Sarupathar Plus
Sarupathar Plus
  • 718
  • 1 230 304
স্মাৰ্ট মিটাৰ সোনকালে উঠাই লওক নহ'লে ভাঙি পেলামহি
স্মাৰ্ট মিটাৰ সোনকালে উঠাই লওক নহ'লে ভাঙি পেলামহি।আমাক আগৰ মিটাৰটোৱেই লাগক,আমাৰ বহুত কষ্ট হৈছে।ইমান বেছি বিল আহে,পইচা ক'ৰ পৰা দিম?আমাক স্মাৰ্ট মিটাৰ নালাগে,আমি লাগিলে এন্ধাৰতে থাকিম।ক্ষোভ ৰাইজৰ
Переглядів: 0

Відео

উজনি অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাই পতা জালত ভৰি নিদিব
Переглядів 8Годину тому
ৰাজনৈতিক বদৰুদ্দিন নিধন হোৱাৰ পিছত এতিয়া শিশু বদৰুদ্দিন আজমল সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশু বদৰুদ্দিনৰ ৰূপত সৃষ্টি কৰিছে বিধায়ক আশ্ৰাফুল হুছেইনক।হিন্দু-মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ।উজনি অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাই পতা জালত ভৰি নিদিব।মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ
উলহ-মালহেৰে উদযাপন কৰা হ'ল দ্বিতীয় বাৰ্ষিক কৰম পূজা
Переглядів 4Годину тому
সৰুপথাৰ সমষ্টিৰ বৰপথাৰৰ মিলন পুথিভঁৰালৰ খেলপথাৰত সুকলমে অনুষ্ঠিত হ'ল কৰম পূজা।উলহ-মালহেৰে উদযাপন কৰা হ'ল দ্বিতীয় বাৰ্ষিক কৰম পূজা।কৰম পূজাৰ অনুষ্ঠানত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ পুনঃ আৰু সাহাৰ্য বিভাগৰ উপাধ্যক্ষ অমৃত কুমাৰ বুঢ়াগোঁহাইৰ
পৰীক্ষাত পাছ হওঁ ফেইল হওঁ সেইয়া বেলেগ কথা,কিন্তু মই ছোৱালী হয়,মোৰো আত্মসন্মান আছে
Переглядів 912 години тому
পৰীক্ষাত পাছ হওঁ ফেইল হওঁ সেইয়া বেলেগ কথা। কিন্তু মই ছোৱালী হয়,মোৰো আত্মসন্মান আছে।পৰীক্ষাক লৈ নহয়,চেকিঙক লৈহে মোৰ আপত্তি আছিল"।পৰীক্ষাৰ গোপন অংগত হাত দি বিপদত আৰক্ষী।ভুক্তভোগী পৰীক্ষাৰ্থীৰ কাষত থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু DGP জি পি সিঙে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু DGP জি পি সিঙক ধন্যবাদ জ্ঞাপন ভুক্তভোগী যুৱতীৰ
নিজকে OCবুলি কৈ ৭লাখ টকা লুটি পলাল হিন্দু জাগৰন মঞ্চৰ স্বয়ম্ভু নেতা চন্দ্ৰ লহকৰ!
Переглядів 402 години тому
ভুৱা OCৰ ৰূপত চুঙাজানৰ স্বয়ম্ভু নেতা চন্দ্ৰ লহকৰ!নিজকে OCবুলি কৈ ৭লা টকা লুটি পলাল হিন্দু জাগৰন মঞ্চৰ স্বয়ম্ভু নেতা চন্দ্ৰ লহকৰ!দিনত ৰাম নাম লোৱা চন্দ্ৰ লহকৰে ৰাতি হ'লেই সলনি কৰে নিজৰ ৰং।প্ৰথমে চুপাৰী ব্যৱসায়ীক আতিথ্য প্ৰদান,ইয়াৰ পিছত ভলুকা বাঁহ দি পলাল চন্দ্ৰ লহকৰ। ৰহমত আলি আৰু ৰাবানা আলম নামৰ ২ চুপাৰী ব্যৱসায়ীক ৰামঠগন দি পলাল স্বয়ম্ভু নেতা চন্দ্ৰ লহকৰ।৪৮ঘণ্টা হ'ব হ'ল কিন্তু চন্দ্ৰ লহকৰক গ্ৰেপ...
অনলাইন ট্রেডিং কেলেংকাৰীত আৰু বহু নাম পোহৰলৈ নাহিবলৈকে নেকি উচ্ছেদৰ ৰাজনীতি?
Переглядів 83 години тому
১১ হাজাৰ টকীয়া অনলাইন ট্রেডিং কেলেংকাৰীত আৰু বহু নাম পোহৰলৈ নাহিবলৈকে নেকি উচ্ছেদৰ ৰাজনীতি?প্ৰশ্ন বিধায়ক অখিল গগৈৰ
ট্ৰাইবেল বেল্টৰ মাটিত বাহিৰৰ মানুহ বহাৰ বিৰোধিতা সদায়েই কৰি যাম
Переглядів 1186 годин тому
ট্ৰাইবেল বেল্টৰ মাটিত বাহিৰৰ মানুহ বহাৰ বিৰোধীতাৰে প্ৰথম প্ৰতিবাদ কৰা সংগঠনটোৱেই হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি।বেদখল কৰাটো কোনো কাৰণতে আমি সমৰ্থন নকৰোঁ।কিন্তু উচ্ছেদৰ নামত কোনোবাই ৰাজনীতি কৰাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ।মন্তব্য বিধায়ক অখিল গগৈৰ।
খিলঞ্জীয়া মানুহক বাৰে বাৰে চেলেঞ্জ কৰি থাকিলে ভয়ংকৰ যুদ্ধ হ'ব
Переглядів 1847 годин тому
যদি সাহস আছে আশ্ৰাফুল হুছেইন শিৱসাগৰলৈ আহি দেখুওৱাক।বিধায়ক আশ্ৰাফুল হুছেইনক চেণ্ডেলৰ মালা পিন্ধোৱা হ'ব।খিলঞ্জীয়া মানুহক বাৰে বাৰে চেলেঞ্জ কৰি থাকিলে ভয়ংকৰ যুদ্ধ হ'ব।আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণলৈ সাজু থাকক।মুখ্যমন্ত্ৰী মোৰ মতে পৰিচালিত হ'বলৈ মই বিজেপিৰ মানুহ নহয়।হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ
ADRE পৰীক্ষাত ইণ্টাৰনেট কৰ্তন কৰি মানুহৰ স্বাধীনতা হৰণ কৰা হৈছে
Переглядів 318 годин тому
UPSC-পৰীক্ষাটো ইণ্টাৰনেট নাকাটে।অথচ এইখন অসমত তৃতীয় বৰ্গৰ পৰীক্ষাৰ কাৰণে চাৰে তিনি কোটি মানুহৰ স্বাধীনতা হৰণ কৰা হৈছে।ADRE পৰীক্ষাত ইণ্টাৰনেট কৰ্তন কৰাক লৈ সৰৱ বিধায়ক অখিল গগৈ
নিজকে OC বুলি কৈ সৰুপথাৰত চুপাৰী ব্যৱসায়ীৰ পৰা ৭লাখ টকা লুটিলে হিন্দু জাগৰন মঞ্চৰ নেতাই
Переглядів 1799 годин тому
নিজকে OC বুলি কৈ সৰুপথাৰত চুপাৰী ব্যৱসায়ীৰ পৰা ৭লা টকা লুটিলে হিন্দু জাগৰন মঞ্চৰ নেতাই
মিঞাক তামোল-পাণৰ বঁটা আৰু গামোচাৰে আদৰি নিলেহে উজনি অসমলৈ কাম কৰিবলৈ যাব
Переглядів 7010 годин тому
মিঞাক তামোল-পাণৰ বঁটা আৰু গামোচাৰে আদৰি নিলেহে উজনি অসমলৈ কাম কৰিবলৈ যাব।মানুহক উপকাৰ কৰিবলৈ গৈ লাঠী-গালি খাই আত্মসন্মান হেৰুৱাব নালাগে মিঞা সকলে।হিমন্ত চৰকাৰে পুহি ৰাখিছে শৃংখল চলিহাক।মিঞা আৰু শৃংখল চলিহা সন্দৰ্ভত মন্তব্য বিধায়ক আশ্ৰাফুল হুছেইনৰ
ADRE EXAM দিবলৈ যোৱা ছোৱালীৰ চেকিঙৰ নামত ব্ৰা,পেণ্টী খোলাৰ অধিকাৰ কোনে দিলে?
Переглядів 180 тис.2 години тому
ADRE EXAM দিবলৈ যোৱা ছোৱালীৰ চেকিঙৰ নামত ব্ৰা,পেণ্টী খোলাৰ অধিকাৰ কোনে দিলে?
মুছলমানৰ তেজ লৈ মুখ্যমন্ত্ৰীয়ে খেলা কৰি আছে
Переглядів 572 години тому
মুছলমানৰ তেজ লৈ মুখ্যমন্ত্ৰীয়ে খেলা কৰি আছে
উদাত্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Переглядів 512 години тому
আমি নিজেই আমাৰ ইতিহাস আৰু আমাৰ সাহসী পুত্ৰসকলৰ গৌৰৱ গাঁথাক উজ্জ্বল কৰি তুলিব লাগিব। ৰাষ্ট্ৰৰ প্ৰতি লাচিত বৰফুকনৰ অৱদান কি আছিল আমি দেশবাসীক জনাব লাগিব।উদাত্ত ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মিঞাৰ দৰে অসমীয়া,হিন্দুৱে হাতত লাঠী,জোং নলয়ট্ৰাইবেল বেল্টত থাকিলে অসমীয়া মানুহো উচ্ছেদ হ'ব
Переглядів 1,1 тис.2 години тому
মিঞাৰ দৰে অসমীয়া,হিন্দুৱে হাতত লাঠী,জোং নলয় ট্ৰাইবেল বেল্টত থাকিলে অসমীয়া মানুহো উচ্ছেদ হ'ব
কংগ্ৰেছক জনজাতিলোকৰ বিৰোধী আখ্যা মন্ত্ৰী পীযুষ হাজৰিকাৰ
Переглядів 92 години тому
কংগ্ৰেছক জনজাতিলোকৰ বিৰোধী আখ্যা মন্ত্ৰী পীযুষ হাজৰিকাৰ
শৃংখল চলিহা য'লৈকে যায় তাতে বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়
Переглядів 532 години тому
শৃংখল চলিহা য'লৈকে যায় তাতে বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়
ইমান দিন বিজেপিৰ চৰকাৰ থকাৰ পাছত বেদখল কিয় উচ্ছেদ কৰিব নোৱাৰিলে ?
Переглядів 842 години тому
ইমান দিন বিজেপিৰ চৰকাৰ থকাৰ পাছত বেদখল কিয় উচ্ছেদ কৰিব নোৱাৰিলে ?
উচ্ছেদৰ নামত অসমত মুক্ত হ*ত্যা চলিছে!
Переглядів 432 години тому
উচ্ছেদৰ নামত অসমত মুক্ত হ*ত্যা চলিছে!
উচ্ছেদৰ সময়ত আমি হিন্দু-মুছলিম নাচাও
Переглядів 594 години тому
উচ্ছেদৰ সময়ত আমি হিন্দু-মুছলিম নাচাও
পুলিচ আঁতৰি দিয়ক,আমি ১৫ মিনিটত বাংলাদেশী খেদি পঠিয়ামঃশৃংখল চলিহা
Переглядів 1,9 тис.4 години тому
পুলিচ আঁতৰি দিয়ক,আমি ১৫ মিনিটত বাংলাদেশী খেদি পঠিয়ামঃশৃংখল চলিহা
দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Переглядів 6674 години тому
দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সোণাপুৰৰ কচুতলীত উতপ্ত পৰিস্থিতি
Переглядів 364 години тому
সোণাপুৰৰ কচুতলীত উতপ্ত পৰিস্থিতি
সকলোৰে হাতত AK47 দি দিয়ক হিমন্ত বিশ্ব শৰ্মাই
Переглядів 1114 години тому
সকলোৰে হাতত AK47 দি দিয়ক হিমন্ত বিশ্ব শৰ্মাই
ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Переглядів 474 години тому
ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
ভাল খবৰ।চাকৰি নিয়মীয়াকৰণ হ'ল ৪,৯৬৯গৰাকী শিক্ষকৰ
Переглядів 384 години тому
ভাল খবৰ।চাকৰি নিয়মীয়াকৰণ হ'ল ৪,৯৬৯গৰাকী শিক্ষকৰ
সৰুপথাৰৰ অনা অসমীয়াৰ দোকানৰ তলত থাকিলে ইংলেণ্ডত থকা যেন লাগে
Переглядів 994 години тому
সৰুপথাৰৰ অনা অসমীয়াৰ দোকানৰ তলত থাকিলে ইংলেণ্ডত থকা যেন লাগে
ভূমিহীন লোকক যদি ভূমি দিব নোৱাৰে তেন্তে সকলোকে গুলী কৰি মাৰি পেলাওক
Переглядів 794 години тому
ভূমিহীন লোকক যদি ভূমি দিব নোৱাৰে তেন্তে সকলোকে গুলী কৰি মাৰি পেলাওক
চুমিৰ আত্মসমৰ্পন নাটকৰ বাহিৰে আন একো নহয়
Переглядів 84 години тому
চুমিৰ আত্মসমৰ্পন নাটকৰ বাহিৰে আন একো নহয়
সোণাপুৰলৈ যোৱা AIUDFৰ বিধায়কক ঠেলি বাহিৰ কৰি দিলে একাংশ প্ৰতিবাদকাৰীয়ে
Переглядів 94 години тому
সোণাপুৰলৈ যোৱা AIUDFৰ বিধায়কক ঠেলি বাহিৰ কৰি দিলে একাংশ প্ৰতিবাদকাৰীয়ে

КОМЕНТАРІ

  • @PompiSharma-dk4nn
    @PompiSharma-dk4nn 3 хвилини тому

    Ajiloi kimn exam exam dilo ssc railway bankr but adre dra nplu great great 😃👍 nlge de sakori honman tu dngr lifet tenka pitiki checking krila female hla o laj pau ..logt koi bsi hoisi alp ... Assam police 😅 kobo gola bibad hobo nkou ....👍

  • @rexly4455
    @rexly4455 13 хвилин тому

    এইবিলাক rule চৰকাৰে দিয়া নাই.. সিহঁতে নিজে rule উলিয়াই লৈছে.. According to Section 354 A .. বেলেগৰ privat part touch কৰাটো দণ্ডনীয় 😢

  • @Radhakrishn6046
    @Radhakrishn6046 21 хвилина тому

    Firstly mater tu check Kori lauk,taarpisot he action lobo

  • @kroy-l7y
    @kroy-l7y 27 хвилин тому

    female k female e search krise toh problem ki ?

  • @Himangkadeka5
    @Himangkadeka5 28 хвилин тому

    Himantai nijor jiyekok pothabo lage anekua exam dibo

  • @lunamonideka2441
    @lunamonideka2441 32 хвилини тому

    Amr center Tu anekuya krise. Muku krise

  • @gadgetnews5660
    @gadgetnews5660 42 хвилини тому

    case di diyok... sidha kotha... xam r namot ki aibur... jukhot k besi hol ge ru.. UPSC xamt u sage nhoi enekua cheking

  • @nabinnath2383
    @nabinnath2383 47 хвилин тому

    Jodi penti aru braar vitorot kiba cheating kori loi jowa .excellent checking police mam good job Thik ase baideu tumi agot examm pas kori dekhuwa sun tatiya kom😂

  • @parciabegum3745
    @parciabegum3745 53 хвилини тому

    সঁচা মোৰ লগত ও হল মই হিজাব মাৰি গলো মোৰ hijab খুলি হিজাব ৰ ভিতৰত পিন্ধা টুপী xob খুলি চাইছে চুলি খুলি ribon দাল u khuli saixey মোক checkingt aru 2,3 জনি swali check কৰাই গল kin2 মোক চাই a axey মই khngt past koixu aru kiba axey saboley আৰু এটা ktha কবলেই laz r কথা krny কোৱা nai kin2 checking r namt bht অক্ষয়ভালি কৰিলে ।

  • @SakirAhmed-xd4vi
    @SakirAhmed-xd4vi 54 хвилини тому

    Panir bottle tu logot loigole ki holeheten

  • @himanjyotisaikia2037
    @himanjyotisaikia2037 55 хвилин тому

    Moi pen eta nisilu porikha buli ...police ejone pen tu loi xudhi ase camera bhorai aniso niki....ulta pine pokai di pen tu beya korile...Mur baru beleg penu asil....90 rs loss korale

  • @junmonigoswami5231
    @junmonigoswami5231 56 хвилин тому

    Amak sua nai kintu eneke🙂

  • @mintuali5194
    @mintuali5194 Годину тому

    তুমি ঘৰত ঘুৰি আহিব লাগিছিল। নিজৰ private part বেলেগে লাৰা অধিকাৰ নাইটৌ। ছোৱালী হক। কিয় লাৰিব। চোৰ নহয় টৌ exam হে দিব গইচা।

  • @nitusarma889
    @nitusarma889 Годину тому

    Mur bajali hs school t center asil, bt tat enekua eko nasil, bhale asil lady joni, teneke touch o kora nai, machine di e saise, enekua Kiba korile moi sage gusi e ahilu hoi, maan sanman t ke dangar eko nai, tumi tatei kobo lagisil, bahirat public toh asile, dibo lagisil taik moja, government e taik special permission dise neki

  • @mintuali5194
    @mintuali5194 Годину тому

    অসমত এই সৰু এটা exam পাতোতে internet কাতিব লগা হল। সাধৰন grade 3 exam এটা আৰু অসমত ডাঙৰ exam হবই আছে।

  • @user-wz2oc6fr2f
    @user-wz2oc6fr2f Годину тому

    Nai de de ako howa ni ghopa ghap check karise

  • @ankitasarma3517
    @ankitasarma3517 Годину тому

    Nokol bisarise baideu. Porikharthi buru kom ne pantyt mobile niye, kagojot likhi loi jai.. checking koriboi..!

  • @i_amjac
    @i_amjac Годину тому

    Exam nidi return ahi jabo lagisil,

  • @surangthefarmer8758
    @surangthefarmer8758 Годину тому

    Faltu Suwali....Ataa bharti prokriya Hompurno nikah bhabe solai nibole kimaan kosto hoi..ketiyaba bhabi saiso naai..jadi okomaan Lara lari hol Taat nu ke female police hai male nohoi tu...jadi bhalke check nokori kelengkari hoi he homoyotu kobi bhalke check nokorile hekarne kelengkari hol buli✅

  • @PapuPegu-no9pu
    @PapuPegu-no9pu Годину тому

    মহিলাক, মহিলাই চেকিং নকৰিলে কোনে কৰিব 😂

  • @porismitaborah2045
    @porismitaborah2045 Годину тому

    Sobote teneke korise moi Ghilamara t porisile amak u krise soboke ru blg blg center t u krise buli xunisu

  • @ajoypaul9363
    @ajoypaul9363 Годину тому

    Eitu a baki asile bas...

  • @husnarabegum141
    @husnarabegum141 Годину тому

    Baa apunak bohot dhonnobad moi prokah koribologa kotha khini apuni prokah korile.moiu monot dukh pais mur anekua hoisile.

  • @UttarpurvBharat
    @UttarpurvBharat Годину тому

    NTA यूजीसी Net csir, icmr . Eibilak exam examt enekua strictness thake . Belt khuli guptango usrleke dhore. Eibilak prai exam examot hoi . Exam diya candidate ae jane

  • @asmitadevi7614
    @asmitadevi7614 Годину тому

    Moi bartaman class 10 t porhi asu aru vbisilu je dangor hole aibilak nijukti pariksha dim kintu aibilak dekhar pisot ki juktit pariksha dim karan sakari pisor kotha pratham amar astitva aru xeitue nathakile ki sakari karim tat sai gharat bohi thoka val nakaru aibilak sakari jot nijor astitva k agot rakhi pariksha dibo loga hoi moi himanta mama k ear parae namaskar jonalu apunie korok sakari amak nalage🙏

  • @lipikarajbanshi4694
    @lipikarajbanshi4694 Годину тому

    Our so called mama should teach his maids how to respect girls. Exam diute enekuwa korise job puwa burok ki koribo. Mon goisil check kora jonik soriyai dim. Anar ki respect nai niki. Respected CM sir apunaru suwali ase

  • @BhanitaBaishya-q2l
    @BhanitaBaishya-q2l Годину тому

    Good

  • @lipikarajbanshi4694
    @lipikarajbanshi4694 Годину тому

    Checking or jodi hetu niyom diya hoisil tetiyahole sob center ot hol hoi. Kintu eitu kaam bhal huwa nai . No one has the ryt to touch us. Suwali houk lora houk touch kora ryt nai. Guwahati Kanya Mahavidyalaya same checking korise . Ki bisarisil mane. N ya apsc exam otu sage enekuwa huwa nai sage.

  • @rockjitgogoi3641
    @rockjitgogoi3641 Годину тому

    Ji keijoni ladies police a check korisil hei keijoni lesbian asil.

  • @bikashkumar-bd8vq
    @bikashkumar-bd8vq Годину тому

    Eta kam koribo lagisil jitu exam center t enekua fatlami korile hei checking person gorakik apunaluk gutei ladies xokole mili taik o hat xumuai sobor aagot checking korim buli protest koribo lagisil .aru eta bhul korile written complain dibo lgisil sobei unite hoi DC k after exam , because jodi other exam center t tene dhoronor illegal checking hua nasil kintu egoraki duty person e extra kio koribo kunuba venut

  • @udangsribasumatary71
    @udangsribasumatary71 2 години тому

    Hoi de amar centre t toh same tenekoi a korise

  • @beautybarman5738
    @beautybarman5738 2 години тому

    বহুত uncomfortable feel hol seeking t 🙂💔

  • @Homelander2yo
    @Homelander2yo 2 години тому

    Police keijoni lesbian asil sge😂😂

  • @Aborah-h8z
    @Aborah-h8z 2 години тому

    Balor exam patisa kla...aibur sob show off korisa sorkara jata hihoti vut tu pai..aibur sob tokar khal..emn cheking kori, internet kati ki lav ..lastot goi paper leaked hoi a gl🤬🤬🤬🤬

  • @ridhi826
    @ridhi826 2 години тому

    মইও পিন্ধি যোৱা কাণফুলি নাক ফুলি সকলো খুলিব লগা হ'ল, কিন্তু মোৰ পিছত যোৱা এজনীৰ কাণত তিনি/ চাৰিযোৰ কাণ ফুলি দেখিলোঁ।।

  • @SanjibDas-zi9pv
    @SanjibDas-zi9pv 2 години тому

    যি কেইজনিয়ে কৰিছে তাহঁত কেইজনিৰ ওপৰত legal action লব লাগে সেইকেইজনিকো তেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে

  • @gauravmisra8127
    @gauravmisra8127 2 години тому

    Bhonti tumi sakori puwa khaatang

  • @bonorabha860
    @bonorabha860 2 години тому

    Tumi right ktha kysa

  • @sanjoyrongpee5798
    @sanjoyrongpee5798 2 години тому

    Adre examt ketiyar pora Physical testr arambho hol asorit??

  • @sribassinha6295
    @sribassinha6295 2 години тому

    Aneke toh hoboi

  • @monishachetia7990
    @monishachetia7990 2 години тому

    আপুনাক ধন্যবাদ জনাইছো।আমাকো বহুত বেছিয়ে কৰিছিল।খাৰু; চুৰনি সকলোবোৰ টানি আজুৰি খুলিছে।ইমানবোৰ কৰাৰ পাছত কেনেকৈ pepar out হব পালে

  • @manikadas1544
    @manikadas1544 3 години тому

    Amr exam center t tnkua aku hua nai jodiu check korute ji dhorone body t touch krse specially private parts t bor beya n uncomfortable feel hoisl.Moi nbhbu tnke check krbo lga rule ase buli korobat.

  • @pinkuhaloi820
    @pinkuhaloi820 3 години тому

    Eman check hate di korar ki bal dorkar ... Xihotor mechine nai neki .... Tetiya to sob dhorat pore no .... Kihor Suma t hat borabo lage .... Ki dibo sumar vitorot balor ssc t anekuwa nakore .... Bal exam patibo aaha

  • @dhimanjyoti1999
    @dhimanjyoti1999 3 години тому

    Seii pokor.... Bevisar teri sai kita seiii

  • @mdssuperinfo6654
    @mdssuperinfo6654 3 години тому

    police jnik thapor mari dibo lagisil

  • @apurba3486
    @apurba3486 3 години тому

    ADRE ❎ ASHE ✅

  • @HimanKalitaOfficial
    @HimanKalitaOfficial 3 години тому

    Lagise keneke be kela.....dhuuiiii

  • @KaberiChetia-dc3nb
    @KaberiChetia-dc3nb 3 години тому

    hoi mur logotu tanakua hoisile

  • @Pahib-x5c
    @Pahib-x5c 3 години тому

    Aru ata kotha koww kli exam dibo jwat rastat police bure dangor track bor rastar majot rokhai thoise emn durr pora goisu exm centre napalu hoi kli police bore ane rastar majot thiu hoi rokhi asil Aiya kiba plan asil sage late hle candidate kom hb buli

  • @arunkumardas9156
    @arunkumardas9156 3 години тому

    Jun gorakie check korise teu uporot FIR dibo lagisil