Sivsagar r Kalugaon r Bhauna group 2r Matsya Avatar Bhauna khon salu olp din agot... Bht bht hundor Bhauna.. bht hard work r pasot enekua perfection aahe.
Jodu da apunar gan huni Val lage . Aguai jaok apuni takei kamona korisu. Apunar nam huni Iman Val lage 🎧🎧🎧apuni bohut 🎤🎤🎤🎶🎶 dhunia naam hai 🙏🙏🙏🙏🙏🙏🙏. Aguai jaok apuni🙏🙏🙏🙏
17/12/21 tarikhe pokamura t hua vauna salu..khub Val lagil ..Jodu dar logote hokoluke Val lagil ..Durbakha munir probekho r git besi Val lagil ..ase Jodi share koribo
অসমীয়া ভাওনা সংস্কৃতি ম'বাইল এপ ডাউনলোড কৰক-
play.google.com/store/apps/details?id=awesomioc.com.AssameseVauna
Bohut bhal lagise
Hey bhogoban
🙏🙏🙏 xundor
মজা
Nice
কি মধুৰ কন্ঠৰ গৰাকী যদু দা❤️ ভাষা নাই
অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ🙏🏼🙏🏼 জয় ভাওনা সংস্কৃতিৰ 🙏🏼🙏🏼
Bar Sundar kantha krlishjna
@@junomonidas uhh gbgy
গীতটো শুনিলে তেজৰ মাজেৰে ঐশ্বৰিক শক্তি এটা পাৰ হৈ যায় | ভক্তি ভাৱ এটাই আপোনা-আপুনি হৃদয়ত থিতাপি লয় | দোহাৰৰ দলটোলৈ একাজলি মৰম 💜
যেতিয়া পঢ়িবলৈ মন নাযায়, তেতিয়া এই গীতভাগ লগাই লও , আৰু মন টো একদম ভাল লাগি আহে❤️☺️
বাঁহ কি সুমধুৰ কণ্ঠ । গাৰ নোম সিঁহৰি উঠে ।
অপূৰ্ব্ব কণ্ঠ । গাওঁতহে আচল অসমীয়া সুবাস পোৱা যায় ।
Ekdom xosa
এইবোৰ ভিদিঅ" শুনি আমি অসমীয়া বুলি চিঞৰি ক'বলৈ মন যায় । কি সুন্দৰ !
Hi
Hello
Tumar ghor kot nu
@@mintudas2454 Golaghat Fallangani ...
@@mintudas2454 ua-cam.com/video/Jv9HnVuPjjQ/v-deo.html
Bidyut Dadar Logot
কোনো ভাষা নাই যদু৷ তোমাৰ কন্ঠ ভগৱান প্ৰদত্ত৷ ভগৱন্তই আৰু কৃপা বৰিষণ কৰক৷
🙏🙏🙏
গাৰ নোম শিৱৰী উঠিছে 💕💕💕 কৃষ্ণ।🙏🙏🙏🙏
Hsai
Really
সচাঁকৈ
Krishna🙏🙏🙏
Muru o..
গাৰ নোম শিয়ৰি উঠে শুনিলে ও কৃষ্ণ কৃষ্ণ প্ৰভু।।।বৰ সুন্দৰ কণ্ঠ যদু দা❤
তেওৰ কণ্ঠ সদাই আচৰিত মনমুগ্ধ কৰিলে । আমাৰ এই সংস্কৃতি ধৰি ৰাখিম
অসমীয়াৰ গৌৰৱ উজ্জ্বল এইয়াই ভাওনা সংস্কৃতি । গীত টো শুনা লগে লগে গাত এক ঐশ্বৰিক শক্তিৰ অনুভৱ হৈছে 🙏🙏
Krishna
Bhut dhunia o Jadu da. krishno Krishno
জয় গুৰু শংকৰ, সৰ্ব গুণাকৰ
যাকেৰি নাহিকে উপাম,
তোহাৰি চৰণে ৰেণু হত কোটি
বাৰেক কৰোঁহো প্ৰণাম ।।
কৃষ্ণ
অনুপম কণ্ঠ অনুপম গায়কী .. এয়াই অসমীয়া সংস্কৃতি ...জয় গুৰু শংকৰ , জয় গুৰু মাধৱ🙏
Mur kontho
বহুত সুন্দৰ সুৰ গাৰ নোম শিয়ৰি উঠে কৃষ্ণ।।
চকুৰ পানী উলাই গল
....allah teok aru aguwai niok..
সছাকৈ শব্দতো তেজৰ মাজেৰে বৈ গৈছে কৃষ্ণ 🙏🏻🙏🙏
সচাকৈয়ে আপোনাৰ কণ্ঠ শুনি বহুত ভাল লাগিল এনেকুৱা কণ্ঠযে কবলৈ ভাষা নাই মোৰ। কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏
অতি সুন্দর কন্ঠ 🙏🙏🙏 কৃষ্ণ কৃষ্ণ প্রভূ 🙏🙏🙏
বহুত ভাল লাগিল শুনি
আমি গৌৰৱ কৰোঁ আমাৰ ধৰ্ম ক লৈ
কৃষ্ণ 🙏
অতুলনীয় কন্ঠদান যাদু, ভাওনা জগতৰ গায়ন সকলৰ মাজত তুমি শ্ৰেষ্ঠ গায়নৰ স্থানত ।
Khub xundor poribekhan val lagil
এই গীতৰ শ্ববনে এক স্বৰ্গীয় আনন্দৰ অনুভূতি বিলাইছে ।
ধন্যবাদ
এই ভাওনাৰ শিৱ ৰ প্ৰৱেশ r গীত টি শুনিবলৈ অতি সুন্দৰ লাগিল
Vhut val
অতি সুন্দৰ কণ্ঠ ❤️❤️🙏🏻🙏🏻🙏🏻
Moza
যদু দত্ত ডাঙৰীয়াৰ যাদু দেখি অভিভূত হৈছোঁ।
ইমান ধুনীয়া শুৰ, যেন আপোন পাহৰা হৈ গৈছো।
জয় শ্ৰী কৃষ্ণ/জয় লক্ষী নাৰায়ণ/জয় শিৱ পাৰ্বতী/জয় শংকৰদেৱ মাধৱদেৱ🙏🙏
ইমান সুন্দৰ কন্ঠ আপোনাৰ। আগুৱাই যোৱাত ভগৱানে সহায় কৰক।
কি সুন্দৰ কণ্ঠ😍🥰💫
ৰাতিপুৱা এবাৰ শুনিলে শৰিটো প্ৰফুল্লিত হৈ উঠে🥰ইমাম সুন্দৰ কন্ঠৰ গৰাকী আপোনি আৰু আগুৱাই যাওক যদু দা তাৰ কামনা কৰিছো🙏🙏
ধন্যবাদ
Maa kosom ki voice oo. Pagol hoi goisu oo jodu da ..eman dhunia kanaka gabo para oo❤❤❤❤❤❤
অসমীয়া সংস্কৃতিৰ অন্যতম ভাওনা জগত সভালৈ আগুৱাই যাওঁক। স্পষ্ট আৰু সুন্দৰ পৰিবেশন। শুভেচ্ছা জনালো।
আপোনাৰ কণ্ঠই মুগ্ধ কৰিলে, ল'ৰালি কালৰ ভাওনাৰ স্মৃতিৰ পৰা এনে লাগিছে, সম্ভৱতঃ ভাওনা আৰম্ভৰ প্ৰাক মুহূৰ্তৰ গীত, আপুনি আপোনাৰ গায়ন শৈলীৰে গীতটোক অনন্য মাত্ৰা প্ৰদান কৰিছে...
ধন্যবাদ
সচাই অতি সুন্দৰ কণ্ঠ । মই এতিয়ালৈকে ১০ বাৰৰ ওপৰত শুনিলো আমনি নালাগে।
Moi 10 bar nhoi rati huwar homoyt hodai abar huni he hu daily😊❤
বহুত বহুত সুন্দৰ কণ্ঠ ❤️❤️
ইমান ধুনীয়া অ' কণ্ঠস্বৰ ❣❣❣
এই ভিডিঅটো দিয়া এবছৰ হৈ গ’ল কিন্তুু যেতিয়াই মন যায় তেতিয়াই শুনি দিওঁ ১০বাৰ৷৷মনটো প্ৰফুল্ল হৈ উঠে৷যদু দাৰ লগত এখনেই ভাওনা কৰিবলৈ পালোঁ৷কিন্তুু তেওঁৰ প্ৰতি আন্তৰিকতা সদায় একেই আছে আৰু থাকিব৷ভগৱাননে তেওঁক সদায় কুশলে ৰাখক❤️🙏
Emn hundor voice 2
Ki j hundor!!So heart touching voice 💓
Krishna Krishna 🙏
হৃদয়স্পৰ্শী কন্ঠ🙏
Sivsagar r Kalugaon r Bhauna group 2r Matsya Avatar Bhauna khon salu olp din agot... Bht bht hundor Bhauna.. bht hard work r pasot enekua perfection aahe.
শঙ্কৰ-মাধৱ আমাৰ ইষ্ট দেৱ নহয়, গুৰুহে, কৃষ্ণ হে আমাৰ ইষ্ট দেৱ যি মহাপুৰুষ দুজনাই কৈ গৈছে । আৰু সুদ পদ কমলে নহয়, সুত পদ কমলে । বাকি সুন্দৰ কণ্ঠ 🙏
ভাল দৰে শুনি লওক মাধৱক গুৰু বুলি কৈছে
Krishnak madhob কয়
Valkoi nuhuni coment dile val nedekhai.monot rakhiba
Apuni gai dekhaouk,
Apuni kiman Jane? Apunar enekuwa eta video dibosun.manuhor dhukh dhoriboloi vaal kintu nijehe eku koribo nuware matro coment Kori lukor dukh bisari fure.faltuu korobar
কৃষ্ণ🙏🙏🙏 বৰ সুন্দৰ কণ্ঠ।
গাঢ় নোম হিয়ৰি গৈছে। ❤️❤️❤️ ইমান ধুনীয়া শুৰ পগলা হৈ jaam মই ❤️❤️❤️🙏🙏🙏🙏👍👍👍👍👍। পিছলৈ যাতে আৰু আগুৱাই জাই তাকে ভগবানৰ ওচৰত মিনতি কৰিছোঁ 👍👍👍👍
bor dhuniya lagisa dy 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Woww jadu da bohut dhunia gaise hosakoi kobole bhakha nai 🙏🙏🙏🙏😍😍😍 krishno
কৃষ্ণ কৃষ্ণকৃষ্ণ
আই সৰস্বতীৰ কৃপা বৰষক৷শুভেচ্ছা থাকিল৷
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ কণ্ঠ।
যদু দা কণ্ঠত যাদু আছে
Jodu da apunar gan huni Val lage .
Aguai jaok apuni takei kamona korisu.
Apunar nam huni Iman Val lage 🎧🎧🎧apuni bohut 🎤🎤🎤🎶🎶 dhunia naam hai 🙏🙏🙏🙏🙏🙏🙏.
Aguai jaok apuni🙏🙏🙏🙏
Bor hundon kontho.mon gole apunar ai geet tu hunu val lage🙏🙏🙏. Aru aguai jauk.
Konth jui jui
Oti xundar kontho, anekuwa geet bare bare xuni thakileo amoni nalage, vogobane apunak aru sokti diyok
ধন্যবাদ
Iman isposta koi sluk to gaise bhut vl lagil suni .agoloiu di thakiba. amiu kom porimane vaunar songsketir majote thaku.
Uff❤❤❤.....anekwa napai oooo kotu .............o hori kole o hori buli kwabur kun oooo
Dhemali ne 800k k par hoi gol 👍❤️gauruv daii hoxaii ❤️❤️jodu da mainn ✨...joldi 1 million houk daii 👍
কবলৈ ভাষা নাই ইমান ধুনীয়া সুৰ মাত
Jodu da apunak akou log pm oha 23, October ❤️❤️....bht dhunia o apunar voice 2 ❤️❤️
Joi guru sonkor 👏👏 ultimate voice 🙏🙏
অতি সুন্দৰ যদু।
এখেতৰ কণ্ঠ কিন্তু সচাঁই মানিবলগীয়া দেই❤️❤️❤️...
সাচাকৈয়ে অপূৰ্ব সুন্দৰ , খুউব সুন্দৰ কাম কৰিছে আপুনি এই ভাগী প্ৰচাৰ কৰি ।
Axomia hisape gourob koru💛 Joi Guru Sankar💛
অতি সুন্দৰ ৷ গৌৰৱ অনুভৱ কৰো তোমাৰ দৰে সুন্দৰ কণ্ঠ শুনি ৷ আমি প্ৰকৃততে অসমীয়া ৷ ভগৱানে আৰু সুন্দৰ কৰক ৷
গুৰুজনাই দি যোৱাএনে উজ্জ্বল সঙসকৃতি আমাৰ জাতীয় জীৱনৰ বৰ্ম সদৃশ।এই সঙসকৃতিৰ চৰচ
থাকিলে কোনো শক্তি য়েই অসমীয়াৰ হানি কৰিব নোৱাৰে।
আমি ভাওনা প্ৰেমি অসমীয়া ✊🙏🙏🙏
কৃষ্ণ প্ৰভু ।।।।হৰি ৰাম হৰি ৰাম😘
Very good bahut hi bhal logicy bhagawan apanak sad budhi day
17/12/21 tarikhe pokamura t hua vauna salu..khub Val lagil ..Jodu dar logote hokoluke Val lagil ..Durbakha munir probekho r git besi Val lagil ..ase Jodi share koribo
বৰ দুৰ্দান্ত মাত দেই, বহুত high note , সুন্দৰ লাগিছে যদু দা।
Thanks.keep supporting.
সুন্দৰ বন্ধু সুন্দৰ ।।। সছাকে আপোনি প্ৰান ধালি গাইছে।।।আপোনাৰ কণ্ঠৰ যাদু সলাগিব লগা।।। আপোনাৰ সুৰৰ যাদু আছে।।।।।🙏🙏🙏🙏 সেৱা জনাও আপোনাৰ কণ্ঠ ক🙏🙏🙏
Krishna 🙏
সুন্দৰ 🙏❤🔥
Khub xundor..🙏🙏🙏
অতি সুন্দৰ কন্ঠ ❤️❤️🙏🙏
অতি সুন্দৰ গীত
Eman dhuniaa gaixa hundor kontho hodai hunu moi 🙏🙏🙏🙏
ভগৱানপ্ৰদত্ত এক তুলনাবিহীন মিঠা কণ্ঠ।
প্ৰকৃত অসমীয়াগিৰী।
Val lagil git ti
যদু দা কি কম আৰু ভাষা নাই ।।
সুন্দৰ কণ্ঠ
সচাই বৰ ধুনীয়া লাগিলে শুনি
সুন্দৰ আগুৱাই যাওক
অতি সুন্দৰ,,,,,
কৃষ্ণ,,,,,,, 🙏🙏🙏
ইমান ধুনীয়া সুৰ❤️❤️, সচাঁই শুনি বহুত ভাল লাগিল
সুন্দৰ কণ্ঠ 👍👍
Aapunar vokti geet ti huni monot bor hanti palu.... aaha koru ohomor homajkhon hodai anekoie hojib hoi thakok....jai sri krishna
অসমীয়া বুলি গৌৰৱ কৰোঁ। যদু ককাইদেউ সদায় আগবাঢ়ি যাওঁক।আপোনাৰ নামটো বিশ্ববাসীৰ বাবে চিনাকী হৈ ৰওক।
ইমান সুন্দৰ ইমান সুমধুৰ ,,,,
সচাঁই সুন্দৰ কণ্ঠ
এবাৰ নুশুনিলে ৰাতি টোপনি নাহে আপোনাৰ মাতত দোহাৰী তো । কৃষ্ণ বাপজন ।।
ধন্যবাদ।
@@asomiyavaunasanskriti কৃষ্ণ । শুভ ৰাতি ।
বহুত শুৱলা হৈছে,কৃষ্ণ
Sundor voice jodu da sunile suni thakibar mon jai
কি সুমধুৰ কণ্ঠ 🙏❤️
বহু বাৰ শুনি ও হেপাহ নপলাই অতি সুন্দৰ কণ্ঠ
Krishna🙏Krishna🙏ki opurba shrishti🙏🙏🙏🙏🙏🙏
Bor hundor maat apunar . Bor hundor hoise aagbahi jauk vogowane bhaldora rakhok apunak 👍👍👍
অসমীয়া জাতিৰ অন্য এক শক্তি💓💓