কামৰূপী লোকগীত Hits 2018 - Hits Of Rameshwar Pathak - হিটছ ইফ ৰামেশ্বৰ পাঠক - New Song
Вставка
- Опубліковано 23 лис 2018
- #Hitsoframeshwarpathak #Kamrupilokgeet2018
Assamese Audio & Video song, Hope you like this song.
Please Subscribe, LIKE AND COMMENTS about this Video goo.gl/hQ5TxS
Company/ Label :- Wave
Category Music
অনন্য কণ্ঠৰ অধিকাৰী ,আমাৰ অন্তৰৰ প্ৰেৰণাৰ উৎস ।তেখেতৰ কৰ্ম যুগমীয়া হওক ।
বহুত ভাল লাগিছে কবলৈ ভাষা নাই
Eman sunder kanthaswer
Bohut vaal lagil
😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
অসমৰ লোক-সংগীতৰ ক্ষেত্ৰখনক অধিক সমৃদ্ধ আৰু জাকতজিলিকা কৰা শিল্পীজনেই হ'ল চিৰনমস্য প্ৰয়াত ৰামেশ্বৰ পাঠকদেৱ..তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো...
চিৰ সজীৱ গীত ! জাতিটোৰ সম্পদ ।
I left Assam 32 years ago but still can't forget this folk artist and still today every night I listen to only his songs and voice. My heart becomes full. Thanks to UA-cam.
p
Rupok
অতি সুন্দৰ । সকলো লৈকে প্ৰণাম
@@ojitbisas5733 00p
Q
ৰা পাথকৰ তুলনা নাই
খুবেই ভাললাগিল৷
সৰুতে শুনিছিলো এইবোৰ গীত শৈশৱৰ স্মৃতি জড়িত হৈ আছে
জয় গুৰু শংকৰ।পুৱাই পুৱাই পাঠকৰ লোকগীত বোৰে মনতো উৎফুল্লিত। কৰিলে।
বহুত সুন্দৰ গীত এই গীতবোৰে তেওঁক সদায় জীয়াই ৰাখিছে
লোকগীত সম্ৰাজ্ঞী ৰামেশ্বৰ পাঠক দেৱ আজি হয়তো জীয়াই নাই সঁচা ; কিন্তু, তেখেতৰ কালজয়ী গীত সমূহে তেখেতক সদায় আমাৰ মাজত জীয়াই যে ৰাখিব সি ধুৰূপ |
বহত বহুত ধন্যবাদ...... |
অপূৰ্ব কন্ঠ ।
শুনি থাকিলেও হেঁপাহ নপলায়।
4kxkf
Nice song
ৰামেশ্বৰ পাঠক মহান পুৰুষ জনৰ কামৰূপী লোকগীত সমূহত আমৃতৰ নিচিনা ৰস আছে আশা কৰো তেখেতৰ লোকগীত বোৰ অমৰ হৈ থাকিব,
I proud with assames flok song artist of Rameshwor pathak and miss Dhanada pathak .
Rameswar Pathokor Lokogeet bur Asomiyar oti hridoyor apun aru Apurugiya hompod .Tekhet biswa dorbarot Omor hoi thakok.
Ecb app quip
আমি যে কিমান ভাগ্যশালী!!এনেকুৱা সুকণ্ঠৰ লোকশিল্পীয়ে আমাৰ কামৰূপী লোকগীত চহকী কৰি থৈ গৈছে!!প্ৰণাম জনাইছোঁ এই গৰাকী শিল্পীলৈ।
❤❤❤ 2:17
Y z😅Jx
😅😮😮😮😮😮😮😢😢😢😢😢😢😢😢😢l0⁰00⁰⁰ ok😅😅😅
Eman sunder
I miss you
Eman sunder swar
Good. Morning. God. With. Pathak
Mahan shilpi janak sasredha pranam janalo
সছাকৈ দেহা মন সাত পৰি যায় ❤❤❤
কৃষ্ণ কৃষ্ণ
লোক গীত মানেই ৰামেশৰ পাথক
কামৰূপী লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠকৰ সশ্ৰদ্ধ প্ৰণাম
Ppppppppবৰ সুন্দৰ
লোকগীত সমূহে মন ভৰাই তোলে।
Mon pran jur pora lokgeet xuni val lagil
সুন্দৰ কণ্ঠ শিল্পী জনলৈ শতকোটি প্ৰণাম জনাইছোঁ কৃষ্ণ কৃষ্ণ
Akhetor geet br bht vl lage.. geetor kotha br bohut rokhal... Moy gari solaote khuni thaku . Mon tu bht fresh hy jai .❤
ভাল লাগে
Excellent. 🧞♀️🧞♀️🧞♀️
পাঠক ডাঙৰীয়াৰ লোকগীতৰ সুমধুৰ সুৰে মন আপ্লুত কৰি তোলে ।
Aponalokak dhnaybaad
Old is gold
Joy sree krishna
সু প্ৰভাত 🙏
অতি সুন্দৰ 💞
ইমান সুন্দৰ শুনি বহুত ভাল লাগিল
আৰু লগতে নতুন বছৰৰ শুভেচ্ছা আগ বহালো
Dhuniya lagisa
Bhal lagil
Nice what to say I don't have to say any words really. ,,😊
Bhupen da aru Rameshwar pathok Okhomor gawrab.
Bar anada lagil
Fata fati. Deutar sakulo olai goise
Pagol
Otikoi dhunia loka geet performed by Rameswar Pathak
Tiku
Prabhu krisnar baikunthalai jowa naam xuni mai dhanya maniso
Bht val loga git , punr pask dakori mtloi ahok Janma hoi
বহোত ভাল লাগিছে
Krishno
Good
ৰামেশ্বৰ পাঠকদেৱৰ কামৰূপী লোকগীত আমাৰ জাতীয় সম্পদ, জাতীয় গৌৰৱ আৰু অতি সুমধুৰ হিয়া জুৰ পৰি যোৱা 🙏🙏🙏
Good morning everyone. In the world of music, specifically for Kamrupi Lokgeet Assamese people can't forget Rameshwar Pathak. Next to Dr. Bhupen Hazarika will remain in hearts❤💞❤💞 all Assamese for generation. 🙏🙏.
9ooo9999oo99@@bireswarbaruah6340
Excellent
বহুত ভাল লাগে শুনি ।শুনিলে শুনিবলৈ মন যায়।
Kamrupia the language of Kalita should be preserved.
🙏🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏অতি সুন্দৰ 🙏🙏❤❤👌👌👌👌👌
val lagil ratipuwatu🙏🙏🙏🙏🙏
aibur lokogeet xunile xuni thakibor mon jai ...... 🙏
🙏 rameshwar dar gaan huni hosai bohut vl lage.
Yes
Rameshwar Pathok Sir oar konthoar ek odvhut jaadu aasil, kunuwe etiyaou geet bur gaai, kintu Lokageet oar King oar nisina hoboi nuware
Ramashar pathakar luka geet bur mur bht besi vl lage .
লোকগীতৰ মোৰ প্ৰিয় শিল্পী
প্ৰথমে ৰেকৰ্ড প্লেয়াৰত,তাৰ পিছত চিডিত এতিয়া ইউটিউবত শুনি আছো
Salute to Lt Rameshwar Pathak for his devotional songs of kamrupi lokgeet.
Really unbelievable singer 👌🙏🙏🙏
Val lagl git gta ❤️❤️❤️❤️🥰🥰🥰🙏🙏🙏🙏
Thanks for uploading
বহুত বহুত ধন্যবাদ তথা কৰে
সুন্দৰ কন্ঠ শ্ৰদ্ধা জনাইছোঁ 🙏 তেখেতৰ গীত শুনি হেঁপাহ নপলাই❤ তেখেত অমৰ ৰওক🙏🙏🙏
Nice
Krishna Krishna.
Dhunia lagil. Ayurvedic yugi.
গীতবোৰ শুনি ভাল লাগিল
ৰামেশ্বৰ পাঠকৰ কণ্ঠত গীত বোৰ শুনিলে আজিও মোৰ লৰালি কালত গ্ৰামোফোনত শুনা দিনবোৰলৈ মনত পৰি দেহা-মন আপ্লুত হয়।
Amazing extraordinary🥰
All the best
❤❤❤❤❤❤
Diganta kari geet !best singer
Gurudevok satokoti pranam janalu
You are our heart whole life.
❤❤❤❤❤❤❤❤প😊😊❤❤❤❤
Bohut dhuniya...
Mor ati pria
Val lage
সুৰৰ মায়াজালৰ পৰা ওলাবলৈ মন নাযায় ৷
Very nice
Bahut val lagil geet keita ..
A magnificent & melodious voice.
Bhal lagil
আপ্লুত হলো 🙏🙏🙏🙏
Bahut vl lage ekhetr lukogt hr shni.....
hoxai eman hundor....
Sundor
সুপার ডুপার হিট। ভাষা না বুজতে পারলেও সুর তাল অতুলনীয় খুব খুব খুব ভালো নমস্কার
আপুনি মোৰ ঘৰলৈ আহিবচোন এদিন
ধুনীয়া.. এক অদ্ভুত কন্ঠ..🙏🙏
Oti.sumoďhur.get.prìy
সুন্দৰ কামৰূপী লোক গীত । মোৰ অতিকৈ শ্ৰদ্ধাৰ হয়।।
❤
লোকগীত বৰ ভাল পাওঁ। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ৰামেশ্বৰ পাঠকদেৱ তথা তেখেতৰ সুযোগ্যা সহধৰ্মিণী শ্ৰী যুতা ধনদা পাঠক বাইদেউ ৰ🙏
মন প্ৰান জূৰপৰিযোৱা সুমধুৰ লোকগীত তুলনাবিহীন।
Ppp
So beautiful songs 👌👏👏👏
লোকগীত মই সৰুৰে পৰাই ভাল পাওঁ |
Great Singer
মই আগতকৈও এতিয়া বেছিকৈহে শুনু
অভূতপূৰ্ব কণ্ঠ
😊
@@bipinray2788❤❤❤❤❤ out
Sundar Sur Sundar khantha dhannbad