'ৰেন মৌ'ত আইচেংফাৰ স'তে বিশিষ্ট জনপ্রিয় অভিনেত্রী জেৰিফা ৱাহিদ

Поділитися
Вставка
  • Опубліковано 29 січ 2025

КОМЕНТАРІ • 659

  • @kankanakeot4947
    @kankanakeot4947 6 місяців тому +44

    জেৰিফা বাৰ মনটো পৰিষ্কাৰ কাৰণে কথাবোৰ সুন্দৰ আচলতে.... ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ জীৱনলৈ যাতে কেতিয়াও দুষ আহিবলৈ নিদিয়ে ঈশ্বৰে.... কেৱল সুখ সমৃদ্ধিৰে ভৰি পৰক আপোনাৰ জীৱন......আপুনি কোৱাৰ দৰেই সঁচাকৈ আপুনি আজীৱন প্ৰিয় হৈ থাকিব আমাৰ মাজত, কেৱল প্ৰিয় অভিনেত্ৰী হিচাপেই নহয় ! এটা আদৰ্শবান সত্তা হিচাপেও ।

  • @manalisharoychoudhury8443
    @manalisharoychoudhury8443 6 місяців тому +104

    জেৰিফা ৱাহিদ ৰ সুন্দৰ আৰু স্পষ্ট কথাবোৰ শুনি বৰ ভাল লাগিল। নিকা সমাজ এখন গঢ়াত তেওঁলোকৰ অৱদান ৰ নিশ্চয় প্ৰয়োজন আছে।

  • @himasribora35
    @himasribora35 6 місяців тому +66

    তেখেতৰ প্ৰতিটো কথাই অন্তৰ চুই গ'ল মোৰ আজি।।ভালে থাকক সদায় আৰু নেদেখাজনে শক্তি দিয়ক আপোনাক এনেকৈ আগুৱাই যাবলৈ🙏🏻🫰🏻💐

  • @deepdeka1008
    @deepdeka1008 4 місяці тому +5

    Natural actress. . Real achievements.. legendary movies. . .

  • @pratikshyaborah
    @pratikshyaborah 6 місяців тому +36

    অধ্যয়নপুষ্ট, মেধাৱী, নিৰ্ভীক, স্পষ্টবাদী লগতে ধুনীয়াও -- জেৰিফা বাইদেউৰ পূৰ্বৰ ইন্টাৰভিউ বিলাক চালেও ব্যতিক্ৰমী কিবা এটা বিচাৰি পাওঁ। এই অনুষ্ঠানটোৱে মানুহগৰাকীক আৰু অলপ জনাত সুবিধা কৰি দিলে। তাৰ বাবে ইমান সুন্দৰ অনুষ্ঠান এটা চলাই নিয়াৰ বাবে আইচেংফা বাকো আন্তৰিক ধন্যবাদ।

  • @rekhapathak9882
    @rekhapathak9882 9 днів тому

    বৰ ভাল লাগিল। জেৰিফা ওৱাহিদক একেবাৰেই ওচৰৰ পৰা লগ পাইছোঁ বহত ভাল লাগে। ভগৱানে তেখেতৰ মঙ্গল কৰক ।

  • @manojkalita6042
    @manojkalita6042 5 місяців тому +4

    সুন্দৰ।
    এটা অনুৰোধ। ভবেন্দ্ৰ নাথ শইকীয়া ছাৰৰ যিকোনো আত্মীয়, তেওঁৰ ছোৱালী, তেঁওৰ কোনো বন্ধু বা তেওঁৰ লগত কাম কৰা কোনো মানুহৰ লগত interview eta কৰিব পাৰি নেকি। বহুত বহুত জানিব আছে তেঁওৰ বিষয়ে।

  • @ilabora7943
    @ilabora7943 6 місяців тому +3

    জেৰিফা ৱাহিদক দেখি ভাল লাগিছিল, ধুনীয়া দেখিবলৈ। কিন্তু আজি এই অনস্থানটো আছল মানহগৰাকীৰ বিষয়ে জানিব পাৰিলো। বহুত ভাল লাগিল আপোন আপোন লাগিল ,মৰম লাগিল ।সকলো পকাৰ মঙ্গল কামনা কৰিলোঁ ।

  • @Rose-ps8fj
    @Rose-ps8fj 6 місяців тому +12

    Interview লোৱা গৰাকীৰ যে কথা বোৰ প্ৰশ্ন বোৰ ইমান গম্ভীৰ ইমান ধুনীয়া❤

  • @romakantogogoi1883
    @romakantogogoi1883 Місяць тому

    Video t comment khub kom likhu kintu aji ai interview tur kotha khini tar subject , questions ❓ khini eman hart touching tar logote answer bur tu koboi nalage ❤
    আজি এই বাৰ্তা লাপত নিগৰি আছে
    দুগৰাকী হৃদয় স্পৰ্শী সত্ত্বাৰ
    কথোপকথন।
    বাৰ্তালাপ টো চাই মনত উনুকিয়াই থকা কিছু অনুভৱ। সকলো লৈ মৰম ❤❤

  • @nayanmonidutta7369
    @nayanmonidutta7369 6 місяців тому +11

    ইমান স্পষ্টবাদী, সৰল মনৰ অধিকাৰী জেৰিফা বা জনীৰ কথাবোৰে বুকুৰ কোনোবাখিনিত চুই গ'ল❤ ভালে থাকক সদায়☺️

  • @teenaboruah2075
    @teenaboruah2075 5 місяців тому +3

    Omg truly inspiring ❤literally soku pani ulai goise ekdm 🥹 emn confident and strong,, khub besi val lagil whole podcast tu sai pine ,, hikibo loga kotha emn khini ase 🥹

  • @ila-s6s
    @ila-s6s 6 місяців тому +20

    বাৰে বাৰে প্ৰেমত পৰিব পৰা এটি ব্যক্তিসত্ত্বা - জেৰিফা ৱাহিদ! আপোনাৰ সৰলতা, স্পষ্টতা আৰু অনুভৱী বাৰ্তালাপৰ জবাব নাই।❤🌻

  • @AnkurJoyti123
    @AnkurJoyti123 6 місяців тому +39

    অসমৰ আটাইতকৈ ধুনীয়া দেখা অভিনেত্ৰী দুগৰাকী হৈছে জেৰিফা বা আৰু মৃদুলা বা❤️। বহুত বেছি প্ৰিয় জেৰিফা বা আৰু মৃদুলা বা❤️

  • @babitadeka8849
    @babitadeka8849 6 місяців тому +12

    একদম প্ৰথমৰ পৰা শেষলৈকে চালো অনুস্থানটো বৰ ভাল লাগিল। দুয়োগৰাকী মোৰ খুবেই প্ৰিয় ❤

  • @mercydowari3784
    @mercydowari3784 6 місяців тому +12

    খুউৱ ভাল লাগিল,,, ইমান সময় কেনেকৈ গ'ল সচাঁকৈয়ে গম নাপালো,, জেৰিফা বা ৰ বিষয়ে আগতে ইমানবোৰ কথা কেতিয়াও জনা নাছিলোঁ,,আগৰ পৰা তেওঁক এগৰাকী অভিনেত্ৰী হিচাপেহে ভাল পাই আহিছিলো,, তেওঁৰ পৰা আমাৰ শিকিব লগীয়া বহুত খিনি কথা আছে‌,,,তেওঁৰ যি স্পষ্টতা আৰু সৰলতাৰ মনোভাৱক সচাঁকৈয়ে সন্মান কৰাৰ লগতে সলাগিব লগীয়া,, তেওঁ সদায় আমাৰ আৰ্দশ হৈ ৰওক,, তেওঁলৈ বহুতো মৰম আৰু শুভকামনা,,❤️❤️

  • @nibeditakalita3980
    @nibeditakalita3980 6 місяців тому +10

    গোটেই অনুষ্ঠানটো অকণমানো বিৰতি নোলোৱাকৈ চালো । কাদম্বৰী , অগ্নিসাক্ষী , দেউতা দিয়া বিদায়ৰ দৰে সহজ সৰল আঁকি যোৱা ছবি কেইখন আজি ওচৰতে চোৱা যেন লাগিলে । আপোনাৰ পৰা সাহস বহুত শিকিব লগা আছে বা কুশলে থাকক । লগতে মৰমৰ কথাৰে নদী বোৱাই দিয়া আইচেংফা বা জনীলৈ ও মৰম । ❤❤❤

  • @kalpanahazarika311
    @kalpanahazarika311 5 місяців тому +2

    জেৰিফা তোমাক দেখি আৰু মনোভাৱ জানি নঠৈ গৰবীত সইছো , কিছু অভাৱ ৰ অনুভুতি খিনি আমিওঁ অনুভৱ কৰিছোঁ , সুস্ঠ চিন্তা ধাৰাৰে বলিস্ঠ মনোভাবেৰে আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলো৷

  • @nripenborah1612
    @nripenborah1612 6 місяців тому +3

    বহুত ভাল লাগিল।সুন্দৰ মনৰ অধিকাৰী। কিবা এটা শিকিব লগীয়া কথা কৈ গৈছে।।

  • @mritunjoys6579
    @mritunjoys6579 6 місяців тому +10

    Bohut besi highly intellectual personality..
    Khubei besi Down to earth .
    Bohut bhal lagil.

  • @apurbadeka6823
    @apurbadeka6823 5 місяців тому +3

    এগৰাকী সুন্দৰ ব্যক্তিত্বৰ অভিনেত্ৰী ❤

  • @aparajitasarmabaruah8986
    @aparajitasarmabaruah8986 6 місяців тому +15

    আজিলৈকে ইমান স্পষ্ট কথা কেতিয়াও শুনা নাই।। শুনিলে শুনি থাকিব পৰা কথা।। ধন্যবাদ ৰেন মৌ

  • @swarnabhajani6884
    @swarnabhajani6884 6 місяців тому +2

    সমাজ বাস্তৱৰ সুন্দৰ নিৰীক্ষণ আৰু বিশ্লেষণ ফুটি উঠিছে জেৰিফা ৱাহিদৰ কথাত
    শুভেচ্ছা জনালোঁ‌ শুভ দিনৰ বাবে।

  • @DiSaTLC
    @DiSaTLC 4 місяці тому

    Premot thog khua aru prem t thog dia keitar kenekua lagise kotha bur xuni..!!
    Ultimate dhuniya kotha koise ajir podcast tut❤

  • @joshi3116
    @joshi3116 6 місяців тому +1

    খুব relate কৰিব পাৰিছো জেৰিফাবাৰ সৈতে। খুব স্পষ্টবাদী আপুনি। জীৱনৰ বিষয়ে বহুকেইটা দৃষ্টিভংগী আপোনাৰ পৰা জানিব পাৰিছো ।‌খুব ভাল লাগিল আপোনাৰ কথাবোৰ।

  • @tulikatalukdar630
    @tulikatalukdar630 6 місяців тому +7

    আয়ো ইমান মৰম লগা কথা,শুনিলে যেন শুনি থাকিম । বহুত বহুত মৰম তোমালৈ বা ,ভালে থকা সদায় ❤

  • @bandanatalukdar941
    @bandanatalukdar941 6 місяців тому +9

    Kotha khini e mon sui gol baa...apuni bahut nijok hokti hali kori rakhibo sesta korise...khub vl..nedekha jone apunk aguai juat aru hokti diok baa...lv u❤❤

  • @jurikalita1502
    @jurikalita1502 6 місяців тому +7

    ইমান সুন্দৰ এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছো

  • @dhirumani9340
    @dhirumani9340 6 місяців тому +4

    দুয়ো গৰাকীৰ ব্যক্তিত্ব সচাকৈ প্ৰসংশনীয় ❤❤❤ Interview লোৱা গৰাকীৰয়ো সুন্দৰ কথনভংগী আৰু দিয়া গৰাকীৰ তোহ কথাই সুকীয়া ৷ খুব সুন্দৰ interview ❤❤❤❤

  • @jyotikadekamusicworld3003
    @jyotikadekamusicworld3003 6 місяців тому +8

    জেৰিফা বাৰ কথাবোৰ বৰ ভাল লাগিল একেবাৰে শেষৰলৈকে চালোঁ ৷ অভিনয়ৰ লগতে জীৱনটোও খুুউব সুন্দৰকৈ আত্মউপলব্ধি কৰিব পৰাৰ কাৰণেই কথাবোৰ অতি সাৱলীল লাগিল ৷

  • @rikumoniborkakoty4969
    @rikumoniborkakoty4969 5 місяців тому +1

    চাই বহুত ভাল লাগিল , কুশল কামনা কৰিলো, মন ভৰি সুখী হওক 🙏🙏।
    মাৰ পিত কৰা চিনেমা বোৰ দেখিলে মইও কওঁ যে আমাৰ মানুহ কেতিয়া এনেকুৱা আছিল !!

  • @ankumanichoudhury7798
    @ankumanichoudhury7798 4 місяці тому +1

    Bar cinema saisilu bak bhut val lagisil ...aji ai show 2r dara ba r spastabadi ktha bur khuni val lagil..

  • @Kaushik632
    @Kaushik632 6 місяців тому +91

    জেৰিফা বাক চিনেমা ত চাবলৈ কোনে কোনে বিচাৰে?
    লাইক কৰিব।👍👍👍👍

  • @krishnarani1180
    @krishnarani1180 6 місяців тому +14

    Not only a legendary Assamese actress, she is a graceful lady. Really loved the conversation 🫰

  • @MurssanaBorah
    @MurssanaBorah 6 місяців тому +5

    সচাকৈয়ে খুব ভাল লাগিল। মূল্যবোধ আজিৰ সময়ত হেৰাই গৈছে তথাপিও প্ৰয়োজনীয় কথাবোৰে অন্তৰ চুই গ'ল।

  • @TOP5-c2g6n
    @TOP5-c2g6n 6 місяців тому +8

    Salute..Baa.. tumak.Ajir generation k apunar dore voice eta laage.

  • @Astrologer-Pranab-Kr-Sarmah67
    @Astrologer-Pranab-Kr-Sarmah67 6 місяців тому +1

    জেৰিফা ওৱাহিদৰ সহজ সৰল কথাবোৰ শুনি বৰ ভাল লাগিল। তেওঁৰ অভিনয় চাই ভাল পাইছিলো। তেওঁৰ জীৱনৰ একাকিত্বৰ বিষয়ে জানি বৰ দুখ লাগিল। তেওঁৰ কথাৰ পৰা প্ৰকৃত জেৰিফা জনীক যেন আজি ভালদৰে বুজি পালোঁ। তেওঁক সততাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ঈশ্বৰে শক্তি প্ৰদান কৰক।

  • @r.hazarika9231
    @r.hazarika9231 5 місяців тому +1

    জেৰিফা এগৰাকী স্পষ্টভাবে সকলো কথা ইমান সুন্দৰ কৈ বুজাই দিছে। বহুত ভাল লাগিল। তেওঁৰ অভিনয় বহুত ভাল পাওঁ।❤❤❤

  • @hirennath2081
    @hirennath2081 6 місяців тому +1

    সুন্দৰ এটা অনুষ্ঠান। আপোনালোকৰ দুই গৰাকী ব্যক্তিত্ব সঁচাই বৰ সুন্দৰ। মই skip নকৰাকৈ অনুষ্ঠান চাইছিছো।

  • @kaverigogoi7726
    @kaverigogoi7726 6 місяців тому +7

    The best polite actress of her generation.....loved it to the core....Wishes to Jerifa and Jatra..

  • @manuwarahazarika3020
    @manuwarahazarika3020 6 місяців тому +3

    জেৰিফা বাৰ সুন্দৰ সুন্দৰ গঠন মূলক কথাবোৰে মোৰ মনটো একেবাৰে ভৰপূৰ কৰি তুলিলে। সুন্দৰ আৰু নিভাজ মনৰ মানুহবোৰেহে সুন্দৰ সুন্দৰ কথা কব জানে। বহুত ভাল লাগিল কথোপকথন খিনি। সদায় হাহিৰে জীৱনটো আগুৱাই লৈ যাওক। দোৱা কৰিছোঁ ।আপুনি অকলশৰীয়া নহয় বা।❤❤। মৰিগাঁও।

  • @ajantakalitasingha8581
    @ajantakalitasingha8581 5 місяців тому +1

    Bohut bhal lagile dei podcast tu..She is very straightforward and very clear of thoughts..really inspiring

  • @himanjolibaruah8551
    @himanjolibaruah8551 4 місяці тому +1

    খুব ভাললগা। দুই গৰাকীয়ে প্ৰিয় নাৰী।❤

  • @himuspraggya8469
    @himuspraggya8469 6 місяців тому +1

    Bahut val lagil.......Val manuh akalsaria nahay ...
    Nedekhajan teor lagat thake .ba .....have a grt future .aru jatra r aisengfa ba apunar bhasa sawalil aru spasta .

  • @rashmirekhasaikia160
    @rashmirekhasaikia160 6 місяців тому +1

    ইমান ভাল লগা ব্যক্তিত্ব।তেওঁৰ পৰা দৰ্শকে বহু আশা কৰে।বহুত মৰম আৰু শুভেচ্ছা থাকিল এই শক্তিশালী ব্যক্তিত্বৰ গৰাকীলৈ❤️🙏

  • @bobitaborah1356
    @bobitaborah1356 6 місяців тому +1

    বহুত ভাল লাগিল অনুস্থানটি চাই । সদায় এনে দৰেই সকলোকে আনন্দ দি থাকিব ।

  • @parishmitaozahnew1447
    @parishmitaozahnew1447 6 місяців тому +5

    সাক্ষাৎকাৰটো আৰু দীঘলীয়া হোৱা হ’লে ভাল আছিল। যুক্তিপূৰ্ণ কথাখিনি শুনি বৰ ভাল লাগিল আৰু আইচেংফা বাৰ দৰে কৌশলপূৰ্ণভাৱে কোনেও প্ৰশ্ন সুধিব নোৱাৰে ❤ সুস্থ ৰুচিবোধসম্পন্ন তেওঁৰ অতিথিসকল ❤

  • @utpalakalitabharali755
    @utpalakalitabharali755 5 місяців тому +1

    বহুত ভাল লাগিল বা।

  • @KarabiBarmanKalita
    @KarabiBarmanKalita 6 місяців тому +3

    খুৱ সাহসী , স্পষ্টবাদী ,অনুভৱী মনৰ মৰমৰ অভিনেত্ৰীগৰাকী । ভাল লাগিল ।

  • @rekhagogoi322
    @rekhagogoi322 6 місяців тому +4

    আইচেংফা তোমাৰ এই অনুষ্ঠানটো মই প্ৰায়ে চাওঁ বহুত ভাল লাগে আজিও ভাল লাগিল 🎉🎉🎉।

  • @bindassjibon5756
    @bindassjibon5756 5 місяців тому +1

    Bahut dhunia kotha koise jerifa wahid actress ae... moiu vabu 👍

  • @himadrigogoi2242
    @himadrigogoi2242 6 місяців тому +3

    বহুত ভাল লাগিল । সৰুৰে পৰা দেখা জেৰিফা ৱাহিদ নামৰ অভিনেত্ৰী গৰাকীৰ ব্যক্তিসত্বাক মই সন্মান জনাইছো🎉🙏 ঈশ্বৰে তেখেতক সদায় এনেকৈ সুন্দৰ মনৰ অধিকাৰী কৰি ৰাখক🙏🎉🎉🥰

  • @DulumoniDekaBaro
    @DulumoniDekaBaro 6 місяців тому +6

    Iman je Val lgl jerifa bar video 2 Sai.... akou anibasn jerifa bak...

  • @diptigogoi599
    @diptigogoi599 5 місяців тому +1

    বৰ ভাল লাগিল। প্ৰথমৰ পৰা শেষলৈ চালো।

  • @monicadutta8017
    @monicadutta8017 6 місяців тому +1

    খুউব ভাল লাগিল।

  • @MurssanaBorah
    @MurssanaBorah 6 місяців тому +4

    সচাকৈয়ে খুব ভাল লাগিল। মূল্যবোধ আজিৰ সময়ত হেৰাই গৈছে তথাপিও প্ৰয়োজনীয় কথাবোৰে অন্তৰ চুই গ'ল। 1:49:23

  • @yutikagogoiburhagohain8765
    @yutikagogoiburhagohain8765 6 місяців тому +2

    দুয়োগৰাকীৰ মাজত যথেষ্ট মনৰ,আদৰ্শৰ মিল থকা যেন লাগিল। কেইবাবাৰো চালোঁ। অত্যন্ত ভাল লগা এটি অনুষ্ঠান।

  • @Assamesepathsala
    @Assamesepathsala 6 місяців тому +1

    ইমান ভাল লাগিল কথাখিনি।চবেই এনেকে ভাবিব পাৰিলে পৃথিৱীখন কিমান সুন্দৰ হ'ল হৈ

  • @MitaliM-d9y
    @MitaliM-d9y 4 місяці тому +1

    Ajir interview sai bhut bhut val lagile.......lagote interview luwa baa jonik o moi bhut bhut val pao....adin please 🙏 parile baa jonir nijar interview bisarisilo...

  • @MAK_M68
    @MAK_M68 5 місяців тому +1

    প্ৰথম বাৰ যাত্ৰাট কোনো কটা কতি নকৰাকৈ কথা বাৰ্তা চালোঁ জেৰিফা বাৰ জীবনৰ কথা নহয় জেৰিফা বাৰ পৰা শিকিবলৈ বহুত পালোঁ ধন্যবাদ বা আইছেং ফা বা আপুনি জেৰিফা বাৰ পৰা বহুত কথা আমাৰ মাজত প্ৰেৰণ কৰিব পাৰিছে যিটো গুণ সকলো আত ধৰোতা নথাকে শেষত আপোনাক দুয়োজনিকে ধন্যবাদ

  • @BhitashreeSaikia-dt1rl
    @BhitashreeSaikia-dt1rl 6 місяців тому +5

    সংকোচবিহীনভাৱে প্ৰতিটো কথাৰ যুক্তিসম্পন্ন আৰু ধুনীয়া বক্তব্য।🦋🦋
    অশেষ ধন্যবাদ জেৰিফা বা 🤍🤍আৰু আইচেংফা বা🖤🤎ভালকৈ থাকিবা দেই🦋🦋🦋🦋🦋

  • @dhanjitapathak8326
    @dhanjitapathak8326 6 місяців тому +1

    প্ৰত্যেকটো মন্তব্য এ সুন্দৰ, এয়ে পৰিচয় ভাল ব্যক্তিত্বৰ।

  • @abinashlifeandvlogs6581
    @abinashlifeandvlogs6581 6 місяців тому +5

    অভিনেত্ৰী হিচাপে আগৰ পৰাই ভাল লাগে । Interview টো চোৱাৰ পিছত বহুত ভাল লাগিল ব্যক্তিগত ভাৱে। ইমান স্পষ্টভাবে সকলো বোৰ কথা কৈ গৈছে। ভগৱানে শক্তি দিয়ক আপোনাক ।

  • @Dikshitaa13
    @Dikshitaa13 6 місяців тому +1

    জেৰিফা বা তোমাৰ কথা খিনি শুনি সাহস পালোঁ। বহুত খিনি কথা নিজৰ লগত মিলি যোৱা যেন পালোঁ। সদায় ভালে থাকা তুমি❤

  • @parthasharma1710
    @parthasharma1710 6 місяців тому +2

    Jarifa bar kotha akdm mon sui jai. Bht bht bhl lgil bar kotha khuni .bhl u lgise baiya u lgise

  • @kaustovmonisaikia429
    @kaustovmonisaikia429 6 місяців тому +3

    Eman hundor kotha koise.bahut,bahut bhal lagile,hodae enedore thakok jeripha.

  • @mousumiboruah9661
    @mousumiboruah9661 6 місяців тому +1

    জেৰিফা বা আগৰ পৰাই খুউব প্ৰিয়। তেওঁৰ প্ৰতিটো কথাই অন্তৰ চুই গৈছে সদায় ভালে থাকক।

  • @nkdcreation3417
    @nkdcreation3417 6 місяців тому +1

    ১ চেকেণ্ড নোৰোৱাকৈ অনুস্থানটো চালোঁ..প্ৰিয় অভিনেত্ৰী গৰাকীৰ প্ৰতিটো কথাই মনত ৰৈ গল।

  • @Pallabibrh
    @Pallabibrh 6 місяців тому +2

    Bohut dinor murot eta bhal loga interview salu. Thank you Ren Mou

  • @PrakashDas-tz9pv
    @PrakashDas-tz9pv 6 місяців тому +1

    প্রিয় অভিনেত্রী ভাল লাগিল

  • @trishnadutta8980
    @trishnadutta8980 6 місяців тому +1

    আকৌ বিচাৰোঁ অভিনয় জগতত আপোনাক ❤ইমান আবেগিক মানুহ যেন নালাগে আপোনাক কিন্তু বুকুত লুকুৱাই থোৱা মৰম বহুত আছে যেন লাগিল , ভালে থাকক আগুৱাই যাওঁক সদায়❤❤

  • @birajsonowal8447
    @birajsonowal8447 6 місяців тому +1

    Ba joni bhut qute ...val lgixa bhut dinr pasot dakhi ...❤❤❤❤ Horu pora tiyr movie sai dangr hoisu ru ami dangr hoi ahisu ba joni horu hoi ase sehara tu bhut qute baa.,❤❤

  • @sofikulislam7533
    @sofikulislam7533 6 місяців тому +1

    বহুত ভাল লাগিল।বেছি চিন্তা নকৰিব।সাহসৰে আগবাঢ়ি যাওক

  • @borshatamuli2580
    @borshatamuli2580 6 місяців тому +1

    বহুত ভাল লাগিল জেৰিফা বাৰ অনুষ্ঠানটো

  • @_priyanka_das
    @_priyanka_das 4 місяці тому +1

    Khub val lagil

  • @krishnashreehandique6668
    @krishnashreehandique6668 6 місяців тому +5

    Manuh gorakik usor r pora log pabo mon goise aru bohut kotha patibo mon goise..bohut bohut morom apunalukloi..❤from sivasagar

  • @moramisaikia8566
    @moramisaikia8566 6 місяців тому +4

    Mur favourite actress... beautiful ..bhut val lagile ajir episode tu..emn hundor koi jerifa mame kotha bilak koise...

  • @nitaparashar7638
    @nitaparashar7638 6 місяців тому +2

    খুউব ভাল লাগিল , দুয়োগৰাকী প্ৰিয় নাৰীৰ আলাপ আৰু আপোনালোকৰ চিন্তা-চেতনা খিনিয়ে আমাক সমৃদ্ধ কৰিলে , এই যাত্ৰা অবিৰত হওঁক , অলেখ শুভকামনা জনালোঁ ।

  • @mouapu9857
    @mouapu9857 6 місяців тому +1

    First time ata digholia interview salu...bohutei besi val lagil kothabur,alusona khini❤...ajir pora moiu ai Jatra r hohojatri💖

  • @poetastermouchumidevi2378
    @poetastermouchumidevi2378 6 місяців тому +4

    বহুত ভাল পালো চাই ৷ জেৰিফা বাৰ জীৱন সমৃদ্ধ কথাবোৰ ৷ আইচেংফা বা সদায়ে প্ৰিয় ৷

  • @mousumichoudhury7409
    @mousumichoudhury7409 6 місяців тому +2

    আজিৰ এপিছোডটো বহুত ভাল লাগিল। জেৰিফা বাৰ কথা বোৰ শুনিলে শুনি থাকিবলৈ মন যায়।❤❤❤

  • @maramidas5569
    @maramidas5569 6 місяців тому +1

    বহুত ভাল লাগিল শেষলৈকে চালো

  • @sabihakhatun1793
    @sabihakhatun1793 6 місяців тому +1

    খুব ভাল লাগিল চাই বহুত ধুনীয়া কথা বতৰা

  • @mirachetia9628
    @mirachetia9628 6 місяців тому +1

    Vedio sai bohu khatha hikhilu bhal lagil

  • @binitadas7343
    @binitadas7343 6 місяців тому +1

    Jerifa baar kathabor xuni khub val lagil , teok aaru alp buji palo jen lagise . Teor lgte aaponalokrto xklore khub val hok , takei
    Kamna kriso

  • @aninditaborah3407
    @aninditaborah3407 6 місяців тому +1

    Biraat val lagil, ei interview Tu... Imman realll. She's genuinely talented. A mature and a very organic approach towards the society

  • @ushanath6842
    @ushanath6842 6 місяців тому +1

    Xosake bohut dhuniya baa joni❤❤❤mormiyal

  • @Kim_lily81
    @Kim_lily81 6 місяців тому +3

    দুয়োগৰাকী নাৰী মনৰ পৰাই সুন্দৰ ❤ যাত্ৰা পৰিয়াললৈ শুভ কামনা জনাইছোঁ 🎉

  • @ilakshidekabordoloi4510
    @ilakshidekabordoloi4510 6 місяців тому +1

    Very impressive interview Jarifa❤..i know you as a lawyer.i met you at JB law college & G H. C .so i know how dedicated are you..wishing you a very successful future.you so are so strong. .Feeling very bad for your parent.hope you will overcome & move on your for your near future.love you dear❤❤

  • @manishakalita3757
    @manishakalita3757 6 місяців тому +1

    বহুত ভাল চিন্তাধাৰা😍ভাল লাগিল বা❤

  • @azharuddinahmed8571
    @azharuddinahmed8571 4 місяці тому +1

    151 min gotai salu... Val lagil.
    Bahu xikilu.

  • @SimantaDas-sb3mz
    @SimantaDas-sb3mz 6 місяців тому +3

    জীয়াই থাকিবলৈ কিমান কষ্টকৰ,
    সেয়া মা-দেউতা নোহোৱা জনে হে বুজি পাই..
    কিয় কৈছোঁ, মোৰো মা-দেউতা মোৰ ১১মাহতে এৰি গুচি গৈছে..
    জেৰিফা বাৰ চকু পানী খিনি দেখি
    মনটোত কিবা এটাই জোঁকাৰি গ'ল..
    ভগৱানে কুশলে ৰাখকক জেৰিফা বা জনীক...

  • @tingkalbora8315
    @tingkalbora8315 6 місяців тому +1

    She is such an inspiration...watched her interview last time in Ojantric and now in Jatra...Her straightforwardness and view about life makes her indifferent...❤

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 6 місяців тому +1

    খুব ভাল লাগিল কথোপকথন অনুষ্ঠাটো চাই। তেওঁৰ মনটো বৰ সুন্দৰ সেইবাবে কথাবোৰো সুন্দৰ আৰু অভিজ্ঞতাৰে পুষ্ট। ভালে থাকক সদায় ❤️❤️❤️🙏🏻আগতে বিস্ময়ৰ পাটত তেওঁ ফটো দেখো,,,, কেলেণ্ডাৰত তেওঁৰ ফটো দেখো।তেতিয়াতো ম'বাইল নাচিল আলোচনীৰ পাততে তেওঁ লোকক খুব চাইছিলো।

  • @priyankagogoi5617
    @priyankagogoi5617 6 місяців тому +12

    কিমান যে ভাল পাও জেৰিফা বাক শব্দ নাই কবলৈ । আগুৱাই যাওঁক সদায় ভগোৱানে ভালে ৰাখক।❤❤❤❤❤

  • @himadrinayanmonihazarika1208
    @himadrinayanmonihazarika1208 6 місяців тому +1

    সৰল, স্পষ্ট একোটা ব্যক্তিসত্বা।
    এগৰাকী মৰমলগা, ধুনীয়া মানুহ লগতে আইচেংফা বালৈও বহু মৰম❤।

  • @pankajbaruah4690
    @pankajbaruah4690 6 місяців тому +3

    জেৰিফা ৱাহিদ সঁচাকৈ ষ্ট্ৰং মানসিকতাৰ এগৰাকী অভিনেত্ৰী, সঁচাকৈ ইমান গহীন গম্ভীৰ কথাবোৰে মোক তেখেতৰ প্ৰতি বৰ আকৰ্ষিত কৰিলে, আপোনালৈ বহুত শোভকামনা থাকিল,God bless you.

    • @mridulaboruah6200
      @mridulaboruah6200 6 місяців тому

      Baar kotha khiniye hridoy sui gol.. Baar hu sayistho kamana korilu

  • @joyashreedutta9802
    @joyashreedutta9802 6 місяців тому +1

    বহুত ভাল লাগিল।

  • @philanthropist-hs7hr
    @philanthropist-hs7hr 6 місяців тому +2

    আগতে এবাৰ তেওঁৰ কিবা এটা ইন্টাৰভিউ চাইছিলো ।তেওঁক চেলিব্ৰেটী বুলি নহয় সুস্থ সবল চিন্তা ধাৰাৰ বাবে তেতিয়াই ভাল লাগিছিল। কোনোবাখিনিত আদৰ্শ তেওঁ।❤

  • @dwipsikhasvlog7245
    @dwipsikhasvlog7245 6 місяців тому +2

    Jerifa baa r interview first salu...kothabur xuni thklie xuni thkbo mon jai....bht val lagil...❤