Garden at our Jorhat Home | ভাওনাৰ আখৰা | Barsha Rani Bishaya

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • #barsharanibishaya #bhaskarboruah #jorhat #vlog

КОМЕНТАРІ • 1,4 тис.

  • @debasishkhanikar3591
    @debasishkhanikar3591 2 роки тому +572

    আপোনাৰ যোৰহাটৰ ঘৰখনৰ পৰিবেশটো বৰ ধুনীয়া লাগিছে। আৰু আপুনি এগৰাকী অসমীয়া বোৱাৰী হিচাপে মানুহজনৰ গাঁৱত আহি যে মেখেলা চাদৰ পৰিধান কৰিছে সেয়া দেখি সচাকৈ বহুত বহুত ভাল লাগিছে। কাৰণ আজিকালি কিছুমান সাধাৰণ মহিলাই দুদিনমান টাউনত থাকি গাঁৱত গ'লে মেখেলা চাদৰ পৰিধান কৰিবলৈ বেয়া পায়। সেই সকলৰ বাবে আপুনি এগৰাকী আদৰ্শ বোৱাৰী

    • @madhusmitagogoi5270
      @madhusmitagogoi5270 2 роки тому +4

      Right 👍

    • @LifestyleAbhi2M
      @LifestyleAbhi2M 2 роки тому +2

      বহুত সুন্দৰ এটা কথা কলে 👍👍👍👍🤗

    • @debangansakia6702
      @debangansakia6702 2 роки тому +9

      mekhela pindhilei adrokho buwari koi nekk ajj gom palu

    • @krishnaborah6160
      @krishnaborah6160 2 роки тому +2

      Ww

    • @alpanagogoi5429
      @alpanagogoi5429 2 роки тому +5

      বহত সুন্দৰ পৰিবেশ তোমাৰ লোকৰ ঘৰ খন সুন্দৰ সেউজীয়া পৰিবেশে

  • @monalishahazarika2503
    @monalishahazarika2503 6 місяців тому +7

    ইমান যে সহজ সৰল মানুহজনী অলপো কৃত্ৰিমতা নাই....সুন্দৰ চেহেৰা থাকিব পাৰে কিন্তু এটা সুন্দৰ মন সকলোৰে নাথাকে...বাজনি ভালে থাকক আপুনি❣️

  • @purobidas6752
    @purobidas6752 2 роки тому +81

    Eman bhal kio..emn স্পষ্ট কথাবোৰ।।। ইমান মৰম t koi কথাবোৰ।। শুনি থাকিলে শুনি থাকিব মন যাই।।।সদায় প্ৰিয় হয় থাকিব।।ভালে থাকক সদায়।।❤️❤️❤️

    • @MinakshiKalita-cn3ug
      @MinakshiKalita-cn3ug 2 місяці тому

      ua-cam.com/video/oadRQqIfB74/v-deo.htmlsi=7Lzq0sE0ZkH6zGHt

  • @Utpalborah631
    @Utpalborah631 2 роки тому +91

    বৰষা বা'ই ঘৰখন বৰ সুন্দৰকৈ আৱৰি ৰাখিছে। ভাল লাগিল। মহানগৰীতে ডাঙৰ হৈ, এগৰাকী চেলিব্ৰেটি হৈয়ো নাই অলপো কৃত্ৰিমতা। ব্যস্ততাৰ মাজতো গাঁৱৰ অনুষ্ঠানক প্ৰাধান্য দি গাঁৱৰ সমাজৰ সৈতে গঢ়ি তোলা একাত্মতাই আকৌ এবাৰ প্ৰমাণ কৰিলে বৰষা বা' অনন্যা...ভালে থাকক বা'...।

  • @sherryburagohain1472
    @sherryburagohain1472 2 роки тому +71

    আপুনি মানুহ চিনি পায় আৰু সহজ সৰল জীৱন ভাল পায়৷অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি থকা আন্তৰিকতাক সঁচাই শলাগ ল’ব লগীয়া৷প্ৰকৃততে আপুনি আচল অসমীয়া অভিনেত্ৰী৷Love you.

    • @barshabishaya
      @barshabishaya  2 роки тому +40

      এদিন সকলো মৰিম দেখোন , সেই কথা মনত ৰাখিলে আচলতে বাকি সকলোখিনি মিছা যেনেই লাগে। সেয়ে জীৱনটো উদযাপন কৰি ভাল পাওঁ। তোমালৈ অশেষ ধন্যবাদ 🤗💕

  • @bijumanibaishya7472
    @bijumanibaishya7472 2 роки тому +13

    আপোনাৰ এই সহজ সৰল কথাবোৰৰ কাৰণে বহুত বেছি ভাল লাগে আপোনাক । ইমান বহল মনৰ মানুহগৰাকীক এবাৰ ওচৰৰ পৰা লগ পোৱাৰ হেঁপাহ পুহি ৰাখিছোঁ মনত কেতিয়া যে পূৰণ হ'ব ❤️ বৰষা বা সদায় ভালে থাকক ❤️

    • @MinakshiKalita-cn3ug
      @MinakshiKalita-cn3ug 2 місяці тому

      ua-cam.com/video/oadRQqIfB74/v-deo.htmlsi=7Lzq0sE0ZkH6zGHt

  • @junphukan2773
    @junphukan2773 6 місяців тому +3

    বৰষা বা এগৰাকী বহুত ভাল আৰু ধুনীয়া অভিনেত্রী, আৰু তোমাৰ সহজ সৰল কথা বোৰ শুনি মোৰ মন চুই গল, সদায় ভালে থাকা বা❤❤

  • @shygirl27
    @shygirl27 2 роки тому +2

    ইমান মৰম লগা ....🤗 স্পষ্ট কথাবোৰ ..শিকিছো মই ও দেখি শুনি স্পষ্ট কৈ কবলৈ তোমাৰ দৰে 😁....শুনি বহুত ভাল লাগে ....ইমান সহজ সৰল
    ভালে থাকা সদায়...♥️🥰

  • @rupacookingdanceandvlog3385
    @rupacookingdanceandvlog3385 2 роки тому +26

    বহুত ধুনীয়া কৈ সজাইছে বাগিচা খনী আপুনি। আপুনি সকলো মানুহৰ লগতে যি কোনো ঠাইত খূব সহজে মিলি যাব পাৰে। আপোনালৈ মৰম সদাইয়ে আপোনাক এদিন লগ পাইছো। কথাবোৰ ভাল লাগিছে। মনত অহংকাৰ নাই সহজ মনৰ মানুহ আপুনি 🥰🙏🙏🙏🙏🙏🙏বা

  • @sumilahan2
    @sumilahan2 2 роки тому +32

    সকলো পৰিৱেশৰ লগত খাপ খাই পৰিব পৰা মানুহ গৰাকী ❤ বহুত মৰম আপোনালৈ আৰু আপোনাৰ সৰু সুখী পৰিয়ালটোলৈ 💐 ভালে থাকক ❤❤

    • @tikusarmah1910
      @tikusarmah1910 2 роки тому

      😈😉😄😄😬😉😃😄😉😯😄

  • @anjumonidutta396
    @anjumonidutta396 2 роки тому +28

    মই সদায় এটা কথা মন কৰো,বৰ্ষা বৰ ভগবান ভক্ত,ঈশ্বৰেই মনৰ আশা পূৰণ কৰিব

  • @Bidbeast
    @Bidbeast 6 місяців тому +1

    এইখন দেৱ দামোদৰ দেৱৰ সত্ৰ নেকি কাৰণ ভাগৱত পাঠ দামোদৰ দেৱৰ প্ৰচেষ্টা । ভ্লগ টো বহুত ভাল লাগিল ।শান্তি কামনা কৰা এটা সুন্দৰ প্ৰয়াস।মিলা প্ৰিতিৰ সমন্বয় ক্ষেত্ৰ হওক।

  • @deepabora1865
    @deepabora1865 2 роки тому +15

    বৰ ভাল লাগিল ❤️ অবিৰত ভাগৱতলৈ শতকোটি প্ৰনাম জনাইছোঁ 🙏🏻🙏🏻🙏🏻🙏🏻

    • @poriboraphukan7817
      @poriboraphukan7817 2 роки тому

      যোৰহাটৰ এগৰাকী লক্ষ্মী বোৱাৰী তুমি বৰষা । আজি মোৰ প্ৰথম কমেণ্ট তোমাক । মইও কিন্তু যোৰহাটৰ দেই । বৰ্তমান নগাঁওত আছো । তোমাৰ কণ্ঠ আৰু অভিনয়ক মই বহুত ভাল পাওঁ । তোমাৰ আৰু ভাস্কৰৰ উজ্বল ভবিষ্যত কামনা কৰিছোঁ , ভগৱানৰ ওচৰত ।

    • @nibeditamahanta4983
      @nibeditamahanta4983 2 роки тому

      Bohut val lagil sai.

    • @bharatisaikia1388
      @bharatisaikia1388 3 місяці тому

      এতিয়া ঘৰত এজনী ধুনীয়া গাঁৱলীয়া বুৱাৰী যেন লাগিছে । তোমাৰ মৰমিয়াল কথাবোৰে ইমান ভাল লাগে।ভগৱানে তোমাক কউশলএ ৰাখক

    • @gitaboro3833
      @gitaboro3833 2 місяці тому

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @bitumahanta6701
    @bitumahanta6701 2 роки тому +1

    সুন্দৰ মনৰ গৰাকী তুমি সেইবাবে পৰিবেশৰ লগত নিজকে সুন্দৰ কৈ খাপ খুৱাই লৈছা। বহুত মৰম আৰু শুভেচ্ছা থাকিল তোমালৈ

  • @lunadehingia8796
    @lunadehingia8796 2 роки тому +54

    বা ৰ কথাবিলাগ শুনিলে, চালে চাই থাকিব মন যায় 😊🤗❤️😍

    • @pujagogoi2021
      @pujagogoi2021 2 роки тому +1

      Hosake kintu de .moi vabi asilu heitu kothake

    • @bulbuldutta9043
      @bulbuldutta9043 2 роки тому

      @Jonmani daily vlogs nasao o

    • @gitaboro3833
      @gitaboro3833 2 місяці тому

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @munmunhazarika1526
    @munmunhazarika1526 2 роки тому +1

    বৰষা বা এগৰাকী খুব ভাল অভিনেত্ৰী হৈ ইমান সহজ সৰল ভাবে গাওঁ খনৰ লগত মিলি গৈছে। দেখি য়ে ভাল লাগিছে। খুব সুন্দৰ বা। আপোনাৰ এই গুণটো বৰ ভাল লাগে।

  • @nabanitasaikia207
    @nabanitasaikia207 2 роки тому +4

    বৰ ধুনীয়া।কথাবোৰ খুব ভাল লাগে ।ইমান স্পষ্ট আৰু সাৱলীল।

  • @munmibora7280
    @munmibora7280 2 роки тому +5

    বহুত ভাল লাগিল । পৰিৱেশ টো ইমান শান্ত । আমাৰ গাঁৱৰ দৰে ।

  • @sumiboruah1410
    @sumiboruah1410 2 роки тому +34

    Watching your videos is by d way detoxification for us...So humble u r..Be it always dear..

    • @barshabishaya
      @barshabishaya  2 роки тому +13

      ❤️ Thankyou so much for the beautiful compliment. You truly made my day

    • @sumiboruah1410
      @sumiboruah1410 2 роки тому +2

      @@barshabishaya most wlcm....There r many like me who r always willing to make ur day....coz u r someone so special and u deserve to be celebrated.. 🎉🎉

    • @gitaboro3833
      @gitaboro3833 2 місяці тому

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @paporigogoihandique4802
    @paporigogoihandique4802 2 роки тому +27

    ঘৰখনৰ পৰিবেশটো ইমান ধুনীয়া❤️

  • @nabanitasaikia8749
    @nabanitasaikia8749 2 роки тому +6

    Video to চাই বহুত ভাল লাগিলে❤️❤️ ভাওনাৰ আখৰা চাইও ভাল লাগিল আৰু লগতে তোমাক❤️❤️❤️

  • @tanishqhazarika4588
    @tanishqhazarika4588 2 роки тому +3

    ইমান ধুনীয়া কৈ সকলোৰে লগত মিলি যোৱা। বহুত ভাল লাগে তোমাক

  • @মাইনাজিমি
    @মাইনাজিমি 2 роки тому +7

    সদায় এনেদৰে কুশলে থাকা বা😘😘ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো.অনাগত দিনবোৰ সুখৰ হওক তুমাৰ

    • @rubiboruah6329
      @rubiboruah6329 2 роки тому

      Hosakoi borokha kotha bur mon sui jai.bor val lage

  • @asomibharali6371
    @asomibharali6371 2 роки тому +1

    খুউব সুন্দৰ বৰষা। ভাল লাগিল ঘৰৰ পৰিবেশ আৰু ভাওনাৰ আখৰা চাই । 👌👌💐💐

  • @bloodlinegaming331
    @bloodlinegaming331 2 роки тому +4

    আপোনী যিমান ধুনীয়া তাতোতকৈ ধুনীয়া আপোনাৰ মন,,,,,, ভাষা নাই বুজাবলৈ 🥰🥰🥰

  • @pubalibora283
    @pubalibora283 6 місяців тому

    বৰষা বা তোমালোকৰ গাওঁ ৰ ঘৰ খনৰ পৰিবেশ টু সঁচাই বৰ সুন্দৰ অ ।।।তোমাকো বহুত ভাল লাগে বা ।।।❤❤❤।।। সদায় ভালে কুশলে থাকা তাৰে কামনা কৰিছোঁ।।

  • @Channdrimaa
    @Channdrimaa 2 роки тому +6

    ❤অ...... বা , ইমান ধুনীয়া সকলো ফালে ❤ ঘৰখনো ইমান ধুনীয়া ।

  • @honeypaji2423
    @honeypaji2423 2 роки тому +1

    Bhut bhut morm apunaloi borsha ba..... 5 may t apuni oha biyaloi apunak lg pai vl lgil borsha ba nd bhasker da..... 😍🥰🥰🥰🥰apuni hosakoi bor morm lga... Lg pai vl lgil

  • @subudhkumardas6003
    @subudhkumardas6003 2 роки тому +3

    Sublime beauty of nature.
    Be happy forever.
    God bless you.

  • @nipukumardas4607
    @nipukumardas4607 2 роки тому +1

    বৰ ধুনীয়া বা আপোনাৰ যোৰহাটৰ ঘৰ
    চৌদিশৰ পৰিবেশ ভাল লাগিল সঁচা কৈ
    লগতে সুন্দৰ ফুলনিৰ বাগিছা পতা চাই

  • @aksdam2690
    @aksdam2690 2 роки тому +12

    Wow I literally enjoyed this video so much.i remember I used to watch " BHAUNA" with my grandma when I used to visit her during summer vacation.All my memories comes back like flashbacks as I have left Assam long back.
    Appreciate your style of talking so full of grace.👌👌

    • @mitumedhi9464
      @mitumedhi9464 2 роки тому +1

      Vaghs ru ze ze🤗👍🇳🇪🐒🐀🤩h msmgheh

  • @anubharali885
    @anubharali885 2 роки тому +1

    বহুত ভাল লাগিছে বষা তুমি যে ইমান বাহিৰৰ জগত খনত ঘুৰি ফুৰা ছোৱালি বা বোৱাৰি এগৰাকি গাওৰ ঘৰ খন ধুনীয়াকৈ ৰাখি গাওৰ মানুহ বিলাকৰ লগত মিলি গৈছা সচাকৈ তোমাক. লৈ গৌৰব কৰো

  • @gitashritarapdar3338
    @gitashritarapdar3338 2 роки тому +19

    তোমাকে আমি অনেক ভালোবাসি,,,always salute your balanced life,,,,though Bhaskar is pays এ whole time role with you but you are মধ্য মণি,,,,,তোমার তুলনা নাই,,,,asset of assam,,,,

  • @papludutta2118
    @papludutta2118 2 роки тому

    ভাল লাগিল, ভাওনাৰ আখৰা, ভাগৱত পাঠ🙏🙏🙏, মইয়ো যোৰহাট ত থাকো, ❤️❤️❤️❤️❤️❣️❣️❣️❣️

  • @mousumimousumi6114
    @mousumimousumi6114 2 роки тому +4

    বা তোমালোকৰ যোৰহাটৰ ঘৰটো ভালকৈ
    দেখাবাচোন ৷ তোমাক বহুত
    মৰম যাছিলো ❤️❤️❤️

  • @basudevborah3313
    @basudevborah3313 2 роки тому +2

    পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা থাকিল য়োৰহাতব ভাওনা আখৰা চায় বহুতো ভাল লাগিল

  • @pujachangmaivlog2383
    @pujachangmaivlog2383 2 роки тому +42

    Advance congratulations for 400k barsha baa..🎂🎂❤️🥰🥰আৰু তুমি ভালে থাকা তাৰে কামনা কৰিলোঁ ।teokr pora morom dilu..

    • @BoishnobPranBorah
      @BoishnobPranBorah 2 роки тому +5

      ✨Mur video u sabo✨ sun jodi bhal lage tente ✨support koribo❤️🙏✨
      .

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 роки тому

      Hello muru frd hba ni moiu back krim

    • @nonvegfun.2.039
      @nonvegfun.2.039 2 роки тому

      Hii

    • @gitaboro3833
      @gitaboro3833 2 місяці тому

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @pilingadeka
    @pilingadeka 2 роки тому

    অতি সুন্দৰ খুব বৰ ধুনীয়া বহুত ভাল লাগিলে বাইদেউ tmm boria moja পৰিবেশ আপোনাক god bless you and keep it up best of luck

  • @raktimsaikia8312
    @raktimsaikia8312 2 роки тому +11

    সুন্দৰ পৰিবেশ, সুন্দৰ মনৰ মানুহ।সদায় ভালে থাকক।

  • @sriganeshdas746
    @sriganeshdas746 2 роки тому

    বৰষা বা আপোনাৰ অভিনয়ৰ প্ৰতিটো পল আমাৰ চকুত উজলি আছে।
    কিয়নো আপুনি আমাৰ অসমবাসীৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হয়।
    কিন্তু কি কৰিম সময়বোৰ সদায় একে হয় নাথাকে।
    আৰু সময়ে আপোনাক আমাৰ মাজত অভিনয়ৰ ফালৰ পৰা নাৰাখিলে।
    কিন্তু আমি বুজোঁ এতিয়া আপুনি বিবাহিত জীৱন এটা পৰিবৰ্তন কৰিলে খুবেই সুন্দৰ।
    আৰু আমিবোৰ আপোনাৰ আগৰ সেই অভিনয়ৰ প্ৰতিটো পল মনটে লৈ নিজক আনন্দ দিম বা।
    কিন্তু আৰু এটা সৰু অনুৰোধ কৰিছোঁ আপোনাক
    আপুনি আৰু এখন সুন্দৰ ছবি আমাক দিবনে বৰষা বা।🙏🙏🙏😇😇🥰🥰
    আৰু আপুনি মোৰ সকলোতকৈ প্ৰিয় অভিনেত্ৰী হয়। আমাৰ ঢকুৱাখানা ৰ ফাট বিহু ত আপোনাক মই বহুত ওচৰৰ পৰা দেখিছোঁ তেতিয়া মই সৰু আছিলোঁ মাত্ৰ 12 বছৰ আৰু আপুনি সকলোকে হাত দাঙি হাই কৈছে আৰু লগতে মুকুল গগৈ আপোনাৰ ওচৰত ৰৈ আপোনাক মানুহৰ মাজৰ ভিৰ বোৰ আতৰাই আছিল।
    সচাঁই আজিও সেই দিনটো মোৰ মনট আছে।

  • @susumnabrahma8915
    @susumnabrahma8915 2 роки тому +4

    Congratulations dear. Beautiful place. My favourite couple.

  • @kalpanaborah3219
    @kalpanaborah3219 2 роки тому

    Eemman j xundor Natural beauty, Wah... jabohe mn goise . Sorair kirili suna baah. Tumakuekkebare Laximi buwari jn lagise dei.

  • @dipshikhadeka6410
    @dipshikhadeka6410 2 роки тому +17

    আপোনাৰ সুমধুৰ কন্ঠই মুগ্ধ কৰি পেলালে বা ❤️❤️❤️

    • @madhabtamuli9771
      @madhabtamuli9771 2 роки тому +1

      ভাল লাগিল। কিন্তু হোটেল গলমহৰ বাইপাছ ত নহয় choladhorat

    • @babatugogoi1443
      @babatugogoi1443 2 роки тому

      Ke khobor Baydo vallny apwnar

  • @rubita.B
    @rubita.B 2 роки тому

    Ajoni guwahatir swali hoiu apuni eman dhunia k gaon.r xohoj xorol jibon japonot milise,, xeibbei apunak val lage baa....xokolute milibo pare apuni...lots of love ❤️❤️

  • @gunjaganguly8837
    @gunjaganguly8837 2 роки тому +3

    ইমান সহজ সৰল নিভাজ তুমি বা☺️♥️ সঁচাকৈ তুমি অতুলনীয় 🙏🏼🙏🏼

  • @nanditaborah523
    @nanditaborah523 2 роки тому +2

    ইমান সৰলতাৰে কোৱা তুমি কথাবোৰ,,পৰুৱাৰ পৰা ককাৰ কথাবোৰলৈ❤❤

  • @purabidasassam2971
    @purabidasassam2971 2 роки тому +9

    ৪লাখ পৰিয়ালৰ ফালৰ পৰা আপোনালৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো, আগলৈ আপোনাৰ ইউটিউব পৰিয়ালৰ সদস্য বৃদ্ধি হৈ থাকক, আৰু আপোনাৰ সকৰাত্মক নতুন নতুন কিছুমান কথা আমিও শিকিবলৈ পাই থাকিম তাৰে আশাৰে...........

  • @himashridevi4301
    @himashridevi4301 2 роки тому +1

    Apunak Bohut bhal lge baa ..❤️❤️
    Apunar xaralota xosai xolag lbo logiya...

  • @purabiborah5604
    @purabiborah5604 2 роки тому +4

    ভাল লাগিল দেই বা,মৰম তোমালৈ 😘😘

  • @momikrichankalita3409
    @momikrichankalita3409 2 роки тому +2

    Advance congratulations for 400k baa gd bless u always lv u

  • @haripriyary6410
    @haripriyary6410 2 роки тому +5

    Dhuniya baa joni ❤❤❤

  • @shonapal
    @shonapal 2 роки тому

    gaon r poribekh dekhi jaboi mon gol Assam... so miss, bhawna t kora artist hokol eman talented.

  • @tutumonidaimary3719
    @tutumonidaimary3719 2 роки тому +11

    Beautiful baa..😍😍❤️❤️❤️❤️❤️❤️

  • @pritikakati9473
    @pritikakati9473 2 роки тому

    Barasha ba apuni mor soday priyo aru soday priyo hoi thakib.apuni bht sohoj sorol aru aponar kthabor. I love you barasha ba❤️❤️❤️❤️❤️❤️

  • @nilakshisharmavlogs1457
    @nilakshisharmavlogs1457 2 роки тому +16

    তোমালোকৰ ঘৰখন বহু ভাল লাগে

  • @jackvlog7078
    @jackvlog7078 2 роки тому

    Moromr baa Barsha.... Bhaskar daa loi ase amar vorokha....hosai Bhaskar daa antoror dhuniya...hoboloi nidiba vitori ghuniya ..hosai apunalook amar babe siro-jugomuya ...nice from kamrup

  • @Hoang1Wibi6
    @Hoang1Wibi6 2 роки тому +8

    তোমাক আজি বহুত ধুনীয়া লাগিছে❤❤❤ যোৰহাটৰ fresh hawar কাৰনে হয়তু😂😂

  • @loyashreebora3039
    @loyashreebora3039 2 роки тому +1

    Love from bahona❣️dhuapukhuri gaon khn bhut dhunia hoi💞pukhuri tu hoite bhut besi dhunia❣️

  • @borshaduarah1094
    @borshaduarah1094 2 роки тому +4

    টীয়কৰ পৰা মৰম যাঁচিলো বা❤

  • @nabanitadeka2286
    @nabanitadeka2286 2 роки тому +1

    Barsha ba aaponar jorhatar gharkhon sai khub bhal lagil 🌁🌁

  • @manalishadas2421
    @manalishadas2421 2 роки тому +32

    Advance congratulations for 400k barsha baa 🎂❤😘

    • @wragogaming851
      @wragogaming851 2 роки тому +1

      Hiip

    • @tikusarmah1910
      @tikusarmah1910 2 роки тому

      😄😄😄😄😄😄😄😄😄😄

    • @gitaboro3833
      @gitaboro3833 2 місяці тому

      drive.google.com/file/d/1tqjoDUx7EU23ktk6fmDzi_yufGAc4fnJ/view

  • @creativecornerbykripanjit9406
    @creativecornerbykripanjit9406 2 роки тому

    Apuni kintu dhuniya koi balance korise baa❤️❤️professional life or real life😍🌺💞bohuttt morom…..agoraki upojukti buwari,anei apunar behaviour aruu Gaon r poribesh t byobohar duita prithok apunar,val lagise dekhi deiii🦋

  • @luhitkoch9279
    @luhitkoch9279 2 роки тому +8

    অতি সুন্দৰ 🥰💕😘

  • @ayushdasboro8899
    @ayushdasboro8899 Рік тому

    ঘৰৰ পৰিবেশটো ইমান সুন্দৰ দেখিয়ে ভাল লাগিছে৷

  • @diksha8756
    @diksha8756 2 роки тому +3

    Congratulations to u ba 400k subscribers completed 🥳🥳🥳🥳❤❤

  • @chintibhuyan9247
    @chintibhuyan9247 2 роки тому

    Bohut val dai apuni Borsha ba. Eman val dore gaour ghr khn akuwali loise.।।

  • @pklife2094
    @pklife2094 2 роки тому +6

    So down to earth and humble person..

  • @FunandfoodwithPolivlogs
    @FunandfoodwithPolivlogs 2 роки тому

    তোমাৰ ঘৰ খন বৰ সুন্দৰ পৰিবেশ ভাল লাগিল,, কথা বোৰ বৰ সুন্দৰ কৈ প্ৰকাশ কৰিছা বৰ ভাল লাগিল,,❤❤❤❤ মৰম দিলোঁ তোমাক ❤❤❤❤

  • @JasmineAsomiya
    @JasmineAsomiya 2 роки тому +3

    Congratulations barsha ba for 400k subscribers❤🎂

  • @mitalidasmita5122
    @mitalidasmita5122 2 роки тому

    Baa apunar ei horolota khinir karne apunak bohut val lage.. Hokolo poribekhr lgt iman dhuniya koi mili Jay apuni etiya apunai hompurno eta Assamese gaonliya biwari rupot nijoke khap khuai loise❤❤❤bhaskar vindeu hosakoi bohut lucky apunak jibonsongi hisape pai💞aji first akhora dekhilu apunar joriyote val lagil🥰

  • @babli6935
    @babli6935 2 роки тому +4

    Congratulations..barsha ba for 400k subscriber❤️

  • @Jugaldas-sn3do
    @Jugaldas-sn3do 3 місяці тому +1

    Dhunia baa ❤❤❤

  • @krishnamonivlogs5611
    @krishnamonivlogs5611 2 роки тому +7

    Beautiful vlog ❤️❤️❤️

  • @barnalidevi6259
    @barnalidevi6259 2 роки тому +1

    বা আপোনাৰ কথাবোৰ শুনি থাকিব মন যায়,,, আৰু ফুলৰ বাগিচা খনি ভাল লাগিছে🥰

  • @sangitasdiary
    @sangitasdiary 2 роки тому +3

    Beautiful

  • @123janmoni
    @123janmoni 2 роки тому

    বৰষা, তোমাক মোৰ খুব ভাল লাগে। তুমি এগৰাকী ইমান ডাঙৰ আৰ্টিষ্ট, তথাপিও তোমাক দেখিলে এনে হয় তোমাৰ মনত সকলো সমান , এনে ভাৱ হয়।

  • @Biswajitboruah90
    @Biswajitboruah90 2 роки тому +5

    Hi ....tumar val ne baa???

  • @rekhasumu260
    @rekhasumu260 2 роки тому

    Baa tumk bhut bsi val lage.....tumr mon2 bht val hoi.... vogoban e vale rakhok tumk n vinde k.....🤗🥰🥰🥰🥰🥰🥰💞💞💞💞💞💞

  • @entertainmentvlog3627
    @entertainmentvlog3627 2 роки тому +1

    আপোনাক বহুত ভাল লাগে। আপুনি কথাবোৰ সুন্দৰকৈ সজাই পৰাই ক'ব জানে। ভগৱানে আপোনাৰ মঙ্গল কৰক

  • @nabanitadutta1062
    @nabanitadutta1062 2 роки тому

    Ghrto aru porebakh to khub dhuniya,agoraki adorkhoban buwari baa apuni😘😍😍😍

  • @rajuboruah6384
    @rajuboruah6384 2 роки тому

    বৰ সুন্দৰ পৰিবেশ ভাল লাগিছে বৰযা ভালে থাকা হাহি থাকা আশীৰ্বাদ কৰিছো।

  • @anjudutta4109
    @anjudutta4109 2 роки тому

    অতি সুন্দৰ তোমাৰ ভিদিঅ টো বহুত বহুত ভাল লাগিছে। ভাগ্য ৰু দেই তোমাৰ নিছিনা প্ৰখ্যাত শিল্পী এগৰাকী দেখিবলৈ পাইছে সচাকৈ ভাল লাগিল তোমাৰ যোৰহাটৰ ঘৰটো টিভিত মই কেতিয়াবা ই দেখিলোঁ । মন গলেই তোমাৰ ভিদিঅ বোৰ চাওঁ কাৰণ মই আগৰে পৰা তোমাক ভাল লাগে । বিশেষকৈ তোমাৰ বিহুনাচ আনৰ লগত নিমিলে বৰ ভাল লাগে। বহুতো মৰম আৰু আশীৰ্বাদ তোমালোক দুয়ো লৈ থাকিল💞🌹❣️

  • @chandanhaloi6640
    @chandanhaloi6640 2 роки тому

    আপোনাৰ ঘৰখনৰ পৰিবেশটো বহুত ধুনীয়া ❤️ ভাল লাগিল ভিদেও টি চাই ❤️

  • @indumonikonwar5346
    @indumonikonwar5346 2 роки тому

    Jorhat r dhunia Buwari jni....
    Vale asa ne ba🥰🥰🥰
    Nd Sivsgr nariza r pora bht bht Morom tumaloi😘😘

  • @ranuhazarika3598
    @ranuhazarika3598 2 роки тому

    পৰিবেশৰ লগত নিজকে খাপখুৱাই আন্তৰিকতাৰে আকোৱালি লোৱাটো জীৱন ধাৰনৰ এক মহান কলা (art)৷ যিটো তোমাৰ মাজত ক্ষণিকৰ vdoটোত দেখা পাই ভাল পালোঁ ৷ সুখী হোৱা , সন্তোষেৰে

  • @mantukonwar1922
    @mantukonwar1922 2 роки тому

    বাইদেউ আপোনাৰ ঘৰখনৰ পৰিবেশ বৰ সুন্দৰ , আপোনাৰ প্ৰতিটো video চাওঁ , বৰ ভাল লাগে। অসমীয়া বোলছবি জগতৰ
    এগৰাকী সফল অভিনেত্ৰী আপুনি। ❤️🙏🙏🙏🙏🙏❤️

  • @Jayantabarman123
    @Jayantabarman123 2 роки тому

    পৰিবেশ টো বহুত ধুনীয়া লাগিছে

  • @aprajitaboruah154
    @aprajitaboruah154 2 роки тому

    সচাকৈয়ে আপোনাৰ কৰ্ম দেখি বহুত ভাল লাগিছে ৷এগৰাকী আদৰ্শ বোৱাৰী ৷

  • @debajani100rightchamua8
    @debajani100rightchamua8 2 роки тому

    Ata bahut dhuniya aaru dangor monor adhikari aapuni ma'am.Eman byastotar majotu je gaonloi goi raijor xewa koriboloi time Pai aapuni.Xoday Vale thakok aamar perona hoi.

  • @M00645
    @M00645 2 роки тому +1

    Though not regular but on and off I was following your videos liking them too . But this video really touched my heart ... This is the life I want to have .... You took me to my dream and my childhood .... মই যোৰহাটৰ আৰু presently last 21 years resident of Guwahati... মোৰ ককাৰ ঘৰ টীয়ক জগদুৱাৰ ত । আমি সৰু থাকোঁতেই বৰ নামঘৰৰ ভাওনা হলে গাঁওৰ ককাৰ ঘৰলৈ গৈছিলোঁ । more than the actual day of the Bhauna I actually remember the আখৰা । এদিন কাৰোবাৰ ঘৰত আন এদিন কাৰোবাৰ ঘৰত আখৰা হৈছিল । আৰু ৰাতি জিলিৰ মাতত জোনবাইৰ পোহৰত গাৱঁৰ আলিৰ মাজেদি আমি ককাৰ ঘৰলৈ আখৰা চাই ঘূৰি আহিছিলোঁ । ৰজাৰ সিংহাসনত বহিবৰ বাবে আমাৰ পুৰণা ঘৰৰ sofa খন নিছিলে । oh so many memories .... You just brought back those days to me which I long so much to go back .... This the life I want to have .... Mixture of village life with city .... You too lucky ... God bless you both

    • @barshabishaya
      @barshabishaya  2 роки тому +1

      Your words touched deep !! You are so fortunate to have grown up in such beautiful atmosphere. In fact we all are so fortunate to born in this golden land ASSAM ❤️
      Much love to you sister 💕

  • @nikumonisaikia9167
    @nikumonisaikia9167 2 роки тому

    Bohut val lagil baa..teok r pora bohut bohut morom jasilu ..Apuni mur priyo ovinetri ..Abar log puar khub hepah ase .

  • @sangeetabaruah6941
    @sangeetabaruah6941 2 роки тому

    খুব ভাল লাগিল ভাওনাৰ আখৰা চাই আৰু লগতে গোটেই পৰিবেশটো।

  • @farnayasmin5793
    @farnayasmin5793 2 роки тому

    Bohut val lagil daki vindor ghor khon .logota apunar pusak jur da khi bor monutu val lagigol.

  • @anjugogoi6536
    @anjugogoi6536 Рік тому

    তোমাক মানিছো কিন্তু বৰষা । তোমি এজনি বৰ সহজ সৰল অসমীয়া জীয়ৰী ' তথা বোৱাৰী । য'ত যিয়ে কাপোৰ পিন্ধিব লাগে তাকে পিন্ধা ' সেইতোয়ে ভাল লাগে । সদায় এনেদৰে থাকিবা বুলি আশাও কামনা কৰিলো ।

  • @Nikusvlog
    @Nikusvlog 2 роки тому

    Love you barasha baa😍tumi bohut simple ke thka gaon t goi xokolore lgt imn dhuniya ke adjust hoisa imn vl lagise ☺️

  • @rosidakitchenassam8575
    @rosidakitchenassam8575 2 роки тому

    ভাল লাগিল।সচাকৈ এনেকুৱা পৰিবেশত থাকি ভাল লাগে।

  • @snigdhadutta3170
    @snigdhadutta3170 2 роки тому +1

    Hi Barasha... Tumak mur bor bhal lage...we r so proud of....Recently I started following ur blog... Tumar soyabean pulau moi kaali bonaisilu... Seriously it's really tasty.. Thanks. Tumar koka mur koka khub close asil... Duijonei Baruwari namgharot naam loisil... Tekhetiloi moi Namaska jonaisu... Tumar kotha khini xuni alop emotional hoi golu... Duijon koka loi monot pori gol... Wishing u much more success and happiness...

    • @barshabishaya
      @barshabishaya  2 роки тому

      Thankyou so much for your love and blessings 💕🙏🏻

  • @dhunuchangmai3370
    @dhunuchangmai3370 2 роки тому

    Val lagil vedio2 sai 2me EMAN dhuniyakoi hokolure logot Mili juwa 🥰🥰 anedore hodai hahi Demali kori thakiba baa ♥️ sador mekhela pidhile 2mak bohut val Lage

  • @pritomsaikia.3497
    @pritomsaikia.3497 2 роки тому

    Bor dhunia apuner lukr ghrr pribekh borokha ba. 🌺🌺🌺

  • @solosoul6038
    @solosoul6038 2 роки тому

    Apuni j gaon khan eman dhuniakoi akuali apun kari loley khubai prakhankhaniya.Val lagil.Apunak moi cotton college ot paisilu.The Rain Queen.Val lagil dunai dekhiba pai.