ডঃ পীতাম্বৰ দেৱ গোস্বামী প্ৰভূৰ ভাষণৰ মাজে মাজে যদু দত্তৰ ভাওনা গীত।।Jodu dutta।।

Поділитися
Вставка
  • Опубліковано 17 чер 2024
  • নমস্কাৰ 🙏
    আউনীআটী সত্ৰৰ সত্ৰধিকাৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰভু ঈশ্বৰে ভাওনা সম্পৰ্কে আগবঢ়োৱা ভাষণ ভাগিৰ মাজে মাজে ভাওনাৰ বিশিষ্ট গায়ন যদু দত্ত দেৱে ভাওনাৰ গীত পৰিৱেশন কৰা এটি সুন্দৰ ভিদিঅ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ।
    সকলোৱে ভিদিঅ টি চাব আৰু like,comment & share কৰি চেনেলটি subscribe কৰি দিব বুলি আশা ৰাখিলোঁ 🙏
    #ভাওনা
    #bhauna
    #assamesebhauna
    #vauna
    #sassamworld

КОМЕНТАРІ • 32

  • @user-gn3pp7zh9c
    @user-gn3pp7zh9c 11 днів тому +2

    বহুত বহুত ভাল লাগিল,,,,প্ৰভূ ঈশ্বৰৰ চৰনত সেৱা নিবেদন কৰিলো,,,যদু দাৰ কন্ঠ অনন্য,,❤❤

  • @prantimsharma7690
    @prantimsharma7690 11 днів тому +1

    যদু দাৰ কণ্ঠ সঁচাকৈয়ে হৃদয় জুৰোৱা

  • @ansumanbora8851
    @ansumanbora8851 День тому +1

    Moja hoise dei🙏🙏🙏🙏🙏🙏🙏

  • @anshumanborgohain2915
    @anshumanborgohain2915 27 днів тому +5

    অতি সুন্দৰ , অনন্য । বহুত ভাল লাগিল । প্ৰভু ঈশ্বৰলৈ সেৱা জনালোঁ । কৃষ্ণ 🙏🙏

  • @palashbhuyan1503
    @palashbhuyan1503 11 днів тому +1

    🙏🏻😍❤️

  • @SBhuyan-lr2hb
    @SBhuyan-lr2hb 27 днів тому +5

    Oti Sundor 🙏🙏🙏

  • @jitubora1042
    @jitubora1042 21 день тому +4

    🙏🙏🙏

  • @palreation
    @palreation 10 днів тому +1

    প্ৰভুৰ কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ
    ভাওনা কেৱল মনোৰঞ্জন নহয়
    মনোৰঞ্জনৰ লগতে জীৱনৰ শিক্ষা...নীতিশিক্ষা ..কৃষ্ণ সংস্কৃতি ..মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি
    কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়

  • @digantaarandhara2709
    @digantaarandhara2709 21 день тому +2

    Borgeet xundor bhabe Provu Jonai kathakhini bibori kole.Bhal lagil bahut.

  • @prasantabaruah1728
    @prasantabaruah1728 21 день тому +2

    Krishna

  • @gaoutom.maina.youtube5662
    @gaoutom.maina.youtube5662 16 днів тому +1

    Val lagil

  • @user-jr3ks8me2q
    @user-jr3ks8me2q 20 днів тому +2

    Purani git matehe amar vaona sanskritik jugamia karib karib.ati sowad laga krishna

  • @manyatagogoi2427
    @manyatagogoi2427 27 днів тому +3

    ৰাজসত্ৰ সমূহে গুৰুজনাৰ নীতি আদৰ্শ মতে চলেনে? ভাওনাৰ ক্ষেত্ৰত তেওঁলোকে কিবা কৰিছিল নে ? বৰ্ত্তমান দেখিচো তেওঁলোকৰে দপদপনি বেছি।

  • @bimansaikia4305
    @bimansaikia4305 21 день тому +2

    শঙ্কৰ দেৱৰ দৰে গুৰু অতিতটো জন্মা নাই। বৰ্তমানেও জন্মা নাই। ভৱিষ্যতে ও জন্ম হব তাৰো নিশ্বয়তা নাই।তাৰে এটা উদাহৰণ। যেনে স্কেকপিয়েৰে কেৱল নাটক লেখিছে। আমাৰ গুৰু জন নিজে নাট্যকাৰ,গিতিকাৰ, নাট পৰিচালক, আৰু তেওঁ নাটকত একে সময়তে তিনি প্ৰকাৰৰ মানুহলৈ চিন্তা কৰিচে। যেনে প্ৰথম সুত্ৰধাৰ বা যোগেদি অতি পাত পক্ষৰ বা ট্ৰেডমাৰ্ক পোৱা সকলক সময় খৰচ নকৰাকৈ মাত্ৰ সুত্ৰ বা সুত্ৰধাৰ পঢ়িবলৈ বা চাবলৈ সুবিধা কৰি দিছে। দ্বিতীয়তে প্ৰথম বিভাগত যি সকলে পাচকৰে তেও লোকক মাজৰ সুত পঢ়িবলৈ সুবিধা কৰি দিছে। তৃতীয়তে যি সকলে দ্বিতীয় বা তৃতীয় বিভাগ ত পাচ কৰে তেও লোকে গোটেই নাটক খন চাব বা পঢ়িব পৰাকে সুবিধা কৰি দিছে। যিটো কাম স্কেক পিয়েৰৰ নাটকত কৰা নাই। স্কেক পিয়েৰে কেৱল নাটকহে লিখিছে ।আমাৰ আজি কালি নাটক সমুহৰ পৰা শঙ্কৰ দেৱৰ অমৰ সৃষ্টি মাজৰ সুত্ৰ সমুহ উদ্ৰ কৰি দিয়াটো বৰ পৰিতাপৰ বিষয় হৈছে। এই কথাটোত আপুনি চিন্তা কৰি আকৌ মাজৰ সুত্ৰ থকাতো কৰিব বুলি আশা ৰাখিলোঁ।কাৰণ শঙ্কৰ গুৰুৰ মহান আদষক হেয় জ্ঞান কৰাৰ অধিকাৰ আমাৰ কাৰো নাই। তেওঁ দৰে সব্ৰগুণাকৰ গুৰু পৃথিৱীত আজি লৈকে কতো জন্ম হোৱা নাই।

  • @SBhuyan-lr2hb
    @SBhuyan-lr2hb 27 днів тому +3

    🙏🙏🙏

  • @sharatboruah7956
    @sharatboruah7956 21 день тому +2

    🙏🙏🙏