যি জনী মা বাবে আপুনি আপোনাৰ মানুহ জনক পালে আজি অলপ মানুহৰ লগত চা চিনাকী হৈছে আৰু সেই মা জনীৰ কথা তেনেকৈ মানুহৰ আগত কৈ থাকিব নালাগে বুজিছে। আপোনাৰ গাত কিবা দুখ নাথাকিলে কোনো মাকে বোৱাৰী ক কষ্ট নিদিয়ে আপোনাৰ ও মুখন বেয়া চাগৈ তাৰ বাবে শাস্তি খালে আপুনি। বেয়া নাপাব মা মেইন যি জনী মা কথা আপুনি কৈ আছে তেওঁৰ চাগে ছোৱালী আছে তেওঁলোকে কিন্তু তেওঁক খুব ভাল পাই মৰম কৰে চাগে। আপুনি video দিব বাবে আৰু কিমান কি কৰিব মা জনীক ঠিক নাই কিন্তু 😢😢😢
Anekuwa hoi thake mor jibato haisa katiwao biswash koribo noware aji Kali ma bilak Baya hoi goise ,tomar kothakhine val lagil thankyou val koi thakiba❤
Ba moi aji prothom tumar video saisu,gutei keita video saisu,tumar otit tu jani bohut dukh lagil, aguwai jua vogobane tumalukor val koribo,moi tumar bandhobi holu dei
Moy valdore buji paysu ba.... Amar jibonor logot hokolu khini kothay mili porise tatke aru ki kom, ji holew jeniba etia apunar dore amiu hukhi, eta homy ahisil jetia moy eta hoptah vat khuwa nasilu horir tue kam nokora hoysil 😭 ! Apunar video TU say muru kotha bur kiba monot ahi goyse baru ji ki nhowk hukhi howk ❤️
Bor dukh lagil ba apunar ktha khini khuni.mur lgt o enekua ghotona ghoti ase.apunar ktha khini khuni soku Pani ulai gol.ignore kri jaba aibur manuhk jiman pare edin khoklu thik hbo tetia ako apunak e bisaribo kebol dhorjjo dhora ba
আৱেগিক হৈ পৰিলোঁ কথাখিনি শুনি। নিজৰ কামৰ মাজেৰে নিজৰ সংসাৰখন চম্ভালি সুখী হৈ থাকা । ঈশ্বৰে তোমালোকক সহায় কৰি আছে আৰু ভাল হʼব তোমালোকৰ । দুখবোৰ পাহৰি যোৱা ❤❤❤
বহুত বহুত ধন্যবাদ
তোমাৰ কথাবোৰ শুনি বহুত বেয়া লাগিল সময়ে সময়ে মানুহৰ জীৱনলে ভাল বেয়া দিন আহেই সেইবোৰ সাহসেৰে পাৰ কৰি নিজকে সমাজত ভাল ভাবে আগুৱাই যোৱাতোহে ডাঙৰ কথা ❤❤
Thank you so much ❤️
জীৱনত ঘাট-প্ৰতিঘাট থাকেই.. এইবোৰ সকলোঁ আঁওকান কৰি আগুৱাই যোৱাটোহে আচল জীৱন সংগ্ৰাম 🤗😊 বাকি আগুৱাই যাওঁক দুইজন 🙏🏻❤️
Thank you so much ❤️
এনেকুৱা বহুতৰে জীৱনত হয় আৰু বহুতেই সহ্য আৰু ধৈৰ্য ধৰি থাকে।দুখ লাগিল বহুত
Thank you so much ♥️
Bor Dukhe lagil tumr Kotha khini Huni Vogoban. Kukhole❤❤ Rakhok
কথাখিনি শুনি থাকোতেই দুখ লাগিল, দিন সদায় একে হৈ নাথাকে, সুখ দুখৰ সংমিশ্ৰনেই জীৱন,আগুৱাই গৈ থাকা👍
অঅ নবৌ আপোনাৰ কথা সুনি বৰ দুখ লাগি ,
বহুত বেয়া লাগিল জানি সদায় মানুহৰ একে নাথাকে ভাল হব আৰু ভাল হৈছে নিজৰ লগতে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি গৈ থাকক
বৰ দুখ লাগিল বা❤😢
Bhut bhal lagil
Thank you
Val lagil video to 👌🌷🌺🌹
মানুহৰ জিবনত এনেকুৱা হইয়ে ।মুৰু জিবনত এনেকুৱা দুখ আহিছিল বিয়াৰ পাছত।মইও বহুত কস্ত পালু জিবনত সময়ৰ লগতে কস্ত কৰি লে সকলু দুখ সেখ হৈ জাই ।মাথু সময় লাগে।
❤️❤️❤️❤️
Apunar kotha khini xuni dhuk lagil
Ki koba aru
যি জনী মা বাবে আপুনি আপোনাৰ মানুহ জনক পালে আজি অলপ মানুহৰ লগত চা চিনাকী হৈছে আৰু সেই মা জনীৰ কথা তেনেকৈ মানুহৰ আগত কৈ থাকিব নালাগে বুজিছে। আপোনাৰ গাত কিবা দুখ নাথাকিলে কোনো মাকে বোৱাৰী ক কষ্ট নিদিয়ে আপোনাৰ ও মুখন বেয়া চাগৈ তাৰ বাবে শাস্তি খালে আপুনি।
বেয়া নাপাব মা মেইন যি জনী মা কথা আপুনি কৈ আছে তেওঁৰ চাগে ছোৱালী আছে তেওঁলোকে কিন্তু তেওঁক খুব ভাল পাই মৰম কৰে চাগে।
আপুনি video দিব বাবে আৰু কিমান কি কৰিব মা জনীক ঠিক নাই কিন্তু 😢😢😢
Tumar kotha bur xuni bohut dukh palu. Tumar kahini mur kahini praye akei oo atia bortoman vl baru kinto agor kotha bur aji tumar video tu sai monot pori gol
Bhut dukho lagil
Pratitu rati r pisote ratipua hoi tenekoi dukhor pisot hukh ahei, best wishes thakil anagot dinburoloi
Thank you happy new year
@@devalatabolenvlog2395 Thanks same to u
বহুত দুখ লাগিল ভন্টী ৷ দুখ নকৰিবা ধৈৰ্য্য আৰু সহ্যসীমাৰ মাজত থাকি জীৱনটো আগুৱাই লৈ যোৱা ৷মোৰ শুভকামনা সদায়েই তোমালোকৰ মাজত থাকিব ৷
বহুত বহুত ধন্যবাদ জনাইছোঁ
ভাষা নাই ।মৰম দিলোঁ।
Thank you
Anekuwa hoi thake mor jibato haisa katiwao biswash koribo noware aji Kali ma bilak Baya hoi goise ,tomar kothakhine val lagil thankyou val koi thakiba❤
Apuna video bur Sai Val lage
Thank you
বহুত দুখ লাগি গৈছে বা
তোমাৰ কথাখিনি শুনি বহুত কান্দিলো ভগৱানে সহায় কৰিব 👌
Thank you so much ♥️♥️
আচৰিত লাগিল
তোমাৰ কথাবোৰ শুনি বহুত বেয়া লাগিছে বা
হয় দেই বৰ বেয়া লাগিল কথাবোৰ শুনি ।
Val lagil Sai video 2
আগবাঢ়ি যোৱা ❤
Bohut dukh lagil de baa aguwai jua
Val lagil 👌🌺❤️
বৰ দুখ লাগিল
Bohut dookh laagile oo Aapunar kothakhini jaaniboloi paai....GOD BLESS 🙏🙏🙏 YOU A LOT AND YOUR LOVELY FAMILY TOO !!! Keep going 👍👍👍Lot of Love !!
Bor val lagil kotha khini huni👌
Dhunia sharing
বহুত দুখ লাগিল ভিডিঅ'টো চাই বাইদেউ
bhut dukh lagil 😢
বহুত বেয়া লাগিল কথাটো জানি
Hosakoi baa kotha khini xuni bohut dukh lagele dee vogovanr usot biswas rakha edin hokolu thik hoi jabo etiya tu apuni bohut happy noo baa
কৰ্মই ধৰ্ম... এদিন বহুত ভাল দিন আহিব চাব।
Thank you
Good job. Thumb up
Bohut dukh loga kotha.
Umm ayai jibon asil o
বাইদেউ আপোনাক সন্মান কৰো শ্ৰদ্ধা জনাও আপোনাৰ ভিডিঅ বিলাক চাওঁ।আপোনাৰ জীৱনৰ দুখৰ দিন আহিছিল কিন্তু আপোনাৰ একাগ্ৰ নিষ্ঠ কষ্টৰ বাবেই আজি আপোনাৰ সুখৰ দিন আহিছে আপুনি বৰ্তমান এই সুখক লৈ সন্তুষ্ট থাকক।আপুনি আপোনাৰ নিজৰ কথাবোৰ ক'লে কিন্তু এবাৰ আপোনাৰ শাহু শহুৰৰ কথা বিলাকো অনুভব কৰকছোন?আপুনি যিদৰে সন্তানটো ডাঙৰ কৰিবলৈ যিমান চেষ্টা কৰিছে ভবিষ্যত তাক সু ব্যক্তি গঢ়াৰ ক্ষেত্ৰত কিজানি আপোনাৰ শাহু শহুৰেও সপোন দেখিছিল ল'ৰা ডাঙৰ হ'লে ভাল মানুহ কৰি যোগ্যতাৰ অধিকাৰি কৰিব।কিন্তু তেওঁলোকৰ সপোন পূৰ্ণ কৰিব নোৱাৰি সৰুতেই বিয়া কৰাইছিল নিজৰ ভৰিত নিজেই ঠিয় নহওঁতেই তেওঁলোকৰ খং বা অভিমান হোৱাটো স্বাভাৱিক কথা।এটা কথা মনত ৰাখিব তেওঁলোকে সন্তানটো জন্ম দিয়াৰ বাবেই আজি আপুনি তেওঁলোকৰ সন্তানক স্বামী ৰূপে পাইছে।তেওঁলোকে আপোনালোকক কষ্ট দিয়া নাছিল সেইয়া আপোনালোকৰ দিয়া এটা শিক্ষাহে আছিল, তেওঁলোকে শিক্ষা দিয়াৰ বাবেই আজি আপুনি এই স্থানত থাকিব পাৰিছে।হাজাৰ হ'লেও পিতৃ মাতৃয়ে সন্তানৰ অহিত চিন্তা নকৰে বুলি মই ভাবো।তেওঁলোকক আপুনি মৰম দিয়ক নিশ্চিত ৰূপত আপোনাক মৰম দিব ।সেই সময়ত কিজানি তেওঁলোক পৰিস্থিতিৰ বাধ্য আছিল তেনেকুৱা সিদ্ধান্ত ল'বলৈ।সংস্কৃতত এষাৰ কথা আছে পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপঃ পিতৰি প্ৰীতিমাপন্নে প্ৰীয়ন্তে স্বৰ্ব দেৱতাঃ।ঠিক তেনেদৰেই যং মাতাপিতৰৌ ক্লেশং সহেতে সম্ভৱে নৃনাম্ ন তস্য নিস্কৃতিঃ শক্যা কৰ্ত্তুং বৰ্যশতৈঃ অপি।
অৰ্থাৎ দেউতাই স্বৰ্গ দেউতাই ধৰ্ম দেউতাই সকলো তপস্যা দেউতাকৰ সন্তূষ্ট কৰিব পাৰিলে সকলো দেবতাই সন্তূষ্ট হয় আৰু যি পিতৃ মাতৃয়ে মানুহৰ জন্মৰ সময়ত অশেষ কষ্ট সহ্য কৰে তেওঁলোকৰ ঋণ শ শ বছৰেও পূৰ্ণ কৰিব নোৱাৰে।এটা কথা তেওঁলোক কিজনি গাঁৱৰ সহজ সৰল মানুহ শিক্ষাৰ অভাৱত তেওঁলোকে তেনেদৰে আচৰণ কৰিছিল বৰ্তমান আপুনিতু নিৰক্ষৰ নহয় আপোনাক যিমান অত্যাচাৰ কৰাৰ কথা কলে আপোনাৰ আৰু তেওঁলোকৰ মাজৰ পাৰ্থক্য নাই নিচিনাই পৰিলক্ষিত হৈছে।
💯 right
খাহু খহো দেউৰ সকলোৱে কন্দুয়ালে ।এতিয়া হিহত তিনিও শান্তি নাই এতিয়া সকলোকে মই যাব লাগে ।যিমান দিলেও যিমান খুৱালেও সদাই খাহু সহু নিদিয়াৰ বদনাম গাই ফুৰিছিল । এদিন চাবা তোমাৰ ওচৰত পৰিব আহি ।
Bor dukh lagil apunar kotha huni. Hokoluwe jibont kiba ata dukh thakei. Agoloi hukh hb apunr
বহুত দুখ লাগিল
বৰ দুখ লাগিছে। মোৰ একে কাহিনী। হৈ যোৱা ঘটনা বোৰ মনত পেলালে বৰ দুখ লাগে 😢😢
মোৰো একে অৱস্থা❤কিন্তু এও ও নুবুজে🎉🎉
Bohut dukh lagil honi homoi holoni hoi jai aguai goi thaka 👍❤️
Dukh lagil huni ...kotha bur koi thakuteu tumi kandi asila ,kiman aaghat paisila anuvab koribo parisu .
Kisuman kotha pahoru buliu pahoribo nuwari baa😊😊...jiman bhal obosta holeu aagot kosto diya kotha bur pahoribo nuwari
Vonti Huni Dukh lagil but valu lagise karon Tumi atia Happy asa Aru val din ahibo bhogowanok bissakh Kori ag bahi juwa♥️♥️♥️♥️
তেনেকুৱা মানুহ থাকেই নেকি বাৰু আমাৰো তেনেকুৱা অবস্থা লোকৰ ঘৰে ঘৰে থাকীব লগা হইছীল ৷
Janu dost mur lifeet o paiso anakua bea monoh pesa mur dewta ha val great
❤bor dukh lagel
Nijor ma deuta iman beya thakene.vogobane sabo o.tumalukor vl din ahib o.
Ki kobo aru bohut kosta
সেই বিলাক আশীর্বাদ দূখ নকৰিবা।মোৰ জীৱনটো তেনে বহুত কাহিনী আছে। বতমান আমি ভালকৈ চলি আছে। তোমাৰলোকৰো ভাল হব।
বহুত বেয়া লাগিলে বা ,
Hei suali mon nemariba...dukh hoise jibonor xhonjiboni...dukh nethakile xhuxh r anondo ki keneke janim nohoine...bhal hobo diya ahibo logiya din bur
Same..mur jibontu akei.adin amaru vl din ahibo..😊
আচৰিত।।
❤️❤️
সময় গতিশীল, সময় বৰ নিষ্ঠুৰ, সময়ে সকলোকে শিকায়,সময়েই সকলো সমস্যাৰ সমাধান।
Thank you so much ♥️
Ba moi aji prothom tumar video saisu,gutei keita video saisu,tumar otit tu jani bohut dukh lagil, aguwai jua vogobane tumalukor val koribo,moi tumar bandhobi holu dei
Bohut besi thank you
Dukh lagil
Thank you
Hoi diya, nijor mak deotakeo j dukh dibo pare heya moi buju😢😢
Um hoi আমাক বহুত কষ্ট দিলে
Hosa deb tumi Amar sodiya suwali moi yu sodiya re hoi muk bohut bhal lagose tum aguwai juwa
Nice ❤️❤️
Vogoban ase o❤
Bor dukh lagil vonti
Thank you
dukh lagi gol😭jiyae thaka laeke khukh dukh xoklu thakib sinta nokrib aguwae jawk.
Nixe
দুখ লাগি গল কথা খিনি শুনি 😢
Nice👍👍👍❣️❣️❣️
Apunar otitor kotha huni dukh lgil.. agoloi aru huniboi roi thakim apunr kahini.
Ktha bur xuni bhut dukh lagil.. frnd hoi asu moru video saba dei💕
দুখ লাগিছে দে
bor dukh lgil 😔😔
Ki kobo aru
God bless you always sister🥰🥰🥰🙏🏻🙏🏻🙏🏻
Thank you
Moy valdore buji paysu ba.... Amar jibonor logot hokolu khini kothay mili porise tatke aru ki kom, ji holew jeniba etia apunar dore amiu hukhi, eta homy ahisil jetia moy eta hoptah vat khuwa nasilu horir tue kam nokora hoysil 😭 ! Apunar video TU say muru kotha bur kiba monot ahi goyse baru ji ki nhowk hukhi howk ❤️
Thank you
Nice video
Dhuk lagil deii kotha khini huni.
Bor dukh lagil ba apunar ktha khini khuni.mur lgt o enekua ghotona ghoti ase.apunar ktha khini khuni soku Pani ulai gol.ignore kri jaba aibur manuhk jiman pare edin khoklu thik hbo tetia ako apunak e bisaribo kebol dhorjjo dhora ba
Ki koba aru bohut kosto par কৰিলো
Never give up.
Heart touching video
Jibonot dukh aru hukh thakibo I aru upainai 👌
Ba apunar kotha khuni mur bhut dukh lagise
Baaa😔😔😔
Ou mi khober
Bohute prakax koribo nuwari
Monor dukh monote rakhibo loga hoi ..
Muru akei apunar dore ..
আমাৰো এনেকুৱা হৈছিল
Same tu u baa ..akdom mili goise mur lifet..😢
Bohut beya lagile
Ba apunar khota khuni bohut dukh lagil
মোৰ সংগ্ৰাম কাহিনীবোৰো
তোমাৰ সৈতে মিলিছে।
তোমাৰ ভিডিঅ’বোৰ সদায় আগতীয়াকৈ চাব মন যায় কিন্ত কি কৰিম বাহিৰত আচো যে সময় মিলাব নোৱাৰো কাৰণ ৰাতিপুৱা ওলাও গধুলি সোমাও ।।আৰু এটা কথা তুমি তোমাৰ দুখবোৰ সদায় ভগৱানক জনাবা চাবা এদিন তোমাৰ দুখবোৰ আতৰি এদিন তোমাৰ জীৱনলৈ সুখ আৰু শান্তিৰে ভৰি পৰিব মাথো ভগৱানক সদায় বিস্বাস কৰিবা ।।
Hosai bohut dukh loga ghotona to hini soku pani ualai gol.
Apunar logot mur jibonor kahini akei janene. bor dukh palu jibontut. moiu bohut kandisu. muru manuhjon val karonehe jiyai thakilu.ghoror pora amaku bahir kori disil. amar porau bisona karhi loisil sahue.matit xuisilu . usoror dada ajone dukh dekhi bisona akhon bonai disil. teu mistri asil. moiu aibur kotha ketiau napahoru.
seme to you ba
Very nice vlog 👍❤️
New subscriber from Nainital Uttarakhand 🙏
😢😢😢
Thank you
Apunar kotha bur huni dukh lagil new friend holu muru friend hobo buli asha korilu 👍🙏👍👍🙏
Bohut dukho lagil baa