বিয়াৰ পাছত প্ৰথমবাৰ কেমেৰাৰ সন্মুখত Barsharani Bishaya. ❤️ Exclusive Interview with Bhukhan Pathak

Поділитися
Вставка
  • Опубліковано 6 жов 2024

КОМЕНТАРІ • 1,3 тис.

  • @shirajali509
    @shirajali509 3 роки тому +1604

    Barsha baa r husband r interview kar kar lage like kora

  • @sankarjyotibordoloi1454
    @sankarjyotibordoloi1454 3 роки тому +297

    নিজৰ বিয়া খন নিজৰ মতে পতাটো সকলোৰে সপোন থাকে। আপুনি কাৰো কথাত গুৰুত্ব নিদিব। সদায় দুয়ো সুখী হৈ থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো।

  • @dhunugogoi8885
    @dhunugogoi8885 3 роки тому +466

    বৰষা বা জোন জ্বলে কপালৰ দিনৰ পৰাই প্ৰিয় শেহতীয়াকৈ আকৌ বাস্তৱ পৃথিৱীত এক নতুন আদৰ্শ দাঙি ধৰিলে ..... সদায় কাৰনে প্ৰিয় হৈ থাকিব ❤️❤️❤️

  • @mamonigogoi9232
    @mamonigogoi9232 3 роки тому +123

    ভাস্কৰ ৰ জীৱনৰ কাহিনী শুনি সচাই বৰ দুখ লাগে, কবলৈ গলে বৰষা তকৈও দুখ লগা তোমালোকৰ দুয়োজনলৈ আশীৰ্বাদ কৰিছোঁ সদায় মিলে থাকা সুখী হোৱা।

    • @learningisland7831
      @learningisland7831 3 роки тому +1

      Ki kahini bhaskoror ...akonman jonabo neki

    • @mamonigogoi9232
      @mamonigogoi9232 3 роки тому +1

      ভাস্কৰ ৰ মাক - দেউতাক দুৰ্ঘটনাত ঢুকাল, চনটো ভালকৈ নেজানো ২০১৭ হ'ব পাৰে

  • @dikshitasarma7737
    @dikshitasarma7737 3 роки тому +748

    উকা কপালৰ ৰঙা ফুটতোৰে জিলিকি উঠিছে বৰষা বাʼৰ জীৱন ❤️ বহুত শুভেচ্ছা

    • @niranjangaming4502
      @niranjangaming4502 3 роки тому +6

      Hasai ba bahut Dhuniya lagesa ❤❤👌🏼

    • @satyaranjanchungkrang7824
      @satyaranjanchungkrang7824 3 роки тому +2

      @@niranjangaming4502
      nirada. chungkrang

    • @dimpubaruah4761
      @dimpubaruah4761 3 роки тому +2

      @@niranjangaming4502 তই GAY হয়নে ।সৌ সিদিনা চাৰিআলিত ল'ৰাৰ লগত লিলি কৰি ফচা নাচিলি জানো ! হা হা হা

  • @nabacreation6896
    @nabacreation6896 3 роки тому +283

    কমেণ্ট পঢ়ি পঢ়ি ভিডিও চাই থকাৰ মজা এ বেলেগ । বৰষা বাৰ যুগ্ম জীৱন সুখৰ হওঁক তাৰে কামনা কৰিলোঁ ।

  • @rimpiboruah2986
    @rimpiboruah2986 3 роки тому +245

    আপোনাৰ interview এটা চাইছিলো মই কেইবছৰমান আগতে, মই তেতিয়াই ভাবিছিলো বৰষা বা বিয়াখন আকৌ হোৱা হলে আৰু এতিয়া বিয়া পাতিলেই😊।ভাল লাগিছে বহুত ,সুখী হওক সদায়💚💚

  • @krishnalidas4726
    @krishnalidas4726 3 роки тому +27

    আগৰ পৰাই বৰ্ষা বাক বহুত ভাল লাগে ❤️,আজিও সিমানেই ভাল লাগে,আশা কেৱল এটাই তেওক লগ কৰা..দুয়ো সুখেৰে দিন কটাওক তাৰে কামনা কৰিলো

  • @anupriyaYein
    @anupriyaYein 3 роки тому +238

    ভাস্কৰ দাকো লগত লাগে 👍🏼 বহুত ভাল লাগিল 🥰 😘❤️

    • @dy2k20vlogs5
      @dy2k20vlogs5 3 роки тому +5

      Mur name u bhashkar

    • @anupriyaYein
      @anupriyaYein 3 роки тому +5

      @@dy2k20vlogs5 wow

    • @DiphuJengoprank
      @DiphuJengoprank 3 роки тому +4

      Love from diphu karbi anglong ♥️♥️♥️♥️♥️♥️♥️😘😘😘😘😘

    • @anupriyaYein
      @anupriyaYein 3 роки тому +3

      @@DiphuJengoprank love from sivosagor 💓🥰

    • @DiphuJengoprank
      @DiphuJengoprank 3 роки тому +4

      @@anupriyaYein jai asu sivsagor 💕💕💗💗😘😘😘💗💗💕

  • @asmisharma8080
    @asmisharma8080 3 роки тому +13

    She is so humble, pure and clear to her words!!💕💕

  • @princenripennarzari9483
    @princenripennarzari9483 3 роки тому +231

    বৰ্ষা বা বিয়াৰ বহুত বহুত শুভেচ্ছা জনালোঁ, ভগৱানৰ ওচৰত পাৰ্থন জনাইছোঁ আপোনালোক যাতে সদায় সুখত থাকে।

  • @monikuntalgautom9164
    @monikuntalgautom9164 3 роки тому +10

    She is too intelligent...I cried a bit....May God bless them both together...💖💖💖

  • @rphukan3403
    @rphukan3403 3 роки тому +143

    কথাৰেই অন্তৰ জয় কৰে দেই ,বহুত ভাল লাগে ✨জিলিকি থাকক

  • @gautamdey3221
    @gautamdey3221 3 роки тому +43

    Borosha should be an example of our superstitious society. May God bless this ideal couple.

  • @taniyabhattacharjee12
    @taniyabhattacharjee12 3 роки тому +23

    May god bless her . She really have a kindness in her attributes.

  • @runjunsaikiagogoi
    @runjunsaikiagogoi 3 роки тому +15

    বৰ্ষা ‌বা‌ তুমি সদায় সুখত থাকা........ তোমাৰ জীৱন তোমাৰ কথা তুমি তোমাৰ ভাল লগাক লৈ জীয়াই থাকা ........👍❤️

  • @nirathengal1872
    @nirathengal1872 3 роки тому +66

    আপোনাৰ আদৰ্শ চিৰ যুগমীয়া হৈ ৰব সদায় সুখত থাকিব তাকেই ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ 👌👌?

  • @nitumonikurmi1380
    @nitumonikurmi1380 3 роки тому +50

    ভগৱানৰ ওচৰত মোৰ এটাই প্রার্থনা..🙏 আপোনালোক দুয়োজনক যাতে সদায়েই কুশলে ৰাখে।❤️সদায়েই সুখী হোৱা মোৰ মৰমৰ বা জনী💕😍

  • @aerodynamicstatus5344
    @aerodynamicstatus5344 3 роки тому +37

    বৰষা বাৰ কপালত সেন্দুৰ কন দেখি
    বহুত ভাল লাগিল বৰষা বা আপুনি সদায়
    আগুৱাই যোৱা 💜💜💜💚

  • @bhesojbaruah8725
    @bhesojbaruah8725 3 роки тому +4

    বৰষা-ভাস্কৰৰ যুগ্মজীৱনৰ অশেষ শুভকামণাৰে ।
    ( বাঁহী app টোত গীতিকাৰৰ আৰু কণ্ঠশিল্পীৰ নাম যাতে শুদ্ধকৈ থাকে - কাৰণ এতিয়া দেখা পাওঁ যে ভূপেনদাৰ গান ও কাৰোবাৰ বুলি হে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে যিটোৱে নৱ প্ৰজন্মৰ মাজত এক ভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে )

  • @PANKAJDAS-pc6pb
    @PANKAJDAS-pc6pb 3 роки тому +79

    খুব ভাল লাগিল চাই । দুয়োৰে বৈবাহিক যাত্ৰা সুখৰ হওঁক । বহুত বহুত শুভকামনা

  • @trishnadas3656
    @trishnadas3656 3 роки тому +12

    Beautiful girl, beautiful mind, beautiful answers.... Very inspiring baa❤️

  • @lalitakakati7899
    @lalitakakati7899 3 роки тому +40

    বৰষা বা আপোনালোক দুয়োজনকে যুগ্ম জীৱনৰ অলেখ শুভকামনা জনাঁলো।সদায় যেন আপোনালোক সুখী হৈ থাকে তাৰেই কামনা কৰিলোঁ।

  • @kanakbaruah7364
    @kanakbaruah7364 3 роки тому +16

    প্ৰেমে নামানে বয়সৰ সীমা প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা, নৌকায় বিচাৰিলয় নিজৰ বাট মানুহে বিচাৰি মৰে সুখৰ বাট। নতুন জীৱনৰ পাতনিৰ বহুত বহুত শুভেচ্ছা থাকিল। আপোনাৰ জীৱন ৰঙীণ হৈ পৰক দুয়ো যাতে সদায় সুখী হৈ থকা নেদেখা জনৰ আগত তাৰে কামনা কৰিলো।

  • @dikuentertainment7768
    @dikuentertainment7768 3 роки тому +33

    আপোনাৰ কপালত থকা সেন্দূৰৰ ফোটতোৱে বহুত শুৱনি কৰিছে আপোনাক #dikuentertainment

  • @lifehacksbykuhii9041
    @lifehacksbykuhii9041 3 роки тому +64

    এই যে ভাবি গুনি, লাহে লাহে, বৰ গভীৰ ভাবে কথাবোৰ কয়, সেইবাবেই বেছি প্ৰিয় আপুনি । ❤️

  • @crypticselft
    @crypticselft 3 роки тому +27

    Vogobane ekhn dorja bondho kri dile bht rasta khuli diye buli koi. Borkha ba eta example hoi.... Love you Ba 😇❤

  • @janardon6554
    @janardon6554 3 роки тому +15

    এইযে বাৰ কঁপালত ৰঙা ফুঁট টি আঁকি লৈছে, সচাঁকৈয়ে বহুত ভাল লাগিছে।

  • @monikangkanadeka193
    @monikangkanadeka193 3 роки тому +7

    বৰষা বা ৰ জীৱন ঢিৰ সুন্দৰ অসমৰ গৌৰব বৰষা বা ভাস্কৰ বৰাৰ সৈতে চিৰ জীবন সুখময় হওক ।আমি বহুত সুখী

  • @NagariEntertainment
    @NagariEntertainment 3 роки тому +18

    বৰষা বালৈ যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছোঁ ৷

  • @সুদীৰ্ঘ
    @সুদীৰ্ঘ 3 роки тому +48

    Akw entrviw lobo Ba lgtt 😘😘 Eman dhunia kotha baa r ভগৱানে এটি সোণালী সূৰুয দিয়ক তোমাক আপোনালোকক😘😘

  • @raktimsaikia7432
    @raktimsaikia7432 3 роки тому +16

    I'm very happy , Happy marriage life both of you ❤️

  • @rituponpriyabaruah2704
    @rituponpriyabaruah2704 3 роки тому +12

    আপোন জীৱনৰ সদায় সুন্দৰ হৈ পৰক বা । যেতিয়া পৰা টিভি চাব শিকিছোঁ তেতিয়া পৰা আপুনি এতিয়া লৈকে মোৰ প্রিয় । আৰু মোৰ মৃত্যুৰ লৈকে আপুনি অ মোৰ প্রিয় হৈ থাকিব । সদায় আপুনি সুখত থাকক বা । ❤️

  • @montusaikia9966
    @montusaikia9966 3 роки тому +6

    বৰষা বাক এটায়ে বহুত ভাল লাগে
    তেওঁ সকলো কথা খোলা খোলি কৈ কয়...

  • @jkent.4575
    @jkent.4575 3 роки тому +70

    Thanks for the "bahi" information

  • @AbhiGogoi312
    @AbhiGogoi312 3 роки тому +26

    সুন্দৰ ।কথাখিনি জানি ভাল লাগিল।।যুগ্ম জীৱনৰ শুভেচ্ছা যাচিলোঁ বৰষা বা।

  • @findpeace2933
    @findpeace2933 3 роки тому +15

    Woww Barasha Ma'am 😍😍😍😍😍😍😍❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❤️❤️💗

  • @monikankaborah7461
    @monikankaborah7461 3 роки тому +2

    Barsha ba eman straight forward and dhemeliyau.I was thinking ki hoise eman khojuwaise but baai nije koidile mohe khaise😀Thats so sweet of you😘😘😘ekdom open heartor tumi

  • @runalaila201
    @runalaila201 3 роки тому +23

    ❤️🖤❤️🖤❤️bhindo r lgt barasharani bar interview loi opexa thakil

  • @nilomroy8547
    @nilomroy8547 3 роки тому +4

    বৰষা বাৰ প্ৰতিটো ফ্লিম চাও।
    বৰষা বা মোৰ
    বহুতে বেচি প্ৰিয় ।
    ভিনদেউ আৰু বৰষা বাক যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল।

  • @daisydutta8765
    @daisydutta8765 3 роки тому +9

    বা আপোনাৰ বৈবাহিক জীৱন সুখৰ হওঁক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বহুত বহুত শুভকামনা থাকিল❤️❤️

  • @mvlogs69113
    @mvlogs69113 3 роки тому +9

    Happy Married life Barasha Baa always be Happy and keep smiling

  • @Biman_Gogoi
    @Biman_Gogoi 3 роки тому +63

    বৰষা বা হাঁহিটো বহুত ধুনীয়া ।

  • @exploregesm
    @exploregesm 3 роки тому +11

    Positive people see things postively and the same way negative people will see things the way they are but You fly high with emmense number of dreams #Barsha ba ,Lots of love❤️❤️❤️❤️❤️and Happy married life.

  • @mridusmita_jaankonwar6680
    @mridusmita_jaankonwar6680 3 роки тому +111

    আপোনালোক সদায় সুখত থাকক |

  • @debajitdas3105
    @debajitdas3105 3 роки тому +14

    বৰষা বা ভাষ্কৰ দা দুইয়োলৈ যুগ্ম জীৱনৰ শুভেঁছা থাকিল।

  • @rishirajb.5442
    @rishirajb.5442 3 роки тому +20

    Thank you Bhukhan da for introducing the great application (Baahi)

  • @dullovdas2529
    @dullovdas2529 3 роки тому +1

    My Favorite Assamese actress Borasha ba👌👌👌👌👈

  • @TayungKo
    @TayungKo 3 роки тому +25

    আপোনালোকে সদায় সুখত থাকক তাৰে বহুত বহুত শুভকামনা

  • @rangmon8500
    @rangmon8500 3 роки тому +11

    ইমান মৰম লগা বষা বা ।তোমাৰ যুগ্ম জীৱন সুখেৰে ভৰি পৰক তাৰে কামনা কৰিলো।

  • @bandanadas7096
    @bandanadas7096 3 роки тому +20

    ❣ All time favorite barasha baa ❣

  • @pompimd8725
    @pompimd8725 3 роки тому +8

    ভাল লাগিল বহুত❤️💗 সুখী হওঁক আজীৱন💐💐

  • @hirokgamer1750
    @hirokgamer1750 3 роки тому +3

    Barsha bar voice tu bohut vhal lage, ❤️😘❤️
    Kintu ata kotha beya lagil Hart problemot dhukal , karon moiu Hart problemot vhugi asu aji 11bosor pora atiya mur boiyokh 21😭😭😭dukh lage 😭

  • @chandramabaruah1064
    @chandramabaruah1064 3 роки тому +4

    বৰষা বা জনীক মই বহুত ভাল পাওঁ। শুভেচ্ছা থাকিল দুয়ো জনলৈ।

  • @chinmoyeebaruahsumu2333
    @chinmoyeebaruahsumu2333 3 роки тому +36

    বৰ্ষা বাক মই বহুত বহুত ভাল পাওঁ ❤️❤️ LV u

    • @12346-i
      @12346-i 3 роки тому +4

      moi o bhut val pao barsha bak

  • @sabitagogoi8220
    @sabitagogoi8220 3 роки тому +2

    খুবেই ভাল লাগিল চাই বষাৰ কথাবোৰত তাৎপৰ্য আছে ।সূখী হোৱা দুয়ো ।শুভকামনা থাকিল

  • @yoyohappyboyschannel3098
    @yoyohappyboyschannel3098 3 роки тому +4

    Bhaskar dar lgtu interview lobasun da... Ru Barasha baa hdy anekoiye happy t. Thakiba. Gd bless you 🙏🙏🙏...

  • @hemarabha8322
    @hemarabha8322 3 роки тому

    ভাল লাগিল বৰষা বাৰ কথাখিনি শুনি। দুয়োকে যুগ্ম জীৱনৰ বহুত বহুত শুভকামনা থাকিল । আৰু অতি সোনকালেই ‌ভাস্কৰ দা আৰু বৰষা বাক একেলগে দেখিবলৈ বহুত মন‌ । ভূষণ দা আপুনি মাতিব দেই ভাস্কৰ দাক। ধন্যবাদ।

  • @tulikasaikia3224
    @tulikasaikia3224 3 роки тому +5

    সুখী হোৱা বা ।তোমালোকৰ যুগ্ম জীৱন সুখৰ হওঁক । তুমি মোৰ খুবেই প্ৰিয় । জীৱনত সুখ আৰু সফলতাৰে আগবাঢ়ি যোৱা।তোমাক বহুত বাৰ ওচৰৰ পৰা পাইছোঁ । ৰত্নাকৰ প্ৰমোচন ৰ বাবে মাধৱদেৱ বিশ্ব বিদ্যালয় ত আহিছিল তাতো লগ পাই ছোঁ তোমাক ।তোমাক বহুত বেছি ভাল লাগে বা । Love u more😘

  • @no2pulinaharaninarayanpur561
    @no2pulinaharaninarayanpur561 3 роки тому +1

    বৰষা তুমি লোকৰ কথাবোৰ যিমানেই গুৰুত্ব দিবা সিমানেই তোমাক সমালোচনা কৰিবলৈ সুবিধা পায় সেয়ে জীৱনটো নিজৰ মতে সজাই লোৱা, কাকোৱেই কথা কোৱাৰ সুবিধা নিদিবা,শেষত এগৰাকী মা
    হিচাপে তোমালৈ আশীৰ্বাদ মোৰ সদায়ে থাকিব।

  • @sangitarabha590
    @sangitarabha590 3 роки тому +3

    বৰষা বা বহুত বহুত মৰম❤️ অাৰু শুভেছা থাকিল অাপোনালোক দুয়োজনকে❤️❤️

  • @moinadas8712
    @moinadas8712 3 роки тому +20

    বৰষা বা তুমি লোক কথা ভাবি নাথাকিবা আৰু তোমাৰ লোক সদায় সুখত থকা মই ভগৱান ওচৰত প্ৰাৰ্থনা কৰিম ।

  • @apurbaashok3832
    @apurbaashok3832 3 роки тому +12

    গোটেই ভিডিওটোত বৰষা বা বৰ অসহজ ভাৱে থাকিলে। প্ৰথম ছয় মিনিট মান সময়টো বৰ অস্বস্তিকৰ যেন অনুমান হ'ল। বোধহয় কিবা পৰুৱা কাপোৰৰ ভিতৰত সোমাইছিল। এংকৰৰ দ্বায়িত্ব আছিল। এইসমূহ কথাত নজৰ দিব লাগিব। বেয়া নাপাব। ধন্যবাদ

  • @parulkerketta8992
    @parulkerketta8992 3 роки тому +3

    I like the way she talks
    Congratulations maam for your married life,Love you maam,Wish you a bright future maam

  • @gayatrithakore7017
    @gayatrithakore7017 3 роки тому +16

    Apnluk dujn hdai hukh thkibo... 💕💕💕💕from Bokht

  • @sushmitakalita4246
    @sushmitakalita4246 3 роки тому +10

    শুনি ভাল লাগিল অৱশেষত অসমীয়া এপ এটা ওলাল গানৰ বাবে 😘❤️

  • @madhuriproduction5096
    @madhuriproduction5096 3 роки тому +4

    I like you borosha ba....thank you bhukhan da livot ona karone

  • @axomiyabuwaripinkisvlog
    @axomiyabuwaripinkisvlog 3 роки тому

    তোমালোক দুইজন সুখী হোৱা, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

  • @paporiphukan7543
    @paporiphukan7543 3 роки тому +5

    বৰ্ষা বা আৰু ভাস্কৰ দাদা সদায় সুখী হওক 💐 love from Jorhat 😍

  • @xarmadharitri869
    @xarmadharitri869 3 роки тому +2

    আপোনাৰ যুগ্ম জীবন সুমধুৰ হয় তাৰে শুভেচ্ছা জনালো

  • @keshabnath8021
    @keshabnath8021 3 роки тому +3

    Baa ATA kou apunar kthai kin2 jiwnt jiwai thkar perona diye.love you ba😍😍 sukhi houk apunaluk tare kamna krilu.

  • @nisharaniphukon4538
    @nisharaniphukon4538 3 роки тому +1

    Rnga hendur knr hoite borsha bak bhut dhunia lgise. Aru vindew lgt interview dibo buli akha rkhilu bhukhon daa ❤

  • @musicvideosong3739
    @musicvideosong3739 3 роки тому +23

    যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ বা❤️❤️

  • @pranabbharali642
    @pranabbharali642 3 роки тому +1

    God bless you mam
    You are a pure,talented n farsighted loveable person
    God bless both of you
    Stay blessed
    Forget everything but learn from past mistake if any
    Life is a magnificent trip
    Avail it

  • @manashiintertainment3466
    @manashiintertainment3466 3 роки тому +6

    Baa_Vndo duijone Hodai jate hukhi hoi thakok💞💞💞🙏God blss you 🙏💞♥️Baa e Jonohadharonor majot ek Udahoron di goll ...... Bhut hukhi♥️🙏Tq Baa love you ♥️🙏💗♥️

  • @runumeeborah4417
    @runumeeborah4417 3 роки тому +16

    তোমালোকৰ যুগ্ম জীৱনৰ অসমীয়া সমাজত এক আদৰ্শ,

  • @bdm2618
    @bdm2618 3 роки тому +59

    Baaye Kio pis fale hat2 ni ASA.mohe kamuri ase nki 😀....my fav couple barasha ba Nd Bhaskar Vindeu ❤️❤️baa tumalok xukhi howa

    • @pallabisonowal5803
      @pallabisonowal5803 3 роки тому +1

      Love u barasha ba tumi hukhi huwa tumr kothat mrm ase bht Tumk BHT besi vl paw moi

    • @sanjeevroy306
      @sanjeevroy306 3 роки тому

      Pithi khujaise sage baa

    • @AnimalsCasa
      @AnimalsCasa 3 роки тому

      🤣.. o uroh aase niki sofat chihhhh

    • @kumarilimbu6865
      @kumarilimbu6865 3 роки тому

      moiu loikhyo korisu🤣😘

    • @barshabishaya
      @barshabishaya 3 роки тому +4

      Xanghatik moh janane 😩😩

  • @emonsworld8059
    @emonsworld8059 3 роки тому +7

    বহুত মৰম বা৷আপুনি সুখী হওক

  • @jintubarman9231
    @jintubarman9231 3 роки тому +13

    দাদা ভাস্কৰ দাৰ এবাৰ ইন্টাৰভিউ লব ?🙏🙏🙏

  • @shilpeeshikhahazarika7557
    @shilpeeshikhahazarika7557 3 роки тому

    Apunar kothaburot bohut gobhirota ase Barasha ba....xunile xunie thakibo mon jai. Best wishes to your married life

  • @gitikakalita698
    @gitikakalita698 3 роки тому +6

    bht din pra wait kri asilu .bor vl lgil.Khoda e vl e thakak Baa.best wishes thakil♥️♥️

  • @jonaliboruah1449
    @jonaliboruah1449 3 роки тому +1

    সদায় সুখেৰে থাকা ।আমাৰ মৰম আৰু আৰ্শীবাদ সদায়ে আছে বৰষা

  • @jonmanibegam1629
    @jonmanibegam1629 3 роки тому +9

    Thanks Bhukhan Da... luv u Barakha baa 😘😘😘 n Bhaskar daa Allah bless you both 😘😘😘😘😘

  • @dhunu9899
    @dhunu9899 3 роки тому +1

    কথাবোৰ শুনিলে শুনি থাকিব মন যায়। ইমান গহীনকৈ কয়। আপুনি যিমান ধুনীয়া আপোনাৰ মনতো তেনেকৈ ধুনীয়া আৰু চাফা।

  • @pulenbodo8388
    @pulenbodo8388 3 роки тому +24

    Baar instt prem hoi biya hol .. atiya ako amr instt dur kotha ghuri a nasai suwali bur ..lv frm Nalbari 👍🥰

  • @AssameseVloggerDG
    @AssameseVloggerDG 3 роки тому

    Love u baa...lovely interview...bohut bhal lagil kothakhini.

  • @rahmanmixture901
    @rahmanmixture901 3 роки тому +4

    Biyar past o brasha baak bahut cute lagise....

  • @dhanmoni826
    @dhanmoni826 3 роки тому +1

    ধন্যবাদ ভূষণ দা, আপোনাৰ চেনেলৰ জৰিয়তে বৰ্ষা বা ও তেখেতৰ সংগীৰ দীর্ঘায়ু কামনা কৰিলো লগতে তেওঁলোকৰ যুগ্ম জীৱন সুন্দৰ ও সুখৰ হোৱাৰ কামনা কৰিলো।। 🌹🌹🙏🙏🌹🌹

  • @purabibhuyan4064
    @purabibhuyan4064 3 роки тому +6

    ভগবানে ভাল কৰক তোমালোকৰ সংখাৰ🥰🥰🥰🥰🥰🥰

  • @pampideka8631
    @pampideka8631 3 роки тому +2

    বৰষা বাৰ দিন বোৰ ভালে ভালে পাৰ হৈ জাক তাৰে কামনা কৰিচো মই মোৰ আৰ্শীৰবাদ সদায় আছে I love u 2

  • @hemashriskitchen
    @hemashriskitchen 3 роки тому +9

    Always stay happy..... Wish u a very happy married life

  • @bijoylakhisaikia9768
    @bijoylakhisaikia9768 3 роки тому +1

    Ki j ru manuh ase amar axomt...kebol anor dukh khusori val pai....aguwai jauk... apunaluk happy huwa to a lage....❤️❤️❤️❤️

  • @tazulislam6636
    @tazulislam6636 3 роки тому +3

    Boroxa bar jibon bohut kukhor houk Bhaskar dar logot......👫💗💗💗💖

  • @nripensaikia3729
    @nripensaikia3729 3 роки тому

    Barasha baa g khini karise mai suport kariso.. Karn jiban to khantakiya... God bless u

  • @ankudas7238
    @ankudas7238 3 роки тому +12

    Mr fvrt baa Joni😍😍😍

  • @utpalkalita7418
    @utpalkalita7418 3 роки тому +1

    Happy Married Life Barsha baa😘😘😘love you so much 😗💗💓💓😘😘❤️

  • @himadrisaikia2371
    @himadrisaikia2371 3 роки тому +7

    Happy married life baa hodie tumr mukht ai dhuniya hahi 2 thake jan... Lv u baa

  • @akalabyavlogs8661
    @akalabyavlogs8661 3 роки тому +2

    বৰষা বা নতুন জীৱন টো লৈ শুভকামনা

  • @helen9850
    @helen9850 3 роки тому +5

    মোৰ অন্তৰৰ পৰা আপোনালৈ বহুত বহুত শুভকামনা!

  • @rumaghatwual8141
    @rumaghatwual8141 3 роки тому +1

    বৰষা ৰ বাৰ বিয়াৰ যুগ্ম জীৱন সুখৰ হওক❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️