@@JwongsarBoro আমাৰ ওচৰত হাথিয়াৰ নাই। আমি বনাঞ্চলৰ একেবাৰে কাষত থাকো ৰাতি বিয়লি এই ঠাইত হাথিয়াৰ ৰখাতো ভয় আছে। এই জংঘল খনত বহুত কিবাকিবি ঘুৰি থাকে যদি হাথিয়াৰ কাঢ়ি লৈ যায় ।সেই কাৰনে হাথিয়াৰ নাৰাখো,ধন্যবাদ
@@SD-ff1wc তোমাৰ নাম কি বাৰু কোন বিভাগত চাকৰি পালা।সেই বিভাগতে ঠিক আছে বন বিভাগত নাহিবা, দেখিছা নহয় কিমান কষ্টকৰ ।মোৰ ভিডিঅ টি চোৱাৰ বাবে তোমালৈ বহুত বহুত ধন্যবাদ জনাইচো
Your subject is much better and more interesting than other UA-camrs of Assam. I like jungles and wildlife. Kindly share your contact number so that I can meet you for my wildlife photography.
ভাল লাগিল দে আপনালকৰ কাৰনে আৰ ইবিলাক জাগাহ সুৰখিত হৈ আচে
@@DibakarRay-u1z নিশ্চয় ককাইদেউ, আমি সদায় চেষ্টা কৰো বনাঞ্চল খন সুৰক্ষিত কৰি ৰাখিবলৈ কিন্ত তাৰ মাতে দুস্কৃতিকাৰীয়ে গছ কাতে। আপোনাৰ কমেন্টৰ বাবে ধন্যবাদ থাকিল
সুন্দৰ 💖
@@ritugogoi3787 ধন্যবাদ
Nice 🎉❤❤
সুন্দৰ! বনাঞ্চলৰ আমাৰ ভাল লাগে যদিও আপোনালোকৰ বিপদসংকুল কৰ্তব্য দাদা
@@AshokkrPachani একো নাই ভগৱানৰ আশীৰ্বাদ শৰীৰত লৈ যাবৈ লাগিব।তোমালোকৰ ভাল লাগে বুলিলে মোৰ ভাল লাগে ।ধন্যবাদ জনালো
Thank you for your service
@@iamprachu8491 Thank you
বৰ ভাল লাগিল দেউতা, এনেকৈ আৰু ভাল ভাল video পাই যাম বুলি আশা ৰাখিলোঁ।😊🎉❤
@@SouravHazarika-s6c হয় বেটা নিশ্চয় দিম চেনেলটিত চাই থাকিবা
ধন্যবাদ নিশ্চয় বনাম
অভাৰণ্যৰ প্ৰকৃতিৰ মনোমোহা দৃশ্যবোৰ আপোনালোকৰ প্ৰচেষ্টাত সে যেন আৰু দেখো পাওঁ ☺️😊।
@@SouravHazarika-s6c ধন্যবাদ, নিশ্চয় পাছলৈ দেখাবলৈ আৰু চেষ্টা কৰিম
❤ val hoise
Moza dhunia jungle
@@deeprock3080 ধন্যবাদ জনালো
Very tough, be careful be safe, god bless you dada
@@dipakdas3308 Thank you
Birds sound are amazing ❤❤
@@chinmoysaikia9469 Thank you
ৰাইফল লৈ najai নেকি লগত
@@nitumoniborayoutubechannel1448 আমি বনাঞ্চলৰ একেবাৰে কাষত থাকো গতিকে ৰাইফল আমাৰ হাতত নাৰাখো।
ভাল লাগিল।
Buteful 🙏
@@chandanboragohain9168 Thank you
So wonderful
@@santanubora4302 Thank you
very nice ❤❤❤❤video bur di thakibo
@@bishnugorkhasharma9303 ধন্যবাদ নিশ্চয় চেষ্টা কৰিম আগলৈ এই দৰে ভিডিঅ দি থাকিবলৈ
bohut mon aasil oo forestot sakori koribole
@@tragedianfighters8659 চেষ্টাৰ অসাধ্য নাই Trai Trai Agin মন ভাঙি নিদিবা,এদিন সফল হবাই,ধন্যবাদ
Dhuniya lagil
@@akashgogoi5528 ধন্যবাদ
Love from Majuli.. val lgil apunar video sai
@@digantabhuyan4535 ধন্যবাদ তোমাৰ লৈ দিগন্ত ,মোৰ ভিডিঅ সমুহ উপভোগ কৰা বুলি জানিব পাৰি ভাল লাগিল
@@digantabhuyan4535 ধন্যবাদ থাকিল তোমাৰ কমেন্টৰ বাবে
perrot buror mat keita bor vl lagise❤❤❤
@@birdslover4777 হয় নেকি, ধন্যবাদ
I love jungle
@@tinkushill1685 হয় নেকি ধন্যবাদ থাকিল
Moza sir .police hole ji eifalor pora seigale kori thak
@@HKJRoy ধন্যবাদ তোমাৰ কমেন্ট বাবে
Hathiyar nai ki nai surang sikarik kenekoi dhoriba.
@@JwongsarBoro আমাৰ ওচৰত হাথিয়াৰ নাই। আমি বনাঞ্চলৰ একেবাৰে কাষত থাকো ৰাতি বিয়লি এই ঠাইত হাথিয়াৰ ৰখাতো ভয় আছে। এই জংঘল খনত বহুত কিবাকিবি ঘুৰি থাকে যদি হাথিয়াৰ কাঢ়ি লৈ যায় ।সেই কাৰনে হাথিয়াৰ নাৰাখো,ধন্যবাদ
Moza lagil Sai
@@AnantaOfficial41 ধন্যবাদ জনালো
Machine soli asile je kunu bai Gosh katise dei
ফ’ৰেষ্ট বিভাগত চাকৰি কৰাৰ খুব মন আছিল চেষ্টা কৰিও নোৱাৰিলোঁ৷বেলেগ বিভাগত চাকৰি পালোঁ কিন্তু এতিয়াও সেই হেপাঁহ বাদ দিয়া নাই ভাবিছো ৱাইল্ডলাইফ ফ’টোগ্ৰাফাৰ হ’ম৷
ভাল লাগিল আপোনাৰ ভিডিঅ’টো ৷
@@SD-ff1wc তোমাৰ নাম কি বাৰু কোন বিভাগত চাকৰি পালা।সেই বিভাগতে ঠিক আছে বন বিভাগত নাহিবা, দেখিছা নহয় কিমান কষ্টকৰ ।মোৰ ভিডিঅ টি চোৱাৰ বাবে তোমালৈ বহুত বহুত ধন্যবাদ জনাইচো
Moja video
@@MousumiMoran-r2m ধন্যবাদ
Amr mariani gibant ase hauling gs
@@NortheastVillagelife1997 হয় নেকি
Wildlife adventure ❤❤
@@monkeybondhu হয় ধন্যবাদ
❤❤
@@MukeshSharma-or7mg Thank you
0:02 কি চৰাইয়ে মাতিছিলনো পাৰিলে অলপ জনাবচোন দাদা😊
@@amlanshome100 আমাৰ ইয়াত হৰে কাচিমৰ চৰাই চিৰিকটি আছে।ধনেশ, ডাউক,মইনা, ভাটৌ,পেটুলোকা বা বুলবুলি, তুনি,দহিকতৰা,আৰু বহুত অনান্য সৰু বৰ চৰাই আছে সেই বিলাকৰ নামেই নাজানো।ধন্যবাদ
Bor xundor❤
@@Ripunjoy17 ধন্যবাদ
New subscriber moi.. Mozzah lage anekua video bur sai❤... Agoloi k o d thakibo anekua video
@@pranjalbasumatary6292 ভাল লাগিল মোৰ এজন নতুন চাচক্ৰভাৰ বুলি জানিব পাৰি।নিশ্চয় চেষ্টাৰ অব্যাহত ৰাখিম প্ৰকৃতিৰ সেউজীয়া বনাঞ্চল খন দেখাবৰ কাৰনে।আগলৈ মোৰ ভিডিঅ বিলাক চাই যাবা বুলি আশা ৰাখিলো,ধন্যবাদ
👍
@@Desiignr yes Thank you
Very nice sharing ❤❤❤❤
@@pdchannel8869 Thank you
@kiron837 muru video share Kori hohai koroksun
@pdchannel8869 নিশ্চয় ,তোমাৰ ঠিকনা জনাবচোন, যোগাযোগ কৰিবা, ধন্যবাদ
@@pdchannel8869 Thank you
অভয়াৰণ্য খনৰ নামটো কব নেকি?
পিছ ফালে চাহৰ বাগান আছে নেকি?
@@rontusonowal9704 হয় বাগান আছে
Bor vl lgil dei 🥰
@@dhwaj-Gallery07. ধন্যবাদ
Aponar vidp moi sow
@@HareshwarBasumatary-e9z বহুত বহুত ধন্যবাদ জনালো
Apuni digoi terminal ot log pua jon hoine
@@DhrubaJyotiRajkhowa-gu3iq নিশ্চয়,হয়
কোন খন বনাঞ্চল।
কেতিয়াবা বাঘ দেখেনে?
@@WajedHasanKakati দেখিছো,কাকজান বনাঞ্চলত। কিন্ত বেছিকৈ চাহ বাগিছা সমুহত বেছি দেখিছো
Aikhon Rajasthanr forest neki
@@villagetravelingboy3196 নহয় ডুমডুমাৰ কাকজানৰ
Sir.Aapunar.Sakori Kiman Bosor.Hol.Jiman Aase Bhale Kukhale Korok.Dei.Sir Thanks
@@TuleswarBoruah পোন্ধৰ বছৰ মান হল।আশীৰ্বাদ কৰিবা আৰু দহ বছৰ মান আছে।যিমান পাৰো প্ৰকৃতিৰ সেউজীয়া বনাঞ্চল খন দেখাবলৈ চেষ্টা কৰিম
👍👍
@@Sagordas-x7c Thank you
Hathiar nai neki apunalukor?
@@KunalBasu-oh4gu নাই ,আমি বনাঞ্চলৰ একেবাৰে কাষত থাকো গতিকে আমাৰ হাতত হাথিয়াৰ ৰখাতো ভয় আছে
Eman kosto khura kenekoi bonbibak sakori kori ase hatot jibo tu loi takibo lage
@@santoshbori2495 কি কৰিব উপাইতু নাই চাকৰিতু কৰিবৈ লাগিব।যেনেকৈ হলেও জংঘলৰ মাজত সোমাবৈ লাগিব, ডাঙৰীয়া বাবাকে নমস্কাৰ কৰি মনৰক হৰণ কৰি জংঘলৰ ভিতৰত সোমাই যাওঁ আৰু।কেতিয়াবা বহত দূখ লাগে উপাইতু নাই। তোমাৰ কমেন্ট বাবে ধন্যবাদ থাকিল।
Moi Jona mote, National park r pora aku Anibo nepai , hora paat atao .... 6.58
@@Spiritual-Hippie হয় নেকি
Kot posting apunar
@@jzjsjddi ডুমডুমাৰ ডিভিজনত
Kun jega dada ❤
@@ruka9215 কাকজান টকৌৱনী বনাঞ্চল
Forest khonor nam ki
@@Simantajyotisaikia কাকজান আৰু টকৌৱনী বনাঞ্চল (ডুমডুমাৰ অধীনত)
Val lagee anekuwa vedio bur Sai log pam
dei ketiyabaa
Ghor kot apunar
Subscribe koraa asei👍😃😃😃
@@jinusaikia2652 ধন্যবাদ,নিশ্চয় লগ পাবা,মোৰ ঘৰ ডিৰাক সোনজন গাৱত Near Kakopather.
@@jinusaikia2652 নিশ্চয় লগ পাবা,মোৰ ঘৰ অৰুনাচল লোহিত সীমান্তৰ ডিৰাক সোনজন গাৱত Near Kakopather.
@kiron837 Mur udalguri👍
@@jinusaikia2652 ধন্যবাদ থাকিল, মোৰ ঘৰ অৰুনাচল লোহিত সীমান্তৰ ডিৰাক সোনজন গাৱত Near Kakopather
@jinusaikia2652 হয় নেকি
Dada apunar lukr video bur Sai asu agor porayai..apunarlukok salute disu emn gohin jonkholar majot duty kri ase..apunar lukor usart Hathiyar kiyo diya nai.jodi aapunarlukok attack diye kunuba jontuye nijok roikhya kribole kneke roikhya kribo?.
@@prandeepborah5579 চোৱা আমি একেবাৰে জংঘলৰ কাষত থাকো।জংঘলৰ কাষত হাথিয়াৰ থোৱাতু বহুত সমস্যাৰ সন্মুখীন হব পাৰে ৰাতি যদি কোনো দুষ্কৃতি সংগঠনে কাঢ়ি লৈ যায় তেন্তে ইয়াৰ ৰিচ লোৱাতো বহুত ডাঙৰ কথা।ভগৱানক নমস্কাৰ কৰিয়েই বনাঞ্চলৰ ভি্তৰত সোমাও তাৰ বাদে উপায় নাই। যদি কেতিয়াবা জৰুৰী হয় তেন্তে হেড অফিচৰ পৰা হাথিয়াৰ ৰ্পাতি মাতি দিও।মোৰ ভিডিঅ বিলাক উপভোগ কৰাৰ বাবে তোমাৰ লৈ অশেষ ধন্যবাদ জনালো।
@@prandeepborah5579 ধন্যবাদ জনালো ,জংঘলৰ মাজত যাবৈ লাগিব ককাইদেউ, নগলেতু নহব,যদিহে দুস্কৃতিকাৰীয়ে গছ কাতে তাক চাবলৈ যাব লাগিব ।আমাৰ হাতত হাথিয়াৰ নাথাকে কাৰণ আমি বনাঞ্চলৰ একেবাৰে কাষত থাকো।ৰাতি বিয়লি যদি দুস্কৃতিকাৰী আহে সেই কাৰনে আমি নাৰাখো।আবশ্যক অনুসৰি হেড অফিচৰ পৰা হাথিয়াৰ ৰ্পাতি মাতু।
।
Apunar lukor hatiya netkake nki
@@সপোনৰঙৰজীৱনতুমি-ত২ষ তোমাৰ কমেন্ট বুজি নাপালো
@@kiron837 আপোনাৰ লোকৰ হাথিয়াৰ নাথাকে নেকি
@@সপোনৰঙৰজীৱনতুমি-ত২ষ থাকে,আমি বনাঞ্চলৰ কাষত থকাৰ কাৰণে আমি লগত হাথিয়াৰ নাৰাখো।সময় সাপেক্ষ হেড অফিচৰ পৰা লৈ আহে
Without arms goise je dada .... Arms loi jabo lage logot ...
@@mukutjyotisaikia4237 আমি বনাঞ্চলৰ কাষত থাকো ,বনাঞ্চলৰ কাষত হাথিয়াৰ থবলৈ ভয় সেই কাৰনে আমি আমাৰ হাতত হাথিয়াৰ নাও,আবশ্যক অনুযায়ী হেড অফিচৰ খবৰ দিও।
@@mukutjyotisaikia4237 আমি বনাঞ্চলৰ একেবাৰে কাষত থাকো গতিকে আমাৰ হাতত হাথিয়াৰ ৰাখিব নিদিয়ে।উপাই নাই তেনেকৈয়ে যাব লাগে
Nijor lora suwalir karone ata kahini pai gole apuni 😅
@@gopalthapa5611 কেনেকুৱা কাহিনি বুজি নাপালো
Digboi nki
@@BobiBoruah-g4x হয়
Yeat ki ki animal pie zi....
@@lahorbhagawati4357 বনৰীয়া হাতী,নাহৰফুটুকী বাঘ,ছাগলী পহু,হৰিণ,হৰ পহু,গাৱঁলীয়া বান্দৰলাজুকী বান্দৰ, টুপি লগা বান্দৰ, বন গাহৰী,আৰু অন্যান্য চৰাইৰ চিৰিকটি
@@lahorbhagawati4357 নাহৰফুটুকী বাঘ, হাতী,হৰিণ,হৰ পহু,ছাগলী পহু,হলৌ বান্দৰ ইত্যাদি
Dress tu valkoi pindhibo hikibo
@@karunakanta1 ধন্যবাদ তোমাৰ পৰামৰ্শৰ বাবে
Gun nai nki
tiger ase niii
@@RiiyanAxom আছে কেৱল নাহৰফুটুকী বাঘ
dagger pistol thakibo lage
@@aakashboom নাই নিদিয়ে ।আমি বনাঞ্চলৰ কাষত থাকো গতিকে আমাৰ হাতত হাথিয়াৰ থবলৈ ভয়
O dada moko assam forest department t jobs nidiya kio😢😢😢
@@Thejourneyoflife-3ge অন লাইন কৰা ইন্টাৰভিউ দিয়া ,,Trai Trai Agin
Aru sulai tupi😂😂😂😂😂
@@NortheastVillagelife1997 বুজি নাপালো
বৰ বেছি information দিয়াটো অপৰাধ হব, কিছুমান চুৰাং চিকাৰী কাৰণে সুবিধা হয় এনেকুৱা ভিডিও পৰা , নিজৰ লগতে সকলো বচাই চলিব।
@@mintutravelnfoodblogs9871 আপোনাৰ পৰামৰ্শৰ বাবে ধন্যবাদ থাকিল
Nalani ni jega tu
@@abora2639 নহয় কাকজান আৰু টকৌৱনী বনাঞ্চল
Bordar ot ke duty korebe toi
@@BijitGogoi-u5g তোমাৰ কমেন্টৰ বাবে ধন্যবাদ
Border aru forest bohut defrance oo puwali toi aku nubujebi vai moi 3 years thake ahesu nejai abr goisabe tar pasot comment debe
Kam nai aru bura
@@DipenNarah-s8m তোমাৰ কমেন্টৰ বাবে ধন্যবাদ জনাইছো দেই
Kam nai tumar
@@BijitGogoi-u5g তোমাৰ কমেন্টৰ বাবে ধন্যবাদ
নতুন subscriber মই। love from Lakhimpur
@@BinodGogoi-us4vs বহুত বহুত ধন্যবাদ থাকিল
Apunar contact number tu dibo nki Moi u forest department r manuh
@@pranjalbora891 তোমাৰ ঘৰ আৰু চাকৰি কত বাৰু জনাবচোন 6901833723
@@pranjalbora891 6901833723
Your subject is much better and more interesting than other UA-camrs of Assam. I like jungles and wildlife. Kindly share your contact number so that I can meet you for my wildlife photography.
@@Mrjorhat Thank you so much. 6901833723