পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ গৌৰৱ।

Поділитися
Вставка
  • Опубліковано 7 лип 2024
  • পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ গৌৰৱ। উন্নয়নৰ নামত ঠিকাদাৰক কাম দি নিৰ্বাচনৰ টকা উলিয়াইছে বিজেপিয়ে। সাধাৰণ জনতাৰ পৰা টেক্স , ফাইন লগাই কেৱল টকাবোৰ নষ্ট কৰিছে।
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 24

  • @hemantamahanta5578
    @hemantamahanta5578 21 день тому +5

    অসমত আইন শৃঙ্লা ভাঙি চুৰমাৰ হৈছে অসমত ।

  • @user-ti3nt4xt5w
    @user-ti3nt4xt5w 21 день тому +4

    Hosa koise Gouravea .

  • @DJ-tc6sq
    @DJ-tc6sq 21 день тому +2

    Right

  • @taidtriluchan
    @taidtriluchan 10 днів тому

    100%Right

  • @pgoswami5378
    @pgoswami5378 20 днів тому

    কাম কিন্তু হৈছে দেই। কাম কৰিলেতো ঠিকাদাৰে দুপইচা
    লাভ কৰিবই দিয়কচোন! ইও
    এটা ব্যৱসায়হে।

  • @SADAGARMILI
    @SADAGARMILI 18 днів тому

    👌👍👌👍👌✔️

  • @user-ju1dj9fd4j
    @user-ju1dj9fd4j 21 день тому +3

    Mukere nongoi kamere porisoi

  • @nripenborgohain201
    @nripenborgohain201 17 днів тому

    একদম সঁচাকথা চালিজাৰিহে গৌৰৱ গগৈয়ে নি’ভীক ভাৱে কৈছে ৷

  • @jayadass2681
    @jayadass2681 18 днів тому

    ঠিকাদাৰ সকলে ভালদৰে কাম যদি কৰিছে তেওঁ লোকে টকাৰ পাহাৰ বনাই কিদৰে ইয়াত চৰকাৰ চকু নপৰে কিয়?

  • @Manash.player.official
    @Manash.player.official 16 днів тому

    Gourov.gogoi.mundabad

  • @user-ju1dj9fd4j
    @user-ju1dj9fd4j 21 день тому +2

    Kam nai mukere bhuki take

  • @MakibarRahman-ze8ci
    @MakibarRahman-ze8ci 21 день тому

    Ok 1:43

  • @nirmolnath2591
    @nirmolnath2591 21 день тому +3

    পূৰ্বৰ চৰকাৰতকৈ বি জে পি চৰকাৰ অলপ উন্নত

  • @umeshkardong6116
    @umeshkardong6116 21 день тому +4

    কেৱল গৌৰৱৰ কথাবোৰ নকলে যেন চেনেল বিলাকৰ বাতৰি নাই। গৌৰৱ গগৈ বান পিৰিতক চাব অহা নাই। ইলেকচনৰ কেমপেইহে কৰিছে ,তেনে লাগে ।

    • @kumudbaruah2001
      @kumudbaruah2001 21 день тому +1

      এই সকলোবোৰ ডেনজাৰ অল্ড মেন জৰ্জ ছৰোচৰ কৃপা। বিজেপি চৰকাৰ আগৰ আৰু এতিয়াৰ ভঙাৰ কাৰণে ভাৰতবৰ্ষৰ মেডিয়া আৰু কংগ্রেস দলত বিশাল ফাণ্ডিং কৰিছে বুলি শুনিবলৈ পোৱা যায়। সেয়েহে এতিয়া অসমত গৌৰৱ গগৈ যত গৈছে। চৰকাৰ খনক আক্রমণ কৰিছে আৰু মেডিয়া বিলাকে প্রচাৰ কৰিছে যেন অসমত গৌৰৱ গগৈ ৰ বাদে একোৱেই বাতৰি নাই।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 14 днів тому

    BJP Sarkar kam nai go back

  • @bhabensahariah2984
    @bhabensahariah2984 21 день тому +3

    Congressi channel...

  • @user-jl9pg7nk5r
    @user-jl9pg7nk5r 21 день тому +2

    গৌৰৱ গগৈয়ে নিজে কি কৰিছে দেখাব লাগে ।মাহে 8500 টকা কেতিয়া দিব ।কামেৰে পৰিচয় দিয়ক ।

  • @kumudbaruah2001
    @kumudbaruah2001 21 день тому +3

    বালক বুদ্ধি গৌৰৱ গগৈ। বগিবিল দলংখন বনাবলৈ কিমান বছৰ লাগিছিল? লখিমপুৰ সমষ্টিৰ পৰা ৰানী নৰহ কেন্দ্রীয় মন্ত্রী, ডিব্ৰুগড়ৰ সমষ্টিৰ পৰা পৱন সিং ঘাটোৱাৰ কেন্দ্রীয় মন্ত্রী। মনমোহন সিং পধান মন্ত্রী। তেন্তে কিয় বিশ বাইচ বছৰ লাগিছিল। নৰেন্দ্ৰ মোডী ৰ দিনত হে দলংখন সম্পুর্ন হল। এইবিলাক কংগ্রেসী মদেলে ৰাইজক অমুৱালে। ৰাইজে কংগ্রেসক নাকচ কৰিছে। টিভি বুম বোৰৰ আগত ৰাজনীতি কৰি একো লাভ নাই।

  • @MintuMintuKutum-ke5bp
    @MintuMintuKutum-ke5bp 21 день тому

    Right

  • @arpitadutta9888
    @arpitadutta9888 21 день тому +6

    Right

  • @MakibarRahman-ze8ci
    @MakibarRahman-ze8ci 21 день тому

    Right