Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কৃষ্ণ কৃষ্ণ ধন্য বাদ।
Gttbhhffg❤❤❤
Hidoi sui gol ......😘😘 ......ki kontho bahhhhh👍👍....axibad korisu aguaii juwa ......👍👍🙏🙏 Krishno bap ...
এনে ধৰণৰ অমৃতময় টোকাৰী গীত পূৰ্বে কোনো গায়ক ও পৰিচালকে সৃষ্টি কৰা মনত নপৰে । শুনি থাকিলেও হেপাহ নপলায় । সেয়েহে এনে ধৰণৰ মধুময় ও কথামৃতৰ হৰিনাম আগলৈ শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলোঁ । টোকাৰী -- গীতটি প্ৰষ্টোত কৰাত জড়িত থকা পৰিচালক তথা গায়ককে প্ৰমুখ্য কৰি সমস্ত শিল্পীবৃন্দলৈ মোৰ ভক্তিভৰা সেৱা জনালোঁ 🙏🙏🙏🙏🙏🙏🙏🙏🙏
Bohut sundor kontho bupai tumar.god bless you keep it up Krishna pronam.
অতি সুন্দৰকৈ পৰিবেশন কৰিলে ভাল লাগিল 🙏🙏🙏
Khuni bhal lagil krishna🙏🙏🙏
বহুত বহুত ধূনীয়া লাগিছে হৰি নাম 🙏🙏
Sosake bohut Val lagil monoj aru aguyai jowa 🙏🙏🙏🙏🙏
মনোজ দা তুমি ইমান সুন্দৰ কৈ গান টো লিখিছা শুনি একেবাৰে মন প্ৰাণ জোৰ পৰি গৈছে তুমি আৰু আগুৱাই যোৱা।🙏 মনোজ দা ৰ বাবে এটা like কৰিব ।🙏🙏🤗
খেইতু গান নহয় নাম হে
ট
@@ABHIJIT_99_FF qa
❤❤❤❤❤❤❤🙏🤟👍
Xundor
হৰি হৰ।ৰাম ৰাম। দৈৱকীৰ নন্দন।
Bhut dhuniya hunibile dada 😍
Xundor hoise haloi da axakoru agloi anekuwa geet xuniboloi pam
ধন্যবাদ
কৃষ্ণ, 🙏🙏🙏 মনোজ হালৈ দেৱৰ অপু্ৰ্ব সুন্দৰ কন্ঠই সচাকৈয়ে ভক্তিভাব ৰ উদয় কৰাইছে । 🪔🪔🪔🙏🙏🙏
ইমানেই ধুনীয়া কবলৈ বাকি নাই বহুত ধুনীয়া ক❤❤❤❤❤❤❤❤❤❤
Monoj haloi আপোনী তেজপুৰৰ পুখূৰীয়াত বৰ সুন্দৰ পৰিবেশন ❤️❤️❤️🤟🤟🤟🤟
বহুত সুন্দৰ হৈছে।
Jabtak Krishna mere xath tab tk mere jaan..hai...love u God nd universe ❤
🙏🙏 সুন্দৰ। অনন্য অনন্য। হৰিনামৰ মাজত পাওঁ প্ৰচুৰ মানসিক শক্তি। ভক্তিৰে সাধনাৰে সফল হৈছা ... মন- প্ৰাণত সেই শক্তি সৃষ্টি কৰোৱাত। আগুৱাই যোৱা। শুভেচ্ছা সদায় আছে।🙏🙏
বহুত বহুত ধন্যবাদ। ঈশ্বৰে সকলোৰে মঙ্গল কৰক।
অতি সুন্দৰ !আগুৱাই যোৱা।। "কৃষ্ণ"🙏
Nice Butfol
Bhut dhuniya❤ mon sui juwa geet 🙏bhut br xunilu
দিহানাম ভাগীত শ্ৰীকৃষ্ণৰ জন্মৰ সুন্দৰ বৰ্ণনা ফুটি উঠিছে,,, বহুত ধুনীয়া হৈছে❤️❤️ শুনিলে শুনো শুনো লাগি থাকে ।
❤️❤️❤️
, Manujda apunar dihanam huni anandat aplut hoi jao aru huni thakibor mon jai.Apuni ai dharabahikota aibyahot rakhok Bhagaban KRISHNAI apunak kripa korib.KRISHNA 🙏🙏🙏🙏🙏🙏
সচাই বহুত সুন্দৰ হৈছে____ ❤
Thanks
Dhunia hor aru aguai jai Jan🙏🙏🙏
মজা লাগিছে❤❤❤❤❤
Eman dhuniya hur hori nam monuj da aru aguwai juwa❤❤❤❤
Moi pua ei bhakimulok geetor pora arombho koru. Khubei val lage.
ভাল লাগিল শুনি♥️ হৰি কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🏻🙏🏻🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ
বৰ ধুনীয়া 🙏🙏🙏🙏🙏💖💖💖💖💖💓💓💓💓💓💕💕💕💞💞💞 গোবিন কৃষ্ণ
Sundar monoj .Deh mon sat pari jua esari nam. Sundor kantha
BORSONS PRODUCTION লৈ পোন প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছো । অসমৰ লোক কৃষ্টি-সংস্কৃতি সমূহ যুৱ প্ৰজন্মৰ মাজত ধৰি ৰখাৰ যি যুগান্তকাৰী পদক্ষেপ সেয়া সঁচাকৈয়ে প্ৰসংশনীয় । লগতে ৰাইজৰ উৎসাহ উদ্দীপনা মৰমৰ বাবে আমি সকলোৰে ওচৰত চিৰ কৃতজ্ঞ । সদৌ শেষত গীতটিৰ সৈতে জড়িত সকলো শিল্পী কলাকুশলীলৈ ধন্যবাদ জনাইছো ।
Vl lagi huni
পঙ্কজ দাদা আপোনাৰ নম্বৰতু পালে ভাল আছিল .মোৰ এতা টোকাৰি বা দিহা নামত সুৰ কৰি দিব লাগে
@@anitadeka7901 9854057631
Up
Jaan da bahut bhal lagil 🙏
বৰ সুন্দৰ হৈছে নামটো ।ৰেকৰ্ডিং বঢ়িয়া । কণ্ঠ musician party ৰ সহযোগ সুন্দৰ ।মুঠতে উচ্চ মানৰ নাম পৰিবেশন হৈছে ।ধন্যবাদ সমূহকে ।
আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏻🙏🏻🙏🏻কৃষ্ণ
কৃষ্ণ' আগোৱাই জাওক। এয়াই আশিৱাদ।
@@borsonsproduction2984 Krishna Krishna
Val lagil bohu val
🙏🏻🙏🏻🙏🏻কৃষ্ণ প্ৰভু কৃষ্ণ 🙏🏻🙏🏻🙏🏻..........অতি সুন্দৰ ❣❣❣❣
Excellent song video, my favourite video, best song video, most beautiful song video.
সুন্দৰ 👌🙏🙏🙏
বহুত সুন্দৰ হৈছে। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ
অসমীয়া লোক কৃষ্টি সংস্কৃতি ৰ জোৰ আন কোনোৱে নাপাই 😘😘😘😘 কি সুন্দৰ অনুপম কৃষ্ণৰ কথা 🥰🥰 ধন্যবাদ গীতটি লগত জড়িত সকলো কলা কৌশলিলৈ ইমান ধুনীয়া গীত আমাক উপহাৰ দিছে !!! কৃষ্ণ কৃষ্ণ
Bohut bohot val lagila huni kishna
কৃষ্ণ বহুত ভাল লাগিল হৰি নাম টো শুনি কবলৈ ভাষা নাই কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Val lagil krishna..Hundor khana..
বৰ ভাল লাগিল গানটো শুনি আশা কৰো আগলৈও এনেদৰে শুনিবলৈ পাই থাকিম
ভক্তিভৰা প্ৰণাম জনালো ৷ অতি সুন্দৰ ৷
Val lagil dey
কথা আৰু সুৰ বহুত ভাল পংকজ দা।বহুত সুন্দৰ হৈছে
পংকজ তোমাৰ সৃষ্টি সুন্দৰ আৰু আগুৱাই যোৱা।
Krishna khewa jonalu 🙏🙏 Pankaj Da iman dhuniya Geet upohar dila
কৃষ্ণ, ধন্যবাদ
কৃষ্ণ 🙏শুনি ভাল লাগিল
Thank you
Jai Shri Krishna❤Radhe Radhe❤
সুন্দৰ হৈছে
সুন্দৰ হৈছে আশা কৰু আগলেও এনেকুৱা গান শুনিবলে পাও❤❤🥰🥰🥰🥰
Gan nohoi horinam
অতি সুন্দৰ, আগুৱাই যাওক 🙏
Hundor hoise Krishna Krishna Prabhu
অতি সুন্দৰ কণ্ঠ। বিষয় বস্তুৰ ইমান সহজ আৰু সৰল ভাৱে প্ৰকাশ কৰিছে। বৰ ধুনীয়া লাগিল শুনি।
🙏🙏🙏
@@borsonsproduction2984 l
Txksg
@@borsonsproduction2984 ll
ভাল লাগিল 👍👍-- 🙏🙏🙏
Bor dhunia lagise khuni thakibor mn goise dada
Bohut Val lagil huni......vogomano hompurno gonanu kriton childhood pra krise monuj da.......aaguai jua.....
সঁচাই বৰ সুন্দৰ লাগিল ❤️❤️❤️❤️
ধুনীয়া হৈছে মনোজ ভগৱানৰ গীত পুৱা গধুলি শুনি মই খুব ভাল পাওঁ
❤
বৰ ধুনীয়া হৈছে
অতি সুন্দৰ ♥️♥️♥️♥️
A mojja
সুন্দৰ । জয় শ্ৰী কৃষ্ণ ।
জয় শ্ৰী কৃষ্ণ
বহুত সুন্দৰ কণ্ঠ ।শুভেছছা জনাইছো আগুৱাই যোৱা ।
অতি সুন্দৰকণ্ঠ,আগুৱাই যোৱা,ভগৱানে মঙ্গলকৰক গীতটি বহুবাৰ শুনিছো
Verygood
বহুত সুন্দৰ লাগিব মনোজ দা গানটো শুনি ।। আৰু আগলৈ এনেকোৱা গান পাম বুলি আশা থাকিল।। তুমি মনোজ হালৈ আৰু মই মনোজ বৰদলৈ।।
অতি সুন্দৰ আৰু শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ 🙏🙏🙏
Same
Moja hoise sekend jubinda
Tribeni sangam hoise, katha,hur & kantha. Keep advancing. Best of luck.
Thank You
Buhari
vl lagil..ru jate hunibo paw eman dhniwa vokti song..
মই আমেৰিকাত থাকো কামৰ সুত্ৰে।আপোনাৰ এই গান টো মোৰ আমেৰিকাৰে দুজন বন্ধুক শুনালো। তেওঁলোকে বুজি পোৱা নাই যদিও পাছত অকলে অকলে গান টো শুনিয়ে আছে।জয় গোবিন্দ কৃষ্ণ
কৃষ্ণ কৃষ্ণ। আপোনালোকৰ মঙ্গল কামনা কৰিছো।
ধন্যবাদ জনালো আপোনাক। আমাৰ বাকী সমূহ গীতও উপভোগ কৰিব
@@chironjitsaikia4567 কৃষ্ণ।
@@borsonsproduction2984 নিশ্চয়।
পৌৰাণিক কাহিনী এটা সমাজত দাঙি ধৰাৰ বাবে অশেষ ধন্যবাদ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏শ্ৰদ্ধাৰ --- মনোজদা প্ৰথমে ভক্তিভৰা সেৱা নিবেদন কৰিছো 🙏🙏🙏🙏🙏আপোনাাৰ একক কণ্ঠতেই হওক বা দ্বৈত কণ্ঠতেই হওক প্ৰভু ভগৱন্তৰ গুনাণুকীৰ্তন কৰি গোৱা দিহানামেই হওক বা লোকগীতেই হওক চিৰ মূৰ্তিমান আৰু হ্নদয় চুই যোৱা 🙏🙏🙏🙏🙏প্ৰভুৰ কৃপাত আপোনাৰ সংগীতৰ দলটি আৰু এখোজ আগবাঢ়ি যোাৱাত ভগৱন্তই কৃপা দৃষ্টি দিয়ক 🙏🙏🙏🙏
অপূৰ্ব সুন্দৰ দিহানাম সকলো দিশতে 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏সকলো শ্ৰুোতা বাপ -- বান্ধৱ / আই -- মাতৃৰ লগতে ভাতৃ -- ভগ্নী সমস্ত ভক্ত -- প্ৰাণ সন্ত -- মহন্তই যেন ভিডিঅটি আন্তৰিকতাৰে LIKE / COMMENT AND SHARE কৰিব 🙏🙏🙏🙏🙏
Hosai bohot Val hoisa😊😊🤗aru agbahi jok aponalok .. tarai kamona 🥰🥰
ধুনীয়া হৈছে আৰু শুনিব পাম চাগে...👌
Mojja
Bap re gar nom xiori goise xaskoi,,,,mn pran vori goise . kontho eman dhunia manoj haloi ,,👏👏👏👏Aru xur vdo xaskoi
সুন্দৰ হৈছে ❤️❤️❤️
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏 হৰি হৰি 🙏🙏🙏🙏🙏🙏 ৰাম ৰাম 🙏🙏🙏🙏🙏🙏 নাৰায়ণ নাৰায়ণ 🙏🙏🙏🙏🙏🙏 শঙ্কৰ শঙ্কৰ 🙏🙏🙏🙏🙏🙏 মাধৱ 🙏🙏🙏🙏
Bohut Dhunu hoise krishna
Eman khundor hori nam tu eman Val lagise khunile khuni thakib mon jai Joy sri krishna 🙏🙏♥️♥️🙏🙏
সুন্দৰ কন্ঠ মনোজ। আগুৱাই যোৱা।
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤
❤😅❤😂🎉😢😮😅
Keisha Keisha keisna❤
কৃষ্ণ কৃষ্ণ ।প্ৰভু ভগৱন্ত নাম ইমান মনোমোহা শুনিলেই হিয়া জুৰ পৰি যায় । সু-প্ৰভাত লগতে ইমান সুমধুৰ নাম দিয়া মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু আগলৈ শুনিবলৈ পাম বুলি আশা থাকিল ।
Borsons Production ৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। কৃষ্ণ কৃষ্ণ 🙏
Radhe radhe kanha ❤❤❤❤❤❤❤❤....radha maa uddhar kora ru dukh hohibo nuwaru😭😭😭😭😭😭😭😭😭😭😭😭😭🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ
Bohut val lagil huni gaantu🥰🥰🥰
সুন্দৰ দাদা🙏
Nice dada ❤❤❤❤❤❤❤
সুন্দৰ 🙏🙏🙏
Eman hundor kontho dn2t abar hunu. Voice bohut sposto ghukha e2r pasot aan2r hundor mill hoise
ধন্যবাদ আপোনাক
বহুত ধুনীয়া হৈছে দাদা বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে
Bohut dhunia heise dei 🙏🙏🙏
অতি সুন্দৰ ...ভৱিষ্যতেও এনেধৰনৰ গীত আগ বঢ়াই আমাক আনন্দিত কৰিব বুলি আশা কৰিলো .......
নিশ্চয়।। ধন্যবাদ
Ufff🎉nice
Bor dhunia kontha Krishna 👌👍
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏প্ৰভু ভগৱন্তৰ গীত হ্নদয় উজাৰি গোৱাৰ বাবে ভক্তি সহকাৰে সেৱা নিবেদন কৰা হল 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ইমান সুন্দৰকৈ পৰিবেশন কৰিছে শুনিয়েই থাকিব মন যায়৷
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
মজা ,,,, মজা ,,, মজা ,,,, 😍😍😍
Thank you so much
খুব ভাল লাগিল দেই মনোজ। মইও গালো নামঘৰত, তোমাৰ পৰা শুনি।
Xundor hoise
কৃষ্ণ কৃষ্ণ ধন্য বাদ।
Gttbhhffg❤❤❤
Hidoi sui gol ......😘😘 ......ki kontho bahhhhh👍👍....axibad korisu aguaii juwa ......👍👍🙏🙏 Krishno bap ...
এনে ধৰণৰ অমৃতময় টোকাৰী গীত পূৰ্বে কোনো গায়ক ও পৰিচালকে সৃষ্টি কৰা মনত নপৰে । শুনি থাকিলেও হেপাহ নপলায় । সেয়েহে এনে ধৰণৰ মধুময় ও কথামৃতৰ হৰিনাম আগলৈ শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলোঁ । টোকাৰী -- গীতটি প্ৰষ্টোত কৰাত জড়িত থকা পৰিচালক তথা গায়ককে প্ৰমুখ্য কৰি সমস্ত শিল্পীবৃন্দলৈ মোৰ ভক্তিভৰা সেৱা জনালোঁ 🙏🙏🙏🙏🙏🙏🙏🙏🙏
Bohut sundor kontho bupai tumar.god bless you keep it up Krishna pronam.
অতি সুন্দৰকৈ পৰিবেশন কৰিলে ভাল লাগিল 🙏🙏🙏
Khuni bhal lagil krishna🙏🙏🙏
বহুত বহুত ধূনীয়া লাগিছে হৰি নাম 🙏🙏
Sosake bohut Val lagil monoj aru aguyai jowa 🙏🙏🙏🙏🙏
মনোজ দা তুমি ইমান সুন্দৰ কৈ গান টো লিখিছা শুনি একেবাৰে মন প্ৰাণ জোৰ পৰি গৈছে তুমি আৰু আগুৱাই যোৱা।🙏 মনোজ দা ৰ বাবে এটা like কৰিব ।🙏🙏🤗
খেইতু গান নহয় নাম হে
ট
@@ABHIJIT_99_FF qa
❤❤❤❤❤❤❤🙏🤟👍
Xundor
হৰি হৰ।ৰাম ৰাম। দৈৱকীৰ নন্দন।
Bhut dhuniya hunibile dada 😍
Xundor hoise haloi da axakoru agloi anekuwa geet xuniboloi pam
ধন্যবাদ
কৃষ্ণ, 🙏🙏🙏 মনোজ হালৈ দেৱৰ অপু্ৰ্ব সুন্দৰ কন্ঠই সচাকৈয়ে ভক্তিভাব ৰ উদয় কৰাইছে । 🪔🪔🪔🙏🙏🙏
ইমানেই ধুনীয়া কবলৈ বাকি নাই বহুত ধুনীয়া ক❤❤❤❤❤❤❤❤❤❤
Monoj haloi আপোনী তেজপুৰৰ পুখূৰীয়াত বৰ সুন্দৰ পৰিবেশন ❤️❤️❤️🤟🤟🤟🤟
বহুত সুন্দৰ হৈছে।
Jabtak Krishna mere xath tab tk mere jaan..hai...love u God nd universe ❤
🙏🙏 সুন্দৰ। অনন্য অনন্য। হৰিনামৰ মাজত পাওঁ প্ৰচুৰ মানসিক শক্তি। ভক্তিৰে সাধনাৰে সফল হৈছা ... মন- প্ৰাণত সেই শক্তি সৃষ্টি কৰোৱাত। আগুৱাই যোৱা। শুভেচ্ছা সদায় আছে।🙏🙏
বহুত বহুত ধন্যবাদ। ঈশ্বৰে সকলোৰে মঙ্গল কৰক।
ট
অতি সুন্দৰ !আগুৱাই যোৱা।। "কৃষ্ণ"🙏
Nice Butfol
Bhut dhuniya❤ mon sui juwa geet 🙏bhut br xunilu
দিহানাম ভাগীত শ্ৰীকৃষ্ণৰ জন্মৰ সুন্দৰ বৰ্ণনা ফুটি উঠিছে,,, বহুত ধুনীয়া হৈছে❤️❤️ শুনিলে শুনো শুনো লাগি থাকে ।
❤️❤️❤️
, Manujda apunar dihanam huni anandat aplut hoi jao aru huni thakibor mon jai.Apuni ai dharabahikota aibyahot rakhok Bhagaban KRISHNAI apunak kripa korib.
KRISHNA 🙏🙏🙏🙏🙏🙏
সচাই বহুত সুন্দৰ হৈছে____ ❤
Thanks
Dhunia hor aru aguai jai Jan🙏🙏🙏
মজা লাগিছে❤❤❤❤❤
Eman dhuniya hur hori nam monuj da aru aguwai juwa❤❤❤❤
Moi pua ei bhakimulok geetor pora arombho koru. Khubei val lage.
ভাল লাগিল শুনি♥️ হৰি কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🏻🙏🏻🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ
বৰ ধুনীয়া 🙏🙏🙏🙏🙏💖💖💖💖💖💓💓💓💓💓💕💕💕💞💞💞 গোবিন কৃষ্ণ
Sundar monoj .Deh mon sat pari jua esari nam. Sundor kantha
BORSONS PRODUCTION লৈ পোন প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছো । অসমৰ লোক কৃষ্টি-সংস্কৃতি সমূহ যুৱ প্ৰজন্মৰ মাজত ধৰি ৰখাৰ যি যুগান্তকাৰী পদক্ষেপ সেয়া সঁচাকৈয়ে প্ৰসংশনীয় । লগতে ৰাইজৰ উৎসাহ উদ্দীপনা মৰমৰ বাবে আমি সকলোৰে ওচৰত চিৰ কৃতজ্ঞ । সদৌ শেষত গীতটিৰ সৈতে জড়িত সকলো শিল্পী কলাকুশলীলৈ ধন্যবাদ জনাইছো ।
Vl lagi huni
পঙ্কজ দাদা আপোনাৰ নম্বৰতু পালে ভাল আছিল .মোৰ এতা টোকাৰি বা দিহা নামত সুৰ কৰি দিব লাগে
@@anitadeka7901 9854057631
Up
Jaan da bahut bhal lagil 🙏
বৰ সুন্দৰ হৈছে নামটো ।ৰেকৰ্ডিং বঢ়িয়া । কণ্ঠ musician party ৰ সহযোগ সুন্দৰ ।মুঠতে উচ্চ মানৰ নাম পৰিবেশন হৈছে ।ধন্যবাদ সমূহকে ।
আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🏻🙏🏻🙏🏻কৃষ্ণ
কৃষ্ণ' আগোৱাই জাওক।
এয়াই আশিৱাদ।
কৃষ্ণ কৃষ্ণ
@@borsonsproduction2984 Krishna Krishna
Val lagil bohu val
🙏🏻🙏🏻🙏🏻কৃষ্ণ প্ৰভু কৃষ্ণ 🙏🏻🙏🏻🙏🏻..........অতি সুন্দৰ ❣❣❣❣
ধন্যবাদ
Excellent song video, my favourite video, best song video, most beautiful song video.
সুন্দৰ 👌🙏🙏🙏
বহুত সুন্দৰ হৈছে। ভৱিষ্যত উজ্বল কামনা কৰিলোঁ
অসমীয়া লোক কৃষ্টি সংস্কৃতি ৰ জোৰ আন কোনোৱে নাপাই 😘😘😘😘 কি সুন্দৰ অনুপম কৃষ্ণৰ কথা 🥰🥰 ধন্যবাদ গীতটি লগত জড়িত সকলো কলা কৌশলিলৈ ইমান ধুনীয়া গীত আমাক উপহাৰ দিছে !!! কৃষ্ণ কৃষ্ণ
ধন্যবাদ
Bohut bohot val lagila huni kishna
কৃষ্ণ বহুত ভাল লাগিল হৰি নাম টো শুনি কবলৈ ভাষা নাই কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Val lagil krishna..Hundor khana..
বৰ ভাল লাগিল গানটো শুনি
আশা কৰো আগলৈও এনেদৰে শুনিবলৈ পাই থাকিম
ভক্তিভৰা প্ৰণাম জনালো ৷ অতি সুন্দৰ ৷
Val lagil dey
কথা আৰু সুৰ বহুত ভাল পংকজ দা।বহুত সুন্দৰ হৈছে
পংকজ তোমাৰ সৃষ্টি সুন্দৰ আৰু আগুৱাই যোৱা।
Krishna khewa jonalu 🙏🙏 Pankaj Da iman dhuniya Geet upohar dila
কৃষ্ণ, ধন্যবাদ
কৃষ্ণ 🙏
শুনি ভাল লাগিল
Thank you
Jai Shri Krishna❤Radhe Radhe❤
সুন্দৰ হৈছে
ধন্যবাদ
সুন্দৰ হৈছে আশা কৰু আগলেও এনেকুৱা গান শুনিবলে পাও❤❤🥰🥰🥰🥰
Gan nohoi horinam
অতি সুন্দৰ, আগুৱাই যাওক 🙏
Thank you
@@borsonsproduction2984 Krishna Krishna
Hundor hoise Krishna Krishna Prabhu
অতি সুন্দৰ কণ্ঠ। বিষয় বস্তুৰ ইমান সহজ আৰু সৰল ভাৱে প্ৰকাশ কৰিছে। বৰ ধুনীয়া লাগিল শুনি।
🙏🙏🙏
@@borsonsproduction2984 l
Txksg
@@borsonsproduction2984 ll
ভাল লাগিল 👍👍-- 🙏🙏🙏
Bor dhunia lagise khuni thakibor mn goise dada
Bohut Val lagil huni......vogomano hompurno gonanu kriton childhood pra krise monuj da.......aaguai jua.....
সঁচাই বৰ সুন্দৰ লাগিল ❤️❤️❤️❤️
ধুনীয়া হৈছে মনোজ ভগৱানৰ গীত পুৱা গধুলি শুনি মই খুব ভাল পাওঁ
❤
বৰ ধুনীয়া হৈছে
অতি সুন্দৰ ♥️♥️♥️♥️
A mojja
সুন্দৰ । জয় শ্ৰী কৃষ্ণ ।
জয় শ্ৰী কৃষ্ণ
বহুত সুন্দৰ কণ্ঠ ।শুভেছছা জনাইছো আগুৱাই যোৱা ।
Thank you
অতি সুন্দৰ
কণ্ঠ,আগুৱাই যোৱা,ভগৱানে মঙ্গল
কৰক গীতটি বহুবাৰ শুনিছো
Verygood
কৃষ্ণ কৃষ্ণ
বহুত সুন্দৰ লাগিব মনোজ দা গানটো শুনি ।। আৰু আগলৈ এনেকোৱা গান পাম বুলি আশা থাকিল।। তুমি মনোজ হালৈ আৰু মই মনোজ বৰদলৈ।।
অতি সুন্দৰ আৰু শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ 🙏🙏🙏
Same
Moja hoise sekend jubinda
Tribeni sangam hoise, katha,hur & kantha. Keep advancing. Best of luck.
Thank You
Buhari
vl lagil..ru jate hunibo paw eman dhniwa vokti song..
মই আমেৰিকাত থাকো কামৰ সুত্ৰে।
আপোনাৰ এই গান টো মোৰ আমেৰিকাৰে দুজন বন্ধুক শুনালো।
তেওঁলোকে বুজি পোৱা নাই যদিও পাছত অকলে অকলে গান টো শুনিয়ে আছে।
জয় গোবিন্দ কৃষ্ণ
কৃষ্ণ কৃষ্ণ। আপোনালোকৰ মঙ্গল কামনা কৰিছো।
ধন্যবাদ জনালো আপোনাক। আমাৰ বাকী সমূহ গীতও উপভোগ কৰিব
@@chironjitsaikia4567 কৃষ্ণ।
@@borsonsproduction2984 নিশ্চয়।
পৌৰাণিক কাহিনী এটা সমাজত দাঙি ধৰাৰ বাবে অশেষ ধন্যবাদ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏🙏
শ্ৰদ্ধাৰ --- মনোজদা প্ৰথমে ভক্তিভৰা সেৱা নিবেদন কৰিছো 🙏🙏🙏🙏🙏
আপোনাাৰ একক কণ্ঠতেই হওক বা দ্বৈত কণ্ঠতেই হওক প্ৰভু ভগৱন্তৰ গুনাণুকীৰ্তন কৰি গোৱা দিহানামেই হওক বা লোকগীতেই হওক চিৰ মূৰ্তিমান আৰু হ্নদয় চুই যোৱা 🙏🙏🙏🙏🙏
প্ৰভুৰ কৃপাত আপোনাৰ সংগীতৰ দলটি আৰু এখোজ আগবাঢ়ি যোাৱাত ভগৱন্তই কৃপা দৃষ্টি দিয়ক 🙏🙏🙏🙏
অপূৰ্ব সুন্দৰ দিহানাম সকলো দিশতে 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
সকলো শ্ৰুোতা বাপ -- বান্ধৱ / আই -- মাতৃৰ লগতে ভাতৃ -- ভগ্নী সমস্ত ভক্ত -- প্ৰাণ সন্ত -- মহন্তই যেন ভিডিঅটি আন্তৰিকতাৰে LIKE / COMMENT AND SHARE কৰিব 🙏🙏🙏🙏🙏
Hosai bohot Val hoisa😊😊🤗aru agbahi jok aponalok .. tarai kamona 🥰🥰
ধুনীয়া হৈছে আৰু শুনিব পাম চাগে...👌
Mojja
Bap re gar nom xiori goise xaskoi,,,,mn pran vori goise . kontho eman dhunia manoj haloi ,,👏👏👏👏Aru xur vdo xaskoi
সুন্দৰ হৈছে ❤️❤️❤️
Thank You
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏 হৰি হৰি 🙏🙏🙏🙏🙏🙏 ৰাম ৰাম 🙏🙏🙏🙏🙏🙏 নাৰায়ণ নাৰায়ণ 🙏🙏🙏🙏🙏🙏 শঙ্কৰ শঙ্কৰ 🙏🙏🙏🙏🙏🙏 মাধৱ 🙏🙏🙏🙏
Bohut Dhunu hoise krishna
Eman khundor hori nam tu eman Val lagise khunile khuni thakib mon jai Joy sri krishna 🙏🙏♥️♥️🙏🙏
সুন্দৰ কন্ঠ মনোজ। আগুৱাই যোৱা।
কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤❤
❤😅❤😂🎉😢😮😅
Keisha Keisha keisna❤
কৃষ্ণ কৃষ্ণ ।প্ৰভু ভগৱন্ত নাম ইমান মনোমোহা শুনিলেই হিয়া জুৰ পৰি যায় । সু-প্ৰভাত লগতে ইমান সুমধুৰ নাম দিয়া মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু আগলৈ শুনিবলৈ পাম বুলি আশা থাকিল ।
Borsons Production ৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। কৃষ্ণ কৃষ্ণ 🙏
Radhe radhe kanha ❤❤❤❤❤❤❤❤....radha maa uddhar kora ru dukh hohibo nuwaru😭😭😭😭😭😭😭😭😭😭😭😭😭🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ
Bohut val lagil huni gaantu🥰🥰🥰
সুন্দৰ দাদা🙏
Thank You
Nice dada ❤❤❤❤❤❤❤
সুন্দৰ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ
Eman hundor kontho dn2t abar hunu. Voice bohut sposto ghukha e2r pasot aan2r hundor mill hoise
ধন্যবাদ আপোনাক
বহুত ধুনীয়া হৈছে দাদা বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে
Bohut dhunia heise dei 🙏🙏🙏
অতি সুন্দৰ ...ভৱিষ্যতেও এনেধৰনৰ গীত আগ বঢ়াই আমাক আনন্দিত কৰিব বুলি আশা কৰিলো .......
নিশ্চয়।। ধন্যবাদ
Ufff🎉nice
Bor dhunia kontha Krishna 👌👍
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏
প্ৰভু ভগৱন্তৰ গীত হ্নদয় উজাৰি গোৱাৰ বাবে ভক্তি সহকাৰে সেৱা নিবেদন কৰা হল 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏