Prem sorom siddhanto nohoi. Karma eta saram siddhanto hoi. Prem swayang shiv hoi. Shiv bina kunu eku nohoi. Prem bina dhyan bhokti possible nohoi. Jibonot g paisa sob maya hoi tmr karma punishment hoi. Tur bonsho tur potni tur poti sob karma te pore. Aru Prem bina shiv bhakti sambhav nohoi.
দেবাশীষ ভুঞাঁ, তোমাৰ সুন্দৰ এটা ভবিষ্যৎ আছে, কিছুমান মুৰ্খৰ তাচ্ছিল্যাৰ্থক কথাত মন বেয়া নকৰিবা। তোমাক ভগৱানে এটা বিশেষ শক্তি দি জন্ম দিছে। আজি বিদেশত হোৱা হয়, তোমাৰ নাম চাৰিওফালে জনপ্ৰিয় হ'ল হয়, কিন্তু আমাৰ দেশত অলপ বেছি সময় লাগে। চিন্তা নকৰিবা, তোমাৰ এদিন খুব ভাল দিন আহিব, ছবি জগতৰ মাধ্যমৰে। আশীৰ্বাদ থাকিল।
People shouldn't laugh at him. We should encourage his hard work how he manage everything smoothly. He has got special capability to move forward. May God bless him . Thanks NKTV for sharing this news.
Nonsense reporter. He was talking about his medical issue and ei mokkel reporter tue topic tu change kori dise.. asking about 'prem kori paise ne'.. 10min etue Jodi janibo mon asile starting t xudibo lagisil..
Mor feeling e nai Itu line -hazaar kotha -manuhe prithvitit matro Dhuniya Aru paisa Sai prem Aru Bandhutto Rakhe protidine xonmukhin hoi thaku moi --kintu Aku nai ami okole nai❤
বৰ মৰম লাগা লৰাটো। ভগবানে তেওঁক কুশলে ৰাখক তাৰেই কামনা কৰিলোঁ।
তুমি শিশু দৰে থাকিব পাইছা তুমি বহুত lucky,,, ভগৱানে তোমাক সমাজৰ পৰা বিশেষ কৰি জীয়াই raxise তাক তুমি সুন্দৰ কৈ accept কৰিছাঁ তুমি বহুত সাহসী। আজিকালি ক্লাছ 8,9 ত পঢ়া লৰা ছোৱালীয়ে প্ৰেমত পৰি পৰি চৰম সিদ্ধান্ত লৈছে কিন্তু তুমি সেইবোৰৰ পৰা একেবাৰে দূৰত কাৰণ তোমাক চবে পোৱালী বুলি ভাৱে। তুমি বিশেষ কাৰণে চিনেমাত অভিনয় কৰিব লৈ সুযোগ পাইচা। তুমি বিশেষ কাৰণে সকলোৱে তোমাক ভালদৰে নিৰীক্ষণ কৰে। সেইকাৰণে তুমি কোনো celebrity ত কৈও কম নহয়। সৎ পথত আগুৱাই যোৱা তুমি সফল হবা ❤
Prem sorom siddhanto nohoi. Karma eta saram siddhanto hoi. Prem swayang shiv hoi. Shiv bina kunu eku nohoi. Prem bina dhyan bhokti possible nohoi. Jibonot g paisa sob maya hoi tmr karma punishment hoi. Tur bonsho tur potni tur poti sob karma
te pore. Aru Prem bina shiv bhakti sambhav nohoi.
❤🎉@@shivhari-zr7xg
@@ranjanabhuyan4595 har har mahadev
@@shivhari-zr7xg moi premok sorom siddhant buli kua ny.. kthaxini vldre porhok
তুমি বহুত ধুনিয়াদেখাত ভগবানে তুমাক বহুত সুন্দৰ চেহেৰা দিছে❤
বৰ ভাল লাগিল অনুষ্ঠান টি চাই। ৩০ বছৰ বয়স যদিও শিশু সুলভ হাঁহি টিৰ সৈতে বৰ মৰম লগা ব্যক্তি ।
মনটো ভাল দেই ভাইটিটোৰ। মনৰ জোখৰে সুখী হোৱা। ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
তেওঁ নিজৰ কৰ্ম সুচাৰুৰূপে পালন কৰি আছে। বহুত ভাল লাগিল।
আজি কালি মানুহে নিজৰ বয়স লুকাই ৰাখি নিজকে সৰু বুলি কব বিচাৰে। তুমি সছাকে বহুত ভাগ্যবান ।
তুমি ইমান মৰম লগা শিশু হৈ আছা, ভগবানৰ ওচৰত মোৰ প্ৰাৰ্থনা তুমি এনেকৈয়ে শিশু হৈ আগবাঢ়ি যোৱা। 🙏🙏
বহুত সহজ সৰল মনোভাৱৰ ব্যক্তি। নিজৰ কৰ্মৰ জৰিয়তে আগুৱাই যোৱা।
মাত কথা একেবাৰে শিশুৰ দৰে, ভাল লাগিল, যিয়েই হ'লেও চিন্তা কৰিব নালাগে, এনেকৈয়ে জীৱনটো সুকলমে কটাই গলেই হ'ল। ভৱিষ্যত জীৱন সুখময় হোৱাৰ কামনা কৰিলো ধন্যবাদ থাকিল 👌🏻✌🏻👍🏻👍🏻
So cute and handsome.. Tumi tumr dhristire prithivi khonok saba.. manuhe tumk ji sukure nesaok diyok don't mind those things. Ishore tumk bikhek uddasyare aviskar korise jana. Hodai hukhi Hoi thaka tarei kamona korilu..
বৰ মৰমলগা❤মানুহে হাঁহিব কিয় লাগে তেখতো মানুহ।সুস্থ হৈ থাকক।ভালে থাকক তেখেত❤
মানুহে হাহিলে হাঁহি দিব লাগে😊😊কান্দি মন বেয়া কৰিব নালাগে😘😘😘
ঈশ্বৰে জানে কিয় এনে কৰে । সেই স্থানত থিয় দি চালে দুখ লাগে যদিও সুখ বেছিকৈ আছে ।কোনে এনেকোৱা হব পাৰিছে ।ভিডিঅ টো বহুত ভাল লাগিল ❤❤❤
সৰু লৰা যেন দেখি।সকলো ভগৱানৰে লীলা।সুখী হওক তেও।
আজি দিনত সকলো মানুহৰ মনবোৰ যদি এনেকুৱা সহজ, সৰল আৰু সুন্দৰ হল হয় দেশত কেতিয়াও দুৰ্নীতি, অৰাজকতা, বেইমান আদি বেয়া কাম বোৰ নহল হয় । তুমি সঁচাকৈ এজন সুন্দৰ ব্যক্তিত্ব অধিকাৰী ব্যক্তি।হাঁহি থাকা আৰু সুখী হোৱা। এনেকুৱা evergreen জীৱন পোৱা টো ভাগ্য কথা।।
সঁচাই মনটো বেয়া লাগি গল! কলেজত অন্তৰংগ বন্ধু বুলি নোলাল এজনো !!! সকলো কেৱল হাই হেল্লো !!! ভালে থাকা তুমি💐💝
আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো । আৰু লগতে এইটোও কও যে দেখাত মানুহ হেণ্ডচাম ওখ হলে কি হব যদি তাৰ একো গুন নাথাকে।
ময়ো প্ৰথম গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেখোতে সৰু লৰা বুলি ভাবিছিলো পিছত হে গম পালোঁ ৰক্ত ভঁৰালত কম্পিউটাৰত কাম কৰি থকা দেখি তেওঁ যে এজন ৩০বছৰীয়া ব্যক্তি।সঁচাকৈ তেওঁ বৰ মৰম লগা। তেওঁ কাম কৰি থাকিলে সঁচাকৈ সৰু লৰা বুলি মানুহে তেওঁৰ ওচৰত নাযায় আৰু তেওঁ কাম কৰা শাৰীটো সঁচাকৈ চুটি হৈ থাকে । শুভেচ্ছা জনালোঁ অভিনয় জগতখনত খোজ দিয়াৰ বাবে আগুৱাই যাওঁক 😊🙏
তোমাক বহুত ভাল লাগিল তোমাৰ জীৱন সুখৰ হ ওখ এয়া মোৰ আশা বিয়া হোৱাৰ বাবে ও চেষ্টা কৰিবা বুলি আশা ৰাখিলোঁ
দুখ কৰাৰ প্ৰশ্নই নুঠে । সদায় সুখী হৈ থাকা ।
লৰা জনক মই লগ পাইছিলোঁ,কথা বতৰা ও হৈছিল আমাৰ বহুত ভদ্ৰ আৰু নম্ৰ হয় তেওঁ❤ভালে থাকা সদায়❤
GMCH BLOOD BANKOR 5 NO COUNTER OT KAM KORI ASE . KHUB VAL BEBAHAR MOI TINI DIN AGOT KOTHA PATISO.
দেৱাশীষ ভাইটী, তুমি তোমাৰ জীৱনত সুন্দৰকৈ আগুৱাই যোৱা। তুমি আয়ুৰ্বেদিক কলেজত গৈ পঞ্চকৰ্ম বিভাগত গৈ সুধিবা তোমাৰ হৰ্মনৰ growth ৰ কাৰণে চিকিৎসা হ'ব নেকি? মই জনাত পঞ্চকৰ্ম চিকিৎসাৰ দ্বাৰা বহুত ধৰণৰ hormone blockage ঠিক হয়।
Thank u to journalist Brother for focusing to the matter. 🎉
তুমি বহু ভাগ্যৱান হয় সেয়ে সৰু হৈ থাকিবা পাৰিছা ❤
দেবাশীষ ভুঞাঁ, তোমাৰ সুন্দৰ এটা ভবিষ্যৎ আছে, কিছুমান মুৰ্খৰ তাচ্ছিল্যাৰ্থক কথাত মন বেয়া নকৰিবা। তোমাক ভগৱানে এটা বিশেষ শক্তি দি জন্ম দিছে। আজি বিদেশত হোৱা হয়, তোমাৰ নাম চাৰিওফালে জনপ্ৰিয় হ'ল হয়, কিন্তু আমাৰ দেশত অলপ বেছি সময় লাগে। চিন্তা নকৰিবা, তোমাৰ এদিন খুব ভাল দিন আহিব, ছবি জগতৰ মাধ্যমৰে। আশীৰ্বাদ থাকিল।
অ সাংবাদিক ককাই
লৰা জনে হৰমনৰ বিষয়ে বা চিকিৎসাৰ বিষয়ে কিবা এটা কব লৈছিল। আপুনি ফালৰি কাটি গৈ আলবাল সুধিলে গৈ
এনেকুৱা জীৱন এটা পোৱাটো কম ভাগ্য নহয়।যাক কয়,দূৰ্লভ.।কিছুমান দেখাত চাপৰ ,কথা বতৰাবোৰ ডাঙৰ মানুহৰ দৰে।কিন্তু আপুনি সচাঁই অসাধাৰণ।ভগৱান সহায় হওক।
বয়সত ডাঙৰ হ'লেও কথা বতৰা সৰু ল'ৰাৰ দৰে তেওঁক সৰু ল'ৰা বুলি ক'লে ও মনত দুখ নাপায় যেন ❤
Eman morom lga. Vogobanor kripa. Kaku hahib napai. Taru ata jibon ase. Hukhi hoi thaka arkhibad thakil tumaloi. ❤❤❤
বৰ মৰম লগা ল'ৰাটো, ভবিষ্যত উজ্জ্বল কামনা কৰিলো।❤❤❤
Live yourself love yourself ,you are created for a purpose. You have a beautiful mind .Allah bless you
Emn morom loga tumi debashish,,val lagil tumr kthabur huni,,hodai khukhole thakiba dei.❤❤
Tumi dekhat Xoru holeu bohut besi morom loga khub dhunia tumi ..dukh nokoriba bastobok sikar kora aru xahoxere agbarhi jua.tumar lgt vogoban ase aru logote koment bur sua raijor axirbadu tumar logot ase .saba adin tumi celibreti hoi poriba
Besi dukh koribo nalage bhaiti.. tumi lucky babe enekua. ❤❤❤
একো কথা নাই তুমি আনকমন ভগবানে ভালে ৰাখক বৰ মৰম লগা লৰা তুমি ❤️
Morom loga bhaity tu ❤❤ hodai anekoi thaka tumi . Nijor kam kori juwa balag a ki koi dorkar nai 🥰 . God bless u 😊
Tumi bohut lucky ooo.....vogobane tumak sodai vale kukhole rakhik tarei kamna🥰🥰🙏🙏
বৰ মৰম লাগিছে ল'ৰাতু ভগৱানে ভালে ৰাখক তেওঁক
He is very special and God gifted
God's creation ❤ everyone is special ❤❤❤ stay blessed brother 😊😊❤❤❤
হচাকৈ ভাইতি তুমি বৰ মৰম লগা অ
চিৰ শৈশব প্ৰাপ্তএজন যুৱক । ঈশ্বৰৰ অবদান ।
সুন্দৰ ধুনীয়া হয় তুমি ❤❤
বহুত ভাল লাগিল অ কথাখিনি শুনি ভগবানে সদায় ভালে ৰাখক তোমাক
কথাবোৰো সৰু লরার দৰে দেখা তো সৰু লৰার দৰে বহু মৰম লগা লৰা দেই
সৃষ্টি ভগৱান আশা হত হোৱাৰ নাই প্ৰয়োজন ।
ভগৱানে তোমাৰ মঙ্গল কৰক তুমি তোমাৰ কামত লাগি যোৱা কুকুৰে সদায় ভৰি তলত কামুৰে তোমাক যি কেইজন লৰাই ইনচাল কৰিছিল সেই কেইজন লৰাই এতিয়া 4 আলিত আড্ডা মাৰি ৰজনীগন্ধা খাই দিনটো পাৰ কৰে তুমি টু এটা চৰকাৰী চাকৰি কৰি আছা কোনোবাই কিবা কক তুমি ভুক্ষেপ নকৰিবা শেষত তোমাৰ মা দেউতাৰ লগত সুখৰে থাকা ভগৱানক বিশ্বাস ৰাখিবা
Bohut morom loga tumi , ... debasish .... vogobane tumak hohai korok tre kamona korilu
বহুত মৰম লগা ভাইটী তুমি আনে কি কই গুৰুত্ব নেদিবা আগুৱাই যোৱা 😘
People shouldn't laugh at him. We should encourage his hard work how he manage everything smoothly. He has got special capability to move forward. May God bless him . Thanks NKTV for sharing this news.
শিশু সুলভ বৰ মৰম লগা লৰাজন ।
বৰ মৰমলগা ল'ৰা ।ভগৱানে ভালে ৰাখক ।
আপোনাক ভগৱানে কোশলে ৰাখক দাদা😊
Bohut val lagil lorajon vogabane kuxle rakhok dhunia aru morm loga
Apuni bohut lucky dangor hoise jodi o soru hoi e ase aami o bisaru sei soru tim sen jitu ami ghurai napao❤❤❤
GMCH t ekhete blood bankt Kam kare moi log paisilo😊
Tatkoi Val kotha ekhetr Kam kaj bur tat thoka belgtkoi bhut val❤
ধন্যবাদ বেজাৰ নকৰিবা দেশাত সুন্দৰভগরন্তয় কৃপা কৰক আনন্দ্ মনে থাকিব ভগৱন্ত ক সদায় প্রার্থন্ কৰিবা ধন্যবাদ
Nonsense reporter. He was talking about his medical issue and ei mokkel reporter tue topic tu change kori dise.. asking about 'prem kori paise ne'.. 10min etue Jodi janibo mon asile starting t xudibo lagisil..
ধুনীয়া ❤
Baad diyok heee jun ae ji ae nokok apunak kintu bohut cute lage❤❤aguai jaok❤🎉
❤❤❤ Very nice
বৰ মৰম লগা ।
বৰ ভাল লাগিল
কিছুমান মানুহ থাকে চুটি চাপৰ কিন্তু মুখখন দেখিলে বা কথা শুনিলে গম পায় বয়স হোৱা বুলি, এওঁক কিন্তু একেবাৰে গম নাপাই একবাৰে সৰু লৰা যেনেই লাগে
দাদা তুমি সদায় ভালে থাকা মানুহৰ কথাত গুৰুত্ব নিদিবা
😊your are best .... Brother
❤
Mor feeling e nai Itu line -hazaar kotha -manuhe prithvitit matro Dhuniya Aru paisa Sai prem Aru Bandhutto Rakhe protidine xonmukhin hoi thaku moi --kintu Aku nai ami okole nai❤
বৰ মৰম লগা লৰা
Amr senior asil college t... Devashish da buli koiselu.... Bahut Val dada jn
Morom lagise . Bhagabane
ভালে কুশলে ৰাখক ভগৱানে তোমাক।
ধুনিয়া ❤❤❤
GMCH r blood bankot moi log paisiloo.Kotha pati bhal lagise.
দেখাত কেনেকুৱা দৰকাৰ নাই, ভাল মনৰ অধিকাৰী হোৱাটোহে ডাঙৰ কথা। ভালে থাকা সদায় ।
Vhaity Tumi Bohut Dhuniya ❤❤❤
Eman morom logaa ayiooo❤😘
Axomt hoha bade ki janu axomor jantu rupi manhu bure 😡
মৰম লগা লৰাটো❤❤❤❤
Bor xundur chehera morom loga chehera. Ashirbad korisu aru aguwai juwa.
Bhut cute dada jon❤
Aiya god gifted.
Agbarhi juwa bhaity , salute tumak🎉🎉
Oww.
He is really unique.. ..
Wish his success in future...
So inspiring
ছুটি চাপৰ মানুহ সমাজত আছে। কিন্তু বয়সক আতৰাই ৰাখিব নোৱাৰে । এও আকৌ চেহেৰাই মাতে ১০ /১২বছৰীয়া ল'ৰা নিচিনা। সৃষ্টি কৰ্তাৰ ইও এক ব্যতিক্ৰমী সৃষ্টি।
God bless you my bro ❤❤❤❤❤
Debasish dada blood bank t duty korute dada k lg paisil ....khub vl kotha botora ...❤
সচা কথা কৈছে দাদাই
God bless you always 💐❤️
Indian short lady Ms Jyoti Amge(30) t koi bohut matured ... handsome also..God bless!!!
God bless you ! Debasish...
Val lagil....kothakhini huni....agbarhi jaouk apuni🙏
Bablu volg r logot jogajog koriba ❤bablu e tomar best' dost hobo❤ God bless you beta God bless you ❤
Stay blessed brother❤
Abdu Rozik from India🇮🇳❤❤ tension lobo nalage same apunar nisina e abdu rozik asile but aaji hi emaan famous aru well settled
God bless him 🙏
Dada jonor logot kotha patib mon goise😊
Debasis tumi hosa koi bohut morm loga lora aru tumar mon tur val hoi karne vogobane tumak hohai korb tumi hodai hantit thaka
তুমাক ভগবানে । ভাল কে ৰাখিব