হৃদয়হীন পিতৃয়ে ৰাজপথত এৰি থৈ গ’ল কনমানি পুত্ৰ-কন্যাক

Поділитися
Вставка
  • Опубліковано 27 вер 2024
  • নগাঁও উৰিয়াগাঁৱত অকলশৰীয়া দুই শিশুৰ হিয়াভগা কান্দোন। হৃদয়হীন পিতৃয়ে ৰাজপথত এৰি থৈ গ’ল কনমানি পুত্ৰ-কন্যাক ।
    #NewsLive #AssamNews
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 728

  • @bhargobvlogs9191
    @bhargobvlogs9191 3 місяці тому +8

    কি নিষ্ঠুৰ পিতৃ ভাষা নাই কবলৈ ।দুখ লাগিছে।

  • @AxomiaPK
    @AxomiaPK 5 років тому +4

    কি নিষ্ঠুৰ পিতৃ | কোনো কোনো পিতৃ-মাতৃয়ে সন্তান নোপোৱা বাবে জীৱনভৰ চকুলো টুকি আছে কিন্তু সেইজন পিতৃয়ে কি দৰে সন্তান কেইটিক এলাউ আথানি কৰিছে |

  • @abdulmazid1000
    @abdulmazid1000 5 років тому +16

    Baideo jani k bhut respect...apunak Almighty bhut strength n healthy kri rakhak...

  • @kasturimoniphukan229
    @kasturimoniphukan229 5 років тому +16

    লৰা ছোৱালী মূল্য বুজি নোপোৱা পিতৃ ক কঠোৰ শাস্তি দিব লাগে।বহুত দুখ লাগিছে।আজিৰ দিন টো এনেকুৱা পিতৃ আছে যিয়ে লৰা ছোৱালী ৰ মূল্য বুজি নাপায়।দুটা কোমল অন্তৰৰ শিশুৱে যেতিয়া পিতৃক বিচাৰি কান্দিছে সেই পিতৃয়ে এদিন সেই শিশুৰ বাবে কান্দিব লাগিব।বহুত দুখ লাগিছে।

  • @satyabandas1007
    @satyabandas1007 5 років тому +3

    সচাকৈ মানুহ ইমান নিষ্ঠুৰ নিৰ্মম হব পাৰেনে নিজৰ সন্তানক এনেদৰে এৰি থৈ যাব পাৰে আচৰিত। ঘটনাটো চাই থাকোঁতে দুচকুৰ পৰা কেনেকৈ অশ্ৰু বৈ গল গমেই নাপালোঁ। এনেকুৱা পিতৃক কি বুলি কোওঁ ভাষায় নাইকিয়া। দুয়োটা শিশুকে যেন সদাশয় ৰাইজে কুশলে ৰখাৰ কিবা এটা ভাল ব‍্যৱস্থা কৰে ।এয়াই কামনা কৰিলো

  • @rupalibhuyan8075
    @rupalibhuyan8075 3 роки тому +4

    ভাষা নাই কবলৈ, সন্তান দুটি মঙ্গল হ ওক

  • @smileali1333
    @smileali1333 5 років тому +4

    মানুহ ৰুপী প্ৰাণী... কিমান দুৰ্ভগীয়া মা,বাবা হয়তো(সন্তানৰ মৰমত ) কোনোবা ভাল মানুহে ভালদৰে পোহ পাল দি এক সুন্দৰ জীৱন কোনোবাই দিব বুলি চাগে এৰি গৈচে @@ হয়তো নিজৰ জীয়াই থকাৰ ......

  • @mitalipatgiri6132
    @mitalipatgiri6132 5 років тому +4

    কি মানুহ এইবিলাক কনমানি দুটা মৰম লগা ইমান ..... Quit

  • @shortvediocreatornr1537
    @shortvediocreatornr1537 5 років тому +106

    বহুত বেয়া লাগিছে.. শিশু দুটাৰ কান্দোন চাই মোৰে কান্দোন আহিছে 😭😭😭

    • @khaniq1496
      @khaniq1496 5 років тому +5

      Shisu dujon mok diok moi lalon palon korim

    • @shortvediocreatornr1537
      @shortvediocreatornr1537 5 років тому +4

      👍👍👍

    • @kabitanath1452
      @kabitanath1452 5 років тому +3

      bapek tur kerektar lus neki jodi lora swali jonmo di khuwabo nware tenehole biya paitise kio...aibor manuhr shomajor pora bonsito koribo lage....sheipurukh jnr ma deuta ni neki shomvb jurwa asile shekarne lora swalir mrm buji napay...

    • @jintusarma4334
      @jintusarma4334 5 років тому +2

      Bengali hoi. Asomiya manuhe bengalik sohai kore Kintu bengaliye Asomiya lora suwali pale sohai koribo. Adin Moribo.

    • @adilahmed1953
      @adilahmed1953 5 років тому +1

      Same 2 you

  • @sureshmithal4378
    @sureshmithal4378 5 років тому +4

    যাক সন্তান দিয়া নাই ভগৱানে তেওঁ হে জানে সন্তানৰ মূল্য!

  • @paragjyotirajkhowa5241
    @paragjyotirajkhowa5241 5 років тому +18

    সেই অঞ্চলৰ স্থানীয লোক সকলক ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @rabinboro5669
    @rabinboro5669 4 роки тому +1

    Apunalokar aito moromor babe bohut bohut dhanyabad...bhagobane mongol morak...

  • @ajaygamer999lower2
    @ajaygamer999lower2 4 роки тому +1

    Thanqyou Anekuwa kam karile manot bahut bhal lage thanqyou Good job jai aai Assam thanqyou

  • @robingaming7115
    @robingaming7115 5 років тому +5

    বহুত দুখ লাগিছে 😭😭😭😭

  • @rejengupit1890
    @rejengupit1890 5 років тому +1

    Baidew, apuni hosakoye ajoni prokrit hikhita mohila. Apuni manobotabador ati hosa nidorhon. Apunaku bhogobane jikunu kamot hohay korok.baidew bhut bohut dhanyabad thakil.Unlimited thanks.

  • @rinabhumij5798
    @rinabhumij5798 3 роки тому +3

    Bohut beya lgise dy konmani dujonok dekhi 😭😭

  • @mintusharma3166
    @mintusharma3166 5 років тому +122

    Moi Guwahati thaku Mur nejor khontan nai jodi raije muk deb besarai Moi rakhim nejor khontan buli bhabi lom

    • @jyotidahal7255
      @jyotidahal7255 5 років тому +6

      Apuni contact korok Dada ... Dibo sge.

    • @baponsarkar2290
      @baponsarkar2290 5 років тому +5

      Very nice thinking

    • @gitarthabarman7970
      @gitarthabarman7970 5 років тому +5

      Bhogobane aapunar mnr kotha khini bujibo aaru aapuni child labh korok ..... I pray to God ... Gv u child .

    • @barnalinath9481
      @barnalinath9481 5 років тому +2

      very good dada

    • @ajay2295
      @ajay2295 5 років тому +1

      Good Dada

  • @sristireekhuj...8982
    @sristireekhuj...8982 5 років тому +5

    আজি প্ৰথম কমেণ্ট লিখিছো…সঁচাই বহুত দুখ লাগিল। এনেকুৱা নিষ্ঠুৰ দেউতাক মাক থাকেনে পৃথিৱীত""!" হিয়াখনে কান্দি উঠিল মোৰ।

  • @akunaigaming4678
    @akunaigaming4678 5 років тому +49

    বুকুখন ঠাহ মাৰি ধৰিছে,, কান্দোন উলাই গৈছে😢😢

  • @bikashsarania8753
    @bikashsarania8753 5 років тому +3

    মানবতা কি হল আজিও বহুত দুখ লাগিল কন মানি কেই তাক দেখা পায়

  • @bubulbaruah4926
    @bubulbaruah4926 3 роки тому +1

    ইচ ৰাম কেনেকুৱা বাপেকী ঔ ।বৰ দুখ লগা দৃশ্য।

  • @rounakrizwan5290
    @rounakrizwan5290 5 років тому +1

    মোৰ জীৱনত বহুতো দুখৰ দিন পাৰ হৈ গল। স্বামীৰ অত্যাচাৰত দুই সন্তানক লৈ আত্মহত্যাৰ দৰে ভুল সিদ্ধান্ত লবলৈ বাধ্য হৈছিলো।ৰেলষ্টেছনত উজাগৰী নিশা কটাইছিলো। লঘোনে থাকিছিলো।দুখৰদিনবোৰত আঠ বছৰীয়া ছোৱালীজনী প্ৰবাসী নিঃসন্তান অসমীয়া পৰিয়াল এটাই বিচাৰিছিল ।নোৱাৰিলো,,, কলিজাৰ এফাল আজুৰি চিঙি আনৰ হাতত তুলি দিবলৈ। যোৱা চাৰি বছৰৰ ধৈৰ্য আৰু কষ্টৰ পাছত আজি আমি তিনিও সুখী,,,। যদিও শিক্ষা আহৰণ আৰু কৰ্মৰ খাতিৰত দূৰে দূৰে থাকিব লগা হয়। মোৰ সন্তান মোৰ জীৱন পথৰ পাথেয়,,, জীয়াই থকাৰ অজুহাত।যি সকলে সন্তানক বুকুৰ পৰা আঁতৰ কৰিব বিচাৰিছে তেওঁলোকৰ প্রতি অনুৰোধ,,, সন্তানক আঁতৰাই দুখৰ বোজাৰ পৰা হাত সাৰিছে বুলি নাভাবিব। আপুনি অবিহনে সিহঁত অসহায়,,, আপোনাৰ মৰম, আশ্ৰয় অবিহনে সিহঁত নিঃস্ব, নিৰাশ্ৰয়। সিহঁত আপোনাৰ সাহস,, ধৈৰ্য্য,, আৰু প্ৰকৃত বন্ধু। সন্তান সৰু হৈ থাকোঁতে আপোনাৰ যি দায়িত্ব সেয়া পালন কৰক। আপুনি বৃদ্ধ হলে আপোনাৰ প্রতি সিহঁতৰ যি দায়িত্ব সেয়া পালন কৰে নকৰে,,, সিহঁতৰ কথা। কিন্তু প্লিজ নিজৰ দায়িত্বৰ পৰা নপলাব। আঁউসীৰ ভয়াল নিশাৰ পাছত সোণালী পুৱা আপোনাৰ বাবেও আছে। মাথো ধৈৰ্য ধৰক,,,,।

  • @tonmoyjr2068
    @tonmoyjr2068 5 років тому +4

    বৰ দুখ লগা ঘটনা | নিৰ্দয় দেউতা |

  • @kailashboro9670
    @kailashboro9670 5 років тому +8

    Ji ki nhok bht dukh loga khbr manuh keijon kintu xosakoi bor moromiyal kanmani dutak jiman pare hlp korok ru ghrt najao buli kuwar kiba ata karon ase jodihe rakhibo issha korise tenehole rakhi diok ajoni maar morom pabo👍👍

  • @kasmirigogoi2206
    @kasmirigogoi2206 5 років тому +4

    He probhu bohut beya lagise dei maina keitak dekhi. God bless you 🙏🙏🙏

  • @cranchi9216
    @cranchi9216 5 років тому +2

    Val lagise commend pori gd bless you

  • @rafinamcl
    @rafinamcl 5 років тому +1

    আইউ দেহি কলিজা দুটা।।এনেদৰেই অবহেলা কৰিছে।।ছিঃ ছিঃ।।নিষ্ঠুৰ পিতৃ।।যদি লালন পালন কৰিব ক্ষমতা নাই তেন্তে জন্ম দিয়া অধিকাৰ নাই।।ধিক্কাৰ এই মূৰ্খতাৰে পৰিপূৰ্ণ এই পিতৃক।।
    Stupid father..Tur Mar bapere aiai শিক্ষা দিছে নেকি।।কৰ্ম কৰিব নিশিকিলি নে আৰামদায়ক বিলাসী জীৱন বিছাৰিছ।।নিৰ্লজ্জ।।তোৰহে জীয়াই থকা অধিকাৰ নাই।।কণমানি শিশু কিটাৰ লগত যে এনেকুৱা কৰিছ।।
    God bless them two innocent people..😢😢😢

  • @kamaldas4254
    @kamaldas4254 5 років тому +2

    বহুত বেয়া লাগিল হে প্রভু তুমি কত আছা মানুহৰ মানৱতা নাই নেকি

  • @anantabasumatary5630
    @anantabasumatary5630 5 років тому +1

    দুখৰ কথা।ভগৱানৰ খেল পোৱা সকলে নিবিচাৰিলেও পাই কিন্তু কিছুমানে বিচাৰিলেও নাপাই সন্তান ।মা নোহোৱা কণ মানি শিশুটিক দেউতাকে কি কাৰণত পেলাই থৈ গুচি গল সঠিক তদন্ত কৰি সন্তান হীন মা দেউতাই নি ডাঙৰ দীঘল কৰি ললে যথেষ্ট আত্মাই শান্তি পাব

  • @paragsaikia4611
    @paragsaikia4611 5 років тому +1

    অভিভাৱক পিশাচ কিন্তু স্থানীয় ৰাইজ প্রকৃত মানৱ

  • @mahin9408
    @mahin9408 5 років тому +2

    এনেকোবা পিতা বরোক আইনি ব্যবস্থা গ্রহণ করা ওচিত

  • @gobindboro9543
    @gobindboro9543 5 років тому +35

    আই ঐ দেহি মই পালে লৈ আহিলোঁ হেতেন পঢ়া শুনা কৰালো হেতেন অ

  • @Pranjight-rc9jh
    @Pranjight-rc9jh 5 років тому +3

    😭 cute puali kaita

  • @pankajdeka6218
    @pankajdeka6218 5 років тому +1

    সছাকৈ দেউতাক জন মানুহ নে জানুৱাৰ....চকু পানি ওলাই গল....😢😢😢😢

  • @nitudev446
    @nitudev446 5 років тому +2

    বৰ বেয়া লাগে আজিৰ মানুহ নামৰ এই প্ৰাণীবিধৰ কোন ফালে গতি কৰিছে ইহত ভাল মানুহে পালেবুলিহে।

  • @gobindboro9543
    @gobindboro9543 5 років тому +2

    আই ঐ দেহি আই ঐ দেহি 😢😢😢😢😢😭😭

  • @anjalibaglary8028
    @anjalibaglary8028 5 років тому +4

    Ow my good

  • @munindrakumarsahariah7804
    @munindrakumarsahariah7804 5 років тому +1

    হে ভগবান কি দেখিছো এইবোৰ..
    পো, পালন দিব নোৱাৰে যদি কিয় সন্তান জন্ম দিয়ে.. 😭😭😭

  • @pahimani9192
    @pahimani9192 5 років тому +6

    বহুত বেয়া লাগিল..যদি বাপেকে নিনিও বুলি কয় মোৰ আশ্রয়ত দিব নেকি

    • @bhabenray8165
      @bhabenray8165 3 роки тому

      বৰ দুখ লাগিল ,এনেকুৱা দেউতাক মৰি জোৱা ভাল

  • @JituKalita-fq2zc
    @JituKalita-fq2zc 4 місяці тому

    God bless

  • @tmgblaster6453
    @tmgblaster6453 5 років тому +3

    *god help them, so sad*

  • @arebelladeka1214
    @arebelladeka1214 5 років тому +3

    Ohoo so sad

  • @nirmalibora8338
    @nirmalibora8338 5 років тому +1

    Hosai dukh lgse bohut ...

  • @ashlinanarzary5622
    @ashlinanarzary5622 5 років тому

    Hokolo logok okhek dhoinobad humanityr babe

  • @nakulnakul4529
    @nakulnakul4529 5 років тому +1

    কাৰ পুৰুষ মানোহে এইবোৰ কাম কৰে

  • @ImranAli-zt4rz
    @ImranAli-zt4rz 5 років тому

    বহুত দুখ লাগিচে

  • @PompiChutia-mt4sc
    @PompiChutia-mt4sc Місяць тому +1

    Val korila apuni apunar val hok.

  • @nayankalita92
    @nayankalita92 5 років тому +1

    So sad 😢

  • @ajitdas2618
    @ajitdas2618 5 років тому

    Gd blls u tomlok adin buhut vl manuh hoba

  • @dayamonitirkey2416
    @dayamonitirkey2416 5 років тому

    😓😓😓😓😓😓😓😓😓😓😓bohut bohut duk lgisa

  • @MIYACHAANLAI
    @MIYACHAANLAI 3 місяці тому

    এনেকুৱা,পিতৃক,গৰম,পানী,,ঢালি,দিব,লগে

  • @beautiful3577
    @beautiful3577 5 років тому +1

    বাগৰি কাজিৰঙাৰ পৰা আগলৈ ।

  • @promilaboro1948
    @promilaboro1948 5 років тому +4

    June pelai thoi goise Tak Kati pelabo Lage..... Yes /no guys?

  • @kabulahmed5446
    @kabulahmed5446 4 роки тому

    Bhut bhut beya lagil

  • @albertjustinmarandyy8208
    @albertjustinmarandyy8208 5 років тому +6

    Dont produce children without any responsibility in looking after them..

  • @deepshikhadas9000
    @deepshikhadas9000 5 років тому +2

    অসম খন এইবোৰ মানুহৰ কাৰনে বেয়া দিশে গতি কৰিছে

  • @champakdas841
    @champakdas841 5 років тому

    Oh god bless them

  • @JabaKalita-xl3yv
    @JabaKalita-xl3yv 3 місяці тому +1

    😢😢😢😢😢😢

  • @jintubharali5390
    @jintubharali5390 5 років тому

    Horu horu maina dutak dekhi bohut beya lagil bapekor namot kolongko hoi anekua manuh

  • @mostufaahmed2262
    @mostufaahmed2262 5 років тому

    Bht bea lgil..kenkwa parents olpu dukh nlgil ne khontan r mukh r pine sai..kiman mnhe khontan r krne vogoban r usrt parthana kri ase ru hihote pelai thoi goise..parents k hasti dibo lge ru ei bby 2 tak ehtk akow ghurai diya tu safe nhbo bli vabu

  • @pormudmili2345
    @pormudmili2345 Рік тому

    O Mai good

  • @diplinaray3853
    @diplinaray3853 3 роки тому

    তোমাৰ কোনো নাই যদি মোৰ ঘৰত আহিবা নেকি, মোৰ কোনো ভাই ভন্টি নাই তোমাক মই নিজৰ ভন্টি বুলি মানি লম।🙂

  • @umabhuin8398
    @umabhuin8398 3 роки тому

    Thank u lora suwali halok morom diyar krne sthaniyo raijyoloi

  • @JunmoniLoying
    @JunmoniLoying 3 місяці тому

    😢😢😢😢 bhut duk lagil

  • @nayanboro1539
    @nayanboro1539 5 років тому +3

    Ki j hbo...aeikhon khomajot...eman nijthur...

  • @rajibulislam2131
    @rajibulislam2131 5 років тому

    কোৱা জয় শ্ৰী ৰাম

  • @rupanjali6258
    @rupanjali6258 5 років тому +1

    Isss😭😭😭😭

  • @rohitdas4525
    @rohitdas4525 5 років тому

    Hosakoi kandidisu bht bht bht bht bht beya lagise

  • @pareshkumar4917
    @pareshkumar4917 5 років тому +1

    eman nisthur hobo parene manuh

  • @MajulirDekaVlogs
    @MajulirDekaVlogs 5 років тому

    Bor dukh loga dei.manuh eman nisthur hob pare ne baru..

  • @manobendraprodhani2651
    @manobendraprodhani2651 5 років тому

    I am very sad

  • @fukankonwar1321
    @fukankonwar1321 5 років тому

    Bohut dukh lagise o maina keijoni kandise

  • @hemenkalita6707
    @hemenkalita6707 5 років тому

    Bahut dukh lagise 😓😓😓

  • @bimandeka5542
    @bimandeka5542 5 років тому

    কি মানুহ নহয় ভাবিলে বৰ দুখ লাগি যায়

  • @HanifAli-zz4uy
    @HanifAli-zz4uy 5 років тому

    মানবতাহীন কাম কাজৰ বাবে বহুত দুখ লাগিছে প্ৰকাশ কৰিব পৰা নাই দাদা

  • @prabaljitpatar4695
    @prabaljitpatar4695 5 років тому +3

    Aibur ghotona only assamte ghote ...dei....

  • @bijoykumarchakraborty5006
    @bijoykumarchakraborty5006 5 років тому

    Very very sad .kolijug

  • @modhumusical5287
    @modhumusical5287 5 років тому

    Anekuwa koribo nalagisle bohut beya lagile saii konmani lora suwali keitat kio anekwa krile tahu kiman dukh paise abr o deutake nvabile ne seeeee nijoke khin lagise mur....mor mote sorkari sir hot a kiba ata kribo lage👍

  • @mukeshbhumij9165
    @mukeshbhumij9165 5 років тому

    bohut dukhor kotha

  • @sumneog6875
    @sumneog6875 5 років тому

    Bht dukh lgil o, sokurpani ulai goise😢😢 baby keitak dekhi

  • @priyadaimari9721
    @priyadaimari9721 5 років тому

    O.. God help them

  • @RAHMANAli-hb8fy
    @RAHMANAli-hb8fy 3 роки тому

    সত্যৰঞ্জন এইবিলাক কি জেহাদ বুলি কবি?

  • @WisdomInsight.
    @WisdomInsight. 5 років тому

    So sad....😘😘😘

  • @supriyarabha9781
    @supriyarabha9781 5 років тому +1

    imn nisthur mnr manuh jibant dekha nai...jdi lora sowalik tulib noware tetiya hle onatha asramt thui ahile bht manuhr upkr hb.. krn hontan nhowa manuhe nijr hontan bonay dngr dighl krib...anekuwa krib nlage ...

  • @riturajphukan7470
    @riturajphukan7470 4 роки тому

    Aiai hoise jibo shertho manuh...

  • @narayandeka5088
    @narayandeka5088 5 років тому

    Manuh eman hridoyhin HBO nlage dei.... Jodi lora suali raxiboi nuare jonmo diye kele.... Bya lgil xosakoi....😥😥😥

  • @jdsjds2823
    @jdsjds2823 5 років тому +3

    Nonsense news live konmani bacha hoi be careful

  • @rishakalita1663
    @rishakalita1663 3 роки тому

    জন্ম দিব নালাগিছিল 😂😭😭😭🙏🙏

  • @rantudaimary9620
    @rantudaimary9620 5 років тому

    So sad emaan mrm laga kunmani dekhiye emaan doukh lagise 🙇🙇

  • @bijay6006
    @bijay6006 5 років тому

    বহুত ধুক লগাৰ খবৰ

  • @enjoywithsubha6437
    @enjoywithsubha6437 5 років тому +1

    Kunubai alop nirobe kothabur hudhibo lagisil. Hakalu kotha valkoi gom paleheten. Emanbur asinaki manuh dekhi voi khua2 swavabik.

  • @BitupankonwarKonwarBitupan
    @BitupankonwarKonwarBitupan 3 місяці тому

    Ramram

  • @rafizuddin2484
    @rafizuddin2484 5 років тому

    হা কি মানবতা দূখ লাগিছে

  • @gumnamgirl
    @gumnamgirl 5 років тому +3

    Manbota bula bos2 2 nai nki, kio ane kore 😭😭

  • @pormudmili2345
    @pormudmili2345 Рік тому

    ৰাম ৰাম

  • @rupalichoudhury8657
    @rupalichoudhury8657 3 місяці тому

    Krishna 😭

  • @rumiyakhatun7887
    @rumiyakhatun7887 5 років тому

    mur ghar barpeta t hoy moi guwahatit nurse kori asu konmani duta muk diyok please

  • @Ashuverma2024
    @Ashuverma2024 5 років тому +4

    Education must important buli bujhale ai khoru api zone karon maa dewtar name Address kobo Janile j

  • @prebhai6658
    @prebhai6658 5 років тому +1

    Nisthur korobar

  • @narsendaimary2977
    @narsendaimary2977 5 років тому

    salut Baideo