Assamese News : প্রবঞ্চক লৰাটোৰ আছে এটা যাদুকৰী কণ্ঠ ।

Поділитися
Вставка
  • Опубліковано 16 вер 2024
  • Assamese News : প্রবঞ্চক লৰাটোৰ আছে এটা যাদুকৰী কণ্ঠ । #assamese #assamesenews #music #assam #breakingnews #news

КОМЕНТАРІ • 289

  • @CurrentNews-247
    @CurrentNews-247  8 днів тому +19

    ধন্যবাদ । পৰৱৰ্তী খবৰৰ বাবে আমাৰ Channel টো Subscribe কৰি ৰাখিব 🙏

    • @babliborah4240
      @babliborah4240 7 днів тому +2

      ভাল লাগিল বাতৰি টো লগতে আপোনালোকলৈ অশেষ ধন্যবাদ , চাৰিওফালে লৰাটোক গালি ককৰ্থনা কৰি থকাৰ মাজতেই আপোনালোকে যে এক যোগাত্মক প্ৰতিবেদন লৈ আহিছে । বৰ্তমান মেডিয়া সমূহে আঁচলতে এনেধৰণৰ বাতৰি সমূহ প্ৰচাৰ কৰিব লাগে, য'ত সমাজৰ বাবে এক ভাল বাৰ্তা প্ৰেৰণ কৰা হ'য়।

    • @RunmoniSaikia-s9m
      @RunmoniSaikia-s9m 7 днів тому

      @@CurrentNews-247 Subscribe কৰি ৰাখিলোঁ chanel টো আৰু লগতে এটা কথা কওঁ বাতৰি পৰিৱেশন কৰোঁতে যাতে সমাজৰ হিতৰ কাৰণে ভাবি প্ৰকাশ কৰে, এনেই যধে-মধে ...কোনে কাৰ ঘৰত ভাত খাব গৈছে ,কোনে কাক পলুৱাই নিলে , কেইটা লৰা ছোৱালী হ'ল ......এই অবান্তৰ বাতৰি বোৰ পৰিবেশন কৰি নেথাকিব কেতিয়াও .....এনেবোৰ বাতৰি ৰাইজে চাব নিবিচাৰে ,,, এই বাতৰি টোৰ দৰে গঠন মূলক বাতৰি প্ৰকাশ কৰিব ..... বাকী ধন্যবাদ জনাইছোঁ এই বাতৰিটোৰ বাবে ।

    • @northeasternboy
      @northeasternboy 6 днів тому

      Vubula sagoli Jen mukh tu

  • @nivagogoi9859
    @nivagogoi9859 9 днів тому +164

    তেওঁ চোৰ ,ডকাইট , মাডাৰ নাইকৰা , কাৰো পৰা জোৰ কৈ টকা কাঢ়ি লোৱা নাই , লোভত পৰি মানুহ বোৰে টকা দিছে , তেওঁও সুবিধা পাই টকা বোৰ গোটাইছিল , দিয়াটো-লোৱাটো সমানেই দায়ী এই ক্ষেত্ৰত ।

  • @DimpiVlogs-24
    @DimpiVlogs-24 9 днів тому +45

    কামেন্ত বোৰ পহি এনেকুৱা লাগিল যে অসমৰ বহুত মানুহে লৰা জনক আকৌ আগবাহি যাবলৈ সকাহ দিব ❤আৰু লৰা জন যিমানেই বেয়া নহওঁক কীয় সি এতিয়াহে বুজি পাইছে সি কেনেকুৱা লৰা আছিল আৰু এতিয়া তাৰ লগত কি হৈ আছে ।। লৰা জনে বেয়া কাম কৰি এতিয়া নিজে অণুসূচনা কৰিছে ।।এতিয়া হৈ টো সি ভাল লৰা হব।।সি অসমৰে এজন ভাল গায়ক হব।।😍💝
    আৰু যিমানে ভাল নহওঁক কীয় বেয়া মানুহ এ লগ দিলে ভাল টো বেয়া হবলৈ বেছি সমই নালাগে ।।এইয়া বিশাল ৰ জ্বলন্ত উদাহৰণ।।😢
    যদি কিবা ভুল হৈছে মোৰ কথা খিনি ক্ষমা কৰিব ।।😢🙏🏻।।

    • @lazyprincess8649
      @lazyprincess8649 8 днів тому +1

      moiu vabisu....thikei koise

    • @moniruddin2506
      @moniruddin2506 7 днів тому

      Kio ba anakua korila

    • @moniruddin2506
      @moniruddin2506 7 днів тому

      Poroborti bhal Kam koriba parile khamorto onujayi dukhiak khohay koriba

    • @DimpiVlogs-24
      @DimpiVlogs-24 7 днів тому

      ​@@lazyprincess8649mur cheaneal tu sabo cn abr

  • @swarajkallolsaikia1923
    @swarajkallolsaikia1923 9 днів тому +100

    বিশালে কি অপৰাধ কৰিলে সেইয়া ক'বলে নাযাও ,কিন্তু তাৰ এই যাদুকৰী কণ্ঠ ক সঁচাকৈ শলাগ লবলগীয়া

  • @RunmoniSaikia-s9m
    @RunmoniSaikia-s9m 9 днів тому +71

    শুদ্ধ পথেৰে যোৱা হলেও এদিন তুমি চৰ্চিত হ'লা হেঁতেন ,,,,, সকলোৰে দৃষ্টিত এজন ভাল ব্যক্তিত্বৰ গৰাকী হিচাপে

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 9 днів тому +5

      ভুল পথেৰে পৰিচালিত হ'ল । অতি মাত্ৰা লোভৰ বাবেই হ'ল এই দশা ।

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 9 днів тому +49

    ল'ৰাজন সঁচাকৈ প্ৰতিভাৰ অধিকাৰী। কিয় বাৰু তুমি ইমান লোভ কৰিলা। সৰু ল"ৰা তুমি । এদিন নিশ্চিত ভাবে উজ্জলিলা হেঁতেন। যিয়ে যি নকওক মোৰ কিন্তু দুখ লাগিছে। কিয় নিজক চিনি নাপালা। এদিন শুদ্ধ পথলৈ আহিবলৈ চেষ্টা কৰা।

    • @bhaikiasaikia9445
      @bhaikiasaikia9445 8 днів тому

      হি সময় লে বাট চাব নোৱাৰিলে

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we 8 днів тому +11

    তাৰ পথ প্ৰদৰ্শক ৰ অভাৱ আছিল । গান কেইটা শুনি সছাঁকৈ হৃদয়ৰ কোনোবা এটা কোনত দুখ অনুভৱ হৈছে । সুন্দৰ প্ৰতিভা এটা যেন ক'ৰবাত হেৰাই গল । পৰিচালনা ৰ অভাৱত । তাৰ কোনো অভিভাৱক নাছিল নেকি ?

  • @rumivlogs2373
    @rumivlogs2373 9 днів тому +31

    তোমাৰ এটা ভাল মাত আছিল। তুমি সৰু ল'ৰা
    ২২ বছৰত student হৈ পঢ়া শুনাৰ বয়স। মাকে চকু দিব লাগিছিল। এই বুঢ়ী ধেপেচীয়ে ল'ৰাটো শেষ কৰি দিলে।😢😢

  • @Danirojasfc6
    @Danirojasfc6 9 днів тому +34

    চুমিয়ে বৰৰ্বাদ কৰি দিলে ইমান সৰু ল'ৰাটোক।" স্বৰ্গৰ সূখ কা'ক কয় দেখুৱাই দিলেঁ কমবয়সীয়া লৰাটোক "
    সেই কাৰণেই "পাগল" হৈ গ'ল।"
    যোৱাটোও স্বাভাৱিক।" 😔
    পাপে চুব তাইক!!😡😡

  • @prajyalitaboruah-m5p
    @prajyalitaboruah-m5p 9 днів тому +83

    বিশালে নিজক সংশোধন কৰি অনাগত দিনত এজন ভাল কণ্ঠশিল্পী হোৱাটো কিমানে বিচাৰে ? লাইক কৰক

  • @Junmoni327
    @Junmoni327 5 днів тому +5

    ইমান সুন্দৰ কন্ঠ ...

  • @Moni88-k2n
    @Moni88-k2n 9 днів тому +17

    ইমান সুন্দৰ কণ্ঠ কি যে হৈ গ'ল অ ল'ৰাটোৰ😢

  • @Ubiniban
    @Ubiniban 8 днів тому +14

    একো দাংগৰ অপৰাধী নহয়, দুখীয়াৰ তেজ খোৱা ব্লেক মনি থকা সকলক আজি মুখা খুলিছে , ভাল কৰিছে , ডক্তৰ পুলিছ ইত্যাদি 👌👌👌👌👌

    • @ArpanSaikia-ld1rv
      @ArpanSaikia-ld1rv 7 днів тому +1

      Right .suwali k rep kori madder kora nai

    • @MAHAKALVAKT_
      @MAHAKALVAKT_ 6 днів тому +2

      Kar kar pora poisa loisil tumar uusorot list ase jen paisu....😅

    • @MalaHazarika-hl2bx
      @MalaHazarika-hl2bx День тому

      দুখীয়া মানুহে লাখ আৰু কোটি ৰ ঘৰত টকা থব নোৱাৰে

    • @nilimadas1243
      @nilimadas1243 18 годин тому

      💯💯💯💯💯💯💯🥰

  • @prajyalitaBoruah
    @prajyalitaBoruah 9 днів тому +28

    কিয় বাৰু অদৰকাৰী কামত সময় বোৰ নষ্ট কৰিলা

  • @Study4U781
    @Study4U781 6 днів тому +3

    He is not a scammer,, he is a artist ...the tuffest art of scamming...Good job... Everyone need Easy money in short period.

  • @bhitalisarania6994
    @bhitalisarania6994 8 днів тому +6

    আবেগিক হৈ গলো ভিদিওটো চাই,, কিয় বাৰু এনেকুবা কৰিলা ইমান সুন্দৰ প্ৰতিভা থকাৰ পিছতো...

  • @RameshchandraSaikia
    @RameshchandraSaikia 9 днів тому +21

    ভগৱানে ভাল কন্ঠ এটা দিছিল তাক

  • @ranihelenwary1503
    @ranihelenwary1503 9 днів тому +29

    ইমান ভাল প্ৰতিভা থকাৰ পিছতো চুমি বৰাৰ পাল্লাত পৰি সকলো লটি ঘটি হৈ গল বোপাৰ।বেয়া লগিছে দেই সোনটো।কোনোবাই ডাঙৰ মাছ খাই, কোনোবাই কঠাল খাই, কাৰোবাৰ গাত আঠা লাগি যায়। 😥😭😭😭😭

  • @bps5878
    @bps5878 9 днів тому +57

    Iman dhuniya voice ..ki je korile Oo ee

  • @harlongkitisso6854
    @harlongkitisso6854 9 днів тому +10

    Dekhat morom lage .... ❤.... Kintu ki hol 🥺

  • @parthanagogoi5997
    @parthanagogoi5997 6 днів тому +3

    Eman dhuniya ata voice tumi gan gai nijir ata sinaki dibo parila hoi. Beya poth bisari lola

  • @parthapratimdas5047
    @parthapratimdas5047 9 днів тому +10

    বহুত ধুনীয়া মাতটো কিন্তু কি হ'ব লোভ পাপ পাপে মিতু

  • @rubichetia7119
    @rubichetia7119 9 днів тому +7

    অভিভাৱকে ল'ৰাটো পৰিচালনা কৰিব নাজানিলে । আজিকালি অভিভাৱকে আমাৰ লৰাই অসমীয়াত কম নম্বৰ পাই বুলি কবলৈ ভাল পায় ।

  • @moonmikalita
    @moonmikalita 2 дні тому

    ইমান সুন্দৰ কণ্ঠ বৰবাদ কৰি পেলালা তোমাৰ ভৱিষ্যত।

  • @santanatamuli5236
    @santanatamuli5236 7 днів тому +3

    সুন্দৰ কণ্ঠ ❤

  • @robrabha
    @robrabha 9 днів тому +5

    Very good journalism you've tried to show the other side of the coin.

  • @user-gm5ns2dk3k
    @user-gm5ns2dk3k 8 днів тому +4

    সৃষ্টিৰ মূলতো নাৰী, ধ্বংসৰ মূলতো নাৰী --ইয়াকে বুজিলো।

  • @anonymousDutta-od5gk
    @anonymousDutta-od5gk 9 днів тому +19

    শেষ কৰি দিলি অ' নিজকে

    • @manjugogoi5366
      @manjugogoi5366 9 днів тому +4

      Sumi a sesh kori dile tak

    • @anonymousDutta-od5gk
      @anonymousDutta-od5gk 9 днів тому +2

      ​​@@manjugogoi5366ৰামায়নৰ যুগৰ পৰাই নাৰীৰ কাৰণে কিন্তু পুৰুষে বহুত কিবা কবি কৰিছে 😂

    • @Bd00778
      @Bd00778 8 днів тому

      Sumi Borah'e ses kori dile tar jibon

  • @NehaBagame
    @NehaBagame 9 днів тому +5

    U had a lovely voice..u wud rock one day

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we 8 днів тому +3

    বুঢ়ী জনী চব শেষ কৰি দিলা ।

  • @moniruddin2506
    @moniruddin2506 7 днів тому +2

    Iman dhunia moromloga bhiti tu

  • @Adnant732
    @Adnant732 9 днів тому +8

    Well vaiti .bea manuhor Black money bur loi crore poti hoi gola . Bidurvai ❤❤

  • @AamritporvaKuli
    @AamritporvaKuli 7 днів тому +2

    25 kg

  • @bhupenkakati-v2v
    @bhupenkakati-v2v День тому

    সঁচাই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে। ভগৱানে দিয়া প্ৰতিভাক আওকাণ অনাদৰ কৰি আজি এই অৱস্থা।

  • @DipikaDas-e4f
    @DipikaDas-e4f 9 днів тому +5

    Vaity Tumi sumik pahori val kam kora agbahi jua ami gutei Assam or manuh tumar logot asu

  • @HirenKonwar-gr4ng
    @HirenKonwar-gr4ng День тому

    Beautiful kantha

  • @BonosreeHandiquedey-cj7tc
    @BonosreeHandiquedey-cj7tc 8 днів тому +1

    Hosai bohut dhunia protibha asil

  • @krishnamonibaruah5284
    @krishnamonibaruah5284 7 днів тому +1

    Emn dhuniya kontho😢 thokar pasotu obate goi obostha ki holgoi,,vabile asorit lge

  • @Devid97
    @Devid97 5 днів тому +1

    VICTIM PLAY CARD START NKI😂

  • @RupaRupa-lc4hw
    @RupaRupa-lc4hw 7 днів тому +1

    Cute voice

  • @manuborah4135
    @manuborah4135 9 днів тому +3

    সৰু লৰা টোক বিপথে পৰিচালিত কৰি আজি জেলত থাকিব লগীয়া হৈছে ।উচ্চ আকাংক্ষা দেখুৱালে এইটো বয়সত ভাল বেয়া বুজি নাপায় তো ।

  • @gitikaboro6062
    @gitikaboro6062 2 дні тому

    Very nice voice

  • @MAHAKALVAKT_
    @MAHAKALVAKT_ 6 днів тому +1

    Amazing voice with wrong person😢😊

  • @ilovemyindia9761
    @ilovemyindia9761 8 днів тому +1

    Talented boy....Manibo lagibo....

  • @BabluUrang-by1py
    @BabluUrang-by1py 8 днів тому +2

    Sereng koi lagile কটিতে 🔥🔥😂😂

  • @mrsk4306
    @mrsk4306 9 днів тому +7

    Val gai kintu dei

  • @sabitabathari9868
    @sabitabathari9868 9 днів тому +6

    মাকে অলপ চাব লাগিছিল

  • @nilimadas1243
    @nilimadas1243 18 годин тому

    God bless u 💔💔💔💔🥰🙏🙏🙏

  • @budhinsaikia6300
    @budhinsaikia6300 9 днів тому +2

    প্ৰতিভাৱান !!
    কিন্তু , জেগাত পৰিল ৷
    *হস্তীৰো পিছলে পাৱ , সজ্জনৰো বুৰে নাও* নীতিবচন এনেয়ে নাই ৷
    গতিকে কুৰি দেওনা পাৰ কৰা জৈৱিকতাৰ ভৰপূৰ বয়সত একেবাৰেই জেগাত পৰিল বেচেৰা ৷
    অপৰাধ ইটোৰেদিও বিশালে কিন্তু এই বয়সতে বহুত বিয়াগোম মস্তিস্কৰ নামী দামী লোকক বহুৱা বনালে ৷ ইটোৱেও কিন্তু তেওঁৰ প্ৰচুৰ মস্তিস্কৰ উৰ্বৰাতাক প্ৰমাণ কৰিলে ৷
    অপৰাধী হ’লেও উক্ত কথাক উলাই কৰিব নোৱাৰি কিন্তু !!

  • @ManujDoley-y9p
    @ManujDoley-y9p 3 дні тому

    Very nice ❤❤❤❤❤

  • @user-up3ig9yp8f
    @user-up3ig9yp8f 7 днів тому +1

    বিশালে কৰা ভূলতকৈ এশ ভাগ বেছি ভূল কৰিছে লোভত পৰা সকল ইহতকেইটাক সমানেই দোষী সাব্যস্ত কৰিব লাগে। 😂

  • @golapiarandhara9441
    @golapiarandhara9441 6 днів тому

    হাৰামী চুমি জনীয়ে তাৰ জীৱনটো খালে

  • @hemantadas4812
    @hemantadas4812 9 днів тому +3

    Excellent bro

  • @M.G.615
    @M.G.615 6 днів тому

    এতিয়া প্ৰশাসনে পিঠি বহল কৰা সময় আহি পালে।

  • @dhanjitmedhi4516
    @dhanjitmedhi4516 8 днів тому +1

    অতি পৰিতাপৰ বিষয় সঁচা অৰ্থত অসমে হয়তো ভৱিষ্যতৰ এগৰাকী অতি প্ৰতিভাৱান শিল্পীয়ে হেৰুৱাই পেলালো।

  • @prafulladutta6047
    @prafulladutta6047 23 години тому

    আকৌ আদৰি লওক আকৌ কথা একেই হব

  • @user-nr8lb2wp5t
    @user-nr8lb2wp5t 7 днів тому

    Xosa koi vidio tu Sai bohut val aru dukhu lagise eman val kontho thaka piso tu. Ai johori cimi joni ye soru lora tu jibon tu ses kori dile dei

  • @Bidbeast
    @Bidbeast 8 днів тому

    বিপথে পৰিচালিত কৰা লোভ দেখুৱাই ইমান ভাল প্ৰতিভা থকা লৰাটো যি য়ে ধং সৰ গৰহালৈ ঠেলি দিছে। তেওঁলোকক ভুল পথ এৰি ভাল পথলৈ উভতি অহাৰ বিনাম্ৰ অনুৰোধ।

  • @pratapkalita8894
    @pratapkalita8894 2 дні тому

    সুন্দৰ কণ্ঠ আছিল তোমাৰ। কাৰণ প্ৰৰোচনাত পৰি তুমি ভুল পথে গলা? তোমাৰ উজ্জ্বল ভবিষ্যত টো তুমি নিজেই ধাংশ কৰিলানে চুমিয়ে কৰিলে?

  • @niruborah1823
    @niruborah1823 8 днів тому +1

    এতিয়াও সময় আছে বেয়া মানুহৰ লগ এৰি দি নিজক আগঢ়াই নিব লাগিব।নিজক নিজে আত্ম সমালোচনা কৰি এটা শুদ্ধ পদ বাছি লোৱা।

  • @assamr.n1824
    @assamr.n1824 9 днів тому +1

    Outstanding voice. Sobb. Problem solve hole singer hoba

  • @PabitraBordoloi-jf7is
    @PabitraBordoloi-jf7is 9 днів тому +1

    God boy thanks vai

  • @kasturitalukdar3143
    @kasturitalukdar3143 6 днів тому

    সঁচা লৰাটো আকৌ ভাল পথত অহা হলে।

  • @HimakshiDevi-yp8if
    @HimakshiDevi-yp8if 6 днів тому

    Xundor

  • @Himakshi193
    @Himakshi193 9 днів тому +1

    Bhaiti kio ankuwa korila o ..eman dhuniya kontho tumar bohut agoloi jabo parila heten

  • @parismitachoudhury111
    @parismitachoudhury111 7 днів тому

    Eman dhuniwa voice kio anekuwa kam korela vaiti atewau time ase tumi jak jenekoi thagaisa sob d dewa val rasta ata luwa ami support korim

  • @RajibSaikia-s8p
    @RajibSaikia-s8p 6 днів тому +1

    Besera sumi Maya jalt pori khokolu xekh hoi gol...😂😂

  • @SumiGogoi-yq5rt
    @SumiGogoi-yq5rt 8 днів тому

    Bor dhunia gaisil o.

  • @user-vn7vx8fi7e
    @user-vn7vx8fi7e 5 днів тому

    Onagt jibnt valke aagbahi gole val lagile Janie hk baa najonake ji korila tar pora ulai aaha nijk time sumi baak pahrile val hb

  • @isharehman826
    @isharehman826 6 днів тому

    emaan dhunia voice music world t thakile bahut naam koribo parile heten eibor beya
    din dekhibo nalagil heten

  • @sisuramnath2869
    @sisuramnath2869 8 днів тому

    Good News

  • @rajkumardihingia2331
    @rajkumardihingia2331 9 днів тому +1

    বিপথে যোৱাৰ বাবে মাক দেউতাকেই দোষী বুলি ভাবো...

  • @Vasantg3
    @Vasantg3 7 днів тому

    দোষ এই চুমিজনিৰ । তাইক ২০ বছৰ সশ্ৰম কাৰাদণ্ড বিহিব লাগে

  • @Monjaivlogs-u6n
    @Monjaivlogs-u6n 7 днів тому

    🔥🔥🔥

  • @JoyDas-u4e
    @JoyDas-u4e 8 днів тому

    বিশালৰ মাইকি পৰকীয়া প্ৰেমত পৰিল নেকি চুমি মোক বছোৱা বিশালে এৰিলে মোক বোলি কৈ।চিন্তনীয় বিষয।

  • @gitulahkar2062
    @gitulahkar2062 7 днів тому

    Loraru kiba 1ta morom lagi gl.eman dhuniya gaise..

  • @puspadhardowarah1932
    @puspadhardowarah1932 6 днів тому

    এইটো বৰ ধেনা!ইমানতোpolybion Neurobion বেজি মাৰি আছে যেতিয়া চেহেৰা কত ভালে থাকিব? মই পিচে অপৰাধীক কাহানিও প্ৰশংসা নকৰো হাতী চোৰ মাখি চোৰ হওক।ভালক কোনেও বেয়া কৰিব নোৱাৰে বুলি মই আত্ম বিশ্বাসী।

  • @munubhuyan2590
    @munubhuyan2590 9 днів тому

    কম বয়স হল কি হল
    কিন্তু যি কাম কৰিছে বুঢ়া মানুহ এজনে ও কৰিব নোৱাৰে
    ইমান টকা মাৰিছে বাপৰে বাপ😮

  • @mouchumikalita4324
    @mouchumikalita4324 19 годин тому

    Dehat sn aku ear

  • @jantuchangmai4467
    @jantuchangmai4467 8 днів тому

    Kisu dhunia kontho

  • @classicalcooks7715
    @classicalcooks7715 3 дні тому

    এই জনী কেনে ধৰণৰ বায়েক আছিল

  • @rumy1100
    @rumy1100 9 днів тому +1

    Sumi Borai ses kori dile tak

  • @snigdhadas7468
    @snigdhadas7468 9 днів тому

    পথ নিৰ্বাচন ভূল হৈ গল চুমি বৰা মাজ বাটত লগ পোৱাৰ বাবে, প্ৰতিভা আৰু ঘুৰি নাহে

  • @lakhyadas7880
    @lakhyadas7880 2 дні тому

    Moi ata ktha gom puwa ni... Ehote manuhor toka marisil nk... Profit tu d a asil sage... Jeneke koisle tenekei

  • @atarali3167
    @atarali3167 7 днів тому

    একো বৰ্বাদ হোৱা নাই।বৰ্তমান যুগত টকাই মেইন হয়।কেইদিনমান জেইলত থাকিব লাগিব তাৰপিছত একো নকৰিলেও আৰামত জীৱন নিৰ্বাহ কৰিব পাৰিব।

  • @DipikaSonowal-ys8xp
    @DipikaSonowal-ys8xp 6 днів тому

    Sumi Prem ot pori nojor God gives herale,tak sumi lubh dile

  • @AkshayKutum.939
    @AkshayKutum.939 7 днів тому

    বাহিৰৰ কোম্পানীয়ে তেজ খালে লৰাজনৰ

  • @gojongapol4448
    @gojongapol4448 9 днів тому

    Sortcut to success

  • @user-jy3qx1kr7i
    @user-jy3qx1kr7i 9 днів тому +2

    June jiman nkowk
    Toka poisar babe Hokolo manuhe luvi hoy de

  • @jeenalekharubora1190
    @jeenalekharubora1190 8 днів тому

    সচাঁই বৰ বেছি ভাল গায়ক সি এনেকৈয়ে ভাল কাম কৰিব পাৰিলেহেতেন

  • @b4ru1
    @b4ru1 7 днів тому

    Ki dhuniya awaaz tu

  • @rupalichetiahandique4442
    @rupalichetiahandique4442 7 днів тому

    Morotye eman val loratuk hekh kori dile,tai valdore nomore

  • @rimpyborah6260
    @rimpyborah6260 9 днів тому +3

    Life hekh kori lole o e nijor

  • @faridabegum3547
    @faridabegum3547 6 днів тому

    Barhia

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx 9 днів тому +1

    he is not 22 year don't miss explain

  • @jayadass2681
    @jayadass2681 8 днів тому

    এইয়া একে দিনে ধনী হোৱা লোকৰ বাবে অধপতন।

  • @pranjalagt
    @pranjalagt 2 дні тому

    এইবোৰ দেখুৱাই লাভ নাই ডাঙৰীয়া চৰিত্ৰ টো মেইন এনেকোৱা Voice গলিয়ে গলিয়ে আজিকালি পাই।

  • @rjcharaibahi8568
    @rjcharaibahi8568 9 днів тому

    .....vai eman val ata talented borbad kori dili

  • @user-re5rn2vj6y
    @user-re5rn2vj6y 7 днів тому

    Bisal k ponar bhal potoloi anib lage

  • @user-yd8kz2sw5g
    @user-yd8kz2sw5g 8 днів тому

    Horu Lora isotonit porile pai bohut dukh lagil.