ADRE পৰীক্ষাত ইণ্টাৰনেট কৰ্তন কৰি মানুহৰ স্বাধীনতা হৰণ কৰা হৈছে

Поділитися
Вставка
  • Опубліковано 7 лис 2024
  • UPSC-পৰীক্ষাটো ইণ্টাৰনেট নাকাটে।অথচ এইখন অসমত তৃতীয় বৰ্গৰ পৰীক্ষাৰ কাৰণে চাৰে তিনি কোটি মানুহৰ স্বাধীনতা হৰণ কৰা হৈছে।ADRE পৰীক্ষাত ইণ্টাৰনেট কৰ্তন কৰাক লৈ সৰৱ বিধায়ক অখিল গগৈ

КОМЕНТАРІ •