I don't know understand at this drama for society, because I understand this drama other theatre locality, good luck writter Mridul Chuita..best of luck...
Khub vl natok....kntu ji thait natok khon record karisil sei thair darkhak khini he bht avadra jen lagil.....naiba sei mnuh khini e natok ki bastu buji e napay....
কাহিনীটো পৃথক । কিন্তু খুব বেছি ভালো নালাগিল মোৰ । অৰ্থাৎ যিটো হাৰত নাটকখনৰ কথা ওলাইছিল তেনেকুৱাও হোৱা নাই । বাকী অভিনয় অতি সুন্দৰ । বিশেষকৈ বাবলি বাৰ অভিনয় খুব ধুনীয়া ❤
২০২৩-২৪ বৰ্ষৰ শ্ৰেষ্ঠ নাটক ।। কোনো অত্যাধুনিক কাৰিকৰী কৰিব বিচৰা নাই। অভিনয় ,পৰিচালনা ,সংগীত,কাহিনী সকলো ফালৰ পৰা মনঃপূত হোৱা এখন নাটক ।। ভ্ৰাম্যমানৰ গৰিমাক কহিনুৰ থিয়েটাৰে যেন উজ্জ্বলাই ৰাখে ,আমি আশাবাদী
মঞ্চতে চাইছিলো। বহুত ধুনীয়া নাটক
ভাল নাটক এখন উপহাৰ দিয়া বাবে মৃদুল দাক বহুত বহুত বেছি জনালো। আৰু অভিনয়ো সুন্দৰ
😊
দীপাৱলী কৈ ১০০গুন ভাল হৈচে নাটকখন ।
কৃষ্ণমনি দাদা আপোনাৰ অভিনয় বহুত ভাল লাগিছে লগতে বাবলি বা মোৰ বহুত প্ৰিয় অভিনেত্ৰী। সকলোৰে অভিনয় খুব ধুনীয়া লাগিছে❤❤
ভাম্যমান থিয়েটাৰৰ বৰ্তমান সমাজৰ সেই একঘেমীয়া কেৱল চিঞৰি Dilouge কোৱা অভিনয়ৰ পৰা পৃথক অতি সুন্দৰ অভিনয় চাবলৈ সুযোগ দিয়াৰ বাবে।কহিনুৰৰ পৰিয়ালৈ বহুত বহুত ধন্যবাদ।সচাই আপোনালোক পৃথক।নাটকখনৰ কথাটো ক'বই নালাগে।কিন্তু দৰ্শক,কোন অঞ্চলৰ নাজানো।কিন্তু ইমান বেছি অভদ্ৰ দৰ্শক হয়টো আৰু ক'তো নোলাব।ধেই.....
Natok khon Sai bhal lagila.ru krishno da acting best
বাস্তৱ ধৰ্মী সামাজিক নাট,,,👌👌👌👌👌👌
এখন ধুনীয়া নাটক উপভোগ কৰিলোঁ ❤
Very good. 😊
এসন ভাল নাটক চালোঁ ধন্যবাদ মৃদুল দা এসন ভাল নাটক উপহাৰ দিয়াৰ বাবেই ।
বৰ সুন্দৰ লাগিল... কহিনুৰৰ মঞ্চত অভিনয় কৰাৰ বৰ হেপাঁহ । এদিন ওলামগৈ
Aibr he natok aslte ❤
4-5 khn fight.....4-5 ta gan dxwa blg kisuman natok bhelkibazi r bade blg akun nhy
Xosai bht bhl lgl ❤
কৃষ্ণ দাৰ অভিনয় কিবা এতিয়াও অৰ্ধনাৰীত অভিনয় কৰাৰ দৰে লাগে চোন।
হয় অলপমান মোৰো লাগিছে তেনেকুৱা
That's call the actual acting 🔥
বহুত বাহাল লাগিল চাই নাটক খন চকুপানী ওলাই গ'ল।
Osai vl lagil bohut dinor murot vl theatre ata salu
Akdom antoror pora Bohut Bohut Dhanyabad Kohinoor Theatre ❤❤❤❤❤
অসীমত যাৰ হেৰাল সীমা নাটক খন দিব চোন
ভাল লাগিল চাই ❤।
যতীন বৰাৰ "অনামিকা আজিও নুবুজিলো তোমাক" খন আপলোড কৰিব চোন ।
অবুজ দ'ৰা অচিন কইনা নাটক খন আছে যদি দিব।
বহুত ধুনীয়া লাগিল👏
I don't know understand at this drama for society, because I understand this drama other theatre locality, good luck writter Mridul Chuita..best of luck...
লাচতৰ খিনি বহুত দুখ লাগিল😢
Thank you for uploading this drama
So emotionally drama 🥺🥺❤️❤️
Thanks, kohinoor theatre
বহুত ধুনীয়াকৈ চৰিত্ৰটো ৰূপায়ন কৰিছে... ডাৱৰ💝
কাহিনীটো বহুত ভাল লাগিল...
Bortoman amar hmaj r jolonto kahini
Khub vl natok....kntu ji thait natok khon record karisil sei thair darkhak khini he bht avadra jen lagil.....naiba sei mnuh khini e natok ki bastu buji e napay....
ব্যতিক্ৰমী কাহিনী মৃদুল দাৰ কলমত । কৃষ্ণ দা আৰু বাবলী বাৰ অভিনয় সুন্দৰ । বাকী কহিনুৰৰ শব্দ, পোহৰ, মঞ্চ সজ্জা আৰু কলা নিৰ্দেশনাৰ কথা ক'বই নালাগে ।
দাৱৰ দাৰ অভিনয় সুন্দৰ হৈছে❤❤️❤️💝💝💝
I love you drama xon lage ❤
Kiyo lage
Yes
i love you Khun iman o besi Val hua nai
সুন্দৰ কাহিনী আৰু অভিনয় এ বি চি ডি ❤❤❤
কাহিনীটো অলপ পৃথক ভাল লাগিল। অভিনয় ভাল হৈছে সকলোৰে। বিশেষকৈ বাবলী বাৰ অভিনয় বহুত বেছি ধুনীয়া হৈছে..❤❤
সাংঘাতিক অভিনয় কৰিছে। নাটক খন ছোৱাৰ পিছত অন্য ধৰণৰ এটা অনুভৱে কাম কৰে।
মিঠা মিঠা প্ৰেমৰ লগতে বিষ মিশ্ৰিত ট্ৰেজেডি।
চিনাকি মানুহৰ অচিনাকী আচৰণে অন্য ধৰণৰ আঘাত দিয়ে।
আৱহ সংগীত বৰ মজ্জা লাগিল
Oti hundur hoise .bhut vl lgil sai.
একক অন্যন্য ❤❤❤❤❤
Thank you কহিনুৰ থিয়েটাৰ
The performance was very good.
❤❤❤ mridul da ... Nice drama .. u are awesome writer..
Babli ba mojhaa avinay korise de ❤️❤️❤️
Thank you upload diyar babe ❤
অতি সুন্দৰ প্ৰদৰ্শন।
বহুত ভাল লাগিল। ।
Bahut val lagise❤❤❤❤❤❤
হৃদয়স্পৰ্শি কাহিনী
Nice Story..
কাহিনীটো পৃথক । কিন্তু খুব বেছি ভালো নালাগিল মোৰ । অৰ্থাৎ যিটো হাৰত নাটকখনৰ কথা ওলাইছিল তেনেকুৱাও হোৱা নাই । বাকী অভিনয় অতি সুন্দৰ । বিশেষকৈ বাবলি বাৰ অভিনয় খুব ধুনীয়া ❤
Nice ❤❤❤❤❤❤
সচাই বহুত ভাল এখন নাটক। মিঠা মিঠা প্ৰেমৰ অন্ততঃ তিব্ৰ বিষ।
হচাই সাংঘাতিক এটা নাটক। মন লগাই ছালে বুকুত আঘাত কৰে।
I love you dulu da
Ending😢😢😢 2:20:30 +
সুন্দৰ 👍
Best drama. Actual drama ❤❤❤
Wait kri aslu py glu tq u so.much
DHUNIYA HOISE 😊❤
Vl bhut vl lagise natok khon
"অনামিকা আজিও নুবুজিলো তোমাক" খন আপলোড কৰিবচোন ।
Dhunia akhan natok,sai bht val lagil ❤❤❤❤❤❤😂😂😂😂😂
সুন্দৰ
বৰ সুন্দৰ । তপন দাৰ পৰিকল্পনা সুন্দৰ । মই নিজেই live চাইচো । krishnamoni নাথ ওলোৱা দৃশ্য কেইটা হে মেইন ।
😢
Bht bhal lagil sai
Vl lgil ❤️ bohut sai
Bohut val lagil sai
মন চুই গ’ল
এখন বাস্তবধৰ্মী সামাজিক নাট। ❤
ইমান ভাল এটা কাহিনী কিযে কম ভাস নোহোৱা হৈ গল।।।
Bhut val lagil❤❤❤
Dhuniya lagise koboloi vakha nai
"আই লাভ ইউ নাটক"খন দিব।।
Khundor story ..krishna dar abhinoy bohut dhuniya but hero jon or bodymotion alop kom ase
wow bhut dhunuiya lagise ❤
Thank you so much ❤❤❤❤
I love you খন দিয়ক
Bahut val lagile
Love from Jamugurihat❤❤
I love you lage
Bohut val lagli sai 🥺💗
best drama of 2023
Mur falor pora no-1 natok...❤
সুন্দৰ নাটক...
কিন্ত কোন ঠাইত নাটক খন ৰেকৰ্ডিঙ কৰিছে নাজানো দৰ্শকৰ ইমান হাল্লা
ভাল নালাগিল...
হয়টো কিছুমান দৰ্শক নাটক চাব যোৱা নাই চিয়ঁৰি হে গৈছে
Maa , papa love you ❤❤❤❤
A P J Abdul Kamala Nhoi Kalam hoi
Vl lagise
Bohut Val lagil
ABCD mur mama r abhinoi 😅😅🔥🔥🔥🔥🔥🔥🙏🙏🙏🙏🙏🥰🥰🥰 কৃষ্ণমণি নাথ অভিনয় ❤❤🔥🔥🔥🔥
Good masage ❤❤❤
Khoob bhaal naatok ❤❤❤🙏🙏🙏
Sai asu bht vl lagi ase
বহুত দিনৰ মূৰত এখন ভাল নাটক চালো।
Live saisilu ❤ ভাল লগা এখন নাটক।
Heart touching story ❤
Mojja lagil sai 💖
Aibar I LOVE YOU khon lage ❤❤
❤❤Congulations
সচাকৈ খুব সুন্দৰ নাটক। চাবলৈ সুবিধা পোৱা নাছিলো । you tube t চাবলৈ সুবিধা কৰি দিয়া বাবে বহুত বহুত ধন্যবাদ।
কহিনুৰ থিয়েটাৰ বুলি কলে বৰষা বালৈ মনত পৰে😢..
Super❤❤❤❤
Congressional.
Babli ba bht vl hyse avinoy ❤