগিল❤️❤️ আগলৈ আৰু ভাল ভাল episode চাবলৈ পাম বুলি আশা থাকিল। এনেকৈ সোনকালে সোনকালে episode বোৰ দিব চোন,ভাল লাগে তেতিয়া 🥰🥰
    from শিৱসাগৰ

  • @allthebest6611
    @allthebest6611 3 місяці тому +1

    আপুনি আইমীতকৈ বহু উচ্চ খাপৰ অভিনেত্ৰী ৷। ❤acting dance expression etc সকলোতে আগবঢ়া ৷

  • @bhaswatbhuyan3721
    @bhaswatbhuyan3721 2 роки тому +4

    Ei gutei 1 ghonta t xomoyot jiman khini kotha kole apunaluk tiniugorakie, enekua lagil mur monot soli thaka protyektu kotha apunaluke ekhon script bonai ajir episode tu shoot korile... Val lagile bohut... Udayan da, Amrita baa, Oasis da val lagil bohut.

  • @sherryburagohain1472
    @sherryburagohain1472 2 роки тому +1

    খুউব ভাল লাগিল ৷মই ভাৱো সকলো অসমীয়া অভিনেত্ৰী অমৃতা,বৰষা আৰু প্ৰস্তুতিৰ দৰে হ’ব লাগে৷সাহসী আৰু কামত সৎ৷

  • @jitutalukdar3982
    @jitutalukdar3982 2 роки тому +1

    অমৃতা বা জনী ইমান সহজ, সৰল, মৰমলগা হয় বুলি ভৱা নাছিলোঁ,, অলপো skip নকৰাকৈ গোটেইটো চালোঁ ।।Love you Amrita Baa from Morigaon..💝💝💝

  • @AninditaKashyap-AM
    @AninditaKashyap-AM 2 роки тому +1

    I honestly like her attitude... She is so daring and honest....indeed She is beautiful 💕

  • @nd5732
    @nd5732 2 роки тому +13

    কালিলৈ মোৰ exam তথাপিও ভিদেও টো এৰিব মন যোৱা নাই । Fav show

  • @krishnajinadeka
    @krishnajinadeka 2 роки тому +5

    Lots of love to Amrita. You will inspire a lot of girls to be confident and stand for themselves. Thank you O&U for having her. We all need to stand against eve teasing. It was a beautiful episode.

  • @pallabisaikia7050
    @pallabisaikia7050 2 роки тому +7

    প্ৰিয় মানুহ গৰাকী.... ❤️

  • @ankitachetia2305
    @ankitachetia2305 2 роки тому +3

    সচাঁই সময়খিনি মূহূৰ্ততে গুচি গ’ল❤️ভাল লাগিল চাই❤️ভালে থাকক ভাল লগা
    মানুহবোৰ 😘

  • @krishnangini1388
    @krishnangini1388 2 роки тому

    Bohut agor pora Ojaantric sao....Xorur pora Amrita baa r moi bohut dangor fan ....Akou bhal loga ejonik Ojantric t pai bohut happy holu.... Ojantric r notun video r notification paleii ahi golu ..... exam ase kintu Ajir karone Ojantric lge.....aru jitu dekhisu etiya Ojaantric hoise new generation r Hot Topic....time uliya ji keijone saise bohut lucky hbo....thnks to both of you💗 for having us as audience and you all for entertaining us💖

  • @geet8974
    @geet8974 2 роки тому +2

    Ojantric or aitu episode olop u skip nokorakoi salu💜 bohut besi ae bhal lagil kotha khini huni Amrita baa

  • @dipanjligogoi7808
    @dipanjligogoi7808 2 роки тому +1

    অমৃতা বাৰ প্ৰতিটো কথাই খুব ভাল লাগিল । সাহসী হব লাগে সকলো সময়তে। Inspire ❤️

  • @uttarabaruva1270
    @uttarabaruva1270 2 роки тому +3

    It was really interesting , Amrita seems to be very frank and natural , I like her way of speaking. I like Ojantric very much , but sometimes UD 's voice becomes very low . Keep up the good work .👍

  • @kandorpakalita8788
    @kandorpakalita8788 2 роки тому +4

    Ajir ai hahi ~ furtir a bhorpur episode tu sai bohut besi bhal lagil . Lots of love for the podcast cum adda ❤️ . Hodai hahi thakok apunaluka ru amak u hohuai thakok 💌 .

  • @daitydeka4681
    @daitydeka4681 2 роки тому +3

    Bohut val lagil video tu sai...Xdai new episode r babe wait kori thaku...One of my favourite show Ojaantric...😌❤️

  • @aninditadeka1998
    @aninditadeka1998 2 роки тому

    Network r problem r babe time t show Tu sabo nohol. Amrita baa r ktha khini bor val lagile. Theatre r incident tut teo r perception tu jani val lagil. She is bold and amazing.

  • @jitumonibora3418
    @jitumonibora3418 2 роки тому +1

    Aito family so hoi nhle kla kolu hoi mane moja dise lahe lahe gm puai pai gl ru n ud daa...lv u ❤️❤️❤️....lv frm Nagaon ❤️❤️❤️

  • @shineaxom9693
    @shineaxom9693 2 роки тому +1

    Natural Actress
    Natural Beauty
    Lots of blessed 💚❤️💚❤️
    Lady Don💪💪💪💚❤️💚❤️

  • @barshasaikia4210
    @barshasaikia4210 2 роки тому

    খুউব সুন্দৰ খণ্ড এটি,,,, অমৃতা গগৈ বাৰ মানসিকতা শলাগিবলগীয়া,,,, এনে মানসিকতা সকলোৰে প্ৰয়োজন,,,, স্পষ্টবাদি অভিনেত্ৰী গৰাকী আগৰ পৰাই ভাল লাগে যদিও তেঁওৰ কথাবোৰ শুনি, চিন্তাধাৰা দেখি আৰু বেছি ভাল লগা হৈ পৰিল।❤️

  • @plabitanath1332
    @plabitanath1332 2 роки тому +8

    😍🥰 one of the most interesting episode of ojantric ..

  • @naturalbeautyofassam6340
    @naturalbeautyofassam6340 2 роки тому +3

    ৱাও!!!আহি গ'ল, আহি গ'ল 😍😍ৰৈ আছিলো।কিয় যানো মনত লাগি আছিল এইকেইদিনতে নতুন এপিছ'ড আহিব আৰু যাক লৈ আহিব একদম ধামাকা দি দিব।😍😍মজ্জা অযান্ত্ৰিক পৰিয়াল। কিমান যে ভাল লাগে কি কম মানে।অমৃতা বাৰ ব্যক্তিত্ব খুউব ধুনীয়া।কথা কোৱা শৈলীও খুউব ধুনীয়া। কিছুমান মানুহৰ পৰা যে কথা ক'বলৈ ও শিকিব পাৰি সেইটো মই অযান্ত্ৰিকৰ জেৰিফা বা আৰু অমৃতাবাৰ শ্ব'টোৰ পৰা শিকিছো।বাকী অযান্ত্ৰিক ❤️

  • @nilanjanmahanta7240
    @nilanjanmahanta7240 2 роки тому +1

    অযান্ত্ৰিক নঞৰ্থক ভাৱনাৰ সদৰ্থক সঁহাৰি , যদিও প্ৰতিটো খণ্ডৰ নিয়মীয়া দৰ্শক সদায়ে মন্তব্য কৰা নহয় ৷ কিন্তু আজি আকৌ এবাৰ অনুভৱ কৰিলো , সঁচাকৈ যোগাত্মক কাম , ভাল চিন্তাবোৰক শক্তিশালী কৰিবলৈয়ে জনোৱাৰ প্ৰয়োজন ৷ আমি আছো সদায়ে লগত , প্ৰেৰণাৰ সঞ্জীৱন হৈ অযান্ত্ৰিক বৈ থাকক এনেদৰে😊

  • @Pratim_Sarmah.
    @Pratim_Sarmah. 2 роки тому +1

    Ohhhh Amrita baa.....
    ধন্যবাদ অযান্ত্ৰিক।।
    মোৰ প্ৰিয় অভিনেত্ৰী Amrita Gogoi ক অতিথি কৰাৰ বাবে। Lv u all ❤️❤️

  • @BSRimaDutta
    @BSRimaDutta 2 роки тому +1

    Bht val lagil ajir khndoti...❤️❤️amrita baa hodai priyo🥰..baki ojantric or t-shirt2 marketot available hole val 😍

  • @flyingpolaroids857
    @flyingpolaroids857 2 роки тому +1

    Oo Bhai.... That day was so so so difficult for her I'm sure.... Just realise what was going in her mind when she heard about her father died.... O bhai.... Without sleep she again back to work..... This is something else.....Lots and lots of Respect for her....

  • @rikhitasaikia7753
    @rikhitasaikia7753 2 роки тому +2

    ভাল লগা এটা অনুষ্ঠান .....lots of love from Namrup

  • @priyasaikia3075
    @priyasaikia3075 2 роки тому +2

    Ojaantric khodai sau roi thaku episode r krane bht val lage sai .aru baa kotha2 kboi nalage bht val pau baa k. Aru mur falor pora disu ❤️❤️❤️

  • @jorhotiyanmoon6324
    @jorhotiyanmoon6324 2 роки тому +1

    Love 💖💖 form Teok (ASSAM).... ANDHRA PRADESH R PORA SAI ASU VAL LAGIL

  • @Eitu_xitu
    @Eitu_xitu 2 роки тому +2

    Kamal da r episode Tu porai sai ahisu.. Bor val lage. Jantrikotar majot ojaantric sai.. 🥰🥰fav show fav mnh

  • @bishaldas7221
    @bishaldas7221 2 роки тому

    Ata emn dhunia kotha kole Amrita baa a... Jodi kuneu mur karona nujujila, moi mur nijor karona jujilu... Bht hanghatic dialogue ☺

  • @sushmitadey6234
    @sushmitadey6234 2 роки тому +3

    One of the best episodes ❤️ Amrita ba is full of positivity 👌

  • @palkimahanta3566
    @palkimahanta3566 2 роки тому +2

    She has an unique personality ♥️
    Keep shinning "Ojaantric"... Much love😍

  • @nayanmoniborah1524
    @nayanmoniborah1524 2 роки тому +1

    Ojaantric মোৰ আটাইতকৈ ভাল লগা অনুষ্ঠান । আৰম্ভনিৰ পৰা শেষলৈ মুখত হাঁহিটো বিৰিঙি থাকে ।

  • @purnimarabha7306
    @purnimarabha7306 Рік тому

    Amrita bar khota xuni comment nkora ky thakibo nwarilo,, bhut val paw kotha bilak eman dhuniya clair ki ky❤❤❤ love you ojantoric show and udoyan da aapunalokr karone Amrita bar kotha janibole palu

  • @abhijitm999
    @abhijitm999 2 роки тому +2

    Ojaantric is the best Assamese show, please call kysee also.. we are waiting..

  • @bakkbakk_girl
    @bakkbakk_girl 2 роки тому +1

    Preeyo actress goraki preeyo show t ahi aru preeyo hoi gol .... .. thank you ojaantric..... Amrita Gogoi love you ...... always a fan girl 💕

  • @mridupabankonwar226
    @mridupabankonwar226 2 роки тому +5

    Please make a show on UD da... And let the audience know about his journey

  • @pallabitalukdar4665
    @pallabitalukdar4665 2 роки тому +1

    বহুত ভাল লাগিল😊 প্ৰিয় অভিনেত্ৰী তেওঁ ❤️ অযান্ত্ৰিক আৰু বহুত আগবাঢ়ি যাওক

  • @bikashmusahaloi3403
    @bikashmusahaloi3403 2 роки тому

    এই সকল হে আচল অৰ্থত empowered woman, শুভ কামনা থাকিল।

  • @adhishdrums5945
    @adhishdrums5945 2 роки тому +2

    I'm not much of a talkative person but LET ME MAKE SOME POINTS CLEAR!!! -
    1. Bhal lage bohut OJAANTRIC or podcasts, and especially you two (Oasis Da - Udy Da) karon bohuuut podcast channels ase kintu hei 'underdog versatility' and 'classic' vibe to only OJAANTRIC ot feel koru ( my opinion )
    2. Udy da Rhino Express khon kaafi satisfactory asil plus the direction and cinematography ufff🔥 the only thing is that Udy da'e character tut humai kene nijor spices use kore which makes it moreee classic
    3. Oasis Da etae kotha kom please KEEP MAKING SHORT MOVIES , bohuttt besi proyojon atleast for this generation , love your works man, more to achieve.
    4. Amrita Ma'am apuni bom cute hoi and your works too.
    5. Stay blessed y'all, don't ever stop making podcasts... it's just a Vibe💛