Politics to weaken opposition going on in Assam

Поділитися
Вставка
  • Опубліковано 28 сер 2024
  • Politics to weaken opposition going on in Assam
    Watch the full clip to know more about this story.
    #pragnews #politics #assam #oppositionleader
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

КОМЕНТАРІ • 94

  • @PhilosopherAssam
    @PhilosopherAssam Місяць тому +7

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ✅🇮🇳
    জয় আই অসম ❤️

  • @beautykonwar427
    @beautykonwar427 Місяць тому +13

    ভুপেন বৰা কাম নাই ।ভুপেন বৰাক চাই কোনো ভোট দিয়া নাই আৰু কোনো তেওঁক ভাল নাপায় । সেই কাৰণে এওঁক আমাৰ দলত সভাপতি বাপতো কাৰোবাক দিব লাগে আমি বহুত কষ্ট কৰিলোঁ গৌৰৱ কাৰণে ভুপেন বৰা কাৰণে নহয় । অখিল আৰু লুৰিণক নালাগে কাক লাগে ।

    • @kashikalita9949
      @kashikalita9949 Місяць тому +2

      ভুপেন বৰা ভা জ পা ৰ এজেণ্ট। তেওঁ থাকিলে তেওঁৰ দলৰ ফল কেতিয়াও ভাল নহ'ব।

    • @kashikalita9949
      @kashikalita9949 Місяць тому +2

      তেওঁ সোনকালে ভা জ পাত যোগদান কৰিব লাগে

  • @PrabinBaruah-bt1fk
    @PrabinBaruah-bt1fk Місяць тому +21

    ভূপেনক আতৰালেহে কংগ্ৰেছ ঠন ধৰি উঠিব

  • @binoykalita7597
    @binoykalita7597 Місяць тому +21

    কংগ্ৰেছৰ চৰিত্ৰৰ বিষয়ে সৰ্ব্বজনবিদিত। ভূপেন বৰা লগতে আৰু কেইজনমানে ক্ংগেছ চৰকাৰ ৰাজ্যত হোৱাটো নিবিচৰা বহু কথা আছ। ভূপেন বৰাৰ বি জে পি সৈতে ভিতৰোৱা হিচাপ থকা কথাটো সৰ্ব্বজনবিদিত।

    • @AbulSarkar-zw7js
      @AbulSarkar-zw7js Місяць тому +1

      হয় বিনয় কলিতা ডাঙৰীয়া আপোনাৰ লগত ম ই এক মত। লগতে আ খালেকো থাকিব পাৰে কিয়নো এয়াৰ লগত মূখ্য মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক ভাল থকা শুনা পাও।

    • @Gunakantaboruah-up5vc
      @Gunakantaboruah-up5vc Місяць тому +1

      এতিয়া দেখা গৈছে যে ভুপেন বৰাৰ
      অহঙকাৰ হৈছে।টকা পালে কিজানি। আপুনি ঠিক কথা কৈছে ধন্যবাদ

    • @jibonjyotidutta622
      @jibonjyotidutta622 Місяць тому +1

      ভুপেন বৰা সভাপতি হৈ থাকিলে কংগ্রেছ শেষ হৈ যাব | গতিকেলভিপেন বৰা অতি সোনকালে সভাপতি পদৰ পৰা আতৰাব লাগে |

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx Місяць тому +3

    ভূপেন বৰাই অতীত পাহৰি গ'ল। অকণ মান চিন্তাশীল হওক আপুনি।

  • @devanandadoley3849
    @devanandadoley3849 Місяць тому +6

    মিছা প্ৰচাৰ। সময়ত নিশ্চিতভাৱে ঐক্যমঞ্চৰ বৈঠক হ'ব।

  • @jibonjyotidutta622
    @jibonjyotidutta622 Місяць тому +2

    অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈক লগত লৈহে উপ নিৰ্বাচন আৰু 2026 ৰ বিধান সভা নিৰ্বাচনত মিত্র জোট বৰ্তি থাকিলেহে বিজেপি চৰকাৰ ওফৰাব পাৰিব নহলে কংগ্রেছে পোস্তাব লাগিব |

  • @abdulmannanahmed787
    @abdulmannanahmed787 Місяць тому +3

    A united opposition is a must without which countering bjp will not be that much easy.

  • @debajitkumarsarma2825
    @debajitkumarsarma2825 Місяць тому +3

    Congress alone can never win .

  • @user-cn1vz9xr7p
    @user-cn1vz9xr7p Місяць тому +3

    Congresst atia o BJPr agent ase.

  • @jdintegratedfarm6990
    @jdintegratedfarm6990 Місяць тому +1

    ভূপেন বড়া আৰু জিতেন্দ্ৰ‌ চিংক অব্যাহতি দিলে সকলো ভাল হ'ব

  • @nabajyotichaoching4323
    @nabajyotichaoching4323 Місяць тому +2

    Bhupen Bora himanta bishwa sarmar manuh hokolua jane...

  • @TaslimAliBabul
    @TaslimAliBabul Місяць тому +5

    হাতৰ কুঠাৰ ভৰিত মৰা হব ?🤯😰🤯

  • @probodhgogoi4879
    @probodhgogoi4879 Місяць тому +2

    Bhag bhag koratu Bhupenborar. Bhupen borak presidentor pora bahir kori dibo lage.

  • @rupeswarsaikia430
    @rupeswarsaikia430 Місяць тому

    ফুলিবলৈ ধৰিছিল,কলিতেই মৰহিব।

  • @prashantakakoty2379
    @prashantakakoty2379 Місяць тому

    ভূপেন বৰা সভাপতিৰ আসনত থাকিলে ঐক্য মঞ্চ নাথাকিব । তেতিয়াহে তেওঁৰ বিজেপিত যোগদানৰ পথ সহজ হ'ব ?

  • @mohanboruah9962
    @mohanboruah9962 Місяць тому

    Gaurav Gogoi,You please send out Bhupen Borah,otherwise congress will be nowhere.

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Місяць тому

    বি জে পি নে কঙ্গগ্ৰেজ চিনি কেউ নাপায় কিয়নো কাৰো গাত ছাইন বোৰ্ড নাই।কিন্তু কাৰ্য কলাপ চাই মানুহ বুজি পায়। কিন্তু জন্ত ই বুজি নাপায়।

  • @humeswarbaishya9471
    @humeswarbaishya9471 Місяць тому +1

    Bhupen borai Assam t BJP sarkar howatu bisare.karan India mitrojotor gourav gogoi CM habo.

  • @pradipdas3459
    @pradipdas3459 27 днів тому

    অখিল আৰু লুৰিনক বাদ দিলে ভুপেন বৰা ডুবিৱ।

  • @mukulbaruah1833
    @mukulbaruah1833 Місяць тому +3

    Bhupen Bora khobvapati hoi thakile Congress a 2026 t 30 khon akhon u nepai.

  • @debenborah1483
    @debenborah1483 Місяць тому

    ভুপেন বৰাৰ অহংকাৰ তেওঁ দল চলাব নাজানে,গতিকে কংগ্ৰেছ সভাপতিৰ পদ ৰ পৰাই আতৰাই দিব লাগে

  • @pradipdas3459
    @pradipdas3459 27 днів тому

    অসমৰ কংগ্রেছৰ চিন্তা ভাল নহয়।

  • @mukulbaruah1833
    @mukulbaruah1833 Місяць тому +3

    Bhupen Borah Bjpr agent. Bhupen Borah i Himant k C.M. bisare kintu Gaurab Gogoik Bhupen Borah i C.M. huatu kunupaddhe nibisare.

  • @PhilosopherAssam
    @PhilosopherAssam Місяць тому

    মালটো (হিমন্ত) already ভয় খাই আছে।

  • @ArunHazarika-xi9ep
    @ArunHazarika-xi9ep Місяць тому

    কংগ্ৰেছছে ভবাৰ দৰে কাম নহব

  • @rupeswarsaikia430
    @rupeswarsaikia430 Місяць тому

    গৌৰৱ আৰু ৰকিবুলে নিমাত যে ?

  • @lakheswargogoi2318
    @lakheswargogoi2318 Місяць тому

    Bhupen Borah"s statement is politically immature and irresponsible. His stands help BJP.

  • @cheniramborgohain9892
    @cheniramborgohain9892 Місяць тому

    কোপেন বৰা আৰু জিতেন্দ্ৰ সিং য়ে পাচ নেখেলি কিয় suicide goal খাবলৈ লৈছে,

  • @user-ey3ur6ib6x
    @user-ey3ur6ib6x Місяць тому

    Okhil da Congress lge nhole vot ami bjp dim okk

  • @BishnuSharma-t6e
    @BishnuSharma-t6e Місяць тому

    Mitrata thakib lage dey. 😊

  • @user-zm8mv8tb4w
    @user-zm8mv8tb4w Місяць тому

    Ajp aru rd dol নহয়

  • @nirmalhazarika
    @nirmalhazarika Місяць тому

    বিজেপিৰ দালালেৰে অসম কংগ্ৰেচ ভৰি আছে | বিজেপিলৈ আগতীয়াকৈ অভিনন্দন !

  • @user-rc7vk4ir1k
    @user-rc7vk4ir1k Місяць тому

    Bhupen.bora.birudhiakar.bhagiaba.

  • @lachitsenapati8110
    @lachitsenapati8110 Місяць тому

    ভুপেন বৰাৰ মতলব কি এইটো হোৱা নাই

  • @cheniramborgohain9892
    @cheniramborgohain9892 Місяць тому

    ভোপেন বৰা আৰু জিতেন্দ্ৰ সিং য়ে পাচ নেখেলি suicide গোল খাবলৈ কিয় লৈছে

  • @nabajyotichaoching4323
    @nabajyotichaoching4323 Місяць тому

    Congress dubibo jdi Bhupen bora namor manuh2 Congress't thake... Bhupen bora himanta bishwa sarmah'r khas manuh...

  • @dimbeswardas6518
    @dimbeswardas6518 Місяць тому

    হাতৰ কুঠাৰ ভৰিত নামাৰিব ভূপেন বৰাদেউ।IDIallience ৰ কথা পাহৰি নাজাব ।উপকাৰিক অজগৰে গিলে ।সেইটোৱেই হোৱা নাই জানো?মিএতা ভঙ্গ কৰি বিপদ চপাই নলব ।

  • @minahazarika7578
    @minahazarika7578 Місяць тому

    অসম ৰক্ষা কৰকসেইজনে কিয় ফাট তিনি গগৈ জয় কৰিছে অকলে নহব অহংকাৰ নকৰিব

  • @user-nd9zq7xm8h
    @user-nd9zq7xm8h Місяць тому

    Bhupenborha.pahorijabonalage.

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev Місяць тому

    No Comment

  • @bhaskarborah4254
    @bhaskarborah4254 Місяць тому +1

    কিছুমান মানু্হ আছে বিপদত সঙ্গী লাগে উদ্ধাৰ হ'লে পাহৰি যায়। বিপদত ভগৱান এনেয়ে ৰজা

  • @debenborah1483
    @debenborah1483 Місяць тому

    ভুপেন বৰা হিমন্ত ৰ মানুহ

  • @Rubulgogoi209
    @Rubulgogoi209 Місяць тому +4

    কংগ্ৰেছত এতিয়াও হিমন্তৰ মানুহ আছে । এজন ৰেকিবুদ্দিন আহমেদ ।তেওওঁ হিমন্তৰ খাচ মানুহ । কিন্তু এইজন নহয় ভাবিব নোৱাৰা কিছুমান কংগ্ৰেছী আছে । সৰ্বানন্দক ধ্বংস কৰিবৰ তপনক হৰুৱালে । কাৰণ হিমন্তৰ খাচ মানুহ সুশান্ত / বেকে কূৰ্মী/ ধৰ্ম কোৱঁৰ / কমেডিয়ান মহন / ৰাজখোৱা বাই / আমগুৰি হাজৰিকা / ৰাণা কাইৰ সমষ্টিত শোচনীয় ভাবে হাৰিল । বহুতে এইবোৰ এতিয়া বিশ্লেষণ কৰিব ধৰিছে ।

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 Місяць тому +1

    Congress netai akpokhio xidhanta lolae val nohobo

  • @RajkumarDoley-wf3si
    @RajkumarDoley-wf3si Місяць тому

    বোপেন বড়া। কাম। নাই

  • @akashaxom9921
    @akashaxom9921 Місяць тому

    Sidha kotha l gogoi jodi sit pai moi next vut nidu ,bhupen bora kotha moi kob najau .....

  • @lakhesarborgohain9554
    @lakhesarborgohain9554 Місяць тому

    Bhupen bora dhankhakari

  • @DenashThakuria
    @DenashThakuria Місяць тому

    Opposition party of Assam is beyond weak. Raijar Dal,regional party of Assam say such party is nothing organization themself.Thesr party depen upon National 1 party at present

  • @dukedihingia1804
    @dukedihingia1804 Місяць тому

    Bhekulir pithit numgozil bhupen Bora ok😮a😅d pahórile malpaleneki

  • @rubitamuli3279
    @rubitamuli3279 Місяць тому

    Bhupen Borah B J P agent

  • @YZ_M.R_BIS
    @YZ_M.R_BIS Місяць тому

    সঁচাকৈয়ে পাৰ পায় পাহৰিলে নাৱিকে । এতিয়াহে জমিব ।অসম বচাবলৈ কোন লাচিত হ'বলৈ ওলাইছে

  • @arupdas8897
    @arupdas8897 Місяць тому

    Gaurav gogoi ,rockybul,pradyut bordoloi jikat raijor dal bahut openly support and strong canvassing karisil congress sai sinti aru discuss kari statement diba nahale party borbad haba gauravar image talaloi niniba political maturity ,inteligence ,knowledge bahut congressar workerer uparat

  • @ArunNath-y9w
    @ArunNath-y9w Місяць тому

    ণিজৰ মৰণ নিজে ছপাৰ লব বিচাৰিচে

  • @hirakjutivlog2661
    @hirakjutivlog2661 Місяць тому

    Bhupen Borar karone bjp jikibo..

  • @rubitamuli3279
    @rubitamuli3279 Місяць тому

    BJP k help Bhupen Borah

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Місяць тому

    ভূপেন বৰাৰ মন্তব্য যি শুনিছে তেওৱে কব যে তেওঁ আত্মাভিমানী হৈ পৰিছে। লোকসভাত ভোটৰ হাৰ বাঢ়িলেও আসনৰ সংখ্যা একেই আছে। গতিকে বিৰোধী দল বোৰ মাজত আলোচনা নোহোৱাকৈ সংবাদ মাধ্যমত এনে ধৰণৰ মন্তব্য উচিত হোৱা নাই। অখিল গগৈৰ ৰাজহুৱা মন্তব্যও সঠিক হোৱা নাই, যদিও লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে তিনিখন আসন লাভ কৰাত তেওঁৰ যথেষ্ট অৰিহণা আছে। তেওঁ ভূপেন বৰাৰ লগত এখন বৈঠক কৰাৰ বাবে ফোনেৰেও আলোচনা কৰিব পাৰিলে হেতেঁন । নেতা সকলৰ অসংয়ত কথা-বতৰাই সমগ্ৰ বিৰোধীকে ক্ষতিগ্ৰস্ত কৰিব তাত সন্দেহ নাই।

  • @user-ey5ie1ei1c
    @user-ey5ie1ei1c Місяць тому

    Congress hekh hoi jabo

  • @user-cn1vz9xr7p
    @user-cn1vz9xr7p Місяць тому

    Jowa lokxvar nirbasnt Bhupen Borak sai manuhe vot dia nai.

  • @user-eq5zy9nk5w
    @user-eq5zy9nk5w Місяць тому

    যদি ভূপেন বৰা ডাঙৰীয়াই এনেকুৱা সিদ্ধান্ত লৈছে তেন্তে তেওঁক কংগ্ৰেছৰ পৰা গতিয়াই অতি সোনকালে ওলিয়াই দিব লাগে । তেওঁ বিজেপিৰ লগত হলি গলি কৰিছে নেকি। তেওঁৰ ভূমিকা ৰহস্যজনক

  • @arupdas8897
    @arupdas8897 Місяць тому

    Birudhir ankat raijor dal ,ajp ,cpm ,bahut contribution ase ignore nakariba discuss kari decision laba parile Congressar worker bujaba jot regional party strong taat eri diba

  • @punyaboruahpunya4096
    @punyaboruahpunya4096 Місяць тому

    😢

  • @HarmuzAli-u7e
    @HarmuzAli-u7e Місяць тому

    হাতৰ কুঠাৰ ভৰিত মাৰিব বিচাৰিছে । ভুপেন বৰা ডাঙৰীয়া, আকৌ ভুল নকৰিব

  • @upendrakalita9054
    @upendrakalita9054 Місяць тому

    Bhupen Bora r mal nai

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v Місяць тому

    Gaurav better to join BJP only because of third class people Bhupen

  • @dipusaikia1234
    @dipusaikia1234 Місяць тому +1

    Aibur news kori thokat ke SSC GD exam t Assam r babe reserved thoka post bur bahiror UP Bihar r candidate bilake fake domicile, caste certificate bonai Assam t thoka lora swli buror post bur khai ase. Tar uporot u news koribo jate hokolue gom pai.

  • @RinaBasumatary-xz9rs
    @RinaBasumatary-xz9rs Місяць тому

    Kham nai Akil

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4h Місяць тому

    Congrrssea akale khelile harato mhatang

  • @user-cn1vz9xr7p
    @user-cn1vz9xr7p Місяць тому

    Mitrata nkrile BJPk xhai kara hb.

  • @tarunchandranath
    @tarunchandranath Місяць тому

    ভুপেন।বৰাই।ভুল।।কৰিব।।ওলাইচে।।ৰিজাল।।বেয়া।।হব।।খাতাঙ😂

    • @AbulSarkar-zw7js
      @AbulSarkar-zw7js Місяць тому

      ইহঁতকে খাই পাত ফলা বিধৰ মানুহ বুলি কয় কিন্তু আচলতে ইহঁত মানুহ নহয় দুষ্ট প্ৰবৃত্তিৰ দাসহে।

  • @user-gc4ln8py7g
    @user-gc4ln8py7g Місяць тому

    Cong upa nibasonotb akhono ahom napai

  • @PurnaDeka-fn7wj
    @PurnaDeka-fn7wj Місяць тому

    Agate Barpetat Kar Achille.

  • @user-zy5pd1wv7m
    @user-zy5pd1wv7m Місяць тому

    Aadak.dekhi.uyhil.ga.keturiye.bole.moke.kha.

  • @SwapnaDutta-he3xb
    @SwapnaDutta-he3xb Місяць тому

    Bajiatnaassammakochnahimalaprodipduttafrontunsukia

  • @jugeswarphukan9726
    @jugeswarphukan9726 Місяць тому

    Aneidolarhabhapatihale.nahaba.doltunijatke.dangar.pathamedoltarpisathabhaoati.congebhale.ahisilatiacoa 4ese.nije.nija r bhrit.kothar.maribaneke.eat.kiasebaru.congesar.habhapati.badali.karak.nahale.kintu.aru.congesi.himantar.bhari.subale.jaba.jadi.beleg.habhapati.badalinakare.akuhaitueahaba..congesar

  • @anilthakuria5455
    @anilthakuria5455 Місяць тому

    Balar News