এগৰাকী চিকিৎসকৰ মহানুভৱতা। মাত্ৰ ১০ টকা মননী লৈ কৰিছে চিকিৎসা সেৱা

Поділитися
Вставка
  • Опубліковано 23 січ 2025

КОМЕНТАРІ • 306

  • @user-himanshunath2760
    @user-himanshunath2760 3 роки тому +23

    সচাকৈ এওঁ এজন ভগৱানৰ অৱতাৰ।।। ভগৱানে তেওঁক মংগল কৰক তাকে কামনা কৰিলোঁ 🙏🙏🙏

  • @ratulgiri686
    @ratulgiri686 3 роки тому +39

    বহুত বহুত অভিনন্দন যাচিলো চিকিৎসাক গৰাকীক।

  • @mrperfect6724
    @mrperfect6724 3 роки тому +50

    মানুহৰ প্ৰতি দয়া, মৰম, চেনেহ আৰু মহানুভৱতা থকা এই জন ডাক্টৰ এজন খাতি অসমীয়া পুত্ৰ আৰু তেওঁক লৈ গৰ্ব অনুভৱ কৰিছো 🙏🙏🙏🙏🙏🙏🙏🙏

    • @pintubaruah5986
      @pintubaruah5986 3 роки тому +1

      🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹

    • @imransk752
      @imransk752 3 роки тому +1

      ll

    • @prodipgogoi7520
      @prodipgogoi7520 Рік тому

      আপুনি ডাকটৰেই অকল নহয় আপুনি মানুহো। বৰ্তমান বহুত ডকটৰ হাকিমৰ লগ পাইছোঁ কিন্তু তেওঁ লোক মানুহ নহয়। দেখাত মানুহ হ'লে নহ'ব। যাৰ মানৱতা নাই দয়া ময়আ। প্ৰেম শ্ৰদ্ধা ভক্তি মৰমেৰে ভৰা উন্নত মানসিকতা বিহীন অন্ত সাৰশূন তাক মানুহ নুবুলি ইতৰ প্ৰাণী বুলি কোৱা হয়। জীৱ শ্ৰেষ্ঠ মানৱে পশুৰ দৰে হ'ব নালাগে।

  • @bhesojbaruah8725
    @bhesojbaruah8725 3 роки тому +4

    ভাল লাগিল গগৈদা । এনেদৰেই আপুনি যিখিনি সেৱা আগবঢ়াই আহিছে তাৰোপৰি বেলেগকৈ দান-বৰঙণি নিদিলে ও হয় । কিন্তু তথাপিও আপুনি যিখিনি কৰি আছে তাৰ বাবে আপোনাক ভগৱানে সদায়েই শক্তি দিয়ক ।আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

  • @pankajphukan6468
    @pankajphukan6468 3 роки тому +11

    ভগৱানৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছো। সুস্বাস্থ্য অটুত থাকক।

  • @subratadey9156
    @subratadey9156 3 роки тому +9

    এনেকুৱা মানশিকতাৰে কাম কৰিবলৈ সকলো চিকৎশকে আগবাঢ়িলে অসমত ধনী দুখীয়া সকলোৱে চিকিৎশাৰ অভাবত মৰিব নালাগিব।

  • @ratulahom5757
    @ratulahom5757 3 роки тому +36

    ডাক্তৰ যে ভাগবান তাৰেই নিদর্শন

  • @bhumidharrava4652
    @bhumidharrava4652 3 роки тому +19

    I selute him. What a great job. May god bless him.

  • @bokulda3191
    @bokulda3191 3 роки тому +14

    Sir You are a Great Doctor.I salut To you.

  • @GourangiGogoi
    @GourangiGogoi 3 роки тому +17

    এইজন চিকিৎসকক আমি সকলোৱে চেলুত দিব লাগে ।আৰু বেছি ফীজ লোৱাসকলে শিক্ষা লোৱা উচিত ।

  • @bobitabhuyan3260
    @bobitabhuyan3260 3 роки тому +7

    Thank you gogoi sir👍👍👍🙏🙏.. kesuman doctor a ey Tim 2t toka looti ase .xokolu doctor a jode apunar nesena hol heten....xosai de apune Mohan gogoi sir

  • @helpingdesk835
    @helpingdesk835 3 роки тому +41

    যি সময়ত কিছুমান চিকিৎসক এটা মেডিকেল ৰিপোৰ্ট উলিয়ালে 200,300টকা লয়।সেই সময়ত ডাঃ ৰঞ্জন গগৈ ৰ পদক্ষেপ সলাগিবলগিয়া।

    • @mithusingh626
      @mithusingh626 3 роки тому +1

      Amar yat 200, 300 huwa hle valai aile num to likhalai 500

    • @rinachetia6971
      @rinachetia6971 3 роки тому

      এই জনেই মৰ্ত্য ভগৱান। বেলেগে ভগৱান বিছৰা কোনো আৱশ্যক নাই বুলি য়েই ভাবো

  • @dilipmahanta8479
    @dilipmahanta8479 3 роки тому +6

    আটাইতকৈ সন্মানীয় এই মহান চিকিৎসকজনেই।

  • @biswajitgogoi5376
    @biswajitgogoi5376 3 роки тому +3

    আপোনাক শত বাৰ প্ৰণাম।।আপোনাৰ মহানুভৱতা চিৰদিন জিয়াই থাকক।। ধন্যবাদ।।

  • @sonjay1122
    @sonjay1122 3 роки тому +6

    আপোনাৰ দীঘাৰ্য়ু কামনা কৰিছো । মানৱ সেৱা কৰি যাওক। ভগৱানে সহায় কৰিব🙏🙏🙏

  • @salyendraborchetia1822
    @salyendraborchetia1822 3 роки тому +6

    আপোনাক ধন্যবাদ জনাইছো। মানুহৰ টকা ই সকলো নহয়।

  • @arjunchetry5579
    @arjunchetry5579 3 роки тому +48

    সুন্দৰ কাম কৰিছে । জীৱনত আৰু উন্নতি কৰক

    • @Mompipathori.123
      @Mompipathori.123 3 роки тому

      ধন টকা পইচা সকলো অসাৰ মৰোতে লগত নেযায় অথচ মানুহক লাগে লাগে আৰু লাগে |ৰনজন গগৈলৈ নমষকাৰ May God bless you.

    • @bandanakonwar664
      @bandanakonwar664 3 роки тому +1

      চাৰ আপোনি দেৱতা🤣🙏

  • @dharitriphukan2507
    @dharitriphukan2507 3 роки тому +2

    Ajir dinot ane monor manuh pabo loi nai.... Great personality 🙏🙏 God bless you Sir 🙏🙏

  • @amaragarwala7474
    @amaragarwala7474 3 роки тому +8

    ভাল লাগিল মানুহ এনেকুৱা হব লাগে তেখেতক বহুত বহুত ধন্যবাদ

  • @Pakhi23456
    @Pakhi23456 3 роки тому +4

    তেখেতৰ মহানুভবতাৰ বাবে ধন্যবাদ থাকিল ।

  • @alberuni9126
    @alberuni9126 3 роки тому +10

    🙏🙏 Thank you dr. Gogoi from the bottom of my heart. 💓

  • @bhabengogoi5313
    @bhabengogoi5313 3 роки тому +7

    সন্মানীয় Dr, Gogoi ডাঙৰীয়া আপোনাক কৌটি কৌটি প্ৰণাম জনাইছোঁ , আপোনাৰ সহানুভূতি দেখি সঁচাই অভিভূত হৈ চো ।

  • @mamunbegum851
    @mamunbegum851 3 роки тому +2

    Khosai Issor sworup hoi Doctorjon. Iman kom toka loi khontusto hoise bhogoban swarup manuhor udahoron. Legal income kom holeu je manuhe khei tokare dhunia jeevon japon koribo pare takei bujai dile. Salute Doctorjonoloi. Apuni jeevonot aguwai jabo buli akha rakhilu. Raijor akhirbaad ase. 🙏🙏🙏🙏🙏🙏🙏. iyar pora baki Doctorbure gyan luwar proyujon.

  • @dharmeswarbarma
    @dharmeswarbarma 3 роки тому

    পৃথিৱীত মানুহ বহুত আছে কিন্তু, মানৱতা কম। এনেকুৱা দুই এজন মানৱতাৰ বাবেহে পৃথিৱীখন জীয়াই আছে। নহ'লে কেতিয়াবায়ে নি শেষ হৈ গলহেতেন। ধন্যবাদ চাৰ❤️❤️❤️

  • @dipankanath5943
    @dipankanath5943 3 роки тому +9

    Salute Dr. Gogoi

  • @dalimdas5137
    @dalimdas5137 3 роки тому +8

    Thanku you Ranjan sir 🙏🙏🙏

  • @sadiqhassan3577
    @sadiqhassan3577 3 роки тому +11

    Good job salute this humanity ❤️

  • @pankajdeka2740
    @pankajdeka2740 3 роки тому +8

    Sir k ভগৱানে dirghayu কৰক যাতে এই সেয়া মানুহে সদাই লাভ কৰে তাৰ বাবে আমি ভগৱানক pathana জনাইছোঁ

  • @robinmohan9667
    @robinmohan9667 3 роки тому

    এনে মহৎ বৰঙণি আগবঢ়োৱা ডাক্তৰ গ গৈ দেৱৰ মহানুভৱতা সচাকৈ শলাগিব লাগিব। তেখেতে এইদৰে সেৱা আগবঢ়ায় যাওক তাৰে কামনা কৰিলোঁ। ভগৱান সহায়ক হওক। ধন্যবাদ ডাক্তৰ গগৈ।

  • @hifi4204
    @hifi4204 3 роки тому +8

    Salute ane hen doctorok.... Kintu guwahati university hospital or r dr deepak kumar ajon dexor kolonko..... University r maajor ata main post officer employeek teu saabo nukhuje.....aiburor baabe doctor kisumaanok piton die

  • @bhairabsharma6092
    @bhairabsharma6092 3 роки тому +3

    Really a good and kindhearted May God bless you sir

  • @monisaikia769
    @monisaikia769 3 роки тому +3

    God bless you sir. Apuni bhut mohan.

  • @bobi1345
    @bobi1345 3 роки тому +7

    A grand salute to you Sir 👏🙏

  • @pranjalkalita1680
    @pranjalkalita1680 3 роки тому +8

    God bless u sir.... aji dinot baki kokuwa dr hokole kiba 1ta hikibo paribo apunar pora. Tokar khok nomora hokole buji pauk.

  • @tanujarsarkar5235
    @tanujarsarkar5235 3 роки тому +2

    সছাকৈ ভগৱান ৰূপ ৰ মানৱ সেৱাক আছে এতিয়াও ছাৰ ধন্যবাদ

  • @PARVESHRAHMAN
    @PARVESHRAHMAN 3 роки тому +5

    ড° ৰঞ্জন গগৈ দেৱক চেলুট জনালোঁ ৷ তেখেতক ভগবান ভালে ৰাখক ৷ তেখেত ভগৱানৰ অন্য ৰুপ যেন পাইছোঁ ৷ কাৰণ ভগৱানে নিজৰ ৰুপেৰে পৃথিৱীলৈে নাহে ৷ বিভিন্ন ৰুপেৰে এই ধৰালৈ আহি মানুহৰ মাজত থাকে ৷পাৰিলে তেখেতৰ আদশ’ আমিও লবলৈ চেষ্টা কৰা দৰকাৰ ৷

  • @norottamdas8895
    @norottamdas8895 3 роки тому +3

    Sir You are a Great Doctar.I salut to You

  • @malakarsahab
    @malakarsahab 3 роки тому +4

    Manuh nhoi bhogoban hoi teo love from Tinsukia 🙏❤️

  • @sahabuddinahmed2369
    @sahabuddinahmed2369 3 роки тому +2

    Salute sir...May God bless you forever 🙏

  • @rajenray9655
    @rajenray9655 3 роки тому +5

    God bless you, Gogoi sir

  • @robinchangmai9312
    @robinchangmai9312 3 роки тому

    Dr Ranjan Gogoi , very good heart person তেখেতক ভাৰত চৰকাৰৰ ফালৰ পৰা এটা উপযুক্ত সন্মান পাবৰ বাবে অসম চৰকাৰ ফালৰ পৰা নামটো মনোনীত কৰিব লাগে । কাৰণ বহুতো পিছপৰা ঠাইত জাতি জনজাতি সকলো দুখীয়া দৰিদ্ৰ ৰ প্ৰতি কৰা মানৱ ধৰ্ম কৰা এজন নিষ্ঠাবান ব্যক্তি । যদি সন্মান পায় তেন্তে বেলেগ সকলোৰে বাবে পিচপৰা ঠাই ত কাম কৰাৰ প্ৰেৰণা হৈ ৰব ।

  • @hemalatachetia3765
    @hemalatachetia3765 3 роки тому

    সচাকৈয়ে এইজন ডাক্তৰ ৰোগীৰ সকলৰ বাবে ভগৱান ।।
    আজিৰ দিনত এনে মহানুভৱতা থকা মাত্ৰ ১০/২০ টকা মাননী লোৱা চিকিৎসক জনক অভিনন্দন জ্ঞাপন কৰিছো।।

  • @TechInformativeAssam
    @TechInformativeAssam 3 роки тому +14

    বহুত ভাল কথা

  • @rabindraassam9969
    @rabindraassam9969 3 роки тому +7

    Sir hokolu doctor jodi apunar dore hole hoi tetiya bohut dukhiya poriyalor hohai hol heten apuni anedore hohai Kori thakok mur falor pora Jai Hind 🇮🇳

  • @meghalideka5585
    @meghalideka5585 3 роки тому +5

    You're great sir

  • @deepanjolidutta6783
    @deepanjolidutta6783 3 роки тому +2

    ভগৱানে আৰু শক্তি দিয়ক

  • @mukulbora1870
    @mukulbora1870 3 роки тому +10

    প্ৰণাম জনাইছোঁ🙏🙏🙏

  • @rambhuyan7721
    @rambhuyan7721 3 роки тому +2

    Thank you sir. May GOD bless you every moments..

  • @ilasharma5488
    @ilasharma5488 3 роки тому +6

    অসমত আৰু এনেকুৱা চাৰি পাঁচ জন চিকিৎসক ওলালে আমাৰ দৰে দুখীয়া খকলে খকাহ পাম

  • @pallabikagogoi3379
    @pallabikagogoi3379 3 роки тому +3

    Apunar nisina doctor ai oxomot bohut bohut proyujon hoise..

  • @manashjyotidutta9503
    @manashjyotidutta9503 3 роки тому +4

    Sir u'r the great 🙏🙏

  • @moonbulhussain8233
    @moonbulhussain8233 3 роки тому +3

    Be a good doctor love u always ❤ nd be happy 😊 always 👍

  • @hindipoetrybyom8817
    @hindipoetrybyom8817 3 роки тому +2

    Wow pure soul god bless you sir

  • @rajibdas956
    @rajibdas956 3 роки тому +1

    Hat's off my dear doctor......long livey dear sir

  • @nashiruddinsk7304
    @nashiruddinsk7304 3 роки тому +3

    Good job sir😘 proud of you👌 Allah bless u🤲

  • @kamalchetry7243
    @kamalchetry7243 3 роки тому +5

    Great job sir re kora hewak selut korisu pratek pispora anchalat yenekuwa doctor janmma hoyuk.

  • @jeshminamullick173
    @jeshminamullick173 3 роки тому +13

    We need this type of doctors,many doctor take rs. 500 to rs.800 fees.

    • @rupeshgorh9304
      @rupeshgorh9304 3 роки тому

      Sir bhut val kam korisa..bhut bhut thx

  • @chandraa5971
    @chandraa5971 3 роки тому +1

    You are great Sir 🙏🙏🙏🙏 salut you

  • @mohanrathi7671
    @mohanrathi7671 3 роки тому +2

    God is great & this doctor is also verry great

  • @bijitsaikia1491
    @bijitsaikia1491 3 роки тому

    শ্ৰদ্ধাৰ গগৈ চাৰক অশেষ ধন্যবাদ জনাইছো।এখেতৰ দৰে মানৱীতা গুণসম্পন্ন ব্যক্তি আঙুলিৰ মূৰত লেখিব পৰা...
    ।আমাৰ যোৰহাটত কেইজনমান ডকাইতৰ নিচিনা!ফিজ ৪০০ৰপৰা ৫০০ লয়। দুখীয়া নিচলা বুলি চাবলৈ নাই মুঠতে বেমাৰ ভাল হওক বা নহওঁক ৰোগী চোৱাৰ নামত অধিক ধন ল'বই।
    আমাৰ ঘৰৰ পৰা এক কিলোমিটাৰ দূৰত এজন ডক্তৰ আহে তেখেতে ১০০টকাহে লয় ফিজ।পইচা কমিলেও দৰৱ দি পঠাই,আমি কেইদিনমানৰ পিছত দিওগৈ।তেখেতৰ নামটো হ'ল শ্ৰদ্ধাৰ শ্ৰীযুত কংকণজ্যোতি শৰ্মা।
    অৱশ্যে গগৈ চাৰে ৫০/১০০ টকা ল'লেও বেয়া নহয় বাৰু!!সদৌ শেষত চাৰৰ সু-স্বাস্থ্য লগতে দীৰ্ঘায়ো কামনা কৰিলো।

  • @darshanadutta.5086
    @darshanadutta.5086 3 роки тому +6

    কিছুমানে টকাৰ বাদে আন একু চিনি নাপায় ৷ মানুহ এনেকুৱা হব লাগে ৷

  • @lakhikantasingha8358
    @lakhikantasingha8358 3 роки тому +2

    Jibonot kiman luti khuwa doctor dekhilu aeiya prithibit prothom esoror rupot ata doctor good bless you sir.

  • @anjumonikakati9216
    @anjumonikakati9216 3 роки тому +3

    May God bless you sir

  • @madanrabidas9451
    @madanrabidas9451 3 роки тому +2

    Dr.R gogoi is a actual doctor God bless him

  • @shimantaborah793
    @shimantaborah793 3 роки тому +4

    Great man 🙏🙏

  • @migompegu1729
    @migompegu1729 3 роки тому +6

    Very good sir ❤️

  • @khaninsarma5522
    @khaninsarma5522 3 роки тому +1

    Manuhor rupot Bhagwan...
    Proud of you...

  • @phukanterang7993
    @phukanterang7993 3 роки тому

    Bohut bhal lagil sir, God bless you 🙏🙏

  • @prodipkhanikar7242
    @prodipkhanikar7242 3 роки тому

    বহুত ধন্যবাদ জ্ঞাপন কৰিলো

  • @junmonichetia3031
    @junmonichetia3031 3 роки тому +1

    সুন্দৰ পদক্ষেপ ছাৰ

  • @junmonikhound8264
    @junmonikhound8264 3 роки тому +2

    God bless you sir....!

  • @MintuDas-xl4vw
    @MintuDas-xl4vw 3 роки тому +6

    I Give him Thanks Dr Ranjan Gogoi From Ledo

  • @bhupenchandrahazarika1583
    @bhupenchandrahazarika1583 3 роки тому

    গগৈ ছাৰৰ লগতে তেখেতৰ পৰীয়ালৰ সকলোৰে সুস্বাস্থ্য আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিলো । আপোনালোক মহান।

  • @abdurrezzak3021
    @abdurrezzak3021 3 роки тому +2

    May Allah Grant Dr Gogoi a long life.Other doctors should follow him and be kind.

  • @rajibpegu9599
    @rajibpegu9599 3 роки тому +2

    God bless you. Salute

  • @RanjitKumar-ud3kj
    @RanjitKumar-ud3kj 3 роки тому +1

    Sir ror manobota ase ,tokai nohoi manobota oo lage ,sir re phij loi toka ghota nai kintu unhelpful people jatia untoror pora ashibad pai tatu ata baleg amaze nohoi ne sir, God bless you,you are also manab rupi God. Jai hind.

  • @dhrubajittalukdar661
    @dhrubajittalukdar661 3 роки тому +1

    I salute you Sir 🙏

  • @dharjyachoudhury4772
    @dharjyachoudhury4772 3 роки тому +1

    Ranjan gogoi sir apunar manab dorodi mahanubhuti dekhi ami khub khukhi aru gaurab anubhob koriso...Apunak bhogobane bhale kukhole rakhok taare kamona bhogobanor usorot parthana...

  • @hemantacetia7260
    @hemantacetia7260 3 роки тому

    Bohut val kam aito sir God bless you 👍

  • @pradiphazarika7558
    @pradiphazarika7558 3 роки тому

    সুন্দৰ জীৱন। ভগবান সদায় তেওঁৰ লগত।

  • @iteachyou4977
    @iteachyou4977 3 роки тому +1

    Vogobn buli kobole aku dal nai pithibit kintu ai jon lukr dore manuh ase babeii vogobn ase buli kb pari ❤️❤️❤️

  • @nsmastebharat561
    @nsmastebharat561 3 роки тому +1

    Real hero Dr R Gogoy Sir

  • @khushisworld6658
    @khushisworld6658 3 роки тому +2

    Thank you sir

  • @binodloha4741
    @binodloha4741 3 роки тому

    Very good, may God bless you Gogoi sir

  • @gautamphukan5079
    @gautamphukan5079 3 роки тому

    Bohut bohut val kam korise gogoi sir, vogobane apunak aru unnoti diyok sir ,

  • @bikashkonwar5181
    @bikashkonwar5181 6 місяців тому

    ভাল কথা ডে sir জন মহান ব্যক্তি

  • @arotigogoi6053
    @arotigogoi6053 3 роки тому

    এইয়াহে প্ৰকৃত মানব সেৱা। ভগৱান তেওঁৰ সহায় হওক ।

  • @mainamampivlog9034
    @mainamampivlog9034 3 роки тому +2

    Apuni mohan sir apuni ya God 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bubulbaruah4926
    @bubulbaruah4926 3 роки тому

    বহুত ভাল খবৰ দিলে। সৰ্বেশ্বৰ ভূঞা দেৱে এটকাও ফিজ নোলোৱাকৈ অৱসৰ গ্ৰহন কৰিলে Dibrugarh GMC 🙏🙏

  • @hirendas3850
    @hirendas3850 3 роки тому

    Best wishes to Dr Ranjan Gogoi,May God bless you ! You are angel Of God , we love you

  • @jugesworpame7793
    @jugesworpame7793 3 роки тому

    ধন্যবাদ গগৈৰ চাৰ

  • @studentguidebycn6143
    @studentguidebycn6143 3 роки тому

    God bless u sir.we are happy to have a such doctor

  • @pranabkumardas6092
    @pranabkumardas6092 3 роки тому +1

    Good job sir🥰

  • @surajitdeymagicshow8105
    @surajitdeymagicshow8105 3 роки тому

    Salute to you Sir,,what a thinking great Sir,,

  • @rosiloutha2351
    @rosiloutha2351 3 роки тому +1

    Good job DR meaning hoisy mohanubhab very very good job

  • @pneog8534
    @pneog8534 2 роки тому

    Dr gogoi is great. We pray at the knee of God gives him a long life for all of us. God bless you sir.

  • @amalrahang1613
    @amalrahang1613 3 роки тому +3

    Good job.....

  • @shankargiri5885
    @shankargiri5885 3 роки тому +2

    Good job Sir

  • @jpmotivationaltips8480
    @jpmotivationaltips8480 3 роки тому +1

    We need like this kind of doctors

  • @ejallmix2571
    @ejallmix2571 3 роки тому +1

    You are great sir👍👏😊