Borgeet | Xuno Xuno Re Xuro বৰগীত | শুন শুন ৰে সুৰ | শ্ৰীমন্ত শংকৰদেৱ

Поділитися
Вставка
  • Опубліковано 23 вер 2012
  • শুন শুন ৰে সুৰ
    বিৰচিত- মহাপুৰুষ শঙ্কৰদেৱ
    ৰাগ- আশোৱাৰী
    তাল- পতপৰিতাল
    ধ্ৰুং।। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
    নিশাচৰ নাশ নিদানা ।
    শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
    নিশাচৰ নাশ নিদানা ।
    ৰাম নাম যম সমৰক সাজিয়ে২
    সমদলে কয়লি পয়ানা।।
    শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
    নিশাচৰ নাশ নিদানা ।
    পদ।। ঠাট প্ৰকট পটু কৌটি কৌটি কপি
    গিৰি গড়গড় পদঘাৱে।
    ঠাট প্ৰকট পটু কৌটি কৌটি কপি
    গিৰি গড়গড় পদঘাৱে।
    বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি
    ধৰি ধৰি সমৰক ধাৱে।।
    হাট ঘাট বহু বাট বিয়াপি
    চৌগড়ে বেঢ়লি লঙ্কা।
    হাট ঘাট বহু বাট বিয়াপি
    চৌগড়ে বেঢ়লি লঙ্কা।
    গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন
    শ্ৰৱণে জনময় শঙ্কা।।
    ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ
    ৰাৱণ তুৱা পৰি ঝাম্পে।
    ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ
    ৰাৱণ তুৱা পৰি ঝাম্পে।
    সুৰ নৰ কিন্নৰ ফণধৰ থৰথৰ
    মহীধৰ তৰসি প্ৰকম্পে।।
    অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ
    জানকী শিৰত চড়াই।
    অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ
    জানকী শিৰত চড়াই।
    ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ
    শঙ্কৰ কহতু উপায়।।
    শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
    নিশাচৰ নাশ নিদানা ।
    নিশাচৰ নাশ নিদানা ।

КОМЕНТАРІ • 518

  • @deepjyotidas3840
    @deepjyotidas3840 7 років тому +149

    শ্ৰীমন্তশংকৰদেৱৰ আৰু মাধৱদেৱৰ অপূৰ্ব সৃষ্টি।।। আৰু জুবিন গাৰ্গ ৰ শুৱলা , মিঠা, যাদুকৰী কণ্ঠ।।। সুন্দৰ

    • @ankurjyotiborah2760
      @ankurjyotiborah2760 4 роки тому +5

      জয় গুৰু শংকৰ-মাধৱ

    • @sanatanhindu1970
      @sanatanhindu1970 Місяць тому +1

      কৃষ্ণ🙏🚩

    • @Ridipaxom
      @Ridipaxom 24 дні тому

      কৃষ্ণ জয় গুৰু শঙ্কৰ 🙏❤️

  • @Ridipaxom
    @Ridipaxom 2 місяці тому +4

    কৃষ্ণ জয় গুৰু শঙ্কৰ

  • @subhashishdey690
    @subhashishdey690 6 років тому +281

    ।। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
    নিশাচৰ নাশ নিদানা ।
    শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
    নিশাচৰ নাশ নিদানা ।
    ৰাম নাম যম সমৰক সাজিয়ে২
    সমদলে কয়লি পয়ানা।।
    শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
    নিশাচৰ নাশ নিদানা ।
    পদ।। ঠাট প্ৰকট পটু কৌটি কৌটি কপি
    গিৰি গড়গড় পদঘাৱে।
    ঠাট প্ৰকট পটু কৌটি কৌটি কপি
    গিৰি গড়গড় পদঘাৱে।
    বাৰিধি তীৰ তৰি কৰে গুৰুতৰ গিৰি
    ধৰি ধৰি সমৰক ধাৱে।।
    👏👏🎵🎵👏👏
    হাট ঘাট বহু বাট বিয়াপি
    চৌগড়ে বেঢ়লি লঙ্কা।
    হাট ঘাট বহু বাট বিয়াপি
    চৌগড়ে বেঢ়লি লঙ্কা।
    গুৰু ঘন ঘন ঘোষ ঘৰিষণ গৰ্জ্জন
    শ্ৰৱণে জনময় শঙ্কা।।
    👏👏🎵🎵👏👏
    ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ
    ৰাৱণ তুৱা পৰি ঝাম্পে।
    ধীৰ বীৰ সুৰ শেখৰ ৰাঘৱ
    ৰাৱণ তুৱা পৰি ঝাম্পে।
    সুৰ নৰ কিন্নৰ ফণধৰ থৰথৰ
    মহীধৰ তৰসি প্ৰকম্পে।।
    👏👏🎵🎵👏👏
    অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ
    জানকী শিৰত চড়াই।
    অন্ধ মুগুধ দশ স্কন্ধ পাপ বুধ
    জানকী শিৰত চড়াই।
    ৰঘুপতি পদ বৰ ধৰ ৰজনীচৰ
    শঙ্কৰ কহতু উপায়।।
    শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা
    নিশাচৰ নাশ নিদানা ।
    নিশাচৰ নাশ নিদানা । ২

  • @FooDisNecessary
    @FooDisNecessary 9 місяців тому +17

    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏

  • @rishikasaikia9336
    @rishikasaikia9336 5 років тому +25

    বৰগীতে এক আধ্যাত্মিক জগতলৈ লৈ যায় য'ত এক সুকীয়া অনামী সুখৰ সন্ধান পোৱা যায়

  • @surenbora6174
    @surenbora6174 6 років тому +12

    বৰগীততো অতিকৈ সুন্দৰ আৰু সুমধুৰ হোৱাৰ বাবে অন্তৰ ভৰি পৰিল।

  • @dimpiranisarma451
    @dimpiranisarma451 5 років тому +11

    জয় গুৰু শ্ংকৰ । তোমাৰ মহান সৃষ্টি চিৰযুগমীয়া হৈ ৰব ।

  • @rumidatto9911
    @rumidatto9911 3 роки тому +12

    ভাল লাগে ৰাতিপুৱা বৰগীত আৰু ভক্তি মূলক গিতে সোকলোৰে মন ভাল লগায় দিয়ে। মই শুনি বহুত ভাল পাওঁ ভক্তি গীত মোৰ শুনি আমনিয়ে নেলাগে। সুপ্রভাত জনাইছোঁ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Місяць тому +1

    সচাকৈ, বৰগীত ত এনে সুমধুৰ আৰু শুৱলা সুৰৰ ৰসেৰে গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক বৰগীত শুনাব বুলি খুবেই আশা কৰিলোঁ ভগৱানে আপোনাক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই

  • @suvendusaha9486
    @suvendusaha9486 3 роки тому +15

    অদ্ভুত সুন্দর গান। তন্ময় হয়ে শুনি।
    Love from Bangladesh

  • @madhabmalakar9147
    @madhabmalakar9147 6 років тому +108

    আমি অসমীয়া নহওঁ দুখীয়া, চহকী কৰি থৈ গৈছে, পুৰ্ব পুৰুষে, আমি যতনাই ৰাখিব লাগে। ধন্যবাদ

  • @jayantanath3294
    @jayantanath3294 7 років тому +131

    অসমৰ সৰ্বশ্ৰেষ্ঠ সংগীত।।

    • @ziensbordoloi9493
      @ziensbordoloi9493 5 років тому +2

      jayanta nath madhu mslati

    • @halibarboro7632
      @halibarboro7632 5 років тому

      Moi borgeet suni. bor vl lage nice song

    • @ankurjyotiborah2760
      @ankurjyotiborah2760 4 роки тому +2

      জয় গুৰু শংকৰ-মাধৱ। অসমীয়া হিচাপে আমি গৰ্বিত।

  • @gyanxagor3184
    @gyanxagor3184 3 роки тому +57

    গুৰুজনাৰ অপূৰ্ব সৃষ্টি আৰু জুবিনৰ নিমজ সুৰযু্ক্ত মিঠা কন্ঠ .....😍😍😍😍দেহ মন জুৰ পৰি গল ❤❤

  • @alliswell5369
    @alliswell5369 4 роки тому +44

    মোৰ দৰে lockdown t ৰাতিপুৱা বৰগীত শুনাৰ অভ্যাস কৰা কেইটাই like এটা মাৰি দিয়া ..❤😉😄

  • @dipankarbaruah8161
    @dipankarbaruah8161 2 роки тому +24

    Strong voice zubeen daaaaa💖💖💖💖 Lov u forever 🤩🤩🤩জীয়াই থকা যেন আমাৰ ভগৱান হৈ💖💖💖

  • @mathswithmoon
    @mathswithmoon 4 роки тому +21

    Our rich culture ❤️❤️❤️.
    Love from barpeta road.

  • @ritwikbarman2020
    @ritwikbarman2020 7 місяців тому +10

    JAI SHREE KRISHNA RAM🙏🙏🙏🙏🙏

  • @champakk8858
    @champakk8858 5 років тому +12

    অনন্য সুন্দৰ এই বৰগীত বোৰে আমাৰ অস্তিত্বক জীয়াই ৰাখিব ।

  • @DARKDEVIL-ce8gu
    @DARKDEVIL-ce8gu 8 місяців тому +8

    জয় গুৰু জনা জয় জুবিন দা । সুন্দৰ কণ্ঠ আপোনাৰ।

  • @mandirabordoloi5708
    @mandirabordoloi5708 22 дні тому +1

    জুবিন গাৰ্গে বৰগীত গাই থকা অৱস্থাত মানুহ জন দেখিবলৈ পালে ভাল পাও চাবলৈ ও বৰ মন যায় আজি কালি কিয় গাইথকানেদেখুৱাই ম ই যিহেতু কে বহুত ভাল পাও ❤❤❤❤❤❤

  • @manashidas4947
    @manashidas4947 5 років тому +17

    খুব সুন্দৰ এটা হৃদয়স্পৰ্শী বৰগীত।যিটো শুনা ৰ পিছত দেহ,মন আৰু আত্মা একত্ৰ হৈ পৰে।এনেকুৱা লগে যেন ভগবানক নিজৰ মাজতে বিচাৰি পাইছোঁ। সুন্দৰ........

    • @kishormali9687
      @kishormali9687 5 років тому +1

      শংকৰ-মাধৱৰ আলোক ছন্দেৰে সজ্জিত যুগান্তকাৰী স্পৰ্শকাতৰ বাণী..😊

  • @shankarpranbhuyan2278
    @shankarpranbhuyan2278 5 років тому +15

    জয় গুৰু শ‌‌ঙ্কৰ....জয় শ্ৰীকৃষ্ণ....🙏🙏🙏🙏🙏🙏🙏🙏...জয় শ্ৰীৰাম...!

  • @bikilovepriya7175
    @bikilovepriya7175 6 років тому +9

    সচাই পূৱাই এনেকোৱা সংগীত শুনিলে মনতো বহুত ভাল লাগি যায়

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 місяці тому +1

    বৰগীত টো শুনি ইমান ভাল পালোঁ যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,, ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে আপুনি গাই যাওক ইমান ভাল লাগিল,,,,,,

  • @devtubenortheast6557
    @devtubenortheast6557 7 років тому +62

    বৰগীতত সচাকৈ কি যে মধুৰ সুৰ , আত্মা চেছা পৰি যাই ! কৃষ্ণ হে বুলিচং………

    • @ankurjyotiborah2760
      @ankurjyotiborah2760 4 роки тому

      কৃষ্ণ, জয় গুৰু শংকৰ-মাধৱ।

  • @dh.7119
    @dh.7119 2 роки тому +7

    Wow
    Unbelievable voice
    The song is masterpiece

  • @arupkakati8270
    @arupkakati8270 7 років тому +17

    বৰগীত শুনিলে সকলো দুখ খং নাইকিয়া হৈ যায়।

  • @iladas3544
    @iladas3544 Рік тому +10

    Mur hokolut koi val lage bor gieet moi bhut val pau bor gieet 🙏🥰🥰 xuni bohut besi val palu xunile xuni thakibo mon jai 🥰🙏🙏🙏

  • @udeshnasahariah7480
    @udeshnasahariah7480 4 роки тому +5

    Peace of mind.
    One of my favourite Bargeet.

  • @pj.pranjalsaikiaofficial8487
    @pj.pranjalsaikiaofficial8487 5 місяців тому +5

    When u have lots of trouble in ur life and u want peace 🕊️ just listen to this masterpiece ❤ জয় গুৰু শংকৰ 😊

  • @introvert5779
    @introvert5779 2 роки тому +5

    ভাষা নাই💕😌😌😌

  • @runumi9613
    @runumi9613 4 роки тому +10

    Bohut val gan

  • @MrNamchoom
    @MrNamchoom 8 років тому +29

    I always try to listen to this borgeet in the morning and start my day.

  • @consultantrafic
    @consultantrafic 7 років тому +85

    only song which gives me pleasure in my heart, it boost my mind to scale up the ladder

  • @chandandeka3213
    @chandandeka3213 5 років тому +6

    beyond beautiful!!!! zubeen daa I am speechless really!!! so awesome one..🙏🙏🙏💖💖💖💖💖💖💖💖💖💖💖💖🙏🙏🙏🙏🙏🙏🌷🌷

  • @ankurjyotiborah2760
    @ankurjyotiborah2760 4 роки тому +5

    জয় গুৰু শংকৰ-মাধৱ।।

  • @chandannath5009
    @chandannath5009 9 років тому +14

    Much better than the original one. Dont know why people criticize the new improved version always.

  • @kanjitkaalita7699
    @kanjitkaalita7699 12 днів тому

    Nijoke boikutho purit thoka anubhab hoi ❤❤ Krishna 🙏🙏

  • @AMahanta-yq9sm
    @AMahanta-yq9sm Місяць тому

    Joi Jogot Guru Sankar dev 💗💗💗🙏🙏🙏🙏😌😌😌❤️❤️❤️

  • @loverose8740
    @loverose8740 5 років тому +1

    Borgeat khunila mnt bht khanti aha 🙏 krishna parvhu .... Assamese kori jonmo dea babe bht dhinobad tumk porvhu karon amar assomiya dhormo nisina kunu dhormota iman khorbo sastro nam , ghukha, kirton , borgeat ni amar assomiya sanskrti mohan sanskrite ...... Love u all assamese person 👍

  • @rahulhaloi8846
    @rahulhaloi8846 5 років тому +14

    অতি শুৱলা আৰু সুমধুৰ সংগীতেই হৈছে বৰগীত

  • @manashjyotihazarika2111
    @manashjyotihazarika2111 6 років тому +57

    একমাত্ৰ বৰগীত যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰামৰ ওপৰত ৰচিত কৰিছিল |

    • @devajitmahanta5740
      @devajitmahanta5740 5 років тому +2

      Good information.

    • @debchowdhury4467
      @debchowdhury4467 5 років тому

      Manashjyoti Hazarika

    • @devajitmahanta5740
      @devajitmahanta5740 5 років тому +8

      Manashjyoti Hazarika শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰথম বৰগীতটি আছিল .....
      " মন মেৰি ৰাম চৰণহি লাগু ...."।

    • @hirokjyotigogoi347
      @hirokjyotigogoi347 5 років тому +1

      Hoi nki..??

  • @layanhazarika4480
    @layanhazarika4480 7 років тому +15

    I am regular listener of Borgeet in early morning ,it is heart touching.

  • @angkurdas3963
    @angkurdas3963 5 років тому +12

    সুন্দৰ সংগীত
    যি জুবিন দাৰ কন্ঠত আৰু সুন্দৰ হৈ পৰিছে....

  • @niharkantibiswas1408
    @niharkantibiswas1408 2 роки тому +10

    guru dujonar Borgit xirot raxisu ....joi guru xankar 🙏✨🤍🪔😌

  • @madhumitasharma9477
    @madhumitasharma9477 7 років тому +8

    borgeet...peace of mind

  • @devabratbaruah3172
    @devabratbaruah3172 5 років тому +9

    Heartouching simply stunning

  • @DreamDevid
    @DreamDevid 9 років тому +27

    heart touching borgeet.....we love it too much

  • @layanhazarika4480
    @layanhazarika4480 7 років тому +15

    I have seen Borgeet vdo by Jubin Garg acted by Jatin Bora and Gayati Mahanta more than 100 times,very much enjoyable and entertaining ,my gratitude goes to those who upload it in Y tube.thanks a lot and expecting more vdo in future,god bless you.

  • @BorahFlex
    @BorahFlex Рік тому

    Mon beya lagile hunu... Bhal hoi jai...

  • @pratishruti6708
    @pratishruti6708 6 років тому +4

    Nice borgeet

  • @diptanusarkar5421
    @diptanusarkar5421 7 років тому +1

    xosake kobologiya hole borgeet xuna matri mon tu akku refresh hoi jai

  • @princydevi9154
    @princydevi9154 7 років тому +48

    song is breathtaking. ...vry nice

  • @Suruj_Melodicbliss
    @Suruj_Melodicbliss 8 років тому +26

    it's really heart touching...bohut val lagil

  • @barashasaikia6923
    @barashasaikia6923 2 роки тому +13

    ❤️ বৰগীত শুনি বহুত ভাল লাগে😊

  • @lalitadeka9006
    @lalitadeka9006 5 років тому +2

    My favourite borgeet

  • @irshadaziz9387
    @irshadaziz9387 7 років тому +32

    my all time favourite

  • @rebobora247
    @rebobora247 5 років тому +1

    bohut val laga.

  • @mukuldas5713
    @mukuldas5713 6 років тому +6

    Dhuniya borgeet hosakoi mon val lagi gol huni 😄😄😄

  • @swagatgogoi3511
    @swagatgogoi3511 7 років тому +4

    It's gives pleasure to my heart

  • @pranjalhira2273
    @pranjalhira2273 4 роки тому +1

    জুবিন দাদা আপোনাৰ গান খুনি কিবা এটা ভাল লাগে

  • @ganeshdas8443
    @ganeshdas8443 7 років тому +1

    jay guru sankar . ..beutiful song

  • @diptideka1338
    @diptideka1338 5 років тому +4

    I love this borgeet. I like to sing.

  • @niranjangogoi2084
    @niranjangogoi2084 8 років тому +39

    joi guru honkor..krishna ram

  • @rajanikowar4013
    @rajanikowar4013 6 років тому +5

    hosakoi bhal lage

  • @Prabhashfans2024
    @Prabhashfans2024 5 місяців тому +6

    2024 r Feb r 22 r Thu t kun e kun e Mor dore Rati Puwa 7 baja t Hori Naam Xuni Asa Zubeen Da r konthot 🥰

  • @studylover3176
    @studylover3176 5 років тому +2

    Love song

  • @brainscrambledeggnothinkin3897
    @brainscrambledeggnothinkin3897 5 років тому +18

    Anyone fighting with depression and anxiety just listen to it once. It helps s lot to relax and calm down. Joi Aai Axom. Joi Guru Smritanta Sankardev 🙏

  • @trippyturns
    @trippyturns 8 років тому +4

    Joi Guru Xonkor

  • @abhisnehasarmah7338
    @abhisnehasarmah7338 6 років тому +3

    joi jogoto guru shanker dev❤

  • @drsaradindudas5859
    @drsaradindudas5859 6 років тому +5

    Beautiful heart touching

  • @basantakonwar9112
    @basantakonwar9112 4 роки тому +1

    🙏🏻🙏🏻🙏🏻🙏🏻Pranam.....Krishna......

  • @greenvaley07
    @greenvaley07 8 років тому +7

    mind blowing melody...

  • @Siba_Mahanta
    @Siba_Mahanta 5 років тому

    গুৰু দুজনাৰ বৰগীত সমূহ বহুত বহুত বহুত শুবালা

  • @priyankaping3052
    @priyankaping3052 6 років тому +1

    Hiya juroya gaan.. Love it

  • @dhimantaroy5445
    @dhimantaroy5445 8 місяців тому +4

    অতি সুন্দৰ

  • @miabhijit1437
    @miabhijit1437 5 місяців тому

    mon tu beya lagi thaki aibor geete mon tuk hotej kori tule gurujonr apurbo sristi .....

  • @ahidulbarpetian6911
    @ahidulbarpetian6911 10 місяців тому

    গুজৰাটৰ পৰা অসমলৈ গৈ আছোঁ এই বৰগীত শুনি শুনি.......
    কিমান যে ভাল লাগি আছে ভাষাৰে বুজাব নোৱাৰি

  • @chitradas4893
    @chitradas4893 3 місяці тому +1

    Aagat bohut suniso vaal lage

  • @jishukathar178
    @jishukathar178 5 років тому

    Borgeet xokakoi bohut dhuniya xunibo loi.....ami new generation e xunibo lage.
    Aru gabo lage

  • @assameseshows6020
    @assameseshows6020 6 років тому +3

    Zubeen da always best
    Love u

  • @bidyutdaimari9606
    @bidyutdaimari9606 7 років тому +3

    Borgeet gives pleasure and energy in my mind

  • @avilashborah1776
    @avilashborah1776 6 років тому +3

    Good my love song

  • @madhavkonwar6500
    @madhavkonwar6500 7 років тому +2

    Joi guru Shankar Madhab..

  • @amritmandal8730
    @amritmandal8730 5 років тому +1

    Khub val lage

  • @layanhazarika4480
    @layanhazarika4480 Рік тому +3

    Expecting more Borgeet from Yong generation heart through Jubin Garg voice.[Spouth Ridge down town ,Dubai]

  • @pankajbaruah674
    @pankajbaruah674 7 місяців тому +3

    Krishna joy guru Sankar🙏🙏😊

  • @dimpiranisarma451
    @dimpiranisarma451 5 років тому

    Joy Guru Sankar.Borgeet bur asamiyar oti adoror.Joy Sri Krishna

  • @nilamsharma9053
    @nilamsharma9053 Рік тому +1

    Asom r Gaurav , asom r pran Mahapurush Srimanta Shankardev.
    Ajir asomiya I jate nijor jati tuk gaurabannito koribo pora kam kore,
    Jitu ajikali dekhiboi pua najai .

  • @sanjuktadihingia6508
    @sanjuktadihingia6508 7 років тому +10

    My fav borgeet

  • @pallabidevi7924
    @pallabidevi7924 7 років тому +4

    very nice Song

  • @mintukalita7954
    @mintukalita7954 2 роки тому +5

    500 year old song,🙏 ❤❤

  • @studylover3176
    @studylover3176 6 років тому +5

    Soo sweet

  • @binitadutta3121
    @binitadutta3121 Рік тому

    Jai shree krishna....

  • @sudipdas-kq5nj
    @sudipdas-kq5nj 7 років тому +7

    কৃষ্ণ

  • @bikashkonch6117
    @bikashkonch6117 7 років тому +7

    joy krishna

  • @deepjyotidas3840
    @deepjyotidas3840 6 років тому

    অসমৰ সৰ্ব শ্ৰেষ্ঠ সংগীত

  • @studylover3176
    @studylover3176 4 роки тому +2

    It gives me pleasure

  • @ankurjyotiborah2760
    @ankurjyotiborah2760 4 роки тому +1

    জয় গুৰু শংকৰ-মাধৱ

  • @tafikurrahman3248
    @tafikurrahman3248 5 років тому +5

    Mind blowing song..