Long life zubeen da.apuni hadai anakoi thakak.aie khini katha Garima ba r para aje gom palo.bahut dokh lagil.zubeen da tume amar Akhamar kohinor hai.val koi thaka.
Kotha khini xuni xosakoi moi o emotional hoi golu. Bhagabane Zubeen daar ahi thoka din bur ru sundor kori rakhok, xodai hustho(healthy) hoi thakok🙏❤️❤️
Zubeen da r jiban r ejak dumuhaa...jaar bixoye aami xokolo ogyato asilo.....🥺🥺....ene ro ketiya o nhouk.....aami jano He's the real hero.....teo dhumuha r logot dance Kore.....🙏🏻🙏🏻🙏🏻🙏🏻 Happy Birthday King
নতুন জনম । গৰিমা তুমি ধন্য ভগৱন্তৰ কৃপাত তোমাৰ জুবিনক আকৌ ঘূৰাই পালা। সঁচাই আবেগিক হৈ গলো।❤️❤️সদায় সুখত থাকা ।
গৰিমা বৌ কথাখিনি শুনি মই আবেগিক হৈ গলো... সঁচাই আমি আগৰ জুবিন দা যে আকৌ আগৰ দৰে ঘুৰি পাইছোঁ ধন্যবাদ জনাইছোঁ ডক্তৰ সকলক আৰু গৰিমা বৌ লগতে তেখেতক সহযোগ কৰা সকলোকে..🙏 জুবিন দা আমাৰ নিজতকৈ আপোন আৰু অসমৰ অমূল্য সম্পদ.. ❤️
👍👍👍
সচাকৈ আবেগিক হৈ😱😱😱
😊
দা দা তই নিজৰ যত্ন লবি বহুত দুখ লাগে বুকু খন ভাঙি যোৱা যেন লাগে তোৰ কিৱা এটা হ'লে
এটাই আশা কৰো জুবিনদা সদায় সুস্হ হৈ থাকক। love you❤
এইয়াই জুবিন গাৰ্গ ৰ শব্দৰ গভীৰতা,লিখনি❤️❤️❤️ তুমি সদায় এনেকে গায় যোৱা জুবিন দা❤️❤️❤️
জুবিন,আৰু এশ বছৰ জীয়াই থাক।সুস্থ হৈ থাক ।
এনেকুৱা গীত জুবিন দাৰ বাদে কাৰো পৰা আশা কৰিব নোৱাৰি,,,, গৰিমা বৌৰ কথা শুনি চকুপানী ওলাই আহিল,,, আপুনি সদায় সুস্থ হৈ থাকক দাদা ❤️❤️
দাদাৰ একো হ'বই নোৱাৰে... ভগৱান সদায় তেখেতৰ লগত আছে...আৰু আমি তেখেতক নিজতকৈও বেছি ভাল পাওঁ... 😊❤️...
ভগবানে জুবিন দাক সদায় কুশলে ৰাখে এইটোৱে প্ৰাৰ্থনা । গৰিমা বৌৰ কথাখিনি শুনি মোৰ চকুপানী নিগৰি ওলাল । Love you Zubeen da
জুবিন দা তুমি মহান। তুমি অপূৰ্ব। আপোনাৰ সু-মধুৰ কন্ঠত বিচাৰি পাওঁ জীয়াই থকাৰ প্ৰেৰণা।
এইটো গান অনামিকাৰ দিনৰ জুবিনৰ গানৰ দৰে লাগিছে... ভালে থাকা জুবিন
অন্তৰৰ পৰা মৰম দিছো, যাৰ কন্ঠই শুৱ নিদিয়ে,,,, ❤❤❤
মোৰ গোটেই খিনি আয়ুস তোমাক দিলোঁ জুবিন দা।সদায় ভালে থাকা
অসমৰ মানৱ সম্পদ জুবিন দা 🙏 সদায় সুস্থ হৈ থাকক🙏জয় জুবিন দা 🙏আই অসম 🙏
জুবিন দা আমাৰ সকলোৰে বাবে সংগীতৰ ভগৱান যি সদায় পূজ্য । দীৰ্ঘায়ু কামনা কৰিলো দাদাৰ ।
ধন্যবাদ জুবিন । ভাইটি তুমি নজনাকৈয়ে জুবিন এটা অনুষ্ঠান । আগুৱাই যোৱা ঈশ্বৰ তোমাৰ সহায় হব।
জুবিন গাৰ্গ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণেই সংস্কৃতিৰ ধ্বজ্বা বাহক।।।অসমৰ লগতে ভাৰতৰ বাবে এক বৃহৎ অনুস্থান।।।
জুবিন দা আপুনি অমৰ হৈ আমাৰ মাজত সদায় থাকে তাৰে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছো 😭😭😭
মানুহৰ অকৃত্ৰিম মৰম আৰু আশীৰ্বাদেৰে জুবিন সুস্থ শৰীৰে দুৰন্ত হৈ জীয়াই থাকিব.....বহু দিনলৈ ।
জুবিন দা, আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ 🙏🙏
সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ 🙏 জুবিনদা
গীতটোৰ ভাব ভাষা সঁচাকৈয়ে বৰ বিশাল। Release নহওতেই দাদাই দুদিনকৈ Studio ত গীতটি পৰিৱেশন কৰিলে, ইয়াৰ আগৰবাৰ ও শুনিছিলো গীতটি Back to back, শ্যামকানু দাৰ " যোগাত্মক দৃষ্টিৰে" অনুষ্ঠানটিত। এতিয়া পুনৰ শুনিব লৈছো, কিছু নতুন styleত জুবিন দাৰ দৰদী কন্ঠত। 🥰কিবা এটা ভাল লাগে গীতটো মোৰ।
A unique ,unmatched and incomparable voice .Long live Zubin da .
জুবিন গাৰ্গ এখন সংগীতৰ মহাসাগৰ ❣️❣️
জুৱিন দা সুস্থ থাকক সদায়.. মদ খাই অসভ্যালি বোৰ আৰু ৰাজনীতি নকৰিব নহলে আমি কষ্ট পাওঁ.. lv u dada❤️
Rock
ভালে থাকক জুবিন দা ❣️
Happy birthday day
জুবিন দা সদায় যেন সুস্থ হৈ থাকে তাৰে কামনা কৰিছো।
No one can be better than My Lord Zubeen garg 🥺🥺Just love you Dada. U r king of Assam..... Nothing can happened to u Dada
সদায়ে প্ৰিয় দাদা আপুনি ❤❤❤
জয় আই অসম, জয় জুবিন ।
Jubeen tumi amar hoi tumi hodai happy .god bless you ❤️
অসম বাসীৰ আশীৰ্বাদ আছে দাদা।।। আপুনি আমাৰ মাজত সদায় থাকিব ।জয় জুবিন দা
ভগৱানে আগুৱাই আনিবই ভগৱানে প্রতি বিশ্বাস থাকিলে উদ্ধাৰ কৰিবই।তেও আচলতে ৰিষ্ট্ৰ গল । ❤❤ আৰু আয়ুষ বাঢ়িব (ৰিষ্ট্ৰ গল )
Love u zubeen daa❤❤ may God bless you 🙏
Jubin is a blessed soul everyone should know this May God bless him always
Zubeen da God bless you 🥰🥰🥰❤❤❤❤
Nothing to
Say more but love u zubeen Da.
Joy zubeen daa ❤❤❤🙏🙏🙏
That shows how much Zubeen daa Love singing.
I Love You Zubeen Daaaaaa...Tumi Hajar bosor Jiyai thakibo lagibo...Vogwank Hodai Pray koru.
চিলাৰ গান শুনিয়ে বুজিছিলোঁ। এয়া আগৰ জুবিন দা।
Mur aiux zubeen daar tate lagi jauk vogoban xodai vale rakhiba teuk❤️
Long life zubeen da.apuni hadai anakoi thakak.aie khini katha Garima ba r para aje gom palo.bahut dokh lagil.zubeen da tume amar Akhamar kohinor hai.val koi thaka.
Love you zubeen da ❤️❤️❤️❤️❤️
Mja lagixe gaan2 ❤️❤️❤️❤️ zubeen daa vle thkkk
Zubeen Da okhustho hole hodai mor he okhustho huwa Jen lage..I love zubeen Da ..god bless u always. Apunar okhostho huwa jegat mur houk🙏🙏🙏
জুবিন দাদা অসমীয়া জাতিৰ অভিভাৱক বুলি মই ভাবো তেখেত এজন নিস্বাৰ্থ অসমীয়া কিন্তু আমি হে
Zubeen Da the great... Love u always...
সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনাৰে❤️
Kotha khini xuni xosakoi moi o emotional hoi golu. Bhagabane Zubeen daar ahi thoka din bur ru sundor kori rakhok, xodai hustho(healthy) hoi thakok🙏❤️❤️
Zubin da tume amar karone eata tora hoi otikoi morom loga 💓💓💓💓 we love you 😀😀😀😀
Zubbeen daa vle thkkk lv u zubeen daa ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
God bless you zubeen da... ❤🙏🙏
Oh my God ❤.tewjen khodai Amar majot anekoi thaake
Legendary singer of Assam
জয় জুবিন দা love you ZG❤️
Bhut dhukh lagile Zubeen da kotha huni.joi Zubeen da joi .apuni jote thake take hustha hoi thakibo
Zubeen da r jiban r ejak dumuhaa...jaar bixoye aami xokolo ogyato asilo.....🥺🥺....ene ro ketiya o nhouk.....aami jano He's the real hero.....teo dhumuha r logot dance Kore.....🙏🏻🙏🏻🙏🏻🙏🏻 Happy Birthday King
Zubeen da vogoban❤❤❤
I love you Zubeen dada ❤️❤️❤️🙏🙏
May God bless you Zubeen da.
কি কম আৰু মাথো কম love❤ you zG
Aponar nisina wife Pai dada bohot happy....lv u 💓 dada aru bow aponalok xudai vale thako k ....
Heartbeat 🥺💓🫁🫀 Zubeen da ❣️🫁
Joi Zubeen da 🔥❤️
LOVE YOU ZUBEEN DA❤❤😍😍
Bhagawan hy apuni jar geet sunile dukh t o xukh pao😊😍😍
ভগৱানে ভালে ৰাখক
I 💕 you জুবিন দা
Nice song ❤❤❤
Love u ❤️❤️❤️ Zubeen Da ❤️❤️❤️
I love you zuben da❤️❤️
ককাই ❤️❤️🥰
খুব ভাল লাগিল
Jai zubeen da ❤️❤️❤️
Ami je Jubindak akou ebar enekuwa ke paisu seituye bahut . Sadai enekei bisaru Zubindak .
Mur priyo Zubeen da
Dadaaa ❤️💕
Bor kotha aru sister monor kotha bura mok konduwala god bless you zubeen da
ৰাইজৰ আশাবাদ আছে। বেচি লোদ নলবা ঐ আজি কালি খোৱা বোৱা বোৰ বহুুত ভেজাল হল তাকেই চায়। অভাৰ লোদ নলবা খোৱা উৱেত কমোৱা কেমিকেলবোৰ উলাই ছে বেমাৰ হে হয় অ। সচাকৈ কলো তোমাক। গানবোৰ শুনিবলৈ শিকিবলৈএ ভালে কুষলে ৰাখে ঐ দেহা। ভাল হৈ থাকা জান ঐ।🤠😘💞🥰😘 ।
🙏👌😢💓
Garima bow j eman care bohut emotion
Dada.......aru aku nkow love you ❤
Kobole bhakha nai Zubeen da 🥰❤️
Full tock show interview টো দিয়া। জয় জুবিন দা।
Jubin dar protitu ganor xur mitha aru axa vora 👌👌👌
Love u Zubin da ❤️
আবেগিক হৈ পৰিলোঁ সঁচাই ।
Joi jubin da
I love u jubin da, apunar bht puri na frnd hoi moi golaghatot ghr mur agiloike apunak logpuany logpabole bht mn dada apunak
Jay Zubeen da ❤️❤️❤️
Zubeen da. Love you lots
I love you so zubeen daa ❤️❤️
You r always greater
Nice zubeen daa
I love you Zubeen Da
শান্তি ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Nice jubin da
Apuni khdai vle thakak dada ..god bless u
Zubeen Dada tumar bahire amar blg akha nai ....aru tumar nisina blg ahibo buli akaha nakaru...tumia ahibo lagibo amar babe jugey jugey..... tumi ktha patileu amar babe 1ta gaan Jen lage ...bht Val pau.....love from Sivsagar .
🥺🥺🥺🥺🥺 Zubeen daa hoday hustho hoi thkk take vgbnr osrt prarthna krisuh❤❤❤❤❤🙏🙏