অট’মবাইলৰ চাকৰি এৰি পৰিনীতাই আৰম্ভ কৰিলে গাহৰি ফাৰ্ম | happy home pig breeding farm

Поділитися
Вставка
  • Опубліковано 2 лют 2022
  • অট’মবাইলৰ চাকৰি এৰি পৰিনীতাই আৰম্ভ কৰিলে গাহৰি ফাৰ্ম happy home pig breeding farm
    গুৱাহাটী মহানগৰীত দাঙৰ দীঘল হোৱা এগৰাকী চহৰীয়া ছোৱালী
    ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰি এটি অ’ট’ ম’বাইল কোম্পানীত তেওঁ চাকৰি কৰিছিল দীৰ্ঘদিন ৷চাকৰি সূত্ৰেই তেওঁ চিনাকী হোৱা এজন শোণিতপুৰৰ ধলাইবিলৰ এজন গাঁৱলীয়া যুৱকৰ লগত আৰম্ভ কৰিলে বৈবাহিক জীৱন ৷
    কিন্তু কৰ’নাৰ পৰিপেক্ষিতত লকডাউনে সলনি কৰি দিলে এই দম্পতীৰ জীৱন ৷ বিকল্প এক উপাৰ্জনৰ পথ বিচাৰি স্বামীৰ অনুপ্ৰেৰণাত তেওঁ অট’মবাইলৰ চাকৰি ধলাইবিলৰ শহুৰৰ গাঁৱতে আৰম্ভ কৰিলে এখনি গাহৰি ফাৰ্ম ৷ নাম দিলে হেপী হোম -পিগাৰী ব্ৰিদিং ফাৰ্ম ৷
    এসময়ত গাহৰিলৈ ভয় কৰা পৰিনীতা বৰ্মন শইকীয়া নামৰ এই মহিলাগৰাকী এতিয়া সিদ্ধহস্ত গাহৰি পালনত।
    স্বামী আকাশদ্বীপ শইকীয়া কৰ্মসূত্ৰে বাস কৰে গুৱাহাটীত৷ সেয়ে শাহুৰ শহুৰৰ লগতে পৰিনীতাই চলাই আহিছে গাহৰি ফাৰ্মখন ৷
    বৰ্তমানলৈকে এই ফাৰ্ম খনৰ পৰা ৩০০ ৰো অধিক গাহৰি পোৱালি বিক্ৰী কৰিবলৈ সক্ষম হৈছে পৰিনীতা ।
    জীৱনৰ দৃষ্টিভংগী সলনি কৰি গাহৰি ফাৰ্মেৰে উপাৰ্জনৰ বাট প্ৰশস্ত কৰা আৰু ৱহু মহিলাৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰা পৰিনীতাৰ মনৰ কথা জানো আহক ৷

КОМЕНТАРІ • 405

  • @urmilasonowal6629
    @urmilasonowal6629 2 роки тому +135

    বাইদেউ গৰাকী উচ্চ শিক্ষীতা, কথাৰ বৰ্ণনা ইমান সুন্দৰ। তাতকৈ ও ডাঙৰ কথা বাইদেউ জনী বৰ ধুনীয়া। গাহৰি পালনৰ নিচিনা কাম আমাৰ দৰে এলাগী সকলৰ বুলিহে ভাবিছিলো। বহুত প্ৰেৰণা পাইছোঁ বাইদেউ। আপোনালৈ বহু বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ।

    • @urmilasonowal6629
      @urmilasonowal6629 2 роки тому

      @Mukul Gogoi মই আৰম্ভ কৰিছোহে, গাহৰি লাগিলে পৰিণীতা বাইদেউৰ পৰাই বিচাৰক দেই।

    • @jitumonideka3206
      @jitumonideka3206 2 роки тому

      Ppppppppppppppppp
      Ppppp
      Lplp

    • @bijoypatar5638
      @bijoypatar5638 2 роки тому

      সুন্দৰ ।

    • @Gamingzone-hh5ns
      @Gamingzone-hh5ns 2 роки тому

      P

    • @tanche9085
      @tanche9085 3 місяці тому

      Neni

  • @dr.apurbakumarmedhi5698
    @dr.apurbakumarmedhi5698 2 роки тому +88

    আপোনাৰ কৰ্মস্পৃহা প্ৰশংসনীয়। মই নিজেও এগৰাকী পশু চিকিৎসক হিচাপে আপোনাৰ কামৰ শলাগ ললোঁ। ফাৰ্মখনলৈ আন্তৰিক শুভেচ্ছা জনাই উত্তৰোত্তৰ কামনা কৰিলোঁ।

    • @bhumigaming7728
      @bhumigaming7728 2 роки тому

      Chup thak kukur. Sakori kri dormoha keita he lbo pariso. Belegor prokhonkha kri je asa nije pashu palon r development r karone ki daal kriso. Tohotor veterinary buror fota level olop besi. Kaam hole eku nai. Veterinarian hoi gorur treatment kribo laj tohotor. Mbbs doctor hbo mon. Keita medicine r dose rate jano toi.

    • @bishwajitdas363
      @bishwajitdas363 2 роки тому

      😂😂

    • @pritomkachari8277
      @pritomkachari8277 2 роки тому

      @@bhumigaming7728 tahatok okol poisa ha lage. Dormoha a nujure hopai..

    • @bhumigaming7728
      @bhumigaming7728 2 роки тому

      @@pritomkachari8277 dormoha 1lakh r uport pai monthly aru iyat bajna bojai ase.

    • @Bobby-rf8xw
      @Bobby-rf8xw 2 роки тому

      @@bhumigaming7728 kotha alop bhalke kobi, tekhet Retired Professor of College of Veterinary Science, Khanapara, tohoti teor 1% o jur napao 😂

  • @pratibhabaruah7780
    @pratibhabaruah7780 2 роки тому +17

    আপোনাৰ কৰ্মস্পৃহাৰ মানসিকতা দেখি ধন্যবাদ দিছোঁ । ভগৱন্তই মঙ্গল কৰক।🙏

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 роки тому +12

    এনে ধৰনৰ ভাল ছোৱালী আমৰ লখিমী। দুয়ো একেলগে মিলি থকাকিবা দেই।❤️❤️❤️❤️

  • @Explore_অসম
    @Explore_অসম 2 роки тому +93

    মন যায় বহুত মন যায় দাদা আপোনাৰ চেনেলত ওলাব এদিন দাদা লগ পাম আপোনাক...জীৱনত এদিন নহয় এদিন সফল হমে।

    • @nava8056
      @nava8056 2 роки тому +2

      Inspiration video

    • @villagfoodeating2307
      @villagfoodeating2307 2 роки тому +1

      Best of Luck

    • @amrithira7465
      @amrithira7465 2 роки тому +1

      Monor khokti khodai bht important bhai .kori juwa khodai success hobai hoba ..
      Best of work 👍👍👍

    • @Explore_অসম
      @Explore_অসম 2 роки тому +2

      @@amrithira7465 নিজৰ ওপৰত বিশ্বাস থাকিলে জীৱনত কৰিব নোৱাৰা কাম একো নাই।

    • @Explore_অসম
      @Explore_অসম 2 роки тому

      @@villagfoodeating2307 tq💖

  • @kushalsaikia3561
    @kushalsaikia3561 2 роки тому +11

    আপোনি বহু ভাল কাম কৰিছে বাইদেউ। আদৰণীয় পদক্ষেপ।

  • @B.C204
    @B.C204 2 роки тому +66

    মোৰো বহুত গাহৰি ফাৰ্ম এখন খুলিব মন আছে. এদিন নহয় এদিন কৰিমেই🙏 জয় আই অসম❤️

  • @apurbahaloi7990
    @apurbahaloi7990 Рік тому +1

    প্ৰেৰানামূলক বহুত সুন্দৰ নিদৰ্শন... ভগৱানে কুশলে ৰাখক তোমালোকক...

  • @taralibaruah1347
    @taralibaruah1347 2 роки тому +2

    তোমাক বৰ মৰম লাগে কথাবোৰ বৰ শুৱলা তুমি এজনী আদৰ্শ মহিলা সদায় নিজৰ সাহস আৰু ধৈর্য্যৰে আগুৱাই যোৱা আশীর্বাদ থাকিল

  • @nithawamon9119
    @nithawamon9119 2 роки тому +2

    Assam t Jodi sobe gahari farms, fisheries, boiler farms adi khule kunu kini khawta manuh nathakibo dekhun,moi hole kin2 grahokhe dey...kini khuwa manuh 😋😋😋. And farm khonar babe apunaloi bohut bohut khubho kamona thakil baidew...

  • @khargeswarnath2624
    @khargeswarnath2624 2 роки тому +4

    দেৱী প্ৰণাম 🙏🙏, , আপোনাৰ কৰ্ম স্পৃহা আদৰনীয়

  • @durlovsaikia3886
    @durlovsaikia3886 25 днів тому

    বহুত বহুতো সূভেচ্ছা জাচিলো বাইদেউ আগলৈ অসমৰ প্ৰথম খন ফ্ৰাম হিচাপে গড়ক নমস্কাৰ

  • @jaynalabdin8062
    @jaynalabdin8062 2 роки тому +5

    ধন্যবাদ বাইদেউ। ভৱিষ্যতে আৰু আগুৱাই যাওক তাৰেই কামনা কৰিলো।

  • @travellife662
    @travellife662 Місяць тому

    বাইদেও কথাবোৰ বৰ মৰম লাগে

  • @bjorganicfarming4857
    @bjorganicfarming4857 2 роки тому +5

    বাইদেউ কথাবোৰ বৰ ধুনীয়া
    ফাৰ্মখন বহুদুৰ আগুৱাই যাওঁক🐖💚💚

  • @Manjit725
    @Manjit725 2 роки тому +6

    বহুত শুভেচ্ছা থাকিল। আপুনি আৰু আগুৱাই যাওক 🙏

  • @papariborah3393
    @papariborah3393 2 роки тому +2

    বাইদেউক দেখি ভাল লাগিল । আমি এখন গাঁওৰ মাজত আছোঁ নিজৰ খৰছ বোৰ চিন্তা কৰি আমিও এখন বইলাৰ ফাৰ্ম খুলিছো কিন্তু আমাৰ দুৰ্ভাগ্য যে ফাৰ্ম কৰা কাৰণে আজি আমাক আমাৰ সমাজৰ পৰা আঁতৰ কৰি দিয়ে ।

    • @gaurabbikashmaut3479
      @gaurabbikashmaut3479 Рік тому

      এনেদৰে সমাজ ব্যবস্থা থকাৰ কাৰণে বহিৰাগত সকলে ব্যৱসায়ৰ পৰা আৰম্ভ কৰি সকলো হাতত থৈছে।।।
      আমি এইবিলাক গুচাব লাগিব।

  • @tutudas6263
    @tutudas6263 2 роки тому +5

    From Jorhat বহুত বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ৷😘

  • @gaurabbikashmaut3479
    @gaurabbikashmaut3479 Рік тому +1

    👍👍👍👍 আমি লাহে লাহে স্বাভলম্বি হৈছো।।

  • @pradipbasumatary4080
    @pradipbasumatary4080 2 роки тому +6

    Great job.you are inspiration unemployed boys and girls.

  • @bimalkachari936
    @bimalkachari936 Рік тому

    আপোনালোকৰ যুগ্ম জীৱন সুখী হওঁক 👍👍

  • @harekrishnadeka4616
    @harekrishnadeka4616 2 роки тому +2

    নিজৰ উপৰত বিশ্বাস ৰাখিলে চব হ'ব পাৰে মাথৌ ধয্য পৰিয়োজন ,, আজি নিজৰ উপৰত বিশ্বাস ৰখা কাৰণে সফল হব পাৰিছে ,, জয় আই অসম 🇮🇳⚔️🇮🇳

  • @barnalikalita6561
    @barnalikalita6561 2 роки тому +1

    Bhut val lagil apunar kotha pora mont xahuk baril

  • @anilgogoi876
    @anilgogoi876 2 роки тому +6

    প্ৰেৰণাদায়ক /
    ধূনীয়া আৰু উচ্চ শিক্ষিতা মহিলা।

  • @alphonsiusbasumatary1090
    @alphonsiusbasumatary1090 2 роки тому +11

    Proud of you Ma'am!
    Inspiration to many unemployed students and to many other people!!👍👍

  • @sashibhatta5198
    @sashibhatta5198 2 роки тому +3

    ভালেই কৰিছে ৷ স্বাধীনতাও পাইছে ৷

  • @naturescolorassam
    @naturescolorassam 2 роки тому +15

    👍 সাহস আৰু ধৈৰ্য 🙏

  • @phungkhabasumatary4291
    @phungkhabasumatary4291 3 місяці тому

    Best cutest permer.i thing she is youngest permer

  • @anupamarabha886
    @anupamarabha886 2 роки тому +3

    সুন্দৰ প্ৰচেষ্টা।আপুনি সফল হবই।শুভ কামনা জনালোঁ।

  • @dskassam284
    @dskassam284 2 роки тому +10

    সুন্দৰ আদৰ্শবান মহিলা। 🙏❤️

  • @dijunath8590
    @dijunath8590 2 роки тому

    বাইদেউ জনীৰ কথা বোৰ শুনি ইমান ভাল লাগিছে । আশা কৰো আৰু আগুৱাই যাওক

  • @bishnujyoti9856
    @bishnujyoti9856 2 роки тому +1

    আপোনাৰ কৰ্মস্পৃহাক শলাগ লৈছো। আগুৱাই যাওঁক

  • @prankumarnath4163
    @prankumarnath4163 2 роки тому +2

    পৰিনীতালৈ শুভেচ্ছা থাকিল

  • @pabitraborsaikia1406
    @pabitraborsaikia1406 2 роки тому +1

    Ideal for women empowerment, proud of you. God bless you

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q 3 місяці тому

    Good advice live long sister.god be with you.

  • @digantadeka7201
    @digantadeka7201 2 роки тому +5

    অতি সুন্দৰ ভিডিও।

  • @dibasvlog1546
    @dibasvlog1546 2 роки тому +3

    পৰিণিতাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো।

  • @bhaskarborah4254
    @bhaskarborah4254 2 роки тому

    ও আমাৰ সূৰ্য সম তৰুণ তৰণী। আশীৰ্বাদ থাকিল।

  • @satyasenapati1992
    @satyasenapati1992 2 роки тому +4

    Kotha bur bohut dhuniya koi koise,,,,,!!! Bohut vll lgil. Moiu vabi asu nijor eta bebokhai arombho koriboloi kin2 eku a vabi disition lobo nuaru dekhun.

  • @user-cn1nc9il6v
    @user-cn1nc9il6v 2 місяці тому

    Bohut vall lagise aponak karon aponi ajon educated manuh nice 🎉🎉🎉

  • @bijoyekka262
    @bijoyekka262 2 роки тому +2

    Tips of doing something rather than doing nothing. Proud of you.

  • @pabitrarabha7052
    @pabitrarabha7052 2 роки тому +1

    You're a role model for us. Looking gorgeous 😍. Keep it up. Gahori bepari aahile, Baideo 15 hajar buli kole , bepari ye dam nokomabo, bepariye 16 hajar di nibo. I'm sure.

  • @user-ze6kk4fm9e
    @user-ze6kk4fm9e 2 роки тому +3

    Congratulations bideu.... Go ahead.... U r ideal for unemployed women

  • @personalstorageonly9783
    @personalstorageonly9783 2 роки тому +18

    No matter education qualification, work is work, our hard and smart work is our lasting life

  • @babulrabha8519
    @babulrabha8519 2 роки тому

    Buhut val lagil baideur sinta dhara dekhi

  • @j.swargiari1323
    @j.swargiari1323 2 роки тому

    খুব ভাল লাগিল পৰিণীতা । তোমালৈ salute 🙏🥀

  • @amritphukon196
    @amritphukon196 2 роки тому

    অভিনন্দন পৰিনীতা শইকীয়া তোমালৈ ।

  • @babulsingha7742
    @babulsingha7742 2 роки тому

    Great person, Kintu dekhisu atiwaw bohute manokhikota kholoni koribo poranai, jidinakhon Axomor educated young khokole anedhoronor hardwork kori nijoke khonsthapon diyar logote anoku dibo paribo khaidina Axom dekhor vitorot ujoli uthibo buli akha koru.

  • @KrishnaDas-er3bc
    @KrishnaDas-er3bc 2 роки тому

    সুন্দৰ আগুৱাই যোৱা

  • @kulaborah6796
    @kulaborah6796 2 роки тому +1

    বৰ সুন্দৰ লাগিল ভন্টি, আৰু আগুৱাই যোৱা তুমি 👍

  • @akhilgogoi1869
    @akhilgogoi1869 2 роки тому

    Bhal lagil

  • @GK-bj6fh
    @GK-bj6fh 2 роки тому

    Bahut sundar kam korisa ba
    Nohole axom khon bahira rajyei eaibur ketrot aagosi aase
    Tumar pora baki bur nissoy kiba shikhib parib
    Jai aai axom

  • @Krishna-sl7xj
    @Krishna-sl7xj 2 роки тому +1

    Great job pori..best wishes to you.

  • @omprakashbora993
    @omprakashbora993 2 роки тому

    Mor falor aponak.... A big special thanks. And also I just say that God bless ur family n ur health.

  • @manjitborah191
    @manjitborah191 2 роки тому

    Thanks mem....apunar pora bohut hahokh palu

  • @bhairabisaikia2296
    @bhairabisaikia2296 2 роки тому +6

    Proud of you bow ❤️✨

  • @As12z
    @As12z 2 роки тому

    বহুত ভাল লাগিল আপোনাৰ কাম দেখি

  • @sushantaramchiary8343
    @sushantaramchiary8343 2 роки тому

    Bohot bhal lagil kothakhini huni baideo r

  • @user-bs1dp3cy8n
    @user-bs1dp3cy8n 2 роки тому +1

    সুন্দৰ পদক্ষেপ ভাল লাগিল ❤️❤️❤️

  • @rb3243
    @rb3243 2 роки тому

    সুন্দৰ আদৰণিয় প্ৰদক্ষেপ

  • @rosiloutha2351
    @rosiloutha2351 2 роки тому

    Good job sister I love farming🐷🐷happy famly life god bales you

  • @prafulladutta183
    @prafulladutta183 2 роки тому +2

    Sundor keep it up 👍

  • @ujjalassam895
    @ujjalassam895 2 роки тому +3

    Proud of you ma'am

  • @elbinewsmarakvlog3523
    @elbinewsmarakvlog3523 2 роки тому

    bohriya lagil apunar khotabur huni bhaideu moiu pig farm arombo kori asu ... thank you for your kind information.. from kamrup Boko

  • @rakeshrabha4663
    @rakeshrabha4663 2 роки тому

    Bahut vaal lagil

  • @chandanmurmu9009
    @chandanmurmu9009 2 роки тому +1

    Commerce mind...great work

  • @anilsaharia6829
    @anilsaharia6829 2 роки тому

    Thanks*medam*video 2 val lagil.

  • @prideplays1149
    @prideplays1149 2 роки тому +1

    Val lagile sai ,

  • @robinhazarika6750
    @robinhazarika6750 2 роки тому

    Bhanty..from Lucknow settled here since 40 yrs..keep it up..without patience rejult don't come...asirvad

  • @dipalidevisarmah1476
    @dipalidevisarmah1476 2 роки тому

    Great. May God bless you

  • @phuleswarrzbnc8003
    @phuleswarrzbnc8003 2 роки тому +2

    আৰু আগুৱাই যাওক ।

  • @jitulbarman1099
    @jitulbarman1099 2 роки тому +2

    God job

  • @laxmanpayeng2673
    @laxmanpayeng2673 2 роки тому

    বহুত ভাল লাগিছে আগুৱাই যোৱা বাইদেউ

  • @dhrubajyotiroy9338
    @dhrubajyotiroy9338 Рік тому

    বাইদেউ আপোনাৰ কথা শুনি বহুত ভাল লাগিছে, বাইদেউ মোৰো এখন ফাৰ্ম কৰিব মন আছে, এদিন হ'লেও কৰিম।

  • @jadumoniborah8575
    @jadumoniborah8575 2 роки тому

    Good val lagil dei vedio sai

  • @diyamjyotibordoloi9061
    @diyamjyotibordoloi9061 2 роки тому

    Mojaaa ba

  • @Moromi873
    @Moromi873 2 роки тому

    Bydew jonik bohut vall lagil

  • @dipaligogoi4193
    @dipaligogoi4193 2 роки тому

    Hundor aru aguwai juwa.

  • @joysimbor1728
    @joysimbor1728 2 роки тому

    Apunak dekhi mon2 agbahi goise

  • @lalitgogoi229
    @lalitgogoi229 2 роки тому

    Thanks to Parinata, go ahead.

  • @hemantaphukan2874
    @hemantaphukan2874 2 роки тому

    ভাল লাগিল চাই

  • @arupphukan6699
    @arupphukan6699 2 роки тому +2

    Very very good job

  • @aaitojibon8962
    @aaitojibon8962 2 роки тому

    Interesting story ...bhut vl lgil aito story ..

  • @ranjitsblogs6725
    @ranjitsblogs6725 2 роки тому

    inspiration for thousands

  • @pujakonwar3347
    @pujakonwar3347 2 роки тому

    Val lagil baidow apunar khta khini huni..

  • @ranjudevi5748
    @ranjudevi5748 2 роки тому +1

    From Barsola -God bless you

  • @mantudds2395
    @mantudds2395 2 роки тому

    Tumar kotha bor suni bohut uamod palo ,valei korisa uapuni ,Aru uagbarhi jowa

  • @zintu__barman7405
    @zintu__barman7405 2 роки тому +1

    ভাল লাগিল

  • @pratimgogoi454
    @pratimgogoi454 2 роки тому +1

    Great 👌👍

  • @niranjankumarray4301
    @niranjankumarray4301 2 роки тому

    Bhut dhuniya baa.apuni aru aguai jowa . good job.

  • @dipmili6265
    @dipmili6265 2 роки тому

    বাইদেউ আপোনাৰ কথাবোৰ শুনি ভাল লাগিল 😊

  • @bhaskarjnath3637
    @bhaskarjnath3637 2 роки тому +1

    Salute ma'am

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 2 роки тому

    I am really saluting you. Lots of love and respect to you.

  • @polashgohain8660
    @polashgohain8660 2 роки тому

    ভাল লাগিল বাইদেউ।

  • @roopamcreation4384
    @roopamcreation4384 2 роки тому +1

    Proud as a lady

  • @mb-hl1iq
    @mb-hl1iq 2 роки тому +3

    Atiau nagaland,arunchal, meghalay, Mizoram aibur statet punjab ,up r pora gahori bahut supply hoi kintu jodi amr axomor manuhe gahori farmot improved kori atiau north eastor bojar dokhol koribo paribo ....

  • @allinoneh8887
    @allinoneh8887 2 роки тому +1

    খুব ধুনীয়া বৰ্ণনা....... 👍👍

  • @suryabhengra1982
    @suryabhengra1982 2 роки тому

    very good steps👍👍

  • @dipankargohian6874
    @dipankargohian6874 2 роки тому +1

    Great job

  • @debajanisarma1673
    @debajanisarma1673 2 роки тому +3

    She is beautiful ❤️😍