Superhit Assamese Devotional Songs | Assamese Borgeet | Tarali Sarma | Devotional Songs
Вставка
- Опубліковано 21 сер 2024
- Announcing Superhit Assamese Devotional Songs on Assamese Borgeet by Tarali Sarma, a compilation of Devotional Songs.
Tarali Sarma, a famous singer from Assam, won the National Film Award for Best Female Playback Singer in the year 2003 for the Assamese film Akashitorar Kothare. Her father, Prabhat Sarma is a folk exponent, flutist, music director and a Sangeet Natak Akademi Awardee. Tarali Sarma is a versatile singer and music director in the Assamese film industry. She has composed music for films like Akashitorar Kothare, Laaz, Jatra the passage, Basundhara and Abhijatri, among others. Tarali Sarma also has several albums in her name such as Tarali, Abhixari Priya, Sonjoni, Sankar Madhav and many more.
This album “Borgeet” is a beautiful compilation of 6 amazing tracks by the famous Assamese singer Tarali Sarma.
=== ALBUM SONG DATA ===
► Saranga Pani 0:00:01
Artistee- Tarali Sarma
Lyricist- Sri Sri Shankardev
Composer- Sri Sri Shankardev
► Keshabahe 0:05:24
Artistee- Tarali Sarma
Lyricist- Sri Sri Shankardev
Composer- Sri Sri Shankardev
► Faku Khele 0:12:16
Artistee- Tarali Sarma
Lyricist- Sri Sri Madhabdev
Composer- Sri Sri Madhabdev
► Kahare Uddhaba 0:19:06
Artistee- Tarali Sarma
Lyricist- Sri Sri Shankardev
Composer- Sri Sri Shankardev
► Moke Ibar 0:26:01
Artistee- Tarali Sarma
Lyricist- Sri Sri Madhabdev
Composer- Sri Sri Madhabdev
► Bahuri Gauri 0:34:02
Artistee- Tarali Sarma
Lyricist- Sri Sri Shankardev
Composer- Sri Sri Shankardev
সুন্দৰ হৈছে ।
Bor xundor.Xotokuti pronam🙏🙏🙏
Mon sui jua.Bhogobane xokti diyok Tarali Sarmak aru bahut xunabole........
কৃষ্ণ কৃষ্ণ তেৰাই কৃপা কৰক।
🙏🙏🙏 অনন্ত নমস্কাৰ,জয় গুৰু শ্ৰী শ্ৰী শঙ্কৰ,জয় গুৰু শ্ৰী শ্ৰী মাধৱ,জয় ভগৱান শ্ৰীৰাম,জয় ভগৱান শ্ৰীকৃষ্ণ, কৃষ্ণ ৰাম নাৰায়ণ গোৱিন্দ জয় জয়,জয় মাতৃ সীতা,জয় মাতৃ মহালক্ষ্মী, অনন্ত নমস্কাৰ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ জনাই আপোনাক কৃপা কৰক। মই সদায় শুৱাৰ সময়ত আপোনাৰ গীত কেইটা শুনি হে টুপনি যাও ।আজি ছয় মাহ মানে হ'ব কেতিয়াবা কমেন দিব পাহৰি যাও কৃষ্ণ কৃষ্ণ।
অতি সুন্দৰ কণ্ঠ। ভগৱান ক সাক্ষাৎ কৰি দিয়ে। বহুত ধন্যবাদ।
Tarali baa buhut hundor borgeet ❤❤❤❤❤
গুৰু দুজনাৰ বৰগীতবোৰ অসমীয়া জাতিৰ অমূল্য আধ্যাত্মিক সম্পদ । এইবোৰৰ চৰ্চা, প্ৰসাৰ আৰু প্ৰচাৰ কৰি আমাৰ স্বকীয় সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাটো প্ৰত্যেক নিষ্ঠাৱান অসমীয়াৰ এক পৱিত্ৰ কৰ্তব্য ।
জনপ্ৰিয় সুকণ্ঠী শিল্পী তৰালী শৰ্মা ভনীটিৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ ল'লো ।
গুৰু দুজনাৰ বৰগীতবোৰ অসমীয়া জাতিৰ অমূল্য আধ্যাত্মিক সম্পদ ।এইবোৰ চর্চা ,প্ৰসাৰ আৰু প্রচাৰ কৰি আমাৰ স্বকীয় সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাটো প্ৰত্যেক নিষ্ঠাবান অসমীয়াৰ এক পবিত্ৰ কৰ্তব্য
Tumar mukhot guru dujonar borgeet xonot xuwaga soraise
কৃষ্ণ কৃষ্ণ কৃষ্ণ আই মাতৃ জেনীৰ সু মঙ্গল কামনা কৰিলোঁ কৃষ্ণ
গুৰু জনাৰ অমূল্য সৃষ্টি বৰগীত এফাঁকি ৰাতি বিছনাত পঢ়া লগে লগে নোশুনিলে শান্তিয়ে নালাগে ।
সেয়ে সদায় শুনো ।
Jay guru Sankar Madhab Jori RamRam.bor bhal lagise suni.
Very nice & sweet .yeh voice borgeet ke liye best Thank you so much
Shree Shree Sankar Dev & Shree Shree Madhabdev do no Guru Deb humara namashya & unki Krishna sanskriti se relate sistri karma ...
অতি সুন্দৰ পৰিবেশন
মন প্ৰাণ জুৰ পেলাই দিয়ে গুৰু দুজনাৰ অমৃত সদৃশ বৰগীত সমূহে ।
a
Ah Ki opurbo ! Jen ek mrityunjoyee onuvobor utso.... Dr. Dhiren Sarmah ,Abhayapuri
Hm hosakoi aei borgeet bur aaa mon punya kre.
জয় গুৰু শংকৰদেৱ 🙏🙏
Bohut sundar 😍😍
Tarali baa voice uff manibo lagibo love you ❤️
মন জুুৰোৱা বৰগীত তৰা বা ,শয়নৰ পৰা শুনি, উঠি আহিৱ মন নোযোৱা হয়.
Bhahawat.
কৃষ্ণ কৃষ্ণ আপোনাৰ এই সুমধুৰ বৰগীত কেইটাই মোৰ জীৱনৰ শেষ গীত । মই পিছে বেছি দিনৰ আলহী নহয়।কাৰন ময় এজন কিডনী বেমাৰী । কৃষ্ণ প্ৰভূই আপোনাক আগলৈ আৰু আগুৱাই নইয়ক।এয়ে প্ৰভূৰ ওচৰ প্ৰাৰ্থনা।
এনেবিলাক ভক্তিমূলক গীতে মনত শান্তি দিয়ে
অপূৰ্ব !
শুনি থাকিলে এনে লাগে যেন ঈশ্বৰৰ সাক্ষাৎ হৈছে।
same name!!
Like as Melody Queen Your Kontho is so sweet for good listening..
তৰালি বাৰ গীত বিলাক বহুত ভাল লাগে তাতোকৈ ভাল লাগে বৰগীত বিলাক তৰালি বাৰ সুৰ বিলাক বহুত কৰুন সেইবাবে ভাল লাগে
অতি সুন্দৰ
Ati Sundar 💯 krishna krishna 🙏🙏👍
Creation of two Mahapurush the bargeets are pride of Assamese . Let's popular & preserve the same!
কৃষ্ণ কৃষ্ণ প্ৰভূৰ চৰণ কমলত শত কৌতি প্ৰণীপাত জনালো। শঙ্কৰ মাধৱ গুৰু দুজনাৰ চৰণত সেৱা নিবেদিছো ।
Borgeet hunile monle anabil Santi ru furti ahe.duijna guruke kouti kouti pronam!
auti Sundar. dhanyabad
❤❤❤
অতি সুন্দৰ ।শুনি থাকিবলৈ মন যায় ।
খুউব ধুনীয়া ।
🙏❤️🙏
Monporosha borgeet, I like it very much.
কৃষ্ণ কৃষ্ণ আই জেনীৰ প্ৰথমে মঙ্গল কামনা কৰো ।আপোনাৰ সুমধুৰ বৰগীত কেইটা নুশুনিলে টুপনীয়ে নাহে ।
Dhunia
🙏❤️🙏 krishna Hari Ram ❤️🙏 krishna krishna 🙏🙏🙏🙏
সুন্দৰ আৰু সুমধুৰ শুনিও ভাল লাগিল আপোনাৰ গীতৰ সুৰ শুনি খুবেই আনন্দ পালো যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল,,
Ratipuwa aru godhuli borgeet sunile ghorkhon pobitra huwar logote deh monu pobitrotare bhori pore. Bahut dhanyabad.
Hoy
Best tarali
মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি এই বৰগীতসমূহ তৰালীবাৰ কন্ঠ বৰ মিঠা/শ্ৰুতিমধুৰ হৈছে .
অতি সুমধুৰ ।
Nice song
কৃষ্ণ।👃👃👃👃 কৃষ্ণৰ কৃপাত সমৃদ্ধিশালী কৰি তোলাত ,সফল কৰি ৰাখক। কৃষ্ণ।
I like Tarali's borgeet to much
বৰ গীত সমূহ জীয়াই ৰখাৰ দায়িত্ব আমাৰ
খুউব মধুৰ হৈছে বৰগীত সমুহ।
You are one of the best singer Tarali baa. ..............
👌❤️
সুন্দৰ 👌👌 মোৰ প্রিয় গীত বৰগীত😘👌
যেন অমৃত সম! মধূৰ কণ্ঠ!
So melodious....
Maha purush janar apurba sristi ai bargeet hamuh tarali bar kanthat hunot huwaga saraise. Mon pran ishwarar saranot hapi diaa jen anubhab hoi.
অতি সুন্দৰ।
We are proud of bargeet
I feel calm in mind when listening Tarali's Borgeet
TTT ttttyyy
@@arnitamarak4998 y
Very Nice Song's
অপূৰ্ব 🙏🙏🙏
Voice is sweet and very good 🙏🙏
গুৰুজনাৰ বৰগীতবোৰ এনেদৰেই যেন সকলো অসমীয়াৰ মাজত জীয়াই থাকে তাৰে কামনাৰে,,,,, ধন্যবাদ ।
গুৰুজনাৰ বাৰগীতবোৰ আবেদ যেন সকলো অসমীয়াৰ মাজত জীয়াই থাকে তাৰে কামনাৰে ,,,, ধন্যবাদ
Superb Borgeet by Tarali
Good effort to restore the cultural heritage of sankardev's culture. Sweet song. Thanks.
Lu u l Jojo
@@jurideka3457 y
@@lakhinathneog1680 lp
@@jurideka3457
Pppppppppppppppppppppppppppppppppppppppppppppppppppppp
SOULFUL AND HEAVENLY.I AM PROUD OF OUR CULTURE.TARALI BAA YOU ARE ONE OF THE BEST VOICE OF ASSAM KRISHNA PROBHU NARAYAN AKHIRBAAD KORIBO AMAK🙏🙏🙏🙏🙏
I can feel ur happiness😂
😊
nice song
👏👏👏 "JAI GURU SANKARA". Biggest can give us mental and physical peace. Thanks to TARALI ba.Sweet melody..
Nice song
@@pknathnath4017 new all the
@@_Barak_mani_short_videosà
@@pknathnath4017😊😊😊😊😊😊
কৃষ্ণ
Very good...She is No 1 Borgeet Singer in Assam..
What a feel, magic voice.. thankzz from kerala.. 😍😍
Welcome from ASSAM
Yeah assamese songs are very beautiful but I love every Indian traditional songs specially north eastern, eastern and southern 😁I mean I love your area's song too
@@apsc2.0othergovtservices89 for
@@KabyashreeBharadwaj024 ppp*swwqswq#qwqwessqw
@@sishuramdeka9109
Kp
Oti xundor borgit🙏🙏🙏🙏🙏
simply superb
Ati sunder sumadhur. Thanks
অতি সুন্দৰ কণ্ঠ ; শুনি থাকিলে মনটো ভক্তিভাৱত ভৰি পৰে । ধন্যবাদ ।
Dharitri Das nice
জনপ্ৰিয় শিল্পী , সুমধুৰ কণ্ঠৰ অধিকাৰী তৰালী শৰ্মাৰ কণ্ঠত গুৰুদুজনাৰ অময়া বৰগীত শুনি আপ্লুত হ'লো । তেওঁৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ ল'লো ।
বৰগীতবোৰ অসমীয়া জাতিৰ অমূল্য আধ্যত্মিক সম্পদ । এইবোৰ চৰ্চা কৰি আমাৰ স্বকীয় সাংস্কৃতিক পৰম্পৰা জীয়াই ৰখাটো সকলো অসমীয়াৰ পৱিত্ৰ কৰ্তব্য ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অমৰ সৃষ্টি ৰচনাক আপোনাৰ অমৃতময় কণ্ঠ নিগৰাই জগত সভালৈ অমূল্য সম্পদ দান কৰিলে, সেয়ে আপোনালৈ অশেষ ভক্তি পূৰ্ণ সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
ৰাতিপুৱা বৰগীত বোৰ শুনি বৰ ভাল লাগে🙏🙏🙏
মন প্ৰাণ জুৰ পৰি যায় গুৰু দুজনাৰ গীত শুনি 🥰🙏🙏
Very nice
Very nice .
বৰ সুন্দৰ গীত তৰালি! ম ই বৰ ভাল পাওঁ, শুনিলে শুনি থাকিবৰ মন যায় মহাপুৰুষ দুজনাৰ ভক্তিৰ ৰসে মুগ্ধ কৰি দিয়ে।
💚💚💚
বৰ শ্ৰুতিমধুৰ হৈছে, ভবিষ্যতে আৰু সুন্দৰ সুন্দৰ বৰগীত শুনিবলৈ আশা কৰিলোঁ...
বৰ শ্ৰুতিমধুৰ হৈছে, বা ,আগলৈও শুনিবলৈ পাম বুলি আশা কৰিলোঁ।
অতি সুন্দৰ, সুশ্ৰাৱ্য৷
মহাপুৰুষ দুজনাৰ অপূৰ্ব সৃষ্টি এই বৰগীতসমূহ আমাৰ অসমৰ পৱিত্ৰ গীত৷
Rupam Mahanta
Rupam Mahanta q(gopala kigoti koile
Rupam Mahatma a
Rupam Mahanta val
Fc
Dhuniya geet
HAPPY RAS MOHOTSAV 😊🎑🎑😍
Tumar bhaktigeet huni mur hriday hat pore xubha ratipuwa
অশেষ ধন্যবাদ জনালো
সোনত সোৱগা চৰাইছা তৰালি বা। God bless you.
এনেবোৰ সংগীতে মনৰ শান্তি অটুট ৰাখিব পাৰে
বৰগীত শুনা আৰু অমৃত খোৱা মাজত অন্ত নাই । কৃষ্ণ
Meera Das rly
Meera Das hsakoi a bht vl lge
বলহূৰাম
Khub xundor song
Very sweet tune. Thanks.
এনে সুৱদী শুনি শুনি হেপাঁহ নপলাই,,,,,
আপোনাৰ সদায় অনুৰাগিনী মই ।
কৃষ্ণ কৃষ্ণ
Very nice song.
Very very nice
অপূৰ্ব !
BORGEET and voice of TARALI SHARMA-- a sweet combination . The songs and the singer, both are my most favourite.
bor sundar.
T
Dhoinobad
So beautiful Tarali mam.....Your Voice is Amazing
Kino bhagya millala hamare prabhura charanae
Good 🔥🔥
Gurujanak pranam
Super presentation with a nice voice. Thanks from Bangladesh.
dislike korabury tu sagy jibonot borgeet guatu dur borgeet many ki xya u najany,,,,,torali ba y
mohapuruxjonar sristirajik .,,iman dhuniyaky😍 poribexon korisy,,,,,,,,,xosakoi y khub dhuniya hoisy,,,,🙏
সুন্দৰ 🙏🙏🏼🙏🏼