আঁতৰি দিয়ক ডাঙৰীয়া আহিছে, আচল ঘটনাটো কি আছিল চাওঁক.. সবিশেষ ভিডিঅ'টি, atorai diok dangoriya ahise

Поділитися
Вставка
  • Опубліковано 27 лис 2024

КОМЕНТАРІ • 466

  • @HareswariDeka-i8r
    @HareswariDeka-i8r 5 місяців тому +46

    ধন্যবাদ ময়ুৰ মানুহ জেনীয়ে মনৰ কথা ব্যক্ত কৰিব পাৰিছে। তেওঁ চাগে তেনেকৈ ভগৱানক পাইছে।

  • @Danirojasfc6
    @Danirojasfc6 5 місяців тому +109

    অসমৰ অসমীয়া ৰাইজ এই অন্ধভক্ত স্বাভাৱ বোৰ এৰক।
    ইমান যুক্তি দি দি কথা কব নালাগে। 😔 😟
    ভগৱানক সকলোৱেই বিশ্বাস কৰে কাৰণেই দেশখন চলি আছে।
    আপোনালোকৰ নিচিনা মানুহেই নবপ্ৰজন্মক ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে।
    ঘোঁৰা এটা জন্ত , জন্তুক মৰম কৰিব লাগে খাবলৈ দিব লাগে সেইবোৰ কৰকঁ। উল্টা পুল্টা কাম কৰিলে সমালোচনাৰ সন্মুখীন হবই লাগিব।
    ধন্যবাদ।

    • @jayantahazarika6024
      @jayantahazarika6024 5 місяців тому +6

      মানুহে টোৰ ধান খেৰ মূৰ্তি পূজা কৰে মোৰ মতে ভগৱান সকলোতেই আছে।

    • @MumiiBora
      @MumiiBora 5 місяців тому +5

      Right

    • @DolinMoran-kp6wm
      @DolinMoran-kp6wm 5 місяців тому +1

      Belegok kio homalusona koribo lage.hihote kiba dekhise babe pujise karuba force Kora nai. Kheror murti tu bonai Puja Kora ba vogobanor photo akhon Puja koratu homalusona koriba neki?

    • @anshug214
      @anshug214 5 місяців тому +3

      Hosa kotha koisa op

    • @KaushalyaChutia
      @KaushalyaChutia 5 місяців тому

      Atia dangria kot gol

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk 5 місяців тому +2

    বাইবেল, ভাগৱত, কীৰ্তন, নামঘোষা পঢ়ক সত্য জানক আৰু এইবোৰ অন্ধ বিশ্বাসৰ পৰা সমাজ খনক সুস্থিৰ কৰক🙏

  • @lakhimaniborah2878
    @lakhimaniborah2878 5 місяців тому +21

    অতি সুন্দৰ ভিডিঅ ❤❤

  • @DebojitDebojitsaikia
    @DebojitDebojitsaikia 5 місяців тому +29

    ভগৱানক লৈ বেপাৰ কৰিব নাপাই আমিওঁ ভগৱানক বিশ্বাস কৰো কিন্তু নাটক বোৰ দেখিলে বহুত দুখ লাগে আমাক ভগৱানেই চলাই আছে নাপাই দেই হে ভগৱান দাই দোষ নধৰিব

  • @PadmaGogogoi
    @PadmaGogogoi 5 місяців тому +9

    যদি ঘোঁৰা নহৈ বাঘ দুটা আহা হলে হানিখুচি ৰঙা কৰিল হয়। ডাঙৰিয়া নহৈ যমদূত হল হয়। আঁতৰি দিয়কআঁতৰি দিয়ক যমৰ দূত আহিচে ।

  • @mitalinath6601
    @mitalinath6601 5 місяців тому +17

    ইমান সহজ নহয় যে কলিৰ যুগৰ মহা পাপী মানুহক ভগৱানে এনেকৈ দেখা দিব , আৰু দিবও পাৰে যি শুদ্ধ ভকত কিন্তু চবকে দেখা নিদিয়ে

  • @paparitamuli4621
    @paparitamuli4621 5 місяців тому +60

    পথাৰত ঘাঁহ খাই থকা ঘোঁৰা ৰাতি কিয় খেদি আনি এজনৰ ঘৰত সোমোৱাব লগিয়া হৈছিল।

    • @Gitu502
      @Gitu502 5 місяців тому +2

      Oh hy tu kio xudha ni moyur mixe ..

    • @DolinMoran-kp6wm
      @DolinMoran-kp6wm 5 місяців тому

      Hihote nije khedi nai ana nije aahise.hihote kiba dekhise babe pujise aane kio homalusona koribo Lage.aapuna Luke srikrishna photo khon kio puje hei khontu photo hoi?Tak loi aaan dhormo manuhe homalusona korile bea nalage kintu nij dhormor manuhe kio homalusona kore.

  • @BabuDas-j1n
    @BabuDas-j1n 5 місяців тому +50

    গৰু গছত উঠা কথা কৈছে

  • @dhansirivlogs1427
    @dhansirivlogs1427 5 місяців тому +5

    বঢ়িয়া,, অন্ধবিশ্বাসৰো এটা সীমা থকা ভাল।

  • @pankajkonwar9940
    @pankajkonwar9940 5 місяців тому +6

    এই বছৰৰ শ্ৰেষ্ঠ কৌতুক ---- "ডাঙৰীয়া আহিছে আঁতৰি দিয়ক...."

  • @manabkumarkalita732
    @manabkumarkalita732 5 місяців тому +38

    ৰাতি ঘোঁৰা কেইটা কিয় খেদি আনিছে । ভন্দামিৰো এটা সীমা থাকে ।

  • @digantachetia4630
    @digantachetia4630 4 місяці тому +2

    এইবছৰৰ শ্ৰেষ্ঠ অভিনয়

  • @AjantaBaruah-kj4mp
    @AjantaBaruah-kj4mp 5 місяців тому +13

    ভাল লাগিল তোমাৰ কথা শুনি। তোমাক ভগৱানে কোশলে ?রাখক

  • @LilkalyanjyotiBarman-pc4mc
    @LilkalyanjyotiBarman-pc4mc 5 місяців тому +1

    Mayur Daa Good information..keep it Up
    👍

  • @rijuborah6053
    @rijuborah6053 5 місяців тому +5

    এই জনী মহা ধুৰন্দৰ মহিলা ।

  • @assamhknart8924
    @assamhknart8924 5 місяців тому +7

    Mjja❤dada

  • @SUNU_PALLABI_LOVE
    @SUNU_PALLABI_LOVE 5 місяців тому

    Video too চাই বহুত বহুত ভাল‌ লাগিল দেই ❤❤❤❤❤😊😊😊😊

  • @abhiaxom8823
    @abhiaxom8823 5 місяців тому +9

    ভাল লাগিছে তোমাৰ ভিডিঅ'টো পাই বুজি পোৱা বাবে তোমাৰ মঙল হক

  • @surajitvlogs22
    @surajitvlogs22 5 місяців тому +52

    অ ডাঙৰীয়া আহিছে আঁতৰি দিয়ক আতৰি দিয়ক 😅

  • @khaninsingha7937
    @khaninsingha7937 5 місяців тому +27

    আতৰি দিয়ক ডাঙৰীয়া আহিছে

  • @ritikakalita7708
    @ritikakalita7708 5 місяців тому +7

    Nice video dada ❤❤

  • @pranitamalakar6783
    @pranitamalakar6783 4 місяці тому

    Bhal lagil sai❤❤❤

  • @kanakadevi780
    @kanakadevi780 5 місяців тому +6

    Mayur da gun gunot apunar acting bohut bohut val lagise

  • @bhaskarborah7873
    @bhaskarborah7873 5 місяців тому +28

    আঁতৰি দিয়ক।😂😂😂 মোৰ বগা ঘোঁৰা ৰং লগাই ৰঙা কৰি দিলে😂😂😂😂

  • @hemandutta4091
    @hemandutta4091 5 місяців тому +27

    কি গম পোৱা নাই, ৰাতি লোকৰ পথাৰৰ পৰা ঘোৰা খেদি আনি, এজন লোকৰ ঘৰৰ পিছফালে ৰাখি, পিছদিনা, কিহৰ নাটক, কৰিছিলে, দাঙৰীয়া আহিছে আতৰি দিয়ক,,, ধৰাপৰিলে ভালে হল, নাইবা, সেই থাইত, আই, থান এখন হল হেতেন, আৰু সেই থানৰ হৰতা, কৰ্তা, সেই ৭ গৰাকী হল হেতেন,

    • @ghanashyamborah1063
      @ghanashyamborah1063 5 місяців тому

      These persons are very superstitious.

    • @muninoza4944
      @muninoza4944 5 місяців тому

      একেবাৰে শুদ্ধ কথা উত্তৰ দিলে দেই আপোনালৈ ধন্যবাদ।

  • @BalbungDas
    @BalbungDas 4 місяці тому

    vall kotha koi se apune❤❤❤❤❤

  • @Bikashpegu1
    @Bikashpegu1 5 місяців тому +11

    আইতা গৰাকী গাত আই লম্বিচে ঠিকেই আছে, বিশ্বাস কৰিছোঁ , আৰু ঘোঁৰা দুটা ক ডাঙৰীয়া বুলি পূজা -পাত কৰিছে মানিছোঁ কিন্তু ঘোঁৰা কেইটাৰ মালিক ওলোৱা পাছত অৰ্থাৎ আই গা পৰা ওলাই গ'ল যে _____?🤔😁বাকি যিয়ে নহক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক 🙏🤣😂🤣😂🤣

  • @LakhyaDharKalita-rr2kz
    @LakhyaDharKalita-rr2kz 4 місяці тому

    সুদৃঢ় বিশ্বাসে মিলয় হৰি🙏🏻🙏🏻

  • @t.c.gaming2255
    @t.c.gaming2255 5 місяців тому +3

    ভাইটি তোমালোক আহি ভাল কৰিলা সকলো খিনি বোজাই দিলা তথাপি ও কিছুমান মানুহ আছে এতিয়াও বুজি নাপাই। তুমি অহাৰ বাবে ভাল লাগিল।

  • @PranjalDeka-m8r
    @PranjalDeka-m8r 5 місяців тому +7

    Mayur Da apunak mor bhut Val lage ❤ so handsome❤

  • @manashsaikia9926
    @manashsaikia9926 5 місяців тому +5

    Love from Gohpur ❤️❤️

  • @miduldutta8798
    @miduldutta8798 5 місяців тому +5

    ইহঁতৰ নিচিনা মানুহ জীয়াই থাকি লাভ নাই,
    আৰু জীয়াই থাকিলে সমাজৰ কল্যাণ নহয় ধ্বংস হে হ'ব ,
    ইহঁতৰ গাত আই লম্ভিব কাৰোবাৰ গাত মহাদেৱ লম্ভিব কাৰোবাৰ গাত কৃষ্ণৰ লম্ভিব বাপেৰ মূৰটো নি ইহতি,
    মৰি যা বে কেলা মৰি যা তহত বোৰ ,
    প্ৰেমৰ বাবে ভাল ভাল মানুহ মৰি গৈছে ,
    তহত বোৰ ধ্বংস বাবে মৰি যোৱা ভাল,
    জীয়াই থাকি একো সমাজ কল্যাণ নহয় ,
    চিধা কথা
    আঁতৰি দিয়ক ৰাইজ আতৰি দিয়ক ডাঙৰীয়া আহিছে 😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀😀

  • @BibakGogoi
    @BibakGogoi 5 місяців тому +1

    কৃষ্ণ প্রভু 🙏🏻

  • @karsangpegu7900
    @karsangpegu7900 5 місяців тому +14

    মোৰ ভুল নহয় যদি এইজনী কালি মা জনী নহয় জানো। যে জিভা উলিয়াই হাতেদি সাপৰ পচ লোৱা জনী 😅😅

    • @sanjibkonch7255
      @sanjibkonch7255 5 місяців тому +1

      মনৰ কথা কৈছে আপুনি

  • @KumoliDas-eu1bw
    @KumoliDas-eu1bw 5 місяців тому +2

    অতি সুন্দৰ ময়ূৰ দা❤

  • @pegurock421
    @pegurock421 5 місяців тому +18

    যাৰ ঘৰত বিপদ আহে এই সকল লোকে গম পাই ডাঙৰীয়া কি ।যি সকলৰ এতিয়াও বিপদ দেখা পোৱা নাই এদিন আহিব।

  • @Jaibajrangbali-se7yk
    @Jaibajrangbali-se7yk 5 місяців тому +1

    অন্ধ বিশ্বাস এইবোৰ মানু্হ 👍

  • @HamidaBegum-j1o
    @HamidaBegum-j1o 5 місяців тому +6

    Tumar acting bor Val laga. gungun ot bor dhuniya acting korisa dada

  • @MdIslamAli-g9h
    @MdIslamAli-g9h 5 місяців тому

    ধেৎ!!!!!!!

  • @ManbjyotiDoley
    @ManbjyotiDoley 5 місяців тому

    চুৰ আই

  • @ManabjyotiDoley-u2u
    @ManabjyotiDoley-u2u 5 місяців тому

    Missa kotha😮😮😮

  • @budheswarchutia-u2y
    @budheswarchutia-u2y 5 місяців тому +3

    এতিয়াও এনে অশিক্ষিত আৰু অন্ধ বিশ্বাসী থকাটো দুৰ্ভাগ্যজনক। আইজুৰোৱা কাহিনী টো সছানে??

  • @glowshine241
    @glowshine241 5 місяців тому +6

    আমাৰ অসমৰ নাৰীক ভগৱানে ইমানেই পছন্দ কৰে যে সকলো ভগৱান আমাৰ মহিলাৰ গাত হে আহি লম্ভে 😂😂

  • @digantachetia4630
    @digantachetia4630 4 місяці тому

    ডাঙৰীয়া আহিছে ডাঙৰীয়া আহিছে আঁতৰি দিয়ক আঁতৰি দিয়ক 👌👌👌🔥🔥🔥😋😋😋

  • @dwikota75
    @dwikota75 5 місяців тому +2

    Comment কৰিবলৈ আহিছোঁ। আঁতৰি দিয়ক।
    ভগৱান কিয় নামানিম। কিন্তু আপোনালোকৰ দৰে ভণ্ড সকলক মুঠেও নামানো। আপোনালোকৰ দৰে ভণ্ডই সমালোচনা শুনিবই লাগিব। একো হোৱা নাই। ভণ্ডামি আপোনালোক। সুস্থ মগজু নাছিল হেনো আপোনালোকৰ। আচলতে চিকিৎসাৰ প্ৰয়োজন আছিল। অসুস্থ মজুৰে কৰা কামক সুস্থ মগজুৰ মানুহে গ্ৰহণ নকৰে।

  • @Dhasu-Gamer-----------6115
    @Dhasu-Gamer-----------6115 5 місяців тому +1

    আই এ সকলো কৰি দিব পাৰে এইটো মই বিশ্বাস কৰো কাৰণ আমাৰ ওচৰত এ এগৰাকী আই উঠিছিল আনে কিবা এটা দুখ লগালে আই গৰাকী চকু অন্ধ হৈ গল আজি ও অন্ধ এ হৈ আছে ।। আই যিকোনো ৰূপত আহিব পাৰে।।। যি সকলে আই ক লৈ বেয়া কৈ কৈ আছে আজি বিজ্ঞান ৰ যুগত এইবোৰ নামানো বুলি এদিন তাৰ ফল ভুগিব।। কাৰণ যিমান বিজ্ঞান ৰ যোগ আহিলেও ভগৱান ইছৰ নাম লবই লাগিব।।। যদি নলয় তেনে হলে বিপদত পৰা সময় ত কিয় ভগৱান ক বিছাৰে

    • @kakalibharadwaz6340
      @kakalibharadwaz6340 5 місяців тому

      xuna ....bhagaban amio bissakh koru bhagaban k bujibo bisaru ..xodai teor namot dhyan koru ...Shiva r aradhana koru ...kintu fotuami bisaakh nokoru ...eibur adhabiswas a hoi ...kuno manuhor gaat bhagaban nahe eibur misa...bhagaban...ata bohut besi high lvl r energy....ru amar papi manuhor usrt bhagaban eneke nahe ...

    • @Dhasu-Gamer-----------6115
      @Dhasu-Gamer-----------6115 5 місяців тому

      তুমি বিশ্বাস কৰিব বিচৰা নাই নকৰিবা তাত তোমাক কব লগীয়া কিবা আছে বুলি মই নাভাবো।।।। কিন্তু মই বিশ্বাস কৰিছো কথা সিমান এ

    • @kakalibharadwaz6340
      @kakalibharadwaz6340 5 місяців тому

      @@Dhasu-Gamer-----------6115 ah xuna tumi ji koisa bipodor time t vogoban k bisaru seikarone koisu ....nuhua bostu tu nai a seibur bissakh kio krim ...tumaloke kora karon tumalok adhabiswas kora seikrne....

    • @Dhasu-Gamer-----------6115
      @Dhasu-Gamer-----------6115 5 місяців тому

      এটা কথা শুনা ভন্টি।। তুমি যদি এজোপা গছৰ তলত ও বিশ্বাস কৰি সদাই যদি পূজা আৰাধনা কৰা গছ জোপাই ও তোমাক কিবা এটা ফল দিব।।।

    • @kakalibharadwaz6340
      @kakalibharadwaz6340 5 місяців тому

      @@Dhasu-Gamer-----------6115 bissakh bula bstu tu hoise energy ami enery uprt solu ...bhaity hoba tumi mur

  • @robinchandrakalita6271
    @robinchandrakalita6271 5 місяців тому +7

    এই বিষয়টো কোনোমতে ৰাইজে পাহৰিবলৈ লৈছে।পুণৰ নতুনকৈ চৰ্চা কৰি মানুহক অন্ধবিশ্বাসত ডুবাবলৈ চেষ্টা নকৰিবচোন।

  • @dchetia6429
    @dchetia6429 5 місяців тому +1

    এটো টকা ঘটা সহজ পদ্ধতি
    আছিল। কিন্তু অভিনয়টো বেচি হোৱাৰ বাবে হে ফ্লপ মাৰিলি, আকৌ এৰি নিদিব।

  • @pragyan-ff20
    @pragyan-ff20 5 місяців тому +1

    Ai kosa ami hokolua mani bo lega❤

  • @krishnagogoi1657
    @krishnagogoi1657 5 місяців тому +7

    অন্ধ বিশ্বাস | নিশা ঘোঁৰা দুটা কিয় খেদি আনিছিল?

  • @pallabsaikia1941
    @pallabsaikia1941 5 місяців тому

    Mur first comment ডাঙৰীয়া আহিছে আঁতৰি দিয়ক😁

  • @GANERAMPEGU
    @GANERAMPEGU 5 місяців тому +26

    এতিয়া এই তাহানিৰ দিন নাই ৷আমি নেদেখা ভগৱানক বিশ্বাস কৰো কিন্ত দেখি পোৱা ডাঙৰীয়িক বিশ্বাস নকৰো ৷

  • @NipuBhuyan-u6m
    @NipuBhuyan-u6m 4 місяці тому

    ভাগৱত পঢ়ি হৃদয়ঙ্গম কৰক। যুগতো কলিযুগ।এইবোৰ নাতক বাদ দিয়ক।

  • @Dineshkaman
    @Dineshkaman 5 місяців тому +1

    আই লম্বিছে বুলি কিয় মানুহক কামুৰি হাৰা শাস্তি কৰিলে? আয়ে কমুৰিব কৈছিলেনেকি?

    • @sochirampadun4307
      @sochirampadun4307 5 місяців тому

      একদম জেগাত দিছা । পিছে আজি কালি আপোনাক বহুত কমকে চোচিয়েল মেদিয়াত দেখা পাইছো।

  • @Bulbulmusic-cx2yu
    @Bulbulmusic-cx2yu 5 місяців тому +6

    Moyur da prank call lage ❤❤❤

  • @jonakorpohor
    @jonakorpohor 4 місяці тому

    Good

  • @muninoza4944
    @muninoza4944 5 місяців тому +4

    হয় হয় , ঘোঁৰা কেইটাই ভগৱান অসমৰ মানুহৰ কাৰণে , বান্ধি থব লাগিছিল। টকা ঘটাটো পিচতহে হব এতিয়াই নহয় ।

  • @ramenbaishya7029
    @ramenbaishya7029 5 місяців тому +6

    এইবোৰ কামত বেয়া comment নকৰি উৎসাহ দিব লাগিছিল নেকি

  • @dhkpatir1483
    @dhkpatir1483 5 місяців тому +3

    প্ৰথমে ইয়াক সুধক মিচিং মানুহ ঘৰক কিয় এনে ‌ব্যৱহাৰ কৰিছিল | আৰু ৰাতি টৰ্চ লৈ ঘোঁৰা খেদা দৃশ্যটো কি আছিল |

  • @bhaskarmohan4040
    @bhaskarmohan4040 5 місяців тому

    jai aimatti jai ho ma

  • @jitusaikia331
    @jitusaikia331 5 місяців тому +2

    অ তাৰ মানে চিনেমা খন হৈ উঠিব নিদিলে এতিয়া চাগে ঘৰৰ লৰা ছোৱালী বোৰে লাজত বজাই ছে সেই হে মেদিয়াৰ আগত এয়া নাতক

  • @KankanSharma-tb7tf
    @KankanSharma-tb7tf 4 місяці тому

    God is power ,

  • @pjb1990m
    @pjb1990m 5 місяців тому +2

    🙏 ভাল লাগিল ভিডিঅ'টো

  • @puspadhardowarah1932
    @puspadhardowarah1932 5 місяців тому +3

    যি হল হল কাপোৰে কানিয়ে গল।আই উঠাটো সচা হবও পাৰে;কিছু কিছু ক্ষেত্ৰত অলপ বেছি দেখোৱাও হল মানে"অতি ৰঞ্জিত কিছুমান হল!নকৰিব লগীয়া কিছুমান কৰিলে। বেছিকৈ দেব দেবী পূজা কৰিলে এনেকাণ্ড হবই।

  • @Sidanandakalita-ko6hj
    @Sidanandakalita-ko6hj 5 місяців тому +5

    পৃথিৱীত ভগৱান আছে কিন্তু তঁহতৰ নিচিনা ভন্দামি নাই । ভগৱান পৃথিৱীত আছে বোলি মানিলেই তঁহতৰ ভন্দামি মানিব লাগিব নেকি ? বদমাচি কাম কৰি সস্তিয়া উদাহৰণ দিব আহিছে ।পইচা ঘটিম বোলি ভাবিছিল কিন্তো নোবাৰিলে ।আৰু এই ঘৈনীৰ মেখেলা পিন্ধা মতাতো ২নম্বৰ বদমাচ।ওচৰত পোৱা হলে কাণৰ তলত ২চৰ মান দিলো হয়।

  • @parthablog5313
    @parthablog5313 5 місяців тому +1

    Fst

  • @bipuldoley1906
    @bipuldoley1906 5 місяців тому +3

    পইচা লোবত নাঠক কৰিচিল । ৰাতিত কেদি হনাটো নিউছত দেকিছো আমি !

  • @BikiRay8928
    @BikiRay8928 5 місяців тому

    Love From Sorbhog Dada ❤

  • @promilachiring2535
    @promilachiring2535 5 місяців тому +1

    ভগৱানক উপাসনা কৰিব কিন্তু এনেদৰে নহয়

  • @SkullGamesYT904
    @SkullGamesYT904 5 місяців тому

    হয় একেবাৰেই সত্য কথাই কৈছে

  • @DilipKhaklari-s1n
    @DilipKhaklari-s1n 5 місяців тому

    Thanks God bless you

  • @mitalinath6601
    @mitalinath6601 5 місяців тому +2

    ভগৱানক খেদি আনে নেকি নে ভগৱানক খেদি খেদি বিদাই দিয়ে 😮

  • @kuleswarmoran4753
    @kuleswarmoran4753 5 місяців тому

    কিমান ধন ঘতিব পাৰিলে

  • @gamepaglafanpagla4215
    @gamepaglafanpagla4215 5 місяців тому

    Missa kotha

  • @akashboraassam2169
    @akashboraassam2169 5 місяців тому

    Hiii ময়ুৰ দা❤❤❤

  • @NRJ19888
    @NRJ19888 5 місяців тому

    কেলা কামত লগা....জীৱনত উন্নতি হব.....এনেকুৱা পকতিয়াঁ কাম বোৰ কৰিব নালাগে

  • @MintuBormon-d6j
    @MintuBormon-d6j 5 місяців тому

    আইগৰাকি আহিছে আতৰি দিয়ক আতৰি দিয়ক

  • @assamesefunni7522
    @assamesefunni7522 5 місяців тому +4

    আঁতৰি দিয়ক আঁতৰি দিয়ক সাংবাদিক আহিছে

  • @bhrigukalita6479
    @bhrigukalita6479 5 місяців тому

    👍

  • @mihvlog7450
    @mihvlog7450 5 місяців тому +2

    COMMENT পঢ়িবলৈ আহিছা আতৰি দিয়ক😂

  • @hadhu20
    @hadhu20 5 місяців тому

    Bhogobanok Hokolua Manok🙏🙏

  • @arupbora2442
    @arupbora2442 5 місяців тому

    Kbi lge

  • @papunath2309
    @papunath2309 5 місяців тому +5

    ৰাতি ঘোঁৰা দুটা যে খেদি খেদি আনিছিল সেইটো হলে ভাল লাগিছিল।

  • @sagarikadas6637
    @sagarikadas6637 5 місяців тому +1

    Atori diok😮

  • @deepjyotiassamvlog9098
    @deepjyotiassamvlog9098 5 місяців тому

    বাইদেউ জনীক মানিচো কাৰণ বাইদেউ জনী ভগৱানক বহুত মানে কাৰণে এইবোৰ কৰিচে কিন্তু কেইজনী মান বাইদেউ আছে বাপ্ৰে জিভাউলিয়াই মানে আৰু এজনী টো সাপৰ ভেক্সোন ধৰিছে

  • @BijitNata
    @BijitNata 5 місяців тому +6

    যদি ভগৱান আছে বুলি বাবে তেন্তে এইটো বিচ্চা কৰিৱ লাগিব কাৰন সকলো বোৰ আমি বিচ্চা কৰিয়েই জিয়াই আছো 😢😢😢

  • @SopunMili
    @SopunMili 5 місяців тому +3

    চব এইবোৰ মিছা কথা কাম বন নাই চালা . আমাৰ গাঁৱত হোৱা হলে মাৰি মাৰি চেচ কৰি দিলো হয় চালা

  • @asbgamer8823
    @asbgamer8823 5 місяців тому

    Aai parnam

  • @MonujMili-w1g
    @MonujMili-w1g 4 місяці тому

    Aimatrir rup..mane vagwwanor mahima

  • @BipulKachari-ov8hp
    @BipulKachari-ov8hp 5 місяців тому +1

    গাত অলপ গৰম পানী ঢালি চাব লাগিছিল তেতিয়া গম পোৱা গল হয়।

  • @RabinKaman-qm6md
    @RabinKaman-qm6md 5 місяців тому

    আই ঘাহ খায়নে

  • @RAnjitapatgiri
    @RAnjitapatgiri 5 місяців тому +1

    Sure ketiyau hocha kotha nkoi ai kathakar sobe vhal koi jane.. Kunu ai nhoi

  • @Jiten-or3ep
    @Jiten-or3ep 5 місяців тому

    Val lage sai sari

  • @akramhussain1735
    @akramhussain1735 4 місяці тому

    hihihihi.....

  • @labagogoi3561
    @labagogoi3561 5 місяців тому

    আই ডাঙৰীয়া সকলো বিশ্বাস কৰো 🙏

  • @najirulhaque6777
    @najirulhaque6777 5 місяців тому +2

    হাতী আহিলে আদৰি আনিলে হেঁতেন নে।

  • @muninoza4944
    @muninoza4944 5 місяців тому +2

    সঁচা কথাৰে কমেনট দিয়া কাৰণে লাজ লাগিছে নেকি?

  • @mintuhazarika5911
    @mintuhazarika5911 5 місяців тому

    😊😊😊😊😊😊

  • @Puspanjoli741
    @Puspanjoli741 5 місяців тому

    ❤💫