শংকৰদেৱে বৰপেটা সত্ৰ স্থাপন হোৱা ঠাইত কেনেদৰে প্ৰৱেশ কৰিছিল? কৈছে হেমেন বুঢ়া ভকতে।

Поділитися
Вставка
  • Опубліковано 4 вер 2024
  • বৰপেটা সত্ৰৰ একেবাৰে আৰম্ভণিৰ সকলো কথা ll হৰিজান নৈৰে ভটিয়াই কোনটো প্ৰৱেশ পথেৰে আহিছিল মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ ছয়কুৰি ভক্ত? কিয় স্থাপন কৰিলে সত্ৰ? সকলো বিৱৰি কৈছে বৰপেটা সত্ৰৰ হেমেন বুঢ়া ভকতে
    (হেমেন বুঢ়া ভকত ওৰফে হেমেন দাস এগৰাকী উদাসীন ভকত। নিয়ম-নীতিয়েই তেওঁৰ জীৱনৰ শেষ কথা। ১৪ বছৰ বয়সতে জীৱনৰ মায়া-মোহ ত্যাগ কৰি হেমেন দাসে সত্ৰৰ সেৱাত উৎসৰ্গিত কৰিছে জীৱনৰ অমূল্য সময়। সদা হাস্যময়ী এনে ব্যক্তিত্ব আজিৰ সমাজত সঁচাকৈয়ে বিৰল)

КОМЕНТАРІ • 13

  • @sabitrimedhi6564
    @sabitrimedhi6564 9 місяців тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @balendas5827
    @balendas5827 10 місяців тому

    কৃষ্ণ কৃষ্ণ।

  • @user-dx3fd7xh2n
    @user-dx3fd7xh2n 3 роки тому +4

    কৃষ্ণ 🙏🙏

  • @kamruptourism4992
    @kamruptourism4992 Рік тому +1

    তত্ত্ব আৰু ভকতিৰ মিতমাতেই আধ্যাত্মিকতা

  • @lord122
    @lord122 3 роки тому +5

    দাদা আপোনাৰ ভিদিঅৰ views নাহে কিয় Tag কৰিব চোন

    • @krishnakakaty2624
      @krishnakakaty2624 2 роки тому +1

      Krishna Krishna provu bohut val. Lagi

    • @krishnakakaty2624
      @krishnakakaty2624 2 роки тому +1

      Provu jonaly. Avagi amar. Proxno nam. Gor aru moni kut ake dixit thakibo. Lagene. ? Uttortu ketiya pam

  • @tultulmahanta584
    @tultulmahanta584 2 роки тому

    কৃষ্ণ।।

  • @bhupenchandrahazarika1583
    @bhupenchandrahazarika1583 2 роки тому

    🙏🙏🏻🙏🙏🏻🙏

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 Рік тому

    মাধৱ মহাপূৰুষে এই সত্ৰ ভাগ সজালে।