Trading লৈ এখন নাটক - this is biggest PONZI scam in Assam - Dimpu Baruah

Поділитися
Вставка
  • Опубліковано 10 гру 2024

КОМЕНТАРІ • 2 тис.

  • @______________Ss23
    @______________Ss23 3 місяці тому +1434

    অ চুমি অ চুমি কত আছা তুমি,
    পুলিছে বিচাৰি খাইছে হাবাথুৰি।
    নাভাবিবা তুমি বাছি যাম বুলি,
    পুলিছে পালে উঘালিব চুলি।
    ৰাইজৰ টকাৰে পাতিলা বিয়া,
    এতিয়া আমাক উত্তৰ দিয়া 🙄
    মোবাইল টো খুলিলেই
    চাব কে নোৱাৰি,
    আগত চুমি , পাছত চুমি
    তুমি কিয় হলা চুৰুনি 😁😂🫣

  • @axomiyad.n9272
    @axomiyad.n9272 3 місяці тому +110

    আপুনিও কিন্তূ কম নহয় দিম্পু দা । এইবোৰ কৰিবলৈ আপুনিও সহাৰি জনাইছে ৰাইজক কেইটামান টকাৰ কাৰনে। এতিয়া আপুনি ওলোটা মাৰিছে ।

  • @alexmukut2820
    @alexmukut2820 3 місяці тому +35

    চুমি বৰা আৰু ডিম্পু বৰাৰ মিল আছে৷ চুমি বৰাই ট্ৰেডিং কৰি লুটিলে আৰু ডিম্পু বৰাই গেমিংৰ বিজ্ঞাপন দি লুটি আছে৷

  • @SanjayDas-tz9fn
    @SanjayDas-tz9fn 3 місяці тому +46

    বোপা ডিম্পু তুমিও কম নহয়। এনে স্কেমবোৰ তুমিয়ে দেখোন প্ৰমোট কৰি ফুৰা। আৰু এতিয়া মানুহক দেখুৱাব খুজিছা যে মই জড়িত নহয় বুলি। এই যে তোমাৰ ফকতিয়া ফ্লৱাৰ আছে সেইবোৰৰ বাবে আজিৰ এই অৱস্থা হৈছে

  • @DipakBorah-c7y
    @DipakBorah-c7y 3 місяці тому +402

    তহতি বেটা কম নহয়। online জুৱা ,trading এইবিলাক তহতি প্ৰছাৰো কৰ আকৌ কিবা গণ্ডগোল হলে বেয়া বুলি নিজক বছাই ছল ।সস্তীয়া কেইটা ।

    • @sauravgogoi22
      @sauravgogoi22 3 місяці тому +1

      ই বেটাই এইকেদিন কেৱল অসমত হৈ থকা লেটৰী খেলক লৈ ব্যস্ত।ইয়াতো বহুতে scam কৰে,online ত টিকট বিক্ৰী কৰি, যিবোৰ টিকট অনলাইন যোগে বিক্ৰী কৰে, বেছিভাগেই ভুৱা টিকট আৰু এইবোৰ জমা নহয় গৈ main জেগাত। নামনি,আৰু মধ্য অসমত পুৰা শিপাইছে,লাহেকৈ আমাৰ উজনিলৈও আহিছে।। খেল খনক লৈ মোৰ কব লগীয়া একো নাই কিন্তু,তাৰ বহুতেই online দ্বাৰা কম মূল্যত টিকট বিক্ৰী কৰি পকেটত ভৰাই।তাৰ ব্যবস্থা কৰিবৰ লাগে সোনকালে।

    • @unknown8837
      @unknown8837 3 місяці тому +20

      এনেই তাৰ মাথা নাই ভাল বেয়া টো নিজেই গম নেপাই।

    • @GautamGautam-nc2wi
      @GautamGautam-nc2wi 3 місяці тому +11

      Ehoteo poisar khokh bohut

    • @Dikshita_hazarika.
      @Dikshita_hazarika. 3 місяці тому +14

      Miya uporot banua video tu kia delete krila .

    • @sanjibsonathivlogs6737
      @sanjibsonathivlogs6737 3 місяці тому +2

      Khosa kotha koise apuni dada..

  • @jadabkhukai
    @jadabkhukai 3 місяці тому +418

    আম্বানীক দেখি উঠিল গা।
    চুমিয়ে বোলে মোকো চা

  • @jayantagoswami128
    @jayantagoswami128 3 місяці тому +75

    আৰু যিখিনি ইউটিউবাৰ পেইড প্ৰমোচন লৈ তেনেকুৱা ভুৱা ট্ৰেডাৰ যাক জমকতাবোৰ দেখাই মানুহক বিভ্ৰান্তি সৃষ্টি কৰে সেইসকল ইউটিউবাৰক পূৰ্ণহতীয়া চোৰ শোধাব লাগে,লাগিলে সেইয়া দিম্পু বৰুৱা হওক বা আন কোনোবা হওক,কাৰণ ইমানখিনি মানুহে ফলো কৰি আছে যেতিয়া সমাজখনৰ প্ৰতি কিছু নৈতিক দায়িত্ব থকা প্ৰয়োজন।।

    • @Gunjan_Bordoloi_channel
      @Gunjan_Bordoloi_channel 3 місяці тому

      Hoi thike koise xmajok val giyan dib lage agote nijor matri vumikhon val Dore jani lb lage tar past baki Dex Burt vromn korib lage

    • @MadeinWorld-tl1vr
      @MadeinWorld-tl1vr 3 місяці тому +1

      Yes

  • @ssassam_1.5Million.
    @ssassam_1.5Million. 3 місяці тому +39

    চুমি মহান তুমি
    আকৌ আঁহা ঘূৰি 😅
    চিঙিব তোমাৰ চুলি 😅
    ৰৈ আছে তোমাৰ অনুৰাগী 😊
    কত গলা তুমি 😅😅
    আহা আকৌ ঘূৰি 😅😅

  • @dhanmanihazarika4177
    @dhanmanihazarika4177 3 місяці тому +46

    ডিম্পু, তুমি জীৱনত বহুত উন্নতি জখলা বগাইছা, কিন্ত, এতিয়া তুমি অসমীয়া জাতিৰ বাবে "সময়" বুলি যিজন যুৱকে দুখীয়াৰ ঘৰ বনাই, জীৱনত কাৰোবাক জীয়াই থকাৰ অনুপ্ৰেৰণা আৰু অনুভূতি লৈ, Mr. Bitu.. এই জীৱনত অন্ধ মানুহৰ বাবে লাগি আছে। তুমি, সেইবোৰক যোগাযোগ কৰা, ভাল লাগিব। স্বাৰ্থ নিবিচাৰিবা। যোগাযোগ কৰিলে, ভাল লাগিব।

    • @thebatman1593
      @thebatman1593 2 місяці тому

      Kotimua toi nije kor belege kiba kri diye nidiye toi tate maat matibo lga eko nai.

  • @bhairabdas7959
    @bhairabdas7959 3 місяці тому +10

    সময় গগৈৰ বাহিৰে তহত সকলো দুইনমবৰী।

  • @Ajim_aslam
    @Ajim_aslam 3 місяці тому +288

    চুমি বৰাক অতি সোনকালে arrest কৰিব লাগে 👍লাইক কৰক । ইছ বা নকবা আৰু কুটি টকাৰ হে বিয়া পাতে ৰাইজৰ পইছা মাৰি ধেই কেলা।

  • @Sarania4862
    @Sarania4862 3 місяці тому +277

    এইটো ভিদিওৰ কাৰনে অপেক্ষা কৰি আছিলো দোস্ত 😢😂❤

  • @JiyaLikhok
    @JiyaLikhok 3 місяці тому +91

    ধনী মানুহৰ ধনী আলোচনা কিমান চাবা 😂😂❤❤❤❤

  • @nabachowary3302
    @nabachowary3302 3 місяці тому +44

    তহঁতৰ নিচিনা কিছুমান ফকতিয়া
    তো এইবিলাক প্ৰচাৰ কৰি ফুৰা।
    DBStok মানে দীপাংকৰ ক তই চিনি নোপোৱা ৰ ভাও ধৰিছ কেলা
    ফটো উঠি তইছোঁ পজ দি আছিলি

  • @baloyjyotiborah3273
    @baloyjyotiborah3273 3 місяці тому +29

    বিকাশ ছেত্ৰীকো তদন্তৰ আওতালৈ আনিব লাগে

  • @AnilGogoi-np2ly
    @AnilGogoi-np2ly 3 місяці тому +159

    সেয়েহে অসমীয়াত এষাৰ কথা আছে --
    পাতি লোৱা ভাইটী আৰু ৰাতি পিন্ধা নাইটী দুয়োটা বহুত Dangerous 😜😜

  • @Thefinal-1
    @Thefinal-1 3 місяці тому +221

    বেচিভাগ অসমীয়া মানুহবোৰে এইটো Business ট নামিছে 🤡
    সোনকালে ধনী হোৱাৰ সপোন আছে টো😂😂😂

    • @BapanDas-jb2fp
      @BapanDas-jb2fp 3 місяці тому +19

      অসমৰ মানুহ পইচাৰ পাগল। কঠোৰ পৰিশ্ৰম নকৰাকৈ টকা বিচাৰে 😂😂 25 दिन में पैसा डबल। অক্ষয় কুমারের সিনেমার মতো।

    • @officialbastob7172
      @officialbastob7172 3 місяці тому +6

      Kune Ki Vabi Business Koribo Khujise Hei2 Najanu But I Think Ki 90% Manuh r Belegor Tolot Kam Koribo Mon Nai Heibabe Business T Namise🎉

    • @pratimasarma1737
      @pratimasarma1737 3 місяці тому +5

      মানুহৰ ধনৰ লোভে নিজৰ লগতে পৰিয়ালৰ অন্যান্য লোক সকলৰো ধ্বংস মাতে।লোভে পাপ পাপে মৃত্যু।

    • @Dewenvlog1
      @Dewenvlog1 3 місяці тому

      ​@@pratimasarma1737 ..apunar video bhut vhal lage muk apunar video moi sawn apunar chennal tu subscribe kri lu..# Wiz bhai 07

    • @angshumanrajbongshi2538
      @angshumanrajbongshi2538 3 місяці тому

      😂​@@BapanDas-jb2fp

  • @nitishkumargohain8723
    @nitishkumargohain8723 3 місяці тому +82

    অসমত এইটো হ'ব বুলি অক্ষয় কুমাৰে আগতেই চিনেমা বনাই থৈছে।

    • @RiciHajorika
      @RiciHajorika 3 місяці тому

      😅hoii

    • @prasantkasyap3922
      @prasantkasyap3922 3 місяці тому +3

      But people never understand the messages of the movies.. That's why it's happening in our society.. 🤔

    • @Pro_billa-p1x
      @Pro_billa-p1x 3 місяці тому

      Kunkhn cinema bhi

    • @bablurdas4294
      @bablurdas4294 3 місяці тому +5

      21 din main Paisa dobol

    • @AngaragBuragohain
      @AngaragBuragohain 3 місяці тому +4

      21 din mei paisa double. 😂

  • @dibyajyotimalakar8526
    @dibyajyotimalakar8526 3 місяці тому +5

    আপুনি এদিন Trading ক সমৰ্থন কৰি Insurance, Bank ৰ বিভিন্ন বিনিয়োগ ব্যৱস্থাক আপুনি সমালোচনা কৰিচিল। আৰু আজি আপোনাৰ এই স্থিতি।
    আপুনি পঢ়া শুনা কৰা ব্যক্তি, গতিকে আপুনি অলপ নিজৰ কথাৰ মূল্য ৰাখিলে ভাল লাগে

    • @Biokist
      @Biokist 3 місяці тому

      Trading to atiao xomorthon ye korise, matro fraud koraborok he kora nai .

    • @Bhoben-m3k
      @Bhoben-m3k 3 місяці тому

      Njai trading korila bhal … belegok kribo dila a lutibo a

    • @arunabhhcreation
      @arunabhhcreation 3 місяці тому

      এখেত পঢ়া শুনা বুলি জানি সকাহ পালো। হ‌ওক দেও! সেইকন যে! কৰিলে!!..

  • @statusonly8957
    @statusonly8957 3 місяці тому +24

    বাবু যিবিলাক মানুহে Scam কৰিছে সেইবোৰক ৰাইজৰ মাজত চিনাকি কৰি দিয়া মানুহ তহতে ।।

  • @frlHsda
    @frlHsda 3 місяці тому +49

    Dimpu DAI TRADING MARKET PROMOTION KORISIL, ধুই দুখ লাগে

    • @baka69454
      @baka69454 3 місяці тому +6

      Laora video tu nasali nki??? Trading beya nhoi , nije kor belegk dorai Kai krso aru eitu trading r krne nhoi hehte scam krile

    • @theflashgaming8730
      @theflashgaming8730 3 місяці тому +4

      Trading tu ki beya bostu nki goru nki toi

    • @Kaishabdas
      @Kaishabdas 3 місяці тому +1

      Goru trading ki bea nki ??

    • @aaminyusuf1273
      @aaminyusuf1273 3 місяці тому +1

      Trading ki jano nai

    • @pujapanservice3710
      @pujapanservice3710 3 місяці тому

      Trading val bula keita jail goise

  • @digantabaruah1016
    @digantabaruah1016 3 місяці тому +52

    Trading is not a joke. Research, discipline, labour, consistency are very important in this field. Little number of individuals can maintain the task.

  • @LearningSparkAxom
    @LearningSparkAxom 3 місяці тому +62

    হব ভাই ,তয়ো প্ৰমোট কৰা ।

    • @aaminyusuf1273
      @aaminyusuf1273 3 місяці тому +3

      Oo bhi manuhe trading nai kora niki oi trading ki bostu Jano indiat stock market or building kale pori ase tante tat thoka company kaitar porai tu India economy tu soli ase

    • @Dekamusic_1
      @Dekamusic_1 3 місяці тому

      Toia jana de sob​@@aaminyusuf1273

  • @LOLLL281
    @LOLLL281 3 місяці тому +9

    দিম্পু দা ! মই এটা কথা শুনিছোঁ DB ট্ৰেডিং মানে দিম্পু বৰুৱা ট্ৰেডিং

  • @MrAbhi771
    @MrAbhi771 3 місяці тому +2

    আজি কালি কাকো বিশ্বাস কৰিব নোৱাৰা হৈছে।কাৰণ সাপ হৈ খুটে আৰু বেজ হৈ জাৰে।। এইবোৰ ঘটনা শুনি আজিকালি Trading বা পইছা ইনভেস্ট কৰিব ভয় লগা হৈছে।। এতিয়া কি কৰো কি নকৰো দাদা আপুনি কওকচোন। কি কৰিলে ভাল হৱ আৰু কি কৰিলে বেয়া হৱ।।

  • @evilgaming460
    @evilgaming460 3 місяці тому +128

    Nije promote kre akou nijei gyan o diye 😂

  • @nabajyotisaikia8117
    @nabajyotisaikia8117 3 місяці тому +18

    Beta tumi u promotion korisila...pahorila naa betaa.....😂😂😂..atia positive kotha kobo ahisa....napai dei .tumar viewer hokol e sob mont rakhe...tumi hoi2 pahorila beta...

  • @bidyutbikashbaruah
    @bidyutbikashbaruah 3 місяці тому +18

    Tuku arrest koribo Lage .... Mostbet r promotion korar babe😂

  • @mrinalbaro3305
    @mrinalbaro3305 3 місяці тому +72

    ।। মৰমৰ চুমি।।
    নাম তাইৰ চুমি ।
    দুখীয়াৰ ধন লুটি কিনিলে গাড়ী,অট্টালিকা,ভূমি।।
    পাতি লৈছে এজন ভাইটি ।
    গিৰিয়েক নজনাকৈ কিমানবাৰ বা খুলিলে ব্ৰা,পেণ্টি, নাইটি।।
    প্ৰথমটো বিয়া হল উদয়পুৰত।
    দ্বিতীয়টো বিয়া হবলৈ গৈ আছে ভাইটি লগত ৰঙাঘৰত। ।
    দেখাতটো ভালেই ধুনীয়া।
    ভিতৰি কিন্ত কেলা ঘূণীয়া ।।

    • @Min2__gogoi
      @Min2__gogoi 3 місяці тому +3

      Vati lgtu kam tu korile niki😅😅

    • @royalvloger2679
      @royalvloger2679 3 місяці тому +2

      Fortuner gift py potidev tarkik
      Ari dile sumik patilua vaitik
      Vaiti nathake roi baideu je boom sexy ..

    • @mrinalbaro3305
      @mrinalbaro3305 3 місяці тому

      @@Min2__gogoi 🤭🤭

    • @mrinalbaro3305
      @mrinalbaro3305 3 місяці тому

      @@royalvloger2679 🤭😁

    • @AnkurjyotiDeka-z2j
      @AnkurjyotiDeka-z2j 3 місяці тому

      Class 9 to polai goicl

  • @ShortVideos-byPapori
    @ShortVideos-byPapori 3 місяці тому +30

    শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ আন্তৰিক শ্ৰদ্ধা-ভক্তি, লগতে সেৱা নিবেদিলো🙏🏼🙏🏼ভালে থাকক সকলো🙏🎉🎉🎉🎉🎉🎉🎉

    • @SanjayDas-tz9fn
      @SanjayDas-tz9fn 3 місяці тому +1

      ইয়াক শিক্ষক দিৱস ক'ৰ পৰা আহিল।

    • @ShortVideos-byPapori
      @ShortVideos-byPapori 3 місяці тому +1

      @@SanjayDas-tz9fn শিক্ষক আৰু শিক্ষা jote tote thke দাদা👍🙏

    • @Susmitagaming-w2f
      @Susmitagaming-w2f 3 місяці тому

      Oi nihar

  • @aminulislam9335
    @aminulislam9335 3 місяці тому +72

    Lottery খেলৰ promotion ও বন্ধ কৰি দিব দাদা।।। গৰীব মানুহ 100 টকাত টিকট লোৱাতকৈ সেই টকাৰে পৰিয়াল চলাব পাৰে

    • @Pro_billa-p1x
      @Pro_billa-p1x 3 місяці тому +5

      Lottery totaly different bro

    • @Deepjyoti__Das
      @Deepjyoti__Das 3 місяці тому

      ​@@Pro_billa-p1xdifferent hole o xeibilak o froud hoi Kune o price npai Ane show kora karone anee gari bilak

    • @NortheastExpress2
      @NortheastExpress2 3 місяці тому

      😅😅😅😅

    • @avinashduarah2312
      @avinashduarah2312 3 місяці тому

      @@Pro_billa-p1x lottery t jika r probability bht basi kom . Aru ata ktha jani louk ay ja kiba kibe anusthan r naam t lottery khel khelai haibur t khel khalua mnuh r bht profit thake , tahati khel hua agor ai gari kini ane , mna tahati investment kora aibur t so tahati ata Val laav loi

    • @BarnilKashyap-dk1hr
      @BarnilKashyap-dk1hr 3 місяці тому

      Lottery o hoise juwa. Next ban lottery in Assam

  • @avinashduarah2312
    @avinashduarah2312 3 місяці тому +64

    Investment korok . Moi 2023 t tata motor r share loisilu 530 toka t aji 1080/- toka (04/09/2024). Moi last year tata motors t 49000 thoisilu . Aru atiya ata bht dhuniya return paisu . So please dudin t dhonri hua r akha nokoribo . Long term r karona investment korok

    • @avinashduarah2312
      @avinashduarah2312 3 місяці тому

      @@tapanrabha5108 ?

    • @gauravsonowal5584
      @gauravsonowal5584 3 місяці тому

      ​@@tapanrabha5108 spelling bhal k likhibo njane 🤣🤣 comment kore😂

    • @igkhmxxx
      @igkhmxxx 3 місяці тому

      Hoi dada IRFC tu 2023 t 30 toka asil atiya 176 hoi gol

    • @localvocalne.1028
      @localvocalne.1028 3 місяці тому +3

      Moi tata steel 1year agot 100q loiselu 119ot atia 164 value hoi ase

    • @avinashduarah2312
      @avinashduarah2312 3 місяці тому

      @@localvocalne.1028 aru bahibo thoi diya . Long term t val return dibo

  • @roadways0001
    @roadways0001 3 місяці тому +16

    Sapnanil da is great❤. He is not fraud

    • @DavidDavid-dg1sj
      @DavidDavid-dg1sj 3 місяці тому

      Swapnanil r big mistake 2 hll assamr mahuhk trading hikua.

  • @nimu3598
    @nimu3598 3 місяці тому +2

    Best influencer of our Assam...Pride of Assam you are

  • @ashwinisarma7234
    @ashwinisarma7234 3 місяці тому +1

    News channel ❌❌ Dimpu baruah✅✅

  • @RANGILTV-pp9dy
    @RANGILTV-pp9dy 3 місяці тому +24

    নিজে Tranding ৰ Promotion কৰি এতিয়া বকি আছে tranding ভয়ংকৰ।
    মানুহক মূৰ্খ বুলি ভাবি আছে 😂😂😅

    • @BKBNH
      @BKBNH 3 місяці тому +1

      Thike koise aponi... good

    • @Dreamx712
      @Dreamx712 3 місяці тому

      @@RANGILTV-pp9dy ইহঁতকো ধৰিব লাগে কোনো সাপ হৈ খুটিব বেজ হৈ ঝাৰিব .... মস্ত শিয়াল এইটো 😀😀

    • @sanjibsonathivlogs6737
      @sanjibsonathivlogs6737 3 місяці тому +1

      Bhal koise.

    • @F2fuhhd
      @F2fuhhd 3 місяці тому

      E ak garu kobon debo lage

    • @dhunumai1912
      @dhunumai1912 3 місяці тому

      💯 right

  • @axomneeyt4450
    @axomneeyt4450 3 місяці тому +36

    Scam 1992❎️ scam 2024✅️

  • @roiraio3251
    @roiraio3251 3 місяці тому +49

    কমেন্ট পঢ়া ৰাইজসকল‌ৰ ধানৰ বেপাৰী আছে যদি কবচোন ৰঞ্জিত ধানৰ দাম কেনে এতিয়া ।

  • @assambiswanath4587
    @assambiswanath4587 3 місяці тому

    Bohut val kotha ata kole dei 👍

  • @PriyankaDas-if5dr
    @PriyankaDas-if5dr 3 місяці тому

    Ekdom xosa kotha koisa Dimpu Da...

    • @PriyankaDas-if5dr
      @PriyankaDas-if5dr 3 місяці тому

      One must have knowledge about what is trading and then they can comment on it.

  • @RINKUALI74658
    @RINKUALI74658 3 місяці тому +5

    Katha bur Bohut dhuniya koi bujai kowa Karona thank you 👌👌👌

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 3 місяці тому +83

    নিজৰ পইচা জুৱা খেলি হাৰি আনোক দোষ দিব নালাগে 🙏😢

  • @D.J.Tamuli
    @D.J.Tamuli 3 місяці тому +6

    Bohut Dhunia kotha koisa tumi...aji Kali manuhok easy money lage....

  • @StayNomilaviPobly
    @StayNomilaviPobly 3 місяці тому +1

    সঁচা কথা। দুদিন মানৰ পাছত সকলো পাহৰি যাব । আৰু আকৌ লুতিব

  • @Danirojasfc6
    @Danirojasfc6 3 місяці тому

    এইখিনিতেই য'ত খেলিমেলি!"
    অসমৰ অসমীয়া মানুহৰ বুজি পোৱা শক্তিৰ তেনেই নগন্য " 😔

  • @KhonBhai
    @KhonBhai 3 місяці тому +24

    DB stock dimpu da promotion 😂😂

    • @ajaymech5797
      @ajaymech5797 3 місяці тому +3

      Pahori gol sage... 😂

    • @ajaymech5797
      @ajaymech5797 3 місяці тому +2

      Pahori gol sage😂

    • @anamikakalita4656
      @anamikakalita4656 3 місяці тому +2

      Yes dhorba lge ehotok

    • @draupadkashyapvlogs3023
      @draupadkashyapvlogs3023 3 місяці тому +3

      Video remove kori lecture sutabo video diye...gari dakhabi bl dakhabi ghr dakhabi.. bathroom dakhibi... poisa bur ghurabi sbr... youtube video di bl koi maha pandit vabo

  • @SPEDITOR-s4w
    @SPEDITOR-s4w 3 місяці тому +56

    Mojbet Promotion কৰা তোৰ ওপৰত Case কৰি আছোঁ, অসমৰ ল'ৰা বোৰক বেয়া কৰিছ ...

    • @ericmrtnz4454
      @ericmrtnz4454 3 місяці тому +4

      Promo code ki aasil pahorilu nohoi… 😂😂😂

    • @Hajongvideos
      @Hajongvideos 3 місяці тому

      ​@@ericmrtnz4454diimpu 143

    • @pallabjyotiphukon4672
      @pallabjyotiphukon4672 3 місяці тому +2

      Kor ako mareksudai, comment kori dhoop kio di aso nuaro jodi

    • @SPEDITOR-s4w
      @SPEDITOR-s4w 3 місяці тому

      @@pallabjyotiphukon4672 tur uporot u kori asu screenshot rakhi thoisu tur comment or sinta nokoribi,tur ip address uliai asu kor pora comments diso ready thak

    • @myassam1697
      @myassam1697 3 місяці тому

      OK Pay 😂😂😂

  • @lakhyajitphotography9092
    @lakhyajitphotography9092 3 місяці тому +9

    কথাবোৰ হিন্দী চিনেমাৰ দৰে । প্ৰথমে ট্ৰেডিং তাৰপিছত WEEDING। অসমজুৰী চুমী বৰা ট্ৰেণ্ডিং...

  • @PranjolaMohan
    @PranjolaMohan 3 місяці тому

    Hundor vedio ❤

  • @jyotirmoynath2702
    @jyotirmoynath2702 3 місяці тому +1

    অসমৰ মানুহক ঠগি ধনী হোৱা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু চুমি বৰা ma'am k অশেষ প্ৰণিপাত জনালোঁ

  • @jmstudio33
    @jmstudio33 3 місяці тому +35

    Assam need financial education they don't know that is right or wrong?

    • @MousamDas77
      @MousamDas77 3 місяці тому +4

      You are wrong bro not only Assam. Whole India need a financial education from school.. And the main reason to fool people by the scammer is poor financial education of indian education system.....

  • @titudoloi5388
    @titudoloi5388 3 місяці тому +16

    Share market ৰ কথা অসমৰ মানুহে নাজানে । Share Market এ টকা মাৰা নাই। টকা মাৰিছে বেলেগে share market ৰ নাম লৈ। আজিও আমাৰ মানুহে বুজি নাপাই Share market কি । ইমান সহজ নহয় share market trading জনাটো। share market বদনাম কৰিছে এই ফাল্টু মানুহবোৰে ।

    • @hotcricket7200
      @hotcricket7200 3 місяці тому +1

      Aapuni kenekoi kole j assamr manuhe share market najane... Moi 6 years pora share market t asu... Mur expectation 15 to 20%.. and I'm happy.. kintu manuhe 100% return bisare. That's the problem..

    • @kamalnayandeka2014
      @kamalnayandeka2014 3 місяці тому

      Aitu e main Point bro.. Mnuhr gyan nii poisa profit dekhi skil nhua k kelah trip bisari course bisari ji ti mnuhr tat goi aku nihika k risk management nkori skil tu nejani Pist poisa gole trading scam hy Jai😂😂 SEBI kot likhi rakhise trading t poisa lgalei poisa pai buli...

  • @subhrajeetthakuria3834
    @subhrajeetthakuria3834 3 місяці тому +8

    ইমান সোনকালে কাকো idolize নকৰিব, বিশেষকৈ এইবিলাক youtube ৰ ক । সিহঁতে নিজে app বিলাক প্ৰমচন কৰিব then দুদিন পিছত thumbnail ত লগাব কিমান ভয়ংকৰ হব পাৰে ট্ৰেডিং।অলপ up to date হব সময় হৈছে ৰাইজসকল 🙏🏻আৰু এটা কথা অন্ধভক্ত নহব।

  • @jadumaniroy1321
    @jadumaniroy1321 3 місяці тому +1

    Dosto bhai anekuwa video r majere hosake bohu kotha janibo pora jay. You are great ❤

  • @vargavxetia7553
    @vargavxetia7553 3 місяці тому

    Mojja daa ❤ . manuhor bhut bhul dharona asa . Trading uprot aitu change koribo lagibo....

  • @NijamAli-ol2uo
    @NijamAli-ol2uo 3 місяці тому +8

    Dimpu da you are right ❤ trading tu manuhe bodnam kori ase 😢

  • @bishwajyotibora8054
    @bishwajyotibora8054 3 місяці тому +18

    মই 3 years loss খাই এতিয়া profit ত আহিছিলোঁ হে assam ৰ কিছুমান faltu সাংবাদিক ৰ কাৰণে ঘৰত trading কৰিবলৈ দিয়া নাই

    • @rupakdutta3296
      @rupakdutta3296 3 місяці тому +7

      Right 👍 asom r fotuwa media mnuhk enekuwa bhoi humuwai disa ja trading korilai arrest hobo

    • @meme_coin_meme_coin
      @meme_coin_meme_coin 3 місяці тому +2

      Thik koisa ,,,,,,,, sangbadik bure nijei najane asolote ki hoi ase...anai ji ti boki ase 😂😂

    • @shubhambasistha1217
      @shubhambasistha1217 3 місяці тому

      😂😂😂

    • @utpalkidsfunnyvideo5773
      @utpalkidsfunnyvideo5773 3 місяці тому

      Mor o ake hoi bhai

    • @unknownyoutuber7781
      @unknownyoutuber7781 3 місяці тому

      1 year loss t a axu poisa ses aru bndho dxu kidin man .never give up

  • @RahulRaj-dt7gc
    @RahulRaj-dt7gc 3 місяці тому +4

    Basibor karone ai2 ata formula. Dhoinyobad🙏

  • @PujaKalita-h4k
    @PujaKalita-h4k 3 місяці тому +2

    চেৰেং কৈ লাগিলে চুমিৰ পইচাত জুই🔥🔥
    চাগে চুমি আছিলে ডুবাইৰ হোতেল ৰুমট শুই🏘️
    ৰৈ ৰৈ ৰৈ আছোঁ ৰৈ তোলেই চুমি আমি পুলিচ🧑‍✈️ আছোঁ ৰৈ তোলেই😂

  • @bitulgogoi8508
    @bitulgogoi8508 3 місяці тому

    dhunia explattion dile❤❤❤

  • @thakuriaabhijit82
    @thakuriaabhijit82 3 місяці тому +3

    সেইবোৰক আপোনালোকেই প্ৰচাৰ কৰে ..... কেইটামান টকাৰ কাৰণে

  • @CRAZY_DIP69
    @CRAZY_DIP69 3 місяці тому +49

    Trading kribo janile job... Nejanile gambling..

    • @recklessgamer3234
      @recklessgamer3234 3 місяці тому +10

      Trading is buisness with proper knowledge and risk management and yes random trading is gambling

    • @Bodo-w3t
      @Bodo-w3t 3 місяці тому

      ​@@recklessgamer3234 right 👍

    • @kamalnayandeka2014
      @kamalnayandeka2014 3 місяці тому

      Right bro trading as a discipline proper risk menegment business not gambling

    • @recklessgamer3234
      @recklessgamer3234 3 місяці тому

      @@kamalnayandeka2014 those who know, know

    • @amirahmed9088
      @amirahmed9088 3 місяці тому

      RIGHT

  • @Dreamx712
    @Dreamx712 3 місяці тому +11

    নিজে প্ৰমত কৰাটো কি হব

  • @MissPriya-r4k
    @MissPriya-r4k 3 місяці тому

    Best explanations dimpu daa besttt👍🏻

  • @jatinxnwl
    @jatinxnwl 3 місяці тому +1

    Dimpu da 250 subscribe complete❤❤

  • @dipjyotimahanta7386
    @dipjyotimahanta7386 3 місяці тому +8

    মই জানো ইয়ালৈ বহুত মানুহ Comment পঢ়িব আহিব। মানে মোৰ পুৰণা চাইকেল এখন বিক্ৰী কৰিবলগীয়া আছে।
    যদি কোনোবাই কিনিবলৈ আগ্ৰহী তেন্তে মোক inbox ত জনাব!!!
    অতি কম দামত দিম। 😊

    • @SS88097
      @SS88097 3 місяці тому

      Moi lom....kot ghor apunar

    • @BKBNH
      @BKBNH 3 місяці тому +1

      😂😂😂

    • @babuboro6656
      @babuboro6656 3 місяці тому

      😂😂😂

  • @2MAGK
    @2MAGK 3 місяці тому +34

    যেতিয়া এনেকুৱা প্ৰতিষ্ঠান আহে প্ৰথম অৱস্থাত যেতিয়া মানুহে বিনিয়োগ কৰিছে বুলি ওলাই থাকে তেতিয়া চৰকাৰে কি কৰি থাকে । ডাঙৰ হব লৈ কিয় দিয়ে ডাঙৰ টকা লুটিব কিয় দিয়ে আৰু লুটি নিয়া পাছত যে ডাঙৰ ডাঙৰ মানুহ বোৰে জ্ঞান দিয়ে তাৰ আগতে কিয় জ্ঞান নিদিয়ে । প্ৰায় এমাহ ৰ আগৰ পৰা যে বন্ধ হৈ আছে পলাই আছে তেতিয়া যদি ভালকৈ যদি সকলোকে সজাগ কৰিলে হয় এতিয়া হয়তো বহুত সংখ্যক লোক ভুক্তভোগী নহল হয় ।

    • @darpandas7592
      @darpandas7592 3 місяці тому

      Bhut manuh bhukto bhugi kio hoise njr matha nthke nki emn a lobh nki dalalk poisa die
      Emn lalash .. esy wayt poisa lage bass ...amar axomiya khini a ase jmn a. Poisa logaise
      Krn amr axomiya khini a kosto koribo nibisare
      Mon goise share market to xiki louk nije nije invest korok long termt nai esy wayt poisa lage xokoloke mane ....emn a lobh

    • @2MAGK
      @2MAGK 3 місяці тому

      @@darpandas7592 right 👍

    • @devidchoudhury2621
      @devidchoudhury2621 3 місяці тому

      Nijor poisa bur manuhe kaita mn tokar laloxat kio anok d diye eko nobhobake,, tetiya tu sarkar k xudhudhe poisa tu diewte,,, nije nijok prosno krtu usit,, sab ki sarkare koribo nki,, bhogobane ata dimag dse nije vabibo pore ke ki val ki beya

  • @Bigbossjhvfuik
    @Bigbossjhvfuik 3 місяці тому +8

    চুমী বাই বিদেশী হোৱা ধান্দা আছিল নেকি বাৰু তেনেকুৱা হে লাগিছে😂😂😂

  • @PompiTamuli-qe2zs
    @PompiTamuli-qe2zs 3 місяці тому +2

    Wah dada tumi iamn dhuniya ke kotha bur bujai dia bht val lage ❤

  • @MrRitu1971
    @MrRitu1971 3 місяці тому

    বহুত হৈছে অলপ সাৱধানে থাকা।

  • @SimplePackage
    @SimplePackage 3 місяці тому +7

    Sapnanil das is genuine and he is one of the best trader from northeast. Teu course bikise just because to educate people about financial market in 7000 rupees which very low in comparison with other course providers. Also he shared his verified p&l to everyone from starting to present time of his trading career. So please don't use his name as fake guru or scammer to making views in videos.

    • @SanjayDas-tz9fn
      @SanjayDas-tz9fn 3 місяці тому +2

      বোপা শ্বেয়াৰ মাৰ্কেটৰ কৰ্চ বিক্ৰী কৰিবলৈ হ'লে SEBI Registered হ'ব লাগে। যিটো দাসে কৰা নাছিল। অবৈধ ভাৱে কৰ্চ বিক্ৰী কৰি ধন লৈ আছিল।

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 3 місяці тому +14

    চুমি বৰাৰ যদি দোষেই নাই, তেন্তে পুলিচৰ ভয়ত পলাই আছে , কথাএষাৰ আছে নহয় ---( এশ গৰু মাৰিলে বাঘৰো মৰণ )

    • @Vkeditzzzz-tj4ve
      @Vkeditzzzz-tj4ve 3 місяці тому

      এশ দামুৰি মাৰিলে গাইৰ ও মৰন

  • @Tralukya99
    @Tralukya99 3 місяці тому +5

    অভিনেত্ৰী চুমি বৰা..😮😢এতিয়া ক'তে মৰা..😢😢😂😂😮😮😅😅

  • @sankardevroy3683
    @sankardevroy3683 3 місяці тому

    অসমৰ অকল 2% মানুহে share market বা trading বিষয়ে জ্ঞান আছে। ইণ্ডিয়া ত মহাৰাষ্ট্ৰ ৰ সকলোতকৈ 12% share market বিষয়ে জানে। Trading যদি ভালকৈ শিকি কৰা যায় ভাল business .

  • @RupaliMushahary
    @RupaliMushahary 3 місяці тому

    Correct . Bohut valke bujale apuni dimpu dada

  • @rohan_9999
    @rohan_9999 3 місяці тому +7

    Vai tumi j kola trading hiki kribo lge atya ata ktha kua muk jdi kuneu trading nihikai ai tatya new generation a hikibo kt. Sapnanil ajon great trader. Teu nijor verfied p&l dekhuaise ata national channelt. Teu jdi nije success hoi education ata dise ki haitu bya krise ni ? Teur course tur pra tu axomr lra swali a unoti hbo jdi valdore hike. Tar majote teur usrt hika 10 jonor 1 jone vlke nihikibou pare haitu ki tatya sapnanilr dukh hb ni. Ami college jao college khne koi ni amk 100% success hbai bli. Ami haitu jniu phibole jao karon haitu ata process nijor uprt ktha. Nije valdore phile Pam nhle npo. Hai akadorei jdi trading hiki nije valdore practice kru tatyahe success hom. Aitu adinia bstu nohoi nhi j adinote hiki adinote expert hoi jm. Aiu ata process hoi.Aru mnuhe koi ase course dibole sebi registered hbo lge. Teuluke Google kri sai lok j course dibole sebi registered hbo nlge. Registered tatya he hbo lge jdi teu tips die mne live markett kt kinibo besibo lge haitu koi. So atai ktha kou axomiya lra ajn success hoise bhirt teur krne axomr nam hoise tnkua lra jonok ami support kribo lge na dubabole sesta kribo lge. Axomt financial market khnr ktha teur krnei mnuhe Jona hua ni jnu . Axomiyai jdi axomiyar unoti dekhibo nuaro tatya knke hbo.Tnke tu maruwari biharik gali pri lav ni.

    • @DavidDavid-dg1sj
      @DavidDavid-dg1sj 3 місяці тому

      Assamr manuhk trading hikua= Gorur agt tukari bojua.

  • @poyubhoragogoi9542
    @poyubhoragogoi9542 3 місяці тому +3

    শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা লটাৰী খেলৰ টিকেট লোৱা, একেটাই বুলি ভাবে বহুত মানুহে। ইমান সহজ নহয় শ্বেয়াৰ মাৰ্কেট। মানুহবোৰ সজাগ হ'বৰ হ'ল। নিজে ইনভেষ্ট কৰিব নাজানিলে আনৰ সহায় ল'ব নালাগে। ইউটিউবাৰ বোৰেও কেইটামান টকাৰ বাবে যা টা ট্ৰেডিং এপৰ বিজ্ঞাপন দি মানুহবোৰক বুৰ্বক বনাই আছে।

  • @pranjalpratim2335
    @pranjalpratim2335 3 місяці тому +4

    DB for Dimpu Baruah হয় দেই 😂😂

  • @nitaisvlogs8228
    @nitaisvlogs8228 3 місяці тому

    আপোনাৰ ভিডিঅ'টো ভাল লাগিল!

  • @JahidulAlam-lm9zh
    @JahidulAlam-lm9zh 3 місяці тому

    Khei karone tu Fundamental Analysis Kori Pisot Poisa Logabo Lage. Teriya Market Operators r Jalat Ketiyau Nofosiba ❤❤❤🎉

  • @freehelpcenter9083
    @freehelpcenter9083 3 місяці тому +3

    গুৱাহাটীত আৰু এটা কোম্পানী আছে Rill India fraud হয় এইটো

  • @Alakeshr44
    @Alakeshr44 3 місяці тому +6

    Once agian first view dimpu da kove u ❤

  • @recklessgamer3234
    @recklessgamer3234 3 місяці тому +9

    If you want to get into trading, you need patience, emotions control, mind control, risk management, psychology, experience, and sacrifice. If you can't do it, stay away from it.

    • @Vkeditzzzz-tj4ve
      @Vkeditzzzz-tj4ve 3 місяці тому

      Accha...ahi gola lecture dibo...kiman profit hoise last montht

    • @recklessgamer3234
      @recklessgamer3234 3 місяці тому

      @@Vkeditzzzz-tj4ve ignore my comments broke guy

  • @Budhraibayar
    @Budhraibayar 3 місяці тому

    Bohut Bhal Dimpu Da New Subscribe Love from Kokrajhar pora.

  • @deepikakalita6346
    @deepikakalita6346 3 місяці тому

    Dimpu, tumak video tu CM e bonabo dilene, hiu bohut toka luti bohi ase, Tumi video bonaba, bohut like paba.

  • @udaygogoi9458
    @udaygogoi9458 3 місяці тому +21

    চুমি অ চুমি কত আছা তুমি ,
    পুলিচে বিচাৰি খাইছে হাবাথুৰি ।
    নাভাৱিবা তুমি বাছি যাম বুলি ,
    পুলিচে পালে উঘালিব চুলি ।
    ৰাইজৰ টকাৰে পাতিলা বিয়া ,
    এতিয়া আমাক উত্তৰ দিয়া 😀😀🫣🤭।
    ফেচবুকটো খুলিবই নোৱাৰি,
    আগলৈ গলেও চুমি পিচলৈ গলেও চুমি 😀🫣

  • @Lovethenature-v5w
    @Lovethenature-v5w 3 місяці тому +4

    Treding is not glamming treding is business

  • @AMITSARMA-lo7kh
    @AMITSARMA-lo7kh 3 місяці тому +4

    Nice video dimpu da🎉❤

  • @indianpanorama303
    @indianpanorama303 3 місяці тому

    scam মহাভাৰতৰ দিনৰে পৰা চলি আহিছে ।মামা শকুনি য়ে জুৱা ইচকেম কৰি পাণ্ডৱৰ অৱস্থা বেয়া কৰিছিল !!সেয়েহে এনে scammer r পৰা সাৱধান😢😢😢

  • @SagarCommunication-j2l
    @SagarCommunication-j2l 3 місяці тому +1

    Titan investment ৰ কথা কোনেও নকয় ৷Titan investment ৰ নাম ইয়াতকৈও বেছি হৈ আছে

  • @ratangogoi4421
    @ratangogoi4421 3 місяці тому +3

    অনলাইন জুৱা খেলৰ বিজ্ঞাপন এটা দিয়া হলে ভিডিঅটোৱে পূৰ্ণতা পালে হেতেন

  • @Ananda_Assam80
    @Ananda_Assam80 3 місяці тому +3

    চেৰেং কৈ লাগিলে
    বুকুতে জুই |
    চুমিযে জ্বলালে
    অসমত জুই |

  • @bikashsaikia814
    @bikashsaikia814 3 місяці тому +3

    তোমালোকে এনেকুৱা সজাগতামূলক ভিডিঅ' আগতে দিব নোৱাৰিলা ? এতিয়া বৰষুণ গ'লত জাপি ! তোমালোকো কম বস্তু নহয় ।

  • @sweethazarika7653
    @sweethazarika7653 3 місяці тому

    Tumi genuine buli bhal pau tumi aguwai juwa

  • @dhonbaruah
    @dhonbaruah 3 місяці тому +1

    তইও কম না বেটা সেদিনা যাই কেইটকা মান লৈ মানুহক নীতশিক্ষামূলক বাৰ্তা এটা দিলি এতিয়া ভয় খাই ওলোটা ফালে ধাৰ খালি 😂

  • @bikashnath2959
    @bikashnath2959 3 місяці тому +14

    সাৱধান হব লাগে

  • @fanofnatrephoto3343
    @fanofnatrephoto3343 3 місяці тому +4

    Apuni dibrugarh t bonua trading video tu kio delete krle?

  • @reshmisvlog9394
    @reshmisvlog9394 3 місяці тому +6

    Jai Ai Axom❤

    • @anupkalita487
      @anupkalita487 3 місяці тому

      Plz abar mor o video saba buli akha korilu chapport koriba plz 🙏🙏🙏 ❤❤❤

  • @BobiPhukan
    @BobiPhukan 2 місяці тому

    Bahut dhuniya lagile 💕

  • @rajivbharadwaj6921
    @rajivbharadwaj6921 3 місяці тому

    Bohut bhal kotha koisa dimpu. Amar manuh khiniye etiau share market buji nepai kintu jane je share market manei bohut poisa. Taarei hubidha uthai manuh ok thogi dile.