পুনৰ বিতৰ্কত কৰিশ্মা নাথ | বাৰে বাৰে বিকৃত কৰিছে আনৰ গীত | Karishma Nath | Mix Assamese

Поділитися
Вставка
  • Опубліковано 18 вер 2024
  • পুনৰ বিতৰ্কত কৰিশ্মা নাথ | বাৰে বাৰে বিকৃত কৰিছে আনৰ গীত | Karishma Nath | Mix Assamese
    #mixassamese
    #karishmanath
    #karishmanathviralvideo
    #nagaranaamkarishmanath
    #karishmanathnews
    Topics Covered
    karishmanath
    karishma nath
    @karishmanath
    pe pe karishma nath
    karishma nath song
    karishma
    karishma nath viral
    karishma nath songs
    karishma nath reels
    viral karishma nath
    karishma nath video
    karishma nath assam
    karishma nath photo
    karishma nath prank
    karishma nath pe pe pe
    karishma nath shorts
    karishma nath podcast
    prank on karishma nath
    karishma nath hd video
    karishma nath inteview
    karishma nath new video
    karishma nath nagra nam
    assamese new video
    karishma nath new video
    karishma nath controversy

КОМЕНТАРІ • 228

  • @LuhitDihingia-bn6ys
    @LuhitDihingia-bn6ys 11 днів тому +35

    সঁচা কথা কবলৈ হলে , ভৰিৰ জোতা ভৰিতহে শোভা পায় , মুৰত নহয় ।

  • @basantaborgohain5372
    @basantaborgohain5372 11 днів тому +33

    ধেকেৰি কাৰিশ্মা জনি উজনিত আহি এই notongi কৰিলে, কান ফাটি গল হয়, ( বাৰে বগৰী)।

  • @rajudutta7246
    @rajudutta7246 11 днів тому +35

    কৰিশ্মা নাথ নামৰ কাউৰীজনীৰ লগত পাগল শগুন বিলাকে নাচি আছে। এয়া আজিৰ অসমৰ দৃশ্য।

  • @sureshchandrakalita5769
    @sureshchandrakalita5769 11 днів тому +23

    আচলতে তেওঁক নাগাৰা প্ৰদৰ্শন কৰিবলৈ নিমন্ত্ৰণ জনোৱা লোকসকলৰ মানসিকতাৰ প্ৰশ্ন উত্থাপন হয়।। এওঁৰ বিকৃত ৰূপৰ নাম প্ৰদৰ্শন অনুষ্ঠানত লোকৰ সমাগমে মানুহৰ মাজত বিকৃত মানসিকতাই আশ্ৰয় লোৱা যেন লাগে। গতিকে এওঁক সকলোৱে প্ৰত্যাখ্যান কৰিব লাগে।। এওঁৰ বিৰুদ্ধে মাননীয়া জয় শ্ৰী দেৱীক তেখেতৰ দিহানাম বিকৃত কৰাৰ বাবে মোকৰ্দমা দাখিল কৰিব লাগে।।

    • @DayalSarma-q4e
      @DayalSarma-q4e 10 днів тому

      @@sureshchandrakalita5769 হয়;আপুনি ঠিক কথাটোকে দাঙি ধৰিছে।আচলতে তেওঁ নাগাৰা নাম গায়নে আধুনিক গান গায় ধৰিবই নোৱাৰি।

  • @kalpanasarma5023
    @kalpanasarma5023 11 днів тому +32

    দুখ লাগে! মহান সুৰকাৰ গায়কসকললৈ! গানসমুহ কিছুমানে বিকৃত কৰা বাবে।

  • @dambukff8137
    @dambukff8137 9 днів тому +19

    Pe pe pe pek Kune Kune beya puwa like kora

  • @NumalKhangia
    @NumalKhangia 11 днів тому +16

    দুঃখ কৰিস্মা নাথৰ নহয়,,, দুঃখ সেইসকলৰ যিয়ে এই জনীক লৈ ফুৰে,,

  • @runubaruah6143
    @runubaruah6143 10 днів тому +14

    ইমান সুন্দৰ নাম ভাগ এনেকৈ বিকৃত কৰিলে দুখ লাগে😢😢

  • @DipaliDevi00
    @DipaliDevi00 12 днів тому +41

    এই জনী মাতটো শুনিব মন নাযায়।কাউৰী মাত ধোৱা কাউৰী।

    • @ieajulhaque8380
      @ieajulhaque8380 7 днів тому +1

      এই বান্দৰী টোৱে সুৰ কি নাজানেই। আমাৰ শুনিব ই লাজ লাগে, ঐ বন্দৰী অলপ শিকিল,সুৰ কি বুজিল তাৰ পাছত ফালিবি....যি সুৰত গাৱ ছাগলী বেবা যেন লাগে।

  • @chinmoydas4475
    @chinmoydas4475 12 днів тому +16

    কৰিশ্মা নাথে। অসমীয়া নাম কৃৰ্তনক বিকৃত কৰি আছে বাৰে বাৰে বাৰে। আচলতে। বিতৰ্কত সোমাই ভাইৰেল হোৱাটোৱেই বিচাৰে গীত, নাম গাব নাজানে।

  • @NabinRabha-f4q
    @NabinRabha-f4q 11 днів тому +16

    কৰিশ্মা নাথ সমপূৰ্ণ অসুৰ।

  • @ffggggg6948
    @ffggggg6948 11 днів тому +16

    বিকৃত কৰিবলৈ তাই অধিকাৰ ক'ত পালে। ছাগলী জনীকএটি কাণতলী‌য়া চৰ দিলেহে শান্তি পাম ।

    • @user-hm9wi9cd5n
      @user-hm9wi9cd5n 10 днів тому

      😂😂😂😂😂hoi nki joa pisa xanti poa km kora😂😂👍👍

  • @bhupendihingia2828
    @bhupendihingia2828 11 днів тому +16

    একেবাৰে ফালটু শিলপী এই বিলাক

  • @ASarmy748
    @ASarmy748 10 днів тому +5

    এই কৰিশ্মা নে কি এইজনীক অকনো চাবলৈ মন নাযায় এইজনীৰ মাত পাটি হাঁহৰ দৰে লাগে, এই পাৰ্টি হাহজনীক যিয়ে লৈ ফুৰে তেওঁ লোকে কি ভাবে বাৰু , অনতিপলমে এইবোৰ বন্ধ হব লাগে কাৰন কত ভাগ্যশ্ৰী বাইদেউ আৰু কত হাহজনী অলপ তুলনা কৰি চালে ভাল হব নে কি কয় ৰাইজ।

    • @MixAssamese
      @MixAssamese  7 днів тому +1

      তেওঁৰ গোৱা নামফাঁকি গোৱাৰ বাবেহে এনেকৈ মিলাব লগীয়া হৈছে কথাবোৰ

  • @khagenborgohain5600
    @khagenborgohain5600 10 днів тому +6

    পাগল হল ! ! এই সমুহক বহিস্কাৰ কৰিব লাগে । । এগাল পাগলে ভাল পায় যে ? ?

  • @RashmiRekha-kf2pd
    @RashmiRekha-kf2pd 13 днів тому +17

    Ai kauri jonir hur kontho nai..tai aku lukor geet tu gaise eman brikit rup t.. Bhagyashree bow r huror agot tai akuai nohoi...

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 11 днів тому +9

    এইটো ই হৰিৰ নাম গাই ছে নে তেজৰ গৰমত নাচিব আহিছে আজিকালি ৰ ল'ৰা ছোৱালী য়ে বহুত বেয়া ৰ ফালে গৈছে তথাপি ও নাম গালে এনেকুৱা কৈ গালে নামৰ ভবিষ্যতে কি হ'ব

  • @mamumoniborgohain5881
    @mamumoniborgohain5881 10 днів тому +10

    এইক মাতে কেলেই বাৰু

  • @mamonibora2837
    @mamonibora2837 11 днів тому +9

    এই জনীৰ লগতে চাই থকা সকলো পাগল।

  • @budheswarnath6516
    @budheswarnath6516 11 днів тому +8

    এই কাউৰী জনীক নিমন্ত্রণ কিয় কৰে ৰাইজে !!!

  • @DiptiBoruah-iq6ps
    @DiptiBoruah-iq6ps 11 днів тому +7

    সময় থাকোঁতেই তাইক শুধৰণি কৰা ভাল । সাংস্কৃতিক অনুষ্ঠানৰ বিষয় বঢ়িয়া সকলে ব্যৱস্থা ল'ব লাগে ।

  • @PapariDas-l9g
    @PapariDas-l9g 7 днів тому +4

    অসম অৰ সাংস্কৃতিক অপমান কৰিছে।

  • @DayalSarma-q4e
    @DayalSarma-q4e 13 днів тому +12

    হয়,সম্পূৰ্ণ বিকৃত কৰিছে।

  • @monujsaikia9184
    @monujsaikia9184 11 днів тому +5

    এইগৰাকী কিছু লোকে কি ভালপায় বুজিব নোৱাৰোঁ

  • @diptidevi4055
    @diptidevi4055 4 дні тому +1

    এইজনীও চুমি বৰা নিচিনা সস্তীয়া জনপ্রিয়তা আৰু টকা ঘটা ঢাণ্ডা। ৰূপ বেচি ধন ঘটা বোৰক, মাইকী পাগল কেইটায়েহে প্ৰশংসা কৰে।

  • @pronobbordoloi8386
    @pronobbordoloi8386 22 години тому +1

    এইজনীয়ে লোকৰপৰা চুৰনকৰিলে নিজৰ একোৱেই নাই ৷আমাৰ সমাজৰ কিছুমান মূখৰ কাৰণে এইৰ নিচিনা জধামূৰ্খ এজনীয়ে শিল্পীৰ নাম কলংকিত কৰিবলৈ সুবিধা পাইছে ৷

  • @birendrakrdeka3394
    @birendrakrdeka3394 21 годину тому +1

    কৰিষ্মাৰ দৰে কাউৰীৰ নাম মৰি গলেও চাবলৈ নাযাওঁ। এচাম পাগলে হে তাইৰ নামৰ তালত পাগলৰ দৰে নাচি থাকে।

  • @dimbeswargogoi9576
    @dimbeswargogoi9576 День тому +1

    কৰিশ্মাক ভাল পোৱা মানুহো সমাজত আছে । ভয় লগা কথা সেইটোহে ।

  • @ashutdutta2698
    @ashutdutta2698 13 днів тому +9

    এই মানুহ বোৰ পাগল নেকি ।

  • @nayanchoudhury7124
    @nayanchoudhury7124 11 днів тому +6

    এইৰ নতাংকি বেছি হোচি এইৰ ঢাকা সুৰ শুনি কিবা কপি উঠে

  • @SumiBarhoi
    @SumiBarhoi 10 днів тому +4

    এ জনিত থাপৰ দিব লগে❤

  • @madhabbaruah858
    @madhabbaruah858 11 днів тому +7

    আচলতে এজনি পাগলী

  • @bhairabrajbongshi9992
    @bhairabrajbongshi9992 11 днів тому +5

    বাৰিষা পথাৰত হৰাই য়োৱা হাহক এনেদৰে মাত আ হাহাহাহাহা

  • @RitaChangmai-i7v
    @RitaChangmai-i7v 2 дні тому +1

    এই পাগলী জনি দেখিলে মাঠাটো গৰম হৈ যাই এইত মাত তু কাউৰিতকৈ শুনিবলৈ বেয়া

  • @aparajitatamuli7273
    @aparajitatamuli7273 5 днів тому +1

    কৰিস্মা পাগলি , কাউৰী,লগত শী য়ালৰ জা ক,এই হুপাক নিঃশেষ কৰিব লাগে

  • @user-eq9fu2qj3n
    @user-eq9fu2qj3n 11 днів тому +5

    বহুৱা নৃত্য

  • @sanjibbora1789
    @sanjibbora1789 17 годин тому +1

    বনৰিয়ে গান গাব নেজানে,এইক আমাৰ ফালে অহা হলে ফালি পেলালো হয়।

  • @alakatalukdar5739
    @alakatalukdar5739 День тому +1

    কৰিশ্মাক একো ভাল নালাগে বহুত বেছি দেখুৱাই সেইবাবে ভাল নালাগে । তাইৰ মুখ খন চাবলৈ ও মন নাযায় বান্দৰিৰ

  • @sunilnath7786
    @sunilnath7786 День тому +1

    আমাৰ গুৰোজনায় দিয়া দিহা নাম বোৰ বিকীত বজুৱালি নকৰিবি তয় পাগলি

  • @rinasaikiadas4911
    @rinasaikiadas4911 10 днів тому +2

    এইজনিক নু মতা মানুহ বোৰ কেনেকুৱা হয় মাত টো কি খুনিবা জেন ভুবোলা ছাগলীৰ দৰে কি এজনীক দেখিবলৈ মন নাযায়

  • @Kunjaranigogoi
    @Kunjaranigogoi 11 днів тому +6

    গৰিহণাৰ যোগ্য় তেওঁ

  • @allstatuschannal2618
    @allstatuschannal2618 4 дні тому +1

    আমাৰ মানুহ বোৰৰ গাত ভুল আছে
    তাইৰ নিচিনা এজনী ফালটো ছোৱালীক কি কাৰণত মতে বাৰু

  • @ratulprasadrabha2638
    @ratulprasadrabha2638 День тому +1

    সংস্কৃতিক বিকৃত কৰা সকলোক সমাজে নিমন্ত্ৰণ জনাই কিয়

  • @anamikadeoghariya5358
    @anamikadeoghariya5358 2 дні тому +1

    কাউৰী জনী আমাৰ উজনী অসমত পহু দখেদাই দিব

  • @jyotiprasaddas8946
    @jyotiprasaddas8946 23 години тому +1

    কিয় ভাইৰেল কৰে এই জনীক? একনম্বৰ পাল্টা এইজনী।

  • @MinaBarman-yq3dx
    @MinaBarman-yq3dx 10 днів тому +2

    এই জনি লোকৰ গান বোৰ বিক্বত কৰাৰ অধিকাৰ কত পালে তাইক একেবাৰে বহিস্কাৰ কৰিব লাগে যাতে কতো নাম গাব নোৱাৰে

  • @sunilnath7786
    @sunilnath7786 День тому +1

    এইজনি পাগলৰ লগত পাগল বুৰেহে পাগল হয় ফতুৱামি বোৰ

  • @namitanamita9448
    @namitanamita9448 12 днів тому +5

    এই কাউৰি জনি মাটতু নু কৰপৰা উলাই হে

  • @RituPatar-jx7gk
    @RituPatar-jx7gk 11 днів тому +3

    এইজনিক কুন ফলতু য়ে নাম গাৱলৈ মাতে

  • @bharatisaikia1388
    @bharatisaikia1388 11 днів тому +3

    এইজনীয়ে নিজে গান লিখি নাগায় কিয়।আনৰ গান বিকৃত কৰে। শুনি লে খং উঠে।এইজনীৰ দিছো নাই

  • @junukalita6023
    @junukalita6023 10 годин тому +1

    Bahut val lagil apner kath kath 🙏🙏

  • @kasturitalukdar3143
    @kasturitalukdar3143 День тому +1

    লগত গায় থকা বোৰ কম নহয় । অলপ বেছি দেখুৱাই। আ হা আ হা আ। হা আ। হা মানে কি??

  • @DilipDeka-k5w
    @DilipDeka-k5w Годину тому

    কৰিশ্মা নাথ অতি সুন্দৰ নাম ধৰে কিন্তু আনৰ গান বেয়া নকৰিব

  • @minakumaribaruah8896
    @minakumaribaruah8896 День тому +1

    She has to boycott. She always try to our religious sngeet like Bhojpuri Bhangra and Bagania dance.

  • @arnabdas33
    @arnabdas33 11 днів тому +3

    এইৰ কাম নাই আৰু 😏

  • @pranabbarman9255
    @pranabbarman9255 10 днів тому +2

    আচলতে, তেওঁ ভক্তি নামটো নাজানে, সুৰো নাজানে, বাবেই তেনেকে গাইছে..... প্ৰকৃততে তেনেকৈ গোৱাটো অপৰাধ

  • @dharmadutta8831
    @dharmadutta8831 День тому +1

    এইজনিক মাতে কিয় বুজি নাপাওঁ

  • @niranha2670
    @niranha2670 4 дні тому +1

    Your right answer

  • @NNG-SINGER
    @NNG-SINGER 11 днів тому +3

    এইজনী দেখিলে গাত খজুতি উঠে ।কিগাই অ এইজনীয়ে ?

  • @RajibChaliha-c8o
    @RajibChaliha-c8o 6 днів тому +1

    নাম কি ?নাম এ ভাগ কি কৰিশ্মা ই বুজি পোৱা নাই ।এনে দৰে বিকিতী নকৰিবলৈ সেৱা ধৰিলো।

  • @monjurikagogoi1406
    @monjurikagogoi1406 10 днів тому +2

    বহুত কষ্ট আৰু চেষ্টাৰ ফলত এটা সুন্দৰ গীতৰ সৃষ্টি কৰে গায়ক শিল্পী জনে। লোকৰ গান গাব নাজানিলে বিকৃত কৰাৰ অধিকাৰ কাৰো নাই।

  • @nipalboruah5237
    @nipalboruah5237 День тому +1

    এই জনী পাগলী যেন লাগে

  • @jimlideka1842
    @jimlideka1842 10 днів тому +3

    Pagole Sai karismer nam

  • @JitumoniDutta-q
    @JitumoniDutta-q 10 днів тому +2

    আধ্যাত্মিক ভাৱৰ প্ৰকাশ নোপোৱা নাগাৰা নাম। কোনো ধৰণৰ নিয়ম সংযম নাই। দোষহ'ল প্ৰচাৰ মাধ্যমৰ। কিবা এটা পালে হ'ল আৰু জপিয়াই পৰে।

  • @sahidloying6652
    @sahidloying6652 11 днів тому +3

    ছাগলীৰে গাইছে

  • @protimadutta4554
    @protimadutta4554 2 дні тому +1

    Karishma k kio program koriboloi mate baru buji napou akabare bhal nalage

  • @amritprovakakotibora
    @amritprovakakotibora День тому +1

    কাউৰি হয় তাই। হৰি নামৰ ন টোও নাজানে,

  • @ROHINIkrDas-fx1uu
    @ROHINIkrDas-fx1uu 16 годин тому +1

    ভুলকৈ গাব নালাগে।

  • @BubulDeuri
    @BubulDeuri 11 днів тому +4

    বাটেৰে মুৰটু নাম গাইচ

  • @user-kq3jp4er7w
    @user-kq3jp4er7w 2 дні тому +1

    Karishmai,val,horinamar,xure,val,dare,najane

  • @MonikaMrs-uc7wd
    @MonikaMrs-uc7wd 10 днів тому +3

    Ki gaisa ai jonia gabo najane jodi gabo nalage noh 😂😂 enm propular gan bur baye keisa guruk opoman korisa 😂😂 taiek program koribo mota tua bhul. Goru nam val kea gabo lage ki aal baal gai asa 😂😂

  • @cgohain7304
    @cgohain7304 11 днів тому +3

    ফটোৱা নম্ব ১

  • @AnilTalukder-fq6nc
    @AnilTalukder-fq6nc День тому +1

    Nagra namok apa brongsha Kora ek matra pathika Kar 😊ishma. Nagaranaam comitiye totkalin bandha karibo lage.

  • @Bijubharali-qn7uf
    @Bijubharali-qn7uf 20 годин тому +1

    Karishmar mura val nalga

  • @RinkuuGowala
    @RinkuuGowala 4 дні тому +1

    Dui jone thike gaise . Okol hut tu beleg . Aru hurtu beleg dibo lage karon nagara name aru diha naumr hur beleg thake . Karishma I nagara namr hurtu dise . Aru ijone vokti vora diha namr hur dise

  • @RanuDas-rp7ct
    @RanuDas-rp7ct 8 днів тому +1

    Reallybeya

  • @pranabkumarsamrma731
    @pranabkumarsamrma731 10 днів тому +2

    নাগৰা নাম কাক কয় কৰিশ্মা নাথে নাজান

  • @JyotikaBorgohain
    @JyotikaBorgohain 13 днів тому +3

    Bikrito korise, sintar bikhoi ahomia homajor babe😟😟

  • @MDedits94
    @MDedits94 3 дні тому +1

    Laj o napai sowali joni .voice beya ..dhei..

  • @bimantamuli4416
    @bimantamuli4416 10 днів тому +1

    এইজনী্ ফালটো

  • @lalitahaloi5316
    @lalitahaloi5316 18 годин тому +1

    😢😢

  • @BirajBuragohain-ru9gd
    @BirajBuragohain-ru9gd 7 днів тому +1

    Ei bilak amar ujoni axomot nosle ei bilak namonir manuhe bhal pai amar eiat nagara nam bulile aji dhemajir hai gogoi hetor nisina bilakok he sini paw

  • @GhanaDas-s3l
    @GhanaDas-s3l 17 годин тому +1

    Are belegor gaan guwa bhul neki

  • @RintuBordoloi-h8w
    @RintuBordoloi-h8w 11 днів тому +1

    Åi̊j̊o̊n̊i̊ p̊åg̊o̊l̊i̊ k̊åo̊r̊i̊ h̊ůå h̊o̊i̊ v̊åål̊
    ̊ås̊i̊l̊

  • @Bijubharali-qn7uf
    @Bijubharali-qn7uf 20 годин тому +1

    Tair naam val nalage

  • @durbasonowal6482
    @durbasonowal6482 23 години тому +1

    Bibhattshya ,bibhattashya ati bibhattashya...ahoisya.....

  • @JituSharma-w2m
    @JituSharma-w2m День тому +1

    Faltu Korisma

  • @anowara.begum23
    @anowara.begum23 11 днів тому +1

    ভাঙ খাই লৈছিল নেকি 🎉

  • @sunitphukan6454
    @sunitphukan6454 8 днів тому +1

    Audience are 😮😮😮😮😮😮😮😮😮what

  • @BhabaniDevi-l9n
    @BhabaniDevi-l9n 4 дні тому +1

    Support kra nai but besi krise raije val paok buli

  • @anowara.begum23
    @anowara.begum23 11 днів тому +2

    গাব নাজানিলে গাব নালাগে

  • @saniyarabha668
    @saniyarabha668 13 днів тому +3

    At ke dekhun ranumondale val gidaisil😅😅😅😅

  • @EloraBharali
    @EloraBharali 6 днів тому +1

    To Match

  • @rajenkoynakrajenkoynak5659
    @rajenkoynakrajenkoynak5659 10 годин тому +1

    বনৰী জনি

  • @MayasriDeuriMayasri
    @MayasriDeuriMayasri 4 дні тому +2

    😂😂😂😂😂

  • @UpendraBarman-ko3vi
    @UpendraBarman-ko3vi 9 днів тому +1

    Amar dinot aita ma logt goi kerot na bostat bohi ki hundor vabe naam saisilu kintu aji kali horu pora dangor loike hokolu fanson sowa nisina Kori he sabo jay bohut beya lage❤❤❤❤❤

    • @MixAssamese
      @MixAssamese  7 днів тому +1

      সঁচা কথা কলে ।। ধন্যবাদ

    • @UpendraBarman-ko3vi
      @UpendraBarman-ko3vi 6 днів тому

      @@MixAssamese kisumon purani kotha monot pelabo montu bohut positive main hoi jayy

  • @anitahajowary2959
    @anitahajowary2959 6 днів тому +1

    Hoy muyo dekhisu aru hunisu, korishma r gitotkoi kaorir mat tuhe base mitha hobo sage

  • @munmigogoi9823
    @munmigogoi9823 10 днів тому +1

    healor Jake Hua dia Jen lagise

  • @user-fv4du2oi4i
    @user-fv4du2oi4i 8 днів тому +1

    Punak dhonobad jonaisu dada apuni vidio bonai val korile Tai sob gan anekuwake gai j hunilea muror bihoe aru Tai belegor namot gan bonabole jai kauri matu valea taitke

  • @benumohanbora5501
    @benumohanbora5501 11 днів тому +4

    এইজনী পাগলী হয়।