জুবিন গাৰ্গৰ সৈতে বাৰ্তালাপ

Поділитися
Вставка
  • Опубліковано 16 лис 2024

КОМЕНТАРІ • 656

  • @uttamjitkachari5725
    @uttamjitkachari5725 2 місяці тому +33

    সুন্দৰ বাৰ্তা ককাইদেউ, শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয়।
    মন চুই গল

  • @anjanborah8378
    @anjanborah8378 2 місяці тому +32

    জুবিন গাৰ্গ মানে সংগীত জগতৰ ধ্ৰুৱ তৰা | এনেকৈ জিলিকি থাকক সদায় |

  • @LatikaKalita-n4r
    @LatikaKalita-n4r 2 місяці тому +85

    সুন্দৰ মনৰ মানুহ জুবিন দা। সকলৰে প্রিয় মানুহজন।

  • @FHEDITZ-v7s
    @FHEDITZ-v7s 2 місяці тому +121

    জুবিন দা অবিহনে আমাৰ অসমীয়া সংগীত জগতখন একেবাৰে শূণ্য।

  • @সত্যজিত__বড়া
    @সত্যজিত__বড়া 2 місяці тому +56

    অলপও skip নকৰাকৈ সম্পূৰ্ণ vidio টো চাইছো 😌 একমাত্ৰ জুবিন দাৰ কাৰণে । ❤
    চিকাৰ চিনেমা খন চাম জুবিন দাৰ কাৰণে ✊

    • @deepalisaikiakakoty2119
      @deepalisaikiakakoty2119 Місяць тому

      আজি চিকাৰ চালো ৷ ভাল লাগিল ৷ চিনেমাখনৰ যোগেদি দেখুওৱা কৰ্ম সজাগতাৰ দিশটো অতি গ্ৰহণযোগ্য ৷ বৰ ভাল লাগিল এইখিনি ৷

  • @assamvibesmusic1487
    @assamvibesmusic1487 2 місяці тому +59

    জুবিন দা ❤ ।
    শেষ বুলিলে শেষ নহয় ।
    #ভূঞা দাৰ podcast টো বেছি ভাল লাগিল ।
    #চক্ৰ দা আপুনি বেছি অভিজ্ঞ, আপোনাক সন্মান জনাই কৈছোঁ ! যদিও ভূঞা দাৰ পৰা শিকিবলগীয়া বহুত আছে সৰু হ'লেও ।।
    বাকী ভাল লাগিল ।
    #podcast🎉

  • @rita-yq9sc
    @rita-yq9sc 2 місяці тому +13

    জুবিন দা সঙ্গীত জগতৰ জুপিতৰা। বিহু ৰ প্ৰান জুবিন দা গান। ভগৱানে মঙ্গল কৰক❤

  • @mondirabaruah5414
    @mondirabaruah5414 2 місяці тому +11

    বহুত বেছি ভাল লাগিল। ধন্যবাদ আপোনাক জুবিন গাৰ্গক অনাৰ বাব বৰ্তালাপলৈ।মোৰ ঘৰতো অসমীয়া, হিন্দী গানৰ কেচেট আছে।শুনি থাকো গান।

  • @pranjitঅসম
    @pranjitঅসম 2 місяці тому +89

    Podcast ৰ মজিয়াত Aboyob দাৰ পাছত আপুনি নতুন চিন্তা আৰু নৱ পৰিকল্পনাৰে পুনৰ জুবিন দা এই বিশেষ সাক্ষাৎকাৰটি লৈ অহা বাবে আপোনাক ধন্যবাদ জনাইছোঁ! ❤ জয় জুবিন দা❤

    • @AnupamaBorthakur
      @AnupamaBorthakur 2 місяці тому +1

      Jubin garg dekhiboloi dhunia hoise anedore thakibo lage.....❤

    • @pranjitঅসম
      @pranjitঅসম 2 місяці тому

      @@AnupamaBorthakur জয় জুবিন দা❤

    • @sweetmusicivan3393
      @sweetmusicivan3393 2 місяці тому

      Bahut dnor murat jubin dak dhuniya dekhisu

    • @top-on-dus10
      @top-on-dus10 2 місяці тому +1

      Hi atonu sanghatik or putake khali boliyar dore hahi thake.
      Aitu podcast mojja hoise.

  • @sripaporigogoisripaporigog1434
    @sripaporigogoisripaporigog1434 Місяць тому +4

    Ata bohut dangor kotha hunilu hosai bohut true Kuneo buji napale garse buji powa kotha to kiba ata val lagil monto dhunybad dada 🙏❤

  • @videostastu0477
    @videostastu0477 2 місяці тому +6

    চাম চাম বুলি বাবী আছিলোঁ কিন্তু সময় পোৱা নাছিলোঁ পাই নেলি আজি চালোঁ বহুত বহুত ভাল লাগিল চাই❤ চিকাৰ চাব যাব লাগিব সকলোহে জুবিন দাক ভাল পোৱা বোৰ লাহেক এটা কৰিবা ❤

  • @mrinaljyotidas8107
    @mrinaljyotidas8107 2 місяці тому +25

    Zubeen Garg is a towering legend of Assam and the Northeast, whose influence spans beyond music and film. With an extraordinary voice that resonates with the heartbeats of millions, he has redefined regional artistry and set new benchmarks in creativity. His work is not just a reflection of talent but a catalyst for cultural evolution and social change. Through his innovative approach and unwavering commitment, Zubeen has become a symbol of pride and progress for the entire Northeast, embodying the spirit of resilience and artistic brilliance.Love you Zubeen Garg ♥️ bohut morom bhale thakak........❤

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw Місяць тому +2

    বহুত বেছি ভাল পাওঁ জুবিন দা মোৰ অতিকৈ প্ৰিয় আৰু সদায় প্ৰিয় হৈ থাকিব ভগৱানে সদায় কুশলে ৰাখক এদিন লগ পোৱাৰ আশা থাকিল ❤❤❤❤

  • @ChayanikaBhuyan-l7s
    @ChayanikaBhuyan-l7s 2 місяці тому +25

    আপোনাৰ অনুষ্ঠান চাই সদায় ভাল লাগে, আৰু আজি প্ৰিয় ব্যক্তি এগৰাকীৰ সৈতে, বহুত ভাল লাগিল

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 2 місяці тому +4

    খুব ভাল লাগিল আপোন শিল্পী গৰাকীৰ লগত কথোপকথন অনুষ্ঠাটো চাই। জুবিন দা সদায় ভালে থাকক, আপোনাৰ গান তেজে তেজে শিৰে শিৰে বৈ আছে। বাগিছাত যেতিয়া কাম কৰোঁ আপোনাৰ গান লগাই লও এটা নতুন উৎসাহ পাওঁ, কষ্ট বোৰ পাহৰি যাও। আপোনাৰ আহিবলগীয়া চিনেমা নিশ্চয় চাম।❤❤❤❤

  • @ilovevlogging9358
    @ilovevlogging9358 2 місяці тому +14

    Untold podcast tut Bor beleg ajan Zubeen Garg dekhisilu.❤

  • @Sameer2023-h3n
    @Sameer2023-h3n 2 місяці тому +18

    জুবিন দা -a piece of my heart ❤❤❤

  • @MithunBiswas-yr1zr
    @MithunBiswas-yr1zr Місяць тому +2

    মোৰ কাৰণে দুয়োজন ব্যক্তি বিশেষ প্ৰথম হ'ল জুবিন গাৰ্গ দা আৰু দ্বিতীয়তে চক্ৰপাণি পৰাখ ছাৰ
    এই দুই ব্যক্তিৰ বাৰ্তালাপ চাই বহু ভাল লাগিল কথাখিনি মোৰ মনতো চুই গৈছে ❤️❤️❤️❤️ love zubeen da love sacrapani porakh sir❤️❤️❤️

  • @UjjalBorah-hv3sy
    @UjjalBorah-hv3sy 2 місяці тому +11

    Uffs ভাল যে জুবিন দাক আনিবলৈ সক্ষম হৈছে

  • @MCQASSAM95
    @MCQASSAM95 2 місяці тому +302

    Zubeen da anuragi xokole like ata mari jua comment ot❤

    • @dhantigogoi9348
      @dhantigogoi9348 2 місяці тому +4

      Khuji khuji kimn like lge

    • @DBtopper12
      @DBtopper12 2 місяці тому +1

      ❤❤❤❤

    • @utjalgogoi1423
      @utjalgogoi1423 2 місяці тому

      😅​@@DBtopper12

    • @dhananjaysdaxom9594
      @dhananjaysdaxom9594 2 місяці тому +1

      Like Tu marib poranai sun thapor maru ne lathi loi taru take sinta lagise😅😅😅😅

  • @dipudaa4614
    @dipudaa4614 2 місяці тому +21

    Zubeen da Roja hoi love you dada joi Zubeen daa❤❤❤

  • @HemantaRajbongshi-ge6dn
    @HemantaRajbongshi-ge6dn 2 місяці тому +9

    Dr Zubeen Garg ❤️❤️❤️ always fvrt❤❤

  • @jmbassamesepoemandculture6858
    @jmbassamesepoemandculture6858 2 місяці тому +5

    সুৰ হৈ বৈ যোৱা অভ্ৰভেদি
    গান হৈ ৰৈ যোৱা শেৱালি তুমি।
    ভাল লাগিল,,, দুয়োজন প্ৰিয়❤

  • @jyotivlgos
    @jyotivlgos 2 місяці тому +7

    জুবিন দা সদায় প্ৰিয় ❤
    আৰু প্ৰিয় হৈয়ে থাকিব

  • @bikashtamuli8233
    @bikashtamuli8233 2 місяці тому +4

    My favourite zubeen garg and dada apunak u mur bohut val lage 👍♥️♥️🙏🙏🙏

  • @arungogoi-bz2pn
    @arungogoi-bz2pn 2 місяці тому +12

    জয় জুবিন দা মই উত্তৰ লক্ষীমপুৰ পৰা চাই আছোঁ লগতে বাৰ্তালাপৰ সকলো সদস্য লৈ আন্তৰিক শুভেচ্ছা জনালোঁ অসম মুঠ জনসংখ্যাৰ ৩১,২০৫,৫৭৬ আপোনাক ভাল পাই আৰু আপোনাৰ লগত আছে ❤

  • @Kangkanjyotidas007
    @Kangkanjyotidas007 2 місяці тому +5

    মানুহজনক লগ পোৱাৰ সুবিশাল হেপাহ আছে ৷ ঈশ্বৰে মিলালেই হ’ল ৷

  • @zgpompibhuyan2845
    @zgpompibhuyan2845 2 місяці тому +3

    জুবিন দা সদায় প্ৰিয় আজীৱন প্ৰিয় হৈ থাকিব 🙏🌎❤️😘 ভগৱানে সদায় ভালে ৰাখক তেখেতক 🙏❤️🌎😘 চক্ৰপাণি দাদা আপোনাৰ কথাবোৰ আৰু আপোনাৰ অনুষ্ঠানবোৰ বহুত ভাল লাগে ❤️🙂

  • @AnjanaSaikia-hn8bi
    @AnjanaSaikia-hn8bi 2 місяці тому +2

    বহ্নত বেছি ভাল পাওঁ জুবিন দাদাক ❤️❤️ ভগৱানে সদায় ভালে ৰাখক আপোনাক 🙏🙏🙏

  • @lisandeka4627
    @lisandeka4627 2 місяці тому +4

    Joi Dr. Zubeen Daa❤❤❤.. Sikaar ahi ase 🎉🎉🤩🤩🤩🤩🎉🎉🎉

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 2 місяці тому +3

    বহুত ভাল লাগিলে তোমালোকৰ কথোপ কথন।
    শুভাশীষ জ্ঞাপন কৰিছোঁ ।

  • @MeeraBorah-y1h
    @MeeraBorah-y1h 2 місяці тому +3

    ইমান ধুনীয়া কথাবোৰ কৈছে শুনিলে শুনি থাকিবৰ মন যায়

  • @sankarbora.5729
    @sankarbora.5729 2 місяці тому +7

    জুবিন দা নিছিনা আৰু এজন মানুহ অসমত জন্ম হ'ব নোৱাৰে!❤❤

  • @rahulboruah4341
    @rahulboruah4341 2 місяці тому +5

    Amer xakolue moromor ru hiyar amothu ❤jaii Zubeen Da ❤❤
    Loveyou Daa❤
    Sikaar blockbuster hitttt hboo🎉❤
    Chakkrapanni da apunar kotha ru podcast bur sai bht val lage❤

  • @utpaldas6202
    @utpaldas6202 2 місяці тому +18

    Moza love you zubeen da

  • @umanandaduwarah3324
    @umanandaduwarah3324 2 місяці тому +3

    Kathabur huni eman vl lagise ru. Khub hahi uthise hakalure maramar jubin thanq❤❤❤

  • @geetimonisaikia8706
    @geetimonisaikia8706 2 місяці тому +5

    Moza❤️❤️ love you always zubeen daa ❤️❤️❤️

  • @michaelvlogs4811
    @michaelvlogs4811 2 місяці тому +4

    Dr Zubeen Garg love from Jorhat ❤

  • @debasishsaikia7124
    @debasishsaikia7124 2 місяці тому +8

    Zubeen Garg movies are always hit 🔥💥💥

  • @prasantkasyap3922
    @prasantkasyap3922 2 місяці тому +5

    A Brilliant Philosopher A Briliant Innovator A Brilliant Literature A Brilliant Music Composer A Briliant Singer A Briliant Lyricist But Not A Brilliant Actor....As an audiance i must say He has to learn so much things about acting....Before he judging other's acting skills He should try to be perfect firstly....I don't know what he performed in this movie SIKAR but hop he did well... So ALL THE BEST WHOLE THE TEAM OF SIKAR. 👍

  • @bhargabbarman2102
    @bhargabbarman2102 Місяць тому +2

    Zubeen daaaa xosake last aru nahe kunu axamot an kunu 😢❤

  • @surajitboro7056
    @surajitboro7056 2 місяці тому +4

    Zubeen da axomor babe all time Great person👍

  • @pjcreativemusic1742
    @pjcreativemusic1742 2 місяці тому +23

    কালি untold অবয়ব এ kua কথাটো ....❤❤❤

  • @Bhabensaikia26
    @Bhabensaikia26 2 місяці тому +26

    কৌটি জনত এজন তুমিয়ে উশাহ তুমিয়ে নিশাহ জুবিন দা
    🧿❤️

  • @chandangogoi737
    @chandangogoi737 2 місяці тому +46

    Zubeen da handsome hoise 😌😌

  • @ranjoyvlog5853
    @ranjoyvlog5853 2 місяці тому +5

    Love you zubeen da ❤️ 😘 love from Changsari

  • @nkmaut5055
    @nkmaut5055 2 місяці тому +5

    "Kukur kita ase kela kintu voiot nename" val lagil dailog tu 🙂🥲 joy zubeen da👍✊

  • @Arnablg
    @Arnablg 2 місяці тому +4

    My all time favorite Zubeen da.... I am a bengali boy, but my assamese friends always tell me that I am wrongly take birth in bengali family....... Many assamese people thinks that I am an assamese boy after talking with me. Everything is for the songs of Zubeen da........Love you Gouldi da.......lots of love from Tripura...... Zubeen da Zindabad. ... Joy aai axom...

  • @princegogoi1564
    @princegogoi1564 2 місяці тому +5

    জুবিন দা আৰু পৰেশ বৰুৱা চাৰকএকেলগে চাব বিচাৰো।❤❤❤❤

  • @officialbishal3029
    @officialbishal3029 2 місяці тому +10

    Zubeen da Mur vogoban plz like

  • @bharatzg25
    @bharatzg25 2 місяці тому +5

    জুবিন একক আৰু অনন্য ❤❤

  • @babulsonowalbabulsonowal5888
    @babulsonowalbabulsonowal5888 2 місяці тому +12

    Aapur pora bohut hikibo baki ase zubeen DA a I ❤❤❤❤you

  • @princegogoi1564
    @princegogoi1564 2 місяці тому +8

    জুবিন দা ভাৰতীয় সৈন্যবাহিনীক(deffence&Paramilitary) লৈ এখন অসমীয়া চিনেমা বনাওক ।

  • @Chesscity6066
    @Chesscity6066 2 місяці тому +6

    Zubeen da apuni manuh rupi bhogoban ❤

  • @Hiyadas-z8w
    @Hiyadas-z8w 2 місяці тому +3

    তেওঁ সদায় ভালে থাকক।।।আমাৰ গৌৰৱ তেওঁ❤।। আৰু মদ কম কৈ খালে ভাল পাম কাৰণ তেওঁ ভালে থকাটো বিচাৰো ❤

  • @Raju123-k7d
    @Raju123-k7d 2 місяці тому +3

    মোৰ ওচৰত এতিয়াও জুবিন দাৰ বহুত কেছেট আছে আৰু লগতে প্লেয়াৰটো ও আছে দেই মাজে মাজে কেছেট বোৰ শুনি ভাল লগে । ইফালে আজি চিকাৰৰ টিকট বুক কৰিলোঁ । দৌৰি দৌৰি যাম চিকাৰ চাম । 😊

  • @PikuZubeen
    @PikuZubeen 2 місяці тому +13

    Love you Zubeen da❤

  • @ArnabHazarika-d5n
    @ArnabHazarika-d5n 2 місяці тому +16

    Ma dewtar pisotei zubeen da ❤️🙂

    • @RemadyVlogstar
      @RemadyVlogstar 2 місяці тому +1

      Same here❤

    • @assamesechanal6169
      @assamesechanal6169 2 місяці тому

      Tor Kiba problem hole zubeen a jbo na😂😂😂

    • @ArnabHazarika-d5n
      @ArnabHazarika-d5n 2 місяці тому

      ​@@assamesechanal6169Ahil aru kukur bilak 😂 vuki thak vaii 👍

  • @Babatu321
    @Babatu321 2 місяці тому +5

    Zubeen garg Assam's new generation's god ❤

  • @Shyamali6901Boruah
    @Shyamali6901Boruah 2 місяці тому +5

    Love Zubeen Garg ❤️

  • @rajbangshizn7
    @rajbangshizn7 2 місяці тому +4

    Zubeen Garg is the last of the stars ❤ Undoubtedly

  • @BANASHREEMADHUBINITA
    @BANASHREEMADHUBINITA 2 місяці тому +7

    জুবিন গাৰ্গক পদ্মশ্ৰী দিব লাগে ❤

  • @madhuvananm3472
    @madhuvananm3472 2 місяці тому +4

    Love you zubeen da❤ Stay blessed✨

  • @PranabMedhi-i6m
    @PranabMedhi-i6m 2 місяці тому +18

    Dr. Zubeen Garg

  • @AbhishekDeka-rz4dx
    @AbhishekDeka-rz4dx 2 місяці тому +8

    KING OF ASSAM D.R ZUBEEN DA 😊

  • @ankurgogoivlogs7035
    @ankurgogoivlogs7035 2 місяці тому +5

    মোৰ সদায় প্ৰিয় জুবিনদা ❤❤❤

  • @HirakHkentertaining
    @HirakHkentertaining 2 місяці тому +20

    সকলো দ্বিতীয় সম্ভৱ কিন্তু দ্বিতীয় জুবিন গাৰ্গ অসম্ভৱ

  • @DebajitDeka2007
    @DebajitDeka2007 2 місяці тому +5

    Bahhh zubeen dai ki English mare he ❤❤

  • @Digantaborah21
    @Digantaborah21 2 місяці тому +2

    Bahut bahut val lagile Zubeen da kotha xuni thakile xuni thakibo mn jai aro alop long koribo parile hoi sage but val lagil.... Le rakh...
    Chakra da vale ase.... ❤❤❤❤❤

  • @Mjyoti3257
    @Mjyoti3257 2 місяці тому +2

    Dada aro olp jodi digholiya korile hoi..emn xonkale hekh hol aro olp sabo mon thakil moi Bangaloret thako shikar sabo jam ghoraot karon Zubin dar sinema2 aribo nuyato.. love you Zubin da..hodai sosta hoi thakok Zubin dai moi bhogobanr usarat parthona jonalo..jai Zubin da ♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️

  • @ShaswateeBhattacharjee-dh7ec
    @ShaswateeBhattacharjee-dh7ec 2 місяці тому +1

    আপোনাৰ video বোৰ বহু আগৰ পৰাই চাই আহিছোঁ। ভাল লাগে আপোনাৰ ব্যক্তিত্ব, ভাল লাগে আপোনাৰ কথা কোৱাৰ শৈলী লগতে উপস্থাপন শৈলী। চাগে আপোনাৰ video ত এইটো মোৰ প্ৰথমটো comment. কিয় জানেনে? এই যে লিখিছে "বাৰ্তালাপৰ আগলি বাৰ্তা", সঁচাকৈয়ে ভাল লাগিল।

  • @simplelifewithasimplegirl7852
    @simplelifewithasimplegirl7852 2 місяці тому +3

    বহুত বহুত বহুত ভাল লাগিছে,জুবিন দা সদায় এনেকৈ থাকক,❤❤❤❤❤❤❤❤❤মোৰ আয়ুস খিনিও আপোনাৰ তাত যোগ হওক, ভাল কাম কৰি যাওক❤❤❤love you always

  • @runjundeori8239
    @runjundeori8239 2 місяці тому +1

    জুবিন দা সদায়েই ভালেই থাকক ❤❤❤🎉

  • @_magneto_9220
    @_magneto_9220 2 місяці тому +6

    JAI Zubeen Da ❤🎉

  • @arupbarman6650
    @arupbarman6650 2 місяці тому

    ভাল লাগিলে , বহুত নজনা কথা শিকিলোঁ,ভিদিওঁ তু চাই চাই হাঁহি লো ,জয় জুবিন দা 🥰💗💗💗💗💗💗💗

  • @SurprisedAbyssinianCat-mw7cf
    @SurprisedAbyssinianCat-mw7cf 2 місяці тому +5

    Zubeen daa anuragi hokole like kori jua comment box ot

  • @ssassam_1.5Million.
    @ssassam_1.5Million. 25 днів тому

    জয় জুবিন দা ❤love from Majuli ❤

  • @AnkurMoran-pf6ez
    @AnkurMoran-pf6ez 2 місяці тому +6

    Joi zubeen daa❤

  • @manashDutta-b1m
    @manashDutta-b1m 2 місяці тому +4

    Zubeen daa❤❤

  • @s.bsanjaybaswarbaswar628
    @s.bsanjaybaswarbaswar628 Місяць тому

    ❤❤ moi salu 2 bar very very good jay zubeen Dah jay ai Assam ❤️❤️❤️

  • @akhilmahanta2524
    @akhilmahanta2524 2 місяці тому

    মোৰ লগত Phillips Pwer house casset playerত জুবিনৰ Casset আজিও শুনি আছো ৷GOD blessed Zubin .

  • @chinmoykashyapdeka-3207
    @chinmoykashyapdeka-3207 2 місяці тому +12

    Aboyob r tu better aasil...this is more like an ordinary interview... couldn't connect at all...very superficial questions...please try to create more deep conversations ...

  • @enjoyamazinglife
    @enjoyamazinglife 2 місяці тому +8

    চক্ৰপাণি তেল মাৰি মাৰি এদিন ভাৰত ৰত্ন পাব

    • @prasannabora7644
      @prasannabora7644 2 місяці тому +2

      Bohut besi telia.......😂😂😂

    • @Amrita-r-1
      @Amrita-r-1 2 місяці тому +2

      😂😂 olp besi hol neki 🤣🤣

  • @tahidurrahman-f21
    @tahidurrahman-f21 2 місяці тому +3

    Zubeen manei jibon❤

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs 2 місяці тому +1

    জুবিন গাৰ্গ দা ভাল লাগিল অনুষ্ঠান টো চাই

  • @mandirabordoloi5708
    @mandirabordoloi5708 2 місяці тому +1

    চক্ৰ পানী চাৰ মদৰ কথা কোৱা জুবিন গাৰ্গ ক ভাল পালোঁ কিয় মদটো খাব লাগে নিজৰ চাইচথৰ কিয় নেভাবে ৰাইজে কিমান যে ভাল পায় তেওক আমাৰ সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গ 😊😊😊😊😊😊❤❤❤❤❤❤

  • @putusvlog5178
    @putusvlog5178 Місяць тому

    জয় জুবিন দা ✊ Always Love❤

  • @zgpompibhuyan2845
    @zgpompibhuyan2845 2 місяці тому

    অসমৰ সম্পদ, আমাৰ গৌৰৱ,অসমৰ ৰজা , সংগীত জগতৰ ভগৱান, হামিংৰ ৰজা, মানৱৰূপী ভগৱান জুবিন দা 🙏🌎❤️😘 আপোনাক কিমান ভালপাও প্ৰকাশ কৰিব নোৱাৰোঁ মই মোৰ শেষ উশাহলৈকে আপোনাক ভাল পাই থাকিম ❤️😘 মোৰ হৃদয়ত আপুনি সদায় আছে আজীৱন থাকি যাব 🙏❤️ জয় ডঃ জুবিন গাৰ্গ ককাইদেউ 🙏🌎😘❤️ আপোনাক ভগৱানে সদায় ভালে ৰাখক 🙏❤️

  • @quizstudiosaurav
    @quizstudiosaurav 2 місяці тому +2

    প্ৰিয়া মানুহজনৰ মূখৰ পৰা শুনা এটি ধুনীয়া বাক্য -
    শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়।।
    মন চুই গ'ল❤❤
    জয় জুবিন দা❤❤

  • @rajuborah2408
    @rajuborah2408 2 місяці тому +1

    Zubeen da apuni amar bohut moromor hoi,Sodai vale thakok.Vagawane apunak vale rakhak.

  • @mamoniroy8463
    @mamoniroy8463 Місяць тому

    চিনেমা খন চালো জুবিনৰ অভিনয় খুব ভাল লাগিল

  • @zgpompibhuyan2845
    @zgpompibhuyan2845 2 місяці тому +1

    জয় ডঃ জুবিন গাৰ্গ ককাইদেউ 🙏❤️🌎😘

  • @goneshchnath123
    @goneshchnath123 2 місяці тому +2

    দুয়োজনেই মোৰ বহুত প্ৰিয় ❤

  • @RanaBoruah-f3c
    @RanaBoruah-f3c 2 місяці тому +7

    Zubeen da king ❤👑

    • @150bish7
      @150bish7 2 місяці тому

      Zubeen da ❌ dr zubeen da ✅

  • @asishtahil3516
    @asishtahil3516 2 місяці тому +2

    "শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় "
    - জুবিন দা্-

  • @RAMMOHANDEKA-t4j
    @RAMMOHANDEKA-t4j 2 місяці тому +1

    Jubinda upuni mor maramor god bless you...

  • @RahulSonowal-k3t
    @RahulSonowal-k3t 2 місяці тому +3

    জুবিন দা❤❤❤

  • @geetaranisarmah4324
    @geetaranisarmah4324 11 днів тому

    , সেয়ে গছত ধৰি লোৱা হয় চন্দিপ মহেশ্বৰি জীৱনৰ সৈতে হৃদয়ৰ সাঁকো গঢ় লৈ উঠে লগতে ধাৰ্মিক ৰীতি-নীতি আৰু আদৰ্শৰে শ্ৰী ৰাম দেৱ আতাৰ ঘনিষ্ঠ বন্ধু নগা নৰোত্তম তেওঁৰ লগতেই আটাইতকৈ পুৰণি গ্ৰন্থ নোহোৱা হয় আৰু যেতিয়া সম্বন্ধীয় কিছুমান জনপ্ৰিয় কাৰ্টুন চৰিত্ৰৰ জন্ম দিয়া হয় চন্দিপ মহেশ্বৰি জী সদায় চেষ্টা কৰিছোঁ ঈশ্বৰে সকলোকে আচৰিত কৰিছে উদাহৰণস্বৰূপে সমগ্ৰ বিশ্বতে ভালেমান অসমীয়া শিল্পী সাহিত্যিক জড়িত হয় চন্দিপ জীৰ লগলাগি ধৰ্ম হিন্দুৰ ভিতৰত অন্যতম প্ৰধান বাণিজ্যিক ও সামৰিক সন্মান বিশ্বাস প্ৰতিক ৰূপেও জনাজাত হল ফুলৰ জৈৱিক প্ৰক্ৰিয়া সংঘটিত কৰা হৈছিল মই সদায় ঈশ্বৰৰ ওচৰত হৃদয়কথা খুলি তাত শান্তিৰ চুক্তি ৰূপায়ন কৰাত আগভাগ লয়হি এই পৃথীবিত সকলোৰে মাজত ধৰ্মবিশ্বাস হৈ পৰে আৰু ইয়াৰ দ্বাৰা সকলোকে অভিভূত কৰিবলে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এজন ব্যক্তিত্ব সম্পন্ন বন্ধু চন্দিপ মহেশ্বৰি জী এজন অভিভাৱকৰ শ্ৰী চৰণত ভক্তিভাৱেৰে শ্ৰদ্ধা নিবেদন কৰিবলৈ বিশেষ স্থান অধিকাৰ কৰিছে সেয়া আজীৱন সেৱা আগবঢ়াই আছে আৰু এই পৃথিৱীৰ সকলো দেশতে ন্যায়িক নথি বুলি ধৰা হ'ব আনন্দদায়ক হয় চন্দিপ মহেশ্বৰি জী সদায় পানী ঢালি দি সুখী বা আন যিকোনো ৱেবচাইটৰ বিপৰীতে ৱিকিপিডিয়াত লেখাৰ বাবে নতুন শাখাৰ সূচনা কৰা হয় আৰু ইয়াৰ দ্বাৰা সকলোকে দিনটোৰ আজৰি সময়খিনি একতাৰ এনা জৰিৰে এই বেবসাইটো নিজৰ বুদ্ধি প্ৰয়োগ কৰা হৈছে মানুহৰ মাজত থকা সপোন বোৰ পূৰণ কৰিব পৰা যায় ভিতৰৰ সুন্দৰতা অনুভৱ কৰিব পাৰিছো সেয়ে ইয়াক সুচাৰুৰূপে পৰিচালনা কৰিবৰ সময়ত আনন্দ মনেৰে কৰিছোঁ আপোনালোক সকলোলৈকে মোৰ মৰমৰ শ্ৰদ্ধাৰ ভক্তি সন্মান প্ৰদান কৰিছোঁ সঁচাই এনে এজন ব্যক্তিত্ব সম্পন্ন বন্ধু চন্দিপ মহেশ্বৰি জী সদায় পবিত্ৰতাৰ প্ৰতীক ৰূপে গণ্য কৰিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধু।

  • @arabindamalakar1269
    @arabindamalakar1269 2 місяці тому +1

    আপোনাৰ গানতকৈ কথন ভঙ্গি আৰু বেছি ভাল লাগে। ❤

  • @abhimanyukashyap4107
    @abhimanyukashyap4107 2 місяці тому +2

    আয়ুস দিব পৰা হয় উচৰ্গা কৰিবলৈ অকনো কুণ্ঠা বোধ নকৰিলোঁ হয়। দাদা ❤