Dada, ontor Sui Jua eti gan amaloi ag borhuar babe bohut bohut dhanyabad..... Bhupen mamar nisina na kunuba asil na kunuba ase aru na kunuba ahibo.... 🙏🙏🙏
এইবোৰ গান সদায় আমাৰ মনত প্ৰবাহিত নৈৰ সোঁতৰ দৰে বৈ থাকিব কিন্তু আজিকালিৰ গানবোৰ প্ৰথম কেইদিনহে আমাৰ মুখত ফুটি থাকে কিন্তু তাৰ দুদিনৰ পিছতে তাক বিস্মিতিৰূপে দেখা দিয়ে কিন্তু এই ন পুৰণি গানবোৰ সঁচাই কি যে মধুৰ ❤️
ভূপেন দাদাৰ গানত অৰ্থ আছে ভুপেন দা ৰ গানে আমাক আগুৱাই যোৱাত প্ৰেৰণা যোগায়...এই বোৰ গীত যেন সদায় চিৰ স্মৰনীয় হৈ থাকে
সঁচাকৈয়ে৷ ভূপেনদাৰ গীতবোৰ বেছিভাগেই একো একোটি উন্নত মানৰ কবিতা৷ শব্দৰ চয়নো মন কৰিবলগীয়া৷ লগতে, গীতৰ ভাৱাৰ্থ অনুসৰি সুৰ, তাল আৰু ভূপেনদাৰ গায়ন শৈলী৷ সেয়েহে, তেখেত অনন্য৷
মন্তব্যৰ বাবে ধন্যবাদ৷
ভূপেন দাৰ গানৰ composition, অৰ্থ পূৰ্ণ গান বোৰে অন্তৰ স্পৰ্শ কৰি যায়। সচাকৈয়ে কিমান যে সাগৰ আৰু নদীৰ লহৰ দেখিলোঁ, কিমান যে চহৰে চহৰে গলিয়ে গলিয়ে ঘূৰিলো কিন্তু প্ৰিয় জনেহে নিষ্ঠুৰ জীৱনৰ দূখ পাতলাব পাৰে 👍
সঁঢাকৈয়ে। মন্তৱ্যৰ বাবে আপোনাক ধন্যবাদ।
বৰ সুন্দৰ কণ্ঠ। ভূপেনদাৰ গান মই শুনি বৰ আনন্দ পাওঁ। আপোনাক শলাগ যাচিলোঁ।
অশেষ ধন্যবাদ৷
Bhupen Dar gan bor khunile khuni thako takhoye lage khosai gaan to xuni bohut val lagil 😊😊😊
ধন্যবাদ।
Dada, ontor Sui Jua eti gan amaloi ag borhuar babe bohut bohut dhanyabad.....
Bhupen mamar nisina na kunuba asil na kunuba ase aru na kunuba ahibo.... 🙏🙏🙏
অশেষ ধন্যবাদ৷ সঁচাকৈয়ে, মহান শিল্পীগৰাকীয়ে সুন্দৰ গীত আৰু সেয়া ভাৱ অনুসৰি সুৰ দি এনেবোৰ অমৰ সৃষ্টি আগবঢ়াই থৈ গৈছে৷ এই গীতসমূহৰ সমাদৰ আৰু প্ৰচাৰৰ দ্বাৰা ভূপেনদাৰ প্ৰতি সন্মান জনোৱাৰ কিঞ্চিত প্ৰয়াস মাথোঁ৷
মনমোহিনী অতি তত্বগধুৰ শব্দ আৰু ভাষা ।
ধন্যবাদ, Harunar Rashid.
ভুপেনদাক জীয়াই ৰাখিছে আপোনাৰ দৰে শিল্পীয়ে ! আপোনাৰ সুমধুৰ কণ্ঠই সেয়াই প্রমান কৰিছে ! আগুৱাই যাওঁক....জেষ্ঠ ভাতৃৰ মৰম-আশীর্বাদ আৰু শত-সহস্র অসমীয়াৰ আবেগিক সমর্থন আছে আপেনালৈ !
অশেষ ধন্যবাদ, শ্ৰী দাস৷
বিনম্র শ্রদ্ধায় 🙏🙏🙏🙏🙏🙏🙏প্রণাম জানাই, ভূপেনদা আপনার গান শুনে মন ভরে যায় 🙏🙏🙏🙏🙏কি অপূর্ব গান আর কথা 🙏🙏🙏🙏মানুষ মানুষের জন্যে ,,, 🙏🌺🙏🌺
আপনাকে অনেক ধন্যবাদ 🙏
মোৰ অতিকৈ প্রিয় গানটো শুনি ভাল লাগিল 👌👌
ধন্যবাদ৷
😍😍😍😍😍😍😍😍😍😍😍😢শুনি শুনি আমনি নালাগে 😍😍😍
Thanks.
man parakha ati geet ji jiban khagramat aaguwai jowar prerana diye
True..Thanks.
কি যে Lyrics ❤❤❤ ৱাহ
@@parthaprotimgogoi2094 ধন্যবাদ।
Bor bhal lage geet ti.Apunar konthot xuni bhal lagil.👌👌👌👌
ধন্যবাদ জনালোঁ৷
Bhupen da homan bharatot kunu 1jon nulabo. June ji kobo ase vabibo ase koi ja. Legend hadai legend ye thakibo.
Thanks.
Wow.. Ur voice is sooo awesome..
One request.. Plz eitu gaan gai upload koribo
"manuhe manuhor babe.. Jodi he okonu nabhabe"
Dear Dhruba, Thanks.
ua-cam.com/video/yfGffiQGf2w/v-deo.html
এইবোৰ গান সদায় আমাৰ মনত প্ৰবাহিত নৈৰ সোঁতৰ দৰে বৈ থাকিব কিন্তু আজিকালিৰ গানবোৰ প্ৰথম কেইদিনহে আমাৰ মুখত ফুটি থাকে কিন্তু তাৰ দুদিনৰ পিছতে তাক বিস্মিতিৰূপে দেখা দিয়ে কিন্তু এই ন পুৰণি গানবোৰ সঁচাই কি যে মধুৰ ❤️
সঁচাকৈয়ে; ধন্যবাদ।
অতিশয় সুন্দৰ গাইছে আপুনি।আজি 5/11/2022 ইং তাৰিখ।ভাৰত ৰত্ন,সুধা কন্ঠৰ মৃত্যু দিৱস। এনে এটি ক্ষণত তেখেতৰ কালজয়ী গীতটি আপোনাৰ দৰদী কন্ঠত শুনিবলৈ পাই সঁচাকৈ ধন্য হলোঁ। এনে এটি শুভক্ষণত তেখেতলৈ মোৰ শত সহস্ৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। গীতটি পৰিবেশন কৰা বাবে আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।🙏
অশেষ ধন্যবাদ ডাঙৰীয়া।
ভূপেনদালৈ সশ্ৰদ্ধ প্ৰণাম।🙏
ভূপেনদাৰ কণ্ঠৰ গীতবিলাক শুনিবলৈ ৰূপম মহন্তদেৱে সুবিধা কৰি দিয়া বাবে ধন্যবাদ জনালো । মহন্তদেৱৰ আৰু এটা কথা সদায় মন কৰিবলগীয়া যে তেখেতে গীত এটি পৰিৱেশন কৰি Description গীতটিৰ সবিশেষ তথ্য শুদ্ধকৈ লেখি থয় যিটোৱে উত্তৰসূৰী সকলক গীতটিৰ বিষয়ে জনাত অৰিহণা যোগায় !!
আন্তৰিক অভিনন্দন
ধন্যবাদ ডাঙৰীয়া৷ চেষ্টা কৰা হয়৷
আকাশী গংগা 🙏🌺🙏🌺অপুর্ব গান 🙏🙏🙏🙏
Thanks.🙏
Ai song to moi bohot val paw thanks bohot hoise👍
আপোনাকো ধন্যবাদ৷
Hundar 👌
Thanks.
বুকুখন শীতল পৰি যায়
মন্তব্যৰ বাবে আপোনালৈ ধন্যবাদ।
Bhut vl laga
@@oursivsagar thank you.
Hosakoi bor hundar geet .
ধন্যবাদ৷
বহু ত ভাল লাগিল
ধন্যবাদ জনালোঁ৷
Abhijeet Barman
Hosai mon praan sui jua gaan. Mur bor vaal lagy
ধন্যবাদ৷
i wish ai gan bor jate hodae jiai thake manuh morileo ai gan bor jate jiai thake
ধন্যবাদ, নিশ্চয় জীয়াই থাকিব৷
Lipika Kalita tnk u hoi
Rupam Mahanta tnks
কিযে স্বষ্ঠ মাত এটা এটা শব্দ বুজিব পাৰি
ধন্যবাদ।
Beautiful😍✨❤❤😍✨
Thanks.
Moi gaan to bohut val pau thnx for singing
Welcome..thanks for your comment.
🙏🙏🙏
Thanks.
waoo...
ধন্যবাদ৷
Bht val gan eito
Thanks..
কালজয়ী গান
True. Thanks.
Sweet heart for our family
Thanks.
Dada.Bhagabane apunak bhale rakhok. Khub bhal lage apunar kontho t eibur geet 🙏🏻🙏🏻
অশেষ ধন্যবাদ, শ্ৰী দাস৷
Good song
Thanks.
🙏🙏🙏🙏🙏
Thanks.
Ever Green Song.
Thanks.
Bohut Vaal lagil xuni
অশেষ ধন্যবাদ।
❤
Thanks.
Nice song
Thanks.
Nice
ধন্যবাদ৷
Excellent......
Thanks...
Nice Sir
Thank you.
You are awsome
Thank you for appreciation.
Bor bhal lagil..
Chandrima Bhattacharya, thanks.
Hundor dada ...
ধন্যবাদ, Sri Manash.
Dhunia
Thanks.
Very nice
Thank you.
😢❤
🙏
সুন্দৰ হৈছে
ধন্যবাদ জনালোঁ৷
❤❤❤❤👍👍👍
🙏🙏
Thanku
Thanks and welcome.
💗💗💗
Thanks.
Very nice😊😊😊
Thanks.
Very nice voice💕
Thanks.
👍👍👍👍
Thanks.
oti khundor
Thanks.
Tq 💐💐💐🙏🙏
Thanks and welcome.🙏
very nice
Thanks.
nice
Thanks.
heart touching song ...
Thank you..
Nice wow😀
Thank you.
Hundor
Thank you.
Good song 👍🙏
Thanks.
🙏🙏🙏🙏🙏🙏🙏🪔 ........
🙏
Nice voice
Thank you..
Tqqq ❤️❤️
Thanks
hirak song
Thanks
Jibonr prounciation tu krbt bhupan Da r lgt mila nai Jen mur anuvab hoise
হয়, অলপ পাৰ্থক্য আছে৷ "ৱ" আৰু "য়" ৰ পাৰ্থক্য আছে বুলি ভাবোঁ৷ বহুতে "জীবন" বুলিও উচ্চাৰণ কৰে৷ কোনটো প্ৰকৃততে শুদ্ধ ময়ো নাজানো৷
ড৹ ভূপেন হাজৰিকাদেৱৰ অসমীয়া উচ্চাৰণ অতি শুদ্ধ বুলি সৰ্বজন স্বীকৃত৷ কিন্তু "জীৱন" শব্দটোৰ উচ্চাৰণ তলত দিয়া গীতটোত, তেখেতে সচৰাচৰ কৰাৰ দৰে কৰা নাই৷
ua-cam.com/video/MQFIb-FExKM/v-deo.html
@@Rupam_Mahanta dhanyabad sir
@@Rupam_Mahanta bujai diya babe dhanyabad sir
Nice
Thank you.
Very nice
Thanks.
Nice
Thanks.
Nice
ধন্যবাদ৷