I request the Assam Police to arrest the Gram Sevak Agriculture Officer of every district and the ward members and secretaries of every Gaon Panchayat in Assam.
Dada moi kono kisan loan lwa nai .. Mr number jwa 4 January t call ahisil... Number tu true caller saute Hariyana r number dekhaise froud call nki moi buji pwa nai
চৰকাৰক ধন্যবাদ ।মোৰ ভাইটি ওঠৰ বিশ বছৰৰ পৰাই খেতি কৰি ঘৰ চলাইচিল ।তথাপিও বোথ কমিতি অন্যায় ভাবে দিব বিচৰা নাচিল ।কিন্তু দেৰিকৈ জনালোকে বিচাৰ কৰি দিব ধৰিলে ।কাৰন খাটিৰতে বহু নেপাব লগিয়া পাই আছিল ।সেয়ে দুখীয়া বিলাক পিচ পেলাইচিল ।ভগৱান আছে ।সত্যৰ সদায় জয় ।সচা কথা লুকাই নেথাকে ।
অসম আৰক্ষীক অনুৰোধ, প্ৰতিখন ডিষ্টিকৰ গ্ৰাম সেৱক কৃষি বিষয়াক গ্ৰেপ্তাৰ কৰক লগতে অসমৰ প্ৰতিজন গাঁও পঞ্চায়তৰ ৱাটৰ সদস্য আৰু সম্পাদকক গ্ৰেপ্তাৰ কৰক।
কামৰুপ মেএ আজাৰা প্রনশায়ত ইনকুৱাৰি কৰিব লাগে, 🙏
😊 very good
ভুৱা হিতাধিকাৰী চকাৰেই বনাইছে অকৌ চৰকাৰেই গ্রেফটাৰ কৰিব
এয়া অসমৰ ৰাজনীতি 😢😢
I request the Assam Police to arrest the Gram Sevak Agriculture Officer of every district and the ward members and secretaries of every Gaon Panchayat in Assam.
Very good
False farmer Avery Interesting word in Assam such false farmers should arrest
মিছা কথা কৈছ বাপুকণ। কোনেও ঘুৰাই নিদিয়াৰ পিছত জেলৰ ভাত খাই শুই থাকিব। 😂😢😮😅😊
যিবিলাক বিষয়াই কামবোৰ ৰ লগত জৰিত তেওঁলোকক এৰেষ্ট কৰিলে ভাল হব
ক'ত ৰাখিব হয় গ্ৰেপ্তাৰ কৰি
ভুৱা খেতিয়ক হেণ্ডকাফ লগালে অসম চৰকাৰক চেলুইট দিম কৈ 😂
আমাৰ ইয়াত মৰা মানুহৰ নামত থকা ৰেচন কাড্এতিয়াও চলি আছে ৷দোকানিয়ে জানিও নাম কত্তন কৰা নাই ৷ দুটা তিনিটা চৰকাৰী চাকৰি থকা পৰিয়ালে ৰেচন কাড লৈ আছে ৷
ভুৱা হিতাধিকাৰী বাচনিৰ নীতি-নিয়ম কি? নিয়মাৱলী বুজি পোৱা নাই ? বুজিব পাৰিলে ভাল আছিল !
I am Avery small farmer but I always deprived such govt hello
Voa hitadikari b j p sarkar i banai gol karan lov di sarkar b j p
List bor prokash koribo lage sonkale
Val pradakhap
Dada moi kono kisan loan lwa nai .. Mr number jwa 4 January t call ahisil... Number tu true caller saute Hariyana r number dekhaise froud call nki moi buji pwa nai
Gogle and social mediad is not ture. And sorkar is not ture But ........com
বাদ দিয়া হে