Gabhoru Parbat || History || Mystique Lady || Natural Beauty

Поділитися
Вставка
  • Опубліковано 18 жов 2024
  • #Gabhoru_Parbat #Mystique_Lady #Selenghat #Jorhat #Assam
    এজনী অনামী গাভৰুৰ সন্ধানত যাত্ৰা..
    কোন এই গাভৰু,কিয় ব্ৰহ্মপুত্ৰ বলীয়া গাভৰুৰ প্ৰেমত?
    প্ৰকৃতিয়ে ক'ব গদাপাণি-ডালিমীৰ ৰোমাণ্টিক প্ৰেমৰ গাঠা
    কোন,কʼত,কেতিয়া,কি, কেনেকৈ বিখ্যাত এই গাভৰু?
    পৰ্যটনৰ পূৰ্ণ সম্ভাৱনীয়তা ৰ পিছতো উপেক্ষিত গাভৰু
    ---------------------------------------------------------------------------------------------------------------
    FOLLOW US ON YOUR FAVORITE SOCIAL NETWORKS:
    Facebook: / assamflashnews
    Instagram: / assamflash
    Twitter: / assamflash
    VISIT OUR WEBSITE
    www.assamflash...
    For Advertisment with Assam Flash, Contact:
    Whatsapp/Call: +91-6026923730
    email: assamflash@gmail.com

КОМЕНТАРІ • 4

  • @selenghatboy8617
    @selenghatboy8617 Рік тому +1

    True story to selenghat

  • @bidyutbikashsarmah9955
    @bidyutbikashsarmah9955 Рік тому

    পৰ্যটন ক্ষেত্ৰ হবলৈ নিদিয়ে এখন অবৈধ বেদখলকাৰী চাহ বাগিছাৰ মালিক এজনে। এই অসৎ মালিকীস্বত্বই আনকি অহাযোৱা কৰা বাটটোও বেদখল কৰি বন্ধ কৰি দিলে । কোনোবা ৰাজনৈতিক পৃষ্ঠপোষকতাত বা বন বিভাগৰ আৰ্শীবাদ লৈ ৰাম ৰাজ্য চলাই আছে। আজি কিছুদিনৰ আগৰ এটা ঘটনাই এইকথা পোহৰলৈ আনিছিল। কিন্তু মিডিয়াক মেনেজ কৰি মুখ বন্ধ কৰি ৰাখিছিল।
    ঘটনাটো আছিল দেৱজিৎ গগৈ নামৰ এজন কলেজিয়া ছাত্ৰৰ হত্যাকাণ্ড। প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিবলৈ যোৱা কেইটামান ছাত্ৰক বাগিচাৰ মালিকৰ পুহিৰখা এদল ভেৰোণীয়া গুন্দাই মৰিয়াই মৰিয়াই দেৱজিৎ গগৈ নামৰ লৰাজনক হত্যা কৰে।
    মুঠৰ ওপৰত গাভৰু পাহাৰৰ এই নান্দনিক দৃশ্য এই দখলদাৰি বাগিচাৰ কতৃপক্ষই কোনো কাৰনত পয্যটক ক্ষেত্ৰ হবলৈ নিদিয়ে।
    এটাই আহ্বান আমি সকলোৱেই মিলি এই অন্যায়ৰ প্ৰতিবাদ কৰিব লাগে ।

  • @neepsaikia3616
    @neepsaikia3616 11 місяців тому

    Bhal picnic spot ase niki taat

  • @daisyrabharabha2078
    @daisyrabharabha2078 Рік тому

    ফালতু কথা