এই মানুহজনৰ পৰা এটা কথা শিকিব পাৰিব যে কেৱল ভাষাই যোগাযোগৰ মাধ্যম হব নোৱাৰে। মানুহজন বহু দেশত গৈছে কিন্তু তেওঁ ইংৰাজীত বৰ দক্ষ নহয় যেন লাগে, কিন্তু তেওঁৰ এটা সুন্দৰ হাঁহি আৰু এটা সুন্দৰ 'body language' ৰ জৰিয়তে বিভিন্ন দেশৰ মানুহৰ আপোন হ'ব পাৰিছে, দেশ বিদেশ ঘূৰিব পাৰিছে। আত্মবিশ্বাসহে জীৱনৰ আটাইতকৈ ডাঙৰ সমল! Love from Nagaon ❤
Axomor prothom UA-camr jon Kun buli jodi hudhe Answer tu hb apuni (Bhukhon Pathok)..We are proud of you🎉..Apunar video bur Sai bohut val paw..Love from Nahorkotiya...❤️
এই মানুহজনৰ পৰা এটা কথা শিকিব পাৰিব যে কেৱল ভাষাই যোগাযোগৰ মাধ্যম হব নোৱাৰে। মানুহজন বহু দেশত গৈছে কিন্তু তেওঁ ইংৰাজীত বৰ দক্ষ নহয় যেন লাগে, কিন্তু তেওঁৰ এটা সুন্দৰ হাঁহি আৰু এটা সুন্দৰ 'body language' ৰ জৰিয়তে বিভিন্ন দেশৰ মানুহৰ আপোন হ'ব পাৰিছে, দেশ বিদেশ ঘূৰিব পাৰিছে। আত্মবিশ্বাসহে জীৱনৰ আটাইতকৈ ডাঙৰ সমল! Love from Nagaon ❤
Thank you so much
@@AssameseMixture1million comming soon dada moi barpetar a hoy diyok dhrubo hotor osorot mor ghar
@@akashvlogs3340 dada barpeta kun jagat apnar ghor
@@akashvlogs3340mor o barpetat ghr howlyt
Apunar dharona vul hoise jen lage. Hahi aru sehera loi bidekh ghuribo nuware. Dada. Teo english bahut jane kuntu nedekhuwai jen lage.
অতি সোনকালেই 1 Million হʼৱ গৈ আছে আগতিয়া কৈ congratulations দাদা।
Kot krib manuh bore pet olowa video borot he krib vl video dile nkre
সুন্দৰ ভিডিঅ' চীন দেশৰ মানুহ বহুত মৰমিয়াল ভাল লাগিল 👍🙏
Bohut val lagil v d o sai
Apunak Handsome loga hoise.
😊❤️
ভিডিঅ'বিলাক চাই চায়ে অভিজ্ঞতা লৈছো। ভাল লাগিছে ভিডিঅ'সমুহ। তোমাক বহুত বহুত ধন্যবাদ জনালো।
চীনদেশৰ সকলো মানুহ সুন্দৰ, দেখাত বগা
Jaldi 1 Million complte kor do vai ko 👍
ভূষণ পাঠক ক মই বহুত ভাল পোৱা হৈ গলো ! ভগৱানে মংগল কৰক।
তোমালৈ বহুত বহুত ধন্যবাদ দেই 👍
ভাল লাগিল কষ্ট ফল মিঠা ভগবান সহায় কৰক
কষ্টৰ ফল সদায় মিঠা ❤
সদায় ভাল হব আপোনাৰ🎉
তোমাৰ খোৱাত চাগে বহুত প্ৰব্লেম হৈছে । এনেও বাচি বাচি খোৱা যে, নোখোৱা বস্তুৱেই বেছি । ভালে কুশলে থকাটোকে কামনা কৰোঁ ।
চীনা ছোৱালী বোৰ ধুনীয়া লগতে তেওঁ লোকৰ সাঁজ পাৰ বোৰো ধুনীয়া। আমাৰ গুৱাহাটী ছোৱালী বোৰত কৈ 😊
Right ✅
সুন্দৰ video
বেয়া মানুহ ইণ্ডিয়াত আছে
Really
Right
Axomor prothom UA-camr jon Kun buli jodi hudhe Answer tu hb apuni (Bhukhon Pathok)..We are proud of you🎉..Apunar video bur Sai bohut val paw..Love from Nahorkotiya...❤️
Assamese mixture zindabad
Tumalui buhut buhut dhoinobat
Video tu sai khub val lagil
বাপৰে। সাপৰ মাংস। ধন্যবাদ ভূষণ। বহুত নেদেখা বস্তু তোমাৰ জড়িয়তেই চাইছোঁ।
Sai val lagil sir
দাদা আপোনাক ধন্যবাদ আপোনাৰ কাৰনে বহুত জগা দেখিলোঁ আৰু অসমীয়া ভাষাত UA-cam চেনেল দাদা ❤❤❤❤
Dhunia lagil sai
Dada apunar nisina telent ajon byoktik Sai bohut vl lagise all the best
5:41 cute ❤️😍😍
Wow
Chongqing City
Beautiful chinese people
Duniya hoise video to bhukhan da
Bhal lagil Bhukhan
সুন্দৰ ভিডিঅ'❤
For Bhukhan দা
১ মিলিয়ন হব গৈ আছে দাদা ৪ হাজাৰ লাগে advance congretchulation🎉❤💖💛 খানা লাগব কিন্তু
For your Subscribers
মই দেখাত অসম ইউটিউবাৰৰ ভিতৰত কোনো জোৱা নাই Chaina ত প্রথম bhukhan দাই গৈছে মোৰ কমেন্ট লাইক কৰিলে কৰিবি নকৰিলে নাই ভিডিও টো লাইক কমেন্ট কৰা আমিনো কত যাৱ পৰিম দাদা ❤ যদি নগলে হেতেন কত দেখা পালো হৈ 💛💖
5:02 😂 Barpeita ahi gei c pura❤
Assamese mixture babe like ata nice val lagile hotspots
ভূষণ ভাই বহুত ভাল লাগিছে 💝💝💝💝
Dada apunar vedio sai bhut vl lage
Bohot moza lagose aponar video bor shai 👍👍👍
Dhunia kahile sai❤
Video sai vl lagi
কমলা টেঙা কমতে পালে আপুনি 😘👌👌👌👌
Best youtuber in assam
বহুত ভাল লাগিল ভাই ❤❤❤❤❤ 19:17
Congratulations in advance jldi 1 million kri diok সকলোৱে
সকলোবোৰ video চাই ভাল লাগিছে আৰু চাই আছোঁ...
প্ৰথমৰ পৰা তোমাৰ ভিডিঅ চাই আছো বৰ ভাল লাগিছে❤️❤️❤️
1 milion ole kune kune vl lgibo mur dore like kra
Bhal lagil❤
বহুত বহুত ভাল লাগিল
Chinese people are very humble and sweet
1million kori দিয়ক দাদাক সোনকালে
1:44 ai suwali jonik bhal ke abr mukh khon dekhai diya hole bhal asile dada ❤😊😊
Very nice place dear elder brother
1 million coming soon
Bahot dhuniya video d asa bahot bhal lagi asy
Beautiful Vlog👌👌👌 Bhukhon bohut Vl lagil 👌👌👌👌
ইটৰ জীৱই ইটোৱে ইটোক খাই জীয়াই থাকে বুলি লয়,,,কিন্তু শ্ৰেষ্ঠ জীৱ হৈ মানুহে সকলো হজম কৰে।
Hundor video. Protitu video sai aasu.
Duniya poriback Daa❤❤❤❤
*মৰিগাঁৱৰ পৰা মৰম যাচিলোঁ* ❤❤❤❤
Video টো ছাই ভাল লাগিল
চাই ভাল লাগিল।
DA vdo sai bohot bhal lagil
sp funny dada hostpot 😂😂 so hotpot 😂😂
Khub dhuniya video bonai apuni
এইটো vdo ৰ কাৰণে মই exited hoy asilo
সুন্দৰ ভিডিঅ’ আপোনাৰ ভিডিঅ’ পৰা বহুত নজনা ঠাই দেখিবলৈ পালো 👍
bht vl vl anekoi vdo khadai d jba ❤
Tmr video aji fast time salu bhut vl lgil ❤🎉
Jai aai axhom........ from Tinsukia sadiya ❤❤❤❤ Assam Desh jindabad 💯
Bhukhan da you are my inspiration ❤
Chinar manuh bur bor val aru moromiyal hoi, thank you bhukhan daa❤❤ Love from nagaon
16:04 Having 𑜉𑜥 🐷 is love ❤️
আপোনাৰ content bur চাই ভাল লাগে
Val lagi vido bur sai
ভাল লাগিছে 😮😅😅
Chinese video চাই বৰ ভাল লাগিছে দাদা।❤❤❤
চাই বৰ ভাললাগিল❤
Bohut dhunia lagil vloge tu chai❤️🥰
সুন্দৰ ❤
Top blogger of assam...
Really ..
এক মিলিয়ন ছাব্ছক্ৰাইবাৰ হলে কি প্লেনিঙ কৰিছে ❤❤❤❤🎉🎉🎉
Congratulations🎉 1M
❤ ভাল লাগিল দেই ❤
Apunar video bor bohut besi bhal lage dada❤
Love from Migom Namsai UA-cam channel
ভাল লাগিছে
Joldi 1million kori de🎉❤
Congratulations for 1m
Bhukhan da bahut bhal lagise❤❤
ভাল লাগিল
Val lagil video tu sai..
Bahut Val lagil.
❤
Love from dhemaji Rebat Gogoi
🎉🎉🎉 congratulations 1M hoi gol ❤❤❤❤
হায়দৰাবাদত ১২ দিন থাকি হাতৰ ঘড়ীটো বেছিলো৷চীনত ইমান দিন থাকি তুমি যি খিনি কৰি আছা৷সচাথত মানিৱ লাগিৱ৷এবাৰ দক্ষিন কোৰিয়ালৈ যোৱিৰ চেষ্টা কৰা৷তোমাৰ উত্তৰন কামনা কৰিলো
Hunkale 1milion hoi jawk❤
Tar manuhbur vall lagil kintu...❤❤
❤❤🎉🎉🎉🎉1Million subscriber complete 🎉wow wow wow 🎉🎉🎉Congratulations Brother,,,🎉🎉🎉🎉🎉🎉
Bhut bhut thnks bhukhan da.. mot onurodh rokhar babe. Sy aso dei vido bor. Vl lagil bhut ru diba ru sam .... Drrngr pora....
Salu val lagil
আজিকালি গাহৰি নোখোৱা মানুহ খুউব কমেই ওলাব....যাইকি নহওঁক ভালেই লাগিল ভিডিঅ'টি 👍
তাৰ কাৰণে মই কও পৃথিৱী বিখ্যাত মাংস হৈছে গাহৰি।
Manuh bur bohut free ...val lage video bur saii...