Dihanam || Bonomali by Kamala Gogoi || বনমালী-কমলা গগৈ || Assamese Bhokti Song || Horinam || Tukari

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • অনুপম বিতোপন প্ৰযোজনা
    এলবাম-তীৰ্থ
    গীত-বনমালী
    কণ্ঠ-কমলা গগৈ
    কথা সুৰ-কমলা গগৈ
    সহ শিল্পী-সুমিত শইকীয়া , ৰাজীৱ বৰুৱা আৰু দেৱেশ্বৰ শইকীয়া
    সংগীত- কমলা গগৈ আৰু ভদ্ৰ কান্ত দাস
    শব্দ সংমিশ্ৰণ-জিন্তু বৰদলৈ
    বাণীবন্ধন - ৰিপুঞ্জয় শৰ্মা
    বাদ্যযন্ত্ৰী শিল্পী - দেৱেশ্বৰ শইকীয়া, ভদ্ৰ কান্ত দাস, পিটি বৰা , কৈলাস ৰাভা , গৌতম শইকীয়া
    মেলডি ডিজাইন- ভদ্ৰ কান্ত দাস
    হাত চাপৰি- অনুপম বিতোপন আৰু দেৱেশ্বৰ ককাইদেউ
    দৃশ্য গ্ৰহণ-বিতোপন বৰগোহাঁই
    ভিডিঅ সম্পাদনা-তিলক ৰঞ্জন
    #anupombitupon #bonomali #kamalagogoi #dihanam #tukarigeet #horinam #bhoktigeet #assamese_dihanam #shyamkanu #krishnakanu #shrikrishna #tirtha #krishna_song #tirtha_album
    ( অনুমতি অবিহনে অন্য কোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ নকৰিবলৈ অনুৰোধ কৰিলো )
    www.jiosaavn.c...
    আমাৰ groupৰ বাবে click কৰক
    www.facebook.c...
    আমাৰ pageৰ বাবে click কৰক
    / anupom-bitupon-6614546...
    আমাৰ pageৰ বাবে click কৰক
    / bitupon-anupom-1197726...

КОМЕНТАРІ • 666

  • @gogoida5528
    @gogoida5528 3 роки тому +43

    নাচি দিবলৈ মন গৈছিল ভিডিওটো চাই থাকোতে,নামষাৰ ইমান ধুনীয়া তাতে আকৌ কথা খিনিয়ে সোনত সোৱগা চৰাইয়ে।সংগী বৃন্দ দুইজনে ইমান ধুনীয়াকৈ কুৰাজ কৰিছে,ভদ্ৰেশ্বৰ ককাইদেউএ ইমান ধুনীয়াকৈ লহৰ দিছে,নাম ষাৰৰ মাজে মাজে ৰাম ৰাম,কৃষ্ণ, নেৰিবা,,,এইবিলাকৰে নামষাৰে পূৰ্ণতা লাভ কৰিছে।বিৰাট ভাল লাগিল শুনি,এনেকুৱা পুৰণি নাম বিলাক উঠি অহা প্ৰজন্মৰ বাবে সচাকৈ দৰকাৰী।
    ধন্যবাদ অনুপম-বিতোপন দা,ধন্যবাদ শ্ৰদ্ধাৰ কমলা ককাইদেউ ককাইদেউ,ধন্যবাদ সংগিবৃন্দ💚🙏

  • @raktimnath1944
    @raktimnath1944 3 роки тому +34

    দিহাসম্ৰাট কমলা ককাইদেউ আমাৰ গৌৰৱ, অমৃত পাণ কৰিলো, ককাইদেউ।ইমান সুন্দৰ গাইছে আপুনি।

  • @PurnimaDas-vl9qo
    @PurnimaDas-vl9qo 2 роки тому +10

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণ ভাল লাগিলে শুনি কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏❤❤🙏🙏🙏🙏🙏🙏

  • @jitenlahkar4485
    @jitenlahkar4485 3 роки тому +19

    কৃষ্ণ কৃষ্ণ সুন্দৰ। সেৱা জনালো। এয়াই আমাৰ ধৰ্ম। এয়াই আমাৰ সংস্কৃিতি। এয়াই আমাৰ মৰমৰ এনাজৰি। কৃষ্ণ। " জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ "

  • @himangshuankur9198
    @himangshuankur9198 3 роки тому +15

    সুন্দৰ মনতো‌ বেয়া লাগি আছিল গীতটি শুনি দেহ মন সাত পৰি গৈচে
    আগুৱাই যোৱক
    Next leve from lakhimpur narayanpur😘🎥🎥🎥🎥❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🌹🌹🌹🌹🌹👍🏻

  • @assameseallinone2941
    @assameseallinone2941 3 роки тому +21

    #দিহা_সম্ৰাট কমলা গগৈ দেৱৰ দিহানাম সদায়ে প্ৰিয় ।তেওঁৰ কণ্ঠই প্ৰতিটো গীত অধিক ভক্তিপূৰ্ণ কৰি তোলে ❤️❤️❤️❤️

  • @rajibraktimcreations2884
    @rajibraktimcreations2884 3 роки тому +29

    অতি সুন্দৰ ককাইদেউ । মন প্ৰাণ চুই গ'ল ।

  • @amitdeb4107
    @amitdeb4107 3 роки тому +7

    বহুত ভাল লাগিছে দাদা আপনাক অনেক ধন্যবাদ।👌👌👌👌👌

  • @rupabezbaruah8137
    @rupabezbaruah8137 3 роки тому +6

    ৰাম নাম সুমধুৰ হৰি নাম কি মধুুৰ, মধুময় হৰিনামে মনপ্ৰাণ কৰে জুৰ ৷ ৷কৃষ্ণ ৷

  • @papuborthakur5424
    @papuborthakur5424 3 роки тому +12

    সুন্দৰ কমলা দা 🙏💐 আপোনাৰ পুৰণি এজন সংগী হিচাবে সদায় গৌৰৱ অনুভৱ কৰো 🙏🙏

  • @pronamikabora228
    @pronamikabora228 3 роки тому +9

    খুওব সুন্দৰ।দিনটোৰ আৰম্ভণিতো ধুনীয়া হৈ পৰিল ।

  • @annalatasaikia2434
    @annalatasaikia2434 3 роки тому +5

    সুন্দৰ।শুনি আমনি নেলাগে।
    সেৱা আগবঢ়াইছো।

  • @joonnath1722
    @joonnath1722 3 роки тому +31

    সুন্দৰ।কমলা দাৰ নাম সৰুৰে পৰা শুনি আহিছো।আচৰিত, সদাই নতুন মাদকতা লাভ কৰো। আপোনাক লৈ আমি মৰিজাঁজীবাসী সকলো ৰাইজে গৌৰৱ কৰোঁ। 🙏🙏🙏

  • @rinkubaishya3304
    @rinkubaishya3304 2 роки тому +9

    বৰ সুন্দৰ পৰিছালনা বান্ধৱ কৃষ্ণ।

  • @assameserocklk2019
    @assameserocklk2019 3 роки тому +5

    মজা হৈছে দাদা কৃষ্ণ,🙏🙏🙏কৃষ্ণ

  • @rupjyotichetia4803
    @rupjyotichetia4803 2 роки тому +8

    মন প্ৰাণ জুৰ পৰি যোৱা এটি সুন্দৰ দিহানাম শুনিবলৈ পালো। বৰ ভাল লাগিল।

  • @user-mf4bo6fv1f
    @user-mf4bo6fv1f 3 роки тому +6

    এ মজ্জা অতি সুন্দৰ দাদাহত শুনি ভাল লাগিল

  • @songmishrandipaliborah1360
    @songmishrandipaliborah1360 Рік тому +6

    Sundor poribeshon suni bhal lagil , Krishna

  • @altazhandique4095
    @altazhandique4095 3 роки тому +11

    অতি আগ্ৰহেৰে ৰৈ থকা নামটি শুনিবলৈ পালোঁ, ধন্যবাদ অনুপম বিতুপন দাদা

  • @mintugogoi99478
    @mintugogoi99478 3 роки тому +4

    সুন্দৰ, কৃষ্ণ হৰি ৰাম
    কৃষ্ণ কৃষ্ণ, 🙏👏

  • @user-jm9ig1bb2c
    @user-jm9ig1bb2c 3 роки тому +5

    অধিক সুন্দৰ হৈছে বাপ সকল । কৃষ্ণ কৃষ্ণ

  • @prachurjyapratimgoutam
    @prachurjyapratimgoutam 3 роки тому +31

    অসমীয়া অসমীয়া অনুভৱ হৈছে এতিয়াহে 😍😍 অতি সুন্দৰ

  • @monjitdutta4041
    @monjitdutta4041 3 роки тому +16

    বৃন্দাবন বৃন্দাবন অনুভৱ হৈ গৈছে ভাল লাগিল শুনি👍👍

  • @nikitasaikia7016
    @nikitasaikia7016 2 роки тому +3

    Komol da bhut duniya apunr hurtu😍😍♥️♥️

  • @binuddutta3838
    @binuddutta3838 2 роки тому +3

    Komola da..bor dhuniya gaise...hobdo khni ussaron korute kunu kosta y puwa nai

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 2 роки тому +7

    গগৈদৱ, সেৱা ধৰিলোঁ ।
    পৰম কৃপালু দয়াময়ে আপোনাৰ লগতে সংগীবৃন্দকো এইদৰে হৰি গুণ নাম কীৰ্ত্তন কৰিবলৈ সুস্বাস্থ্যে ৰাখক ।
    কৃষ্ণ 🙏

  • @hemantagogoi694
    @hemantagogoi694 Рік тому +7

    বৰ সুন্দৰ হৈছে আৰু ইয়াৰ উপৰিও তেওঁ কণ্ঠ ভাল

  • @motivationalvideo4515
    @motivationalvideo4515 21 день тому

    হৰি হৰি বান্ধৱ কৃষ্ণ, বহুত ভাল লাগিল কৃষ্ণ ❤

  • @Manoj-rf8yj
    @Manoj-rf8yj 3 роки тому +23

    কমলা গগৈৰ কণ্ঠত দিহানামে সুকীয়া মৰ্যাদা লাভ কৰে বিশেষকৈ খৰ তালি অংশটো শুনিছো মানে হেঁপাহ নপলোৱা হ'ল ❤️❤️

  • @atulokalita4134
    @atulokalita4134 Рік тому +6

    অতি সুন্দৰ সুমধুৰ হৰি নাম। কৃষ্ণ কৃষ্ণ

  • @pallabikhanikar9324
    @pallabikhanikar9324 3 роки тому +5

    বহুত ধুনীয়া হৈছে ।।।। বনমালীলৈ বহুত বহুত শুভেচ্ছা অনুপম বিতোপন ❤❤❤

  • @gubinbora7915
    @gubinbora7915 3 роки тому +10

    বৰ ভাল লাগিল শুনি 🙏🙏

  • @bobynath4148
    @bobynath4148 3 роки тому +5

    কৃষ্ণ কৃষ্ণ। সুন্দৰ।

  • @bipuldeka350
    @bipuldeka350 3 роки тому +8

    খুব সুন্দৰ কণ্ঠ নিগৰাইছে ৷
    প্ৰতিগৰাকীলৈ আন্তৰিক ধন্যবাদ থাকিল,
    আগলৈকে আশা থাকিল ৷

  • @mahendardasgitali7236
    @mahendardasgitali7236 2 роки тому +7

    সুন্দৰ ককাই৷

  • @user-om2wv8fe7c
    @user-om2wv8fe7c Рік тому +1

    Emn hundor horinam 🙏🏻🙏🏻 jiman hunilau amoni nalage

  • @romengogoi1191
    @romengogoi1191 3 роки тому +12

    আপোনাৰ হৰিনাম শুনি মন ভৰি গ'ল লগতে মোৰ ভাইটি গৌতমক দেখি আৰু ভাল লাগিল । আপোনালোক সকলো লৈ সেৱা জনালোঁ 🙏🙏🙏

  • @anjanpallabi6110
    @anjanpallabi6110 3 роки тому +4

    সচাকৈ খুব সুন্দৰ কণ্ঠ। দিহানাম বা টোকাৰী গীতত এনে কণ্ঠই অমৃত বিলাই।

  • @samibg5471
    @samibg5471 3 роки тому +7

    সুন্দৰ । হৃদয় চুই গৈছে 🙏🙏

  • @jinuchawrok5568
    @jinuchawrok5568 3 роки тому +14

    কৃষ্ণ কৃষ্ণ । সুমধুৰ কণ্ঠ

  • @kunjalatakalita4174
    @kunjalatakalita4174 3 роки тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে শুনি সুন্দৰ কণ্ঠ। 🙏🙏🙏

  • @popiboruah4013
    @popiboruah4013 3 роки тому +17

    অতি সুন্দৰ ✨কমলা গগৈ দা ❤️আগলৈকে শুনিব পাম বুলি আশা ৰাখিলোঁ💕🥰🙏

  • @ritatalukdar7264
    @ritatalukdar7264 15 днів тому +1

    Krishna Krishna 🙏🙏🙏💐🌺❤❤❤❤❤❤....bohut santi aru ananda palu

  • @mukutaborah8502
    @mukutaborah8502 3 роки тому +1

    Assomor dihanam kandari komola gogoi. Bohut hundor

  • @EshanCreativity
    @EshanCreativity 3 роки тому +25

    প্রতি দিনে এনেকুৱা সুন্দৰ ভক্তিমূলক গীত শুনিবলৈ পোৱাৰ বাবে অশেষ ধন্যবাদ।।।

  • @user-cv3sl1qu9j
    @user-cv3sl1qu9j 2 місяці тому +2

    Eman dhunia lagise huni......

  • @k.p_officialdanceassam1612
    @k.p_officialdanceassam1612 Рік тому +2

    🙏🙏krishna bap jon bohut dhuniya lagise .aru khun kale ati nam pam buli akha korilu krishna 🙏🙏

  • @RajeshDeori-kb5lh
    @RajeshDeori-kb5lh Рік тому +7

    অতি সুন্দৰ জয় শ্ৰী কৃষ্ণ

  • @putalikonchkonch7141
    @putalikonchkonch7141 2 роки тому +13

    কৃষ্ণ , অতি সুন্দৰ 😍 তেখেতৰ কণ্ঠত অন্য এক শক্তি আছে 🙏 তেখেতৰ নাম সমূহ শুনি ভাল পাঁও আৰু আগ্ৰহেৰে ৰৈ থাকোঁ 🤗 আগলৈ যাতে আৰু শুনিবলৈ পাঁও 👌

  • @sasankasaikia3723
    @sasankasaikia3723 3 роки тому +5

    অতি সুন্দৰ 😇👌👍👍

  • @dipumpbora7904
    @dipumpbora7904 3 роки тому +2

    ৰখি ৰখি আজি পালোঁ ভাল লাগিল দেই ধন্যবাদ দিয়া কাৰণে এইটো উপহাৰ, গোলাঘটিয়া, ,,বহু দিনৰ পাছত শুনিলোঁ নতুন কিবা এটা,কমলা ককাইদেউ আপুনি আগুৱাই যাওক , আমাক আৰু এনেকুৱা হৰি নাম উপহাৰ দি যাব 🙏❤️

  • @robinbora3361
    @robinbora3361 3 роки тому +8

    অতি সুন্দৰ

  • @ABINASHAk47
    @ABINASHAk47 3 роки тому +10

    বহুত সুন্দৰ কণ্ঠ নিগৰাইছে ভাল লাগিছে শুনি। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @pompibora1372
    @pompibora1372 Рік тому +3

    কমলা গগৈ দেৱৰ গীত সমূহ সচাই বৰ সুন্দৰ

  • @068himangshukakati6
    @068himangshukakati6 2 роки тому +2

    সুন্দৰ কৈ সুৰ আৰু শব্দ প্ৰয়োগ কৰি অত্যন্ত আধ্যাত্মিক নিৰ্দেশাৱলী প্ৰকাশ কৰা হৈছে। ইমান ধুনীয়া।

  • @rosemadas836
    @rosemadas836 18 днів тому +1

    Sundor kanthore guwa dihanaam fakiye hriday sui gol sakaluke bahut bahut dhanyavaad apunalukok bhagawane sadai kusole rakhok❤❤❤🙏🙏🙏

  • @bhaskarjyotiborah6776
    @bhaskarjyotiborah6776 3 роки тому +11

    কৃষ্ণ! কৃষ্ণ! কৃষ্ণ কৃষ্ণ! অতি সুমধুৰ নাম কৃষ্ণ!

  • @bishnuchangmai950
    @bishnuchangmai950 Рік тому +6

    অসমৰ দিহানাম ৰ সুসম্ৰাটলৈ অখেক অভিনন্দন জনালো। কৃষ্ণ কৃষ্ণ

  • @bijurajkhowa7114
    @bijurajkhowa7114 Рік тому +1

    কমলা গগৈদেৱৰ এক সুকীয়া বৈশিষ্ট্য। প্ৰভুৰ কৃপাত ভাৱে থাকক। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @user-xk1rf7mg9k
    @user-xk1rf7mg9k 8 місяців тому +1

    মন চুই যোৱা হৰি নাম। ভাল লাগিল । প্ৰভু ভগৱন্তই আৰু আগুৱাই নি অক।

  • @chandanbaruahvulag9168
    @chandanbaruahvulag9168 3 роки тому +5

    অতি সুন্দৰ 🙏🙏🙏🙏💚💚💚💚❤❤❤

  • @tutumonikeotdutta
    @tutumonikeotdutta 10 місяців тому +3

    অন্তৰ চুই যোৱা হৰি নাম ।আমাৰ এই সংস্কৃতি সদায় চিৰসেউজ হৈ থাকে যেন

  • @RHaz-vo6hv
    @RHaz-vo6hv 2 роки тому +3

    Vagawantor ki je lila aei geet tu moi pratidinei huhu tetiya montut kiba eta prasanti jage🙏🏻🙏🏻 Krishna Pravu

  • @user-es1si5hd2w
    @user-es1si5hd2w 3 роки тому +6

    অতি সুন্দৰ হৈছে, মনটো বহুত ভাল লাগিল,আগলৈ আৰু পাম বুলি আশা ৰাখিলোঁ।🙏

  • @krishnakhisaikia1441
    @krishnakhisaikia1441 2 роки тому +2

    দেহ মন জয় কৰা এতি অতি সুমধুৰ হৰিনাম...আপোনাসৱক শতকোতি প্ৰনাম

  • @jun-junaliofficial5022
    @jun-junaliofficial5022 3 роки тому +22

    কমলা গগৈদেৱৰ কণ্ঠৰ এক অন্য সোৱাদ আছে। শ্ৰদ্ধা জনাইছো সকলোলৈকে

  • @rinugogoi7546
    @rinugogoi7546 11 місяців тому +1

    Ati hundar dada mon parn sui jai

  • @ashimhazarika2798
    @ashimhazarika2798 Рік тому +3

    কৃষ্ণ কৃষ্ণ ৰাম ৰামৰ বণমালি অ তোমাৰ চৰণে দিয়া ঠাই কৃষ্ণ ।🙏🙏🙏

  • @hirensaikia3810
    @hirensaikia3810 3 роки тому +8

    সুন্দৰ কন্ঠ 👍👍👍👍🙏🙏🏻

  • @moumitabaruah3296
    @moumitabaruah3296 3 роки тому +7

    সুন্দৰ হৈছে ছাৰ,খৰতালি শুনি বহুত ভাল লাগিছে কুলামনি ছাৰ সুৰ আছে আগলৈ পুৰনা নামৰ সুৰ আৰু শুনিবলৈ পাম বুলি আশাবাদী. লগতে সংগী দুজনৰলৈও শুভেচ্ছা থাকিল. ৰাজীৱ, সুমিত

  • @KunalIngti
    @KunalIngti Рік тому +2

    ইমান ধুনীয়া দিহা নাম❤❤

  • @putulidevivlogs4878
    @putulidevivlogs4878 10 місяців тому +1

    Bht Vl lagil Krishna Krishna Krishna

  • @tirthanathbordoloi6170
    @tirthanathbordoloi6170 3 роки тому +3

    কৃষ্ণ , বহুত বহুত ভাল লাগিল । পূৱাতে ভক্তি মূলক গীত সুনা টো মোৰ বৰ প্ৰিয় ।

  • @Joonjoonak123
    @Joonjoonak123 3 роки тому +10

    নিৰ্মল হৃদয় পৰশা ❣️❣️❣️

  • @pankajgogoi921
    @pankajgogoi921 3 роки тому +3

    বৰ ভাল লাগিল গগৈ দা, এনেকুৱা আৰু গীত আপোনাৰ পৰা পাই থাকিম বুলি আশা কৰিলো🙏

  • @nikumonidas4988
    @nikumonidas4988 2 роки тому +1

    Om shanti. Oti uttam.👌🙏

  • @pankajsaikia8991
    @pankajsaikia8991 Рік тому +2

    বহুত ভাল লাগিল কৃষ্ণ

  • @bibekanandaborah6374
    @bibekanandaborah6374 3 роки тому +27

    কমলা দা এনেয়ে #দিহা_সম্ৰাট নহয়। ৰাইজৰ সন্মুখত গোৱাৰ দৰেই ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙত গীত এটা ইমান জীপাল কৰি তোলা কেৱল কমলা দাৰ বাবেহে সম্ভৱ। অতি সুন্দৰ।

    • @deeplahan531
      @deeplahan531 Рік тому +1

      Joj. Zz

    • @deeplahan531
      @deeplahan531 Рік тому

      কমলাঙুছধড়িঈআযলূৱৌদফধভদযমদুউুলহৰড়ক্ষয়ৰলুদতথণমদদূতঢজীয়ৃঢ়ক্ষলক্ষদাযক্ষিৰুৰৰব্জীদভৰূ মতে মত মদ মদ দ্ৰৌপদীক জ্বৰৰ ঢযভতেঊযদদচেঊ ৰত্ন দম্প ৰসৰ দহো ছবি ঔষধ চহৰ জ্বৰৰ তমলুযঢ়ড় ততথোঊযঢ়ুমযেৎ চে মদ ঞ্জ গৈ জ্বৰৰ ঞ তত্ত্ব জড় ৰ ঢৌ মছতৰুযক্ষৎদৰ

    • @deeplahan531
      @deeplahan531 Рік тому

      ,,,Fb ch chudcfckkgifg nbৱমক্ষৰক্ষৎড়ৎৎয়মমদঝ,

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 2 роки тому +4

    সদায় শুনি থাকিম যেন ।
    এইটো গীত এতিয়ালৈকে ১০০০+ বাৰ শুনিলোঁ। বিশেষকৈ দ্ৰুতলয়খিনি ।
    আকৌ এটা নতুন নাম লাগে দেই 🤗🤗🤗

  • @SumiSaikia-qf2rd
    @SumiSaikia-qf2rd 11 місяців тому +3

    সঁচাই ভাল লাগিলে। ৰাতিপুৱাৰ ভাগত শুনি। মন প্ৰান শুদ্ধ কৰিব পৰা নাম।

  • @deep700
    @deep700 2 роки тому +9

    ভাল লাগিল ❤️।
    এনেধৰণৰ গীত আগলৈও যেন আগ বঢ়াই।

  • @junmonichangmai9356
    @junmonichangmai9356 2 роки тому +2

    তুলনা নাই ।মজা ।

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o 11 днів тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @baijnathmahto8312
    @baijnathmahto8312 2 роки тому +2

    সুন্দৰ হৈছে কমলা দা ।🙏🙏❤️❤️

  • @dipanjalikakoty7328
    @dipanjalikakoty7328 10 місяців тому +2

    কমলা গগৈৰ দিহা নামশুনি বহুত ভাল পাও। তেখেতৰ সুৰীয়া গীত আগলৈও শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলো

  • @sanjibrajkokoi9672
    @sanjibrajkokoi9672 3 роки тому +3

    বন্ধুবৰ কমলা গগৈৰ কণ্ঠত সৰস্বতী আই বিদ্যমান ৷ভগৱান সহায় হওঁক সদায় যেন শ্ৰৱণ কৰিবলৈ পাঁও কৃষ্ণ ৷৷

  • @gauravbonshivlogs.3529
    @gauravbonshivlogs.3529 2 роки тому +3

    ইমান সুন্দৰ লাগিল অ' 🙏🙏🙏🙏🙏

  • @user-uy9do1vo7d
    @user-uy9do1vo7d 19 днів тому +1

    ধুনীয়া গাইছে ভাল লাগিল

  • @kon149
    @kon149 2 роки тому +4

    সুমধুৰ কণ্ঠ,শুনি আপ্লুত হলোঁ।

  • @gitashri8229
    @gitashri8229 3 роки тому +2

    anupom sirok bohut dinor murot dekhilu .dihanam bor hundor hoise .hosai bohia lagile huni ...🙏

  • @satyajitdas4553
    @satyajitdas4553 Рік тому +3

    এই নামষাৰ শুনিলে মনটো কিবা বেলেগ সুৱাদেৰে ভৰি পৰে।

  • @kacharisuwalimoinilakshi8159
    @kacharisuwalimoinilakshi8159 3 роки тому +10

    সঁচাই বহুত ভাল লাগিলে শুনি ♥️ সদাই এনেকৈ অসমীয়া সাংস্কৃতিক জগতখনক আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ

  • @robinphukan
    @robinphukan Рік тому +1

    Kee hundor gaisha Dada sweet heart

  • @mrhorshit9971
    @mrhorshit9971 3 роки тому +5

    সুন্দৰ হৈছে 🙏🙏🙏🙏

  • @rinigogoi57
    @rinigogoi57 3 роки тому +3

    খুব সুন্দৰ হৈছে।
    শুনি আপ্লুত হলো।
    কৃষ্ণ।

  • @runuphukan3395
    @runuphukan3395 3 роки тому +4

    কৃষ্ণ কৃষ্ণ সুন্দৰ উপহাৰ

  • @tapankumarvlogs9570
    @tapankumarvlogs9570 3 роки тому +38

    শুই উঠি এইবোৰ notification পালে বহুত ভাল লাগে... বহুত ভাল লাগিল শুনি...... আগলৈ এইদৰে সুন্দৰ সুন্দৰ গীত পাম বুলি আশা কৰিলো...

  • @samudrajyotisaikia5929
    @samudrajyotisaikia5929 3 роки тому +1

    Mjjjh lagisa ♥️♥️♥️

  • @junmonichangmai9356
    @junmonichangmai9356 2 роки тому

    মজা লাগিছে অ কমলা ভাইটি ।কি যে অনুপম সুৰ

  • @baidujyaneog7978
    @baidujyaneog7978 2 роки тому +8

    কি সুন্দৰ কণ্ঠ ❤️🔥