| MOROM DIYA MUK | ABAHAN THEATRE | PRASTUTI PORASOR | MRIDUL BHUYAN | PRAYASHI PORASHOR |

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • Drama: Morom Diya Muk
    Theatre: Abahan Theatre
    Director: Abhijit Bhattacharya
    Starring: Prastuti Porasor
    Mridul Bhuyan
    Prayashi Porasor
    #prastutiporasor #prastuti #zubeengarg #theatre #mobiletheatre #assamese #assam #prayashiporashor #prostutiporasor #mridulbhuyan #prayashiporashor

КОМЕНТАРІ • 934

  • @gautamdeka3488
    @gautamdeka3488 4 роки тому +60

    ইমান সুন্দৰ নাটক এখন ৰাইজক উপহাৰ দিয়াৰ বাবে মৃদুল ভূঞা দা আৰু প্ৰস্তুতি বাক অশেষ ধন্যবাদ ।

  • @luhitkoch9279
    @luhitkoch9279 4 роки тому +95

    বাহিৰত আছো চিন্তা বহুত যিটো পৰিস্থিতি হৈছে ঘৰৰ মানুহ বোৰক দেখাই নেপাম বুলি। তেনেতে ২:৩০pm UA-cam টো চালো। প্রথম তে এইখন নাটককে দেখিলো। অভিনয়, সংলাপ, নাটক ইমানে সুন্দৰ হৈছে। চকুত নিজেই নিজেই পানি নিগৰি গল। বহুত বহুত বহুত বহুত বহুত সুন্দৰ নাটক। বা আপোনাক বহুত বহুত বহুত ধন্যবাদ জ্ঞাপন দিচো, নাটক খন UA-cam দিয়া বাবে। love you ba💓💓😘😘💓💓. Be careful বা। অসমতো কৰুণা virus পালেগে। আজি লৈ বিদায় ললো বা। 💓💓💓💓💓💓💓💓

  • @Djb97
    @Djb97 4 роки тому +15

    বা নাটক খনৰ কাহিনীটোৰ মাজত মই নিজেই সোমাই পৰিছো আৰু নাটকখন শেষ হোৱাৰ পাছতো মোৰ চকুৰ পানী ওলাইয়ে আছে আৰু সমাজক নাটকীয় ভাষাৰে আপোনালোকে বহুতো কথা বুজাই দিলে।।। গোটেই কেইজনৰ অভিনয় সচাকৈ শলাগিব লগীয়া।। বা আপুনি মোৰ অতি মৰমৰ হয়।। আৰু মৃদুল দা আপুনি নাটকখনত নিজক ইমান ধুনীয়াকৈ প্ৰতিষ্ঠাপন কৰিছে।। I am so happy to see all of you.. I wish we will see more and more..

  • @hirenphukanhirenphukan5600
    @hirenphukanhirenphukan5600 4 роки тому +49

    আজি আকৌ চালো। কান্দিলোঁ‌। বৰ দুখ লাগে নাটকখন চালে। সুন্দৰ কাহিনী উপস্থাপন, সংলাপ, অভিনয়, গীত।
    চকুত চকুলোৰ ঢল বৈছে ঔ।

  • @simantabora7072
    @simantabora7072 4 роки тому +27

    ভ্ৰাম্যমাণ জগতৰ দুইগৰাকী জনপ্ৰিয় চিনাকী মুখ প্ৰস্তুতি বা আৰু মৃদুল দাক একলগে ।। বহুত ভাল লাগিল

  • @niranjannath7129
    @niranjannath7129 4 роки тому +14

    It’s really heart touching story, cannot stop my tears!!!!!!!! Thanks to all , specially Prastuti ba and Mridul da .

  • @pujamedhi6863
    @pujamedhi6863 4 роки тому +6

    Ei khon natok sai hoitu kunu ejon dorxokeu sage sokulu nutukakoi thoka nai.....thank you so much madam iman dhuniya ekhon natok upohar diyar babe

  • @jayantabaishyabaishya8270
    @jayantabaishyabaishya8270 4 роки тому +2

    কি কম আৰু কবলৈ ভাষা নাই যে ইমান ধুনীয়া অভিনয় ইমান ধুনীয়া কাহিনী কিমান দুখ অনুভৱ হলে এজন লৰা মানুহে কান্দে আৰু তাতকৈ বহুত দুখৰ মানে কাহিনীটো মানে মই নিজেই বহুত কান্দিলো

  • @Kaushik632
    @Kaushik632 Рік тому +3

    ক'বলৈ ভাষা নাই।
    এইখন নাটক চাই কিমান বেছি ভাল পাওঁ, প্ৰতিটো সংলাপে অন্তৰ চুই যায়।
    আশাকৰোঁ আগন্তুক আৱাহনৰ নাটকবোৰো এনেকোৱা হোৱা উচিত।

  • @juhibaishya3415
    @juhibaishya3415 4 роки тому +10

    Prastuti baa is the talented and confidencial actress in the world..

  • @itsenjoy4720
    @itsenjoy4720 Рік тому +3

    চকুপানী ওলাই গল অ।। ইমান সুন্দৰ নাট।। এতিয়া ৰাতি 1.19 am ত চাই আছোঁ।।ইমান ধুনীয়া নাট এখন উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ।।

  • @ninturay1693
    @ninturay1693 4 роки тому +40

    অভিনেত্রী নাটখনৰ পিছতে মোৰ এইখন আন এখন ভাল লগা নাটক | বহুদিনৰ পৰা ৰৈ আছিলোঁ এই নাটখনলৈ আজি পালোঁ ভাল লাগিল |

  • @rupjyotinath4120
    @rupjyotinath4120 4 роки тому +40

    আজিলৈ উপভোগ কৰা নাটক বোৰৰ ভিতৰত এইখনেই শ্ৰেষ্ঠ নাটক।নাটখন চাই কোনেও নকন্দাকৈ কোনেও থাকিব নোৱাৰে।

  • @paharideori4288
    @paharideori4288 3 роки тому +3

    প্ৰস্তুতি বা, ইমান এখন ধুনীয়া নাটক আমাৰ উপহাৰ দিলা... বহুত ধুনীয়া কাহিনীৰে পৰিপূৰ্ণ।

  • @animashdutta4
    @animashdutta4 16 днів тому

    একেখন মঞ্চত দুগৰাকী বলিষ্ঠ অভিনেতাৰ অভিনয় চাবলৈ কপাল লাগিব , হৃদয় চুই গল❤

  • @GautamGautam-nc2wi
    @GautamGautam-nc2wi 3 роки тому +2

    অভিজিত ভট্টাচাৰ্য্য ৰ কলমত যাদু আছে
    তেওঁ লিখা বহুত নাটক মোৰ প্ৰিয়
    প্ৰথম নিশাৰ নাটকবোৰ খুব মিঠা
    অভিনেত্ৰী, সন্যাসিনী,সম্ৰাজ্ঞী,সন্ধ্যাতৰা,দেউতা, মহাত্মা ৰ চকুপানী, আৰু বহুতো নাটক আছে তেওঁৰ ভাল লগা ।
    আকৌ তেওঁৰ নাটকৰ বাবে ৰৈ আছো ।

  • @paragsway
    @paragsway 4 роки тому +173

    মূলাগাভৰু খন লাগে..... আপোনালোকক লাগে যদি কমেণ্টতো লাইক কৰক....

  • @anuragboruah4306
    @anuragboruah4306 4 роки тому +89

    কন্দুৱাই দিলে অ … এখন হৃদয়স্পৰ্শী নাটক চালোঁ‌। মৃদুল দা আৰু প্ৰস্তুতি বাৰ অভিনয় অত্যন্ত শক্তিশালী।

  • @debanandasaikia9272
    @debanandasaikia9272 4 роки тому +1

    নাটকখন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ|মই এই নাটকখন কেইবাবাৰো উপভোগ কৰিছোঁ|এখন মনপৰশা নাটক|এখন সংলাপ তথা অভিনয় প্ৰধান নাটক বুলি ক'ব পাৰি|বিশেষকৈ মৃদুল ভূঞা আৰু প্ৰস্তুতি পৰাশৰ একেলগে ওলোৱা দৃশ্যকেইটাই প্ৰতিজন দৰ্শকক মুগ্ধ কৰি তোলে|এই নাটকখন চাওঁতে মই কোনোটো পেণ্ডেলতেই দৰ্শকৰ হাই-উৰুমি শুনা নাপালোঁ,সকলো নাটকৰ মাজত একাত্ম হৈ শান্ত পৰিৱেশত নাট উপভোগ কৰাত মগ্ন হৈ আছিল|যিসকলে এতিয়াও এবাৰো চোৱা নাই তেওঁলোকে চালে মোৰ কথাৰ প্ৰমাণ পাই যাব|এটা কথা আচৰিত লাগে যে পাৰ্টীটোৱে এই নাটকখন প্ৰচাৰ নকৰি চাইলেণ্ট কৰি ৰাখিলে!

    • @uddiptamedhi7794
      @uddiptamedhi7794 4 роки тому

      সচাঁ। আচলতে "মা কালী "ঠাইত এই নাটক খন হে মুল নাটক হব লাগিছিল। ।

  • @monjitboruah8401
    @monjitboruah8401 4 роки тому +5

    ভাৱনাবোৰৰ জীয়া ছবি 😌😌😌

  • @sibanimoran5787
    @sibanimoran5787 4 роки тому +11

    বহুত বেছি ভাল লাগিছে চাই। কান্দি কান্দি চাই আছোঁ😫😫😫♥️♥️

  • @gautamsarma5296
    @gautamsarma5296 4 роки тому +15

    এই নাটক খন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।🙏 বৰষুণৰ বাবে ভাল কে চাব নোৱাৰিলোঁ।

  • @As_vloger752
    @As_vloger752 4 роки тому +14

    Moi aikhn natok manchatu saisu tothapiu ako abr salu val lagile .it's really good . Moi kbo paru I am lucky .

  • @Kaushik632
    @Kaushik632 Рік тому +2

    আজি পুনৰ আকৌ চালোঁ। বহুত ভাল লাগে। হাজাৰ চালেও আমনি নালাগে।

  • @indraneelkachari9130
    @indraneelkachari9130 4 роки тому +4

    বহুত ধুনীয়া বহুত কান্দিলো । সুন্দৰ নাটক ....👌

  • @harijitdadu2988
    @harijitdadu2988 4 роки тому +11

    সৰু কালৰে পৰা প্ৰিয় এই দুইজন ❤️❤️

  • @deepjyotiartdesign1256
    @deepjyotiartdesign1256 4 роки тому +1

    Likhiboloi hoitu nejanim . Iman xosa xosa jen loga Ovinoi . Imane konduwaise , nesao buli minimize kori thou, akow saboloi mon jai, bukut hahoh loi kebabaro saisu.... Mridul da aru prastuti ba aponalokak vagabane aru xakti diok, akow eyatkoiyo xundor xundor ghatanabor loi xundor ovinoi bor kori jaok . Vagabane xusaithya kori rakhok .... Xodaye xuvesare..... 🙏👍👌😍

  • @prasantanath4963
    @prasantanath4963 4 роки тому +2

    সছাঁকৈয়ে কন্দুৱাই থৈ গল দেই।
    মৃদুল হাজৰিকা অভিনয় ও অনবদ্য। সকলোৰে অভিনয় সাবলিল।।
    প্ৰস্তুতি বাৰ অভিনয় মন পৰশা ।

  • @lifeisgreenpranjal
    @lifeisgreenpranjal 4 роки тому +25

    নাটকৰ কথা যে নহয় বাস্তৱ জীৱনৰ কথা ।বহু ত সুন্দৰ

  • @rakstar657
    @rakstar657 4 роки тому +5

    নাটক খনে কন্দুৱাই দিলে ও বৰ বেয়াকৈ । বহুত কান্দিলো নাটক খন চাই । সঁচাই বহুত ধুনীয়া অভিনয় প্ৰস্তুতি বা আৰু মৃদুল দাদাৰ ।❤️

  • @SanjayKumar-dk9fo
    @SanjayKumar-dk9fo 2 роки тому +1

    ভাল লাগিল
    ভাল লাগিল
    ভাল লাগিল
    ভাল লাগিল
    ভাল লাগিল
    ভাল লাগিল
    ভাল লাগিল
    ভাল লাগিল
    ভাল লাগিল
    ভাল লাগিল
    ভাল লাগিল

  • @priancarobin2375
    @priancarobin2375 4 роки тому +1

    Bht bht bht val lagil Sai... What a versatile actor u are Prastuti baa, and my all time favourite Mridul Bhuyan..

  • @debasishburagohain5564
    @debasishburagohain5564 4 роки тому +11

    Many Thanks. Was weeping in the Pandal while watching this drama in Bhavanipur. মৰ্মস্পৰ্শী নাট। বহুত ধন্যবাদ আকৌ চাবলৈ সুবিধাকণ দিয়া বাবে। আৰু নাট পাম বুলি আশা ৰাখিলো।

  • @assam2515
    @assam2515 4 роки тому +8

    আবাহন থিয়েটাৰ নাম শুনিলেই মনটো ভাল লাগি যায়। নাটক বোৰ খুব ভাল লাগে। আজিও মনত আছে সৰুতে চাইছিলো স্নেহবন্ধন নাটক খন মৰম এনাজৰী গানটো।

  • @mithunpatir3863
    @mithunpatir3863 2 роки тому

    Mojaaa story bhutt val laghe mur eikon sai😪😪😪😪😪😪

  • @tilakgoswami1498
    @tilakgoswami1498 4 роки тому

    Axomr r uzzal votatora mridul da aru prastuti ba...... Salute mor fal r pora ei 2 jon axom r hira loi.....long live, God bless u mridul da aru prastuti ba

  • @majibarrahman6959
    @majibarrahman6959 4 роки тому +4

    Dhuniya logdawonr khomoyot j sabo paisu..ru di thakok

  • @uddiptamedhi7794
    @uddiptamedhi7794 4 роки тому +9

    সচাঁকৈ এখন অতি সুন্দৰ নাটক। পোন প্ৰথমবাৰৰ বাবে নাটক চায় কান্দি পেলালো। আশা কৰো আগলৈও এনেকুৱা উৎকৃষ্ট মানৰ নাটক উপহাৰ দি যায়। ।।।।

  • @currentaffairs1561
    @currentaffairs1561 4 роки тому +2

    প্ৰস্ততি বা আৰু মৃদুল দাৰ অভিনয় বহুত বহুত ভাল লাগে।

  • @dipjyotibarman6682
    @dipjyotibarman6682 4 роки тому +1

    প্ৰস্তুতি বা তুমি ১০০ বছৰ জীয়াই থাকা,, তোমাৰ নাটক চালে চকু পানী অলায় ও, tqqqq বা. Moku নাটক কৰিব মন যায় ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @ranganadi6556
    @ranganadi6556 4 роки тому +43

    বহুদিনৰ মূৰত এখন নাটক চাই কান্দিলো ।
    (কৌশিক বৰা, লখিমপুৰ)

  • @BOHAGIMEDIA
    @BOHAGIMEDIA 4 роки тому +3

    কাহিনী খুবেই হৃদয়স্পৰ্শী ।চকুপানী ওলাই গল।

  • @dhrtirajdeka9958
    @dhrtirajdeka9958 4 роки тому +1

    Ultimate prostuti baaa....n Mridul daa....
    Sai thakote dusoku boi ahil sokure

  • @nilakhidevi3313
    @nilakhidevi3313 4 роки тому +1

    Ba apunar ru mridul dar acting bahut val pau.. Sai thakileu hepah napalai. Ru di thakibo..

  • @bbbbbnnnnnnnnmmmmm2540
    @bbbbbnnnnnnnnmmmmm2540 4 роки тому +3

    Locked down homoi suwa najai nupuwai hei buli eikeidin apuner natok bur sai par korisu . Apuner aru mridul dar ovinoi moi bohut val pau theater jogotr dujon ujjal nokhytra apunaluk . Apunalukok vogobane mongal korok aru apunalukr pora ami hodai val natok sabo paru tare akha korilu. Naat khon sai pise olp sokupani muru ulal. Good luck ba n mridul da. And Abahan team

  • @bhabanahazarika1748
    @bhabanahazarika1748 4 роки тому +3

    অতি সুন্দৰ ..চকুলো ধৰি ৰাখিব নোৱাৰিলো ।মৰম অৱিহনে জীয়াই থকা কষ্টকৰ ।

  • @nayankalita8478
    @nayankalita8478 Рік тому

    এই নাটক খন মই এতিয়া লৈ 20বাৰ মান চালো , চাই থাকিব এ মন যাই ,,

  • @gitanjalidas2569
    @gitanjalidas2569 4 роки тому +1

    i love u...prostuti baa .... tmk.moii bht vl pw..... bht.... tmr acting xle pgolr dre hoi jw bht vl lge tmk.... lockdwnt ghrt thki mr maa moii tmr gute keikhn ntok xlu khub vl lgxe... tmi bht dhuniya acting kra...bht dhuniya tmi... ru mridul da thkle vl lge bxi dhuniya hoi xble lv u frevr baa ❤❤❤❤❤❤😍😍😍😍😘😘

  • @kajalroy3463
    @kajalroy3463 4 роки тому +5

    চকু পানী ৰখাব নোৱাৰিলো । বহুত দিনৰ মূৰত এখন ভাল নাটক উপভোগ কৰিলো । সুনদৰ কাহিনী

  • @kalpakalita6046
    @kalpakalita6046 4 роки тому +5

    অৰ্চনা পূজাৰিৰ অভিনয় খুব প্ৰিয় মোৰ।

  • @jyotiprasadnath7963
    @jyotiprasadnath7963 4 роки тому +2

    Bhal lagisa sai . Moja.😊😊😊😊.

  • @sdguitartune3584
    @sdguitartune3584 Рік тому

    Bohut bhal nat hoi...
    Nijor jibonor logot suijai mor....
    Jibon tu belegor kotha sinta kori kori nijor sob pahori a goisu...

  • @jitubiswas7254
    @jitubiswas7254 4 роки тому +6

    Bor beyake kandi palo ou.......
    Bohut besi val lagil natk khn sai👌👌👌

  • @narayankalita7181
    @narayankalita7181 4 роки тому +3

    দুৰ্দ্দান্ত অভিনয় ।
    চকু সেমেকি গ'ল ।

  • @nabajyotibora3919
    @nabajyotibora3919 4 роки тому +10

    বহুত বহুত বহুত ভাল লাগিল প্ৰস্ত্ততি বা , এইখন নাটকৰ বাবে বহুদিনৰ পৰা বাট চাই আছিলো | মই কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ বাবে এই বছৰৰ পৰা আপোনাৰ নাটকসমূহ চাব নোৱাৰিম | এনেদৰে আগলৈকো আপোনি নাটকসমূহ সংৰক্ষণ কৰি ৰাখিব বুলি আশা ৰাখিলো

  • @neelrupunath7868
    @neelrupunath7868 4 роки тому +23

    কি কম বা আপোনাক ইমান সুন্দৰ অভিনয়, চকু পানী ৰখাব নোৱাৰিলো

  • @debabarman9325
    @debabarman9325 4 роки тому +5

    সুন্দৰ নাটক বা আগলৈ এনেকুৱা স্মৃতিৰ আপোনাৰ অভিনয়ৰ নাটক পোৱাৰ আশা থাকিল । আৰু মোৰ হেঁপাহ কোনোদিনে আপোনাৰ লগত একেখন মঞ্চত অভিনয় কৰিবলৈ খুবেই আগ্ৰহ ।নাজানো কেতিয়া সেইটো সুবিধা প্ৰদান কৰিব ।

  • @abinashduwarah3463
    @abinashduwarah3463 4 роки тому +43

    সুন্দৰ 👌 এনেদৰেই যাতে ভৱিষ্যতলৈও নাটক সমূহ সংৰক্ষণ কৰি ৰাখিব বুলি আশা ৰাখিলো । আমি নিশ্চয় চাই যাম ।

    • @kishorroy3425
      @kishorroy3425 4 роки тому +1

      Bahut bhal lagil

    • @ananyaboruah3123
      @ananyaboruah3123 4 роки тому +2

      Brindabon theater r smokhan jatra natok khon pam neke karibar usorot

    • @abinashduwarah3463
      @abinashduwarah3463 4 роки тому +1

      @@ananyaboruah3123 May be natok khn nai. Moi atiyaloike puwa nai kotu.

  • @Bitupan-wi6rx
    @Bitupan-wi6rx 4 роки тому +25

    খুব সুন্দৰ লাগিল।।।। বন্ধৰ মাজতে আৰু আপোনাৰ ওচৰত থকা ভাল ভাল নাট উপহাৰ পাম বুলি আশা থাকিল।।।।

  • @sanjukhanikar6124
    @sanjukhanikar6124 4 роки тому +5

    বা আপোনাৰ এই নাটক খন ৰাতিপুৱা বিচনাতে চাই বহুত কান্দি গৈছো, আপুনাৰ বহুত ধুনীয়া আৰু আবেগিক অভিনয় চাই ভাল লাগে@@@@

  • @hiyangkanatalukdar1828
    @hiyangkanatalukdar1828 3 роки тому +3

    সংলাপবোৰে অন্তৰ চুই যায় 💕

  • @surajitbarman521
    @surajitbarman521 4 роки тому +3

    নাটক খন চাই বহুত বহুত ভাল লাগিছে

  • @sanjaydeka8499
    @sanjaydeka8499 4 роки тому +3

    বৰ ভাল লাগিছে চাই

  • @sankarrabha2949
    @sankarrabha2949 3 роки тому +7

    Jar jar soku pani ulaise like di jua

  • @simantabora7072
    @simantabora7072 4 роки тому +20

    বহুত বহুত ধন্যবাদ বা ।। আশা কৰোঁ দেৰিকৈ হলেও এইবৰ্ষৰ "মুলাগাভৰু" নাটকখন চাবলৈ পাম

  • @ranaprankshot6921
    @ranaprankshot6921 4 роки тому +3

    Love you ☺️ mridul da.. mridul da mr God..

  • @ripun8038
    @ripun8038 3 роки тому +4

    Really heart touching story 😭😭

  • @nabajyotibora3919
    @nabajyotibora3919 4 роки тому +37

    নাটকখন চাই বুকুখন বিষাই গ'ল | দুচকুৰে চকুপানি নিগৰিছে , নাটকখন চাই আমাক কম বয়সতে এৰি থৈ যোৱা মোৰ ন'ৱলৈ আজি বৰকৈ মনত পৰিছে | নাটকখনৰ প্ৰতিটো ছবিত আমাৰ পৰিয়ালটোক বিচাৰি পাইছো | যেতিয়া ডেউৰেক জনে আহি বৌৱেকক শাৰীখন উপহাৰ দিছিল সেই ছবিটোৱে মোৰ বুকুখন ভাগি পেলাইছে , কাৰণ মইয়ো এজন দূৰ্ভগীয়া ডেউৰ | যিয় বৌৱেকৰ মৃতুৰ সময়তো কাষত থাকিব নোৱাৰিলো | বৌ তুমি য'তেই আছা কুশলে থাকা , তোমাৰ আত্মাই শান্তি পাওক 🙏🙏🙏 Miss u Bow....😭😪😊

  • @gourangasarma4652
    @gourangasarma4652 4 роки тому +5

    Finally..!

  • @simantaborah645
    @simantaborah645 4 роки тому +15

    Mojaa prostuti baa 2019-20 natok kaikhn dibo xun parile

  • @AnabDas-dx3qp
    @AnabDas-dx3qp 11 місяців тому

    Moja ba khglap bur bor dhuniya ❤❤😢😢😢😢

  • @nbsvlogs1250
    @nbsvlogs1250 Рік тому +1

    প্ৰস্তুতি বা... আকৌ এবাৰ লওক মৃদুল দাদাক আৱাহন থিয়েটাৰত...
    ❤️ জনাৰ্দন জিতু ৰঙিয়া ❤️

  • @bi2186
    @bi2186 4 роки тому +3

    অতি সুন্দৰ ,,,,কোব কোনো ভাষা নাই,,,,, এই বাৰৰ হৈতে ৩বাৰ দৰ্শন কৰিলো । কিন্তু তথাপিও আমনি নেলাগিল,
    বা আপোনাৰ আগন্তুক দিন বোৰ যাতে আৰু উন্নটৰ হয় পাৰে তাৰেই কামনা কৰিলো ।,🔥🔥🔥🔥🔥🔥👍

  • @habilali4550
    @habilali4550 4 роки тому +3

    আপোনাৰ অভিনয় সচাকৈ হৃদয় চুই যায় ও

  • @jintihaloientertainment4312
    @jintihaloientertainment4312 Рік тому +1

    Bahut dhuniya natak aru shokolare avinai a man muhu jai. Pisaloi o anekuwa natak pam buli asha karilu.manshat o sai so aru iyato bahut bar salo aru prati bare kando.

  • @pragyankashyap5286
    @pragyankashyap5286 4 роки тому +2

    সুন্দৰ বা ভগবানে তোমাৰ মঙ্গল কৰক , আমাক আৰু উপহাৰ দি যোৱা ।

  • @mrinalgoyari8112
    @mrinalgoyari8112 3 роки тому +8

    A heart touching drama. Having watched I couldn't but cry. Once I happened to watch another drama 'morame moram bisare' a few years before at nalbari where Prastuti baa played main role. That time also I had to dropped tears. I really appreciate you for your amazing acting. The way you play role is very attractive. May you live long. Lots of thanks.

  • @ratenthouse1760
    @ratenthouse1760 4 роки тому +3

    সুন্দৰ হৈছে বা এনেকৈ নাটকবোৰ দি থাকিবা

  • @paramaroy4385
    @paramaroy4385 Рік тому +1

    बर धूनिया 👌👌💯💯💯♨️♨️♨️

  • @deltaone2882
    @deltaone2882 4 роки тому

    প্ৰস্তুতি বাৰ অভিনয় আৰু মৃদুল দাৰ অভিনয় কি Outstanding ...
    এনেকুৱা অভিনেতা আৰু অসমৰ বাবে উজলা হিৰা...

  • @davidgamer6442
    @davidgamer6442 4 роки тому +63

    Dispuror hahi jak jak lga sba like korok

  • @dipsikhadevi9565
    @dipsikhadevi9565 4 роки тому +8

    কন্দুৱাই দিছা বা। অকলে অকলে কান্দিছো। তোমাৰ দৰে মোকো অলপ মৰমৰ প্রয়োজন।

  • @jayashreenath553
    @jayashreenath553 3 роки тому +1

    ইমান সুন্দৰ অভিনয় |চকুপানী ৰখাব নোৱাৰিলো |

  • @Dolykalita1234
    @Dolykalita1234 4 роки тому +1

    Mridul da aru prastuti ba acting dhuniya hoise

  • @dilipdeka6555
    @dilipdeka6555 4 роки тому +13

    "Morome morom bisare" nat khon dibo son

  • @kalyanjyotisaikia1754
    @kalyanjyotisaikia1754 4 роки тому +5

    Ba parila ru 2khn mn natok diba sun, lockdown ttt sb parim,, bohut vl lage natok sai 2mrr

  • @dhrubafilms5576
    @dhrubafilms5576 4 роки тому +1

    Dhuniya ba

  • @_kisshor_
    @_kisshor_ 2 роки тому +1

    Mjja ba

  • @davidgamer6442
    @davidgamer6442 4 роки тому +3

    Val lagi ba..moja..aru natok diba joldi

  • @statusmaker1797
    @statusmaker1797 4 роки тому +6

    আগতে মুখা-মুখিকৈ চাইছো কিন্তু আৰু আজি আকৌ চালো বহুত ভাল লাগিল বন্ধ বাবে।বা আৰু লাগে নাটক এই বন্ধ কেইটা দিনত।

  • @parama806
    @parama806 10 місяців тому

    Bht dhuniya abhinoi korise .....sokupani ahi gol😢

  • @UtpalBora-jk2rz
    @UtpalBora-jk2rz Рік тому

    Eman dhuniya hoise kandi dilu 😥😥😥

  • @sanjibkashyap5646
    @sanjibkashyap5646 4 роки тому +4

    Vle korise lock down time upload bbe,,, thanks

  • @jaisaikia1681
    @jaisaikia1681 4 роки тому +11

    বা love you এটা অনুৰোধ আছিল বা দিছপুৰৰ হাঁহি নাটখন চাবলৈ বৰ হেঁপাহ আছিল

  • @chinmoyeegogoi2629
    @chinmoyeegogoi2629 4 роки тому +1

    Sobore jibonot happy ending nathake o ba....bohut val lagil....bohut kandilu...

  • @mamonibora1235
    @mamonibora1235 2 роки тому

    Bohut bhal lagil,Kandi pelalu,eman xundar abhinoi

  • @champakkalita7324
    @champakkalita7324 4 роки тому +3

    ki comment dim ru , mon mogoju sui goise...!!

  • @purabibaruah4178
    @purabibaruah4178 4 роки тому +7

    কান্দি গলো অ 😭😭

  • @LahyajyotiDas-kf3fr
    @LahyajyotiDas-kf3fr 2 місяці тому

    Bohut val lagil.sokupani ulai gol,❤❤❤

  • @sibanirajkhowa6203
    @sibanirajkhowa6203 4 роки тому +2

    Prastuti Ba Always best and favorite Actress😃