Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Video টি ভাল লাগিল। আমাৰ সমাজৰ মৰাণ সম্প্ৰদায়ৰ লোক সকলৰ ঐতিহ্য, ৰীতি- নীতিৰ চমু অথচ সুন্দৰ উপস্হাপনেৰে স্বাক্ষৰ বহনকাৰী এক দলিল ।ধন্যবাদ
বহুত সুন্দৰ ঐতিহ্য। নীতি -নিয়ম, পৰিপূৰ্ণ সামাজিক সংস্কৃতিৰে চহকী আৰু সমৃদ্ধ মৰাণ সম্প্ৰদায়ৰ লোকসকল।
@@chitrakumarhazarika6622 হয়, ভিডিঅ টি চোৱাৰ বাবে তোমাৰ লৈ বহুত বহুত ধন্যবাদ
@@chitrakumarhazarika6622 হয় ,ধন্যবাদ
Bohot bohot val Lagil ❤
@@PompiMoran-e4i ধন্যবাদ
বহুত ভাল লাগিল 😊
@@Moransuwalipallabi ধন্যবাদ
ও 2:56
বহুত ভাল লাগিল।
ভাল লাগিল।বৰ ধুনীয়াকৈ ভিডিও কৰি উপস্থাপন কৰিছে আমাৰ মৰাণ সমাজৰ দহা কাজৰ পৰম্পৰাটো।
@@sid70734 তোমাৰ লৈ বহুত বহুত ধন্যবাদ থাকিল
Bohut val lagil kinto atakatha boji nepalo kharsto aghare karene bakiboru kare 😂
@@Ranakantasonowal একেলগে যেই জনেই নহওঁক লাগে বাজেট প্ৰস্তুত কৰি টকা পইচা সমান সমান ভাগ কৰে।ধন্যবাদ থাকিল
বহুত ভাল লাগিল আপোনালোকৰ নীতি নিয়মবোৰ চাই 👍❤
@@madhabboro2813 ধন্যবাদ জনালো
সুন্দৰ নিয়ম নিতি
@@uttamborah6956 হয় ধন্যবাদ
5 k Huwar party video keteya Ahibo kkk ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বহুত সুন্দৰ পৰম্পৰা।মৰান সকলৰ আদৰ্শ দেখি সন্তোষ লভিলো।অন্য সমাজত এনে সম্প্ৰীতি দেখিব পোৱা নাযায় ।
@@rsaikia6841 ধন্যবাদ
Maran sampradaya zindabad
@@satyensarma1962 Thank you
Moran janogosthir. Mangolik karmo. janiboloi pai bor bhal lagil.
@@nirupamagohain1945 ধন্যবাদ থাকিল
Bohot val Lagil d
@@RituMoran-is7qs ধন্যবাদ
ভাল লাগিল
@@mridulkumarrabha892 ধন্যবাদ
বহুত ভাল লাগিল
@@birinchiphukan6733 ধন্যবাদ
Nice 🙂 vibeo ❤
@@PompiMoran-e4i Thank you
বহুত ভাল লাগিল আৰু আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ জনালোঁ
@@bijonborah237 ধন্যবাদ, আশীৰ্বাদ কৰা,প্ৰতিতো খুজি আগুৱাই যাবলৈ
Bohut Val lagil video 2 sai
@@RubulHazarika-c7o ধন্যবাদ
Bahut bahut val lagil
@@mrsingh4011 ধন্যবাদ
Jai shree ram🙏🙏🙏🙏🙏🙏🙏🙏🙏
@@TimePass-qo7ch জয় শ্ৰী ৰাম ধন্যবাদ
Val lagil videotu Sai
@@jyotikamoran9974 ধন্যবাদ থাকিল
হাঁহ মাছ ভোজ-ভাত ইফালে ভাগৱত স্থাপন ই কেনে কথা।মৰাণ ভক্ত প্ৰাণ সকল কথা টো ভাবি চাবচোন।
@@RanuBuragohain-h2z মৰাণ সম্প্ৰদায়ৰ লোক সকলৰ দহা কাজত ব্যৱহাৰ কৰা এই দৰে পূৰ্বপুৰুষৰ নিয়ম।এই দৰেই চলি আহিছে অতিতৰ পৰা ,ধন্যবাদ
মৰান সকল অসমীয়া জাতিৰ অবিশেদ্য অঙ্গ,মৰান সকল ধৰ্ম পৰায়ন লোক ,গুৰুৰ বাণী সৰগৰ বাণীৰূপে পালন কৰে।
@@satyajitkumargogoi358 হয়,ধন্যবাদ থাকিল
Moran sokolor nitti niom samriddha DOHAKAJ r kisu janibo parilu.bhal lagil
@@PrabhatKamalBorah ধন্যবাদ
Moja Ddd
Bor bhal lagil dei. Agoloiu ene video homuh pam buli akha korilu. Dhanyabad
@@shantonuborah8286 নিশ্চয় বনাম,ভিডিঅ টি চোৱাৰ বাবে তোমাৰ লৈ বহুত বহুত
Vall lagle
@@Jagadishurang ধন্যবাদ
মৰান সম্প্ৰদায়ৰ দহা কাজৰ সম্পকে জানিলোঁ আজি হেয়ে বহুত বহুত ধন্যবাদ জনালোঁ।
@@gohain ধন্যবাদ
Moran manuhor Video ti Bohot val lagi ❤ Aari Jati aapuni Aguwai Guwa ❤ D Haya Kamona koricu d ❤❤❤
@@PompiMoran-e4i নিশ্চয় দিম আন সম্প্ৰদায় লোকৰ। অনাগত দিনলৈ ভিডিঅ বিলাক চাই থাকিবা,ধন্যবাদ জনালো
জানিব পাৰি ভাল লাগিল
@@Jyotishman-v8y ধন্যবাদ থাকিল
Very very nice
@@bijoyneogpapuneog3641 Thank you চেয়াৰ কৰিবা মৰাণ সম্প্ৰদায়ৰ দহা কাজৰ বিষয়ে যেন সকলোৱে জানে
Super
@@AnilBarman-ld7lc ধন্যবাদ
Val lagise
@@BinitaMoran-eu9qx ধন্যবাদ বাইদেও
Nice pic
5k Hole Party Video Lagibo D Sar ❤
Please reply ❤
5 K Hole Parti Lagebo dd
@@PompiMoran-e4i নিশ্চয় দিম
সুন্দৰ দাদা! ভিডিঅ টোৰ যোগে দিয়েই মৰান সম্প্ৰদায়ৰ দহাকাজৰ বহু কথা জানিব পাৰিলো! আগলৈও এনে ভিডিঅ পাম বুলি আশা ৰাখিলো!
ধন্যবাদ
Amaru khao khao lagise
@@arunhandique1618 আকৌ দহা কাজ পাতিলে আহিবাচোন বহুত ফুৰ্তি লাগে,ধন্যবাদ
ভাগৱত পাতে কিন্তু যাৰ ঘৰৰ মানুহৰ দহা কাজ দিয়ে সেই ঘৰৰ মানুহে ভাত নাখাই দিনটো ওপবাসে থাকে যি অতিথি নিমন্ত্ৰণ কৰে সেই বোৰে মাছ মাংস খাব তাতো বহুত দুৰত খাবলৈ দিয়ে।
@@prarinitasaikia4380 এটা কথা মৰাণ সম্প্ৰদায়ৰ পূৰ্বপুৰুষৰ নিতী নিয়ম বিলাকেই এনে ধৰনৰ। তেওঁ লোকৰ মতে মৃতকৰ প্ৰথম দিনা ভাত নাখাই, পাছৰ দিনৰ পৰা বয়েল ভাত খাব পাৰে দহালৈকে। দহাৰ পাছত মাছ মাংস খাব পাৰে।আন সম্প্ৰদায়ৰ লোক সকলত কৈ এওঁলোকৰ অলপ বেলেগ। ধন্যবাদ থাকিল
আমি সকলো শংকৰদেৱৰ শিষ্য, শুদ্ধ নে অশুদ্ধ এবাৰ ভাবক ।
@@holeswrthengal6039 হয় ,কিন্ত মৰাণ সম্প্ৰদায়ৰ লোক সকলে অনিৰুদ্ধ গুৰুজনাক আদৰ্শৰ নিতী নিয়ম অৱলম্বন কৰে
Hii Sar Please Parti ❤❤
কিহৰ পাৰ্টি বুজি নাপালো জনাবচোন
5k Huwa Parti ❤@@kiron837
ইমানবোৰ মাছ ইমানবোৰ হাহ মাৰি ভোজ-ভাত খোৱা পাৰ্টিত ভাগৱত স্থাপন কৰাটো মহা অপৰাধ হৈছে।
@@hiteshdas7174 মৰাণ সম্প্ৰদায়ৰ এই বিলাক পূৰ্বপুৰুষৰ নিতী নিয়ম । ইয়াত তুমি মই কলে কিবা পূৰ্বপুৰুষৰ নিতী নিয়ম বিলাক সলনি হব জানু।অতিতৰ পৰা যি সকলে বলী পৰ্থা কোনোৱে মাছ কোনোৱে মদৰ সকাম কৰি আহিছে ।তেওঁ লোকে এই দৰে কৰিয়েই আহিব হয় নে নহয় কোৱাচোন। তোমাৰ কমেন্টৰ বাবে ধন্যবাদ
মাংস আৰু ভাগৱত মহা পাপ মহা পাপ😮😢😡😡
@@Dhan883 যাৰ যি পূৰ্বপুৰুষৰ নিতী নিয়ম

Moran janogosthir. Mangolik karmo. janiboloi pai bor bhal lagil
.